কান্দি কান্দি দিন পাৰ কৰা বাইদেউ গৰাকীয়ে হাঁহি হাঁহি মোক পদূলিৰ মুখলৈ আগবঢ়ালে

  Рет қаралды 59,624

Srimanta motivator (anushilan)

Srimanta motivator (anushilan)

Күн бұрын

কান্দি কান্দি দিন পাৰ কৰা বাইদেউ গৰাকীয়ে হাঁহি হাঁহি মোক পদূলিৰ মুখলৈ আগবঢ়ালে

Пікірлер: 119
@rulirekhabhuyan3768
@rulirekhabhuyan3768 2 жыл бұрын
বহুত ধন্যবাদ চাৰ, ঈশ্বৰে আপোনাৰ মঙ্গল কৰক।
@kamalagogoi1073
@kamalagogoi1073 2 жыл бұрын
ভাল লাগিল ভিডিঅ'টো চাই ।প্ৰেৰণাদায়ক ।
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
সুন্দৰ প্ৰেৰণাদায়ক আৰু দৰকাৰি সূচনা সমৃদ্ধ ভিডিঅ'। তেখেতৰ ভাল হওক।
@bimaladas7604
@bimaladas7604 2 жыл бұрын
বহুত ভাল আৰু মনোহল বঢ়া কথা মৰমেৰে motivation দিছে সচাকৈ বহুত ‌বহুত ধন্যবাদ আপোনাক ভগৱানে মঙ্গল কৰক ধন্যবাদ
@prafullalahakar2456
@prafullalahakar2456 2 жыл бұрын
বহুত বহুত ধন্যবাদ ছাৰ, আপোনাৰ দীৰ্ঘায়ো কামনা কৰিলো।
@dipanjaliborah8322
@dipanjaliborah8322 2 жыл бұрын
Hundar lagil,krishna Pravu.
@babitakhanikor8964
@babitakhanikor8964 2 жыл бұрын
অতি প্ৰেয়নাদায়ক । তেখেতৰ আৰোগ্য কামনা কৰিলোঁ 🙏
@nirubhatta434
@nirubhatta434 2 жыл бұрын
বহুত ভাল লাগিল ভিদিও টো চাই।
@nirumonigayan3356
@nirumonigayan3356 2 жыл бұрын
বৰ ভাল লাগিল,আপোনাৰ কথাখিনি শুনি কান্দি থকা বাইদেউ গৰাকীৰ মুখত হাঁহি বিৰিঙি উঠিল। বাইদেউগৰাকী সোনকালে সুস্থ হৈ উঠক,ভগৱানক প্ৰাৰ্থনা জনালো🙏(এণ্টিমণি)
@purnimagogoimaina1078
@purnimagogoimaina1078 2 жыл бұрын
ক'বলৈ একো ভাষাই বিচাৰি পোৱা নাই। আপুনি বহুত সাহসী দাদা। সেয়েহে সকলোৰে সাহস আৰু প্রেৰণাৰ উৎস ও আপুনিয়ে । সহস্র প্রণাম আপোনালৈ🙏🙏🌺
@bijayakalita8894
@bijayakalita8894 2 жыл бұрын
কথাবোৰ বহুত ভাল লাগিছে ভাইটি
@kalpananath3301
@kalpananath3301 2 жыл бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগিল ! সকলোৰে মংগল কামনা কৰিলোঁ !
@reenadihingia4312
@reenadihingia4312 2 жыл бұрын
ভাল লাগিল। ধন্যবাদ
@hemkantaborah7434
@hemkantaborah7434 2 жыл бұрын
আপোনাৰ ব্যখ্যা বোৰ বৰ সুন্দৰ লাগে।
@jutikadeka6506
@jutikadeka6506 2 жыл бұрын
Xasai khub sundor Thanks
@roiumbon5172
@roiumbon5172 2 жыл бұрын
অতি উত্তম পদক্ষেপ, আপোনাৰ বিচাৰ ধৰা ও অন্যতম, অন্তৰৰে সলগিছোঁ আপোনাৰ কায্যক । বহুত বহুত ধন্যবাদ 🙏 ।
@poragmonibora311
@poragmonibora311 2 жыл бұрын
আপোনাৰ কথাখিনি শুনি ভাল লাগিল দাদা।
@juladas8459
@juladas8459 2 жыл бұрын
ভগবানে আপোনাক সোনকালে আৰোগ্য কৰে যেন।🙏🙏🙏
@joymatidas5460
@joymatidas5460 2 жыл бұрын
আপোণাৰ সুন্দৰ কথা খিনীয়েই সঞ্জীৱণী মন্ত্ৰৰ দৰে কাম কৰিব।আন্তুৰিক ধন্যবাদ থাকিল।
@bimaladas7604
@bimaladas7604 2 жыл бұрын
বাইদেউ গৰাকী সোন্ কালেভাল হৈ উঠক তাৰে কামনা
@jtobkitchen9366
@jtobkitchen9366 2 жыл бұрын
সচায়কৈ আপোনাৰ কথাবোৰ বহুত ভাল লাগে👌👌👌👌
@DhananjauMedhi
@DhananjauMedhi Жыл бұрын
Apuni bahut vl kotha koise. Dhannabad.
