LIVE | Assam Accord | ৰূপায়ন হ'ব অসম চুক্তিৰ ৬নং দফা! অসমীয়াৰ সংজ্ঞা কি? N18L

  Рет қаралды 37,905

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | Assam Accord | ৰূপায়ন হ'ব অসম চুক্তিৰ ৬নং দফা! অসমীয়াৰ সংজ্ঞা কি? N18L
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assamaccord #assamcabinet #cmhimantabiswasarma #aasu #live #parthajyotiborah
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 68
@pradipkumarkalita99
@pradipkumarkalita99 3 күн бұрын
এইয়াই সুবৰ্ণ সুযুগ। এতিয়াই নহ'লে আৰু কেতিয়াও নহ'ব।সকলো অসমীয়াই এক হ'ব লাগিব। কংগ্ৰেছ আৰু লুৰিণ, অখিল হতৰ মতি গতি ভাল নহয়। তেওঁ লোকে ভোটৰ লোভত খিলঞ্জীয়া জনগোষ্ঠীক প্ৰতাৰণা কৰিবলৈকো কুণ্ঠাবোধ নকৰে আৰু মিঞা মুছলমানৰ স্বাৰ্থত কাম কৰিবলৈ যাব। গতিকে এতিয়া অসমৰ শত্ৰু মিত্ৰ ওলাই পৰিব।সকলো ৰাজনৈতিক দল সংগঠন এক হ ওক।
@nkdas7082
@nkdas7082 4 күн бұрын
আমি অসমীয়া, অসমত থকা বঙালী, বিহাৰী, মিঞা আদি অনাঅসমীয়া ৷
@anjelinadeka4795
@anjelinadeka4795 4 күн бұрын
অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব।
@AbbasAli-p6r
@AbbasAli-p6r 3 күн бұрын
ভূমিপুত্ৰ সকলেহে অসমীয়া হ'ব লাগে।অসমক এখন ট্টাইবেল ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। মুখ্যমন্ত্ৰী পদটো ট্টাইবেলৰ হ'ব লাগে।
@FazlulSaikia
@FazlulSaikia 3 күн бұрын
Where is clause 5? If clause 5 does not exists Assam Accord is meaningless.
@jitensarma1210
@jitensarma1210 3 күн бұрын
সুন্দৰ পদক্ষেপ। অশেষ ধন্যবাদ জনালো। কিন্তু ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ বঙালী ভাষাৰ লোকৰ ক্ষেত্ৰত উদাসীন নহ'বলৈ অনুৰোধ জনালো।
@rajendradatta-z1n
@rajendradatta-z1n 3 күн бұрын
অসমীয়াৰ সংজ্ঞা আৰু খিলঞ্জীয়াৰ সংজ্ঞা একে নে বেলেগ। হিন্দু বেংগলী কেইটা আসমীয়া নেকি। আসমীয়া ভাষা গ্ৰহণ নকৰে কিন্তু আসমীয়া। হিমন্ত বিশ্বই অন্তিমটো গজাল আসমীয়াক মাৰিলে।
@rajibkaushik3540
@rajibkaushik3540 2 күн бұрын
100% correct
@abutahereusuf5345
@abutahereusuf5345 3 күн бұрын
1950 sanar pisat oha lakh lakh bangali hindi jiye axomia jatit bilin hai gal Yar mane tewloke axomia nahai?? 95pc miya jiye 50 sanar agate oha ba 1950 sanar NRC t name ase jiye axomia bhasa grahan karise teulokeo khilangia. Kunu agar bengali muslim atia naaxomia hisabe sahitya sab hai skriti dise 1970 sanatei teuloke nissai khilanjia axomia.
@gurujai8130
@gurujai8130 3 күн бұрын
asdomot bangla boro bhaghar school bilak bondho kori diyok soli thokar yukti nai
@hemprasadbordoloi2020
@hemprasadbordoloi2020 4 күн бұрын
আমি যদি প্ৰতিবেদন পঢ়ি লবই লাগে আপুনি কিয় বিশ্লেষণ আগবঢ়াই আছে ???
