মোৰ ঘৈনী বেলেগৰ লগত পলাই গ'ল😭 Cheat Story

  Рет қаралды 409,239

JSS Unscrripted

JSS Unscrripted

9 ай бұрын

মোৰ ঘৈনী বেলেগৰ লগত পলাই গ'ল😭 Cheat Story
Created by:
Mustaq ahmed
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios

Пікірлер: 882
@parthaborah2984
@parthaborah2984 9 ай бұрын
ভাষাহীন 😢😢😢........ভগৱানক বিশ্বাস কৰি আগুৱাই যাওঁক।হেৰাই যোৱা খিনি আকৌ কেতিয়াও নাহে....নিজৰ কাম কৰি যাওঁক। তাই বেয়া কিন্তু আপুনি সুন্দৰ মনৰ গৰাকী বাবে আগুৱাই যোৱাৰ সহায় কৰিলে আৰু এতিয়াও একো বেয়া কৰা নাই ।ভাল দিন আহক আপোনাৰ জীৱনলৈ🙏🙏🙏
@junelifestylevlog5834
@junelifestylevlog5834 4 ай бұрын
Aaaaa\\ss_ss____s___q
@Prafullaborgohain-xy2jt
@Prafullaborgohain-xy2jt Ай бұрын
Ga
@JushnaSonowal-ho7mk
@JushnaSonowal-ho7mk 16 күн бұрын
​@@Prafullaborgohain-xy2jtbhi ni to see hu ki ni hu hu hu hu hu hu hu Bu hu hu ni hu Bu hu l CT bu
@sanjibpegu5834
@sanjibpegu5834 8 ай бұрын
সচাঁই বহুত দুখ লাগিল। ইমানখিনি হৈ যোৱাৰ পাছত যে ধয্যৰে কথাখিনি কব পাৰিছা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ ভৱিষ্যত জীৱন ৰঙীন হওকঁ দূৰৰ পৰাই আশীৰ্বাদ কৰিছোঁ। ভগৱানে যি কৰিছে ভালেই কৰিছে। তুমি সকলোখিনি নেওচি আগবাঢ়ি যোৱা অলেখ শুভেচ্ছা যাছিলোঁ।
@user-us3re3ws6x
@user-us3re3ws6x 8 ай бұрын
বুকুত সাহস লৈ আগুৱাই ৰোৱা । সন্মান যোৱা নাই সন্মান মোৰ মতে বাঢ়িবহে । কাৰণ যিখিনি কথা শুনিলো তোমাক বহুত বহুত ধন্যবাদ। ভৱিষ্যত উজ্বল কামনা কৰিলো ।
@minaskitchenvlog2377
@minaskitchenvlog2377 9 ай бұрын
কথ খিনি শুনি বহুত দুখ লাগিল 😢। বিবাহিত হওক বা অবিবাহিত হওক সকলোৱে সজাগ হব হল। এইবিলাক ছোৱালীয়ে নাৰী জাতিটোক কলংক সানিছে ।
@kusumdeka8275
@kusumdeka8275 8 ай бұрын
Eman beya girl lagat kiya lag rakhisa girl world bahut ase ajani beya girl kiya sinta karisa bhal ajani biya karai khuki huya bugila bhaiti
@bonitaneog2046
@bonitaneog2046 8 ай бұрын
ইমান বহল অন্তৰ তোমাৰ ।সৎ এজন ভদ্র জ্ঞানী লোক । সৎ সাহস আছে বাবে আজি সুন্দৰকে সমাজৰ আগত কথা খিনি উপস্থাপন কৰিব পাৰিছা। তুমি স্বাস্থ্যৰ প্রতি যত্ন লবা ।তোমাৰ দৰে এজন বুজা লৰা আজিৰ সমাজত পাবলে টান ।অতিত ভাবি আৰু 9 বছৰ নোযোৱাবা । জীৱন বৰ অনুপম। ❤
@papudas8115
@papudas8115 8 ай бұрын
@roshmirekharay9462
@roshmirekharay9462 8 ай бұрын
