LIVE | Prime Show | ৰাজ্যৰ শিক্ষক সকল এতিয়া কাৰ শত্ৰু? শিক্ষক সকলক টাৰ্গেট কৰিছে নেকি চৰকাৰে?

  Рет қаралды 51,458

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | Prime Show | ৰাজ্যৰ শিক্ষক সকল এতিয়া কাৰ শত্ৰু? শিক্ষক সকলক টাৰ্গেট কৰিছে নেকি চৰকাৰে?
#news18assamnelive
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#primedebate #assamteachers #teacherassociation #teachersunion #assamgovernment
#news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 45
@subhashdas8897
@subhashdas8897 4 ай бұрын
অৰুনোদই আঁচনি ৰ পইচা দিওঁতে দিওঁতে চৰকাৰ খন ৰ পইচা ৰ নাটনি হৈছে, সেই অভাৱ খিনি শিক্ষক সকলৰ মাহিলী দৰমহা কৰ্তন কৰি পূৰণ কৰিব যেন পাওঁ। এতিয়া কলেজৰ শিক্ষাৰ্থী সকলক পইচা দিয়াৰ ব্যৱস্থা কৰি আছে, পইচা কৰ পৰা আহিব, 😅 সেয়েহে নতুন নতুন নিয়ম তৈয়াৰ কৰি আছে
@hareswarhandique2096
@hareswarhandique2096 4 ай бұрын
এখন স্কুলত উপযুক্ত পৰিমাণৰ শিক্ষক নিদিলে আৰু ইংৰাজী শিক্ষকে যদি অঙ্ক শিকাব লগীযা হ'লে ল'ৰা ছোৱালী কমি যোৱা টো স্বাভাবিক । গতিকে amalgamation. তথাপিও মোট দিয়ে ।
@triptisarkar5856
@triptisarkar5856 4 ай бұрын
সদায়, সময়ত বিদ্যালয়লৈ যাও,আৰু ছুটিৰ পিছত ঘূৰি আহোঁ। কিন্তু,৯ বজাৰ আগে আগে বিজুলী - ঢেৰেকণি মাৰি থাকিলে কি কৰিম ? বৰ ভয় লাগে। এনে ধৰণৰ অসুবিধাৰ সময়ত ৰেহাই পাবলৈ শিক্ষা সেতুত ব্যৱস্থা থাকিব লাগে।
@manojswargiary1403
@manojswargiary1403 4 ай бұрын
শিক্ষা বিভাগ যদি ভবিষ্যতেও এনেদৰে চলি থাকে তেনে হ লে ভবিষ্যতত মানুহৰ শিক্ষকতা কৰাৰ মানসিকতা নাথাকিব।
@sunshine-qk1dc
@sunshine-qk1dc 4 ай бұрын
সেইবাবে bjp ক vote দিব নালাগে।
@prakashkonwar9456
@prakashkonwar9456 4 ай бұрын
হিমন্ত অসম আৰু অসমীয়াৰ প্ৰধান শত্ৰু ।
@UdhabChNath-o7i
@UdhabChNath-o7i 4 ай бұрын
হিমন্ত হৈছে আনক বিভাজন কৰি নিজে ঘি খোৱা লোক।
@bornalichetia3762
@bornalichetia3762 4 ай бұрын
Hôrmohan sir zindabad
@abenbasumatary3529
@abenbasumatary3529 4 ай бұрын
Right Borah Sir
@krishnaprasaddeka8090
@krishnaprasaddeka8090 4 ай бұрын
Very good comments Harmohan Sir.👍👍👍
@JabbarAli-n5j
@JabbarAli-n5j 4 ай бұрын
কেতিয়াবা present দিয়াৰ পিছতো absent দেখুয়ায় অথবা কেতিয়াবা আকৌ present দিবলৈ গৈ app টো খোল নোখোৱা অবস্থা হয় ।এনে পৰিস্থিতিত জগৰীয়া আচলতে কোন হ'ব ?
@pranatiborthakur9462
@pranatiborthakur9462 4 ай бұрын
হৰমোহন দাঙৰিয়াই একেবাৰে সচা কথা কৈছে।
@abenbasumatary3529
@abenbasumatary3529 4 ай бұрын
Please bring the mater provinciase venture schools . Honourable media persons.