@nabajyotimohan7972
@nabajyotimohan7972 2 жыл бұрын
আপোনাৰ কথা খিনি শুনি ভাল লাগিল, ধন্যবাদ।
@toshmoyhazarika2050
@toshmoyhazarika2050 2 жыл бұрын
বাইদেউ গৰাকীৰ সোনকালে আৰোগ্যকামনা কৰিলো
@madhabbhuyan2451
@madhabbhuyan2451 2 жыл бұрын
বৰ ভাল পালোঁ। আপুনি বহু তাৰ বাবে যিয়াই থকাৰ প্ৰেৰণা। আপোনাক ভগৱানে মঙ্গল কৰক।
@gitamoniboruah5273
@gitamoniboruah5273 2 жыл бұрын
বাইদেউগৰাকীৰ আশু আৰোগ্য কামনা কৰিলো।অতি প্ৰেৰণাদায়ক ভিডিঅʼ।দাদা বহুত ভাল কৰিলে বাইদেউগৰাকীক সাহস দিলে তেখেত যথেষ্ঠ ভয় খাই আছিল হয়তু
@bontibora5561
@bontibora5561 2 жыл бұрын
1àà oo by why de mo mo ki lo ki oo BN hul by
@rirupon9251
@rirupon9251 2 жыл бұрын
কথাখিনি huni bohut val lagil baideowjoniye mongol kamona কৰিলোঁ আৰু দাদাজনলৈৱ বহুত ধন্যবাদ এই view tuye bohut val lagil thanks
@binitahazarika4801
@binitahazarika4801 2 жыл бұрын
বাইদেউক ভাল কৰক ভগৱানে 🙏🙏🙏
@binagohain9329
@binagohain9329 2 жыл бұрын
Bht hundor kotha kole sir dhonyobad
@babitatamuliborah7986
@babitatamuliborah7986 2 жыл бұрын
অতি প্ৰেৰণা দায়ী ভিডিঅ'। সকলো উপকৃত হ'ব পাৰিব। বাইদেউ গৰাকীৰ আশু আৰোগ্য কামনা কৰিলো ‌🙏🙏
@raktimsaikia354
@raktimsaikia354 2 жыл бұрын
E
@kiranpayeng1619
@kiranpayeng1619 2 жыл бұрын
দাদা, আপুনি খুবেই ভাল পদক্ষেপ সম্পাদন কৰিছা । আপোনালৈ বহুত ধন্যবাদ ।
@junalidas3795
@junalidas3795 2 жыл бұрын
ভাল লাগিল কথা বোৰ সুনি , এনেকৈ সাহস দি বুজাই দিয়া ,কোৱা ভাল দৰে এনে মানুহ জন লগ পালে বা দেখা পালে ভাল হয় কিছুমান সমস্যাৰ মাজত
@gitanjaligoswami2814
@gitanjaligoswami2814 2 жыл бұрын
ময়ো এগৰাকী ভূক্তভোগী ২০১৭ চনত মোৰো অপাৰেশ্যন হৈছিল। এতিয়ালৈ প্ৰভূৰ কৃপাত ভালে আছো। আপোনাৰ এই সাহসী যাত্ৰা অটুট থাকক।
@junaligogoi1783
@junaligogoi1783 2 жыл бұрын
অতি সুন্দৰ কথা কৈছে। ভাল লাগিল বাইদেউ গৰাকীয়ে মনত সাহস পাইছে। তেখেত সোনকালে সুস্থ হৈ উঠক
@uttarakhanddevdarshanbhaja2832
@uttarakhanddevdarshanbhaja2832 Жыл бұрын
Very nice ji mast video 🙏👍🙏
@anitakalita570
@anitakalita570 Жыл бұрын
Sir aaponar katha I bohut prerna di a aaponar jibnto aaru ujjol hok vagbanr osrt prarthna korisu
@junuhazarikadihanam375
@junuhazarikadihanam375 2 жыл бұрын
বহুত ভাল লাগিল কথাখিনি জানি ব পাৰি
@tutuborah4801
@tutuborah4801 2 жыл бұрын
বহুত ভাল ভিডিঅ এটা দিলে ককাইদেউ। কৰ্কট ৰোগী সকলক তেওঁলোকৰ বেমাৰটো লগত যুঁজিবলৈ বহুত সাহস আৰু উৎসাহ যোগাব। মনোজ দাদাক বহুত ভাল কথা এটা কবলৈ ক'লে গানৰ মাজতে। বাইদেউ গৰাকী সোনকালে সুস্থ হৈ উঠক।
@mamilabhuuyan6391
