Рет қаралды 494,022
এই আলু পৰাঠাৰ ৰেছেপি টো আমি ন শিকাৰু সকলৰ বাবে বনালো, যি সকলে আলু পৰাঠা বনাব খুজিছে কিন্তু পাৰফেক্ট কৈ বনাব পৰা নাই ৷
আশা কৰিছো আমাৰ এই ভিডিঅ টো বহুতৰ বাবে সহায়ক হ’ব৷ ভিডিঅ টো ভাতকৈ চাব আৰু এবাৰ বনায় চাব, আৰু আমাক জনাবলৈ নাপাহৰিব কেনে লাগিল ৷
Please try this Aloo Paratha recipe for beginners at home and let us know your experience. If you like this video please subscribe to our channel and also share with your friends
Copyright © ChefBB’sKitchen
Please follow us on Instagram:
/ chefbbskitchen
Please follow our FB page:
/ googlyhub
About us
• Vlog#33 ChefBBs Kitche...
• Vlog#12 অশেষ ধন্যবাদ 1...
#alooparathaforbeginners
#alooparathakenekoibonai
#chefbbskitchenalooparatha
#paratharecipeassamese
#alooparathaassamese