মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দিশত আজি আৰু এটা খোজ আগবাঢ়িল

  Рет қаралды 34,390

News Live

News Live

Күн бұрын

📌মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দিশত আজি আৰু এটা খোজ আগবাঢ়িল। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপ অত্যন্ত ইতিবাচক পদক্ষেপ : আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্য।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 111
@kailashkashyap6364
@kailashkashyap6364 4 күн бұрын
জয় আই অসম❤ অসমৰ প্ৰত্যেকজন খিলঞ্জীয়াই শতপুৰুষীয়া এই মান অভিমান ৰক্ষা কৰাৰ বাবে AASU ৰ উপদেষ্টাজনৰ ওপৰত আশাবাদী
@pankajgogoi5045
@pankajgogoi5045 4 күн бұрын
@@kailashkashyap6364 murtu sudurbhai
@sailendrapatowary3803
@sailendrapatowary3803 4 күн бұрын
Positive steps taken by Assam Govt. Jai aai Asom.
@gunakantabaruah6243
@gunakantabaruah6243 4 күн бұрын
১৯৫১ চন।NRC ও আগতেই বসবাস কৰি অহা সকল খিলঞ্জীয়া। গতিকে সম্পূৰ্ণ অধিকাৰ ৬ নম্বৰ দফা মতে খিলঞ্জীয়াই পাব লাগিব। বাকী সকল যদি ভাৰতীয় মুলৰ নহয়। তেতিয়া ২ নম্বৰ নাগৰিকত্ব লাভ কৰিব লাগে। এইটো কথাকে পেৰি পেৰি থাকিলেই নহ'ব।ফলাফল লাগিব।সমুহ অসমীয়া ইয়াত একমত। যিয়ে সমাধান কৰিদিব তেওঁ লোক প্ৰকৃত অসমীয়াৰ বিপদৰ বন্ধু বুলি বিবেচিত হ'ব।
@digantasaikia123-t9b
@digantasaikia123-t9b 4 күн бұрын
ভগৱান ভগৱান ।শুদ্ধ বিচাৰ কৰক ।
@PrachurjyaDutta-u7s
@PrachurjyaDutta-u7s 4 күн бұрын
Vaiti Bohut Dinor pasot Dekhisu
@rajeshhazarika1663
@rajeshhazarika1663 4 күн бұрын
😂
@cgohain7304
@cgohain7304 4 күн бұрын
২০২৯ চনৰ লৈকে তানি থাকিব।
@santanuduarah7188
@santanuduarah7188 9 сағат бұрын
😂😂
@shuklagogoi3209
@shuklagogoi3209 4 күн бұрын
Very good decision, kintu akou jate rajniti nhoi, iman dinor pora kori thoka axa eta pura hobole goi ase
@TarunPayeng
@TarunPayeng 4 күн бұрын
Ki bishak koru,,,buji napau,,,
@dhirendradoley1108
@dhirendradoley1108 4 күн бұрын
26 চৰ নিৰ্বাচনি বত্যৰনি পাৰ কৰা ইচ্ছু.... লাভ নাই ৰাইজে notice কৰি আছে ... সকলো বুজি পায়
@deepphukan4960
@deepphukan4960 4 күн бұрын
A studant jonok bohut dinor pasot dakha palu. Thailand ot goysel naki majota. Bohut din dakha puwa nasilu. ❤❤❤❤❤
@ajaymech5797
@ajaymech5797 3 күн бұрын
Aijon a ajon student ji nomora louke student hoi thakibo 😂
@simantadas2564
@simantadas2564 4 күн бұрын
NRC 1951 চনৰ পৰা হব লাগে।
@PathiaBoro
@PathiaBoro 4 күн бұрын
❤❤❤জই আই অসম❤❤❤
@uzzalkalita3613
@uzzalkalita3613 4 күн бұрын
Assam NRC ১৯৫১
@indial77672