@pradipkhoud4665
@pradipkhoud4665 Күн бұрын
এতিয়াও অসমীয়া কোন বুলি কোনো আলোচনা কৰাৰ কি প্ৰয়োজন আছে ? এই দিশত লগী থকা সকলে " ভাগৱত","ৰামায়ণ"আদি মহান গ্ৰন্থ সমূহৰ দৰে সমগ্ৰ দেশত সমাদৰ লাভ কৰিব পৰা গ্ৰন্থ লিখাৰ কাম আৰম্ভ কৰা ভাল! অথকে গল কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ ৰচনা "অ' অসমীয়া ডেকা দল" শীৰ্ষক গীতটি ! অথলে গ'ল জ্যোতি প্ৰসাদ আগৰৱালা দেৱৰ " গাঁৱৰ ল'ৰা গাৱে গাৱে বন্তি জ্বলাই যাওঁ আমি "! অথলে গ'ল লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জাতীয় সঙ্গীত "অ' মোৰ আপোনাৰ দেশ " যুগজয়ী গীত সমূহ ! কেইদিন মানৰ পৰা চলি থকা এই বিষয়ৰ আলোচনা আমাৰ জাতিটোৰ আটাইতকৈ বৃহৎ ব্যাধি ! প্ৰদীপ খাউণ্ড পাভৈ।
@hiteshwarray4270
@hiteshwarray4270 4 күн бұрын
1951 assamese indian 1826 assamese indigenous people
@nripendrabarman2950
@nripendrabarman2950 3 күн бұрын
অতি সুন্দৰ হোৱাৰ কামনা থাকিল।
@lakhyeswarborah614
@lakhyeswarborah614 12 сағат бұрын
আমি সৰ্বপ্ৰথমে মাননীয় বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন খন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা গ্ৰহণ আৰু অনুমোদন কৰাই লোৱাটো বিচাৰিছোঁ । তেতিয়াহে ৰূপায়ণত ফলপ্ৰসু হব বুলি গণ্য কৰোঁ । নহলে যিমান গাই-বাই থাকিলেও এইয়া নিৰ্বাচনী বেতৰণী পাৰ হোৱাৰ কৌশল বুলিয়েই ভাৱিবলৈ আমি বাধ্য । স্পষ্ট কথা চৰকাৰৰ এই কৌশলত ছাত্ৰ সন্থাই উজান দিয়াটো আমি মানি লব পৰা নাই ।
@ajubhai2131
@ajubhai2131 Күн бұрын
Interview ৰ qution paper Assamese and English হোৱাটো বাধ্যতামূলক হ'লে ভাল হ'ব। তেন্তে দূয়োটা মাধ্যম ৰ candidate সমানে নিৰ্বাচিত হ'ব।
@hemchandraborah-vd6nz
@hemchandraborah-vd6nz Күн бұрын
ইতিহাসৰ আৰু বুৰঞ্জীয়ে অসমীয়া সংজ্ঞা দি থৈ যোৱা পাছত ৰাজনৈতিক উদ্দেশ্যত নতুন সংজ্ঞা দিব বিচৰাটো অসমীয়া জাতিক শেষ কৰা কৌশল বুলি ক'ব পাৰি নেকি।
@bhabendoley6151
@bhabendoley6151 Сағат бұрын
সঁচা হলে কিছু টিকেই বুলি ধৰিম।মই নিৰ্বাচনী টোপ হব নালাগে বুলি কম। যদিহে টোপহে হয় অসম ৰকা তল গল।কোনেও বচাব নোৱাৰে।
@bmazumder9654
@bmazumder9654 3 күн бұрын
বৰাক উপত্যকা বাদ দি তেওঁ কীয় এইটো কৰিলে মানে বৰাক ভেলী অসমৰ বাহিৰত?
