এগৰাকী নিসংগ নাৰীৰ জীৱন যাত্ৰা || নিসংগ নাৰীক মানুহবিলাকে অকল ব্যৱহাৰ কৰে || Assamese Podcast

  Рет қаралды 238,519

Kotha Studio কথা ( Pallabi Hazarika )

Kotha Studio কথা ( Pallabi Hazarika )

Күн бұрын

Пікірлер: 447
@dimpibora6436
@dimpibora6436 5 ай бұрын
আজি আপোনাৰ দুয়োটা সাক্ষাৎকাৰ একেলগে চালোঁ। খুব ভাল লাগিল। আপোনাৰ জীৱনৰ সংগ্ৰাম খিনি মন চুই গল। দুখ সকলোৰে জীৱনত থাকেই তথাপিও আপোনাৰ সাহস দেখি ভাল লাগিছে। সদায় হাঁহি থাকক।
@pronamikagohain8020
@pronamikagohain8020 11 ай бұрын
আপোনাৰ কথাখিনি অতি বাস্তৱ আৰু সঁচা। আপোনাৰ দৰে সাহসী নাৰীৰ আমাৰ দৰে নাৰীৰ আদৰ্শ স্বৰূপ 👍👍❤️❤️।
@taralidas5546
@taralidas5546 11 ай бұрын
তন্দ্রালি তোমাৰ কথাবোৰ শুনি বহুত আবেগিক হৈ পৰিলোঁ । তোমাৰ স্পষ্ট বাদিতাত ধন্যবাদ জনাইছো।মই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সোনকালে যেন তোমাৰ জীৱনলৈ সঁচা নিস্বাৰ্থ ভাবে তোমাক ভালপোৱা ব্যক্তি এজন আহে🙏🙏
@rrubigogoi6329
@rrubigogoi6329 11 ай бұрын
সদায় সুখী হৈ থাকক।কথাতে কয় অকলশৰীয়া যাৰ ভগৱান সহায় তাৰ।মোৰ কথাবোৰো আপোনাৰ লগত মিলি গৈছে।ময়ো এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী।মোৰ এনেকুৱা লাগিছে যে মই লগ পোৱা হ'লে সকলো কথা বুকু ভৰাই খুলি পাতি মন সান্তনা দিলোহেতেন।
@chitrakumarhazarika6622
@chitrakumarhazarika6622 11 ай бұрын
তন্দ্ৰালী মূৰ্চ্ছনা। তেওঁৰ জীৱনৰ অভিজ্ঞতা, সেই অভিজ্ঞতাৰ আধাৰত তেওঁৰ জীৱন কাহিনী শুনি মানুহৰ ভাৱজগতৰ ভিন্ন দিশৰ বিষয়ে চিন্তাম্বিত কৰি তুলিলে। তেওঁৰ নিঃসঙ্গতাৰ বিষয়ে কোৱা কথাখিনিৰ বিশ্লেষণ বৰ গুৰুত্বপূৰ্ণ। তেওঁৰ সংঘাতে তেওঁক এগৰাকী সাহসী নাৰী কৰি তুলিছে। তেওঁৰ ব্যক্তিত্বক শ্ৰদ্ধা জনাইছোঁ কাৰণ সঁচাকৈ তেওঁ শ্ৰদ্ধাশীল ব্যক্তি। তেওঁৰ ছাত্ৰ ছাত্ৰীসকলে এগৰাকী বৰ যোগ্য শিক্ষয়িত্ৰী পাইছে।
@molinadaimari8998
@molinadaimari8998 6 ай бұрын
❤/@/1¹1⁰1@
@dhanadadevidoley8594
@dhanadadevidoley8594 11 ай бұрын
ইমান সুন্দৰ মনৰ মানুহ তুমি সচাকৈ এচাম লমপট মানুহৰ বাবে ভাল ছোৱালীৰ জীৱন শেষ হৈ যায় গতিকে ভুক্ত ভোগীয়ে হে জানে‌ তুমি আগুৱাই যোৱা ভাল মনৰ মানুহৰ লগত সদায় ভগৱান থাকে
@debabalatamuli5350
@debabalatamuli5350 11 ай бұрын
ভাল লাগিল তোমাৰ কথা বোৰ শুনী তুমি এগৰাকী সাহসী নাৰি সাহসেৰে মুৰ দাঙি জীৱনটো আগুৱাই নিয়া। ভগৱান সহায় হওক। আমাৰসন্তান থকা হেতু আমি সেই পদখেপ লব নোৱা ৰিলো। কিন্পতিদন্দ পতিদন্দি। হৈ নিজৰ মতে জিয়াই আছো।
@alpanagogoi463
@alpanagogoi463 11 ай бұрын