সৎ মানুহ প্ৰতাৰণা ৰ সম্মখিন হব লগা হয় ... সঁচা 😢
@sajadhussain651
@sajadhussain651 6 ай бұрын
Dekhor kanun thothapiu mahilar hatot
@sailentalukdar4539
@sailentalukdar4539 9 ай бұрын
আপুনি এজনী ভাল জীৱন সংগী পাওঁক ৷ ভগৱানে আপোনাৰ জীৱনলৈ সুখ আানক ৷
@Nathneha
@Nathneha 9 ай бұрын
Ki nam o lora jonor
@AnjanaBorah-nn5bu
@AnjanaBorah-nn5bu 8 ай бұрын
,তোমাৰ জীৱন সুখৰ হব আশীবাদ কৰিছো ! সদায় ভগৱান তোমাৰ লগত থাকিব !তোমাৰ কম কৰিযোৱা তাৰ ফল ভগৱানে দিব !ঘৰ খনেই পঢ়াশালি দুখনকৰিবা!
@bipulduttabipul1883
@bipulduttabipul1883 8 ай бұрын
তাই আকৌ হুবিধা বিচাৰিব আপোনাৰ ওচৰত, গতিকে সাবধান হওক,তাইৰ পৰা দুৰত থাকক। ভগবানে যি কৰে ভালৰ কাৰনে ই কৰে। আপোনাৰ হয় তো ইয়াতে ভাল আছে। সাৱধানে আগ বাহক, হয়তো আপোনাৰ কাৰনে এখন শুখৰ সংসাৰে অপেক্ষা কৰি আছে।। শুভ কামনা থাকিল, আজীৱন শুখি হৈ থাকক, আকৌ কৈছো পুৰণা থায় লৈ কেতিয়াও ঘুৰি নাযাব।
@ratultaro6391
@ratultaro6391 8 ай бұрын
ঐ পাপু ভাই বৰ দুখ পালোঁ কথাবোৰ শুনি । তাইৰো জীৱনত সুখী বা শান্তি নাপাব কাৰণ তোমালোকক ঠগিছেতো ।
@momisaikia6986
@momisaikia6986 9 ай бұрын
বৰ কোমল হৃদয়ৰ লৰা❤
@Foodiesgirl97
@Foodiesgirl97 7 ай бұрын
আচলতে আপোনাৰ হয়টো খুব এটা সুন্দৰ ভৱিষ্যত আছে সেই বাবেই এটা বেয়া সম্পৰ্কৰ পৰা আঁতৰাই আনিছে,,নিশ্চয় ভাল কিবাই হবলৈ গৈ আছে,,,ভগৱান আছে,,,, এটাই ভাল লাগিল আপোনাৰ অন্তৰ খন ইমান সুন্দৰ আৰু ধৈৰ্য্য শক্তিৰ শলাগ লব লগীয়া।
@mamitasaikia6194
@mamitasaikia6194 4 ай бұрын
আপোনাৰ কথাখিনি শুনি বহুত দুখ লাগিল। আপোনাৰ কোনো দোষ নাই। ভগৱানে যিকৰে ভাল কৰে। এতিয়া নতুন জীৱন আৰম্ভ কৰক। ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
@bipulsualkuchi5006
@bipulsualkuchi5006 8 ай бұрын
পাপু, তুমি হয়তো অনুভৱ কৰিব পৰা নাই যে ভগৱানে তোমাক অনাগত ভৱিষ্যতৰ ভয়ঙ্কৰ বিপদৰ পৰা ৰক্ষা কৰিলে৷ গতিকে সেই চৰিত্ৰহীনা ছোৱালীজনীৰ কথা মানসপটৰ পৰা সম্পূৰ্ণৰূপে উৰুৱাই দি নতুনকৈ জীৱনটো উপভোগ কৰিবলৈ আৰম্ভ কৰা৷
@sankarkalita7819
@sankarkalita7819 9 ай бұрын
বেলেগ একো নকও.. আপুনি এজন সচাকৈ ভদ্ৰ, অমায়িক মানুহ.. আপোনাৰ ভাল হৱ..
@Chalinabegum7770
@Chalinabegum7770 9 ай бұрын
Dada kahini tu huni val lagil..ji hoi valor karona hoi...apuni hoidai hoitot thkok apunr logot valai hb amr dua thakil...
@pratibhakalita5335
