দৰাৰ বাবে ৰৈ থাকিল কইনা, কিন্তু বিয়া পাতিবলৈ নাহিল দৰা

  Рет қаралды 1,854,476

Asom Live 24 Digital

Asom Live 24 Digital

Күн бұрын

Пікірлер: 1 700
@sanjuktarajavlogs6378
@sanjuktarajavlogs6378 Жыл бұрын
ছোৱালী জনীক ভগৱানে সাহস দিয়ক, শক্তি দিয়ক। ছোৱালী জনি যাতে ভাঙি নপৰে।
@digantadeka7201
@digantadeka7201 Жыл бұрын
Yes
@dhanjitrabha2248
@dhanjitrabha2248 Жыл бұрын
Hoy 👍☺️
@bimanborah963
@bimanborah963 Жыл бұрын
Ni
@bimanborah963
@bimanborah963 Жыл бұрын
Nin
@BidishaChetri-h3q
@BidishaChetri-h3q 2 ай бұрын
Hoi God bless her 😢
@mouchumibaruah9486
@mouchumibaruah9486 Жыл бұрын
যি হ'ল বহুত ভাল হ'ল তেনেকুৱা ল'ৰাৰ লগত বিয়া হলে গোটেই জীৱন অশান্তিত যাব ।
@dhanjitrabha2248
@dhanjitrabha2248 Жыл бұрын
ঠিক কথা কৈছে☺️👍
@jewtihoro977
@jewtihoro977 Жыл бұрын
ʀɪɢʜᴛ
@animeshorts7427
@animeshorts7427 Жыл бұрын
Uponi thikkotha koise 👍
@PujaBoran
@PujaBoran 7 ай бұрын
By 8:55 8:55 ​@@dhanjitrabha2248
@dhrubashort4595
@dhrubashort4595 6 ай бұрын
Aru bohut vl Lora pabo
@lakhyahiragohain2011
@lakhyahiragohain2011 Жыл бұрын
ঈশ্বৰ ৰে ভাল কৰিলে কাৰণ ছোৱালীজনীয়ে বহুত কষ্ট পালে হয়। তেওঁলোকৰ কথা গম পায়।
@imhere001
@imhere001 Жыл бұрын
Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi
@nipkumar4910
@nipkumar4910 Жыл бұрын
@@imhere001 ডাঙৰীয়া আপুনি কিবা ডৰাঘৰৰ পক্ষৰ মানুহ নেকি?
@gobindabarman1102
@gobindabarman1102 Жыл бұрын
@@nipkumar4910 hobo pare suyalir goror a hoy sage vale hoyse 2 Tai kom nohoy
@justwatch4382
@justwatch4382 Жыл бұрын
@@imhere001 Biya nkoru buli kole beya msg tu diboi. Parile dusor man dibo he lage he lage
@abinashdas_aavinab
@abinashdas_aavinab Жыл бұрын
@@justwatch4382 ki msg pale o upuni
@ArupDas-qr6qc
@ArupDas-qr6qc Жыл бұрын
আপোনালোকৰ ওপৰত ভগৱানৰ আশীৰ্বাদ আছে।ভাল দিন আহিব।
@imhere001
@imhere001 Жыл бұрын
Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi
@abinashdas_aavinab
@abinashdas_aavinab Жыл бұрын
@@imhere001 upuni Kun hoi koina joni r ?
@bastabdas8344
@bastabdas8344 7 ай бұрын
বান্ধি থবো লাগিছিল সিহঁতক
@sanjuktarajavlogs6378
@sanjuktarajavlogs6378 Жыл бұрын
কইনা জনীৰ যে ভাগ্য ভাল , ইমানতে ৰক্ষা পৰিল। যদি বিয়া হৈ যোৱা হেঁতেন ছোৱালী জনিয়ে বোৰ কষ্ট ভুগিব লাগিল হয়। সেই কাৰনে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী হৈ জন্ম লোৱা টো বোৰ পৰিতাপৰ কথা। মই ও ভুক্ত ভুগি।
@nehagaming123
@nehagaming123 Жыл бұрын
মনত দুখ নকৰিবা মানুহ ধনী দুখীয়া থাকে। মই ধনী হৈ কি কৰিছো ।
@juridas6139
@juridas6139 Жыл бұрын
Moio bhukto bhugi dukhia ghorot jonmo hoi karon mor sasu Mai Moi joutuk niniar babe bohut kotha hunay anki hihotor kahit bhat khoar karoneo mok bohut beake koi
@sanjuktarajavlogs6378
@sanjuktarajavlogs6378 Жыл бұрын
@@juridas6139 nije nijor vorit thiyo hobo hikikok aru ulai Ahok tar pora. Swadhin jibon japon korok. No tanson.
@soonmoni6746
@soonmoni6746 Жыл бұрын
Thik ,moru bhut dhukh,moi u aji bhut bogtabogi
@dibakarkalita1860
@dibakarkalita1860 Жыл бұрын
Dorajon petela............... Kothaburot ohongkari jen lagei........... Dhoni manuh je kotha saji koi sualik bodnaam korise naam koi koi....dora pokhyor vdo Tu sabosun......... Bhoniek jonir kothat misa jiliki uthise....... Bou ekok santi nidile heten
@aimee890
@aimee890 Жыл бұрын
ভন্টি যি হৈ গ'ল তাৰ বাবে চিন্তা নকৰিবা এদিন দুখ লাগিব । বিয়া হোৱা হলে গোটেই জীৱন দুখ লাগিল হেতেন।
@tarusaikia657
@tarusaikia657 Жыл бұрын
বিয়া নহল ভালে হল জীয়াই জীয়াই জ্বলাই মাৰিলে হয় ঘৰত নিয়া হলে দুখ লাগে,
@sreesantgamerz2934
@sreesantgamerz2934 Жыл бұрын
এনে কোৱা কুকুৰৰ লগত জীবন সংগী পাতে নেকি। ভগৱানে তোমাৰ মংগল কৰক। বিয়া একমাত্র লক্ষ নহয়। নিজৰ ভৰিত থিয় হবলৈ শিকা।
@dhrubajyotigogoi518
@dhrubajyotigogoi518 Жыл бұрын
আপুনি সম্পুৰ্ণ কথাখিনি জানে নে ? একপক্ষ ৰ হৈ মন্তব্য কৰাতো কিমান যুক্তিসংগত ?
@justwatch4382
@justwatch4382 Жыл бұрын
Dhoni ghoror ovdro lora aibur.
