কিৰোৰী লাল মীনাৰ দৰে কেতিয়া পদত্যাগ কৰিব মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়া?

  Рет қаралды 50,688

NorthEast Now

NorthEast Now

6 күн бұрын

🔹মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়া!
আপুনি কেতিয়া পদত্যাগ কৰিব?
🔹ৰাজনীতি বাৰু এৰিব নালাগে!
🔹বিজেপিৰ জ্যেষ্ঠ নেতা কিৰোৰী লাল মীনাৰ আদৰ্শৰে বাট বুলি কম চে কম মন্ত্ৰীত্বৰ পৰাই পদত্যাগ কৰকচোন!
🔹কিয়? আপুনিয়ে জানো ঘোষণা কৰা নাছিল?
🔹গৌৰৱ গগৈ যোৰহাটত জয়ী হ’লে আপুনি ৰাজনীতি এৰিব!
🔹পূৰ্বতে কৰা ঘোষণা অনুসৰি ৰাজস্থানৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে কিৰোৰী লাল মীনাই!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 224
@duluduttadulu2138
@duluduttadulu2138 4 күн бұрын
পিযুয হাজৰিকাই ৰাজনীতি এৰিলে জেলত থাকিব লাগিব
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
আমি ভাৰতীয় হয়৷ Indian নহয় এটিয়া৷
@user-ft9qg8bk8b
@user-ft9qg8bk8b 4 күн бұрын
Fadakhua feuj😂
@inglishvlogs1015
@inglishvlogs1015 4 күн бұрын
ইহত বোৰ বিপদজনক অসমৰ বাবে,
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
কোননো আপদ জনক৷
@DurgeshwarDeka
@DurgeshwarDeka 3 күн бұрын
​o samsa.
@RosardRoird
@RosardRoird 4 күн бұрын
গেলা পিয়াজ।
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
গোন্ধ ওলোই ওচৰত ৰৈ কথা পাতিলে৷
@SurenDehingia-hn9il
@SurenDehingia-hn9il 4 күн бұрын
নিলাজটো
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
সীমা নোহোৱা নিলাজ৷
@dimbeswarsaikia7360
@dimbeswarsaikia7360 4 күн бұрын
লাজ আৰু বিবেক থাকিবলৈ পদত্যাগ কৰিলে হেঁতেন।বিবেকহীন এটা গাধ।
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
@@dimbeswarsaikia7360 আপোনি যদি তেওঁৰ জেগাত থাকে কৰিব যানো?
@kulenchpathak
@kulenchpathak 4 күн бұрын
খোৱা পাতত থু পেলোৱা লোকৰ কথা কৈ লাভ নাই ৷
@kishoridas6447
@kishoridas6447 4 күн бұрын
অহংকাৰী মন্ত্ৰী। উন্নয়নৰ কথা ভাবক।
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
কিয় ভাবিৱ বাৰু? সো
@rahibulislam8620
@rahibulislam8620 4 күн бұрын
পিয়াজ ডাঙৰীয়া অহংকাৰী নহয়, তেওঁ নিলাজ হে 😂😂😂
@user-hy9gv3ob2r
@user-hy9gv3ob2r 4 күн бұрын
ত্যাগ কৰিবলৈ লৈচিলেই কেৱল গৌৰৱ গগৈয়ে কোৱাৰ বাবেহে ৰৈ দিলে।
@nripendas9926
@nripendas9926 4 күн бұрын
উপৰৰ মাল, এলা পেছা বিধৰ লোক নহয়।
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
@@nripendas9926 অসমৰ এটা বৰ বিহ৷
@diliphazarika8581
@diliphazarika8581 4 күн бұрын
অহংকাৰ কৰিব নেপায়
@kakoligayan2065
@kakoligayan2065 4 күн бұрын
পি যুজ হাজৰিকা এটা নিজাল বান্দৰ মুখৰ লে কাম নাই
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 4 күн бұрын