@indial77672 4 күн бұрын
মামাা তুমি মহান❤❤❤
@thed.m.9054
@thed.m.9054 3 күн бұрын
জাতিধ্বংসী এই সিদ্ধান্তক comment section ত মানুহবোৰে কিয় অতি ভাল সিদ্ধান্ত বুলি মতামত প্ৰদান কৰি আছে, সেয়া অতিকৈ দুৰ্ভাগ্য আৰু লজ্জাৰ বিষয় ৷ একমাত্ৰ আছুৰ ভুলৰ বাবেই অসমখন বাংলাদেশীৰে ভৰি গ’ল ৷ যিসকলে ইতিহাস নাজানে, তেওঁলোকে ইতিহাস অধ্যয়ন কৰক আৰু জানি লওঁক অসম আৰু প্ৰকৃত অসমীয়াখিনিৰ ইতিহাস কি ? আছুৰ সেই জাতিধ্বংসী শ্ৰুতলিপিবোৰকে সত্য বুলি মানি থাকিলে অসমৰ খিলঞ্জীয়াৰ যিখিনি অস্তিত্ব আজি আছে, সেইখিনিও কাইলৈ লুপ্ত হৈ যাব ৷ কোনেও যেন কেতিয়াও পাহৰি নাযায়, আজি অসমত অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশীৰ সংখ্যা যে ৩০ লাখৰপৰা ১ কোটিলৈ বৃদ্ধি পাইছে সেয়া একমাত্ৰ আছুৰ ভুলৰ বাবে ৷ সময় থাকোঁতে সকলোৱে সত্য তথ্যবোৰ জানি লওঁক ৷ জয় আই অসম ৷
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 4 күн бұрын
Bhout bhout Val kotha 🇮🇳🙏🤝🥰
@PabitraChowPabitraDihingiaBoru
@PabitraChowPabitraDihingiaBoru 4 күн бұрын
NRC@উন্নিতকৰণ কেতিয়া হব..!৬য় জনগোষ্ঠী জনজাতিকৰণ সমৰথন নকৰে নে কি..!
@pranjitlahkar8310
@pranjitlahkar8310 4 күн бұрын
Finally state government take good decision as soon as possible close 6 impleme t in Assam
@aswinikumardas3188
@aswinikumardas3188 4 күн бұрын
Very good news
@kdtravelingvlog2426
@kdtravelingvlog2426 4 күн бұрын
1951 ভিত্তিবৰ্ষ কিয় নহল?1951 ভিত্তিবৰ্ষ হলে কাৰ কি থতি হয়? দেখা গৈছে সকলোকে বিদেশি লাগে।
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 3 күн бұрын
সকলোৱে ক্ষুদ্ৰ স্বাৰ্থ আৰু ৰাজনীতি বাদ দি ৮৫৫ জনক ৬ নং দফা কাৰ্যকৰী কৰি সন্মান জনাও ৷
@ritupanmedhi6397
@ritupanmedhi6397 4 күн бұрын
সুন্দৰ 👍
@prakantapanging3668
@prakantapanging3668 4 күн бұрын
Good❤
@chittathakuria3359
@chittathakuria3359 4 күн бұрын
Mur deuta apunar logot aasu korisil.b.baruah colleger gs asil.deuta sakori pora retire hua 2 bsor hol.deutar khontan moi biya patilu mur age 34 mur ajni swali ase 3 years or.kor pani kot gusi gol kintu apuni aasu te thki gol.apunak mnuhe ki buli vbe apuni sage gom napai.boikh bohut hol atia aasu eri natun khokolok khujug dibo lge.dhanyabad
@puspajitkonwar1997
@puspajitkonwar1997 3 күн бұрын
Ki hujug dibo lge....
@prashanakumargogoi8924
@prashanakumargogoi8924 4 күн бұрын
এই 6 নং দফাক লৈ আপোনাৰ লোকে ৰাজনীতি কৰি থাকক। এই 6নং দফাটো কাৰ কাৰণে, নিশ্চয় অসমীয়া কাৰনে? তেন্তে হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ লোক অসমীয়া নহয় নেকি? তেন্তে ইমান বছৰত হোৱা নাই কিয়?
