ছোৱালীজনী IAS লৰাটো শ্ৰমিক | ১০ বছৰৰ পিছত ৰেলত মুখামুখি দুয়ো | অন্তৰ কপি যোৱা কাহিনী Heart touching

  Рет қаралды 694,226

Be positive

Be positive

Күн бұрын

Пікірлер: 1 100
@devajitkakati8627
@devajitkakati8627 26 күн бұрын
ইয়াৰ ঠিক ওলোটাটো,অৰ্থাত ল'ৰাটো যদি IAS অফিছাৰ হ'ল হয়,তেন্তে আকৌ যোৰা লগাটো বাস্তৱতো সম্ভৱ হ'ব পাৰে।কিন্ত ল'ৰাটো শ্ৰমিক আৰু ছোৱালীজনী IAS হোৱাৰ পিছত সিহতৰ মিলন হোৱাটো কাহিনীতো অসম্ভৱ।ধনী ল'ৰা এজনে দুখীয়া ছোৱালী এজনী বিয়া পাতিব পাৰে,কিন্ত ধনী ছোৱালী এজনীয়ে কেতিয়াও দুখীয়া ল'ৰা এজনৰ লগত বিয়াত নবহে।এয়াই সচৰাচৰ,ব্যতিক্ৰম তেনেই নগন্য!😮😮😢😢
@MahanandaPegu-dt6nf
@MahanandaPegu-dt6nf 24 күн бұрын
দাদা আপোনাৰ কথাটো একদম সঁচা।❤❤❤❤❤
@sikumonidutta1420
@sikumonidutta1420 23 күн бұрын
Right
@RaghunathBiswas-e7d
@RaghunathBiswas-e7d 11 күн бұрын
কি আৰু কম যিটো হল নীয়তিৰ নীতি ❤❤❤
@DibyajitDoley-h1o
@DibyajitDoley-h1o 7 күн бұрын
100%dada❤❤❤
@anonymous-RB
@anonymous-RB Күн бұрын
Universal truth
@ADRE2.0-h8n
@ADRE2.0-h8n Ай бұрын
সকলোৰে এজন প্ৰিয় মানুহ থাকে। আৰু এনেকৈ এদিন হেৰাই যায়, কাহিনীত আকৌ লগ হয়, কিন্ত বাস্তব ত কেতিয়াও লগ নহয়, দুয়ো বেলেগ হৈ পৰে। Like 👇
@devajitkakati8627
@devajitkakati8627 26 күн бұрын
থিকেই কৈছা বন্ধু ....এয়াই কল্পনা আৰু বাস্তৱৰ মাজৰ নিষ্ঠুৰ সত্য!😢😢😢😢
@wuihedabegom2304
@wuihedabegom2304 11 күн бұрын
Good job
@BITUPONGOGOI-i2z
@BITUPONGOGOI-i2z Ай бұрын
কাহিনী টো শুনিবলৈ ভাল , কিন্তু বাস্তৱ জীৱনৰ লগত সংগতি নাই । বাস্তব বৰ গধুৰ
@SaddamHussain-sb6bn
@SaddamHussain-sb6bn Ай бұрын
আচলতে এইবোৰ কাহিনী চিনেমা,গল্প,থিয়েটাৰ এইবোৰতে ভাল লাগে বাস্তবত এইবোৰ সম্ভব নহয়।😢
@10ster17
@10ster17 Ай бұрын
আপোনাৰ গল্পটো সঁচা কৈ বহুত ভাল লাগিছে। ধন্যবাদ থাকিল আপোনালৈ।
@mjvishal.1996
@mjvishal.1996 Ай бұрын
কাহিনী সদাই কাহিনীতে ভাল লাগে | ই বাস্তৱত পৰিণত হব নোৱাৰে |
@noyangyoungku27626
@noyangyoungku27626 Ай бұрын
Right
@indrajitboro6250
@indrajitboro6250 Ай бұрын
Right 👍
@DipakBorah-g8q
@DipakBorah-g8q Ай бұрын
Right
@kapilthakuriya3934
@kapilthakuriya3934 28 күн бұрын
মোৰ ও হৈছে ১০ বছৰ পিছত মৰ আকৌ ভাল পোৱা হল
@ShovanaBrahma
@ShovanaBrahma Ай бұрын
কাহিনীতো শুনি বহুত ভাল লাগিছে ।।।আপোনাক কোটি কোটি ধন্যবাদ।🎉🎉🎉❤❤❤🎉🎉🎉
@HitenBasumatary-b7b
@HitenBasumatary-b7b Ай бұрын
❤❤❤🎉🎉
@pubgitdm9861
@pubgitdm9861 Ай бұрын
Akebara misa kahini😂😂😂😂
@noyangyoungku27626
