পত্নী যিখন স্কুলৰ শিক্ষয়িত্ৰী DC হৈ সেইখন স্কুললৈ গ'ল পত্নীয়ে এৰি যোৱা স্বামী | heart touching

  Рет қаралды 237,061

Be positive

Be positive

Күн бұрын

পত্নী যিখন স্কুলৰ শিক্ষয়িত্ৰী DC হৈ সেইখন স্কুললৈ গ'ল পত্নীয়ে এৰি যোৱা স্বামী | heart touching
#motivational #story #heartteachingstory
About This Video
পত্নী যিখন স্কুলৰ শিক্ষয়িত্ৰী সেইখন স্কুলত এদিন DC হৈ উপস্থিত হ'ল পত্নীয়ে ৫ বছৰ পূৰ্বে এৰি যোৱা বিচ্ছেদিত স্বামী। তাৰ পিছত বিদ্যালয়ত যি হ'ল সেয়া দেখি সকলো আচৰিত হ'ল। আচলতে কি হৈছিল সেই সময়ত সেয়া উল্লেখ আছে ভিডিঅটোত।
About This Video
পত্নী যিখন স্কুলৰ শিক্ষয়িত্ৰী SDM হৈ সেই স্কুলত উপস্থিত বিচ্ছেদিত স্বামী
assamese true story
assamese real story
assamese original story
assamese true love story
assamese real love story video
heart touching assamese love story
assamese heart touching story
best heart broken love story
best assamese story
অসমীয়া সত্য কাহিনী
অসমীয়া story
অসমীয়া লাভ story
অসমীয়া সচা কাহিনী
বিবাহ বিচ্ছেদৰ কাহিনী
assamese video 2024 new
#truststory #motivationalspeech #truelovestory #motivationalvideo
#lovestory #motivational #love
#divorce #hindistories #assamesestory
#assamesemotivatinalvideo #storytime
#storytelling #stories

Пікірлер: 269
@jibanborborah1389
@jibanborborah1389 2 күн бұрын
অতি অন্তৰস্পৰ্শী কাহিনী, ভাল লাগিল ।
@prasantaborah-kz6ds
@prasantaborah-kz6ds 3 күн бұрын
আপোনাৰ কাহিনীবোৰ শুনি বহুত ভাল লাগে। আগলৈও এনে কাহিনী শুনিবলৈ পাম বুলি আশা কৰিলো। ধন্যবাদ।
@anjanabezbaruah9617
@anjanabezbaruah9617 3 күн бұрын
আপোনাৰ কাহিনীবো মোৰ সুব প্ৰিয়, বহুত ভাল লাগে, ধন্যবাদ ভূঞা দা🙏🙏
@lalitakalita4848
@lalitakalita4848 2 күн бұрын
আপোনাৰ মাতত সুমধুৰ ৰস আছে কাহিনী ভাগত সুন্দৰ বাৰ্তা বৰ্তমান সমাজলৈ ধন্যবাদ
@jibeshsarkar3477
@jibeshsarkar3477 3 күн бұрын
Bohut Bhal lagil suni...❤...❤...❤....❤....❤...❤
@urmilanath9751
@urmilanath9751 Күн бұрын
Bahut bahut val lagil
@sadhandas9336
@sadhandas9336 2 күн бұрын
🙏🙏বেয়াক ভালেৰে ভাল কৰি ভালৰ বৃদ্ধি কৰিলে জগতৰ পৰম মঙ্গল হয়। এই কাহিনী তাৰে এক জলন্ত নিদৰ্শন।ধন্যবাদ।
@bhupenkakati-v2v
@bhupenkakati-v2v Күн бұрын
@@sadhandas9336কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আছে বুলি মই ভাবোঁ।
@tarulatapegu9803
@tarulatapegu9803 2 күн бұрын
ক্ষমাই,পৰম, ধৰ্ম, কাহিনী,টোৰ,সাৰ, তত্ব,পাই, বহুত, ভাল লাগিল।
@Mridush4X
@Mridush4X 3 күн бұрын
কাহিনীটো শুনি বহুত বেছি ভাল লাগিল আজি সমাজত এই কথা অলপ মিল দেখা যেন লাগে
@MiturajPait
@MiturajPait 3 күн бұрын
কাহিনীটোক শুনি বহত ভাল লাগিল। পিছলৈ আৰু এনে কাহিনীক শুনুৱাই থাকিবা ভূঞা দা
@Indreswarsaikia-n8p
@Indreswarsaikia-n8p 3 күн бұрын
ভাল লাগিল ।কিছুমান মানুহৰ কাহিনীটোত মিল আছে ।😊
@nababaruah6905
@nababaruah6905 2 күн бұрын
বহুত বহুত ভাল লাগিল ❤❤❤
@RumiChangmai-q5z
@RumiChangmai-q5z 3 күн бұрын
Bohut..Val..lagil.thank..you.