পিযুষ হাজৰিকা দা কথা কি কব - তেখেতৰ মুখখন দেখিলে আমাৰ হজম নহয়। তেখেত অহংকাৰী আৰু লোভিয়া হয়, গতিকে কোনো পৈদ্ধে গাদি কাকো নিদিয়ে ।
@user-ir8qt8dz9s
@user-ir8qt8dz9s 4 күн бұрын
নিলাজ।। পদত্যাগ কৰ পিযুজ হাজৰিকা।।
@UMESHBORA-kc1hw
@UMESHBORA-kc1hw 4 күн бұрын
মন্ত্ৰীপদৰ বাবেই এইটোৱে হিমন্তৰ ভৰি চেলেকি আছে , সি মন্ত্ৰী পদ এৰিব বুলি ভবা কিজনেহে লাজ পাব । সি মানুহ হ'লে ইমান দিনে নিজৰ কথা ৰাখিলেহেতেন ।
@phanindradevagoswami4635
@phanindradevagoswami4635 4 күн бұрын
পীযুয পিশাঁচে ৰাজনীতি বা মন্ত্ৰীত্ব একো নেৰে।ই হিমন্ত প্ৰশিক্ষিত দগাবাজ হয়।
@MahanandaGogoi-dc9wo
@MahanandaGogoi-dc9wo 4 күн бұрын
অহঙকাৰী মন্ত্ৰী। পদত্যাগ কিয় কৰা নাই।এক নম্বৰ ফিতাহি মন্ত্ৰী।
@RanjankumarBoruah-kw1me
@RanjankumarBoruah-kw1me 4 күн бұрын
Pijus ৰাজনীতি ত থাকিলে বিৰোধী কাৰণে ভাল। সমষ্টি বিলাক ত জয়ীহৱলৈ সহজহয়।
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
@@RanjankumarBoruah-kw1me থিক তেওঁ ওলাই গলে অলপ দিনৰ কাৰণে অসমৰ ৰাইজে যি মন যায় খাব পাৰিব৷ সেইতোয়ে কওঁ আৰু৷ আকৌ অলপ দিনৰ পাছত বেলেগ এটাৰ জন্ম লব৷
@subhadutta5368
@subhadutta5368 4 күн бұрын
মূৰত মালেই নাই।
@subhashsut2215
@subhashsut2215 4 күн бұрын
গেলা‌ পিয়াজ বিলাক বাচি পেলাই দিব লাগে।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 4 күн бұрын
জন্তুৰ লাজ মান নাই। পদত্যাগ নকৰে।
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef 3 күн бұрын
মাৰোৱাৰী তথা ৰাজস্থানী সকলে মুখৰ কথা ৰক্ষা কৰেই ।
@rationale-point3023
@rationale-point3023 4 күн бұрын
এজন নিৰ্লজ্য।এজন কেবিনেট মন্ত্ৰীৰ মুখত এনে কথা। মই হ'লে ৰাজনীতি ত্যাগ কৰিলোঁ হেতেন। অ' মহাপুৰুষ মুখখন দেখুৱাবলৈ লাজ লগা নাই?
@pranjal1393
@pranjal1393 3 күн бұрын
ওপৰৰ মাল নে ওপৰত মাল নাই ৰাইজে হে জানিব আৰু।
@bmshiksha7600
@bmshiksha7600 4 күн бұрын
ইয়াৰ কি কাম আছে । এসময়ত চিন মোকাম নোহোৱা হৈ যাব ।
@ArunKonch-ur4zh
@ArunKonch-ur4zh 4 күн бұрын
" মই অহংকাৰ কৰি কোৱা নাই ।তপন গগৈ হাৰিলে ,গৌৰৱ গগৈ জিকিলে মই ৰাজনীতি ত্যাগ কৰিম ।" উক্ত বাক্য শাৰী এতিয়াও তপত হৈ আছে আৰু ভৱিষ্যতলৈ আৰু তপত হৈ থাকিব ।সাংবাদিক সকলৰ পৰাহে তেখেতৰ বক্তৱ্য দেখিলো আৰু শুনিলো । সাংবাদিকে তেখেতৰ গৌৰৱ কাণ্ডৰ এই মন্তৱ্যৰ ওপৰত প্ৰশ্ন নুশুধে কিয় ?
@sofiulali5329
@sofiulali5329 4 күн бұрын
সেই এই বোৰ ৰাজনীতি,এনেই হে কৈইছিলো।
@dilipkumarboruah7406
@dilipkumarboruah7406 4 күн бұрын
পিযুশৰ পেট ভৰা নাই।হেয়ে পদতাগ কৰানাই।
@bibhadas5050
@bibhadas5050 4 күн бұрын
মুখৰ মূল্য থকা মানুহ, সচাঁ সঁচিকৈ ৰাজনীতি এৰিলে হিমন্তক হকে বিহকে প্ৰসংশা কৰিব কোনে। নালাগে দিয়ক ত্যাগ কৰিব কেবল 'ওপৰৰ মাল' ৰ ভাবটো এৰিব।মাৰ্জিত হব শিককচোন।
@rituparnasaikia1701
@rituparnasaikia1701 4 күн бұрын
এই চোৱা চেলেকাটোৰ পিছত কিয় লাগি থাকে?!
