কৃত্ৰিম বানে উটুৱাই নিলে হিমন্ত চৰকাৰৰ দম্ভ আৰু অহংকাৰ!

  Рет қаралды 40,528

NorthEast Now

NorthEast Now

9 ай бұрын

📌 কাম নহয়, বাম-ফুটনিয়ে সাৰ হিমন্ত চৰকাৰৰ!
📌 কৃত্ৰিম বানে উটুৱাই নিলে হিমন্তৰ দম্ভ আৰু অহংকাৰ!
📌 বানত ডুবিছে হিমন্ত আৰু অশোক সিংঘালৰ স্মাৰ্ট চিটি!
📌 অথচ বাম-ফুটনি মাৰিবলৈ নেৰে চৰকাৰৰ মুৰব্বী হিমন্তই!
#GuwahatiFlood #AssamCM #HimantaBiswaSarma #AshokSimghal
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 78
@user-qv4ud7bj7x
@user-qv4ud7bj7x 9 ай бұрын
জনসাধাৰণক ঠগিব পাৰিলেই হ'ল, আৰুনো কি লাগে?
@rushanburagohain6803
@rushanburagohain6803 9 ай бұрын
BJPক ভোট দিলে আৰু কি হয় ভগৱানে ও নাজানে।শিলসাকো বিললৈ পাণী পঠিয়ালে ই হল।গুৱাহাটী মানুহৰ কিহৰ চিন্তা।
@hitenrabha6915
@hitenrabha6915 9 ай бұрын
ইমান মিচলিয়া CM কতো দেখা নাই।
@prabinsarma7499
@prabinsarma7499 9 ай бұрын
অহংকাৰেই পতনৰ মুল ।ফাঁকিবাজ, প্ৰতাৰক, ফেচিষ্ট, ধুৰন্ধৰ, দগাবাজ
@kirtantalukdar3272
@kirtantalukdar3272 9 ай бұрын
গোটেই ৰাতি গুৱাহাটী ঘূৰি ফুৰি বানপানী নেদেখা হিমন্ত 😢এতিয়া ক'ত... গুৱাহাটী উন্নয়ন দায়িত্বত থকা বিহাৰী নে বঙালী সেই জন ক'ত... দেখা দিয়া নাই কিয়... স্মাৰ্ট sitir😢টকা ক'ত খৰছ কৰিলে দেখাই দিয়ক...
@anilgoswami2238
@anilgoswami2238 9 ай бұрын
"মাৰোৱা.........." !!!!
@jaihind8229
@jaihind8229 9 ай бұрын
অসংকাৰে পতন হব আৰু বেছি দিন নাই।
@prince_babu_72
@prince_babu_72 9 ай бұрын
CM atia kna hoise ,
@mamonikonch3132
@mamonikonch3132 9 ай бұрын
CM কণা হ'ল অহংকাৰি CM এ মাটি হে দেখে
@ashimdeka6458
@ashimdeka6458 9 ай бұрын
জহৰা সন্তান হিমন্ত
@pororforfolopjofor
@pororforfolopjofor 9 ай бұрын
Right bondhu
@boonsaikia8526
@boonsaikia8526 9 ай бұрын
Himontor pukor seleka vote diya manuh bilake moza paise, dekhi val lagise.
@prabinmallabaruah8845
@prabinmallabaruah8845 9 ай бұрын
এই ধৰণৰ বানপানী হৈ থাকিলে পৰবৰ্ত্তী অলিম্পিকত অংশ লব পৰাকৈ সাঁতোৰ প্ৰতিযোগী গুৱাহাটীৰ পৰাই ওলাব যে ই খাটাং । ইও বানপানীৰ ভাল দিশ বুলি কব লাগিব । আৰু বহুত ভাল দিশ বহুত আছে, ইয়াত আলোচনা সম্ভব নহয় ।
@dipakkalita5836
@dipakkalita5836 9 ай бұрын
অন্ধ্ৰ হল cm মহাশয়ে
@kamalkalita338
@kamalkalita338 9 ай бұрын
বেয়া হোৱা নাই বিজেপিক ভোট দিয়াৰ ফল ভুগি থকা । আৰু হিমন্ত বিশ্ব শৰ্মাক ভোট দি কছু ল ।🙏🙏👍🏻👍🏻
@prince_babu_72
@prince_babu_72 9 ай бұрын
Wow dada apnar khta right 👍👌👌
@jintukakati6440
@jintukakati6440 9 ай бұрын
স্মাৰ্ট চিটিত থাকিব লাগিলে মুখ্যমন্ত্ৰীৰ নিচিনা পাতবে‌ং হ'ব লাগিব, ইয়াৰ পৰা তাত জাপ মাৰিব পৰা 😂
@sibuboruah6240
@sibuboruah6240 9 ай бұрын
মুখত ফুফো ফাঁফা কথাত পানী নহকে ফালটো মন্ত্ৰী
@abdulhasan7087
@abdulhasan7087 9 ай бұрын
Very good 👏👏👏👏👏👏👏👏🇮🇳🤲🤲🤲🤲🤲🤲🇮🇳Amin
@rakeshchoudhury2195
@rakeshchoudhury2195 9 ай бұрын
flood free guwahati .....
@MastafaSk-kx2jj
@MastafaSk-kx2jj 9 ай бұрын
গুৱাহাটী মহানগৰ নহয় গুৱাহাটী মহাসাগৰ হয়
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 9 ай бұрын
Aru kiman thogibo manuhok
@MastafaSk-kx2jj
@MastafaSk-kx2jj 9 ай бұрын
ভগৱানে নাজানে হিমন্তৰ ৰূপ কেইটা
@koilashmudoi2953
@koilashmudoi2953 9 ай бұрын
Hori om
@bkp9774
@bkp9774 9 ай бұрын
সিহঁতৰ ঘৈণি বোৰৰ পেণ্টি লৈকে তিতি গল চাগে।😊😊
@shyamolikabora2924
@shyamolikabora2924 9 ай бұрын
Why not comment yet?
@arpanachutia4866
@arpanachutia4866 9 ай бұрын
Hosa kotha
@teenpatti1853
@teenpatti1853 9 ай бұрын
Misolia
@rinkushivam8759
@rinkushivam8759 2 ай бұрын
বিজেপি জিন্দাবাদ
@user-vi1ck2yv1n
@user-vi1ck2yv1n 9 ай бұрын
মামা স্মাৰ্ট চিটি
@HiteshwarIngti
@HiteshwarIngti 9 ай бұрын
Sop kothate cm kole hoi na baru ?akhil Gogoi zindabad
@ajoypegu4749
@ajoypegu4749 9 күн бұрын
Good
@durlavsarma5083
@durlavsarma5083 9 ай бұрын
Apone thik katha koisa
@borannyagogoi4893
@borannyagogoi4893 9 ай бұрын
Municipal electiony guwahati nanmukto korim buli koisilr. Prokitote korilenr.
@prabinmallabaruah8845
@prabinmallabaruah8845 9 ай бұрын
এখন বানপানী ৰোধ কৰাৰ ডাঙৰ আচনি লৈ আদানীক কামটো কৰিব দিলে বানপানী খটম হৈ যাব । আচনি খন ডাঙৰ হব লাগিব অবশ্যে । কেন্দ্ৰীয় চৰকাৰৰ কিবা স্কীমত সোমাই দিলে সোনকালে মঞ্জুৰীও পায় যাব ।
@cyber9345
@cyber9345 9 ай бұрын
Fly over bnwatkoi ..pani problem tu solve koribo lagisil government a.....silsaku ki hol..tat sun bula pani reserver hbo mamai koisil
@sumpichabukdhara3142
@sumpichabukdhara3142 9 ай бұрын
Himantok vout deya kihineyabjanabo atya
@lnl6069
@lnl6069 9 ай бұрын
American, Japanot, ghuri fure khopunot...Okhomt.
@rakashdas9087
@rakashdas9087 12 күн бұрын
মামাৱ কথা সচা হল মামই কৈছিল ই এটা ধাপ্পাবাজ
@ProbalKhataniar
@ProbalKhataniar 11 күн бұрын
😢😢
@The7teen-uj9bw
@The7teen-uj9bw 3 күн бұрын
Guahati is the not a smart City .now it's a water city.
@iyaruddinalli4623
@iyaruddinalli4623 5 күн бұрын
Fopola city guwahati
@maotsetungboruah8398
@maotsetungboruah8398 9 ай бұрын
Bam ghorewal eaidal set
@rezaulhoque3654
@rezaulhoque3654 9 ай бұрын
24t jodi Congress party r government hoi ei fotoka keita kat jabo ki koribo
@sumpichabukdhara3142
@sumpichabukdhara3142 9 ай бұрын
Apunaluka vout de atya sorry asa ja
@ranjitgowsami7891
@ranjitgowsami7891 9 ай бұрын
মিছা খবৰ নেকি, মামাই কলে পানী হোৱা নাই বোলে😂
@tapandas5309
@tapandas5309 9 ай бұрын
ban pani congressor sristi...koi diyok..
@tapandas5309
@tapandas5309 9 ай бұрын
cm r photo di banor photo paperot diyot.
@sanatankalita9086
@sanatankalita9086 9 ай бұрын
ক'ত? মইতো ক'তো পানী দেখা নাই।
@nipendranarayanmedhi876
@nipendranarayanmedhi876 9 ай бұрын
Himantar murat poka kamor dile ussed kori dibo, char anchalat ghor banoa buli, karon pani charathe uthe......???
