কি কলে ভকত বৈষ্ণৱ সকলক? মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° শ্ৰী শ্ৰী প্ৰভু পীতাম্বৰ দেৱগোস্বামীয়ে

  Рет қаралды 45,450

TENGAKHAT Live

TENGAKHAT Live

Күн бұрын

TENGAKHAT Live আমাৰ খবৰ , শুদ্ধ খবৰ। Facebook Page Please like and follow.
/ tengakhat-live-1044650...
KZbin Channel Like, Share and Subscribe.
/ @tengakhatlive2348
Registration Udyog Aadhaar AS10D0001276
M-9613220489 TENGAKHAT Live আমাৰ খবৰ শুদ্ধ খবৰ।

Пікірлер: 46
@AmusedElephant-oc7ne
@AmusedElephant-oc7ne 7 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জ্নালো প্ৰভু ❤❤❤
@biswajitbaruah3564
@biswajitbaruah3564 Жыл бұрын
Koti koti pranam prabhu
@khagensarma2187
@khagensarma2187 Жыл бұрын
প্ৰভু ঈশ্বৰ শতকৌতি প্ৰণাম । আপোনাৰ সমাজ সংস্কাৰক মন্তব্যই আমাক কৃতাৰ্থ কৰিলে। আশীৰ্বাদ কৰিব আমি আমাৰ সমাজ খন তেনে দৰে গঢ়িব পাৰো। প্ৰণাম।
@durgeswarphukan8498
@durgeswarphukan8498 2 жыл бұрын
শত সহস্থ প্ৰণাম গুৰুদেৱ।
@krishnakakaty2624
@krishnakakaty2624 2 жыл бұрын
Bohut. Dhuniya kotha koise. Xewahe. Jonaisu prou
@BhaskarDeka-qv4ym
@BhaskarDeka-qv4ym 9 ай бұрын
Hare krishna Prabhu .
@bijithazarika7363
@bijithazarika7363 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰনাম জনাইছো ।
@AnjaliBaruah55
@AnjaliBaruah55 Жыл бұрын
কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏🙏
@nitaisharma9552
@nitaisharma9552 Жыл бұрын
Bohut dhunia kotha koise provu
@binusaikia6391
@binusaikia6391 11 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@atulokalita4134
@atulokalita4134 Жыл бұрын
অতি সুন্দৰভাৱে উপস্থাপন কৰিছে। আধ্যাত্মিক শিক্ষা অবিহনে সমাজ সংস্কাৰ হব নোৱাৰে। গতিকে শিক্ষা অনুষ্ঠানত আধ্যাত্মিক শিক্ষাৰ দৰকাৰ। ভগৱানৰ বিশ্বাসী হ'লে সমাজ সংস্কাৰ হব। কৃষ্ণ কৃষ্ণ
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Hoi bhal lagil.krishna.
@monjurikagogoi1406
@monjurikagogoi1406 Жыл бұрын
প্ৰভু ঈশ্বৰলৈ সেৱা জনালোঁ। তেখেতৰ ভাষণে সকলোকে উপকৃত কৰিছে।
@khagenbhuyan6727
@khagenbhuyan6727 Жыл бұрын
Krishna, Krishna, 🙏🙏🙏🙏
@aparajitatamuli7273
@aparajitatamuli7273 Жыл бұрын
❤ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বিষ্ণু ❤
@madhurjyagogoi6085
@madhurjyagogoi6085 Жыл бұрын
কৃষ্ণ
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ জনা আপোনাৰ চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
@digantsaikia1328
@digantsaikia1328 Жыл бұрын
Krishna prabhu
@debajitborah1643
@debajitborah1643 2 жыл бұрын