@jungleftness
@jungleftness 3 күн бұрын
Right 👍👍
@madhurjyamahanta
@madhurjyamahanta Күн бұрын
১৯৭১ যদি ভিত্তিবৰ্ষ হয়, তেনে CAA খন কি হল ? যিখনে ২০১৪ লৈকে সকলোকে নাগৰিকত্ব দিবলৈ ওলাইছে । এই ৬ নং দফাৰ ৰাজ্যচৰকাৰৰ আওতাত থকা বিষয়সমুহ সমাধান হবলৈ কিমান দিন লাগিব ? কেন্দ্ৰীয় চৰকাৰে সহমত প্ৰকাশ কৰিছেনে ?
@basisthaacharya6590
@basisthaacharya6590 4 күн бұрын
এই বিষয়বোৰ গেথেলা মাৰি থকাৰ বাবে আজি অসমৰ খিলঞ্জীয়া ৰাইজে ছয় বছৰীয়া অসম আন্দোলনৰ বিৰূপ প্ৰতিক্ৰিয়াত ভূগিব লগীয়া হৈছে। এতিয়া আৰু সময় নষ্ট নকৰিবলৈ অনুৰোধ জনালোঁ। এদেও দুদেও কৈ আমাৰ লোটা বাতি ঘটি সকলো নি শেষ কৰিছে।গোজেই গজালি হৈ এতিয়া বৰ গছ হ'ল। সেই সময়ত আমি বহুত হেৰুৱাইছো। জোৰ পুৰি হাত পাইছেহি। যিমান পাৰি সিমান সোনকালেই এই আহি থকা জটিল পৰিস্থিতিৰ পৰা অসমীয়াক ৰক্ষাৰ বাবে অসম চৰকাৰে আগবাঢ়ি যাওক।
@simantadas2564
@simantadas2564 4 күн бұрын
কঠিন আইন বনাব লাগে,যাতে বাংলাদেশী খেদা খাই
@NirmolRay1996
@NirmolRay1996 4 күн бұрын
ভাল লাগিল।।।আশা কৰিলো যাতে সঠিক ৰূপায়ণ হয়।
@PremanandaDeka-fg8ek
@PremanandaDeka-fg8ek 4 күн бұрын
Very good cm
@banashreekalita6991
@banashreekalita6991 3 күн бұрын
সুখ অনুভৱ কৰিছোঁ। কাৰ্য্যকৰী হ'লে অতি সুখী হ'ম। অস্তিত্ব ৰক্ষাৰ আন্দোলনত আমি বহুত হেৰুৱালো
@rabinsarmah5994
@rabinsarmah5994 3 күн бұрын
চুক্তি স্বাক্ষৰ কৰা বেছি ভাগ ব্যক্তি ইতিমধ্যে স্বৰ্গগামী হৈছে , বাকী কেইজনমান জীয়াই থাকোতেই কিবা এটা হ'লে ভাল আছিল !
@katappa7406
@katappa7406 3 күн бұрын
। ,্ ,!ং্ঁ ʼ এই বিলাকৰ কি অৱস্থা হ'ল মোদী ডাঙৰীয়া অকণমান ডাঙৰীয়াই বুজাই দিলে ভাল হয় এবাৰ আহি। ধন্যবাদ ।
@thed.m.9054
@thed.m.9054 3 күн бұрын
আছুৰ মতে হ’ব কিয় ? আছু অসমৰ অভিভাৱক নহয় ৷ একমাত্ৰ আছুৰ ভুলৰ বাবেই অসমত অবৈধ বাংলাদেশীৰ সংখ্যা ৩০ লাখৰপৰা ১ কোটিলৈ বৃদ্ধি হ’ল ৷ অসমীয়াৰ সৰ্বসন্মত সংজ্ঞা ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ নিয়ম অনুসৰি সন্মিলিত মহাসংঘই প্ৰদান কৰিছেই, তাৰ পাছতো আছুৰ দৰে স্বাৰ্থলোভী সংগঠন এটাৰ মতে অসমীয়াৰ সংজ্ঞা নিৰূপন হ’ব কিয় ? আছুত থকা ৩০-৪০ গৰাকী ব্যক্তিৰ মতামত অসমৰ প্ৰায় ২ কোটিৰ অধিক খিলঞ্জীয়াৰ সমৰ্থিত মত হ’ব নোৱাৰে ৷ আছুৱে অসমৰ বহুত ক্ষতি কৰিলে, গতিকে এতিয়া আছুৱে নিজৰ ক্ষমাহীন ঐতিহাসিক ভুলবোৰৰ বাবে আঠু কাঢ়ি অসমীয়াখিনিৰ ওচৰত ক্ষমা খুজি সন্মিলিত মহাসংঘৰ অসমীয়াৰ সংজ্ঞাৰ ভিত্তিত অসমক সুৰক্ষিত কৰাৰ বাবে চৰকাৰক জোৰ দিব লাগে ৷ বিঃদ্ৰঃ- “অসম চুক্তি” হৈছে প্ৰকৃততে অবৈধ বাংলাদেশীৰ সুৰক্ষা আৰু অসমীয়াৰ প্ৰতাৰণাৰ দলিল ৷ গতিকে অসমত খিলঞ্জীয়া জাতি-জনজাতিসকলৰদ্বাৰা সমীক্ষা হ’ব লাগে যে এইখন চুক্তিক ৫০% ৰ অধিক অসমীয়াই মানে নে নামানে ? যদি নামানে তেন্তে এইখন চুক্তিক নস্যাৎ কৰিব লাগিব চিৰদিনৰ বাবে ৷