@mamilabhuuyan6391 Жыл бұрын
সুন্দৰ
@puspomalaneog4362
@puspomalaneog4362 Жыл бұрын
Aponar bahumulia poramorsoi bahut sahash Debo aru bahut kotha janala. Dhanyabad. Janalu. Logota. Bhogabanok. Parthona korisu thakhatok. Sunkala bhal korok
@assmesvideo6000
@assmesvideo6000 2 жыл бұрын
বহুত বেছি আপোনাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো। মানুহৰ মনত ধনাত্মক সহাঁৰি দিয়া বাবে সকলোৰে আশীৰ্বাদ থাকিব কৃষ্ণ ভগৱানে কৃপা কৰক
@kabitamoran6158
@kabitamoran6158 2 жыл бұрын
Bohut Val lagil .hokoluke bhogobane mongole rakhok
@binaray1181
@binaray1181 2 жыл бұрын
Bohut vhal lagiĺ bongaigaon
@minaramborah4572
@minaramborah4572 2 жыл бұрын
বৰ সুন্দৰ প্ৰেৰণাদায়ক ভি ডি অ ভাল লাগিল
@rekhasaikia7336
@rekhasaikia7336 2 жыл бұрын
😃🙏🙏Bohut val step.
@minuphukan372
@minuphukan372 2 жыл бұрын
বাইদেউ ৰ কথা কেইটাই কন্দোৱালে , নাপায় দেই মানুহক ইমান অন্তৰত দুখ দিয়া কথা ক'বলে । ভাইটি তোমাৰ কথাই মানুহক বহুত প্ৰেৰণা দিয়ে , তোমাৰ লগতে তোমাৰ আই - পিতাইক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ , তোমাক আমাৰ মাজলৈ ভগৱানে মানুহৰ ৰূপত পথালে , শুভ ৰাতি ভাইটি ।
@purushuttamgohainboruah6966
@purushuttamgohainboruah6966 2 жыл бұрын
Apunar club r member hobo parimne
@Bijoy_lakshmi_gogoi_
@Bijoy_lakshmi_gogoi_ 2 жыл бұрын
Bhut Val lagil
@jungogoi8565
@jungogoi8565 2 жыл бұрын
বাইদেউ গৰাকীৰ আশুআৰোগ্যৰ কামনা কৰিলো।
@chinmoy1839
@chinmoy1839 2 жыл бұрын
অতি সুন্দৰ ভিডিঅ' দাদা ,প্ৰেৰণামূলক সকলোৱে উপকৃত হ'ব , যিকোনো ৰোগৰ বিৰুদ্ধে সাহসী হ'বলৈ সামৰ্থ্যৱান হৈ পৰিব দাদা । বাইদেউৰ আৰোগ্য কামনা কৰিলোঁ🙏
@Aruni123-g8x
@Aruni123-g8x 2 жыл бұрын
আপোনাৰ কথাখিনি‌ৰ ইমান সহজ ব্যাখ্যা খুউব আপ্লুত হৈছোঁ, আগবাঢ়ি যাওক।
@riturajkalita2767
@riturajkalita2767 2 жыл бұрын
আপুনি মহামূল্যৱান ভিডিঅ'এটা আগবঢ়ালে। যিটো ভিডিঅ'ই দুৰাৰোগ্য ৰোগত ভুগি থকা মানুহক সাহস আৰু প্ৰেৰণা যোগায়। বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক।
@rulisaikia6020
@rulisaikia6020 2 жыл бұрын
জীৱন জীয়াবলৈ ইয়াতকৈ আৰু সঞ্জীৱনী ঔষধ একো নাই ককাইদেউ। বাইদেউ গৰাকীয়ে নিসংগতাৰ অনুভৱ কৰে বাবেই ভাগি পৰে। তেখেতৰ আৰোগ্য কামনা কৰিলোঁ। কুশলে থাকক। চেয়াৰ্ কৰিম🙏
@romenjit7549
@romenjit7549 2 жыл бұрын
God bless you all
@parismitabordoloi754
@parismitabordoloi754 2 жыл бұрын
প্ৰেৰণাদায়ক ভিডিঅ' । বাইদেউ গৰাকীৰ আশু আৰোগ্য কামনা কৰিলোঁ ।
@manjularxadhukothaarukobit3697
@manjularxadhukothaarukobit3697 2 жыл бұрын