তোমাৰ কথা বোৰে হৃদয় চুই গল সঁছা মনৰ পৰা উলাই অঁহা এটা ' এটা অনুভৱ ! হয় এগৰাকী মহিলা যেতিয়া স্থামী হাৰা"হয় "তেতিয়া বহু পুৰুষে"জুখি চাই 'ৰং চাই ভাবে দুৰ্বলতা বুলি ভাবে । বগা সাঁজ পিন্ধিলে দয়া" দেখাব 'আৰু সুন্দৰ"কৈ থাকিলে" সুযোগ বিচাৰে"। সুখী হোৱা সদায় ।
@ajantamahanta3219
@ajantamahanta3219 11 ай бұрын
মানুহ এজনৰ সতে একেখন বিচনাত থাকিও বহু নাৰী নিসংগ হৈ থকা দেখিছোঁ ৷ তেনেদৰে থকাতকৈ তোমাৰদৰে নিসংগতাই ভাল ৷ ভাল লাগিল তোমাৰ কথাবোৰ ৷ সাহসী হৈ থাকা সদায় ৷
@mousumisaikia7858
@mousumisaikia7858 8 ай бұрын
Xoxa kotha
@tulumonisaikia763
@tulumonisaikia763 11 ай бұрын
লাকু , তোমাৰ স্পষ্টবাদিতাত মুগ্ধ হলো। দুখবোৰ কেনেকৈ সামৰিছা বুজিছোঁ।তোমাক আজি পৃথিৱীৰ আটাইতকৈ ধুনীয়া নাৰীগৰাকী যেন অনুভৱ হল।তুমি সুখী হোৱা। আজীৱন ঈশ্বৰ তোমাৰ সহায় হওঁক ।
@lostlegendaryhawk
@lostlegendaryhawk 11 ай бұрын
Dusoku hemeki uthise mur...jodiu moi okalkhoriya nahoi ...kintu gavir vabe anuvab korisu Tumi bohut hahokhi aru ananya Tandralee I love u
@ajantagogoi627
@ajantagogoi627 11 ай бұрын
​@@lostlegendaryhawk2
@deepaknath3466
@deepaknath3466 11 ай бұрын
Baa apunar nisina moi jai asu
@manashidas9021
@manashidas9021 11 ай бұрын
Bhal lagil... Akai bhuktobhugi moi.. Apunar kothakhini bor bhal lagil....
@BinkuSaikia-wv9sy
@BinkuSaikia-wv9sy 7 ай бұрын
​@@manashidas9021moiu arkay problem majot day,
@diptimudoi6177
@diptimudoi6177 11 ай бұрын
তোমি বাহ্যিক ভাবে যিমান সুন্দৰ আভ্যন্তৰিন ভাবেওঁ সুন্দৰ।ষ্পষ্ট বাদী কথাবোৰে মোক আপ্লুত হলো।মানশীক ভাবে দুখত থাকি আনক দেখাই সেন্দুৰ জিলিকাই একো লাভ নায়।তাতকৈ উকা কপালেই ভাল।ভবিষৎত সুখৰ হওঁক।মানশীক ভাবে সবল হৈ থাকক।
@ranjandutta4662
@ranjandutta4662 11 ай бұрын
সদায় সুখী হওক আপুনি।ভগৱানৰ ওচৰত প্রাৰ্থনা আপুনি এজন সঁচা জীৱন সংগী পাওঁক।বহুত মৰম আপোনালৈ।
@riturajkalita2767
@riturajkalita2767 11 ай бұрын
আপোনাৰ Positive thinking মনোভাৱৰ কথাবোৰ শুনি হয়টো বহুত নিঃসংগ নাৰী জীয়াবলৈ শক্তি দিব। ময়ো এগৰাকী নিঃসংগ নাৰী। বিয়া হৈ গুচি আহিছোঁ।অকলে থাকো ভাড়াঘৰত। আপোনাৰ কথাবোৰে মোৰ হৃদয় চুই গৈছে। সকলো কথাৰে সামঞ্জস্য আছে।
@ranjitadeori6018
@ranjitadeori6018 11 ай бұрын
তুমি ভাগৰি নপৰিবা ভগৱান সদাই তোমাৰ লগত আছে কথাবোৰ বৰ সুন্দৰ বিশ্লেষণ কৰিছা ধন্যবাদ থাকিল
@অলিবৰুৱা
@অলিবৰুৱা 11 ай бұрын
তোমাৰ স্পষ্ট ভাৱে কোৱাখিনি বুকুত কিবাখিনিত বিষ এটা অনুভৱ কৰিছোঁ ।ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তোমাৰ ভাল হৈ পৰক
@RumiDas706
@RumiDas706 11 ай бұрын