@JunashHembrom-e6t
@JunashHembrom-e6t 3 күн бұрын
Vhal Kahani kar ba ghoror enekoy ASE
@user-sp7ec1fb4s
@user-sp7ec1fb4s 3 күн бұрын
কাহিনী ভাগ শুনি খুব ভাল লাগিল ! নমস্কাৰ...আকৌ এনেকুৱা কাহিনী মাধ্যমৰ যোগেদি লগ পোৱাৰ আশাৰে ... কৃষ্ণ কৃষ্ণ...
@dipanjalimohanta4800
@dipanjalimohanta4800 3 күн бұрын
জীৱনত প্ৰতিঘাত পালে জেদী হৈ পৰিলে বহুতো নভবা কাম সিদ্ধি কৰিব পাৰি চেষ্টাৰ সহায়ত।
@aswinibasumatary293
@aswinibasumatary293 3 күн бұрын
Very good ideal story.
@anjalibairagey9163
@anjalibairagey9163 2 күн бұрын
বহোত ভাল লাগিল পিছলৈ আৰু লিখিব আশা থাকিল
@porinitagogoi3803
@porinitagogoi3803 3 күн бұрын
বহুত ভাল লাগিল
@sisuramnath2869
@sisuramnath2869 3 күн бұрын
😂
@rupadutta9323
@rupadutta9323 3 күн бұрын
Khub bhal lagil 👍
@JitenBaro-jp2ue
@JitenBaro-jp2ue 2 күн бұрын
Bahut Val lagil pratikr ai karjyat kritkarjyata lav karar babe dhanyabad❤
@RajaKuar-t4u
@RajaKuar-t4u 2 күн бұрын
Bohut val lagil huni
@bhupenkakati-v2v
@bhupenkakati-v2v 2 күн бұрын
কাহিনীৰ পিছৰ খিনিত একমত তথা সন্তোষ লাভ নকৰিলে। কাৰণ শিক্ষয়িত্ৰী গৰাকীৰ লগত পুনৰ সংসাৰ না বাবা একমত কোনো কাৰণতেই হ'ব নোৱাৰিম। সন্তানৰ মুখলৈ চাই হ'লেও ই অসম্ভৱ। পুৰুষ জেদী হ'ব লাগে। কাহিনীটোত পুৰুষ জনক ভীৰু চৰিত্ৰত উপস্থাপন কৰিছে। হয়তো কাহিনীৰ যৱনিকাৰ কথা চিন্তা কৰিয়েই মিলনৰ ৰূপ এনেদৰেই দিছে। সি যিয়েই নহওঁক সুখী নহলো।
@premsuba1847
@premsuba1847 2 күн бұрын
যৱনিকা মুঠেও সন্তোষজনক নহ'ল!আত্মসংযম ,সততা,অনুশাসন নথকা তিৰোতাৰ কাম নাই!
@renuboro6011
@renuboro6011 2 күн бұрын
Val loga nai karan teo anya ajani ani Larator make banabo paril heten.
@bhupenkakati-v2v
@bhupenkakati-v2v Күн бұрын
100% একমত।
@sarbanandarajkumar6356
@sarbanandarajkumar6356 3 күн бұрын
Bahut Val hoiche Kahinitu. 👍🏾
@binodkakati7300
@binodkakati7300 15 сағат бұрын
এটি মনপৰশা আৰু জীৱনৰ গতি সলনি কৰিব পৰা কাহিনী ! কাহিনীটো শুনি খুবেই ভাল লাগিল ! হয়, এনেকুৱা ঘটনা আজিকালি আমাৰ সমাজত প্ৰায়েই ঘটি থাকে ! সঁচা ঘটনাৰ আলমত প্ৰস্তুত কৰা কাহিনীটো আমালৈ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ জনালোঁ !!