@AnimaDeka-fx1wq
@AnimaDeka-fx1wq 3 ай бұрын
এই চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত হেতালি সেলিছে
@abdulmannaf5519
@abdulmannaf5519 3 ай бұрын
প্ৰায় বিধেয়ক বোৰে নিজৰ নিজৰ ব্যক্তিগত বিদ্যালয় খোলাৰ পৰিকল্পনা চলি আছে। সেই কাৰণে এইবোৰ অত্যাচাৰ।
@AtulBuragohain-qb5lc
@AtulBuragohain-qb5lc 3 ай бұрын
শিক্ষক সকলৰ ভোট তেওঁ লোকক নালাগে
@annalouisagogoi1029
@annalouisagogoi1029 3 ай бұрын
মিছলীয়া চৰকাৰে সচাঁ কথা কোৱা মানুহক বেয়া পায় ।
@monalishasaiki7842
@monalishasaiki7842 4 ай бұрын
Politics Mane business ha, right
@abenbasumatary3529
@abenbasumatary3529 4 ай бұрын
Very long live we are fighting for provincialaise
@PremadharSarmah
@PremadharSarmah 3 ай бұрын
বিভিন্ন মহলৰ হস্তক্ষেপ ৰ বাবে শিক্ষকৰ সমবিতৰণ সম্ভৱ নহয়।। শিক্ষকৰ সমবিতৰণ সম্ভৱ নোহোৱালৈকে শিক্ষাৰ সমস্যা সমাধান কৰিব নোৱাৰে।। এইক্ষেত্ৰত চৰকাৰ বিষয়া আৰু ৰাজনৈতিক মহল একত্ৰিত হলেহে শিক্ষক সকলক শ্ৰেণী কোঠাত থাকি পাঠদান কৰাৰ সু-ব্যৱস্থা হ'ব।। সমস্যা সদায় থাকিব ------- সমাধান কৰিবলৈ কোনেও নোৱাৰে,আমি কৰ্মখিনি ভালকৈ কৰিবলৈ আন্তৰিকতা গঢ়িব লাগিব।।
@sunshine-qk1dc
@sunshine-qk1dc 4 ай бұрын
কোনো teacher a vote নিদিব bjp ক
@tikendramazumdar1424
@tikendramazumdar1424 3 ай бұрын
প্ৰাঞ্জল ছাৰ , আমাৰ মুখ্যমন্ত্ৰীয়ে কনট্ৰেকচুৱেল আৰু ষ্টেট পুল শিক্ষক সকলক দুবাৰকৈ মাতি নি আমাৰ চাকৰি নিয়মীয়া কৰণ কৰিব বুলি কৈ আজি ছমাহ হৈ যোৱাৰ পিছত আজিলৈ নকৰাৰ কৰন কি এই অনুষ্ঠানত জৰিয়তে জনাবলৈ আহ্বান জনালোঁ।
@abenbasumatary3529
@abenbasumatary3529 4 ай бұрын
Very good initiative media persons Sirs.
@jd_lyrics__
@jd_lyrics__ 4 ай бұрын
মুখ্যমন্ত্ৰী মহোদ‌য়ে,ভেন্সাৰ স্কুলৰ শিক্ষক নিযুক্তি বিষয়ে এটাও কথা নোকোৱাটো অসমৰ বাবে এখনি সংকেত। মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই, আপুনিয়ে ভেন্সাৰ স্কুলৰ শিক্ষক নিযুক্তি সন্দৰ্ভত দুখন বে-আইনী আইন আনিয়ে শিক্ষক বিলাকক হত্যা কৰিলে। ইয়াৰ উত্তৰ দিব কোনে ? আপোনালোকে কৈ থাকে যে "এক আইন এক নীতি" । কিন্তু ভেন্সাৰ স্কুলৰ শিক্ষক নিযুক্তি জেত্ৰত কিয় ভাগ ভাগ কৰিলে । আপুনি জানানে ? আজি ভেন্সাৰ স্কুলৰ শিক্ষক সকলে পথৰ ভিক্ষাৰী জানেনে ? মুখ্যমন্ত্ৰী মহোদয়, ইতিহাসে ইয়াৰ উত্তৰ এদিন দিব জানানে ?