@user-dg4vz2sl1k
@user-dg4vz2sl1k 4 күн бұрын
বহুত ওপৰৰ মাল হয় এইটো
@GauriBaruah-gx7ck
@GauriBaruah-gx7ck 4 күн бұрын
ক'ত যুগৰ সাধনাত নোপোৱা বস্তু পাইছে মুখৰ কথাতে এৰিব পাৰিনে? কৈছিল কৈছিল তাকে ধৰি থাকিব লাগেনে? বহুতে হিমন্তৰ অন্ধ ভক্ত বুলি কয় কিন্তু মই নকওঁ কাৰণ হিমন্তই মৰম কৰি মন্ত্ৰী পদ দিছে, অলপটো তোষামোদ কৰিবই লাগিব দিয়কচোন! বেয়া পায় কিয়?
@SumantaNarah-ei9io
@SumantaNarah-ei9io 4 күн бұрын
এজন উচ্চ শিক্ষিত মূৰ্খ পণ্ডিতৰ লগত কিয় লাগি আছা। অসমৰ বানৰ খবৰ দিয়ক।
@KabitaGogoi-ut6jr
@KabitaGogoi-ut6jr 4 күн бұрын
তেওঁ নিজেই ৰাজনীতি নেৰে।এই বাৰ ৰাইজে পদত্যাগ কৰিবলৈ বাধ্য কৰাব।
@hemantamahanta5578
@hemantamahanta5578 4 күн бұрын
পিয়ুষ হাজৰিকা ডাঙৰীয়া আপূনী কথা দি কথা ৰাখিবনে ।
@purnanandatahbilder9559
@purnanandatahbilder9559 4 күн бұрын
বৰ নিলাঁজ দে এইটো
@puspadhardowarah1932
@puspadhardowarah1932 4 күн бұрын
এই মিছলীয়াই কেতিয়া পদত্যাগ কৰিব?
@binudas8708
@binudas8708 3 күн бұрын
নিজৰ সন্মান নাথাকিলেও অন্ততঃ চকিখনৰৰ সন্মান ৰক্ষা কৰিবলৈ জনাটো ভাল।
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn 4 күн бұрын
ইমান কিয় লাজ দিয়ে অ’ আমাৰ মৰমৰ মালটোক৷ আৰু Body Massage কোনে কৰিব? কিযে কৈ থাকে নহয়৷
@user-ut4tw8vy6m
@user-ut4tw8vy6m 4 күн бұрын
লাচ নাইকিয়া মন্ত্ৰী ক'ত গ'ল পদত্যাগৰ কেতিয়া কৰিব অংকাৰ কৰিব নাপায় মন্ত্ৰী ডাঙৰীয়া ৰাইজে ভোট দি ৰজাৰ কৰিছে
@KaoriMai
@KaoriMai 4 күн бұрын
Rajasthanor montri ejon resignation dile apuni ketiya dibo piyush ydangoria??? Bor lazor kotha dei
@SaddamHussain-k6t
@SaddamHussain-k6t 4 күн бұрын
Piyus hazarika podoteg koribo nohoi.
@user-df4hv7dc8t
@user-df4hv7dc8t 4 күн бұрын
Piyaj nilaj
@rajatgogoi1241
@rajatgogoi1241 4 күн бұрын
কথা দি কথা ৰাখিব নোৱাৰিলে ।মোৰ যে পাই নিজৰ মানুহ জনীলৈ লাজ লাগিব দেই
@harekrishnadas1807
@harekrishnadas1807 4 күн бұрын
Oi nilaj ketiya podotyag koribi
@AnilBorgohain-wm7gr
@AnilBorgohain-wm7gr 4 күн бұрын
Gala piuje
@VishnuRavii-vt7ql
@VishnuRavii-vt7ql 4 күн бұрын
Pijush hazorikai nuware , ohongkari , lubhia , onobhigra
@boruahhoren4850
@boruahhoren4850 4 күн бұрын
নিলাজ মানুহৰ নিলাজ কথা
@lakhindrarabha8257
@lakhindrarabha8257 3 күн бұрын
অহঙকাৰীলুভীয়ানিলাজ‌
@msaikia8709
@msaikia8709 4 күн бұрын
Misaliya ......ahankari pijuj hazarika....murdabadd 2026 election.