@noyangyoungku27626 Ай бұрын
​@pubghitdm9861 hoi aitu just kahini. Realot anekua ketiyau hobo noware
@munmihazarika779
@munmihazarika779 Ай бұрын
ভাল লাগিল, বহুত ভাল লাগিল। এনেকৈ সচাঁ প্রেম জীয়াই থাকে। কোনোবাই যত্ন কৰিলেও ইয়াক আতঁৰাব নোৱাৰে। আৰু আতৰি যোৱাজন প্রকৃততে কা - পুৰুষৰ দৰে। কাহিনী টো শুনি ভাল লাগিল।
@rimzimthakuria8921
@rimzimthakuria8921 Ай бұрын
প্ৰেম নিশ্বয় এনেকোৱাই হৃদয় খুলি আৱৰণ যোৰাই ❤❤❤ you deserve it pratik... Nd salute sweety ❤
@borobaba3664
@borobaba3664 Ай бұрын
বহুত সুন্দৰ, ধন্যবাদ। কাহিনীবোৰ উপস্থাপনৰ ক্ষেত্ৰত যেন অকনমান আৰু কৰিবলগীয়া আছে বুলি ব্যক্তিগতভাবে অনুভৱ কৰিছো। আশা কৰিছো পিছৰ কাহিনীবোৰত সেয়া দেখিবলৈ পাম। যদি পাৰে নাৰী কণ্ঠ ব্যৱহাৰ কৰিলে বহুত ভাল হব যত বাস্তৱতাই প্ৰাণ পাই উঠিব।
@Punyumdoley46
@Punyumdoley46 Ай бұрын
সুন্দৰ কাহিনী পঢ়ি ভাল লাগিল আৰু এনেকুৱা কাহিনী পঢ়িবলৈ পাম বুলি আশা কৰিলো ৷
@Jijibai1234
@Jijibai1234 Ай бұрын
খুবেই সুন্দৰ কাহিনী বহুত ভাল লাগিল , সচা প্ৰেম এনেকুৱা ই।
@jehirulislam8868
@jehirulislam8868 25 күн бұрын
মুঠতে কাহিনীটোৰ লগত আপোনাৰ বাস্তৱ জীৱনৰ অলপ হ'লেও চাগে মিল আছে
@SatyaHajong-ue4mg
@SatyaHajong-ue4mg Ай бұрын
হয়,,প্ৰেম নিশ্চয় এনেকোৱাই হৃদয় খুলি আৱৰি ধৰে। এইয়াই প্ৰকৃত প্ৰেম _সছাঁ প্ৰেম ভাল লাগিল বহুত।❤️❤️🌹🌹
@axomorgaon7608
@axomorgaon7608 Ай бұрын
এইবিলাক কাহিনীতে শুনোতে ভাল লাগে। বাস্তৱ ত নহয় এইবিলাক।প্ৰেম এনেকুৱা নহয়।প্ৰেম আৰু এটা অৰ্থ আছে যিটো হৈছে জীয়াই জীয়াই মৰি থকা
@sharifulislam4764
@sharifulislam4764 Ай бұрын
😢
@maheshmahanta3746
@maheshmahanta3746 Ай бұрын
মন চুই গল কাহিনীটোৱে। সঁচা প্ৰেমৰ পূৰ্ণতা প্ৰাপ্তি।
@sushankstarrrremix3523
@sushankstarrrremix3523 Ай бұрын
😂😂😂
@biswajithemrom3845
@biswajithemrom3845 Ай бұрын
কাহিনীটো শুনি খুব ভাল লাগিল যেন সঁচা প্ৰেম কাহিনী নিচিনা লাগিল।
@RupaliDas-n9r
@RupaliDas-n9r Ай бұрын
ডাডা কাহিনীটো শুণি বহুত ভাল লাগিল এটা কথা বোজি পালোঁ সঁচা ভাল পোৱা কোনো বাধা নাই এদিন নহয় এদিন দুয়ো মিলন হ'ব ❤❤❤
@pareshsarma1951
@pareshsarma1951 Ай бұрын
সচা প্ৰেমৰ কাহিনীটো শুনি বহুত ভাল লাগি, অকল ভাল লগাই নহয় পানৈ আৰু জংকিৰ সেই অমৰ প্ৰেমৰ কাহিনীটোলৈ মনত পৰি গ’ল---
@AnuragVagoruwa
@AnuragVagoruwa Ай бұрын
এইবোৰ কাহিনীৰ ভাল লাগে আচলতে কোনো ছোৱালীয়ে নিজতকৈ কম পঢ়াশুনা আৰু কম ইনকম কৰা লৰাক ভাল নাপায়,,, যদি আগতে ভাল পোৱা আছিল সেয়া বেলেগ কথা ।
@Suragjit
@Suragjit Ай бұрын
