সকলো খুলি ক'লে প্ৰথমবাৰৰ বাবে || মোৰ লগত যিটো ঘটনা হৈ গ'ল, মই চাগে গৈ নদীত পৰি মৰিব লাগিছিলে

  Рет қаралды 541,918

Kotha Studio কথা ( Pallabi Hazarika )

Kotha Studio কথা ( Pallabi Hazarika )

Күн бұрын

মোৰ লগত যিটো ঘটনা হৈ গ'ল, মই চাগে গৈ নদীত পৰি যাব লাগিছিলে,
মই তেওঁক শাও দিব বিচৰা নাই, কাৰণ তেওঁক বহুত ভাল পাইছিলোঁ ,ভালপোৱা মানুহজনক শাও কেনেকৈ দিবা
Assamese Podcast Ft Kalpana Kalita
Kalpana Kalita Podcast Video In Kotha Studio
Subscribe Our Clips Channel : / @kothastudioclips
Connect with us:-
Instagram :- ...
Facebook :- www.facebook.c...
KZbin :- youtube.com/@K...
For business enquiries:- kathastudiobusiness@gmail.com
Don't Forget To Like, Share, And Subscribe For More Captivating Stories And Content.
#AssamesePodcast
#kothaStudio
#podcastinterview

Пікірлер: 649
@dharmeswar63
@dharmeswar63 7 ай бұрын
যিয়ে আঁতৰি যাব বিচাৰে আঁতৰি যাব দিব লাগে। চেকেণ্ড অপশ্বন থকা মানুহৰ লগত প্ৰেম নাথাকে, থাকে মাত্ৰ স্বাৰ্থ!! Focus on your wealth, health and career 🎉 ১৪ বছৰ এগৰাকীক ভাল পালোঁ, স্বাৰ্থ শেষ হ'ল আঁতৰি গ'ল।‌ যোৱাৰ আগত আপোনাৰ দৰে এটাই কথা ক'লো ক'ৰবাত দেখা পালে মাতষাৰ দিবি, অচিনাকীৰ অভিনয় কৰিব নোৱাৰোঁ 😭
@ranjudas7942
@ranjudas7942 6 ай бұрын
Thank you বহুত সাহস পালো ।।8 years ৰ ভালপোৱা বিয়া ও ঠিক হৈছিল কিন্তু মই আৰু নাথাকো তেওঁৰ লগত কাৰণ আপোনাৰ দৰে মোকো ঠাট্টা কৰে সৰু চাকৰি কৰো assam govt ৰ অমুক তামুক... misunderstanding and all নোৱাৰিছো আৰু গতিকে সিদ্ধান্ত লৈ পেলালো।।
@Adnant732
@Adnant732 5 ай бұрын
Tente 8 yrs 2 nd hand
@GK-compititive_exams
@GK-compititive_exams 4 ай бұрын
Hahokhi swali
@jintidas8554
@jintidas8554 7 ай бұрын
ভালপোৱা মানুহজনক এৰি কেনেকৈ থাকিব পাৰি 🥺 যাক ইমান ভালপোৱা যায় কিছু সময় মাতসাৰ নুসুনিলে কোনোবাখিনিত নিজক আধৰুৱা যেন অনুভৱ হয় সেইজনক এৰি থকাটো কেনেকৈ সম্ভৱ। হয়টো সকলো সময় আৰু পৰিস্থিতিৰ দাশ। 🙂 ( ১২বছৰ একেলগে থকাৰ পিছত ইজনে সিজনৰ পৰা দূৰত থকা ভাবিলে আচৰিত লাগে)। 🥲
@hiranyarajkhowa4119
@hiranyarajkhowa4119 6 ай бұрын
সচা মৰম আৰু অন্তৰৰে আৰু সচা ভালপোৱাবোৰক লৈ জীয়াই থাকা কল্পনা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।
@priyakalita1743
@priyakalita1743 5 ай бұрын
Baa tumi bhut positive hoi 👍aitu time t tumi iman strong n lora jonir proti thoka vl vab bur hosakoi bhut vl lagise gom pai....we love you baa n god bless you baa
@frustratedtells6104
@frustratedtells6104 7 ай бұрын
খুব ভালকৈ বুজি পাও এইখিনি কথা, 6 year ৰ relationship এদিনত শেষ হৈ গৈছিল... 2023 চন তো সঁচাকৈ প্ৰত্যাহ্বান মোৰ কাৰণেও. একো আক্ষেপ নাই মোৰো 👌 কিন্তু আজি বহুত কান্দিলো এই interview তো চাই 🙏🏻 বাকী সকলোৰে ভাল কৰক নেদেখা জনে