@WrituponWritupon-ds9us
@WrituponWritupon-ds9us Күн бұрын
নিৰাশাৰ বেষ্টনী । আৰে , কাম কৰি দেখুৱাই দিয়কচোন, চৰকাৰে। অসমীয়া জাতি চিৰদিনলৈ গদ গদ হৈ থকাকৈ ।
@mainulhoquebarbhuiya8661
@mainulhoquebarbhuiya8661 Күн бұрын
Is.Borak.velly,out..of.assam.?
@nabajitpatowary4681
@nabajitpatowary4681 2 күн бұрын
সুন্দৰ পদক্ষেপ
@Immantu
@Immantu 13 сағат бұрын
সুন্দৰ পদক্ষেপ এটিয়া কথা হ'ল গৌৰৱ লুৰিন অখিল গগৈয়ে মানি লয় নে নলয় বা
@fazlurrahmankhan8945
@fazlurrahmankhan8945 3 күн бұрын
Clear kotha nokoi kheli meli logai dile .
@BirsingNarzary-h1i
@BirsingNarzary-h1i 4 сағат бұрын
আমি সকলোৱে জানিব বিচাৰো
@parthadas2259
@parthadas2259 17 сағат бұрын
Impartical debate, again another false assurance.
@Shsbzyqn123
@Shsbzyqn123 14 сағат бұрын
Mia r eko asubidha nohoy ,bhasikh sankhyaloghuk target korihe 51 karahol
@BiseswarDaimary-hm6es
@BiseswarDaimary-hm6es 49 минут бұрын
Moi okomia nohoi.muk okomia japidobo nelage.moi boro hoi.
@roshidahmed1269
@roshidahmed1269 3 күн бұрын
অসম আদ্নোলন ১৯৭১ চন ৰ চুক্তি বিফল হ'ল
@manojinspiresindia9784
@manojinspiresindia9784 3 күн бұрын
Assamt dhaka khakalu Hindu Assamiya hai ❣️❣️❣️❣️❣️❣️
@JyotirmoySarma-e9t
@JyotirmoySarma-e9t 3 күн бұрын
প্ৰায় ৪০ বছৰ পিচত ইতিবাচক প্ৰয়াস। আশাকৰো চৰকাৰী পক্ষই সকলো ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত থাকি সচাঁ অৰ্থত সদিচ্ছা দেখুৱাব।
@Eve-d2e
@Eve-d2e 3 күн бұрын
ভূমিপুত্ৰ জনজাতি সকলৰ ভাষাসমূহ জীয়াই ৰখা আৰু ভাষাসমূহৰ উত্তৰণৰ নীতি-পৰামৰ্শ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিৱেদনত স্পষ্ট নহয় নকি বাৰু?
@madanchandrakarjee2283
@madanchandrakarjee2283 3 күн бұрын
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বা ব্যক্তিগত খণ্ডৰ চাকৰিত অসমীয়া ভাষা বাধ্যতামুলক হলে অসমীয়া সকলে বাহিৰত চাকৰি পাব নে? বাহিৰতো তাকে কৰিব । যি সকল অসমীয়া ই কামৰ বাবে বাহিত থাকি , তাতে লৰা ছোবালী অসমীয়া পহৰা নহল কি কৰিব ? তাৰ মানে সামৰিক বা তেনেকুবা বিভাগবোৰত অসমীয়া নোযোবা ভাল হব । ইয়াতে খোবা কামোৰা কৰি থকা হে ভাল হব ।
@ikramulhaque3868
@ikramulhaque3868 3 күн бұрын
eta problem solv hobo baru atia castor kotha to sobore cast to homan koribo lage nohole exam pota aku valu nathakibo.general hupa pohiu ane more .baki bure kom k marks pale hoi jai.aito problem solv koribo lage tetya he ai jon ajon val montri akhya dya hobo.