কাহিনীটো শুনি বহুত ভাল লাগিল। আগলৈও এনে কাহিনী শুনিবলৈ পাম বুলি আশা থাকিল।
@BimalaGogoi-q8j
@BimalaGogoi-q8j Ай бұрын
অতি সুন্দৰ 👌 বৰ ভাল লাগিল শুনি , ইয়াকে কয় প্ৰকৃত প্ৰেমৰ ভাল পোৱা।
@pitroshmunda6971
@pitroshmunda6971 Ай бұрын
কাহিনীটো শুনি বহুত ভাল লাগিল। ধন্যবাদ
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Ай бұрын
ভাল লাগিল কৃষ্ণ তোমাৰ কাহিনী বোৰ শুনি মই খুব বেচি ভাল পাওঁ মই যোৰহাটৰ পৰা শুনি আছোঁ
@kamalagogoi2428
@kamalagogoi2428 Ай бұрын
কাহিনীটো বহুত ভাল লাগিল,প্ৰকৃত প্ৰেমে পুৰ্ণতা পালে মনটো এক বুজাব নোৱাৰা অনুভূতিয়ে আৱৰি ৰাখে ❤❤
@zamanrebel9837
@zamanrebel9837 23 күн бұрын
আল্লাহ এ যাতে মোকো মোর মরমর ভালপোয়া ছোয়ালি জনিক মোর ভাইগ্যত দি দিয়ে 🤲❤️‍🩹🌎
@kiransharmah
@kiransharmah Ай бұрын
ডাডা কাহিনীটো শুনি ইমানেই আমোদ যে মই বেলেগ কথিত পাহৰি গৈছিলো আপোনি বাৰু ইমান সুন্দৰ কাহিনী বোৰ কত পাই।গতিকে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ।
@hiteshborah1367
@hiteshborah1367 Ай бұрын
বৰ সুন্দৰ কাহিনী এটা দৰ্শকক শুনায় বহুত আমোদ দিয়াৰ বাবে ধন্যবাদ থাকিল।
@sadhandas9336
@sadhandas9336 Ай бұрын
🙏🙏🙏🙏 স্বৰ্গীয় মধুময় প্ৰেম যুগে যুগে অমৰত্ব লভি বিৰাজ কৰিছে এহি ধৰাধামে।এই প্ৰেমক জ্ঞানীয়ে কোনো স্বাৰ্থৰ খাতিৰত বিসৰ্জণ নকৰে। ইয়াক সুন্দৰকৈ ৰূপায়িত কৰি প্ৰেম স্বৰ্গীয় অৱদানক চমৎকাৰ সন্মান প্ৰদান কৰাত বঢ়িয়া হৈছে।👏🏻👏🏻
@RJDeha
@RJDeha Ай бұрын
সঁচা কৈ বহুত ভাল লাগিল। ধন্যবাদ থাকিল আপোনালৈ।
@KalpanaKalita-nx2mo
@KalpanaKalita-nx2mo Ай бұрын
কাহিনীটো ভাল লাগিছে মৰমৰ এনেকুৱা হোৱা উচিত ।
@nripendranathsarkar8039
@nripendranathsarkar8039 Ай бұрын
কাহিনীটো শুনি বৰ ভাল লাগিল। ❤❤❤
@faridahmedkhan8881
@faridahmedkhan8881 Ай бұрын
Bohut bhal lagil huni kahini tu..ane kuwa hobo lage mohabbat
@sanamrahman1293
@sanamrahman1293 Ай бұрын
কাহিনীটো সঁচাকৈয়ে বহুত ভাল লাগিছে ধন্যবাদ।❤❤
@sarojinidutta5058
@sarojinidutta5058 Ай бұрын
এয়াই আছিল সঁচা প্ৰেম,নামানে প্ৰেমে কোনো উচ্চ-নীচ,জাতি-ধৰ্ম,ভাল লাগিল কাহিনী টো শুনি।পাঠকে পঢ়ুৱৈৰ মন আকৰ্ষণ কৰিব পৰাটোও এক ডাঙৰ গুণ যিটো সকলোৱে নোৱাৰে।
@dhajendeury1407
@dhajendeury1407 Ай бұрын
Excellent Story.. 👍👍.❤. bhuhut bhal lagil... Akha Karu. Next ot. Ane dhore bhal bhal di kini aag bari jai.. Very very good story.. Elder Brother.❤
@sultanali4682
@sultanali4682 Ай бұрын
Bhot vall lagise parele aro ankowa stori diba
@nabanilborah1954
@nabanilborah1954 Ай бұрын