তন্দ্ৰালীক এবাৰ লগ পোৱাৰ সৌভাগ্য হৈছিল। খুব ভাল লাগিছিল তাইক লগ পায়। সদায় সাহসিকতাৰে আগবাঢ়ি যোৱা। বহুত মৰম তোমালৈ😘😘❤❤
@uttamkumarnath4265
@uttamkumarnath4265 11 ай бұрын
আমাৰ অসমীয়া সমাজখনৰ এয়া আমি দেখি থকা সচা কাহিনী। এইক্ষেত্ৰত সকলোৱে সচেতন নহলে এই জাতিটো এটা সময়ত ভাৰতীয় মূলৰ পৰাই হেৰাই যাব যেন ভাব হয়। যিকি হওক সমাজখনৰ ভালৰ বাবে আগবঢ়োৱা কথোপকথোনৰ কাৰনে আমাৰ ফালৰ পৰা ধন্যবাদ জনালো ।
@জেউতিশৰ্মা
@জেউতিশৰ্মা 11 ай бұрын
গোটেই জীৱন কান্দি থকাতকৈ এদিন বা এমাহ কন্দাটোৱেই শ্ৰেষ্ঠ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
প্ৰকৃত সত্য কথাই কৈছে তনদালীয়ে তুমি আজীৱন মনৰ হেঁপাহেৰে সুখী হৈ থাকা।
@lipikaranigogoi6865
@lipikaranigogoi6865 11 ай бұрын
স্পষ্টবাদী , সঁচা সুন্দৰকৈ কোৱা কথাখিনি শুনি বৰ ভাল লাগিল,,,, সময়বোৰ নিজস্ব শৈলীৰে সজাই যোৱা❤
@UttamKakatiBlog
@UttamKakatiBlog 11 ай бұрын
আপুনি সকলো খুলি কলে। কেতিয়াবা কথা পাতিব বিচাৰো।মই হক আপুনি জীৱনত জয়ী হব বুলি অনুভৱ হয়। God bless you
@miduldutta8798
@miduldutta8798 11 ай бұрын
পৃথিৱীত এনে এজন পুৰুষ বা মহিলা নাই যাৰ দুখ নাই , কোম্পানীৰ বোৰ চবৰে বেলেগ বেলেগ থাকে, কথা হ'ল কি নিজক ভাল পাব লাগিব নিজে প্ৰথমতে, ভাল লাগিল আপোনাৰ কথা বোৰ সচা আঘাট বোৰ এনেকৈ মনৰ পৰা বাহিৰ কৰি দিলে হে , সুখৰ সময় বোৰে ঠিকনা পায় কাৰোবাৰ অন্তৰত,
@lakhimigogoi9262
@lakhimigogoi9262 11 ай бұрын
তোমাৰ অন্তৰ খন খুব পৰিস্কাৰ। সকলো ছোৱালীৰ মন বোৰ তোমাৰ দৰে হব লাগে।
@kabitabaruah2864
@kabitabaruah2864 11 ай бұрын
নমস্কাৰ আপোনালৈ শুনি বেয়া লাগিল মোৰ জীৱনটো তেনেকুৱা ঘৰুৱা সমস্যাৰ লগতে নাপাই পাই পাই হেৰুৱা বেদনা অনুভৱ মোৰ সন্তেকীয়া জীৱন। মই কথা মঞ্চ মোৰ দুখৰ কাহিনী কব বিচাৰোঁ পাৰিম নে দিব নে আপোনাৰ মূল্যবান time
@janchangmai-ly2bi
@janchangmai-ly2bi 11 ай бұрын
বা তুমাৰ কথা বোৰ শুনি মনত বহুত বহুত সাহখ পালো। ধন্যবাদ।❤
@bipulsaikia7415
@bipulsaikia7415 11 ай бұрын
আপোনালোকৰ এই আলোচনাত মই একমত ময়ো এজন অকলশৰীয়া মানুহ মোৰ পত্নীয়ে মোক অকলশৰীয়া কৰি এই সংসাৰৰ পৰা মেলানি মাগিলে। গতিকে শিক্ষয়িত্ৰী বাইদেউ তনদালি মৌচনাৰ আলোচনা কথাখিনি বহুত ভাল লাগিছে আৰু বহুত গঠন মোলক কথা আলোচনাত প্ৰকাশ হৈছে। গতিকে আশা কৰো মোৰ জীৱনৰ প্ৰতিটো ক্ষনত আৰু প্ৰতিটো কথাৰ সমভাগি কৰিব বিচাৰো যদি তেখেতে বেয়া নাপায়।কাৰন ময়ো অকলশৰীয়া জীৱনটো পাৰ কৰিবলৈ বৰ কষ্টকৰ হৈছে জানে। ময়ো বিহু গীত মাত বৰ ভাল পাওঁ গতিকে মোৰ মনৰ লগত তেখেতৰ মনৰ মিল আছে। মোৰ ঘৰ যোৰহাটত মই মোৰ ফুন নম্বৰটো দিলো যদি তেখেতে বেয়া নাপায় চিনাকি হব বিচৰো। মই ভগবানক বৰ বিশ্বাস কৰো আশা কৰো ভগবানে আমাৰ চিনাকী হোৱাত সহায় কৰে ধন্যবাদ।ফুন নম্বৰটো হল 7086684604.আশা কৰো মোক যেন তেখেতে সহাৰি জনাই ।