প্ৰেৰণাদায়ক কথাখিনি বৰ ভাল লাগিল। বাইদেউৰ আশু-আৰোগ্য কামনা কৰিলোঁ🙏🙏
@kuntaladevi6378
@kuntaladevi6378 2 жыл бұрын
বৰ ভাল কথা, ভাল লাগিল, কিছুমান নজনা কথা শিকিলোঁ, কুশল কামনা কৰিলোঁ, ঈশ্বৰৰ সহায় হওঁক
@suprabhagoswami3076
@suprabhagoswami3076 Жыл бұрын
@@kuntaladevi6378 srimanta, tumi khub dangar Samantha sewa Kari Acha.tumak bhagabane sakti diyak.
@manalishagogoi8510
@manalishagogoi8510 Жыл бұрын
ভগৱানে আপোনাক ভালে ৰাখক ছাৰ
@kalpanamahanta1812
@kalpanamahanta1812 2 жыл бұрын
Bhogobane mongol korok kamona korilu
@daisybharali9469
@daisybharali9469 2 жыл бұрын
এই হাঁহি চিৰ যুগমীয়া হৈ ৰওঁক ।।। আপোনাক কি বুলি আখ্যা দিম ক'ব পৰা নাই
@krishnaborah5146
@krishnaborah5146 2 жыл бұрын
এই ৰোগত আক্ৰান্ত হৈ থকা সকলৰ বাবে অতি প্ৰেৰণা মূলক ভি ডি অ' । বহুত ভাল কাম কৰিছে ছাৰ ।
@chandrakantahaloi8204
@chandrakantahaloi8204 2 жыл бұрын
Very much impressive video I wish her quick recovery. God bless her
@anitasonowal8034
@anitasonowal8034 2 жыл бұрын
Bohut dhunia kotha koise. Thank you dada
@jyotimadeka8454
@jyotimadeka8454 2 жыл бұрын
Thank you very nice
@jinagogoi118
@jinagogoi118 2 жыл бұрын
অতি প্ৰেৰণা দায়ক ভিদিঅ। ভাল লাগিল।
@sofiuddinahmed148
@sofiuddinahmed148 Жыл бұрын
God bless you 🙏 & your s🙏🙏🙏
@khogennath3769
@khogennath3769 2 жыл бұрын
মানুহ গৰাকীয়ে মনৰ গোটেই কথাখিনি কৈছে, তেওঁ আপুনি কাষত থিয় হলত মনেৰে বহুত প্রেৰণা পাইছে দাদা।
@bobitaphukon4243
@bobitaphukon4243 2 жыл бұрын
সোনকালে আৰোগ্য হওক বাইদেউ গৰাকী । ভিডিঅ'টো চাই বহুত উপকৃত হলো ।
@digantadas5413
@digantadas5413 2 жыл бұрын
আপোনাৰ ফোন নম্বৰটো দিবছোন। ভাল লাগিল।
@jyotikadas2036
@jyotikadas2036 2 жыл бұрын
প্ৰেৰণাদায়ক ভিডিও, বাইদেউগৰাকী সোনকালে সুস্থ হওক, ঈশ্বৰে দয়া কৰক।
@nirubora3660
@nirubora3660 2 жыл бұрын
আপোনাৰ কথা খিনিয়ে ইউটিয়োপ চোরা সকলকপেৰণা, হব। ধন্যবাদ থাকিল।
@kolpochitra3869
@kolpochitra3869 2 жыл бұрын
আপোনাৰ সাহস আৰু উৎসাহে সমাজৰ অমৃতভূষণ। সহস্ৰ প্ৰণাম🙏🙏🙏🙏🙏🙏
@minaramborah4572
@minaramborah4572 2 жыл бұрын
বৰ সুন্দৰ কথা ,একেবাৰেই চিৰ সত্য ।
@Ishanborah5678
@Ishanborah5678 2 жыл бұрын
কৰ্কট ৰোগী সকলক বহুত উৎসাহ যোগাব এই vdo টোৰ জৰিয়তে🙏🙏
@gourabjyotibharali4141
@gourabjyotibharali4141 2 жыл бұрын
গৌৰৱ জ্যোতি মোৰ লৰা নাম হয়
@arpanahazarika2300
@arpanahazarika2300 2 жыл бұрын
দাদা আপুনি এইদৰেই হাজাৰ জনৰ সাহস হওক ।অশেষ আন্তৰিক ধন্যবাদ । ভগৱান তেওঁৰ সাহস হওক ।
@pollabi46