ভাল লাগিল প্ৰেম এদিন হ'লেও সফল হ'ল।
@mriduldas7579
@mriduldas7579 Ай бұрын
sir mur bhot vll lagise aru enekoi kahani bonaba aakha koru je apuni aru dhuniya video bonua❤😊
@RitusMoran
@RitusMoran 7 күн бұрын
বুকুত খুন্দা মাৰি যোৱা এটি কাহিনী শুনি বৰ ভাল 😢
@mileswarnath6941
@mileswarnath6941 Ай бұрын
Bahut barhiya! Apuner kahaniti Khuni! Enekuwa premik-Premikarei hol achal prem! Gatike Prem kora hokale jate khei premok shanman kore! Aru uthi aha juwak- Juwatieu ukto premar dare lipto hoi! Nahole Prem nakorai bhal! Dhanyvad thakil kahiniti upasthan korar babe!🎉🎉🎉
@AbdulMannan-i8h
@AbdulMannan-i8h Ай бұрын
আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিছে, কাৰণ এই কাহিনীটো মোৰ জীৱনত কাহিনী মিলি গৈছে 😢
@BirdhonMili
@BirdhonMili Ай бұрын
মই কিন্তু বিশ্বাস নকৰোঁ দেই Guy's 🤣💔🥲
@manuborah4135
@manuborah4135 9 күн бұрын
অতি সুন্দৰ ।খুব ভাল লাগিল ❤
@moidulislam7628
@moidulislam7628 Ай бұрын
Val power kotha huni valei Lage.sowali Ney bisar korile kintu ma dewta tomar cokur pora jate athorai Naja a monot rakhi ba. Tomak Allah Val rakhuk khoda hafis.
@binoyhazarika6054
@binoyhazarika6054 Ай бұрын
সুন্দৰ কাহিনী . আগলৈ নতুন কাহিনী পোৱাৰ কামনা কৰিলোঁ
@HemakantaGogoi-c3l
@HemakantaGogoi-c3l Ай бұрын
ভাল লাগিল কাহিনিটো শুনি
@deepakbackpackers7412
@deepakbackpackers7412 24 күн бұрын
বহুত ভাল লাগিছে কাহিনী টো, কিন্তু বাস্তৱ ত আকৌ মিলন হোৱাটো অসম্ভৱ।
@mkbindasbabu
@mkbindasbabu Ай бұрын
Bohut dhunia lagil ❤
@atikulislam6579
@atikulislam6579 Ай бұрын
সুন্দৰ অমৰ প্ৰেম কাহিনী । ভাল লাগিল।
@ashma304
@ashma304 Ай бұрын
oha jonom t jate ami ake cast r how 🤲😢
@Jackson1-x3t
@Jackson1-x3t Ай бұрын
Caste kio saba lge biya hoi jua
@deepjyotidas1117
@deepjyotidas1117 11 күн бұрын
😂😂
@akanrahman4570
@akanrahman4570 29 күн бұрын
কাহিনী টো ঠিকে আছে, but real ত impossible,
@mantubasumatary6196
@mantubasumatary6196 17 күн бұрын
Reel only
@frlHsda
@frlHsda Ай бұрын
KAHENI KHON MISA JEN LAGE
@ShivaPatar-fr2mj
@ShivaPatar-fr2mj Ай бұрын
Khon😂😂😂😂
@adventureman1352
@adventureman1352 Ай бұрын
Right
@samirtimung7568
@samirtimung7568 Ай бұрын
Bhal kahani
@Lacht-l7m
@Lacht-l7m 26 күн бұрын
Nejai bonowa kahani
@dipakkuri9217
@dipakkuri9217 5 күн бұрын
Misa jen loge a nohoi .... assured misai😅
@RanjanKumar-b6o
@RanjanKumar-b6o Ай бұрын