@MOROM_123
@MOROM_123 7 ай бұрын
Kalpana baa Mr favourite hoi .. Gunjan da o mr favourite asl...ajir pra vl nlga hl gunjan dak
@jyoti2509
@jyoti2509 7 ай бұрын
ইমান শক্তি আছে আপোনাৰ গাত🙏🙏 ভুক্তভোগীয়ে জানে এই কষ্ট বেদনা বোৰ
@heeyamanirabha27
@heeyamanirabha27 7 ай бұрын
" Quality চাবি quantity নাচাবি , পইচাৰ পিছত নুঘুৰিবি , পৰীক্ষাৰ আগত কান্দিবি পৰীক্ষাৰ পিছত নাকান্দিবি " এইষাৰ কথা আমাক ও কৈছিল।
@Just_villagethings
@Just_villagethings 6 ай бұрын
Ki kola mne...kalpana baa nijei ejoni actress hoi gunjan r poisa homan tai nijei income kore
@heeyamanirabha27
@heeyamanirabha27 6 ай бұрын
Apuni hoitu gutei interview tu sua nai sale bujibo
@dipamonigogoidowerah6796
@dipamonigogoidowerah6796 5 ай бұрын
Hoi
@drishtipriyarabha5894
@drishtipriyarabha5894 7 ай бұрын
সকলোৱে কল্পনা বাৰ কথা কৈছে কিন্তু interview লোৱা বা জনি ইমান positive আৰু ইমান মৰমলগা, ইমান ৰঙীয়াল।
@pahihazarika3554
@pahihazarika3554 7 ай бұрын
অন্যতম প্ৰিয় অভিনেত্ৰী গৰাকী।অভিনয়ৰ লগতে ব্যক্তিত্বও প্রিয়। কেতিয়াবাই মনত ঠাই ল'লে তেওঁ। ভালে থাকা বা। এবাৰ লগ পোৱাৰ ইচ্ছা আছে, ঈশ্বৰে নিশ্চয় সেই ইচ্ছা পূৰাব।
@rohanchoudhuryofficial1458
@rohanchoudhuryofficial1458 7 ай бұрын
😆
@mowsumisaikia9737
@mowsumisaikia9737 7 ай бұрын
প্ৰেমত প্ৰতাৰণা কৰি কোনো সুখী হব নোৱাৰে এদিন সকলোৱে ভুগিব।
@priyankasaikia5302
@priyankasaikia5302 7 ай бұрын
21:29 ডাক দিয়া কুকুৰা বোৰৰ কাণেই বহুত সম্পৰ্ক আধৰুৱা হৈ ৰয় জানানে বা 😢😢😢,,,, গুঞ্জন দাই ভুল কৰিলে,,,,, কল্পনা বা সচাই বহুত সাহসী,,মানিছো,,,,কাৰণ 12টা বছৰৰ ভাল পোৱা ইমান সহজ নহয়,,, অন্তৰ খনে চাগে কান্দিছে,,,, কিন্তু,,,,,🥺🥺🥺 ভালে থাকা,বা,,,আতৰি যোৱাবোৰক যাবলৈ দিয়ক,, কিজানি বহুত বেছি ভাল ৰৈ আছে,,,,💓💓💓💓
@jinaborgohain1909
@jinaborgohain1909 7 ай бұрын
আজিৰ কথা ষ্টুদিয়ৰ কথায়ে সচাঁকৈয়ে সন্মোহিত কৰিলে । তেওঁৰ বলিষ্ঠ কন্ঠৰ আৰঁত এক হৃদয় ভৰা মৰমেৰে আকোৱালি লোৱা আৰু বিদায় দিব পৰা সৰল অনুভবি মন এটি জাগ্ৰত হৈ আছে বাবেই আজি সাৱলিল গতিত আগুৱাই যাব পাৰছে । দুয়ো বহুদুৰ আগুৱাই যোৱা মনৰ হেপাহেৰে তাকে কামনা কৰিলোঁ ❤❤।
@sweetydeka5482
@sweetydeka5482 6 ай бұрын
কথা কোৱাৰ ধৰণ বহুত ভাল লগা। গীত টো বৰ ভাল লাগিল। আগন্তুক সময়লৈ শুভেচ্ছা থাকিল বহুত বহুত।
@babuphukan8920
@babuphukan8920 7 ай бұрын
CORRECTION ----- jodi guest gorakik KHABOLOI mationa hoi tetia "NIMONTRON" xobdo tu use kora hoi, aru jodi guest gorakik KOTHA patiboloi ba BARTA-ALAAP koriboloi mationa hoi tetia "AAMONTRON" xobdo tu use kora hoi.