@abdulsahad8615
@abdulsahad8615 Күн бұрын
Himantoi haap khel dekhuwaose raijok
@AN-xp1bn
@AN-xp1bn 3 күн бұрын
Veri good❤❤❤
@DibakarSingha-yw7dp
@DibakarSingha-yw7dp 2 күн бұрын
Asam hinur ha
@vlog-ex3mr
@vlog-ex3mr 3 күн бұрын
Aami Akhomiya nohoi dukhiya
@assamcreature8399
@assamcreature8399 2 күн бұрын
Ki str xangbadik aaxomia kowte bokora lage
@BhupenRoy-b2p
@BhupenRoy-b2p 3 күн бұрын
15:20
@KutubUddin-ur6gt
@KutubUddin-ur6gt Күн бұрын
CAA?
@kailashbharali5604
@kailashbharali5604 3 күн бұрын
Muthe mani lab noaro. 855 jan swahide 7l bisra nasil. 1951 vittibsra t . N. R. C hblagib voter talikao 1951 hb lagib.
@HussainAli-m5c
@HussainAli-m5c 4 күн бұрын
1951 proman patra nothoka mya manuh khini oxomyar skrity napaye , gotike nijar matribhakha oxomya nilikhaie bhal. + Borolendat thoka myamanuh senchasot matri bhkha Bodo+Bangla likha bhal hubo , bhabi chabo------------!
@vlog-ex3mr
@vlog-ex3mr 3 күн бұрын
Kintu BJP e jiye nokorok , kormosari khokolok jadi OPS nidiye Vote nodiu. Vote for Assam.
@ArshadAhmed-w6s
@ArshadAhmed-w6s 3 күн бұрын
Oh0mia 1951 arukhilonjia 1826,,,muthote miaketa bad porilei ami khus
@neetash6717
@neetash6717 3 күн бұрын
জীলাপীৰ মচলা খিনি নবনোৱাকৈ পেচ শিখাৰ দৰে কথা?
@crazy-bg1ds
@crazy-bg1ds 3 күн бұрын
Asomot land law aru inner line permit lage......
@nitulgogoi8229
@nitulgogoi8229 3 күн бұрын
Axomot axomiyak hompruno sakori bakori hokolu hobo lagibo
@sukumarbiswas8608
@sukumarbiswas8608 3 күн бұрын
আটাইতকৈ ফালটো চেনেল এইটো।
@BhupenRoy-b2p
@BhupenRoy-b2p 3 күн бұрын
Aito hab lagibo tiyaha asmaya athto thakibo.
@jibrankhalil4208
@jibrankhalil4208 3 күн бұрын
Ami miyai homorthon dilu
@debabratgoawami3061
@debabratgoawami3061 3 күн бұрын
Not good
@nurulhoque5012
@nurulhoque5012 3 күн бұрын
Beku bauna
@azharuddinlaskar
@azharuddinlaskar 3 күн бұрын
Cachar rat o asamiya ho bo lage
@VV-kx1op
@VV-kx1op 3 күн бұрын
Not satisfied
@kaylashadhikary7227
@kaylashadhikary7227 3 күн бұрын
Good
@MaghenMoran-ej4di
@MaghenMoran-ej4di 3 күн бұрын
Moja pod khed bhal lagise
@kamalkalita3293
@kamalkalita3293 3 күн бұрын
Nice....
@nazrulchowdhury3659
@nazrulchowdhury3659 4 күн бұрын
Axom+miya=axomiya
@babyborahazarika4153
@babyborahazarika4153 2 күн бұрын
Pagol
@sacreativeandcrazy953
@sacreativeandcrazy953 4 күн бұрын
Nice step
escape in roblox in real life
00:13
Kan Andrey
Рет қаралды 91 МЛН
А ВЫ ЛЮБИТЕ ШКОЛУ?? #shorts
00:20
Паша Осадчий
Рет қаралды 9 МЛН
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 3,5 МЛН
30 SEPTEMBER 2024 LPS CHIBAI MIZORAM
17:36
LPS VISION
Рет қаралды 4,2 М.