অতীত সোৱৰাই দিলে vdo2 চাই 😢❤
@gogoi9911
@gogoi9911 Ай бұрын
@Ohho😊 @dj 😊mnt bohut pore tuloi❤❤❤... toi je koisili moi phn korile tohotr ghar manuhe vl npai....kintu muru vl nlge tuloi phn nkorakoi... ji ki nhwk wait kori asu tuloi❤❤
@abdulazad597
@abdulazad597 Ай бұрын
Oh bro
@Traveltogether12
@Traveltogether12 Ай бұрын
​@@abdulazad597 bd diya brother agbahi jua
@popisaikia3034
@popisaikia3034 Ай бұрын
কাহিনী বোৰ যিমান মধুৰ বাস্তব সিমান গধুৰ ।সুন্দৰ গল্প
@imdadurrahman9609
@imdadurrahman9609 Ай бұрын
Thank u. Good kahani
@rituparnabaruab4750
@rituparnabaruab4750 26 күн бұрын
পৃথিৱীত এনেকুৱা ছোৱালী নাই। কাহিনীটো কিন্তু ভাল লাগিছে।
@NarayonNath-j8x
@NarayonNath-j8x Ай бұрын
Bohut val lagil
@bulusaikia2659
@bulusaikia2659 Ай бұрын
সুন্দৰ ।বহুত ভাল লাগিল কাহিনীটো।
@AnuAnu-ni2sp
@AnuAnu-ni2sp Ай бұрын
Bahut besi val lagile kahini to shuni ❤❤❤❤
@newmember5055
@newmember5055 Ай бұрын
Bangladeshi nki tumi
@RONGTULIART853
@RONGTULIART853 Ай бұрын
এটি সূন্দৰ কাহিনি .....বৰ ভাল লাগিল ...অন্তৰ চূই গল
@sagarikagogoi6500
@sagarikagogoi6500 Ай бұрын
Bahut bhal lagil dei kahinitu .agoloi u anekua kahini di thakibo. Thankyou krishna da.
@JanardhanRay-y1e
@JanardhanRay-y1e Ай бұрын
গল্পটা শুনি বহুত ভাল লাগিছে। সচাঁ প্ৰম!
@RishmitaDutta
@RishmitaDutta Ай бұрын
Bohot bhal lagil dhanaybad dhanaybad dhanaybad u
@lookmetazlina7199
@lookmetazlina7199 Ай бұрын
"প্ৰেম হেনো এনেকোৱাই আৱৰণ খোলি হৃদয় জোৰায়"❤।
@PrabhatGogoi-o7b
@PrabhatGogoi-o7b Ай бұрын
সুন্দৰ
@Jibongolaghat
@Jibongolaghat Ай бұрын
সুন্দৰ 👍 এনেকুৱা কাহিনীবোৰ সঁচাই ভাল লাগে।
@manashsarkar9790
@manashsarkar9790 Ай бұрын
Misa kotha
@maheshsarmah6073
@maheshsarmah6073 Ай бұрын
সুন্দুৰ ❤❤❤ সুন্দৰ🎉🎉🎉
@anupkalita5527
@anupkalita5527 Ай бұрын
ভাল লাগিল।
@shakirahmed1976
@shakirahmed1976 Ай бұрын
খুবেই সুন্দৰ কাহিনী বহুত বহুত ভাল লাগিল।
@TrishnaGogoi-k3x
@TrishnaGogoi-k3x Ай бұрын
Nice ❤❤
@amiruddin5539
@amiruddin5539 23 күн бұрын
Very nice
@MadhusudhanDas-x6o
@MadhusudhanDas-x6o Ай бұрын
সুন্দৰ কাহিনী৷বৰ ভাল লাগিল৷
@bijoypegu-vt6st
@bijoypegu-vt6st Ай бұрын
Kahini to .huni bhut bhal lagil🎉🎉🎉
@kumarjayantasinger5379
@kumarjayantasinger5379 Ай бұрын
ভাল লাগিল বাৰু
@angbodogotho3702
@angbodogotho3702 Ай бұрын
General দব্বাৰ passanger কেনেকৈ A C দাব্বাত গলগৈ?