Pranam Guru Dev 🙏
@bhubaneswarsaikia1098
@bhubaneswarsaikia1098 Жыл бұрын
প্ৰভু ঈশ্বৰলৈ কোটি নমস্কাৰে সেৱা জনাইছোঁ
@putuldas3984
@putuldas3984 Жыл бұрын
Kreshna
@mahendraborah4575
@mahendraborah4575 Жыл бұрын
কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰনাম🙏🙏🙏
@munmigogoi2377
@munmigogoi2377 2 жыл бұрын
Krishna
@Prashanta202
@Prashanta202 11 ай бұрын
প্ৰভু অপৰাধ হ'লে ক্ষমা কৰিব ।প ইতাভাত তামযিক আহাৰ নেকি
@asomiaasom6008
@asomiaasom6008 2 жыл бұрын
জয় গুৰু দেৱ দামোদৰদেৱ ।অসমত প্ৰথম আনুস্থানিক সত্ৰ প্ৰতিস্থাপক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ দেৱ দামোদৰদেৱ গুৰুৰ শিষ্য প্ৰভু নিৰঞ্জনদেৱ স্থাপিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ দেৱৰ সুন্দৰ ব্যাখ্যা ।
@badanchutia8428
@badanchutia8428 Жыл бұрын
ৰম ৰাম।ৰাম।ৰাম।বহো।বহো।বহোধ ধন্যবাদ
@rajibsharma6751
@rajibsharma6751 Жыл бұрын
Aijon damodoria, dangor dangor fot loa.mahapurs sankardebor kirton dahom bargeet adi damordebor neki.damudoror ki ase kobo paribo.
@asomiaasom6008
@asomiaasom6008 Ай бұрын
​​@@rajibsharma6751দেৱ দামোদৰদেৱে প্ৰথম সত্ৰ পাটবাউসী সত্ৰ স্থাপন কৰে অৰ্থাৎ দামোদৰদেৱে অসমক সত্ৰ দিলে ।দেৱ দামোদৰদেৱৰ উপদেশত প্ৰপন্ন শিষ্য ভট্টদেৱে কথা ভাগৱত ,কথা গীতা ,কথা ভক্তি-ৰত্নাৱলী লেখি অসমক গদ্য সাহিত্য দিলে অৰ্থাৎ অসমক গদ্য সাহিত্য দিলে গদ্য সাহিত্যৰ জনক দিলে বিশ্বই যানে ।গুৰু দেৱ দামোদৰদেৱে সত্ৰ বান্ধি চাৰিও দিশে শিষ্য প্ৰশিষ্যৰ দ্বাৰা সত্ৰ বান্ধি অসমৰ ৬২ % তকৈ অধিক লোকক বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰি বৈষ্ণৱ কৰাই কলুষিত লোক ,ধৰ্ম ,সমাজ সংস্কাৰ কৰিছিল ।গুৰু দেৱ দামোদৰদেৱৰ শিষ্য সকলোলে ঘোষাৰত্ন ,ভাগৱতৰ কেবাটাও স্কন্ধ অধ্যায় অসমীয়া পদত ৰচি শংকৰদেৱৰ লগত অসমীয়া ভাগৱত সম্পুৰ্ণ কৰে ,কথা ভাগৱত কথাগীতা কথাভক্তিৰত্নাৱলী ,শ্ৰীশ্ৰীকৃষ্ণলীলা কীৰ্তন ,ভক্তিবিবেক ,ভাগৱত অধিকৰম ,শৰণ মালিকা ,প্ৰসংগমালা ,শ্ৰীশ্ৰীকৃষ্ণ গীতা আদি কৰি বহু পুথি অসমক দি অসমীয়া সাহিত্য ভৰাল চহকী কৰে ।এই জআা ড° পীতাম্বৰ গোস্বামীও দামোদৰদেৱ গুৰুৰ আবদানৰ বাবে সত্ৰাধিকাৰ হব পাৰিছে খাই পাত ফলা চৰিত্ৰৰ অকৃতজ্ঞ লোকে আজি দেৱ দামোদৰদেৱক নভজি ত্যাগ কৰি নাম নলৈ গুৰু শংকৰ মাধৱক গুৰু ভজি কীৰ্তনঘোষা নামঘোষা বৰগীত ভাওনা গাই প্ৰচাৰ কৰে ।সেই কাৰণে তুমি প্ৰশ্ন কৰিছা নজনাৰ বাবে দামোদৰদেৱৰ কি আছে বুলি । ভট্টদেৱৰ লিখনীত পোৱা যায় দামোদৰদেৱে গীতাৰ ওপৰত টীকাভাষ্য লিখিছিল কিন্তু কোনোৱাই লুপ্ত কৰিছে ।বৰগীতৰ সমতুল্য গীত তিনিটা পোৱা গৈছে আজিও আছে । দেৱ দামোদৰদেৱৰ বিষয়ে নজনাটো অসমীয়া জাতিৰ বাবে কলংক ।
@asomiaasom6008
@asomiaasom6008 Ай бұрын