@ktamuli6
@ktamuli6 9 ай бұрын
2024 t balle balle bjp . The end of the story bjp chapter close
@upenkalita3491
@upenkalita3491 9 ай бұрын
ফালৈ অভাৰ বনালে কমিছন পায় মামা আৰু মামী যে। নলা সাফা কৰিলে কি পাব । অকে নাই তাত ।কমিছন মাষ্টাৰ হয় কমিছন কমিছন দেঞ্জাৰ মাল। মৰী নাজা দে অলপ হে পানী ।২ দিন মান ঘৰৰ পৰা নলালে হল
@Sbgyaan
@Sbgyaan 9 ай бұрын
ভালেই হওঁক বা বেয়াই হওঁক, মুখ্যমন্ত্ৰী গৰাকীক কেতিয়াও এনেকুৱা ব্যৱহাৰ কৰিব নালাগে। মুখ্যমন্ত্ৰী নিজে হও বুলি কোনেও হব নোৱাৰে, জনসাধাৰণে তেখেতেক নিৰ্বাচিত কৰি দিছে। এনেকুৱা ভদ্ৰতাৰ সীমা চেৰাই যোৱা বাতৰিবোৰৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ লব লাগে। পানী ওলাই যোৱাৰ বাট বোৰ বন্ধ কৰিলে পানী কলৈ যাব।
@nipandas5010
@nipandas5010 9 ай бұрын
ঐ অন্ধ ভক্ত
@BhupenKalita-ee9hn
@BhupenKalita-ee9hn 8 ай бұрын
Oh Bahriya. Ghy r Manuhe Mass Mari khai thakib parib😂😂😂😂
@pawanborah2748
@pawanborah2748 9 ай бұрын
Vot diyak 2😂
@halimabegum9484
@halimabegum9484 9 ай бұрын
Mamik aru mamar samsha 2jonor tirik summing dress pindhai xaturib diyok .tetiyahe dekhib smart cityr gela pani 😂😂😂
@TCF573
@TCF573 9 ай бұрын
Himontor soku t Cataract porile sage ... Tar mook beketa kori kuwa kothabur moorkhoihe hune 😅😅
@pororforfolopjofor
@pororforfolopjofor 9 ай бұрын
হিমুৰ মুখ নে পোকৰ কেলা এইখন।
@abdlaziz786
@abdlaziz786 9 ай бұрын
Ashok Shingbal Bihari neki? Bihari ye kyo Axomia k sabo?
@user-bi8pk9kx9l
@user-bi8pk9kx9l 9 ай бұрын
Taak....nula...kha...ei.. Sudir.. Bhaik.... Ashokok Taar baari kati pelam Sudir bhai marowary
@BhumidharNath-im7ml
@BhumidharNath-im7ml 9 ай бұрын
এয়াই নাও ডুবিলেও টিঙাৰ পৰা নামা লোক!!
@rajenbora3219
@rajenbora3219 9 ай бұрын
আমেৰিকাতো বান পানী হয়,
@Crafts_World388
@Crafts_World388 9 ай бұрын
Nalbari manuh bilak akebare Ondho hoi mama bulile boliya atia pali
@user-zu6oc9yl8z
@user-zu6oc9yl8z 9 ай бұрын
পাগল লালুং পুয়ালিয়ে মিয়া ভয়ত B.J.P ভূত দিবলৈ আগ বাহিচে। আৰু লাহে লাহে লে‌‍ঙতি মাৰিবলৈ আগ বাহিচে। ভাষা হেৰুৱা লালুং আজি নিজৰ ভূলত ভেতি মাতি বামুণক দিবলৈ আগবাহিচে।
@nabapathak7684
@nabapathak7684 9 ай бұрын
Ejon dalal cm
@mukutbaruah2354
@mukutbaruah2354 9 ай бұрын
Simple kotha, Karan kono sarkare , kono dekh t barukhan nporakoi rakha nie. Pratham CM, ji nki Axomot bhut bhut dangar kam kori dekhale . BJP zindabad zindabad zindabad
@kushalbora4823
@kushalbora4823 9 ай бұрын
চকু মুদা ভাও জুৰি থাকক উন্নয়ন হৈয়ে আছে।
THEY made a RAINBOW M&M 🤩😳 LeoNata family #shorts
00:49
LeoNata Family
Рет қаралды 16 МЛН
孩子多的烦恼?#火影忍者 #家庭 #佐助
00:31
火影忍者一家
Рет қаралды 41 МЛН
atanu bhuyan"s  video
5:37
atanubhuyan"s news video
Рет қаралды 97 М.
THEY made a RAINBOW M&M 🤩😳 LeoNata family #shorts
00:49
LeoNata Family
Рет қаралды 16 МЛН