@hemswargiari3451
@hemswargiari3451 4 ай бұрын
In time/out time দিবলৈ অপৰাগ হোৱা মানে নিজ খেয়াল সুচি মতে বিদ্যালয়ত উপস্তিত হোৱা।
@pranabkumardas6239
@pranabkumardas6239 4 ай бұрын
Moi aji ata soptha attendance dibo pora nai apuni ki kobo
@nripendeka5014
@nripendeka5014 4 ай бұрын
চৰকাৰী বিদ্যালয়ত খেলিমেলি লগাই থাকিব পাৰিলে মানুহৰ মাজত চৰকাৰী শিক্ষা ব্যৱস্থা বেয়া হোৱা বুলি সাধাৰণ মানুহৰ মাজত বিয়পাই থাকিব পাৰিলে ,, ছাত্ৰছাত্ৰী সকল ব্যক্তিগত বিদ্যালয় লৈ গতি কৰিব ,,, এইটোৱেই ডাঙৰ লাভ চৰকাৰৰ ,,,
@paniramnarah628
@paniramnarah628 4 ай бұрын
Right conversation.
@pratimadebnath2939
@pratimadebnath2939 4 ай бұрын
ভেঞ্চার শিক্ষকদের সাথে হিমন্ত বিশ্ব শর্মা খুব অন্যায় করতেছেন। ঈশ্বর এই বিচার করবেন। 😭😭😭😭
@MalinaNarzary-no6zs
@MalinaNarzary-no6zs 3 ай бұрын
CMৰ দেউতাক শিক্ষক আছিল । তেওঁৰ পৰা CM য়ে এনে শিক্ষা পাইছে নে?
@DibesharBora
@DibesharBora 3 ай бұрын
অসম,চৰকাৰক,,সুলভ মূল্যৰ দোকানী সকলেও বেয়া,পাইছে,কাৰণ কৰুণা কালতু,চউল,ৰাইজৰ মাজ্ত বিতৰণ,কৰিলে,তাৰ পিছতেই দোকানী,সকলক,সগুণ বুলিও কলে,ৰাজহুৱা,সভাত ইমান বেয়াকৈ কব,নাপাই কাৰণ আমাৰ,দোকানী,সকলৰ,যিটো,কমিছনৰ,টকা,দিয়া,নাই কি,খাই দোকানৰ,চাউল বিতৰণ কৰিব আৰু,কম্পিউটাৰ দিছে,আৰু,কম্পিউটাৰ কাটা,লবলৈ,কলে,গতিকে,বিদ্যুতৰ বিল,কৰ,পৰা,দিব,এবাৰ আহি,দোকান বোৰ চাই লক,অৱস্থা,ধন্যবাদ
@MalinaNarzary-no6zs
@MalinaNarzary-no6zs 3 ай бұрын
শিক্ষক শব্দ ৰ অৰ্থ কি ৰাজনৈতিক নেতা সকলে নেজানে
@bijenswargiary4447
@bijenswargiary4447 4 ай бұрын
So all the teachers should unite as a society to fight against the exploitation and oppression of the govt. Also we should be conscious against those teachers who take the leadership but decieve dhem for his personel benifit.
@monalishasaiki7842
@monalishasaiki7842 4 ай бұрын
Hir phulai koise,koriboi koribo jen
@GuriaDevid
@GuriaDevid 4 ай бұрын
Halla Boll
@bikashkunda8834
@bikashkunda8834 3 ай бұрын
Teachers are not the servant Their service cannot be compared with the other departments of the govt
@MalinaNarzary-no6zs
@MalinaNarzary-no6zs 3 ай бұрын
😢
@ritagogoi6591
@ritagogoi6591 2 ай бұрын
Net problem
@jatinmoran6670
@jatinmoran6670 3 ай бұрын
Jikeijan sire talllk shot angkha lo ise sampurna saty katha koise .
@quneentalukdar2233
@quneentalukdar2233 3 ай бұрын
Hemontar tireer
@ONCHARANGDAIMARI
@ONCHARANGDAIMARI 4 ай бұрын
Barma (Myanmaror keptelor Location Ahe
@jpmotivationaltips8480
@jpmotivationaltips8480 4 ай бұрын
Apunaluke school nejai kio tnte
@lxloveboy-u5g
@lxloveboy-u5g 4 ай бұрын
830 boat goi o ketiaba mobailor khomashyat 10 beat he attended s Dib pari
@utpalboraa9484
@utpalboraa9484 4 ай бұрын
sikshak sakalak gulam banai agar sikshakar dare bhanga cycle aru oali jua dressar garki banaba bicharise sanmantu naei
VAMPIRE DESTROYED GIRL???? 😱
00:56
INO
Рет қаралды 7 МЛН
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 8 МЛН
VAMPIRE DESTROYED GIRL???? 😱
00:56
INO
Рет қаралды 7 МЛН