@priyankabharadwaj6527
@priyankabharadwaj6527 11 ай бұрын
ভাল লাগিল আপোনাৰ কথাখিনি বাইদেউ। খুব স্পষ্টবাদী। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো । ❤
@chimpitamuli1159
@chimpitamuli1159 11 ай бұрын
সচাঁ কথা কৈছা, যাৰ লগত হৈছে সিহে বুজি পাই।
@dipanjaligogoi8851
@dipanjaligogoi8851 11 ай бұрын
মনৰ হেঁপাহেৰে সুখী হৈ ৰ‌ওক আজীৱন ,ঈশ্বৰ সহায় হ‌ওক ,ঈশ্বৰে অধিক শক্তি প্ৰদান কৰক আপোনাক 🌹।
@MinuPhukan-wt4cb
@MinuPhukan-wt4cb 5 ай бұрын
তন্দালী তোমাৰ মা অসমীয়া বিভাগৰ ক্ষীৰপ্ৰভা বাইদেউৰ ছাত্ৰী আছিলো মই।তোমাৰ আবেগ,তোমাৰ বৈবাহিক জীৱনৰ সংঘাত,স্পষ্টবাদিতা,জীৱনৰ সংজ্ঞা,মাৰ মৃত্যু,ভাইটি দুটাৰ কথা সকলোখিনি জানি ভাল লাগিল।এগৰাকী অধ্যাপিকাৰ ছোৱালী তুমি।মাৰ শিক্ষা আৰু আদৰ্শৰে প্ৰতিপালিত তোমাৰ জীৱনটোও আন বহু নাৰীৰ আদৰ্শ হওঁক,ভগৱানৰ আশীষ তোমাৰ শিৰত সদায়ে থাকক তাৰেই কামনা কৰিলো।
@Amazing_horror_story_657
@Amazing_horror_story_657 5 ай бұрын
বাইদেউ আপোনাৰ কথা খিনি শুনি বহুত ভাল লাগিছে।
@poriborgohain2399
@poriborgohain2399 11 ай бұрын
সাহসী আৰু সততাৰে আমাৰ ছোৱালী জনীয়ে সমাজত মূৰ দাঙি থাকক তাৰেই কামনাৰে ।❤❤
@majumani9910
@majumani9910 11 ай бұрын
তুমি সাহসী হয়। ভগবানৰ আশীৰ্বাৰ দ থাকক সদায় তোমাৰ লগত।
@binapaniboruah1524
@binapaniboruah1524 11 ай бұрын
বা আপোনাৰ কথা খিনি শুনি চকুলো ওলাই গল। ময়ো এগৰাকী শিক্ষয়িত্ৰী আপোনাক আগতে tv ত বহু বাৰ দেখিছোঁ।এগৰাকী ভুক্তভোগীয়ে জানে মনৰ ভিতৰত থকা কুৰুকি থকা কথা বোৰ। ভালে থাকক সদাই।
@ratuldas4335
@ratuldas4335 8 ай бұрын
বা আপোনাৰ বাবে❤❤❤❤❤❤
@punyaborah4017
@punyaborah4017 11 ай бұрын
ভগবানে আপোনাক সহায় কৰিব। সুন্দৰকৈ মনৰ কথাবো প্রকাশ কৰিলে ভাল লাগিল।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
বাহিৰৰ সৌন্দৰ্যতকৈ অন্তৰৰ পবিত্ৰতা হে প্ৰকৃত সৌন্দৰ্য আৰু সৌৰভ। অন্তৰৰ সৌন্দৰ্যশ ই এখন সমাজত নতুন দিগন্তৰ সুচনা কৰে।
@bharatibaruah8883
@bharatibaruah8883 11 ай бұрын
কথাখিনি শুনি আপ্লুত হ'লোঁ । শুদ্ধ মনৰ গৰাকী তুমি ।
@kaverigoswami8941
@kaverigoswami8941 11 ай бұрын
Socha kotha.moiw bhuktabhugi
@hiranyarajkhowa4119
@hiranyarajkhowa4119 6 ай бұрын
তন্দালীয়ে ১০০% সচা কথাই কৈছে। তেওঁ অন্তৰৰ ক্ষোভ,হতাশা আৰু বেদনাখিনি মুক্ত ভাৱে প্ৰকাশ কৰিছে। জীৱনৰ যাত্ৰা পথৰ মাজ পথত জীৱনৰ প্ৰাপ্য খিনি হেৰুওৱা সকলেহে অনুভৱ কৰিব পাৰে , হাতত পাই বাটত হেৰুওৱাৰ বেদনা কি। ভাল আৰু সচা অন্তৰৰ মানুহৰ জীৱন বোৰ দুখৰ হয়। অতীতৰ বেয়া খিনি পাহৰি বৰ্তমানক লৈ এটি সুন্দৰ ভৱিষ্যত দিশে আগুৱাই যোৱা। তাৰেই আন্তৰিক শুভ কামনাৰে। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤
