কোন কোন আছু নেতাই চৰম বিশ্বাসঘাতকতা কৰিলে লুৰীণজ্যোতিক?লুৰীণজ্যোতি গগৈৰ A 2 Z

  Рет қаралды 80,123

Pratidin Time

Pratidin Time

Жыл бұрын

সোমবাৰ, গৌৰৱ গগৈ LIVE & EXCLUSIVE
মঙলবাৰ, অখিল গগৈ LIVE & EXCLUSIVE
আজি বুধবাৰ, লুৰীণজ্যোতি গগৈ LIVE & EXCLUSIVE
পৰাজয়ৰে আৰম্ভ কৰা লুৰীণজ্যোতিৰ ৰাজনৈতিক ভৱিষ্যৎ‍ কি?
‘কেডাৰ’হীন দলৰ ‘লীডাৰ’ নেকি লুৰীণজ্যোতি গগৈ?
কোন কোন আছু নেতাই চৰম বিশ্বাসঘাতকতা কৰিলে লুৰীণজ্যোতিক?
আছুত কংগ্রেছৰ নামেই নুশুনা লুৰীণজ্যোতি আজি কংগ্রেছৰে বুকুৰ কুটুম কেনেকৈ?
তিনি গগৈৰ মিত্রতা অসমৰ বাবে আপদ নে বিপদ নে সম্পদ?
লুৰীণজ্যোতি গগৈৰ বাবে অখিল গগৈ বিশ্বাসযোগ্য হয়নে?
২০২৪ত কোন সমষ্টিৰ প্রাৰ্থী হ’ব লুৰীণজ্যোতি?
লুৰীণজ্যোতি গগৈৰ ব্যক্তিগত জীৱনক লৈ ইমান ‘চৰ্চা’ কিয়?
আজি AJPৰ সভাপতি লুৰীণজ্যোতি গগৈৰ A 2 Z