@Kothastudio
@Kothastudio 7 ай бұрын
মই আগলৈ মনত ৰাখিম , ধন্যবাদ
@JapaniBorah
@JapaniBorah 6 ай бұрын
@anjugoswami1396
@anjugoswami1396 6 ай бұрын
​@@Kothastudio00⁰⁰⁰0⁰00q😊😊😊😊😊😊😊😊
@SurprisedMountainRange-co9fi
@SurprisedMountainRange-co9fi 5 ай бұрын
😊
@chumkibora638
@chumkibora638 4 ай бұрын
Thanks hikilu
@flyingbird131
@flyingbird131 7 ай бұрын
কল্পনা বাক বৰ ভাল লাগে দেই❣️যি হয় ভালৰ বাবেই হয়।আমি সদায় হৈ যোৱা ভাল ঘটনাবোৰ সামৰি ৰাখি বেয়াবোৰ আমাৰ জীৱন নাটৰ এটা অংশ বুলি পাহৰি যাব লাগে। গুঞ্জনৰ মুখখন দেখিলেই আগৰ পৰাই ঠগিব দৰেই লাগে,,হলেও ভাল লাগিছিল বাৰু অলপ,কিন্তু এই কথাটো গম পোৱাৰ পিছত বেয়া লাগি গল।
@BhaskarDuttapurbanchal
@BhaskarDuttapurbanchal 6 ай бұрын
Bhal Lagil... She is really a brave lady....and positive podcast
@jibonorheujia...8263
@jibonorheujia...8263 7 ай бұрын
তোমাৰ সাহসক সন্মান জনাইছো। ভুল যাৰেই নহওক কিন্তু বাৰ বছৰৰ সম্পৰ্ক এটা ভাগি যোৱাৰ পাছত ভাগি নপৰি আগুৱাই যাব পৰাটো বহুত ভাল কথা। তুমি বহুতৰে প্ৰেৰণা হৈ ৰ'বা।
@silpigogoi9520
@silpigogoi9520 7 ай бұрын
কল্পনা বা সছাঁই বৰ সৰল মনৰ অধিকাৰী।কথাবিলাক শুনিলে শুনি থাকিব মন যায়।আগুৱায় যোৱা সদায়।
@p.dvlogs1326
@p.dvlogs1326 6 ай бұрын
13years asilu relationshipt. Kenekoi heruab loga hol nije najanu. Eta kothai xikilu jot biswas nai sei relationship 13years kio tatkoi besi years holeu nathake💔💔
@BorshaBorah-vx4yi
@BorshaBorah-vx4yi 7 ай бұрын
"সৰু মা সদাই quality চাবি quantity নাচাবি,পইছাৰ পিছত নুঘুৰিবি ...আহিব টোৰ যেতিয়া আহিব লগা আছে,পৰীক্ষাৰ আগত কন্দিবি পৰীক্ষাৰ পিছত নকান্দিবি কাৰণ তোৰ desition তোৰ কথা"।
@KrishnaniGogoi
@KrishnaniGogoi 7 ай бұрын
ইমান সুন্দৰকৈ ক'লে কথাবোৰ.. সঁচাকৈ বহুত বেছি ভাল লাগিল আজি এই interview..❤❤
@dulumonidas473
@dulumonidas473 7 ай бұрын
কল্পনাৰ podcast চাই বহুত ভাল লাগিল। তেওঁৰ positivity honesty spiritual ❤
@krishmitadas2937
@krishmitadas2937 7 ай бұрын
Gunjan da tumak vl paisilu ajir pora ru vl pau buli nokou ru ...beya lagil huni ..kalpana ba tumi aguwai goi dekhuwai diya 👍👍
@rohanchoudhuryofficial1458
@rohanchoudhuryofficial1458 7 ай бұрын
Kalpanao fotua
@c_ba_015
@c_ba_015 6 ай бұрын
You should not judge when you don't know the story... however one sided story is always one sided....Kalpana is a disgusting lady...lukor haga xodaiye bea gundhai...