@konchenggogoi1392
@konchenggogoi1392 Ай бұрын
ফটৱা কাহিনী। Unsubscribe কৰক
@DiguBaruah-m4j
@DiguBaruah-m4j Ай бұрын
ইমান ধুনীয়া কাহিনী টো শুনি বহুত ভাল লাগিল
@Inzabodybuilding
@Inzabodybuilding Ай бұрын
😢😢😢
@bishwajitassameseyoutubech2274
@bishwajitassameseyoutubech2274 Ай бұрын
Dhuniya lagise kahini2
@MeditationMusic-yu8hj
@MeditationMusic-yu8hj Ай бұрын
কাহানিত এইবোৰ ভাল লাগে কিন্তু জীৱনত এনেকুৱা নহয় 😢😢😢
@ChittaranjanRoyAssam
@ChittaranjanRoyAssam Ай бұрын
সঁচাকৈ বহুত ভাল লাগিল কাহিনীটো শুনি🥰🥰
@ainjalajaraDas
@ainjalajaraDas Ай бұрын
Bahut dhuniya kahini
@mandirasaikia-bi8qe
@mandirasaikia-bi8qe Ай бұрын
সচা প্ৰেম।সুন্দৰ উপস্থাপন 🥰
@bipultanti5148
@bipultanti5148 8 күн бұрын
Bor dhunia video..aru apunar kotha bilak bhut val lgise ..aru hai kotha khini huni bor val lgise ❤❤❤❤❤❤
@dilipchandrakalita1157
@dilipchandrakalita1157 Ай бұрын
সচাঁকৈ ভাল লাগিল। সুন্দৰ উপস্থাপন।
@ranjanchangmai1306
@ranjanchangmai1306 Ай бұрын
বহুত ভাল লাগিল । এই মিলন অমৰ হওঁক !
@rajpatir7815
@rajpatir7815 Ай бұрын
বহুত বহুত ভাল লাগিল। আৰু এনেকুৱা কাহিনী পায় থাকিম বুলি আশা ৰাখিলোঁ।
@m.j.paterko848
@m.j.paterko848 25 күн бұрын
ভাল লাগিল কথাটো শুনি😢❤❤😊😊
@abinashbarjoofficial6192
@abinashbarjoofficial6192 Ай бұрын
Outstanding, heart' beating,No word to say about love ,love is beautiful ❤️
@MantuSuklaBaidya-s6t
@MantuSuklaBaidya-s6t Ай бұрын
ঠিক মোৰ জীৱন। আৱেগিক হৈ পৰিলোঁ
@uddipanathpariya9055
@uddipanathpariya9055 Ай бұрын
Val lagil, Prem sage anekua a
@gabrielsmurmu6688
@gabrielsmurmu6688 Ай бұрын
গল্প টো শুনি বৰ ভাল লাগিল ধন্যবাদ থাকিল।
@dharanidhardas9665
@dharanidhardas9665 Ай бұрын
সংঘাতৰ মাজেৰে প্ৰেমে পূৰ্ণতা পালে । ভাল লাগিল । গল্পকাৰক ধন্যবাদ। ।
@firstlove541
@firstlove541 Ай бұрын
Bohut val lagile
@DipakBorah-g8q
@DipakBorah-g8q Ай бұрын
Val lagil❤ prem hole enekua hbo lage😊
@pranjalneog-v2b
@pranjalneog-v2b Ай бұрын
বহুত ভাল লাগলে। সঁচাকৈ সত্য কাহিনীনে ? আৰু দিৱ বুলি আশা থাকিল।
@lx6151
@lx6151 Ай бұрын
I love the story too. Thank you so much. দাদা এনে কোৱা কাহিনী আৰু ভিডিও বনাৱ । সচাকে মনটো বহুত বেছি ভাল লাগিল আপোনাক বহুত বহুত ধন্যবাদ
@weareburns.777
@weareburns.777 Ай бұрын
বহুত ভাল লাগিল ❤
@manindranath4509
@manindranath4509 Ай бұрын
অতি সুন্দৰ কাহিনী শুনালা
@achyutdutta6767
@achyutdutta6767 Ай бұрын
ইমান সুন্দৰ কাহিনী বৰ ভাল লাগিল
Кто круче, как думаешь?
00:44
МЯТНАЯ ФАНТА
Рет қаралды 1,8 МЛН
Trapped by the Machine, Saved by Kind Strangers! #shorts
00:21
Fabiosa Best Lifehacks
Рет қаралды 36 МЛН
Surah Mulk - سورة الملك Recitation For Inner Peace & Restfulness | NOOR
3:53:10