Пікірлер: 173
@harishsarma7230
@harishsarma7230
অতি সুন্দৰ প্ৰদৰ্শন কৰিছে।
@gobindalahkar3218
@gobindalahkar3218 Жыл бұрын
মানুহ বোৰ ইমান স্বৰ্থপৰ হব পাৰে।লুৰিণ দাৰ দৰে মানুহ এজনক বিধানসভালৈ পথোৱাৰ খুবেই প্ৰয়োজন আছিল। আশাকৰোঁ অনাগত দিনত সেই সমষ্টিৰ মানুহে যি ভূল কৰিলে দুনাই আৰু নকৰে।বিধান সভাৰ বাবে বৰ্তমান সময়ত এজন উপযুক্ত নেটা হল লুৰিণ দা
@mung787
@mung787 Жыл бұрын
আছুৰ পৰা পদত্যাগ কৰি নতুনক সুবিধা দি লুৰীণজ্যোতি গগৈয়ে নিজৰ উদাৰ ব্যক্তিত্বৰ পৰিচয় দি প্ৰশংসণীয় সিন্ধান্ত ল'লে। কিন্তু বয়স উকলি যোৱা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ বাবে আছুৰ গৰিমা বহুখিনি ম্লান পৰিছে যেন অনুভৱ হয়। ৰাজনৈতিক ক্ষেত্ৰত পৰাজয় লুৰীণজ্যোতিৰ নহয়; এইয়া অসম গণ পৰিষদৰ জাতীয়তাবাদী সত্তাটোৱে ৰাইজক কৰা বিশ্বাসঘাটকতাৰ ফল। হয়তো সেই বিশ্বাস পুনৰ ঘূৰি আহিবলৈ অলপ সময় লাগিব। কিন্তু অসমৰ জনগণে মনত ৰখা ভাল যে অসমপ্ৰেমক অৰ্থাৎ জাতীয়তাবাদক আওকাণ কৰি ভাৰতপ্ৰেমৰ অৰ্থাৎ ৰাষ্টীয়তাবাদৰ সপোন দেখিবলৈ যোৱাটো লজ্জাজনক। জাতীয়তাবাদক নেওচা দি AGP ত্যাগ কৰি ডলাৰ বগৰীৰ দৰে BJP ত যোগদান কৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমৰ মূখ্যমন্ত্ৰী পাতি ৰাষ্ট্ৰীয়তাবাদক সমৰ্থন কৰা অসমৰ ৰাইজে কথাবোৰ নতুনকৈ ভাবি চাবৰ হ'ল।, বাঘ,সিংহৰ গৰ্জন নুশুনিলে বিধানসভাত ছাগলীয়ে বেবাবলৈ যাবই। সিংহ,বাঘ বিধানসভালৈ পঠিয়াব নোৱাৰাটো আমাৰ ৰাইজৰ দোষ। অশিক্ষিত,অজ্ঞানী, সংবিধানৰ জ্ঞান নথকা , গণতন্ত্ৰৰ অৰ্থ নুবুজা ব্যক্তিক ভোট দি জিকাই মন্ত্ৰী,বিধায়ক পাতি থাকিলে স্বাভীমানী বীৰ ডেকা ল'ৰাবোৰক দেশমাতৃৰ সেৱাৰ পৰা বঞ্চিত কৰা হ'ব। “আমাক কেন্দ্ৰই ধন নিদিলেও চলিব পাৰিম কিন্তু অসমক বন্ধকত দি কেন্দ্ৰৰ ওচৰত মূৰ দোৱাব নোৱাৰিম ”বুলি হাতে-কামে কৰিব পৰা জাতীয়তাবাদী ৰাজনৈতিক নেতা প্ৰয়োজন । কিন্তু ইয়াৰ বাবে অসমৰ ৰাইজে নিজক বিক্ৰী কৰা মানসিকতা ত্যাগ কৰিব লাগিব।
@ranjitgowsami7891
@ranjitgowsami7891 Жыл бұрын
সুন্দৰ উপস্থাপন গগৈ দাদা
@darpandeka5141
@darpandeka5141 Жыл бұрын
সচাকৈ লুৰিণ জ্যোতি গগৈক মানিব লাগিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেওঁৰ লক্ষ্য, উদ্দেশ্য পূৰণ কৰক ।
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 Жыл бұрын
Nahorkotiyaar raaije thogibo nelagisil Gogoi devok.....amar support aase etiyaaoo....best of luck.....jatiyotabaad loi agbaarhi goi thakok. ...
@user-un7mu4gb6s
@user-un7mu4gb6s Жыл бұрын
এদিন অসমৰ মুখ্যমন্ত্ৰী হব ।।
@tankswargohain6701
@tankswargohain6701 Жыл бұрын
লুৰিনজোতি গগৈ এজন শক্তিশালী, ভাল নেতা। এইটো সত্য শুদ্ধ কথা।
@tahimabegum5896
@tahimabegum5896 Жыл бұрын
Lurinjyoti gogoi is our true leader l hope he may success in his life,
@manjugohain6786
@manjugohain6786 Жыл бұрын
ধন্যবাদ লুৰিণজোতি গগৈ । চিন্তা ধাৰাৰ প্ৰতি আদৰণি জনাইছো । উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো । জয় আই অসম ।
@mdeka1847
@mdeka1847
লুৰীণদাৰ আলোচনা খিনি চাই বহুত ভাল লাগিল ৷ কেবল ডলাৰ বগৰী হ'বৰ ছেচ্টা নকৰিব ৷ এদিন দেখিব আপুনি বিচৰা কামটো আপোনাৰ বাবেই ওচৰতে অপেক্ষা কৰি আছে ৷ আপুনি এজন গণিতত নাম থকা ব্যক্তি ৷ গণিতশাস্ত্ৰৰ জড়িয়তে হলেও কিছুমান কাম কৰিব লাগিব ৷ যাক লগ পাবলৈ টান ৷
@samsulhaque4571
@samsulhaque4571 Жыл бұрын
Thank you l.j.g.
@comrdegaming567
@comrdegaming567 Жыл бұрын
বাকী যি নহওঁক এঙ্কৰজনৰ জাতীয়তাবাদী গুণটো দেখি ভাল লাগিল।direct question কৰিছে।
@shantanarajkhowa1566
@shantanarajkhowa1566 Жыл бұрын
God bless you ❤ 🙏 ❤❤❤❤❤❤❤❤
@sarmilaekka1181
@sarmilaekka1181 Жыл бұрын
খুব সুন্দৰ এটি অনুষ্ঠান ।ভাল লাগিল ।বিশেষকৈ বৰ্তমান অসম স্বাভিমান জাতীয়তাবাদী আদৰ্শৰ প্ৰতি কিমান দুৰ্বল অভাৱ সেই কথা দিল্লীয়ে জানে কাৰণে অসমৰ আজি এই অবস্থা ।গতিকে আশা আছে আমাৰ লুৰিনজ্যোতিদাই ভবিষ্যতে নিজ আদৰ্শৰে এই দুৰ্বলতা অভাৱ দূৰ কৰিব।ভগৱানে তেখেতৰ মংগল কৰক।
@Rongmonstudio
@Rongmonstudio Жыл бұрын
লুৰিণ গগৈ লগত সদায় আছো❤️🔥
@7gc970
@7gc970 Жыл бұрын
গগৈৰ ৰাজনৈতি বুলি এটা উপাধিৰ কথা কৈই অপমান নকৰিব আহোম জাতিৰক লৈ অপমান নকৰিব কোনোবাই দলত নেতৃত্বত দিছে সেই দলৰ নাম লব । আহোম জাতিৰ নাম লৈই ৰাজনৈতি নকৰিব আমি আহোম ত
@gorima153
@gorima153 Жыл бұрын
সুবিধা বাদি বোৰে লুৰিণজোতিক বিশ্বাস ঘাটকতা কৰিলে । কিন্তু এদিন সফলতাৰ বাটত খোজ দিবই।
@joyrambaruah8067
@joyrambaruah8067 Жыл бұрын
খুউব সুন্দৰ অনুষ্ঠান। লুৰিনৰ দৰে আদৰ্শবাদী নেতা আমাক অতিকে প্ৰয়োজন। আমাৰ আৰ্শীবাদ আৰু সহযোগিতা সদায় থাকিব।
@jugalkishor4219
@jugalkishor4219 Жыл бұрын
প্ৰিয় নেতা লুৰিণজ্যোতি
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 10 МЛН
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 22 МЛН
No empty
00:35
Mamasoboliha
Рет қаралды 3,9 МЛН
Iron Chin ✅ Isaih made this look too easy
00:13
Power Slap
Рет қаралды 35 МЛН
ЧУТЬ НЕ УТОНУЛ #shorts
00:27
Паша Осадчий
Рет қаралды 10 МЛН