@salimhussain4907
@salimhussain4907 4 күн бұрын
অধগতি যাব পিয়াজ
@SalimatDdinDdin
@SalimatDdinDdin 4 күн бұрын
এওঁলোকৰ মুখ চাৰিখন জেন লাগে
@abushamamollah4984
@abushamamollah4984 3 күн бұрын
আপুনি জ্যোতিষি গৌৰৱ গগৈ ভাঙৰীয়া হাৰিব এতিয়া পদত্যাগ কৰি দেখুওৱা
@SushantaKhaund
@SushantaKhaund 3 күн бұрын
মহাপুৰুষ আপোনাক কি বুলি কম কাৰণ আপুনি যে বহুত ওগৰৰ মাল !
@lakhikalita8394
@lakhikalita8394 3 күн бұрын
এজনক ভাল দিছে লাভ নাই লাজ নাপায়
@user-zg2dy5lc4t
@user-zg2dy5lc4t 4 күн бұрын
নিলাাজ
@TCF573
@TCF573 4 күн бұрын
Atya kotha rakhi dekhuwa 😅😅
@DilipKumarBordoloi-qn7ip
@DilipKumarBordoloi-qn7ip 3 күн бұрын
কিউৰিলাল পুৰুষ। পুৰুষৰ কথাৰ এমেৰ।ই মাল বুলি নিজেই কৈ থৈছে দেখোন।
@user-ml9to2ei6l
@user-ml9to2ei6l 4 күн бұрын
Nilaj o auluk
@user-vx7gg4bz5v
@user-vx7gg4bz5v 4 күн бұрын
এইজনে লাজ কি বুজি নাযায় মুৰ নাইকীয়া কেকোৰা হয়
@promudborgohain7920
@promudborgohain7920 3 күн бұрын
ই লুটেৰা,না BJP,CONG,,AGP য'তেই সুবিধা পাব তাতেই যাব নিলাজ।ই পদত্যাগ কৰিলে পৃথিৱী ওলোটা ফালে ঘূৰিব ।
@robinpadi9715
@robinpadi9715 4 күн бұрын
Laj nai
@utpalgoswami1990
@utpalgoswami1990 4 күн бұрын
ফিউজ হাজৰিকা ৰাজনীতি এৰানায় ? পিজুছ ডাঙৰীয়া মন্ত্ৰী হ'লেও কথা দি কথা ৰাখে । পিজুছ ডাঙৰীয়া মূৰ্খ নহয় , যে কথা দি কথা নাৰাখে নহয়নে ?
@user-fv8gq9dm9z
@user-fv8gq9dm9z 4 күн бұрын
Laj thikilahay rajniti bat dibo pijuj dangria
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 4 күн бұрын
এই লোক যাদুকৰ।।আমি ভোটাৰ সকল তেৰা সৱৰ ভেল্কীবাজীত ভোল যাওঁ ।। কৃষ্ণ!🙏🙏
@babul8718
@babul8718 4 күн бұрын
😅😅😅 Uporor Mal...26ot by by...
@AbowFengte
@AbowFengte 3 күн бұрын
Mantri Piyush Hararika hoise Axomor nirloj mantri
@habibullahhoque5305
@habibullahhoque5305 4 күн бұрын
Haga
@dhruabasaikia4112
@dhruabasaikia4112 4 күн бұрын
Mass mass
@ubdengineers1660
@ubdengineers1660 3 күн бұрын
Please resign as you committed..
@user-of4qf6qk2u
@user-of4qf6qk2u 4 күн бұрын
Pijush Rahular dhemadhara nohoine ?
@user-fc3bt3vu1o
@user-fc3bt3vu1o 3 күн бұрын
অতি ভয়ংকৰ অতিপাত নিলাজ এইজনা
@INDIANGAMINGKING2
@INDIANGAMINGKING2 4 күн бұрын
Rajesthan aru Assmor manuhor majot difference ase
@AhammadAli-gg9vl
@AhammadAli-gg9vl 4 күн бұрын
Piyash da ki hol 😂
@natwarlalsharma5791
@natwarlalsharma5791 4 күн бұрын
Arundoi lakhpoti Baidew vote kini jikisebjp
@TCF573
@TCF573 4 күн бұрын
Sinicator tue podotyag koribo ketia 😅😅😅?????