@monikalita5744
@monikalita5744 3 күн бұрын
হৃদয় বিদৰক কাহিনী। ধন্যবাদ
@kandarpadas8365
@kandarpadas8365 18 сағат бұрын
Bahut bahut val lagise aponar kahini to suni. Hay kisuman anekuwa manuh ase swarthapar atitar pahari jab pare natunkai beleg chinta kari agar sampark sesh kari pisat nije dhangakh hob pare
@KunjaBORO-ce4ft
@KunjaBORO-ce4ft 3 күн бұрын
Bohut bhal lagil
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 күн бұрын
তিৰোতাক ভগৱানেও বুজি পোৱা নাছিল ।
@bijumoniphukan7251
@bijumoniphukan7251 3 күн бұрын
​@@RupkantaPathori-sk3ru❤
@IndraKhanikar
@IndraKhanikar 3 күн бұрын
@@@ 8:15 8:15 ​@@bijumoniphukan7251
@bhubanbaro5386
@bhubanbaro5386 3 күн бұрын
Bhal lagil❤
@SulekhaHandique
@SulekhaHandique 2 күн бұрын
😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮​@@RupkantaPathori-sk3ru
@AnjaliLahon
@AnjaliLahon 2 күн бұрын
কাহিনীটো শুনি ভাল লাগিল ।
@nirannarah7423
@nirannarah7423 3 күн бұрын
❤❤ very nice ❤❤
@debakantasarmah1394
@debakantasarmah1394 Күн бұрын
ভাল লাগিল ,এনেকুৱা কাহিনী মাজে মাজে পাই থাকিলে ভাল লাগিব ।
@manabsaikia617
@manabsaikia617 16 сағат бұрын
অতি সুন্দৰ বৰ্তমান সময়ৰ এটা জিয়া কাহিনী।
@puspaborah3374
@puspaborah3374 2 күн бұрын
ভাল লাগিল।
@mrrajeshmili1399
@mrrajeshmili1399 2 күн бұрын
কাহিনীটো শুনি বহুত ভাল লাগিল আৰু এনেকুৱা কাহিনী শুনিবলৈ পালে ভাল পাম ।❤
@allinone1948
@allinone1948 2 күн бұрын
Aibur sab kalponik story he
@__rav___an__8042
@__rav___an__8042 3 күн бұрын
Xosakoi bhut val lagile ❤❤❤ Moi Jorhat or pora aru apunaluk kor pora kobo suun😊
@khayrulhasor2989
@khayrulhasor2989 Күн бұрын
কাহিনীৰ সচা মিচা নাজানো কিন্তু কাহিনী বৰ্ণনা শুনি ভাল লাগিছে,,
@RONGTULIART853
@RONGTULIART853 2 күн бұрын
শুনি ভাল লাগিল ...কিন্তু নিজৰ স্বাৰ্থৰ বাবে আনক অসান্তি দিয়া সকলক কেতিয়াও বিশ্বাস কৰিব নালাগে ...তাইৰ যদি ইমানেই সন্তান টোৰ প্ৰতি মৰম আছিল কিয় আতৰি গৈছিল .....সন্তান টোৰ কথা অলপো কিয় ভৱা নাছিল ....তাই নিজৰ ভূল চিকাৰ কৰিছে ঠিকেই ..কিন্তু গিৰীয়েকৰ ধন সম্পতিৰ লগতে নিজকে জিলা আয়ুক্ত ৰ পত্নী বুলি পৰিচয় দিবলেহে পুনৰ কাষ চাপিছিল ....তাকে কয় নাৰি চলনা ময়ী .....