@phulmaivlogs1752
@phulmaivlogs1752 7 ай бұрын
ভুক্তভোগী বা😢কিন্তু এতিয়া নিজক সাহসী কৰিছো। মা-দেউতাৰ বাবে সকলো কৰিম,,, যাৰ সৈতে হয় তেওঁ হে বুজিব পাৰিব।
@nikumoni_628
@nikumoni_628 6 ай бұрын
Apuni mukhere prakakh nkrilew apunar dukh ksta anuvab krib parisu baa😢😢. Hdai aguwai juwa apuni ❤❤
@taralisaikia8281
@taralisaikia8281 7 ай бұрын
অ ভগৱান 🙏 কিবা এটা যেন বিশ্বাস হোৱা নাই 💞 বেয়া লাগিল huni কল্পনা বা 😭 গুঞ্জন দাই বেয়া কাম কৰিলে,12 বছৰ relation ata এনেকৈ শেষ হৈ গল নে, আমি ছোৱালী বোৰে মানুহ চিনি পোৱাত বহুত দেৰি কৰি দিওঁ, haibabe পাছত postau 🥹
@Himashreebhdas
@Himashreebhdas 7 ай бұрын
Hosa kintu dei
@joutisankarpatowary2836
@joutisankarpatowary2836 7 ай бұрын
আৰু লৰাৰ 11 বছৰ সম্পৰ্ক শেষ হলে ছোৱালী বোৰ ও কম নহয়
@BinkuSaikia-wv9sy
@BinkuSaikia-wv9sy 5 ай бұрын
Muo baa 12 yous vall pai bera patey lu, Kenton muo hak hoi gol sob,
@taralisaikia8281
@taralisaikia8281 4 ай бұрын
সঁচা অ
@PodmoMoran-mc3mr
@PodmoMoran-mc3mr 7 ай бұрын
সৰল মনৰ ছোৱালী কল্পনা বা সদায় আগুৱাই যোৱা কেতিয়াবা লগ পোৱাৰ আশা থাকিল❤
@diipakkgogoi3252
@diipakkgogoi3252 7 ай бұрын
ইতিহাস সাখি আছে। আজি যদি কন্দুয়াছে কাইলৈ এদিন সি কান্দিব লাগিব, বহু উদাহৰণ নকলেওঁ বুজিব 👍
@umanandadas1479
@umanandadas1479 7 ай бұрын
Kia ktha aibu
@nillnayanvlog8895
@nillnayanvlog8895 7 ай бұрын
Yes
@Ghbb2
@Ghbb2 7 ай бұрын
এইচাত শ্যমন্তিকা ক দিলে নি বাৰু😂😂
@diipakkgogoi3252
@diipakkgogoi3252 7 ай бұрын
@@Ghbb2 তাকে হে 😏
@joutisankarpatowary2836
@joutisankarpatowary2836 7 ай бұрын
চ্যমন্তিকা😂😂
@dhandevi3879
@dhandevi3879 6 ай бұрын
Tumaluk hoise oxomor hompod... bahut bhal lgil...Kalpana tumi bahut besi dhunia hoy....monor pora taatutkoi besi dhunia hoy...tumar kotha khini a mon sui gol...kaaru proti bea bhab nerakhi bhal bur loi aguwai goisa...kaarubak khoma koribo pora gun tu xokolure nethake. Kintu tumar xei gun ase....tumi jiwanat bahut aguwai jaba... bhagawan tumar xohai howk.. Ji hol bhalar karane hol....tumar bahut bhal hobo loga ase...xei karanei tumar logot bhagawan a enekua korile....ji jon lorai tumak biya patibo teo bahut bhagyawan hobo...aaru Pallavi apunar kotha studio r pora bahut upokrito hoisu.....nojona kotha bahut xikibo parisu....bahut bahut dhanyavad
@paparisarma2134
@paparisarma2134 7 ай бұрын
বৰ দুখ পালোঁ। কল্পনাই কৰিব পৰা নাই! গুঞ্জনে কিয় এনেকুৱা কৰিলে? ৰিম্পি দাসৰ বিয়াৰ সময়ত ঠিকেই দেখিছিলো!কিবা হ'ল???! ইমান ব্যক্তিত্ব থকা ভাল ছোৱালীজনীক হেৰুৱাই ললেদেই.. অত্যন্ত দুখ পালোঁ!
@bhaswatidas3538
@bhaswatidas3538 7 ай бұрын
Munmi phukan humaise bule duijon r majot
@girly4648
@girly4648 7 ай бұрын
Munmi phkoonr divorce hoise nki??
@bhaswatidas3538
@bhaswatidas3538 7 ай бұрын
@@girly4648 fb t paisu husband r ghar r pora gusi aha buli.. confirm najanu
@junalirabha3969
@junalirabha3969 7 ай бұрын
Edussezrlsx
@nayanadas6422
@nayanadas6422 7 ай бұрын
বিশ্বাসঘাটকতা খিনিক চেলেঞ্জ হিচাপে লৈ আৰু ভাল কাম কৰি আগবাঢ়ি যোৱা।
@diljaanmedhi1378
@diljaanmedhi1378 7 ай бұрын
Bohut dux lagise ba tumi khodaye vhale jiyai thaka
@shyamolimadutta8022
@shyamolimadutta8022 7 ай бұрын
Kalpana is a strong lady.. So very matured and calm at the same time. God bless her.