@niroddeka8957
@niroddeka8957 3 күн бұрын
যি কাম যোৱা ৪০ বছৰে ছাত্ৰ সংস্থা ই কৰিব নোৱাৰিলে সেই কাম এজন সাহসী অসমীয়া জাতি,মাটি ভেটি কথা চিন্তা কৰা মুখ্যমন্ত্ৰীয়ে কৰি দেখুৱালে,,,ড* হিমন্ত বিশ্ব শৰ্মাক বহুত বহুত ধন্যবাদ। ছাত্ৰ সংস্থাৰ সহযোগত সকলো দিশ ইতিবাচক হওক।
@pabangohain6959
@pabangohain6959 3 күн бұрын
অসম‌ আন্দোলন সমাপ্ত কৰি ৪০ বছৰ বাট ছাই আছো । গতিকে ইয়াত বেলগ কথা নাই সমাধান লাগে।
@dumahusoroniya6691
@dumahusoroniya6691 3 күн бұрын
এইটো বয়সত ছাত্ৰ সন্থাৰ সভাপতি নিৰ্বাচিত কৰি ৰাখিছে কি কম আৰু
@santanuduarah7188
@santanuduarah7188 9 сағат бұрын
Aijon dada k bohut dinar pisot dekhisu j, vabisilu retirement lole. Oooo atia he gom paisu ajonak bay bay di camera r agoloi aahise 😅😅
@bhupendas8637
@bhupendas8637 3 күн бұрын
অসম চুক্তিখন আমাৰ আত্মা , মাননীয় মুখ্য মন্ত্ৰী মহাশয়ক নমস্কাৰ জনালো।
@sacindradeka8192
@sacindradeka8192 4 күн бұрын
আকৌ এবাৰ হিমন্তৰ চৰকা? ছাত্ৰ সন্থাৰ প্ৰচেষ্টা।
@utpaldas1847
@utpaldas1847 3 күн бұрын
Dada apunar drirota manisu….. dhanyabaad…. Outstanding Resilience
@utpaldas5851
@utpaldas5851 3 күн бұрын
Miyar bihari,maruwarir khetrot mat Nidia assu'e eiya c m.action'r pasot mat dise.ji bangladeshi khedibo a.ss.u 'janma housil xei assu'e miyar khetrot kiyo mat nide???
@RanidharTalukdar
@RanidharTalukdar 4 күн бұрын
নিজে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন টো গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সময় নহল ! এতিয়া আহিল ইয়াৰ কাৰ্যকৰী কৰণ ! আমাৰ মনত সন্দেহৰ উদ্ৰেক হৈছে। ২০২৬ ৰ বৈতৰিনি পাৰ হবলৈ মূখ্যমন্ত্ৰী জনৰ চটোৰালি নহয়টো ! গতিকে ছাত্ৰ সন্থাই অতি সন্তৰপনে বিষয়টোত আগবাঢ়িব লাগিব।
@subashgogoi263
@subashgogoi263 3 күн бұрын
মামা আৰু বৃদ্ধ ছাত্ৰ (ককা) মিলি লালি পপ দিছে, অসমৰ ৰাইজক 😅😅😅
@rukmasarma2377
@rukmasarma2377 4 күн бұрын
Mama zindabad ❤
@LatifAli-b1t
@LatifAli-b1t 2 күн бұрын
Duniya sristi hote manuh bhag bitora huwa nasil to mati bhag bitoron huwa nasil je hindu musalman buli moi bishwakh koriso je sakalo thik hobo
@KhiteswarSarma
@KhiteswarSarma 3 күн бұрын
Congress thkile ketiao ei khini kam nhl hoi... Dhanyabad himanta mama❤..