@lakhi1269
@lakhi1269 11 ай бұрын
নাৰী তুমি অৰ্ধ আকাশ , অন্যন্য, 👌
@krishnapathak3343
@krishnapathak3343 11 ай бұрын
ইমান সুন্দৰ উপস্থাপন l ইমান ধুনীয়া দৃষ্টিভংগী l বহুত ভাল লাগিল বা
@swapnaligogoi2235
@swapnaligogoi2235 11 ай бұрын
বহুত ভাল লাগিল কথাখিনি জানি। ভগৱানে আপোনাৰ মঙ্গল কৰক।
@DipaliRay-tt6nc
@DipaliRay-tt6nc 11 ай бұрын
নাৰী তুমি অতি সুন্দৰ আৰু শক্তিশালী ❤❤
@Kothastudio
@Kothastudio 11 ай бұрын
Thank U So Much
@BarsaRuhi
@BarsaRuhi 3 ай бұрын
Val manuhor লগত সদাই ভগৱান থাকে তুমি আগুৱাই যোৱা ৰু❤❤❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ❤🎉❤ ভগৱানে তোমাক মঙ্গল কৰক। আঠূ কাঢ়ি জীয়াই থকাতকৈ থিয় হৈ হাল বোৱাই উত্তম। তুমি ১০০% সচা কথাই কৈছা। তুমি সাহসী আৰু হদয়ৰ পৰাই পৱিত্ৰ। সদায় সুখী হৈ থাকা। সদায় চিৰসেউজ হৈ থাকা। ❤❤❤
@srikantaswargiary3233
@srikantaswargiary3233 11 ай бұрын
ভগবান সহায় হওক। এই সাহস চিৰদিনৰ বাবে অটুত থাকক।
@anildeka4281
@anildeka4281 11 ай бұрын
তোমাৰ হাহিটোৰ মাজত এটা পব'তএই সোমাই আছে। তুমি হাহি আৰু আনদেৰে জীয়াই থাকিব।
@pabitrapriya2339
@pabitrapriya2339 11 ай бұрын
সচাকৈ বহুত ভাল লাগিল সকলো কথাই সত্য মোৰ চকু পানী নিগৰি আহিল ❤❤❤❤
@bichitradeka5232
@bichitradeka5232 11 ай бұрын
প্ৰকৃত কথা কৈছে। ভাল লাগিল।
@subhashchbasumatary5940
@subhashchbasumatary5940 11 ай бұрын
বাইদেউ, আপুনি নাৰীজৱনৰ বিষয়ে স্পষ্টভাৱে সুন্দৰকৈ বুজায় দিলে। আপোনাৰ চিৰজীৱন উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 6 ай бұрын
❤❤❤ ধৈৰ্য ধৰা।এটা সময়ত নিশ্চয় তোমাৰ কাৰণে ভাল দিন আহিব। সেই সুন্দৰ আৰু ভাল দিনৰ কাৰণে অপেক্ষা কৰা। জীৱন যাপন নহয় উদযাপন কৰা। তুমি বেয়া দিনবোৰ পাহৰি যোৱা। ভাল খিনি লৈয়ে আগুৱাই যোৱা। তোমাৰ লগত হোৱা বেয়া খিনি অন্তৰৰ পৰাই পাহৰি যোৱা। অনাগত দিনত ভগৱানে তোমাৰ কুশল কৰিব। তন্দালী তোমাৰ অন্তৰ খন অতি সুন্দৰ আৰু পবিত্ৰ। সুন্দৰতা আৰু পবিত্ৰতাই তোমাৰ জীৱনৰ অলঙ্কাৰ। এই সুন্দৰতা আৰু পবিত্ৰতাক লৈয়েই তুমি সাহসেৰে জীয়াই থাকিবা।❤❤❤
@jdofficial9864
@jdofficial9864 6 ай бұрын
@kishormahanta3470
@kishormahanta3470 11 ай бұрын
অনুষ্ঠানটো ভাল লাগিল। আপোনাক প্ৰণাম জনাইছো বা
@binapanichetia582
@binapanichetia582 11 ай бұрын
সচাকৈ তোমাৰ সাহস আৰু সচা কথাবোৰ শুনি বৰ ‌ভালো লাগিল দুখো লাগিল ❤।
@BornaliKonwar-bl2pt
@BornaliKonwar-bl2pt 6 ай бұрын