@gayatribaruah7801
@gayatribaruah7801 7 ай бұрын
Kenekua dhunia mat. Bohut val lagil gutei podcast tu. Congratulations for the award. Kotha Studioi bohut val kam kori ase jibur amar proyujon. Thank u
@jimlibharali6843
@jimlibharali6843 6 ай бұрын
দেউতাই কয় - Quantity নহয় quality চাবি, পইচাৰ পিছত দৌৰিব নালাগে, পৰীক্ষাৰ আগতে কান্দি লোৱা পিছত কান্দি লাভ নাই।
@smitadas622
@smitadas622 7 ай бұрын
Bhut vl lge apunar obhinoy n apunaku,,, apunar rlsn break huwar kthatu suni bhut beya lgil,,,, moi o mur 14 years vl somporko vl bondhu ajn heruwalu 2023 t,, apunr kthakhini suni sahokh palu ba,,,,
@rashmidas1070
@rashmidas1070 6 ай бұрын
Aguwai jowa 😊jibont ji hoi valor karne a hoy ,ji hoi goise xai to vabi lav nai , God bless you Baaa ❤❤
@PadmaSaikia-v6m
@PadmaSaikia-v6m 7 ай бұрын
ৰুন আৰু ঝুনৰ মাক গৰাকীক বৰ ভাল লাগে, তেখেতৰ অনাগত দিনবোৰত মনৰ জোখাৰে সুখী হয় যেন, তাকেই প্ৰাথনা জনাইছোঁ ভগৱন্তৰ ওচৰত
@runabhuyan88
@runabhuyan88 7 ай бұрын
Val lagile sai. Aru dukh palu..... Apuni kuar dore korma fol paboloi besi din nalagibo tu...Mur logot o apunar dore hoise aru already dekhilu sokur agot jar babe anekua korisil heigorakie teo logot same korise. Bholenath ass amar logot apunio result pabo xunkale.
@MainaBarman-ui2hs
@MainaBarman-ui2hs 7 ай бұрын
Omm namah shivay 🙏
@ratnawaliborah5103
@ratnawaliborah5103 7 ай бұрын
A break up after madness love is very hard to accept easily... But i must say you are a very nice women can handle every hard situation. Your personality explains that you are a very good lady. Luv you dear... God is for us... Js go ahead..
@LovelyBeachHammock-lx5se
@LovelyBeachHammock-lx5se 7 ай бұрын
Aji aku dukh lagil...nijor hei dinbur monot pori gol...ji hoi bohut besi val hoi...aji mur bohut val din ahil aji11bosor agot hei manuhjon mur pora atori nujuà hole mur bohut beya din solil hoi.. kunubai jodi karubak dukh diye dukh puwa jonik vohobane bohut besi val din diya ai kothatu monot rakhiba sun....adin hisa hoboi....
@dhunup1501
@dhunup1501 7 ай бұрын
Every pain gives a lesson and every lesson change a person. Thanks a lot.
@nijumonikalita531
@nijumonikalita531 7 ай бұрын
সৰু মা, কামৰ সদায় quality চাবি, quantity নহয়।পইচাৰ পাছত নুঘুৰিবি, তোৰ যেতিয়া আহিব লগা আছে আহিব।
@bornalikonwar4083
@bornalikonwar4083 7 ай бұрын
Val lagil ....kalpana ba bht strong hoi tumi,,,,agbarhi jua vl a thaka,,,vogoban tumar hahokh houk,hustho thaka,vl vl kam kori jua,,,
@rohanchoudhuryofficial1458
@rohanchoudhuryofficial1458 7 ай бұрын
😆
@ManoTalukdar-cg2mu
@ManoTalukdar-cg2mu 6 ай бұрын
কল্পনা বা হৈ যোৱাতো যাৰ জীৱনত হৈছে তেওঁহে ভালকৈ বুজি পায়। আপুনি মূখত হাহি আৰু আনন্দৰে আগবাঢ়ি যাওক।আৰু মেঘমলা ছিৰিয়েল খনত মাহিমাৰঅভিনয় কৰি ভাল আদৰ্শ দেখুৱাই দিছে্।
@Rimpiiiiii
@Rimpiiiiii 7 ай бұрын
18:57 her break up story starts from.
@shawnmichael2754
@shawnmichael2754 4 ай бұрын
Thank you soo much vai
@hrx1998
@hrx1998 3 ай бұрын
Thnx bhai ,,,,,
@monishatamuly791
@monishatamuly791 7 ай бұрын
তেওঁ কথা বিলাক শুনিলে শুনিব মন যায়। তেওঁ এগৰাকী শক্তিশালী নাৰী হয়
@GitumoniKochari-bz7hx
@GitumoniKochari-bz7hx 7 ай бұрын
My favourite actress Kalpana ba Tumi aguwai jua.