@DimbeswarDeka-dw7lt
@DimbeswarDeka-dw7lt 6 сағат бұрын
আৰু কিমান দিন আৰু ?
@opsankat4870
@opsankat4870 3 күн бұрын
Mamai assomar bhagya saloni karibo paariba. Atia maamaai kebol nijar ghar khan maane assom khan rakhya karak. Kebol. Kebol kebol aapunihe rakha karibo paariba assomak.
@AdventurousLens318
@AdventurousLens318 3 күн бұрын
#NRC1951 এইটো কমেন্ত কৰা সকলোৱে
@DipjyotiBarman-y8w
@DipjyotiBarman-y8w 4 күн бұрын
Good 👍👍
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl 4 күн бұрын
সুন্দৰ
@sunilbaishya5512
@sunilbaishya5512 3 күн бұрын
ঈশ্বৰে সহায় কৰক।
@gautamsarma8897
@gautamsarma8897 4 күн бұрын
B J P bahire kuno samadhan kariba noyare Rakhakabas. B J P sarkar Jindabad
@Arproduction06
@Arproduction06 4 күн бұрын
Good decision mama
@rsvlog4796
@rsvlog4796 4 күн бұрын
Mia Lover Toi😊
@hritamkashyap
@hritamkashyap 13 сағат бұрын
বটবৃক্ষ ❤❤❤
@kushallx8474
@kushallx8474 3 күн бұрын
❤❤❤❤জয় আই অসম ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@SagarPaul-yc3sj
@SagarPaul-yc3sj 4 күн бұрын
Good news
@tigerbarhai2454
@tigerbarhai2454 3 күн бұрын
Vl kam Joi ai axom
@rahul-y8w5v
@rahul-y8w5v 3 күн бұрын
জয় আই অসম ✊✊✊
@DevojitDoley-s1b
@DevojitDoley-s1b 3 күн бұрын
জই আই অসম ❤❤❤
@Badanch
@Badanch 3 күн бұрын
Bahut val lagil great AASU
@sunandaborah8177
@sunandaborah8177 3 күн бұрын
সময়ে কব
@gautamdas7491
@gautamdas7491 4 күн бұрын
👍👍
@rsvlog4796
@rsvlog4796 4 күн бұрын
Caa Ami Namanu Pagol Ata Mia Lover
@Trikaaladarshi
@Trikaaladarshi 4 күн бұрын
Eyar kaam nai ...
@madhabgogoi1325
@madhabgogoi1325 3 күн бұрын
hoyot gom pam election or tup hoi ne nohoi
@jutikabaruah9633
@jutikabaruah9633 3 күн бұрын
BJP and AASSU jindabad.. Himanta sir jindabad.. Congratulations..
@Sagar-Saikia
@Sagar-Saikia 3 күн бұрын
Ooohhhh ho hoo dekhn ...poisa khni ses nki khw..aku lge kjni....