@pallabichakraborty5848
@pallabichakraborty5848 Жыл бұрын
Thik koise yak jail hobo lage
@monalishatalukdar9162
@monalishatalukdar9162 Жыл бұрын
এইবিলাক চৰিত্ৰৰ কাৰণে আজিকালি লৰাই বিচাৰি বিচাৰি ছোৱালী নাপাই।পিছত কব ছোৱালীৰ ৰাখি থোৱা আছে বুলি, ইমান টকা পইচা খৰছ কৰি বিয়া হোৱা ত কৈ সেইখিনি পইচা ৰে ব্যৱসায় কৰি খোৱাই ভাল।বিয়া হব লাগে বুলি কথা নাই মাথোঁ আত্ম নিৰ্ভৰশীল হব লাগে।
@nabajyoti9096
@nabajyoti9096 Жыл бұрын
সচাই ঠিকে কৈছে,
@pratikhachetia6101
@pratikhachetia6101 Жыл бұрын
Hosake ..pisot kole ki hobo suwaliye nidiye buli
@ritamanihaloi4104
@ritamanihaloi4104 Жыл бұрын
Right
@kishurthalukdhar4911
@kishurthalukdhar4911 Жыл бұрын
Dukeyar duk koneo buze napoi maina?
@barnalibordoloi4501
@barnalibordoloi4501 Жыл бұрын
Right
@MRAxom
@MRAxom Жыл бұрын
দাদা দুখ নকৰিব, হৈ ইমান কষ্টৰে বিয়াখন পাতিছিল আপোনালোকে, কিমান হেপাহ আছিলে... But একো চিন্তা কৰি দুখ কৰি নাথাকিব, যি হৈছে ভালে হৈছে, নহলে আপোনাৰ ভন্টি বিয়াৰ পিছত ইয়াতকৈ বহুত বেছি কষ্টত থাকিলে হৈ.. একো নাই ইয়াত কৈ বেছি ভাল লৰা পাব , ভাল পৰিয়াল পাব চাই থাকক... ভগৱানে মংগল কৰক আপোনাৰ ভন্তিক মই তাকে কামনা কৰিছোঁ.. 🙏🙏🙏
@bhargabkalita4309
@bhargabkalita4309 Жыл бұрын
্ মাজনী তোমাৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ আছে। তোমাৰ ভাগ্য ভাল পাষণ্ড ৰ হাতত নাপালা। তুমি নিজকে সুৰক্ষিত বুলি ভবা।
@junhajorika669
@junhajorika669 Жыл бұрын
God bless u 🙏
@NirmolRay1996
@NirmolRay1996 Жыл бұрын
দৰা পক্ষৰ মানুহৰ মূৰত গোৱৰ আছে।।।
@ranamayabrahma1801
@ranamayabrahma1801 Жыл бұрын
গোৱৰ নহয় গুৱৰুৱাৰ বাহ আছে
@dhrubajyotidas4975
@dhrubajyotidas4975 Жыл бұрын
News live t koinar wp chat dia ase sai ahib gm pab kun khab nupua😁😁
@lakhyajitgohain1796
@lakhyajitgohain1796 Жыл бұрын
ভালেই হৈছে। ছোৱালী জনীয়ে এতিয়া তাতকৈ বহুত ভাল ল'ৰা এটাহে পাব
@ManjulataBhattacharya
@ManjulataBhattacharya 4 ай бұрын
ভগৱান যি কৰে ভালৰ বাবেই কৰে
@E-4.entertainment_01
@E-4.entertainment_01 Жыл бұрын
নাঙঠ কৰি ৰাস্তাত দৌৰাই দৌৰাই পিটিব লাগে এইবিলাকক 🤬🤬
@mahendranathnath96
@mahendranathnath96 Жыл бұрын
Right
@sangmaibawri8056
@sangmaibawri8056 Жыл бұрын
Right
@rubulali2070
@rubulali2070 Жыл бұрын
@@rubinaahmed7738 arrange marriage hole ki hl akedinai hyse nki biya khon prothome ktha hyse free hyse tar pist he biya hyse iman din ki gm pwa nsil nki suwali jni knkua aji he j kle aru xuna ajon suwali a nijor husbandk kiba bisarile dimand kra buli nokoi xeitu tair husbandr oprt thoka odhikar buli ky
@rubulali2070
@rubulali2070 Жыл бұрын
@@rubinaahmed7738 pist hole ki thik besi ksto pale hy atia aru upai nai ji hbo lga asil hl aru
@imhere001
@imhere001 Жыл бұрын
Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi
@coloursoflife943
@coloursoflife943 Жыл бұрын
যি হয় ভালৰ কাৰণে হ'য়। ঈশ্বৰক ধন্যবাদ দিয়ক আপোনালোকৰ কন্যা বাচি গল। নহ'লে অলগৰ্ধ এজনৰ লগত গোটেই জীৱন কটাব লগা হ'লহেতেন।
@Shobha2-qi7gt
@Shobha2-qi7gt Ай бұрын
00⁰0000⁰òo8898😅😮
@montudarig4737
@montudarig4737 Жыл бұрын
আইন ব্যৱস্থা হব লাগে যিমান বিয়াত খৰচ হৈছে তাৰ মূল্য দৰা ঘৰে দিব লাগে ।
@ranjanborah6503
@ranjanborah6503 Жыл бұрын
Hoi Dorai kanya poikhyar khatipuran dibo lage
@himashreedas2729
@himashreedas2729 Жыл бұрын
Right
@kaustuvvlog3934
@kaustuvvlog3934 Жыл бұрын
Right
@ujjalsaikia3365
@ujjalsaikia3365 Жыл бұрын
Right
@parbatidevi1922
@parbatidevi1922 Жыл бұрын
Yes.dibo lagay.
@binodkakati7300
@binodkakati7300 Жыл бұрын
যি হ'ল ভালেই হ'ল ! ভগৱানে যি কৰে ভালেই কৰে ! বিয়াখন ভাগিলেও ছোৱালীজনীৰ ভৱিষ্যত জীৱন ভাল হ'বগৈ ! নহ'লে ছোৱালীজনীয়ে চিৰকাল জীয়াতু ভূগিব লাগিলহেঁতেন ! ছোৱালীজনীক নতুন কৈ ভাল এখন ঘৰ চাই বিয়া দিয়ক ! সময়ে ভাল কৰি লৈ যাব ! ভৱিষ্যত উজ্বল হ'ব বুলি কামনা কৰিলোঁ !
