Mur sietica hoise.. Physiotherapy loi asu.. Apunar video sai excercise korisu❤
@youtubelover40052 ай бұрын
Nice baidew bhut dhunia katha koise
@tksarmah2632 Жыл бұрын
Back pain is found to be very common. I've been suffering from bank pain since last 40yrs at irregular intervals. Following advices of my Orthopedic surgeon and doing excercise taught by the physio therapist. The way you have explained is very understanding. Thank you.
@Rekhasvlog1515 Жыл бұрын
Thank you mam ❤️ বহুত দিনৰ পৰা ককালৰ বিষত হৈ আছে । আজি আপোনাৰ video to পাই বহুত ভাল লাগিছে ।❤ মই বহুত দেৰিকৈ ঠিও হৈ আৰু বহি থাকিব নোৱাৰো ককালৰ বিষ হয় ।❤ আপুনি আৰু এই বিষয়ে video দিয়ে যেন ।❤ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
আপোনাৰ পৰা খুব ধুনীয়া কথা শুনি ভাল পাইছিল ধন্যবাদ বাইদেউ
@Jeikeii0 Жыл бұрын
বাইদেউ মই প্ৰায় দহ বছৰ মান ককালৰ বিষত ভুগি আছোঁ।
@PhanindraRongpeeАй бұрын
Bahut Val lagise
@ParthaProtim-g9l Жыл бұрын
দীপাৱলী অলেখ শুভেচ্ছা জনালোঁ বাইদেউ ❤❤❤❤❤
@HiraKuli5 ай бұрын
ধন্যবাদ মেম আপোনাৰ পৰামৰ্শৰ বাবে
@lolitahazarika22649 ай бұрын
আপোনাৰ মতে কৰিছোঁ।চতুৰ্থ সপ্তাহ পাইছোহি।চুড়ান্ত পৰ্য্যায়ত বিষ।ডাক্তৰে কোনোৱে অপাৰেচনৰ উপদেশ দিছে কিন্তু কৰিবলৈ চিন্তা কৰিছোঁ।আপোনাক অশেষ ধন্যবাদ।
@SabitaGoswami-po6obАй бұрын
Yes❤❤❤❤❤❤❤❤
@rumaduttaborasvlogs76652 ай бұрын
I am your new subscriber ❤❤❤
@pranjoliborah8725 Жыл бұрын
❤ thankyou mam
@DipaliPanging-zf2de8 ай бұрын
Mur bohut kkalor biv hoi ase apunar video Sai bohut Kota janibo parisu mem🙏
@RenumaiMili-j9t2 ай бұрын
Nice baidew🎉🎉🎉🎉
@puspakumarkalita91653 ай бұрын
সুন্দৰ
@rupansonowal9293 Жыл бұрын
Aapunak bohut bohut dhoinybad.mur dada bohut bikhot vugi ase ami bohut jegat hospitalas korisu kintu val koribo naipora....aamar assamot val hospital kun thait pam baru.kobo neki nuk?
@PonkhiSharma Жыл бұрын
Apuni abar physiotherapy treatment korai saok
@babulsaikia7051 Жыл бұрын
Thanku....ba..thanku.
@pankeswardas34912 ай бұрын
আপোনাৰ পৰামৰ্শ খিনি বহুত ভাল লাগিলে মোৰ আজিৰ পৰা প্ৰায় ২৫ বছৰ পুৰণি ককাল বৃষ হৈ আছে ডাক্তৰক দেখোৱাত নাৰ্ভ তিনি ঠাইত চেপেতা হোৱা বুলি কৈছে এতিয়াও ভালপোৱা নাই বাইদেউ কিরা উপায় দিয়ে যেন এয়ে আপোনাৰ ওচৰত প্ৰ্থনা