@RajibKashyap-yk8zc
@RajibKashyap-yk8zc 3 күн бұрын
6th Community r issue problem solve korok honkale nhole Xanti nai
@Akash-ok7su
@Akash-ok7su 4 күн бұрын
Ebur tup di labh nai, bjp go back
@simantarabha8890
@simantarabha8890 4 күн бұрын
BJP zindabad 👍 AASU zindabad 👍 BJP+AASU deadly combination 🔥🔥🔥
@hritamkashyap
@hritamkashyap 13 сағат бұрын
#NRC1951
@anjanaboro4973
@anjanaboro4973 3 күн бұрын
Nrc 1951 hobo lage
@RupeshwarKalita
@RupeshwarKalita 3 күн бұрын
Goodgovrmant. Idia
@AjayRoy-s6q
@AjayRoy-s6q 3 күн бұрын
Good stap Assamsarkar
@Tutaktutak6415
@Tutaktutak6415 4 күн бұрын
শৃংখল চলিহাই কথা এটা কৈছিল মোৰ খুব মনত পৰে... কেইটা মাn কুকুৰে ৰাস্তাত হোৱা প্ৰতিবাদ filed ত নিছিল 😂😂
@aniramdoimary8355
@aniramdoimary8355 3 күн бұрын
Thank you dada
@utpaldas1847
@utpaldas1847 3 күн бұрын
Very good 😊
@Arproduction06
@Arproduction06 4 күн бұрын
Ji tu kunu sarkar koribo nuare aitu mama koribo paribo
@QwertyUiop-zx6xc
@QwertyUiop-zx6xc 4 күн бұрын
ককা দেখোন । বহুত দিনৰ মুৰত😂😂😂😂😂😂
@niruhardware9244
@niruhardware9244 4 күн бұрын
1951 n r c
@RupeshwarKalita
@RupeshwarKalita 3 күн бұрын
G
@digantanath3121
@digantanath3121 4 күн бұрын
Aibor bisayat birudhiye ba ki koi
@JibanPatar-tc2gf
@JibanPatar-tc2gf 4 күн бұрын
40 bosor alusona kori thakibone
@cgohain7304
@cgohain7304 4 күн бұрын
২০২৯ চনৰ লৈকে তানি থাকিব।
@দীপজ্যোতিবৰা
@দীপজ্যোতিবৰা 4 күн бұрын
তাৰমানে নাটক আকৌ আৰম্ভ হৈ গʼল আৰু। আপুনি আছুৰ মালিক হিচাপে আৰু কিমান দিন কাৰ্যনিৰ্বাহ কৰিব সেইটো আগতে অসমৰ ৰাইজক জনাওক। ১৯৫১ মতে হবনে আৰু আপোনাৰ স্থিতি কি হব সেইটোও কওক। বাকী কথা পাছত হ'ব।
@pankajgogoi5045
@pankajgogoi5045 4 күн бұрын
Buratu morilehe aasu eribo
@rajeshhazarika1663
@rajeshhazarika1663 4 күн бұрын
😂
@dhirajneog6063
@dhirajneog6063 4 күн бұрын
দদো
@ajaymech5797
@ajaymech5797 3 күн бұрын
😂
@ranakhangia5070
@ranakhangia5070 4 күн бұрын
MILI BHAKAT
@gourangaksm1805
@gourangaksm1805 4 күн бұрын
Very good news❤
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 4 күн бұрын
লুৰিন দুফলিয়া জনকো ৰাখিব লাগে আলোচনা বোৰত
@khilonjiyanonbodoknightsin7346
@khilonjiyanonbodoknightsin7346 4 күн бұрын
Beypari
@manujyotidihingia8652
@manujyotidihingia8652 4 күн бұрын
প্ৰথম কেন্দ্ৰৰ লগত থকা বীষয় বুৰ আনুৰোধ নহয় দীমান কৰক অসম চৰকাৰে নীতীবাছক কথা বহুত হল লেক চাৰ তীয়াসী চনৰ পৰা শুনী আছু নীবাচন আহীলেই এই কথা বুৰ উলাই
@PabitraPhukon-c1j
@PabitraPhukon-c1j 4 күн бұрын
কুকুৰ বিলাকে কোন সময়ত বেছি ভুকে আৰু কি স্বাৰ্থত ভুকে আজিৰ যুগত সৰু ল'ৰাইও বুজি পায় ।
@বীণ-বৈৰাগী
@বীণ-বৈৰাগী 4 күн бұрын
Bhaity tumi kun class t poha?
@unknownmystery7694
@unknownmystery7694 4 күн бұрын
This will naver gonna be happen here.. It's just a political stunt... This is only a lollypop from mama 😂😂😂
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 13 МЛН
HAH Chaos in the Bathroom 🚽✨ Smart Tools for the Throne 😜
00:49
123 GO! Kevin
Рет қаралды 16 МЛН
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 13 МЛН