@kornokumardoley1514
@kornokumardoley1514 Жыл бұрын
ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। সেইখন ঘৰত ছোৱালী জনী বিয়া হোৱা হ'লে গোটেই জীৱন দুখত থাকিব লগা হ'ল হয়। সচাঁ ভাল পোৱা হ'লে সোণ ৰূপ, ধন টকা পইচা নিবিচাৰে। স্বাৰ্থৰ মানুহ সেইবোৰ। তাতকৈ ভাল ল'ৰা পাব ছোৱালী জনী। চিন্তা কৰিব নালাগে, এগৰাকী নাৰীক কেনেকৈ সন্মান কৰিব তাকো নাজানে।
@ladyflora845
@ladyflora845 Жыл бұрын
দুখৰ কথা যে অসমতো এনেকুৱা হৈছে এইবাৰ। অসমলৈ কুনাম কঢ়িয়াই অনা ঘটনা। আশা কৰোঁ যে এইয়াই প্ৰথম আৰু অন্তিম ঘটনা।
@nilotpalsaikia6399
@nilotpalsaikia6399 Жыл бұрын
আপোনাৰ ভনীয়ে এদিন কান্দিছে তাক লৈ দুখ নকৰিব... তেও সেইটো পৰিয়ালত গোতেই জীৱন কান্দি থাকোঁতে গলে হয়
@aparupakalita6561
@aparupakalita6561 Жыл бұрын
Your right
@bijoysarma8673
@bijoysarma8673 Жыл бұрын
সুন্দৰ কথা কৈছে🙏
@saadamali1525
@saadamali1525 Жыл бұрын
@@aparupakalita6561 you
@rajbongshifoodkitchen5283
@rajbongshifoodkitchen5283 Жыл бұрын
Right
@Lovacurious2
@Lovacurious2 Жыл бұрын
Really..moi Takei koisu..basil..
@kennedykerketta401
@kennedykerketta401 Жыл бұрын
God has saved the girl from danger .
@priyaborgohain2479
@priyaborgohain2479 Жыл бұрын
Ji hoi valor karone hoi dukh nokoribo. Apunar vontie tatkoi besi val lora pabo
@AssamesekitchenandVlogs
@AssamesekitchenandVlogs Жыл бұрын
Right thik koise..bohut bhal lora pabo..luksan holeu eku ny ..manhu sinibo deri hol..beya manhor pora basile..biya hole bohut kosto dile hoi
@heisenberg5124
@heisenberg5124 Жыл бұрын
Hei2 agote hobo lagisl....anei luksan hol
@perfectsm6891
@perfectsm6891 Жыл бұрын
Kheitu nuhua nhoi but suwali joni respect aru ghr pariyalar respect bur akou ahib parib janu.....
@papubora8597
@papubora8597 Жыл бұрын
Kolap thakele hbo a....haibuli ari debo nuware lora tu uprt keba ata koribo
@jyotismanhazarika3524
@jyotismanhazarika3524 Жыл бұрын
@@perfectsm6891 right . ghor khonor self respect kot thakil
@MKD644
@MKD644 7 ай бұрын
ঈশ্বৰে দেখাইছে ভবিশ্বত বেয়া হব ছোৱালীটোৰ বাবে ।এটিয়াইও সময় আছে tension লব নালাগে।গঢ় bless you 🙏
@guptasarmah8949
@guptasarmah8949 Жыл бұрын
ঈশ্বৰে যি কৰে ভালেই কৰে। বিয়াৰ পিছত ছোৱালীজনীৰ বিপদহে হ'লহেতেঁন।
@ranjangogoi8249
@ranjangogoi8249 Жыл бұрын
❤🤙🤛
@anjanabezbaruah9617
@anjanabezbaruah9617 Жыл бұрын
মানুহৰ জন্ম, মৃত্যু, বিবাহ কোনোৱেই নাজানে কাৰ কেতিয়া কত কি হয় 🙏🙏
@পইতাভাতগগৈ
@পইতাভাতগগৈ Жыл бұрын
ভগৱানে ভালে কৰিলে,সেইটো মানুহ নহয় দানৱ আছিলে। বিয়া আগতেই গম পালে যে কুকুৰৰ পোৱালি কেনেকুৱা মানুহ আছে।বিয়া পাছত হয়তো তাইক কি শাস্তি দিলে হেঁতেন।
@satyagaming5173
@satyagaming5173 Жыл бұрын
Thik kotha koisa vi👍
@assameselifetips1164
@assameselifetips1164 Жыл бұрын
সেই দৰা লৰাজনৰ পৰিয়ালটো অসভ্য। দুদিন পিছত হিজিৰা হৈ ৰাস্তাই ৰাস্তাই হাত চাপৰি পইচা লব লগা অৱস্থা হব।🙏🙏🙏🙏🙏হৰ হৰ মহাদেৱ ছোৱালীজনীৰ পৰিয়ালটোক চকু মেলি চোৱা🙏🙏
@utpaltalukdar9976
@utpaltalukdar9976 Жыл бұрын
য়ৌতুক লোৱা বিলাক পুৰুষৰ নামত কলং তহঁত, লাজ নালাগে কেলা এইবিলাক আনিব কাপুৰুষ হত কেলা ৷
@1.99lakhs8
@1.99lakhs8 Жыл бұрын
um xehotor karone moi o koina napong sage
@Ariyanali1214
@Ariyanali1214 Жыл бұрын
Right
@MDjikir-ho6pw
@MDjikir-ho6pw Жыл бұрын
নিজে কাম কৰা শক্তি নাই বেতাৰ
@rirleyarfarme8133
@rirleyarfarme8133 Жыл бұрын
সৰ্ম্পন্ন বিয়াাৰ ক্ষ্যতি পুৰণ ব্যৱস্থা গ্ৰহন কৰিৱ লাগে । আৰু দৰাৰ চৰিত্ৰ আগতেইযে গম পালো ভগৱানক ধন্যৱাদ । কন্যনাই এইজন দৰাকৈ বহুত ধুনিয়া দৰা পাৱ ।
@abhijit47
@abhijit47 Жыл бұрын
অসমীয়া এষাৰ কথা আছে। ঈশ্বৰে যি কৰে ভালেই কৰে। বিয়াৰ আগতেই মানৱ ৰূপত দানৱ চিন ওলাল ।
@imhere001
@imhere001 Жыл бұрын
Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi
@uttampegu1969
@uttampegu1969 Жыл бұрын
ভগৱানে যি কৰে ভালেই কৰে। ভগৱানে তাইৰ কাৰণে বেলেগ ভাল ব্যৱস্হা কৰি থৈছে। এই কঠিন সময়খিনিত ভগৱানে তাইক শক্তি দিয়ক।
@prarinitasaikia4380
@prarinitasaikia4380 Жыл бұрын
একো বেয়া হোৱা নাই তাই ভাগ্যৰ ভাল যি কৰে ভগৱানে ভালৰ বাবেই কৰে চাব এটা ভাল ল'ৰা লগত বিয়া হব। আৰু এটা কথা এনেকোৱা চাথপৰ ল'ৰা লৈ বিয়া হোৱাত কৈ নোহোৱাকৈ থকাই ভাল।
@assamese_facts
@assamese_facts Жыл бұрын
Moi jodi Biya patu,!!!!!!!!! Okol suali jni hlei hl,, aru eku nalage☺️
@khargeswarbhai695
@khargeswarbhai695 Жыл бұрын
ভালে হল অনেকা কুকুৰৰ লগত বিয়া নিদিয়া ভগৱানে আপোনালোকৰ উপৰত আহিৰ্বাদ কৰিব এদিন ভাল দিন আহিব
@nayanrabha20191
@nayanrabha20191 Жыл бұрын
মোৰ এটা আহ্বান সাংবাদিক সকললৈ । দ'ৰাজন যাতে সামাজিক মাধ্যমত দেখোৱা ব্যৱস্থা কৰে, যাতে তাৰ আৰু তেওঁলোকৰ মানসিকতা লগতে মানুহ ৰূপী লোভিয়াহ মুখা চিনি থব পাৰে ।
@rajibdas1088
@rajibdas1088 Жыл бұрын
Thiky koisy apuni
@mathematicsconcept4604
@mathematicsconcept4604 Жыл бұрын
Dekhaise news live t. Heitu sale akou sualik bea pua hobo
@nayanrabha20191
@nayanrabha20191 Жыл бұрын
@@mathematicsconcept4604 news keita sai asu ki km publicity he hoi nase . Kunu km nohoi but first' konubai to bhul korise hitor ata porinam
@aamarprithivibharatiphukan6883
@aamarprithivibharatiphukan6883 Жыл бұрын
ভগৱানক ধন্যবাদ দিয়ক,বিয়াহৈ যোৱাৰ আগতেই দৰা আৰু দৰাপক্ষক চিনি পালে,তেনে পৰিয়াললৈ বিয়া হোৱাতকৈ ঘৰতে থকাই ভাল,ঈশ্বৰে যি কৰে ভালেই কৰে,আহিবলগীয়া দিন বোৰ এতিয়াতকৈ ভাল দিন হৈ তেঁওৰ বাবে আহি আছে, All the best
@BipulDas-oo1my
@BipulDas-oo1my Жыл бұрын
Ji.hol.vale.hol.dukh.na koriba.banti.
@robinchangmai9312
@robinchangmai9312 Жыл бұрын
যি হল ভাল হল । যদি এই লৰাজনৰ লগত সম্বন্ধ হল হয় , তেন্তে বৰ দুখ ত দিন কটাব লাগিল হেঁতেন । মই ভাবো যে তাই বৰ lucky । ভগৱান তাইৰ লগত আছে । যি হল ভাল হল । Think positive । আৰ্শীবাদ থাকিল ।
@lakhijyotichinteyvlog6378
@lakhijyotichinteyvlog6378 Жыл бұрын
বহুত দুখ লগা খবৰ😞।তেখেত কি নিজকে চিনেমাৰ গোন্দাগিৰি ভাবিছে নেকি নিজকে 😡। শিক্ষিত মানুহৰ ঘৰ হৈ শিক্ষাৰ বিষয়ে একো না জানে। যিমান বিয়াৰ কাৰণে টকা খৰচ হল, এখেতক দিবলৈ কওক। 😭😡 । একো নহয় বাইদেউ। নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ মনটোক কঠিন কৰা। ভগৱানে মঙ্গল কৰক আপোনাক।
@amirkhan6955
@amirkhan6955 Жыл бұрын
আচলতে সিহঁত কৈ দুখীয়া আৰু অসম্ভ পৰিয়াল এই পৃথিৱী ত নাই.. আপুনাৰ ভণ্টী ক ভগৱান এ বচাইছে..
@sarhandique7394
@sarhandique7394 Жыл бұрын
লোভেই সিহঁতৰ পাপ আৰু পাপেই সিহঁতৰ মৃত্যু ।
@tanmoydasvlogerandgamersuk6706
@tanmoydasvlogerandgamersuk6706 Жыл бұрын
Olp likhat vul hol nki 🤣
@tanmoydasvlogerandgamersuk6706
@tanmoydasvlogerandgamersuk6706 Жыл бұрын
@Amir khan
@dipakchetry819
@dipakchetry819 Жыл бұрын
Xosa koise
@Mariahfinnley
@Mariahfinnley Жыл бұрын
It was a good that she didn't get married with him and I think that instead the brides family they should have canceled it on spot because if on the wedding day this happened and what would have happend to my dear sister after her wedding...... What happens ,happens for good... I hope God will bless her with a much more better husband who truly deserves her❤.... Stay blessed dear❤❤
@nitusaikia4804
@nitusaikia4804 Жыл бұрын
২০ ২৫ বছৰ নিজৰ মাক বাপেকে কিমান কষ্টৰে ডাঙৰ কৰিলে আৰু হেইজনি ছোৱালীক বেলেগক গতাই দিয়াতোয়ে যুৰিছে তেহেতক আকৌ যৌতুকৰ লাগে
@khaninsarma5522
@khaninsarma5522 Жыл бұрын
Ji hoise bhal a hoise..... Bhanti gotei jibon tat kandibo loga hol hoi... Toka poisar demand di thkil hoi ...