@nabindas7409
@nabindas7409 4 күн бұрын
Sei val khabar tu kun dina pam.....
@TutumoniHira-jm3vy
@TutumoniHira-jm3vy 4 күн бұрын
Gela alu
@girishchtalukdar2574
@girishchtalukdar2574 4 күн бұрын
Shame
@TCF573
@TCF573 4 күн бұрын
Aneu tumalookor nwarranty period hekh hol aru
@ritumonideka5120
@ritumonideka5120 4 күн бұрын
Jar laje নাই,,kanakai tiag kariba. Aibur manuhak কি বুলি kai kaoksun??
@BhupenRajbongshi-jw2qw
@BhupenRajbongshi-jw2qw 3 күн бұрын
এই অহঙ্কাৰি কেইজন বিজেপিৰ থাকিলে বাকি দ'ল কেইটাৰ কাৰণে শুভ লক্ষণ
@bhaskarborah4254
@bhaskarborah4254 4 күн бұрын
পৃথিৱীত এতিয়াও মহা শক্তিশালী ব্যক্তি আছে। জয় শ্ৰী ৰাম
@keshablahon8208
@keshablahon8208 4 күн бұрын
Ehonte dekh khon hekh loribo
@MonujTaye-h3c
@MonujTaye-h3c 3 күн бұрын
Bhandar group pizush hajarika
@monjulahon7712
@monjulahon7712 4 күн бұрын
পিয়াজ দলত থাকিব দিয়ক , বিজেপি শূণ্য হৈ যাব , পিয়াজৰ ভাষাৰে ।
@user-re5ut5tr2d
@user-re5ut5tr2d 4 күн бұрын
Nak kati hajorikai laj nai
@tonmoyeeborah4575
@tonmoyeeborah4575 4 күн бұрын
লেউৱা মুখ যে
@rajuhandique574
@rajuhandique574 4 күн бұрын
Right👍
@HimaniDas-hy1ec
@HimaniDas-hy1ec 3 күн бұрын
Pijush Hazarika jugyata nai sthapit montri hb pale ei podbi arib ne kiman toka lutise mothauri bonuwar namt
@chittunrabharabha605
@chittunrabharabha605 3 күн бұрын
Lajj nalage ne _?
@ganeshbahadurchauhan3815
@ganeshbahadurchauhan3815 18 сағат бұрын
কেতিয়া পদ ত্যাগ কৰিব
@chittagogoi2716
@chittagogoi2716 4 күн бұрын
তাৰ যদি অকণমান mathat মাল থকা হলে 😮
@user-xe7nf7gq3g
@user-xe7nf7gq3g 2 күн бұрын
Koribo koribo no tention noloba
@krishnabhatta636
@krishnabhatta636 3 күн бұрын
হেৰৌ ওপৰৰ মাল পিয়াচুদিন‌, মুখ বায়ন, মুখখনত লেকাম লগাই ল।
@ag5541
@ag5541 Күн бұрын
বৰকৈ নকব।এটা কথা আছে নহয়,স্কুল ভেন্সাৰ,বেমাৰৰ কেন্সাৰ,আকৌ নাক নথকা মন্ত্ৰী লেক্সাৰ।
@rakashdas9087
@rakashdas9087 4 күн бұрын
লুতি পুতি খাব আহিছে
@DwijenTalukdar-yh3vn
@DwijenTalukdar-yh3vn 4 күн бұрын
অসমীয়াত এটি ফকৰা আছে --যাৰ বাপেক এক তাৰ জৱান এক ‌ । গতিকে ....
@GogoiDwipan
@GogoiDwipan 13 сағат бұрын
Nicc c,
@bhubanhazarika8109
@bhubanhazarika8109 3 күн бұрын
Jibonot mod nakhaw...
@user-wz1ns1mh2u
@user-wz1ns1mh2u 3 күн бұрын
Qualifications tar kiman oi😊
atanu bhuyan"s  video
5:53
atanubhuyan"s news video
Рет қаралды 79 М.
버블티로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 110 МЛН
DO YOU HAVE FRIENDS LIKE THIS?
00:17
dednahype
Рет қаралды 82 МЛН
KINDNESS ALWAYS COME BACK
00:59
dednahype
Рет қаралды 124 МЛН
DINLIPI WITH ATANU BHUYAN || EPISODE OF JULY 8 PART2
12:29
atanubhuyan"s news video
Рет қаралды 69 М.
버블티로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 110 МЛН