ছায়াঁমণি তোমাৰ কথাখিনিয়ে বহুত অন্ত চুই গল তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল৷
@deepadas4
@deepadas4 2 ай бұрын
বহুত ভাল লাগিল।সাহস পালো জীয়াই থকাৰ।
@pompymonigogoi35
@pompymonigogoi35 11 ай бұрын
Hosakoi baa apunr kotha khini huni bohut vl lagil .... Apunar kotha khini a যথেষ্ট সাহস দিলে । 👌👌👍👍❤❤❤
@babitaDas-km4ic
@babitaDas-km4ic 11 ай бұрын
বহুত ভাল লাগিল কথা বোৰ শুনি
@dhunup1501
@dhunup1501 11 ай бұрын
আপুনি এগৰাকী সাহসী নাৰী । এজন পুৰুষৰ তুলনাত এগৰাকী নাৰী কোনো কাৰণতে কম নহয়। যি পুৰুষে নাৰীক সন্মান কৰিব নাজানে তেওঁ পুৰুষ হবই নোৱাৰে। ভাগৱত গীতাত এনে বহুত উদাহৰণ আছে। আপোনাৰ আটাইতকৈ ভাল বান্ধবী গৰাকী আপুনিয়েই। ইশ্বৰে আপোনাক সন্মান সহকাৰে জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা দিয়ক । নমস্কাৰ ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 6 ай бұрын
প্ৰকৃততে জীৱনৰ উদ্দেশ্য সুন্দৰ হ'ব লাগে তেতিয়া হে জীৱনৰ মাধুৰ্য উপভোগ কৰিব পাৰি। জীৱনৰ জিন্দাবাদ। তন্দালী এগৰাকী সৎ, সাহসী, সফল আৰু অন্তৰৰ পৰা অনন্য সুন্দৰ নাৰী। তেওঁ আমাৰ নাৰী সমাজৰ কাৰণে আদৰ্শ আৰু সাহসৰ প্ৰতীক হৈ জিলিকি থাকা । সাহসৰ শিখাৰে জীৱন জ্বলোৱা তন্দালী। জীৱন জিন্দাবাদ। আগুৱাই যোৱা তোমাৰ লক্ষ্য আৰু উদ্দেশ্যে।❤❤❤
@redgaming7257
@redgaming7257 5 ай бұрын
😊
@debakumardas2207
@debakumardas2207 11 ай бұрын
আপোনাৰ কথা বোৰ শুনি মোৰ বৰ ভাল লাগিল শিক্ষক হিচাপে মইও আপোনাৰ দৰে হবলৈ বিচাৰো কিনতু মোক মানুহে কিনতু হিংসা কৰাত বাধা পাইছো
@AnjulataPegu-fm4bo
@AnjulataPegu-fm4bo 10 ай бұрын
বহুত ভাল লাগিল।....একে পথৰে যাত্ৰী।
@mintiboruah190
@mintiboruah190 11 ай бұрын
এদিন তন্দ্ৰালী বা ক লগ পোৱাৰ আশাৰে ❤❤ বহুত বহুত মৰম আপোনালৈ । 🥰 Love from Nagaon
@arunimalahon-ld8rs
@arunimalahon-ld8rs 11 ай бұрын
ভগৱানে তোমাৰ মঙ্গল কৰক আগবাঢ়ি যোৱা❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
Grand salute to you. God bless you.Always be positive and happiness. Always evergreen.❤❤❤
@xyo55
@xyo55 11 ай бұрын
সাহসী নাৰী গৰাকী❤💕❤
@JurikalitaJurikalita-h8u
@JurikalitaJurikalita-h8u 11 ай бұрын
Akdom right kotha koise baidew..
@beautydehingia1916
@beautydehingia1916 9 ай бұрын
লক্ষ্মীছায়া তোমাৰ কথাখিনিয়ে অন্তৰত খুন্দা মাৰি গল চকুপানী ৰখাব নোৱাৰিলো 😢সদায় সাহসী নাৰী হৈ জীয়াই থাকা ❤️
@romenbezborah5215
@romenbezborah5215 11 ай бұрын
উজনি অসমৰ ছোৱালী। নামনি অসমৰ বোৱাৰী ❤সুন্দৰৰ পৰা সুন্দৰ অভিনেএী কথাখিনি ভাল লাগিল । এবাৰ লগ পাইছিলো নেকি কৰবাত ?