@bhabanidas3724
@bhabanidas3724 Жыл бұрын
ভগবানে যিকৰে ভালৰ অৰ্থেই কৰে। ছোৱালীজনী ৰক্ষা পৰিল। দৰাঘৰলৈ মানুহবোৰৰ ওপৰত পুলিচ কেছ দিব লাগে।
@assamese_facts
@assamese_facts Жыл бұрын
Aji Kali nu kunubai joutuk bisare ne???!!!!!! Xi maane suali jonik vle Pua nasil, joutukor luvothe Biya patibo dhorisil
@shamimhussainpro5267
@shamimhussainpro5267 Жыл бұрын
আল্লাহে পিথীবি খনত মানব সূস্টি কৰিছেনে কলংক পাতিছেড । আৰু আপোনাৰ বহুতো ভাল হৈছে নহ'লে নিজৰ ছোৱালী টোৰ জীবন টু ধ্বংস হ'লে হেতে । ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক
@bimanborgohainbimanborgoha6361
@bimanborgohainbimanborgoha6361 Жыл бұрын
এই বাতৰি টোৱে অকল ছোৱালী ঘৰৰ মানুহক কেই নহয় আমি যে ছাই আছো আমাৰো দুখত হীয়া ভাগি গৈছে , আজি ৰ যুগতো মানুহ ইমান অজ্ঞানি থাকে নে,নমানুহ ৰ শিক্ষা দীক্ষা থাকিলেই নহ'ব মগজুত জ্ঞান থাকিব লাগিব, জ্ঞান এ মানুহ ক কেতিয়াও অহঙকাৰী নকৰে। সমগ্ৰ অসম বাসীৰ চকুৰআগত দৰাঘৰীয়া
@pahisonlinestore7305
@pahisonlinestore7305 Жыл бұрын
Thake thake...bht bea monor manuh thake
@jayantapatar1897
@jayantapatar1897 Жыл бұрын
Bhagbane suwali janik jamar duwar pora ghurai anise bhai /thanks
@digantadeka7201
@digantadeka7201 Жыл бұрын
একদম ধনী ঘৰৰ মানুহৰ লগত সংসাৰ কৰিব যোৱাৰ আগত ১০০ বাৰ ভাবি চাব লাগে। চাব লাগে যাতে ছোৱালী জনী যাই সেইখন ঘৰত সুখত থাকিব পাৰিবনে? বিলাসী বাহনত উঠি বৰ সুখত খাব পাৰিব সেইটো ভাবিব নালাগে ! লাগিলে পইতা ভাত খাই ভঙা চাইকেলখনত উঠিয়ে দুয়োৱে সাধাৰন জীৱন কটাওক তেনেকে ভাবিব লাগে কিন্তু কোনে ভাবিব!!!!!
@jayntikandha6382
@jayntikandha6382 Жыл бұрын
Lo
@ritahasnu
@ritahasnu Жыл бұрын
ভালেই হৈছে দিয়ক আগতেই গম পাইছে ল'ৰাৰ বিবেকটো। বিবাহ পিছত গম পোৱা হ'লে sister জনী বহুত দুখ পালে হয়।
@babulali3856
@babulali3856 Жыл бұрын
দৰাজনক আৰু দৰাৰ পৰিয়ালক থানাত থকা ডাঙৰ সোণৰ সাৰু পাত যৌতুক হিচাবে দিব লাগে এয়া আমাৰ দাবী ।
@poligogoi1997
@poligogoi1997 Ай бұрын
God bless you
@lofivibes_sonari
@lofivibes_sonari Жыл бұрын
দুখ নকৰিব যি হয় ভালৰ কাৰণে হয় দিয়ক। অপেক্ষা কৰক ভাল দিন আহিব
@akshayp1761
@akshayp1761 7 ай бұрын
Val hol nohole jivan postale hoi sinta nhkoriba val din ahibo❤❤
@priyashrikalita8388
@priyashrikalita8388 Жыл бұрын
নালাগে দিয়ক তেনেকুৱা এঘৰ মানুহলৈ ভন্টিক বিয়া দিব। এতিয়াও যে ইমান লেতেৰা মনৰ মানুহ আছে।
@rajaboro1952
@rajaboro1952 Жыл бұрын
News je ahise bhut Val lagil mne bhut din bhut bosor pra ei paro kowa bilakr anekuwa dhej kuja sovab ase,,,,atiya Val lagibo paro kowaye paro kowar agains kotha kobo 👍👍👍
@nabajyotisaiki945
@nabajyotisaiki945 Жыл бұрын
Dada jone kotha khini kowte dukh Mone koise.apunar vanti val lora pabo sinta nkribo. Jibonot ghat protighat thkei... loratuye val hasti pabo. Possitive thkok. God bless u
@monkeydyuvi23
@monkeydyuvi23 Жыл бұрын
Katha khini khuni dukh lagil...vgwane karo lgt jate ane nkre
@manashiintertainment3466
@manashiintertainment3466 Жыл бұрын
ভাগ্য ভাল ছোৱালী জনীৰ দাদা---🙏🙏😴😴😥ভগৱানে শক্তি দিয়ক ছোৱালী জনীক.........তাতকৈও ভাল লৰা পাব ----❤️🙏🙏🙏😪
@assamese_facts
@assamese_facts Жыл бұрын
Moi jodi Biya patu, okol suali jni holei hl aru eku nalage☺️
@niranjanengleng4187
@niranjanengleng4187 Жыл бұрын
যি হয় ভালৰ বাবেই হয়. আপোনালোকে দুখ নকৰিব ছোৱালীজনীৰ ভাগ্য ভাল বাবে বিয়াখন নহল. ভালতকৈ ভাল লৰা পাব চিন্তা নকৰিব.
@user-kh5es8is6l
@user-kh5es8is6l Жыл бұрын
ছোৱালী ঘৰৰ টকা পইছা গʼল আৰু কষ্ট ও যথেষ্ট হʼল । তথাপিও সুখৰ কথা এটা হʼল যে ছোৱালী জনী সাম্ভাব্য মৃত্যুৰ পৰা বাছিল। কাৰণ ইমান লোভী মানুহৰ ঘৰত ছোৱালী জনী নিশ্চয় সাংঘাটিক বিপদত পৰিলে হয়।যি হয় ভালৰ বাবেই হয়।🙏🙏🙏
@asrafulbulbul8128
@asrafulbulbul8128 Жыл бұрын
ধৰা ঘৰৰ মানুহ বিলাকৰ মুৰত কি আছে, বুজি নেপালো। মানুহৰ লগত ইমান বেয়াকৈ প্ৰতাৰণা কৰিব নেপায়। বৰ দুখ লগা বিষয়। ভন্টি জনীয়ে ইয়াতকৈ হেজাৰ গুণ ভাল ধৰা পাব বুলি কামনা কৰিলোঁ।
@babulborah3515
@babulborah3515 7 ай бұрын
ভগৱানক ধন্যবাদ অন্তত ছোৱালী জনী মৃত্যু মুখৰ পৰা বাচিল ।
@Urvi569
@Urvi569 Жыл бұрын
ছোৱালী জনী বাছি গ'ল বিয়া খন হোয়া নাই ভালে হৈছে দে ভগোবানে জি কৰে ভালৰ বাবেই কৰে,,,,আমাৰ গাওঁত এনেকৈয়ে এখন বিয়া হৈছিল কৈনাৰ গহোনা পাতি কাপোৰ কানি সোকলো লুতি লৈ দুমাহ পিচত ছোৱালীজনীক উলিয়াই দিছিল,,, এনেকুৱায় ছোৱালী মানুহৰ জীৱন,😥
@bichitraboro4464
@bichitraboro4464 Жыл бұрын
আজিৰ দিনটো এনেকুৱা লোভিয়া মানু্হ আছে ! বিয়াখন নহল একপ্ৰকাৰ ভালোও হৈছে। কাৰণ তেনেকুৱা মানুহে বিয়াৰ পিছত কৈনাজনিক যৌতুকৰ নামত অত্যাচাৰ কৰিলেহেতেন । মানৱতা হীন স্বাৰ্থলুভী তথা সংস্কাৰহীন আছিল দৰাপক্ষৰ মানু্হ ।
@upasanatalukdar9002
@upasanatalukdar9002 Жыл бұрын
দুখ নকৰিব, যি হ'ল ভালে হ'ল , বিয়াৰ পিছত যৌতুকক লৈ শাৰিৰীক, মানসিক অত্যাচাৰ কৰিলে হয়
@imhere001
@imhere001 Жыл бұрын
Apunaluke gmei pua nai... Koina Joni ovodro hoi tair msg bur dekhisu nhoi
@mondeepdeka5671
@mondeepdeka5671 Жыл бұрын
@@imhere001 apune koina joni kun hoi apune tene ke koise jee
@jaishreeram9655
@jaishreeram9655 Жыл бұрын
শেষত গৈ দুয়োপক্ষই ইজনে সি জনক দাবী কৰা ওলাব। ছোৱালী য়ে জোৰণ দিয়াৰ পিছতো ইটো সিটো নিদিলা বুলি ওলাব আৰু ল'ৰা জনেও ওলাব। সদায় একপক্ষীয় কিয়??