@JoyshreeBora-lc9zh
@JoyshreeBora-lc9zh 7 ай бұрын
Mur parents within 1year expired hoise ..Mur kunu duniat nai siblings nai .upsc karone preparation kori thakute Mur maa cancer hol Mur baba ma dhukua karone cardic arrest hol ..aibur bajura kothat depression .😂 Prosnoi nahe ..life partner brkup hole Dunai belegor lgt 2nd chance lobo pari but parents ketiyau nahe so parents always ultimate love❤
@Ladyofpower
@Ladyofpower 6 ай бұрын
Exactly
@pranitaboro-l9j
@pranitaboro-l9j 4 ай бұрын
Exactly
@Muk-bt5ik
@Muk-bt5ik Ай бұрын
Love to you Both ❤️❤️ & sending good vibes 🤗🪄🪷from Suman Baruah Sarma 🙏
@biswajitdas7510
@biswajitdas7510 6 ай бұрын
Past karma / karmik clen hoi gol new journey start .... Up coming true love ❤ soulmate💕 wating for u. whisg Univers support 4 u forever ✌🏻🎉 tq 😄
@BobySaikia-b6r
@BobySaikia-b6r 3 ай бұрын
Congratulations kalpona। সুখী হোৱা মনৰ জোখাৰে
@jafringogoi3840
@jafringogoi3840 7 ай бұрын
Ba apuni aguwai যাওঁক ❤ বেলেগ যে দুখ দিয়া বোৰ ভাৱি নাথাকিব ❤ গুঞ্জন দা আপুনি কিন্তু বহুত ভাল সম্পদ এটা আপোনাৰ পৰা আঁতৰ কৰিলা
@prasantkasyap3922
@prasantkasyap3922 7 ай бұрын
I already knew Gunjan was not serious about his relationship even he has no any seriousness in his personality...I met him personally at a shoot so i observed that...And he has not succeeded on his own in film industry...If Rimpi das were not in this field today he never get popularity very easily...He could have been faced lots of obstacles to get the fame...I have never seen that quality in him as an actor...So He should not be proud of it....👍☹️
@rashmitabora3849
@rashmitabora3849 7 ай бұрын
অন্যতম প্ৰিয় অভিনেত্ৰী গৰাকী মোৰ। তোমাৰ কথা বোৰে মন চুই গ'ল বা । তোমাৰ কথাৰ পৰা নিজকে বহুত সাহসী কৰিলো। আৰু আগুৱাই যোৱা সদায় কুশলে থাকা ❤️❤️❤️
@arupdas3027
@arupdas3027 7 ай бұрын
Gunjan da tumi bohut beya kam korila....tumak kintu bohut beya paisu...
@mahantaAnjomonimahanta
@mahantaAnjomonimahanta 2 ай бұрын
মানুহে হাহিলে ভাল ।হাহিব দিবা ভগৱান সহায় হয়।আশীবাদ সদায় আছে ।আৰু আগুৱাই যোৱা।
@manash1964
@manash1964 4 ай бұрын
42:24..... Priyanka Chopra je bohut dhuniya dei...Even during her Miss World win
@BarshaGogoi-z1q
@BarshaGogoi-z1q 6 ай бұрын
Hodai happy thaka baa tumar kotha bur huni bhut dukh lagil lgte tumar dore hahokhi agoraki eman dhunia kotha botora morom loga koi olpu attitude nedekhilu...adin lg pam buli akha thakil vale thaka happy thaka god bless you ❤
@karabiray7310
@karabiray7310 7 ай бұрын
সচাই কল্পনা বা আপুনি বহুত strong। মোৰ লগত এনেকুৱা হোৱা হলে মই হয়তো কোনোপধ্যে জীয়াই থাকিব নোৱাৰিলো হয়। আপোনাৰ কথাখিনি শুনি মোৰ চকুপানী ওলাই গল।love u ba❤❤❤
@Assamesegirl9864
@Assamesegirl9864 4 ай бұрын
Same moiu
@SiNGleBiRd-1998
@SiNGleBiRd-1998 7 ай бұрын
Anei moi podcast nasaw bore lge .kin2 kalpana bar karone sai delu full episode. Lots of love Kalpana Baa
@dipankardarrangia8130
@dipankardarrangia8130 7 ай бұрын
বা ৰ কথা খিনিয়ে হৃদয় চুই গ'ল❤❤❤❤
@NOMITAkhonikor
@NOMITAkhonikor 7 ай бұрын
Very strong lady God bless you siso
