LIVE | জুবিনে চিনি নাপায় ৰাজীৱ শদিয়াক! জনাওক আপোনাৰো প্ৰতিক্ৰিয়া N18L

  Рет қаралды 152,693

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 803
@triptihazarika9185
@triptihazarika9185 19 күн бұрын
ৰাজিব শদিয়া এজন জন পিয় লোক মৰিও অমৰ আমি বহুত দুখ লাগি গ'ল
@indrajitgogoi4742
@indrajitgogoi4742 19 күн бұрын
জুবিনে ভাল পাওক বা নাপাওক, কিন্তু আমি জুবিনতকৈ সদায় দেশ আৰু জাতিৰ হকে গীত গাই ভাল পোৱা প্ৰয়াত জনপ্ৰিয় শিল্পী ৰাজীৱ শদিয়াক ভাল পাওঁ,সদায় আমাৰ মাজত জীয়াই থাকিব।
@meghalihaflongbar9847
@meghalihaflongbar9847 19 күн бұрын
Right 🙏
@ShubhasMech
@ShubhasMech 19 күн бұрын
Subhas mech
@JituSaikia-m5z
@JituSaikia-m5z 19 күн бұрын
Jubine rajibok sini pauk ba napauk akhomor jonotar hare himjue Rajib jiai thakibo.jubin hol gaiok .jati mati geet gua hilpi nohoi😮
@darpandeka5141
@darpandeka5141 19 күн бұрын
জুবিন গাৰ্গ ভাল গান গায় সঁচা কথা । কিন্তু জুবিন গাৰ্গে ভাল কথা কব নোৱাৰে। মদাহী এজনে কাক কেতিয়া কি কয় তেওঁ নিজেই নাজানে । জুবিন গাৰ্গে ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কৈছে , তাতকৈ পৃথিৱীত আৰু দ্বিতীয় জন মূৰ্খ মানুহ নাই ।
@renukachari4439
@renukachari4439 19 күн бұрын
জুবিন গাৰ্গে কেতিয়াও জাতি,মাটি , দেশক জুবিন গাৰ্গ এটা পাগল হয়।
@progyashreekachari396
@progyashreekachari396 19 күн бұрын
ৰাজীৱ ক জুবিনে চিনি নোপোৱা স্বাভাবিক কথা কাৰন ৰাজীবে জুবিনৰ দৰে মঞ্চ ত মদ খায় খুটাত বান্দৰৰ দৰে বগোৱা নাছিল তেখেতে জাতিক লৈ গান গাইছিল. জাতীয়তাবাদী ভাৱধাৰাৰে তেখেতে অসমীয়া ৰ হৈ গান গাই সকলোকে জগাই তুলিছিল. তাৰোপৰি ৰাজীৱে আইক লৈ গান গাইছিল কিন্তু জুবিনে বেছিভাগ গান প্ৰেয়সীক লৈ গাইছিল.
@bhagyasreehazarika122
@bhagyasreehazarika122 19 күн бұрын
😂😂😂Hosa kotha stage r pora speaker u doliyai dia nasil je heikarone sini napai
@TapanSaikia-i8w
@TapanSaikia-i8w 19 күн бұрын
বহুত মানুহৰ জুবিনৰ গীত পিয় কিন্ত জুবিনৰ মাতলামি পিয় নহয়
@Himangshu-ps9mc
@Himangshu-ps9mc 18 күн бұрын
Right
@bhabendas5447
@bhabendas5447 17 күн бұрын
Right
@JayantiSaikia-qm6vj
@JayantiSaikia-qm6vj 19 күн бұрын
ৰাজীৱ শদিয়াৰ আতমাই চিৰশানতি লাভ কৰক।
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 19 күн бұрын
Jubin ajon pagol, modahi
@MinotiNeog
@MinotiNeog 19 күн бұрын
জুবিন গাৰ্গে চিনি নোপোৱাটো স্বাভাৱিক । কিন্তু, কিছুমান কথা কোৱাৰ আগত এবাৰ সাৱধান হোৱাটো প্ৰয়োজন । এটা প্ৰশ্ন কিমান জনপ্ৰিয় হ'লে জনসাধাৰণে প্ৰতিমূৰ্তি বনাবলৈকো আগবাঢ়ে। জুবিন গাৰ্গে দুখ পাব নালাগে কিন্তু কথা হ'ল অলপ ঘমন্দি এৰিব হ'ল । হয় জুবিন দাই প্ৰয়াত ৰাজীৱ শদিয়াত কৈ হাজাৰ টা অধিক গান গাব পাৰে। কিন্তু,..... এনেকুৱা ঘমন্দি ভাল নালাগে ।
@bhagyasreehazarika122