@kbentertainment2927
@kbentertainment2927 Жыл бұрын
কইনাই আৰু তাৰ অত্যাছাৰ সহিব নালাগে আগতে গম পালে সি মানুহ নহয় দানৱ 😡
@arunchbora
@arunchbora Жыл бұрын
ঈশ্বৰে যি কৰে ভালেই কৰে ৷ ছোৱালী জনীৰ বহুত কষ্ট হ’লহেতেন ৷
@monujpalak560
@monujpalak560 Жыл бұрын
এইটোক আগতিয়াকৈ চিনি পোৱাটো ভাল হল। এই পাষণ্ডটোক ক্ষতি পূৰণ বিছাৰিব।
@nurulquraanofficial.channe5344
@nurulquraanofficial.channe5344 Жыл бұрын
চিন্তা নকৰিব, ভগমানে আপোনাক সহায় কৰিব, ভাল লৰা পাব,
@atulhazarika4227
@atulhazarika4227 Жыл бұрын
গুৱাহাটী হেঙেৰাবাৰীৰ কোন এই লুভীয়া তালুকদাৰ পৰিয়াল? ছোৱালী এজনীৰ জীৱনকলৈ হেতালি খেলা । আমি গুৱাহাটীৰ বাসিন্দা হৈ অতি লজ্জিত অনুভৱ কৰিছো ।
@binudgogoi9213
@binudgogoi9213 Жыл бұрын
আইনৰ সহায় ল'ব লাগে। এজনী ছোৱালীক ইমান অপমান কৰিবলৈ কোনে অধিকাৰ দিলে। তেওঁ লোকৰ বাইভনী নাই ছোৱালী ঘৰৰ অন্তৰ বেদনা কোনে বুজি পাব।
@Miduldutta
@Miduldutta Жыл бұрын
কিছুমান কাৰ্য ভালৰ বাবে হয় এইয়া কোনো দূৰ্ভাগ্যজনক কথা নহয় , সেই ঘৰলৈ ছোৱালী জনি বিয়া হৈ যোৱা হ'লে কিজানি বৰ বাঘৰ সমস্যাত পৰিল হয় মানে ভাৱিব নোৱাৰা , গতিকে এনেকুৱা কিছুমান বিপদৰ সম্মুখীন হ'লে ভগৱানে প্ৰবেশ কৰে মনুষ্য ৰূপত , ভাল ল'ৰা ভাল সংস্কাৰ মানুহৰ পৰিয়াল পাব , এইয়া ভালৰ বাবে হ'ল বুলি এনজয় কৰক
@harenmohan6586
@harenmohan6586 Жыл бұрын
এয়াই নেকি শিক্ষীত সমাজৰ ধম।এজন লৰাৰ বাবে এজনী ছোৱালীয়ে ই ওপৰুক্ত যৌতুক।এনে নিকৃষ্ট মানসিকতা ৰ দৰাঘৰীয়াক লেংতা কৰি পিটি পিটি পিঠিত সোণৰ চেইন গঢ়াই দিব লাগে
@Miduldutta
@Miduldutta Жыл бұрын
@@harenmohan6586 right 👍
@Nabochotubai
@Nabochotubai Жыл бұрын
বহুত ভাল korile এই ধৰণৰ মানুহ লগত biya নোহোৱা tu বহুত ভাল লাগিল মই 🙏🙏🙏🙏♥️ sinta নকৰিব আগুৱাই যোৱা
@birajkonwar3605
@birajkonwar3605 Жыл бұрын
আচলতে দৰা ঘৰৰ মানু্হ বোৰে বোৱাৰী পোৱা আশাহত বিয়া থিক কৰা নাছিল। বোৱাৰী লগত যৌতুক হে বিচাৰিছিল। যি হৈছে ভালে হৈছে সেই খন ঘৰত বোৱাৰী হৈ যোৱাত কৈ ঘৰতে থকাই ভাল। যুৰ যবষ্টি কৰি ভূল কৰিছিল আপোনালোকে। অত্যাচাৰ কৰিল হয় ছোৱালী জনীক, আপোনাৰ ভন্টি আৰু আপোনাৰ পৰিয়াল লে দুই তিন দিন কান্দিব, বেয়া লাগিব, কিন্তু এটা কথা ভাবি চাওঁক, আপোনাৰ ভন্টি যদি সেই ঘৰত যোৱা হয় উৰে জীৱন কান্দিব লগীয়া হল হয়।
@khirodagogoi625
@khirodagogoi625 Жыл бұрын
সেই জন লৰালৈ কোনো ছোৱালী য়ে ভৱিষ্যতে বিয়াত বহিব নালাগে । ঈশ্বৰে যি কৰে সদায় ভাল কৰে। ভণ্টী জনীৰ দিন ভাল আছিল সেই কাৰণে ঈশ্বৰে দৰাক আহিবলৈ বাধা দিলে । ভবিষ্যতে তাইৰ খুউব ভাল মানুহৰ লগত বিয়া হব ঈশ্বৰৰ কৃপাৰ লগতে আমাৰ মনুষ্যৰো আশীৰ্বাদ সদায় আছে। কৃষ্ণ।।
@anirudhakalita4041
@anirudhakalita4041 Жыл бұрын
দুয়োপক্ষৰ মতামত লোৱাৰ পিছত আচল কথা ওলাই পৰিব। দৰাই কোৱা মতে‌ ছোৱালীজনীয়ে কিবা বেয়াকৈ কৈছে।
@maimonraba1478
@maimonraba1478 Жыл бұрын
Thanks dada. Doya kori j gorib ghoror dora hotok ahaj vat khuwale. Tat kui val lora paba daideu. Aitu biyar karne advantage buli vabi lo
@Banditaskibakibi
@Banditaskibakibi Жыл бұрын
প্ৰথমৰ পৰাই যদি তেনেকৈ কৈ আছিল কিয় নো বিয়া দিবলৈ ইমান উৎপাত কৰিছিল। এনেকুৱা ল'ৰা লৈ বিয়া হোৱাতকৈ ঘৰতে থকাই ভাল । ধনী ঘৰ দেখি বিয়া দিব খুজিছিল চাগৈ আপোনালোকেও
@abhijitbarman5730
@abhijitbarman5730 Жыл бұрын
Thik khota koisy apuni ... Dhoni ghor or lora dekha pai .. Sowali jonok.kiba koi debo parily hol.buli.vabisil sgy
@BijitTalukdar728
@BijitTalukdar728 Жыл бұрын
Apunak lora r poriyal r jen lgise...
