Рет қаралды 184,614
একবিংশ শতিকাৰ অসমৰ এইখন কি ছবি, কেনে ছবি?
NATIONAL FAMILY HEALTH SURVEY-Vত ভয়ানক তথ্য
অসমত গড়ে ৩১% কিশোৰীৰ নিষিদ্ধ বয়সত বিবাহ
গড়ে ১১.৭% কিশোৰীয়ে আঁকোৱালি ল’ব লগা হয় অকাল মাতৃত্ব
যোৰহাট, শিৱসাগৰৰ দৰে জিলাতো উদ্বেগজনক ভাৱে বৃদ্ধি বাল্য বিবাহ
ধুবুৰীত ৫০.৮% কিশোৰীৰ নিষিদ্ধ বয়সত বিবাহ
কঠোৰ হৈছে মুখ্যমন্ত্রী, ল’ব যাৱতীয় ব্যৱস্থাও
পিছে এই সমস্যাৰ অন্তৰালত কি?
কি কাৰণত নিষিদ্ধ বয়সত কিশোৰীক বিয়া দিবলৈ বাধ্য অভিভাৱক?
দৰিদ্রতা, শৈক্ষিক অনগ্রসৰতা নে আন কিবা কাৰণ?
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’|#PratidinTime