@bhagyasreehazarika122 19 күн бұрын
Xosa kotha sehera hoitu bohute sini napau tothapiu manobotar khatirt Rajib Sadiya r gaan xuni paisu, oh eta kotha hoi ZG e gaan val gai kintu bohut ohonkari aru olop ohovyali kore manuhtue, olop ovodramiu hoi heibur val nalage
@MinotiNeog
@MinotiNeog 19 күн бұрын
নিশ্চয় । কেৱল মাত্ৰ সেয়ে নহয় । এজন বিখ্যাত শিল্পী এজনে আন এজন শিল্পী সত্তাক সন্মান নকৰাটো কিমান দুৰ্ভাগ্যজনক।
@karunanath1754
@karunanath1754 17 күн бұрын
শিল্পী ৰাজীৱ শদিয়াদা আমাৰ অসমৰ সংগীত জগতৰ এটি উজলি থকা তৰাৰ দৰে আছিল ।তেখেতৰ জাতিৰ হকে গোৱা গীতবোৰ আমাৰ অসমৰ প্ৰতিজন মানুহৰ মনত সদায় জিলিকি থাকিব।তেখেতৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ।তেখেতৰ আত্মাইচিৰ শান্তি লাভ কৰক এইয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ
@KUMUNYT6716
@KUMUNYT6716 19 күн бұрын
জুবিন দা এতিয়া ধনী হল, গতিকে তেওঁ এতিয়া সৰু মানুহবোৰক চিনি নাপাই।
@Prasantapegu-c5z
@Prasantapegu-c5z 19 күн бұрын
ভালৰ ধনী
@biswadeka6753
@biswadeka6753 19 күн бұрын
Zubeen এ নিজকে সকলো বুলি ভাৱে । অহংকাৰী ।
@kanaktalukdar2847
@kanaktalukdar2847 19 күн бұрын
জুবিনৰ মন্তব্য দুৰ্ভাগ্যজনক ।
@aftabahmed-321
@aftabahmed-321 19 күн бұрын
বৰ দুখৰ বিষয়😮
@aqua8245
@aqua8245 19 күн бұрын
গণ শিল্পী ৰাজীৱ শদিয়াক জুবিনে চিনি নাপালেও কোনো ক্ষতি নহয় ৷ অসমৰ ৰাইজে চিনি পালেই হব ৷
@prodipgogoi9487
@prodipgogoi9487 19 күн бұрын
জিয়াই থাকোতে ৰাজীৱ শদিয়াক যি সকল মানুহে চিনি নাপালে সেই সকলে মৃত্যৰ পাছত চিনি পায়ো কোনো লাভ নাই যি সকল লোকে চিনি পাইছিল সেই সকলে ৰাজীৱ শদিয়া নামৰ সত্ত্বাটোক সদায় জিয়াই ৰাখিব ।জয় আই অসম ।
@PadminidasDas-l4b
@PadminidasDas-l4b 15 күн бұрын
Hxakoi moi o bor dukhito😢😢teor mrittyur pisot he sini Palo....🙏🙏
@mridulgoswami9725
@mridulgoswami9725 19 күн бұрын
ৰাজীব শদিয়াক ৰাইজে চিনি পায়। ৰাইজে মনত ৰাখিব দেশৰ হকে গাই যোৱা গীত সমুহ ।
@minahazarika7578
@minahazarika7578 19 күн бұрын
দুখিয়া হলে কোনোয়েই চিনি নাপায়
@mimusicassam6498
@mimusicassam6498 18 күн бұрын
Really
@bipulborah2193
@bipulborah2193 19 күн бұрын
মদ চিনি পোৱা জনে নিজৰ বাহিৰে অন্য কাকো চিনি নেপোৱাটো স্বাভাৱিক।
@Girishmoran
@Girishmoran 19 күн бұрын
Right 👍👍👍👍👍
@utpalpatowary5721
@utpalpatowary5721 18 күн бұрын
আমি জুৱিনতকৈ জাতিক বেছি ভাল পাও ৷ জুবিন এতিয়া এটা গায়কতকৈ মদাহী বুলি ক’লে বেছি ভাল লাগে
@taruntalukdar2776
@taruntalukdar2776 19 күн бұрын
ৰাজীৱ সদিয়া এজন জাতি মাটিৰ গান গোৱা জনপ্ৰিয় শিল্পী ।
@mamonisaikia39
@mamonisaikia39 19 күн бұрын
বেয়া।কথা জুবিনে তেনেকৈ কব।নালাগিছিল। শুনিছো।তেনেকৈ কোৱা। ৰাজীৱ শদিয়াৰ গীট লেখট লব লগীয়া।❤❤❤❤❤
@dimbeswarborah4040
@dimbeswarborah4040 19 күн бұрын
জুবিন গাৰ্গ অসমৰ অহংকাৰী মানুহ বুলি প্ৰতিফলিত হৈ গ'ল ।
@RajibDas-py4pm
@RajibDas-py4pm 19 күн бұрын
জুবিন গাৰ্গে ভাল classical gaan kaita gaise khudhak soon tauk Aasal singer khai jinhe jiye khakalu gaan gabo paare
@HAKICHARLPS
@HAKICHARLPS 15 күн бұрын
Zubine aji axomor naba prajonmok modahi ushing khol hoboloi prerona dise , teuk heartthrobe, sangit surjiya adi upadhi di khati kuwa axomiyak bukut churi marise
@dimbeswarborah4040
@dimbeswarborah4040 5 күн бұрын
@@RajibDas-py4pm হয়
@dimbeswarborah4040
@dimbeswarborah4040 5 күн бұрын
@@HAKICHARLPS হয়
@abhinashgogoi5798
@abhinashgogoi5798 19 күн бұрын
জয় ৰাজীৱ শদিয়া🙏✊
@hndekari8011
@hndekari8011 19 күн бұрын
ৰাজীৱ শদিয়াৰ জাতি মাটিৰ শিল্পী সত্তাৰ প্ৰতি ঈৰ্ষাঅন্বিত হৈ জুবিনে এনে নেতিবাচক মন্তব্য কৰিছে যিটো শুভ লক্ষণ নহয় ।।
@PadminidasDas-l4b
@PadminidasDas-l4b 15 күн бұрын
Hoi right 😢
@GopalRoy-ff5dq
@GopalRoy-ff5dq 19 күн бұрын
আমাৰ অসমত দুয়ো জনেই জনপ্রিয় শিল্পী। এনে ক্ষেত্রত এজনে আন জনক অন্ততঃ এনে এটা সময়ত চিনি নোপোৱাটো দুৰ্ভাগ্য।
@PuneswarGogoi-cl8lb
@PuneswarGogoi-cl8lb 19 күн бұрын
জুবিনৰ গীত ভাল পাও কিন্তু জুবিনক ভাল নাপাও
@jyotiborgohain2264
@jyotiborgohain2264 19 күн бұрын
Always love you and miss you Rajib Sadiya 💞💞💞....
@mamoniborah8809
@mamoniborah8809 19 күн бұрын
হাৰ্ট থ্ৰয়ে দামী মদৰ ব্ৰেণ্ডহে চিনি পায় দুখীয়া ৰাজীৱক চিনি নাপায়।বৰ দুখ লগা কথা যুৱ প্ৰজন্মৰ বাবে আচৰিত।
@MahendraDohutia
@MahendraDohutia 19 күн бұрын
ধনী অহংকাৰী শিল্পী বোৰে কেনেকৈ চিনি পাব।উজনিৰ জনগণৰ বাবে ৰাজীৱ শদিয়াৰ বহুত জনপ্ৰিয় আছিল।
@pranitakonwar1413
@pranitakonwar1413 19 күн бұрын
সকলো শিল্পীৰে নিজস্ব স্বকীয়তা আছে,ৰাজীৱ শদিয়াৰ আত্মাই চিৰশান্তি লাভ কৰক 🙏
@hariprasadsarmah6405
@hariprasadsarmah6405 19 күн бұрын
Jubin r program eta pati diya sun sodiyat. Sob ahi jabo
@pranitakonwar1413
@pranitakonwar1413 19 күн бұрын
মানৱতাৰ অপমৃত্যু ঘটিব নেলাগে
@SatyenDeka-d8h
@SatyenDeka-d8h 19 күн бұрын
চৰম লাজ লগা কথা।
@manikborah9008
@manikborah9008 19 күн бұрын
জুবিনৰ মন্তব্য দুভাগ জনক।
@bubulchamuah7619
@bubulchamuah7619 19 күн бұрын
জুবিন গাৰ্গে নিজৰ শিল্পী সূলভ মনটোক তল পেলাই মানসিক ভাৰসাম্য হেৰুৱা স্বভাৱটো উদঙাই দিলে ৷ এগৰাকী শিল্পীৰ মুখত এনে কথা শুভা নেপায় ৷
@PrakashBorgohain-p3n
@PrakashBorgohain-p3n 19 күн бұрын
কোনো দিন জুবিন দাৰ বিপৰীতে কথা কোৱা নাছিলোঁ, আজি ভালকৈয়ে বুজি পালোঁ জুবিন এজন মদাহী পগলা। শিল্পীক সন্মান কৰিব নজনা এজন মদাহী।
@PkBorah-kf7ku
@PkBorah-kf7ku 19 күн бұрын
Om shanti🙏🙏🙏 Rajiv sadiar❤❤❤siroshanti attma kamona 🌳🌳🌳🌷🌷🌷
@satishdas2783
@satishdas2783 19 күн бұрын
Jai aai axom ❤❤❤
@jugendragohin4543
@jugendragohin4543 19 күн бұрын
জুবিন গাৰ্গে অকল টকা হে চিনি পায় । ৰাজীৱ দাই দেশৰ কাৰণে গান গায় । জুবিন নে টকা কাৰণে গান গায় । ধন্যবাদ ।
@probhatpatoi6930
@probhatpatoi6930 19 күн бұрын
জুবিন গাৰ্গে নিজৰ বাদে কাক চিনি পায়নো।
@SAILENDRAPRASADGOSWAMI
@SAILENDRAPRASADGOSWAMI 19 күн бұрын
Jubine morar pisot, tak koneo shradha nokorib
@ShubhasMech
@ShubhasMech 19 күн бұрын
Subhas mech
@DebojitRajkonwar-s7g
@DebojitRajkonwar-s7g 19 күн бұрын
দুখীয়া হলে কোনেওঁ কাকো চিনি নাপায় এয়াই প্ৰমাণ.. প্ৰায় বোৰ মানুহ আজি দিনত চাথপৰ হল টকা পইচা থাকিলে হে চিনি পাই
@jdintegratedfarm6990
@jdintegratedfarm6990 19 күн бұрын
চৰকাৰৰ ওচৰত আঠু নোলোৱা শিল্পীক তেওঁলোকে কেনেকৈ চিনি পাব
@babujandas9533
@babujandas9533 19 күн бұрын
মদাহি য়ে কত চিনী পাব ৰাজিব।
@maheswarborah5387
@maheswarborah5387 19 күн бұрын
মাটিৰ মানুহ সেই মহান শিল্পী গৰাকী আত্মাৰ সদগতি কামনা কৰিলোঁ।এই সময়ত শিশু শুলভ মদাহীৰ কথাৰে আপোনালোকে প্ৰয়াত শিল্পী জনাৰ আত্মাৰ শান্তি নে অশান্তিৰ কামনা কৰিছে?
@Cricket____fever616
@Cricket____fever616 15 күн бұрын
মিছা নকওঁ কবলৈ গলে ৰাজিপ শদিয়া শিল্পী জনক মইও ভালকৈ চিনি নাপাওঁ সিটো আকৌ ডাঙৰ কথা নহৈ চিনি নাপাই নাপাওঁ বুলি কৈছে তাতে নো ইমান কে লাগিব কি আছে জি নহক ৰাজিপ শদিয়া ডায়ৰীয়াৰ আত্মাই চিৰ শান্তি লাভ কৰক🙏❤
@PoleeMout
@PoleeMout 14 күн бұрын
Kot humai acilaa 2mi rajip pok ceninupuwa
@prafulladas7224
@prafulladas7224 19 күн бұрын
ৰাজীৱ শদিয়াৰ এটা বিশেষ গুণ দেখা যায় হঠাৎ এটা গান ৰচনা সুৰ কৰি এটি গীত সৃষ্টি হয় । মই মাত্ৰ আজি এবছৰ মান আগত দুটামান শুনিছিলোঁ কিন্তু তেখেতৰ মৃত্যুৰ পিছত যিমান বোৰ গান শুনিবলৈ পাই আছোঁ বহুত উচ্চ খাপৰ । কিন্তু দুৰ্ভাগ্য তেখেত বাণিজ্যিক গায়ক হবলৈ ইচ্ছা নকৰিলে ।
@BiswajiitPush
@BiswajiitPush 16 күн бұрын
Moi kintu zubin dak agar porai sine paw aru ateya sine paw aru pesalai sine pai thkim zubin dar song mur dukhotu khukotu mur ma papar mur jebonar mur monor gan and song gai kintu ataa kotha kou rajip khdeya jode dakhora hoka aru manuhor karona gan gaisa jode aamie sine napaw moi buli nohoi amar asamar 70 parsana sine napai aru moi sini napau rajip kun hoi kor hoi ki hoi aami sine napau aamoi zubin da,kusuk da,, nelakas da ,papon, da,montumoni da,vupon da,aibelak kor name kuya jode rajep khdeya amar karona jati mati vati karona gan song koresa tanahola agota newas life khkola news korebo lagesel ateya morar pesat dangar dabgar kotha ba newas kori lave nai aru aru moi sine napaw aru moi nokou assamar bohut manuha sine napai rajip kodeak
@ApurbaDasEntertainer
@ApurbaDasEntertainer 19 күн бұрын
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ আছিল কিন্তু এতিয়া মোৰ বাবে তেওঁ কেৱল হাৰ্টব্ৰেকাৰ।দুখীয়া শিল্পীক তেওঁ ক'ত চিনি পাব।দামী মদৰ ব্ৰেণ্ড হে চিনি পায়।
@debachutia2583
@debachutia2583 19 күн бұрын
Love you Rajib
@rinkushivam8759
@rinkushivam8759 19 күн бұрын
ৰাজিৱ শদীয়া ৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো।
@brindagogoi8624
@brindagogoi8624 18 күн бұрын
জুৱিন গাগৰ memories lost হৈছে লগতে জুবিন এজন অহংকাৰী ব্যক্তি ৷
@luhittalukdar7202
@luhittalukdar7202 19 күн бұрын
ধিক্কাৰ ধিক্কাৰ ধিক্কাৰ -------
@mr.fajagaming3396
@mr.fajagaming3396 19 күн бұрын
জুবিনক এতিয়াহে চিনি পালোঁ
@SwdwmshriDaimary-vb8eo
@SwdwmshriDaimary-vb8eo 19 күн бұрын
😂😂😂
@dhirendranathchoudhury86
@dhirendranathchoudhury86 17 күн бұрын
জুবিন শিল্পী নহয়, এজন অহঙ্কাৰী গায়কহে॥
@Hirokjyotiborgohain599
@Hirokjyotiborgohain599 19 күн бұрын
এফাকি ভাতৃ সুলভ সমবেদনা জনুৱাটো উচিত আছিল, বিদায় বেলাত। মই ভাবো প্ৰতিজন শিল্পীৰ কৰ্তব্য হব লাগে। কাৰণ সকলোৰে মৃত্যু অনিবাৰ্য।
@DevokantaHazarika
@DevokantaHazarika 19 күн бұрын
জুবিপ গাৰ্গে এনে কথাত চিনি নেপাঁও বুলি "ৰাজিৱ শদিয়াক" বৰ দুভাগ্য জনক জুবিনৰ
@DeepDeka-mj5bz
@DeepDeka-mj5bz 12 күн бұрын
Joy Zubeen da Love you Zubeen da ❤❤❤❤❤❤❤❤❤❤
@RituAli-gf9wg
@RituAli-gf9wg 19 күн бұрын
প্ৰথম কথা মই কব বিচাৰো ৰাজীৱ শদিয়াক আমি সকলো ছিনি পাওঁ ভাল পাওঁ বহুত ভাল কথা কিন্তু ৰাজীৱ শদিয়াক জীয়াই থাকোঁতে সন্মান দিব লাগিছিল কেইখন বিহু মঞ্চত গান গাবলৈ মাতিছিল,,,নাই মতা,,,ভাল গান গাইছিল নিজৰ অসমীয়া জাতিৰ হৈ গান গাইছিল আৰু জীয়াই থাকোঁতে কেইটা নিউজে নিউজ কৰিছিল নাই কৰা সেই কাৰনে মই কি কম জীয়াই থাকোঁত সন্মান দিব লাগিছিল তেতিয়া তেওঁৰ কন্ঠত আৰু ভাল গান পালোঁ হৈ ভাল কাম কৰিবলৈ আগ্ৰহ আৰু পালে হৈ যি নহক তেওঁৰ গান আমাৰ মাজত জীয়াই থাকিব,,,,, কিন্তু নিউজ বোৰে ছোন কেৱল সিহঁতৰ টি আৰ পিৰ কথাই চিন্তা কৰে এটা কথা পকাই থাকে বাৰে বাৰে কিন্তু জীয়াই থাকোঁতে যদি ৰাজীৱ শদিয়াৰ হৈ এনেকুৱা কৈ নিউজ কৰিলে হৈ তেওঁৰ ভাল গিন বোৰৰ কথা ভাল পালোঁ হৈ কিন্তু এতিয়া জুবিন গাৰ্গ ৰ কথাৰ বাবেই লাগি আছে ভুল হৈছে জুবিন গাৰ্গ ৰ কিন্তু টাকেই জানো কৈয় থাকিলে হ'ব নিজৰ ভাই ককাই মাজত কিবা এটা ভুল হল আৰু
@BhaskarKonwar-x6c
@BhaskarKonwar-x6c 19 күн бұрын
শদিয়াত অনাগত দিনত জুবিন বহিষ্কৃত হব
@MofidurRohman-u5n
@MofidurRohman-u5n 19 күн бұрын
ৰাজীৱ শদিয়া আমাৰ মাজত সদায়ে অমৰ হয় থাকিব।
@KhogenMoram
@KhogenMoram 19 күн бұрын
কোনো যুৱ হাৰ্থব নহয় জুবিন,কেৱল গান গায় গায়ক,জুবিনে জলিছে ৰাইজে ৰাজিপক ভাল পোৱা বাবে
@akshaykumardas4929
@akshaykumardas4929 19 күн бұрын
Long live rajib sadiya .
@PranabjyotiBaruah-x2i
@PranabjyotiBaruah-x2i 19 күн бұрын
জুবিনৰ প্ৰেৰণাই যুৱ প্ৰজন্মক মদাহী কৰে, কিন্তু ৰাজীৱ দাৰ প্ৰেৰনাই যুৱ প্রজন্মক জাতীয়তাবাদী চেতনা গঢ়ি তোলে.. আৰু একো নকওঁ দে.. কব লগা বহুত আছে মদাহীৰ বিষয়ে..
@tilakkalita156
@tilakkalita156 19 күн бұрын
সি এজন শিল্পী নহয় এজন ফাল্টূ মদাহী গায়কহে ৰাজীব হ'ল সজা শিল্পী
@MadanRaj-k6o
@MadanRaj-k6o 17 күн бұрын
জুবিনে সুৰৰ ঝংকাৰৰে মনত যিমান আনন্দ দিয়ে তাতোকৈ ভাষা ব্যৱহাৰে অন্তৰত বেছি দুখ দিয়ে।
@ParamanandaDeuribharali
@ParamanandaDeuribharali 19 күн бұрын
Dukh lagil
@meghalihaflongbar9847
@meghalihaflongbar9847 19 күн бұрын
জুবিন গাৰ্গ অহংকাৰী যে সেই কাৰণে এনেকৈ ক'ব পাৰিছে ।
@myway3433
@myway3433 19 күн бұрын
গণ শিল্পী প্ৰয়াত ৰাজিৱ শদিয়াৰ লগত জুবিনৰ একো তুলনা নাই । জুবিনৰ কথাবোৰ অৰ্থহীন ।
@DijenSubadar
@DijenSubadar 18 күн бұрын
Jubin Daa Axomor Bahirot Goi Aram Korai Val Hobo Bhupen Dar Doreye Ami Purana Geet Bilakei Huni Thakim Ru Eibar Bihu Program Nuluai Bhal Hobo Jai Ho Jubin Daa Jai Aai Axom 🙏🙏🙏🌹🌹🌹♥️♥️♥️
@SunuSaikia-v8f
@SunuSaikia-v8f 17 күн бұрын
I love you zubeen da.ji hol ..hol❤
@PrasantaBaruah-s9e
@PrasantaBaruah-s9e 19 күн бұрын
জুবিনে ৰাজীৱ ককাইদেউ ক চিনিনোপোৱাটো একো ডাঙৰ কথা নহয়।ৰাজীৱ ককাইদেউ ক সকলো জনতাই ভীলকৈ চিনিপায় আৰু মৰম কৰে।
@tilakchoudhury4924
@tilakchoudhury4924 19 күн бұрын
I love rajibda❤
@prodipbora2752
@prodipbora2752 19 күн бұрын
জুবিন গাৰ্গৰ মন্তব্য অতি দুখজনক।
@RajumoniRajumonidas
@RajumoniRajumonidas 19 күн бұрын
জুবিন গাৰ্গৰ মন্তব্য অতি দুৰ্ভাগ্যজনক । জুবিনে ৰাজীৱ সদিয়াক চিনি নেপালেও সকলো দেশ মাতৃক ভাল পোৱা অসমীয়া ই ৰাজীৱ সদিয়াক চিনি পাই । ৰাজীৱ সদিয়া অমৰ হত্তঁক । জয় আই অসম ।।
@seutiborah2503
@seutiborah2503 19 күн бұрын
কোনখন দেশত বাস কৰিছে ৰাজীৱ শদিয়াক চিনি নাপাই জুবিন গাৰ্গে।
@krishnakantaburagohain7451
@krishnakantaburagohain7451 19 күн бұрын
ৰাজীৱ এগৰাকী অসমীযা জাতিৰবাবে শিল্পী আছিল।
@GogamukhDukan
@GogamukhDukan 15 күн бұрын
Zubeene famous korai dise rajibk.. olp bhabi Sabo.. Zubeene ane kotha nukuwa hole tekhetok 50% manuheu sini napale hoi.. thank you so much zubeen❤
@arabindabora205
@arabindabora205 19 күн бұрын
অসমৰ অসমীয়াৰ হৈ যদি এজন গায়কে এজন শিল্পীক চিনি নেপাও বুলি কয় ! বহুত ধিক্কা দিছো ! মানুহৰ টকা থাকিলে বুলিৰে ইমানু অহংকাৰ হব নালাগে !দাদা আপোনাৰ মূখৰ সেই সাৰ কথাই সেই পৰিয়ালটোক কিমান কষ্ট দিব এবাৰ ভাবি চাইছে নে!সময় চবই আহিব !ওপৰলে পানি মাৰিলে নিজৰ গাতে পৰে যাব ! অসমৰ এজন গায়কৰ মূখেৰে এনে কোৱা বাক্য কোনো নিবিছাৰে ! চিনি পাই নাপাই সেইটো ডাঙৰ কথা নহয় !কথা বোৰ কওতে অলপ ভাবি চিন্তি কব লাগে । জয় আই অসম?
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 18 күн бұрын
❤❤
@RajkumarMurah
@RajkumarMurah 19 күн бұрын
কি সহায়ৰ কথা কৈ আছে? যদি কিবা সহায় কৰিছে, তেন্তে কেনেকৈ চিনি নেপাই 🤨🤔🤔
@monuramamoran2559
@monuramamoran2559 19 күн бұрын
জুবিন গাৰ্গৰ‌ এনে মন্তব্য অতি দুৰ্ভাগ্যজনক এই কথাষাৰে অন্তৰত বাৰুকৈয়ে আঘাত পাইছোঁ
@jadovdehingia2247
@jadovdehingia2247 19 күн бұрын
জুবিনৰ মন্তব্যৰ দুৰ্ভাগ্যজনক ।
@debenborah2905
@debenborah2905 19 күн бұрын
এয়া সঁচাকৈয়ে দূৰ্ভাগ্যজনক, তেওঁ মোৰ প্ৰিয় শিল্পীসকলৰ মাজৰ এজন অন্যতম প্ৰিয় শিল্পী। স্বৰ্গীয় ৰাজীৱে মাথোঁ কেইটামান গীত গায়েই স্ব-জাতি, অসম আৰু অসমীয়াৰ প্ৰতি থকা তেখেতৰ দ্বায়িত্ববোধৰ প্ৰতিফলন দাঙি ধৰিছিল। জুবিনৰ মন্তব্য সঁচাই হাস্যকৰ। ইতিমধ্যে ৰাজীৱৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছিলো আৰু পুনৰবাৰ প্ৰাৰ্থনা জনালোঁ 🙏 ঔম শান্তি 🙏🙏
@mamonisaikia39
@mamonisaikia39 19 күн бұрын
এনে দৰে গীট গোৱাৰ পাছত ৰাজীৱ শদীয়াৰ সুৰে জুবিনেগীট গোৱাৰ পিছত।তেনেকে।কোৱো শুভা।নাপায়!
@lalitpukan4197
@lalitpukan4197 17 күн бұрын
ৰাজিৱ শদিয়াৰ আত্মাই চিৰ শান্তি লাভ কৰক। ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়ছো।
@SabitaSaikia-rn6fn
@SabitaSaikia-rn6fn 19 күн бұрын
জুবিন আৰু ৰাজীৱ ভিন্ন নহয়,ৰাজীৱ আত্মপ্ৰকাশত অনিছুক , দিন বাগৰি গলে স্মৃতি বোৰ কালৰ সোঁতত উটি গৈ কৰবাত হেৰাই যায়। জুবিনে হয়তো পাহৰিপেলাইছিল।মনত পৰে যেতিয়া ,তেতিয়া আৰু বহু দেৰি হৈ গল।
@pratuldas6125
@pratuldas6125 19 күн бұрын
ডাঙৰ টপিনা চাই বিয়া কৰোৱাবলৈ উপদেশ দি গীত গাই আমেজ পোৱা লোকবোৰেই হল জুবিন I
@JushnaDasSaikia-z9y
@JushnaDasSaikia-z9y 19 күн бұрын
জুবিন গাৰ্গ খালি টকা চিনি পাই কিন্তু ৰাজীৱ শদিয়া মানুহক চিনি পাই
@Chumu_saikia
@Chumu_saikia 18 күн бұрын
😢😢😢😢 ভালে থাকক ৰাজীৱ দা 😢
@sibanathburagohain7573
@sibanathburagohain7573 18 күн бұрын
ৰাজীৱ এজন প্ৰকৃত শিল্পী আৰু গায়ক। তেখেতৰ আত্মাই সদগতি।পাওক । ধন্যবাদ
@BubulGogoi-k8r
@BubulGogoi-k8r 19 күн бұрын
ৰাজীৱ শদিয়া জিন্দাবাদ জুবিন মুর্দাবাদ
@Surajvlogs-r8e
@Surajvlogs-r8e 18 күн бұрын
চুতমাৰানা
@jyotimadeka8454
@jyotimadeka8454 17 күн бұрын
Thíkey
@siteswordas69
@siteswordas69 10 күн бұрын
ৰাজীৱ শদীয়া হ'ল এজন নিজৰ মতে থাকিবলৈ ভাল পোৱা মানুহ।যিটো জুবিনৰ বিপৰীত মনোভাৱ
@everydayvlog-681
@everydayvlog-681 19 күн бұрын
জুবিন নে চিনি নাপালেও অসমবাসীয়ে চিনি পায়
@JYOTISHMANGogoi-s9t
@JYOTISHMANGogoi-s9t 19 күн бұрын
Singer is not all,Humanity is all .I know all Assamese, Rajiv sadia Assamese lover person ,
@kamelgogoi4916
@kamelgogoi4916 19 күн бұрын
বাদ দিয়াহে ছাগলিয়ে নাখাই কি জুবিনে নকয় কি?
@bimanchutia4362
@bimanchutia4362 19 күн бұрын
Zubin Garg অসমৰ নাগৰিক নহয় নেকি?😮
@SamirTaye07
@SamirTaye07 18 күн бұрын
প্ৰত্যেকজন অসমীয়া গায়ক-গায়িকাই এটা হ'লেও জাতি মাটি ভেটিৰ সৈতে জড়িত গান গাইছে, কিন্তু গান গালেই জাতি মাটি ভেটি ৰক্ষা নপৰে। ৰাজীৱ শদিয়া তেওঁ ঢুকাল আমি যিয়েই যতে যেনেকৈ খবৰটো পাইছোঁ দুখ প্ৰকাশ কৰিছোঁ, সমবেদনা সকলোৱে জনাইছে। কিন্তু কোনোবাই হয়তো চিনি পাই বা পাইছিল কোনোবাই নাপাই এইটো ইমান ডাঙৰ কথা হোৱা নাই নহয়। সেইটোকে লৈ আৰু হাহাকাৰ কৰিব লগীয়া ইমান একো হোৱা নাই। Love you Zubeen da 👑♥️
@_Debashri_
@_Debashri_ 18 күн бұрын
Right❤
@XunuGh-f8m
@XunuGh-f8m 18 күн бұрын
Toiii andho vokto...
@dhirendranathchoudhury86
@dhirendranathchoudhury86 17 күн бұрын
জুবিন তোৰ বাপেৰ॥
@PadmaLalung-iq7ik
@PadmaLalung-iq7ik 16 күн бұрын
আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়।এটি শিশুক জোখতকৈ বেছি মৰম কৰিলে মুৰত উঠে।মুখলৈ যি আহে তাকে কয়। কিন্তু জুবিন গাৰ্গ এজন সামাজিক পুৰঠ মানুহ। তেনে কথা মুখত শুভা নেপায়।
@Dihingia953
@Dihingia953 19 күн бұрын
আছলতে ৰাজীৱ দা ৰাজনীতি দালালি নাছিল ৷
@RinaDas-nq9yc
@RinaDas-nq9yc 17 күн бұрын
Om santi
@AdityaThakur-c2e
@AdityaThakur-c2e 19 күн бұрын
অহঙ্কাৰ বেচি হ'লে অসমীয়া জাতিয়ে ক্ষমা নকৰে
@techygamer2282
@techygamer2282 18 күн бұрын
Zubeen ee nijor poriyalok u sini napai
@anantarabha1153
@anantarabha1153 18 күн бұрын
Jai zubeen da
@uBorah-zr8cv
@uBorah-zr8cv 19 күн бұрын
একদম আশ্চৰ্য
@MadanRajbongshi-c9u
@MadanRajbongshi-c9u 19 күн бұрын
কি কথা চিনি না পায় কত আছে জুবিন
@uttamsonowal4558
@uttamsonowal4558 19 күн бұрын
জুবিনে ৰাজীৱ ককাই চিনি নাপালেও কথা নাই অসমীয়া ৰাইজৰ বুকুত আছে আৰু সদাই থাকিব জয় আই অসম !
The Best Band 😅 #toshleh #viralshort
00:11
Toshleh
Рет қаралды 22 МЛН
ৰাজীৱ শদিয়াই এই গীতটো গাই ঢলি পৰিল
9:25
সপোনৰ আলিবাট
Рет қаралды 117 М.