@edu-jobcareerpoint2068
@edu-jobcareerpoint2068 Жыл бұрын
আপুনি এজনী মহিলা হৈ এনে ধৰনৰ খবৰ এটা শুনি এনেকুৱা নিকৃষ্ট কমেন্ট কৰিবলৈ বেয়া লগা নাই নে ... কি নিঃকিন ,কাঠচিতীয়া মহিলা হে আপুনি... চিহ চিহ
@spectrum8118
@spectrum8118 Жыл бұрын
Nonsense
@edu-jobcareerpoint2068
@edu-jobcareerpoint2068 Жыл бұрын
আপুনি মহিলাৰ নামত কলংক এজনী......
@labanyagogoi1426
@labanyagogoi1426 Жыл бұрын
এনেকুৱা মই বৰ হোৱা মানুহৰক এদিন নহয় এদিন সিহঁতক সেই ছোৱালীজনী আৰু মাঁক-দেউতাক বিশেষকৈ ককাইয়েক জনৰ মনত যি দুখ আৰু অপমান দিছে ;ভগৱানে তেনেকুৱা মানুহক এদিন নহয় এদিন কোনোবা এটা জনমত উক্ত ছোৱালীজনী আৰু ঘৰৰসদস্য সকলৰ যিকোনো প্ৰকাৰে ক্ষমাৰ যোগ্য হবই লাগিব নহলে পিচৰ জন্মত সেই ককাইয়েক জনৰ ঘৰত দুৱাৰ মুখত এমুঠি অন্নৰ কাৰণে বাট চাই থাকিব লগা হব পাৰে শাস্ত্ৰ মতে/মানুহৰ ধন-সোণক লৈ অসংকাৰ কৰিব কেতিয়াও নাপায়!!!!
@ajitbiswas153
@ajitbiswas153 Жыл бұрын
আইনৰ সহায় লব পৰা যায় নেকি। Obviously দৰা পক্ষৰ বিৰুদ্ধে ব্যৱস্থা লব লাগে।
@RDSProduction
@RDSProduction Жыл бұрын
আমি দুয়ো পক্ষৰে মতামত চালো । দুয়োটা পৰিয়ালেই নিৰুপায় । ছোৱালীজনীৰ মেছেজবোৰ পোৱাৰ পিছত বুজিছো যে তেওঁৰ বিহেভ আত্মসন্মান থকা পুৰুষৰ বাবে কেতিয়াও গ্ৰহণযোগ্য নহয় ।
@manalishadas2421
@manalishadas2421 Жыл бұрын
বিয়াৰ পিছত যদি বা জনীক যৌতুকৰ কাৰণে হাৰাশাস্তি কৰিলে তেতিয়া বা জনীৰ কি অৱস্হা হল হয় ভাবি চাবছোন ☺ যি হয় ভালৰ কাৰণে হয় । তেওঁলোকক যৌতুক হে লাগে 😑 কি যে মানুহ😑
@dharmendradeka8073
@dharmendradeka8073 Жыл бұрын
You are right madam
@assamese_facts
@assamese_facts Жыл бұрын
সেইকাৰণে ভাল পাই বিয়া যোৱাই ভাল
@nehaaxomrjiori4244
@nehaaxomrjiori4244 7 ай бұрын
ছোৱালী জনীৰ কপালত সুখ আছে সেইকাৰণে অসুৰৰ ঘৰত বিয়া নহল । ভাগ্য ভাল ছোৱালী জনিৰ , বিয়াৰ পিছত অশান্তি হোৱাতকৈ বিয়া নোহোৱাই ভাল ।
@deepgaming7046
@deepgaming7046 Жыл бұрын
যি হল ভালৰ বাবে হল বুলি ভাবক । যদিও বিয়া পাতি নিলে হয় পাছত ইহঁতৰ নিচিনা মথা নথকা বোৰে ছোৱালী জনিক বহুত কষ্ট দিলে হয়।
@mousumikalita3215
@mousumikalita3215 Жыл бұрын
ছোৱালী ঘৰৰ পৰা আকৌ এবাৰ খবৰ জনাব লাগে এতিয়া,,,news দিব লাগে কইনাঘৰৰ পৰা
@mouchumibaruah9486
@mouchumibaruah9486 Жыл бұрын
বিয়া হৈ গৈ অশান্তি পাই ঘৰলৈ ঘূৰি আহি গোটেই জীৱনটো মানসিক কষ্ট পাই জীয়াই থাকিব লগীয়া হোৱাতকৈ বিয়া খন কেনচেল হোৱাটো বহুত ভাল হ'ল বুলি ভাবো ।
@assamese_facts
@assamese_facts Жыл бұрын
Moi jodi Biya patu, okol suali jni holei hl aru eku nalage☺️
@zomunarajbongshiyadav2
@zomunarajbongshiyadav2 7 ай бұрын
যেতিয়া দৰাঘৰে উল্টা তেলৰ ভাৰ বিছাৰিছিল তেতীয়া কেঞ্চেল কৰিব লাগিছিল 🙏🏼🙏🏼🙏🏼 বহুত দুখজনক কথা দুখ লাগিল 😭😭😭
@dikhowporiyagavoru9839
@dikhowporiyagavoru9839 Жыл бұрын
দুইঘৰে দুইঘৰ মানুহক blame কৰি থকাতকৈ কি prove আছে নিউজ chnl ত দিব লাগে।।এঘৰে কৈছে কইনাক blame দিছে এঘৰে দৰা ঘৰক।।দৰাই কৈছে কইনাৰ মেছেজৰ scnsht আছে সেইবোৰ দেখাই দিব লাগে আৰু কইনাৰ লগতো চাগে cll recordings বিলাক আছে চাগে।।তেতিয়া ওলাই যাব কাৰ দোষ হয়।।
@labhitakalita6901
@labhitakalita6901 Жыл бұрын
এনেকুৱা পৰিয়াল এটাৰ লগত ছোৱালী জনীৰ বিয়া ভাঙি ছোৱালী জনী ৰক্ষা হে পৰিল।বিয়াৰ পিছত হয় টো তাই এইবোৰ কাৰণত অত্যাচাৰৰ সন্মুখীন হল হেতেন।
@bhupensaharia8474
@bhupensaharia8474 Жыл бұрын