@mitugoswami8763
@mitugoswami8763 7 ай бұрын
সচাঁকৈয়ে কল্পনাক প্ৰথমৰেপৰা ইমান ভাল লাগে নহয়, আৰু আজি ইমান ধুনীয়া মনৰ কথাবোৰ শুনি সচাঁকৈয়ে বহুত বেছি ভাল লাগিল ❤❤
@স্মৃতিবৰাশইকীয়া
@স্মৃতিবৰাশইকীয়া 3 ай бұрын
কল্পনা বাৰ কথাবোৰ বহুত ভাল লাগিল,,,ইমান ধুনীয়া চিন্তাধাৰা ❤
@madhusmitadevi3426
@madhusmitadevi3426 7 ай бұрын
Bukukhn bikhai goise khbr tu huni😭😭.. Ba tumi xosai bohut strng aru agbahi jua life ot.... Bhl bhl kam upohar dia raijok❤❤❤
@bharatiborah8630
@bharatiborah8630 7 ай бұрын
তোমাৰ দৰে অৱস্থা বহুতৰ জীবনতে হয় তোমাৰ নিজ মূখেৰে সকলোখিনি শুনি দূখো লাগিল আৰু ইমান শত সাহসী হোৱাৰ বাবে ভাল লাগিল সাহষৰে আগুৱাই যোৱা আশীৰ্বাদ থাকিল।
@Sumu154
@Sumu154 7 ай бұрын
কল্পনা বাক ভাল লাগে । তেওঁৰ সকলো ইন্টাৰভিও মই চাও ❤❤🎉🎉বহুত স্মাট হয় কথাবোৰ ।
@rohanchoudhuryofficial1458
@rohanchoudhuryofficial1458 7 ай бұрын
Fotua
@tejaswinin7936
@tejaswinin7936 4 ай бұрын
Kisumn lora r krne ata homoy ahe jot kunu lora ke blv kribo nuarar dore hoi jai.. ajikli buji pao কাকো কেতিয়াও নিজতকৈ বেছি বিশ্বাস কৰিব নালাগে। কষ্ট বহুত হয়। কোনোবাই কম সময়ত আগবাঢ়ি যাব পাৰে আৰু কোনোবাই নোৱাৰে। চব নিজৰ স্বাৰ্থতে আহে আৰু যায়
@bhaskardutta1423
@bhaskardutta1423 6 ай бұрын
God bless you ba ❤2 jon a hukhi hoi thaka
@paporigogoi9547
@paporigogoi9547 7 ай бұрын
আমাৰ আৰ্শীবাদ আছে ভাল হওক তোমাৰ সদাই আৰু আগুৱাই যোৱা ভগৱানে মঙ্গল কৰক তোমাক
@EmoniBorah
@EmoniBorah 4 ай бұрын
Ji korai valei kore vogobaner,সফল হবই আগবাঢ়ি যোৱা,শুনি বেয়া লাগিল কিন্তু ,বহুত সাহসী তুমি, শুভেচ্ছা জনালোঁ ❤️❤️
@kabitasaikia6078
@kabitasaikia6078 5 ай бұрын
Moiu par korisu ei2 xomoy.bahut kosto paisu depressiont goisilu.kin2 family support thakile sob thik hoi.etia bahut xukhi maa durga kripat ji hoi valor babe hoi.be strong ba.love u
@bhagyasreehazarika122
@bhagyasreehazarika122 7 ай бұрын
Ronga Tapu r trailers t duike ekeloge dekhisilu, tetiau gom pua nasilu duijon extra hol buli, nedekha nadir ghat bor val lagisil siriel khn❤ ajiu mnt ase
@kiranbora6415
@kiranbora6415 4 ай бұрын
যিমান confident তথাপিও যেন কিবা এটা ক'ৰ বাত মনৰ কোনত এটা ছাঁ থাকাৰ অনুমান অনুভৱ কৰিছোঁ। বেয়া নাপাবা
@kkvlog5507
@kkvlog5507 7 ай бұрын
Bhal loga manuh goraki❤ aguwai jua Kalpana baa
@porichutia093
@porichutia093 5 ай бұрын
Kobole he kalpona ba ..bohut dukht ase teu tthapiu hahi ase😊💚
@DipikaMedhi-t8n
@DipikaMedhi-t8n 7 ай бұрын
কল্পনা তোমাৰ অভিনয় চায় ভালপাও|
@pubaliborah7017
@pubaliborah7017 7 ай бұрын
উত্তৰ:"কান্দিলে পৰীক্ষাৰ আগত কান্দি ল পাছত কান্দি লাভ নাই"
@JuriDeka-x5y
@JuriDeka-x5y 6 ай бұрын
Biyar agote aponi teok sini pale bht val hl ako beya howa nai aponar life tu sage Val hbo but moi mor manuh tok Buji napai atiya Swami gharr pora guchi ahib lga hl...mor he jibon bht dukhr baaa
@RupjyotiBaruahRB
@RupjyotiBaruahRB 7 ай бұрын
Atori jabo Diya .Dukh nokoriba.Tumak Bea puwa manuh Jon gusi goise Tumi kio dukh koriba.Agoloi bhal dore agbarhiba jate dukh nupuwa agoloi.nohole tew hahibo
@kusumcreation8873
@kusumcreation8873 7 ай бұрын
Kalpana kolita acting val lage.