@pollabi46 2 жыл бұрын
Dada apuni baideu gorakir usarat vogoban hoi dekha dile ru teu arugiya kamona korilu apunar kothabur Jani bohut hahok hol
@ranjumonibora5588
@ranjumonibora5588 2 жыл бұрын
আপোনাৰ সুন্দৰ কথাখিনিয়ে সকলোকে উৎসাহিত কৰিব দাদা |আইগৰাকীৰ আশু আৰোগ্য কামনা কৰিলোঁ 🙏
@angelinafaidago4876
@angelinafaidago4876 2 жыл бұрын
Dada aqpuni xosake bhogoban muku apunar pora olop jiyai thokar xahokh lage plz plz dada àpaunar conteakt nmartu dibo nki
@rajballavgogoi4330
@rajballavgogoi4330 2 жыл бұрын
Khub bhal lagil
@loneesbordoloi8943
@loneesbordoloi8943 2 жыл бұрын
Val lagil jani apunr kotha bur hoi tu Aji 13 year agte jodi apunak log palu hoi mur Hasband jon stomach cancer t 6 month bemr dhora pori amr usoror pora gusi noglol hoi, hey tu time t muk aru manuh jonk hahokh diar kunu ajon nasil teu jiman bahiror manuh pora neglect paisilu tar kunu biporit nasil ghoror manuh bur aji u moi vabu teu jiai thokr hepah buhut asil moi okle teuk hahokh di u rakhib nuarilu . Apunaloi bhut bhut 🙏🙏 . Tinsukia
@srimantamotivatoranushilan8846
@srimantamotivatoranushilan8846 2 жыл бұрын
কুশলে ৰাখক ভগৱানে আপোনালোকক
@lachuboruah6360
@lachuboruah6360 2 жыл бұрын
তেখেত সোনকালে সুস্থ হোৱা কামনা কৰিলোঁ
@rumibaruah1555
@rumibaruah1555 2 жыл бұрын
প্ৰেৰণাদায়ী ভিডিঅ' দাদা, তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ 🙏
@dipadutta6631
@dipadutta6631 2 жыл бұрын
Nice.,👌
@aparajitadutta4619
@aparajitadutta4619 2 жыл бұрын
Thank you sir
@gourabjyotibharali4141
@gourabjyotibharali4141 2 жыл бұрын
দাদা মোৰ ভিডেউ টো ছোৱা পলম হল,, মই এগৰাকী বিধৱা তিৰোতা। লৰা জন্ম পৰাই বিষেশ ভাবে সখ্যম দেউতাকে পাচ বছৰ বয়সত এৰি গুচি গল । কেনে দৰে মই সাহস কৰি লৰা ১২ বছৰৰ কৰিছোঁ ভগবানে জানে কিন্তু ১২ বছৰ পাছত মানে যোৱা বছৰ দুয়োটাৰে কৰুণা হল সাহসী বাবেছাগে যুদ্ধত জিকিলো জিকি আহি দুই দিনৰ পাছত খবৰ আহিল লৰা নৱোদয় চিত পৰিখা লৰাক বহুতো সাহস দিয়াবাবে নৱোদয় চিত পায় পঢ়ি আছে মই ভাবো সেইদৰে বাইদেউ জনীয়ে সাহস কৰক। সাহসেই বাইদেউ জীবন জিন্দা বাদ। আপুনি প্রতি পৰা পৃথকে থকা তিৰোতা আৰু মই বিবাহৰ ৬ বছৰৰ পাছত স্বামী সেৰুৱা তিৰোতা গতিকে আপুনি মই সময় ৰং দেখুৱাব লাগিব, আপুনিও নিশ্চয় জানেই উভলা গছত বাগী কুঠাহে মানব জাতিতোৱে বেচিকৈ মাৰে , শেষত সাহসেই বাইদেউ জীবন জিন্দা বাদ বাই বাই
@BowarilalitasCreativity
@BowarilalitasCreativity Жыл бұрын
Aaponar Video sai vaal paiso. Aaponar Phone no paam neki ?
