Рет қаралды 55,218
খাৰুপেটীয়াৰ পাচলিয়ে স্বাস্থ্যৰ ক্ষতি কৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতে খং খাৰুপেটীয়াৰ কৃষকৰ৷ খাৰুপেটীয়াত কেনেকৈ খেতি কৰে চাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালে কৃষকে৷ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে আমছু৷
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews