@@Jbaske67আপুনি ধান খেতি কৰে যদি আপোনাৰ নাম কি ধান খেতি হব৷
@BenudharBorah-ie2dn3 ай бұрын
@@kandeswergowala5205 assamor itihas bhal dore suwa, sunuwal, komar, Kumar, tanti aadi bur britti ba occupation porahe nam bur jonmmo hoisil, gotike Sai sitihe kotha kobo.
@Alone-cx1yz3 ай бұрын
@@kandeswergowala5205 good bro
@Rupankarofficial20223 ай бұрын
আদিবাসী জনগোষ্ঠীৰ মৰ্যদা প্ৰদান কৰক, আদিবাসী জনগোষ্ঠীৰ সকলো বৈশিষ্ট আছে।
@SatyendraMurmu-tb5bj3 ай бұрын
আমালোকে চাহ শ্ৰমিক নহয় । আদিবাসী হয়।
@RahulSorenvlog9383 ай бұрын
❤❤❤❤
@SRVLOGS2963 ай бұрын
প্ৰথমে মই News18 Assam ৰ বাতৰি কওঁতা anchor ক গৰিহণা তথা ধিক্কাৰ জনাইছোঁ। News ত আপুনি উত্থাপন কৰা কথা সকলো অল্পতথ্য মূলক কথা। আদিবাসী সকলৰ বাবে যেতিয়াও আপুনি নিউজ বনাব তাৰ আগত আদিবাসী মূলত জাতি/জনগোষ্ঠীৰ বৈশিষ্ট, অস্তিত্ব, সংস্কৃতি, জীৱন শৈলী, খাদ্য প্ৰণালী, ভাষা সাহিত্য, ভাৱ দৰ্শণ, নীতি আদৰ্শ, কলা কৃষ্টি, আৰু origin ৰ তথ্য সংগ্ৰহ কৰি লব। ইতিহাস, কাহানী, বুৰঞ্জী, নজনা কৈ collected reportor মতে জধে মধে কৈ নিদিব। এতিয়া আহো আপোনালৈ আপুনি চাহ জনগোষ্ঠী বুলি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক সম্বোধন কৰিছে এইটো তথ্য আপুনি কত পালে ? ১) অসমত বসবাস কৰা চাহ শ্ৰমিক সকল চাহৰ গোষ্ঠী কেনেকৈ হল ? তথ্য সহকাৰে উত্তৰ দিব। ২) ভাৰতৰ সংবিধান একেখন যত আদিবাসী মূলত জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ, কোন অনুছেদত উল্লেখ কৰা আছে, এই কথা আপুনি কিয় উত্থাপন নকৰিলে ? ৩) চাহ জনগোষ্ঠীৰ বৈশিষ্ট, ভাষা, বাদ্য- যন্ত্ৰ, কলা কৃষ্টি, সাজ পোচাক, ৰ তথ্য দিয়ক। ৪) আপুনি origin ৰ কথা কৈছে, ২০০ বছৰীয়া ইতিহাসৰ কথা কৈছে আদিবাসী জনগোষ্ঠীৰ origin চাওক ৫০,০০০ পুৰণি পাব। ৫) আপুনি জাতি এটাক পৰিবৰ্তন কৰিব বিচাৰিছে। ভাৰতৰ উৰিষ্যা, তেলঙ্গানা, ঝাৰখণ্ড, ছত্তীছগঢ়, অন্দ্ৰপ্ৰদেশ আদি ৰাজ্যত আদিবাসী হওঁ। তেন্তে সেই আদিবাসী সকল অসমত অহাৰ লগে লগে চাহ জনগোষ্ঠীলৈ কেনেকৈ ৰূপান্তৰিত হৈছে ? ৬) যদি ২০০ বছৰীয়া ইতিহাসৰ ফলতেই অসমৰ আদিবাসী সকলক ST দিয়াৰ কথা হব। তেন্তে ভাৰত বৰ্ষৰ ১৯৪৭ চনত হোৱা স্বাধীনতাক আপুনি অপমান কৰিছে। ৭) অসমৰ অসমীয়া কোন সকল বা কাক কোৱা হয় ? তথ্য সহকাৰে উত্তৰ লাগিব। ৮) আপুনি ৬টা জনগোষ্ঠীৰ কথা কৈছে কাৰ origin কৰ হয় ? তথ্য সহকাৰে উত্তৰ দিয়ক। এতিয়া আপুনি জনা দৰকাৰ জাতি এটা কেতিয়াও পৰিবৰ্তন নহয়। আপোনাৰ সংবাদ বা সাংবাদিক সকলক ভাৰতৰ চতুৰ্থ স্তম্ভ বুলি পৰিগণিত কৰা হয় বা সংবিধানে আপোনাক এই অধিকাৰৰ অধিকাৰী বনাইছে। সেই মতে আপুনিও জাতিটোক অপমান কৰাৰ ভুল কৰিছে। এয়া এটা অপৰাধ। যদি আপোনাক আদিবাসী মূলত জনগোষ্ঠীৰ তথ্য লাগে তেন্তে ভাল এজন জনা শুনা যিয়ে আদিবাসী জনগোষ্ঠীৰ বিষয়ে কব পাৰিব তথ্য, বিশ্লেষণ, বিস্তৃত ভাৱে দিব পাৰে তাক সাক্ষাৎকাৰ কৰক। চাহ জনগোষ্ঠী কবলৈ এৰক। আদিবাসী কবলৈ শিকক। # চাহ জনগোষ্ঠী অৰ্থ a) চাহ মানে এবিধ গছ,এক প্ৰজাতিৰ গছ। b) জন মানে মানুহ এবিধ প্ৰাণী c) গোষ্ঠী মানে কুল, বংশ, জাতি, প্ৰজাতি। গতিকে চাহ জনগোষ্ঠী এটা অৰ্থহীন শব্দ। আদিবাসী সকল ভাৰতৰ মূল নিৱাসী, ST ৰ অধিকাৰী।
@PremaNandaMali-n1g3 ай бұрын
Val motoiboyo desi apuni
@bijoymura97963 ай бұрын
Your right 👍 of you bro
@phukanmunda59093 ай бұрын
Adivasi buli st dibow lage
@Jbaske673 ай бұрын
Right kotha koise ehotok anekoi kobo lage kobold matro sah jonogusti buli koi thake
@arunb.pchenel29903 ай бұрын
Jai adivasi ❤
@j.kassam45083 ай бұрын
চাৰ আমাক চাহ জনগোষ্ঠী নবাব। আমি আদিবাসী হয় আৰু আদিবাসী থাকিম। অনুগ্ৰহ কৰি আদিবাসী কব।
@Talashforofficial3 ай бұрын
Yes
@Alone-cx1yz3 ай бұрын
O bupai apuni axomor adibakhi ketiya pora hol😂
@Talashforofficial3 ай бұрын
@@Alone-cx1yz history pohe loba
@Alone-cx1yz3 ай бұрын
@@Talashforofficial ki history pohrim
@Tutaktutak64153 ай бұрын
@@Talashforofficial Tohoti অসমৰ ST কেতিয়াৰ পৰা হলী ttohotk ব্ৰিটিছ এ লৈ আহিছিল কাম কৰিবলৈ, আৰু তহততৰ পৰাই বাকি কিতাই নাইপুৱা ৫ তাই, তহটি ঝাৰখণ্ডৰ, ছত্তীছগঢ়ৰ ST গম পাইছ
@BaburamMunda-b1k3 ай бұрын
আমি চা জন জাতি নহয়, আমি adivasi হয়. কোনো গছৰ সংগমত মানৱৰ জন্ম নহয়...!
@MarianusKhase3 ай бұрын
অসমৰ আদিবাসী সকলক Jharkhand ৰ Soren sir লৈ জহাৰ
@Austricmunda3 ай бұрын
হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আপুনিয়ে ক'লে দেখোন। আপুনি কিমান আদিবাসী বিৰোধী সেইটো এই প্ৰতিবেদনত স্পষ্ট হৈছে। বড়োসকলে যে অসমীয়া পৰিচয় দিব নোখোজে এইবোৰ কাৰনতে।
@bardansilashemrom5513 ай бұрын
আমি চাহ জনগোষ্ঠী নহয়। আমি আদিবাসী হয়।
@Kelary-qj7zy3 ай бұрын
Hemant soren dhonyobad jonabo lage
@hchik-boraik66933 ай бұрын
আদিবাসী ✊✊✊
@SahilMunda-po2xq3 ай бұрын
আপুনি চাহ জনগোষ্ঠীৰ কব নোৱাৰে।আমি আদিবাসী হয়
@LackyMurmu093 ай бұрын
আদিবাসী বা সানতাল কেতিয়াও চাহ জনগোষ্ঠী নহয়। ভাৰতৰ আদিবাসী ST বা trival হয়।
@Alone-cx1yz3 ай бұрын
Axomor main adibakhi hokol hoise-bodo tribe luk
@bijoymura97963 ай бұрын
@@Alone-cx1yz 🤣🤣🤣🤣🤣🤣 chainiss mal
@Alone-cx1yz3 ай бұрын
@@bijoymura9796 spelling vhal ke likhibo jona nai kola kukur thu 😪
@Alone-cx1yz3 ай бұрын
@HappyAlpineVillage-xf6gq Chinese nokoi bhai Mongolian hoi.
@Alone-cx1yz3 ай бұрын
@HappyAlpineVillage-xf6gq aamar adivasi aru attsa neta hokole toh nijor tu sai. Jonohadaronr kotha sinta nkore. Okol public 'or aagot aamak st lagibo buli koi dile toh nhobo! aasaa aru attsa ae 2ta bhaag kele hol? Aji jodi hihot akeloge maat matile hoi -aami st pai golu hoi.kintu atiya ST puwar chance a nai!
@Dhamaka_Nagpuri3 ай бұрын
Sir আমি চাহ জনগোষ্ঠীৰ নহয়। আপুনি অনুগ্ৰহ কৰি আমাক আদিবাসী জনগোষ্ঠীৰ বুলি জনাওক। 👍
@AjitBhengra-z5d3 ай бұрын
চাহ জনগোষ্ঠীৰ নহয়। আমি আদিবাসী হয়
@lakhinandangusaiguitarest29043 ай бұрын
অসমত বা ভাৰতত কোনো চাহ জনগোষ্ঠী বুলি জাতি বা জনগোষ্ঠী নাই ,,এই কথাটো মনত ৰাখিব ভালকৈ । আমাৰ নিজৰ এটা সোণালী ইতিহাস আছে ,,নাজানে যদি জনি লওক , অনুৰোধ কৰিলোঁ ।। আমি আচলতে আদিবাসী হয় যাক নেকি কোৱা হয় মূল নিবাসী বুলি ।। চাহ জনগো্ঠী সজোৱা মানে ,, কূটনৈতিক ৰাজনীতি কৰা ,, তাৰ পৰিণাম ভুগিব লাগিব সময়ত ।। জনাই থলোঁ ।। JOHAR ।।
@BhadreswarhembromАй бұрын
Right kotha, amak cha jati bonai hek koribo bisarise.
কি আপুণি নে জানে নেকি আমি আদিবাসী বুলি কি বাৰে বাৰে চাহ জনগোষ্ঠীৰ বুলি কৈ আছা । আমি আদিবাসী হয় । চাহ জনগোষ্ঠীৰ বুলি নকব চাৰ ।আছা long live আছা long live
@daudbarikbarik44963 ай бұрын
Adivasi 🏹 zindabad 💪💪🏹🏹
@Karankarmakar-5303 ай бұрын
আমি আদিবাসী হয় চাহ জনগোষ্ঠী নহয়❤❤❤❤❤❤❤❤
@Prithiraj3283 ай бұрын
We are Indian Not Chinese আপুনি কি কব খুজিছে?
@Prithiraj3283 ай бұрын
We want justice No ST No rest🏹
@Prithiraj3283 ай бұрын
বিধান সভা নিৰ্বাচনৰ আগে যদি অসম ৰ আদিবাসী সকলক জনজাতি ৰ মৰ্যদা প্ৰদান নকৰে বিজেপি চৰকাৰে তেন্তে অসমত বাস কৰা 70 লাখ আদিবাসীৰ ভোট বিজেপি নাপাই আৰু... জয় আদিবাসী 🏹
@BijoyUrangekka3 ай бұрын
We want ST
@Akash-wf9zt3 ай бұрын
2026 ৰ আগতে আমাক st নিদিলে অসম জলি যাব তাৰ দায়িত্ব হব himanto bisho sarmah 😌😌😌
@rampaul96463 ай бұрын
Very good news Live moi aabidasi hero rampal news aapunak very very thanks ❤❤❤❤❤
@CartoongameTV-i3k3 ай бұрын
Thank for support hemant Soren
@ChendraTudu3 ай бұрын
We are adivasi not tea trive.jhakhand cm jindabad.
@J.mardi25373 ай бұрын
I am Adivashi.not tea tribes not tea tribes
@JitenMr-fb7cm3 ай бұрын
প্ৰথম কথা হল আপুনি সাংবাদিক নে ৰাজনৈতিক দলৰ মূখপাত্ৰ। আপোনাৰ বক্তব্য সমূহ তুছ তাছিল্য কৰা।
News tu Sai val nalagile 😊Adiwasi buli starting kobo lagisile , nokoi saajono gusti buli kole .first starting vul hoise bt news tu gute vul gotike baki news nasalu🇮🇳♥️⚔️🥰♥️thak you.
@bijoymura97963 ай бұрын
অলপ পঢ়া শুনা কৰিব আপুনি,,,, চাহ জনগোষ্ঠী আছে নেকি,,,, আমি chainar পৰা অহা নাই,,, ভাৰতৰ মানুহ ভাৰততে আছোঁ,,,, অসম খন ভাৰতৰে এটা অংশ হয়,,,,,adivasi not maigeretion,,,we are Indian
@Dstdoley3 ай бұрын
Jharkhandar পৰা আহিছ jharkhandat যাগৈ
@bijoymura97963 ай бұрын
আৰু তুমি কৰ পৰা আহিছা
@bijoymura97963 ай бұрын
Dstdoly,,, তোমালোকৰ হিষ্ট্ৰি,,,A to Z লৈকে আছে মোৰ,,, ওচৰত। Facebook ত,,,আহিবা লাগে যদি,,,, অসমত তোমালোকৰ যিমান অধিকাৰ আছে,, আমাৰো হিমানে অধিকাৰ আছে,,,, আমি ভাৰতৰ মানুহ,,,, ভাৰতৰ বাহিৰৰ নহয়,,,, অলপ অধ্যন কৰিবা
@Aniom4763 ай бұрын
@@bijoymura9796jharkhand t goi st luwa. Ami thakute tumalokok aru st? Impossible 😂 ahom, moran, koch, mottucks xokole pauk st. But tea workers bure nohoi. Kunu ba jegat kam koribo gole aru st pai ne🥴
Adivasi zindabad hai aur zindabad rahega No St no rest 💯🙏
@papuvlogs11993 ай бұрын
Moi gaon ot thaku Moi Kene ka tea tarife hobo parim Moi Tamul kheti koru Aru Assam Aji Kar karone val Hoi Se Ek Matro Adivasi Karone Kam sobe kore Hai Buli Ami Mane Tea tarip hoi jam Ne Ki Moi Kuruk Ghoror lora Assam Amar Hoi Jai Adivasi 💪🏼💪🏼💪🏼