@AnjulataPegu-fm4bo
@AnjulataPegu-fm4bo 7 ай бұрын
কাৰোবাক কন্দোৱাই কোনেও হাৰিব নোৱাৰে।ভগৱানে বিচাৰ কৰিব।
@Pallforever
@Pallforever 7 ай бұрын
Kalpana baa apunk dhekhi moi bht haokh piso krn mor o recently brkup hoise 3yrs r ata samporko..moi o njke khub control koriso krn amr lgt g hoi hodai Val a hoi..so baa aag bharok njr Kam kri jauk..ru tnk u j moi o apunr pora aji bht encourage pisu😊😊
@lilipatar3642
@lilipatar3642 7 ай бұрын
3:41
@assamesevlog8335
@assamesevlog8335 3 ай бұрын
Tumalukor jodituk Bohut val lagilsil..hbo diya ji hoi valor karone hoi ..
@arpanamahanta2746
@arpanamahanta2746 7 ай бұрын
Kalpana is a brave girl
@mriduladeka7465
@mriduladeka7465 5 ай бұрын
সছা কথা বহু ত ভাল পোৱা জনক কেতিয়াও অভিসাপ দিব নোৱাৰি মনৰ দূখ লাগে সছা কিন্তু তথাপিও তাকে মৰম ভালপোৱা থাকি যাই
@RosmiRekhaBorah
@RosmiRekhaBorah 3 ай бұрын
Kalpanar abhinoy bhut xundar.past 2 baad di aguai jua.
@munmibora9430
@munmibora9430 7 ай бұрын
❤my fav kalpana kalita❤ Emn xundar personality ❤Tumak ji jone ksto dise teur pine ghuriu nasaba....lots of ❤
@smitadas622
@smitadas622 7 ай бұрын
Aikamtu moi koru,, monor vitrt jimn vlpuwa thkilew tewr pise ghurio nasaw,,, oboishye tew dekhat😢
@upashanaborah7831
@upashanaborah7831 6 ай бұрын
🙏 আপুনি কোৱা গুৰুজীজনৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰিম??অনুগ্ৰহ কৰি জনাবছোন
@Mainahazarika123
@Mainahazarika123 4 ай бұрын
আজিকালি সম্পৰ্ক বোৰ তেণেই থুনুকা। কাক বিশ্বাস কৰিম কাক নকৰোঁ কি যে কলি যোগ 😢
@SSharma-t4g
@SSharma-t4g 6 ай бұрын
Divine friendship relationship everything...
@Jitudas-u5m
@Jitudas-u5m 7 ай бұрын
বহুত inspiring কথা কোৱা দে কল্পনা বা, বহুত সাহস পালো তোমাৰ কথা বোৰ শুনি বহুত সাহসী লেডী দে তুমি বা
@jatra7356
@jatra7356 4 ай бұрын
Be strong kalpana ba Guruji ase amar lgt.
@nikumonidohutia
@nikumonidohutia 3 ай бұрын
Kalpana ba tumi aguwai juwa ...bhul byikti ajnk j tumi sini pala heiyai bohut
@priyankamainaphukon9050
@priyankamainaphukon9050 6 ай бұрын
Val lgil ba❤ru strong hua
@manashipriya8120
@manashipriya8120 7 ай бұрын
Gunjan Daa anekua buli vaba nasilu😢😢dukh lagil bht.... kthabur imn dhunia koi koy KALAPANA baai❤❤vl houk 2mr life2...........mur vl buru 2maloi jauk❣️❣️💗💞
@runimaengti1499
@runimaengti1499 7 ай бұрын
Moiu jetia gunjonr katha dadar pora gom paisilu asorit paisilu. Faltu.kam nai
@runjunburagohain2293
@runjunburagohain2293 7 ай бұрын
খুব ভাল লগা অভিনেত্ৰী
@Styleandshine23
@Styleandshine23 7 ай бұрын
Biswakh nai hua kotha khar huni.... Apuna loi jothestho morom thakil... val hobo apunar..aguai jaok apuni...nd etai kotha jun byokti e karubar morom val pua buji npai 12 years rltn break kori dile,teu jodi imn din thaki hurt korise tente next je karubak hurt nkoribo tar kunu garantee nai so next ahibo logia girlfriend or wife be careful
@yolojobs3777
@yolojobs3777 7 ай бұрын
Gunjan da tumi beya kam korila.beya paisu tumak..
Миллионер | 1 - серия
34:31
Million Show
Рет қаралды 2,6 МЛН
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 11 МЛН
🕊️Valera🕊️
00:34
DO$HIK
Рет қаралды 2,7 МЛН
জীৱন সলনি কৰা নম্বৰ || Aaliya Baruah Assamese Podcast
50:02
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 96 М.