​​@@rajibsharma6751দামোদৰদেৱৰ কি আছে বুলি সুধিছা ?গুৰু দেৱ দামোদৰদেৱৰ বহুদিশ গুণ বৈশিষ্টপুণ সত্ৰ সমুহ আছে ,গুৰু দামোদৰদেৱৰ আজ্ঞাত শিষ্য গকলে লিখা ঘোষাৰত ,কথা ভাগৱত ,কথা গীতা ,কথা ভক্তিৰত্বাৱলী ,ভাগৱতৰ কেবাটাও স্কন্ধ অধ্যায়ৰ অসমীয়া পদত ৰচনা ,শ্ৰীশ্ৰীকৃষ্ণলীলাকীৰ্তন , ভক্তিবিবেক আদিকৰি বহু পুথি গীত পদ ঘোষা আছে তাতকৈ আৰু দামোদৰদেৱৰ কি লাগে ?দামোদৰদেৱৰ ৬২% তকৈ অধিক শিষ্য আছে তাতকৈ আৰু কি লাগে ?
@polisaikia7185
@polisaikia7185 2 жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জনাবলৈ সেৱা জনালোঁ।
@anilsaikia1554
@anilsaikia1554 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@sarbanandasingh269
@sarbanandasingh269 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 Жыл бұрын
Krishna Hori Ram Oum santi Oum santi Oum santi 🙏🙏🙏🙏
@muninoza4944
@muninoza4944 2 жыл бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।
@robinburagohain1709
@robinburagohain1709 Жыл бұрын
🙏🙏🙏🙏
@luckyboruah2478
@luckyboruah2478 Жыл бұрын
সএত এতিয়াও কিয় মূতি` পূজা কৰা হয়
@tankeswarpathak7599
@tankeswarpathak7599 Жыл бұрын
সুন্দৰ ব্যাখ্যা । সশ্ৰদ্ধ সেৱা জনালোঁ প্ৰভূ ঈশ্বৰ লৈ।
@rebotisaikia661
@rebotisaikia661 2 жыл бұрын
প্ৰভু শ্ৰীচৰণত শত কোটি প্ৰণাম জনালো৺৷
@runumoniboruah
@runumoniboruah Жыл бұрын
প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শতকটি সেৱা জনালো ।
@ranjuhazarika8799
@ranjuhazarika8799 2 жыл бұрын
Joy guru 3 you
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Xosa kotha koise Apuni.
@dipankarbora1456
@dipankarbora1456 2 жыл бұрын
Gurus Jonar Sri Charonat kokti koti pranam krisna🙏🙏🙏🙏🙏🙏🙏 Ram ram ram ram ram ram Krisna Krisna Krisna Krisna Krisna Krisna Krisna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@krishnakakaty2624
@krishnakakaty2624 2 жыл бұрын
Xoto. Ku ti. Pronam. Jonaisu. Provu
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 2 жыл бұрын
Muslimbore kiman utpat korile seibor chaok
@pallabineog7116
@pallabineog7116 Жыл бұрын
🙏🙏🙏
when you have plan B 😂
00:11
Andrey Grechka
Рет қаралды 64 МЛН
So Cute 🥰
00:17
dednahype
Рет қаралды 63 МЛН
iPhone or Chocolate??
00:16
Hungry FAM
Рет қаралды 25 МЛН
নাম প্ৰসঙ্গ @জ্যোতিময়Jyotimoy
59:53
জ্যোতিময় Jyotimoy
Рет қаралды 40 М.
ALEXANDER JACOB SIR'S SUPER SPEECH
56:44
Coast away
Рет қаралды 987 М.
Do We Have To Give Up SEX For ENLIGHTENMENT? | Monks Ask Gurudev Anything
36:39
Gurudev Sri Sri Ravi Shankar
Рет қаралды 610 М.