@brindalimbu9571
@brindalimbu9571 11 ай бұрын
Bohut bhal lagil aapunar kotha bilak Thank you so much ❤
@abedakhatun7081
@abedakhatun7081 10 ай бұрын
Bohut hahokh ase apunar, Iman hahokhere kotha khini koi pelaise. You are so strong.
@ponsomiburagohain928
@ponsomiburagohain928 9 ай бұрын
Soo relatable.. apuni kua bhut kthai face krisu.. vl lagil Trandawali Baidow.. apunar ktha bure bhut encourage krb.. specialy akolhoria ji hkl nari
@gitanjalicox1217
@gitanjalicox1217 Ай бұрын
You are not only a brave soul Tandrali, you are a multitalented person! I salute you from the bottom of my heart! Love you ❤
@nabanitadeka5364
@nabanitadeka5364 11 ай бұрын
Baa apunar kotha khini khuni khsai bohut dukh lagise😢 saku Pani olai goise moi ejoni 22 bosoriya sowali apunar dukh kosto khini anuvob koribo parisu.. enkua kotha bore amk agbari joat xohai koribo..vale thakok apuni khusto thakok❤❤ Mahadev bless u
@bonnybora3538
@bonnybora3538 11 ай бұрын
❤❤❤তুমি পুনৰ বিয়াত বহা দৰকাৰ নাই কোন কি কয়
@paragsarma1762
@paragsarma1762 11 ай бұрын
সুন্দৰ অনুষ্ঠান (যোগাত্মক ) তন্ৰালী🙏🙏
@binitachetia7327
@binitachetia7327 Ай бұрын
বহুত ভাল আলোচনা শুনি ভাল লাগিল 👌
@pijubaishya8618
@pijubaishya8618 6 ай бұрын
সচা কথা ক'লে বা❤❤ আপোনালোকৰ দৰে নাৰী আমাৰ সাহস ❤❤ বহু কষ্টৰে কটাবলগীয়া হৈছে মই একো কৰিব পৰা নাই।
@Amazing_horror_story_657
@Amazing_horror_story_657 5 ай бұрын
সদায় সুখী হৈ থাকক ।
@bhupenkakati-v2v
@bhupenkakati-v2v 11 ай бұрын
Khub Sundar Sundar Kothare Anusthantu Xojai Tulise. Moi Ajon Purush. Moi Narik Xodai Sanman Jonaw. Nari ek Sakti. Jitu Nariye Koribo pare xeitu Puruxe Koribo Nuware. Treta yugar porai dekhibo Jetiyai Naari Uparat Attyasar Aarombha hoi Tetiai Dhangsar Susana hoi.
@dibrugarhorsuwalimoitandra9682
@dibrugarhorsuwalimoitandra9682 11 ай бұрын
ভাষা নাই কি কম । কৃতজ্ঞতা আজীৱন সখী💐💐💐
@prajapatiassamesejewellery4117
@prajapatiassamesejewellery4117 11 ай бұрын
মৰম সখী, তই সদায় সাহসৰ অন্য এটি নাম❤❤❤
@VlogRekha
@VlogRekha 11 ай бұрын
Bohut val lagil dei .hodai hahokhi hoi thka
@KiranSharma-bw9bh
@KiranSharma-bw9bh 11 ай бұрын
Tamar nmber deya
@sarajusvirtualclasseslpand5923
@sarajusvirtualclasseslpand5923 11 ай бұрын
বহুত ভাল লাগিল তন্দ্ৰালী বা।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
Heart touching story. All the best wishes to you and your family.
@porisonowal619
@porisonowal619 11 ай бұрын
আচলতে সকলোৰে ক্ষেত্ৰততে , এই কথাষাৰ প্ৰযোয্য নহয়। কিছুমান পত্নীও আছে যাক পতি সকলে পৃথিৱীৰ সকলো মৰম ওপছাই দিলেও সুখী নহয়।।সংসাৰ খন ভালকৈ চলালেও মনৰ শান্তি নিদিয়ে। আৰু সকলো পুৰুষ শাৰীৰিক ভোগী নহয়। আৰু বহুতো উপপত্নীয়ে বৰ ধুনীয়াকৈ ঘৰ সংসাৰ ধৰি ৰখা দেখিছোঁ।কোনোৱে তাতে বেয়া নাপায়।
@puspanjalidas6185
@puspanjalidas6185 11 ай бұрын
Huni roi golu sokupani ulai gol.ktha khini huni vl lagil eman dhuniake ktha koise xosake tmi nari mohan🙏❤️.xukhi hok apuni.