@sagarikagogoi6500
@sagarikagogoi6500 2 күн бұрын
ভাল লাগিল দেই
@krishnagogoi1657
@krishnagogoi1657 3 күн бұрын
ভাল লাগিল
@aratisaikia6533
@aratisaikia6533 3 күн бұрын
Bohut val lagil
@HuntiKachari-u8w
@HuntiKachari-u8w 3 күн бұрын
আজিকালি আপুনি এনেকুৱাকৈ দিয়ে ভগবানৰ বিষয়ে নিদিয়া হ'ল য়ে কিছুমান নিতিবাচক কাহিনী দিব চোন কাৰন এনেকুৱা কাহিনী আজিকালি ঘতিযে থাকে কাৰন আজিকালি বিয়া বোৰ এখন নাটক ৰ‌ দৰে য়ে আজি এজনৰ লগত আকৌ দেখিব এদিন আন এজনৰ লগত সেইবাবেই কলো ভগবানৰ দিব ৰাতি শুবলৈ যাওতে তেনেকুৱা কাহিনি শুনি আনন্দ পাও আৰু আনকো শিকাব পাৰো ধন্যবাদ
@AkborAliMollah-zl7nv
@AkborAliMollah-zl7nv 3 күн бұрын
Bohutval,lagil,chunom, very,verybad,protikvery,very good,thankyou
@DuleswarDoley-s3u
@DuleswarDoley-s3u 2 күн бұрын
Kahinitu. bhal lagil
@dinanathrajkhowa9042
@dinanathrajkhowa9042 3 күн бұрын
এনেধৰণৰ কাহিনী ক'ত পায়।ভাল লাগিল।
@AbdurRoufSikdar-l3v
@AbdurRoufSikdar-l3v 2 күн бұрын
Bhal lagil de
@KalpanaBorah-u8c
@KalpanaBorah-u8c Күн бұрын
শুনি বহুুতেই ভাল লাগিল কাহিনীটো। ❤❤❤
@KrishnaBorah-jp5zh
@KrishnaBorah-jp5zh 3 күн бұрын
বৰ সুন্দৰ কাহিনী ভাল লাগিল
@PRASA527
@PRASA527 2 күн бұрын
Nice ❤
@DeepakKumar-xh3ix
@DeepakKumar-xh3ix 3 күн бұрын
Bhout dhuniya lagise kahini tu❤
@bimalaprasadborah
@bimalaprasadborah Күн бұрын
এইটো সঁচা কাহিনী হয় নে,যদি সঁচা শুনি ভাল লাগিল। পৰস্পৰৰ মিলন হোৱা সুখী হলো।
@Abhaypur12345
@Abhaypur12345 2 күн бұрын
এইবোৰ মনে সজা কাল্পনিক কাহিনীবোৰ উত্তৰ প্ৰদেশৰ মানুবোৰে খুৱ ভাল পায়
@SonadharpeguPeguSonadhar
@SonadharpeguPeguSonadhar 2 күн бұрын
সুনমে প্ৰত্নী হিচাপে বিৰাট ভূল কৰিলে । প্ৰতিকে ভাল পোতক ল'লে । 🙏🙏🙏🙏।
@junmonidutta3889
@junmonidutta3889 11 сағат бұрын
বহুত ভাল লাগিল ভিডিওটো শুনি
@jyotigogoi2162
@jyotigogoi2162 17 сағат бұрын
কাহিনীটো ভাল লাগিল। কিন্ত খ্যমা কৰাটোও ভাল, তাইৰ লগত পুনৰ সংসাৰ কৰিব নালাগিছিল।
@mampymali416
@mampymali416 2 күн бұрын
Bhal lagil.kshama karibparato bhut bhal gun,kintu bastab khetrat bhut kathin.
@PhukanNarzary
@PhukanNarzary 2 күн бұрын
Good feeling for future life
@KenediMorang-d8g
@KenediMorang-d8g 3 күн бұрын
Really an inpirable history
@heeramonikalita4148
@heeramonikalita4148 2 күн бұрын
Wow what a story❤❤😊
@brajeswarsarmah3644
@brajeswarsarmah3644 Күн бұрын
Very heartfiul story. Thank you.
@DulenDas
@DulenDas 3 күн бұрын
ভাল লাগিছে কাহিনীটো কিন্তু সময়ে সময়ে ফটো সলাই থাকিলে বেছি ভাল লাগিব
@SabitaKachari-bu1er
@SabitaKachari-bu1er 2 күн бұрын
Thank you sir ✍️🌹🙏
@SakuntalaBarman-j4g
@SakuntalaBarman-j4g 2 күн бұрын
Bhal lagil
@PakhilaDas-qp2xz
@PakhilaDas-qp2xz 2 күн бұрын
Bahut Val lagil
@Rejaulhoque-jt4kg
@Rejaulhoque-jt4kg 2 күн бұрын
Very very Nice
@Maruf138
@Maruf138 3 күн бұрын
হৃদয় বিদাৰক কাহিনী।
@sunu600
@sunu600 3 күн бұрын
Hi...like first comment
@mondeepsaikia5144
@mondeepsaikia5144 3 күн бұрын
Thank you, It is a very good story.