@Jahnobiwrites
@Jahnobiwrites 2 жыл бұрын
বৰ প্ৰেৰণাদায়ক ভিডিঅ'।
@khogennath3769
@khogennath3769 2 жыл бұрын
কৰ্কট ৰোগীক সদায় মানসিক চাপটৰ প্রয়োজন।
@niruburagohain3594
@niruburagohain3594 2 жыл бұрын
Good advice 🙏
@joonmonihazarika4627
@joonmonihazarika4627 2 жыл бұрын
Apunar kotha bur xuni bor hahokh palu..Mur Maru canser hoi dhukaise ru Mur hohur deuta u ..
@charudas947
@charudas947 3 ай бұрын
Aponaklok tiniuloklai dhanyabad janalo
@mridushmitadeughoria698
@mridushmitadeughoria698 2 жыл бұрын
Good
@vasundharaboruah7678
@vasundharaboruah7678 2 жыл бұрын
Get well soon
@jatingogoi397
@jatingogoi397 2 жыл бұрын
🙏🙏
@joyapgogoi3122
@joyapgogoi3122 2 жыл бұрын
ভুল ধাৰণাৰ বশৱৰ্তী হৈ আছে আজিও বহুলোক।এনেকুৱা ভাল কথা নুশুনে,নাচায়ো।
@arajali529
@arajali529 2 жыл бұрын
Thanks dada
@rirupon9251
@rirupon9251 2 жыл бұрын
Muru ata বহুদিনীয়া বেমাৰ আছে আজি বহু দিন ধৰি ভুগি আছোঁ এই বিষয়ে মই জানিলে মিওৱ বহু উপকৃত সম মই এতিয়া জীয়াই থাকিবৰ মন যোৱা নাই । যিহেতু মই ৰোগৰ লগত জয়ী হব পৰা নাই মই হৰ মানি b লগীয়া হৈছে ৰুগটোহহৈছে
@nabanitaborah4463
@nabanitaborah4463 2 жыл бұрын
Video2 sai kiman perona paisu bujabo nuwaru dada.. Ratipwai saisu aje.. Moiu buji paisu onuvob kribo paru anekwa kiba ata hole kenekwa ki hoi.. Dibrugarh te mur aitu bemar hoise buli wrong treat ment kora hoisile ..pist moi bahirt golu Atia moi hompurno hustho... Vogobanr usrt bohut bohut parthona teu u jate vl hoi jai...
@kajalborahkajolborah7441
@kajalborahkajolborah7441 2 жыл бұрын
Very happy
@daisykalita2666
@daisykalita2666 2 жыл бұрын
👍👍👍👌🙏
@singplay3312
@singplay3312 2 жыл бұрын
Moi agraki cancer persent kintu kintu atia hustha hoisu lahelahe voy nokrib val hob
@santihandique2010
@santihandique2010 2 жыл бұрын
অতি প
@MikuBharadwaz
@MikuBharadwaz 2 жыл бұрын
Dada apunar phone no tu dibosun
Ep : 5 I Jain Philosophy: An Introduction I Dr Vikas Divyakirti
3:29:27
Vikas Divyakirti
Рет қаралды 10 МЛН
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 7 МЛН
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Аминка Витаминка
Рет қаралды 1,1 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 137 МЛН