In mathematics we got a chapter relation, It is not o,k to put the relation any where whatever' you like
@UddipanGuitars
@UddipanGuitars Жыл бұрын
May God bless you
@lankaroasterboy8643
@lankaroasterboy8643 Жыл бұрын
জি হল ভালেই হল তাই আজি কান্দিছে কান্দিব দিয়া কিন্তু তাৰ লগত বিয়া হোৱা হলে গোটেই জীৱন কান্দিব লগা হল হৈ ,কাৰণ লৰা জনে তোমাক ভাল পোৱা নাছিল তোমাৰ সম্পত্তিৰ উপৰ ত হে চকু আছিল 😊 লৰা জনৰ লগত যদি তাইৰ বিয়া হল হেতেন কিন্তু ছোৱালী জনীয়ে কোনো দিনে শান্তি নাপালে হৈ সম্পত্তি দিয়ক বা নিদিয়ক
@jayabhagawatipujari3265
@jayabhagawatipujari3265 Жыл бұрын
এনেকুৱা এটা পৰিয়ালৰ লগত আপোনালোক ৰ সমন্ধ নোহোৱাটো সোভাগ ।ইমানতে ৰক্ষা পোৱাৰ বাবে ভগৱান ক ধন্যবাদ । দুখ নকৰিব । খকুৱা আৰু দুষ্টৰ পৰা ৰক্ষা কৰাৰ বাবে আপোনালোকে ও ভগৱানক ধন্যবাদ দিয়ক ।ভনী জনীয়ে দুখ নকৰি এনে। মানুহৰ বিৰোধে সাহসৰে থিয় দিয়ক । তাইৰ ভাল হ ওক
@nityagogoi3903
@nityagogoi3903 Жыл бұрын
তাৰ চৰিত্ৰ কি বুজি পালা
@megharoy6133
@megharoy6133 Жыл бұрын
Dukh nokoribo ji hoi valor karone hoy. Apunar vonty heikhon ghorat goi gotei jiban dukhot thakibo lagile hy. Vogoban ase vogobane adin din dibo dada🙏
@bhabanandamedhi7774
@bhabanandamedhi7774 Жыл бұрын
অসভ্য হয় এইবোৰ । বিয়াৰ দিনবাৰ কৰাৰ আগতে মানুহ ঘৰ তথা দৰাৰ বিষয়ে জানি লব লাগে। বিয়াখন নোহোৱাই ভাল হল , হলে ছোৱালী জনীক যৌতুকৰ দাবীত মাৰি পেলালে হয়। ছোৱালী জনীক সকলোৱে সাহস দিয়ক জীয়াই থাকিবলৈ।
@makbulhussain4237
@makbulhussain4237 3 ай бұрын
ছোৱালীৰ কপাল ভাল এয়াতকৈ ভাল লৰা পাব ৰাইজৰ আশীবাদ
@majulianamika3530
@majulianamika3530 Жыл бұрын
এনেই নকয় ধনী ঘৰত চাব যাবা আৰু দুখীয়া ঘৰত খাৱ যাবা ☹️☹️ আজিৰ দিনত যৌতুক দাবি কৰা দিন নাই,,দৰা ঘৰৰ হওঁক বা কইনা ঘৰৰ হওঁক🙁, আজিৰ দিনত জনা বুজা মানুহে এনেকুৱা নকৰে 😡😡
@dhrubajyotigogoi518
@dhrubajyotigogoi518 Жыл бұрын
আমি এক পক্ষৰ কথা শুনি মন্তব্য দিয়াতো কিমান শুদ্ধ ??? কিয়নো what's app message খিনি দেখিলে একে খিনি মানুহে ইয়াৰ বিপৰীত মন্তব্য কৰিব। আৰু এটা কথা , ম‌ই কিন্তু কাৰো পক্ষ লৈ মাত নামাতো। গতিকে মোৰ মতে সকলো খিনি নজনা কৈ মন্তব্য নিদিয়াই ভাল । ধন্যবাদ ।
@Banditaskibakibi
@Banditaskibakibi Жыл бұрын
ভৰিত ধৰি ধৰি ছোৱালী বিয়া দিব যায় আপোনালোক কেনে মানীহ অ । ছোৱালী জনীৰ জীৱনটো ধ্বংস কৰিব ওলাইছিল ন । ভগৱানে ভালেই কৰিলে যি কৰিলে । আপোনালোকে নিজৰ ইজ্জত বচাব গৈ মানুহ ঘৰ বেয়া বুলি জানিও ভৰিত ধৰি বিয়া দিব গৈছিল। তাইৰ গোটেই জীৱন শেষ হ'ল হয়
@assamese_facts
@assamese_facts Жыл бұрын
Moi jodi Biya patu, okol suali jni holei hl aru eku nalage☺️
@satabdisonowal1777
@satabdisonowal1777 Жыл бұрын
Dora ghrr mnuh sake
@ProtimaNeog-n1s
@ProtimaNeog-n1s 6 ай бұрын
Val laghl
@maneswarboro9390
@maneswarboro9390 Жыл бұрын
joutuk bisara loratu loi ketiyao najaba. Aaru beleg booro taloi suwali nedibi. UP/Bihar booror culture asomot khumabo nedibo.
@njentertainment4186
@njentertainment4186 Жыл бұрын
মই ভাবো আপোনাৰ ভন্টি জনী আগন্তুক বিপদৰ পৰা বাছিলে। ভাল হব চিন্তা নকৰিব আপোনাৰ দুখ অনুভৱ কৰিব পাৰিচো। ভগবান আছে।
Крутой фокус + секрет! #shorts
00:10
Роман Magic
Рет қаралды 41 МЛН
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 10 МЛН
小丑家的感情危机!#小丑#天使#家庭
00:15
家庭搞笑日记
Рет қаралды 31 МЛН
Крутой фокус + секрет! #shorts
00:10
Роман Magic
Рет қаралды 41 МЛН