@anubharali885
@anubharali885 2 күн бұрын
বহুত ভাল লাগিল মাফ যে কৰিব পাৰিলে সেইটো বহুত ডাঙৰ কথা
@KajalNarah-f9p
@KajalNarah-f9p Күн бұрын
Daa kahinito bohut val lagil
@rajensaikia7625
@rajensaikia7625 2 күн бұрын
সুনমক চাকৰিৰ পৰা অব্যাহতি লোৱাই আনৰ ঘৰত 2 মাহ মান কাম কৰোৱাব লাগিছিল তাৰ পাচত গ্ৰহন কৰা হলে ,,,,,,,,,।
@sambaribrahma9478
@sambaribrahma9478 2 күн бұрын
Bohut bhal ideal story.Thank you
@munindrasaikia9201
@munindrasaikia9201 3 күн бұрын
❤❤❤
@mallikasarmah5303
@mallikasarmah5303 2 күн бұрын
কাহিনীটো শুনি বহুত ভাল লাগিল ❤
@JituKumar-m7w
@JituKumar-m7w 2 күн бұрын
Bahut vl lagil❤
@labonyaborah3287
@labonyaborah3287 Күн бұрын
Bohut val lagil thank you bhul
@ParthoHazorika
@ParthoHazorika Күн бұрын
Haren Hazarika ai❤kahinir hunuwar babea ahpunar loi bohut bohut dhanybad thakil❤
@HemakantaGogoi-c3l
@HemakantaGogoi-c3l 3 күн бұрын
কাহিনিটো খুব ভাল লাগিল
@MiraGogoi-r8n
@MiraGogoi-r8n 3 күн бұрын
Bór bhal kahini.
@jiya3424
@jiya3424 3 күн бұрын
Nice story
@NavadeepSaikia
@NavadeepSaikia 3 күн бұрын
It is may be a story but it is real in some cases.
@bipulborah7778
@bipulborah7778 2 күн бұрын
It,s good story we have heared from you .
@brajeswarsarmah3644
@brajeswarsarmah3644 Күн бұрын
Very heartful story, thank you
@dipasaikia1613
@dipasaikia1613 Күн бұрын
Hosai bhut val lagil ❤️
@ArobindaGogoi-t2j
@ArobindaGogoi-t2j 2 күн бұрын
Bohut bhal lagile
@herokrajbongxi5167
@herokrajbongxi5167 2 күн бұрын
বহুত শিকিবলগিয়া ❤
@KabitaBezbaruah-c8m
@KabitaBezbaruah-c8m 2 күн бұрын
Kahani to bhut val lagil
@DiptiKalita-h7p
@DiptiKalita-h7p Күн бұрын
Bohut val lagile
@Rita-l3d2c
@Rita-l3d2c 2 күн бұрын
Bohut bhal lagil ❤❤❤
@Krishna56375
@Krishna56375 14 сағат бұрын
Val lagil kahenitu huni
@putoligogoi9519
@putoligogoi9519 2 күн бұрын
শুনি ভালো লাগিল
@SangitaBoruah-n6x
@SangitaBoruah-n6x Күн бұрын
ভাল লাগিল শুনি।
@BinoySutradhar-c1l
@BinoySutradhar-c1l Күн бұрын
Birat bhal lagise dei kahini tu
@AmanulHoque-bd7we
@AmanulHoque-bd7we 2 күн бұрын
Val lagil sir
@birdhanpatir5702
@birdhanpatir5702 2 күн бұрын
ভাল হৈছে
@hemathadass-wx5rf
@hemathadass-wx5rf 2 күн бұрын
Goodsuper
@TulshiChetia-t7h
@TulshiChetia-t7h 2 күн бұрын
Thanks for your advise
@Parishmita664
@Parishmita664 2 күн бұрын
Bohut. Bhal. Lagile
@UlfaHakka-gm9yo
@UlfaHakka-gm9yo Күн бұрын
কাহিণিতো ভাল লাগিল❤️❤️❤️❤️
@JharnaDevi-mn6bv
@JharnaDevi-mn6bv 2 күн бұрын
Val lagile
@JunashHembrom-e6t
@JunashHembrom-e6t 3 күн бұрын
Bohut bhal kahini
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 күн бұрын
Heart touching video.
ৰাসলীলা TODAY EPISODE
18:39
VLOG WITH JURI
Рет қаралды 80 М.
Worst flight ever
00:55
Adam W
Рет қаралды 10 МЛН
🍉😋 #shorts
00:24
Денис Кукояка
Рет қаралды 1 МЛН
How Strong is Tin Foil? 💪
00:26
Preston
Рет қаралды 76 МЛН
Bike Vs Tricycle Fast Challenge
00:43
Russo
Рет қаралды 46 МЛН
Worst flight ever
00:55
Adam W
Рет қаралды 10 МЛН