@janarddansenapati8904
@janarddansenapati8904 11 ай бұрын
বহুত বহুত চিন্তনীয় ও শিক্ষাপদ আলোচনা । পুৰুষ হলো যদিও মোৰ জীৱনতো এনেকুৱা হৈ পৰিল । পত্নী য়ে মৰম শ্ৰদ্ধা কৰিলেও বিশ্বাসৰ ভেটিত অবিশ্বাস ৰ স্থিতি ক আৱিষ্কাৰ কৰি সামাজিক ভাৱে মোক তেওঁ য় অপমানিত কৰি দুয়ো দুয়োৰে পৰা পৃথক হোৱা ঘটনাক আজিও স্বীকাৰ কৰিব নোৱাৰো । আন নাৰী ক সহায় কৰা মানেই সেয়া পুৰুষৰো আইনীভাবে অপৰাধ নেকি ???
@soonmoni6746
@soonmoni6746 11 ай бұрын
বহুত বহুত সুন্দৰ কথা কলে,বহুত ভাল লাগিল
@anilkumarkalita6774
@anilkumarkalita6774 11 ай бұрын
ভাল লাগিল আপোনাৰ পষ্টবাদীতাৰে কোৱা কথা বোৰ ! মনত সাহস ৰাখিব " ভগবানে ভাল কৰিব " !
@riturajgogoi1075
@riturajgogoi1075 11 ай бұрын
সঁচা ই দুঃখিত । যি হওঁক আহিব লগা দিনবোৰ শুভ হওঁক ।
@mousumibora8613
@mousumibora8613 6 ай бұрын
বহুত ভাল লাগিল । মনত সাহস লৈ আগুৱাই যাওঁক বাইদেউ ।
@love-z2s8p
@love-z2s8p 11 ай бұрын
baideo gorakir kothakhini val lagil. ama okhom khonor poribekh aebur bese. baideo gorakie eman hahokh kori ae kothakhinir jugede bortomanor poristiti futi uthise. amar lukor aebur sovabor babei manuhbelakor majot ajikali besakh nuhua hoise. je ke nohok beideogorakir proti honman jonalu.
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
❤❤❤❤ 💯% Hosa kotha koise. Really heart touching story.Go ahead way to your journey. All the best wishes to you. Always be positive and happiness. God bless you.❤❤❤❤❤
@rajashreebora2595
@rajashreebora2595 11 ай бұрын
Hosa kotha kole bohut vl lgil apuner kothabur ru ata kotha right koise baidau ja kunu nariye nijr vl pua jonk anr lgt ktyau dakhibo nibisare bohut dukh lgil mmh biya hbloi ke voi. Lge ..bki apuni ru ag bahi jauk tke kamona krrlu 😊😊❤
@padmakonwar5853
@padmakonwar5853 24 күн бұрын
Bhut Val lagil kothabur xuni . Apunar kothakhini bastab aru khasa kotha .
@l2Sweetiboruah
@l2Sweetiboruah 11 ай бұрын
মৰমৰ সখী তই বামুনবাৰীৰ উজ্বল নক্ষত্ৰ ,জিলিকি থাক সদায় ।
@pialysarkar9452
@pialysarkar9452 11 ай бұрын
Eman din tumak log paisu but eman dukh r kotha tu aajihe gom palu...U r always beautiful as ur heart...love you dear and always with you❤
@ashwinidasi8439
@ashwinidasi8439 Ай бұрын
তোমাৰ কথা খিনি খুব ভাল লাগিল স্পষ্ট মিঠা লমপট মানুহক এৰাই ভাল❤
@banikantagogoi9259
@banikantagogoi9259 11 ай бұрын
আশীৰ্বাদ থাকিল।
@bonnybora3538
@bonnybora3538 11 ай бұрын
নীসংগ নাৰীক বেয়া পোৱা নাৰী ও বা পুৰুষৰ অভাৱ নাই কিন্তু বহল মনৰ মানুহ হব লাগে
@rinkushivam8759
@rinkushivam8759 10 ай бұрын
বহুত দূখ লাগিল
@geetalahkar9910
@geetalahkar9910 11 ай бұрын
সুন্দৰ কথা কৈছে ,ভাল লাগিল
@ramanandahatibaruah
@ramanandahatibaruah 11 ай бұрын
সুন্দৰ 🙏🙏🙏
@beautibora7518
@beautibora7518 11 ай бұрын
Thanks Trandali. God bless you.
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 144 МЛН
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 653 М.
Farmer narrowly escapes tiger attack
00:20
CTV News
Рет қаралды 15 МЛН
জীৱনৰ সকলো সপোন পূৰণ কৰিব পৰা এটা মেজিক😵😵
55:34
The UNSEEN SIDE OF MUSIC & entrepreneurship with CHIRANJEEV KASHYAP|@Talkunfilteredassamesepodcast
1:09:10
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 144 МЛН