@pratibhakalita5335 9 ай бұрын
তুমি কিহৰ আশাত নামটো কবলৈ সংকুচ কৰিছা এনেকুৱা মানুহৰ সন্মান বুলি একো নাই
@malabikahazarika4774
@malabikahazarika4774 6 ай бұрын
দাদা আপোনাৰ কথা খিনি খুনি বৰ বেছি আবেগিক হৈ পৰিছো, মানুহ ইমান বেছি নিষ্ঠুৰ হব পাৰে নে, দাদা আপোনাৰ ভাল হব অসমৰ প্ৰতি জন ব্যক্তি আপোনাৰ লগত আছে।। আপোনাক ব্যক্তিগত ভাবে লগ পাবলৈ খুবেই মন গৈছে কিন্তুু কেনেকৈ 😭ভগৱানে আপোনাক সু্স্বাস্থ্য আৰু বেছি শক্তিশালী মনৰ অধিকাৰী কৰি ৰাখে যেন 🙏
@BijumoniGogoi-dz3pb
@BijumoniGogoi-dz3pb 9 ай бұрын
তুমি একো চিন্তা নকৰিবা , এতিয়াও সময় আছে ,তুমি আকৌ নতুনকৈ সংসাৰ কৰি সুখত থাকিব পাৰিবা , তাইৰ হে দুখ হব , এদিন তুমি দেখিবলৈ পাবা , তুমি বহুত ভাল লৰা ।
@beda0020
@beda0020 8 ай бұрын
Apuni thikei koise...
@bandanarabha3347
@bandanarabha3347 9 ай бұрын
মিহি কথাৰ মানুহবোৰ এনেকুৱা হয়েই । মোৰো জীৱনৰ কাহিনী আছে ।
@Thejourneyoflife-3ge
@Thejourneyoflife-3ge 8 ай бұрын
মোৰ জীৱনটো তেনেকুৱা কাহিনী হৈছে এজনী বিহাৰী সম্প্ৰদায়ৰ ছোৱালীয়ে মোক বড়ো ছোৱালী বুলি চিনাকি হয় মোক প্ৰেমত পেলাই মোৰ পৰা ৩ লাখ কেচ টকা খালে। এয়া যোৱা বছৰৰ ঘটনা।😢😢😢
@hiranyarajkhowa4119
@hiranyarajkhowa4119 9 ай бұрын
Papu Tumi Atiya Nijor logote tumar Maa , Deota aru nijor porialok loi busy hua. Jibon 2 Notun koi xojua. God bless to you and your family. Always be positive and happiness. With regards.
@abhijeethdr5920
@abhijeethdr5920 9 ай бұрын
যদি কোনোবাই কাৰোবাক অন্তৰ পৰা ভাল নাপায়, তেনেহলে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে কাকো ভাল পোৱাৰ অভিনয় নকৰিব,, এদিন ইয়াৰ ফল ভগৱানে দিবই।।। Bro, আপুনি জীৱনত বহুত ভাল হব, গঢ় Bless You❤
@abhijeethdr5920
@abhijeethdr5920 9 ай бұрын
Bro God Bless You❤
@jyotisaikia-jj5ts
@jyotisaikia-jj5ts 8 ай бұрын
❤a
@pompiborah8199
@pompiborah8199 8 ай бұрын
ভগৱানে জি কৰে ভালৰ কাৰনে কৰে। আপুনি বহুত ভাল ছোৱালী পাব। আগুৱাই জাওক শুভ কামনা জনালোঁ।
@user-yg8bx5wg6r
@user-yg8bx5wg6r 2 ай бұрын
এনেকুৱা বনৰী ৰেদী ছোৱালীৰ সপক নহল বৰ ভাল হে হল
@sarjanbhuyan4908
@sarjanbhuyan4908 8 ай бұрын
ছোৱালী জন্মদি দ্বায়িত্ব পালন কৰিলে নহয়। অভিভাৱক সকলে সংস্কাৰ মাকৰ ঘৰতে দিব লাগে। এখন ঘৰ সজা সকলোৰে সপোন থাকে আপোনাৰ কথা খিনি শুনি বহুত দুখ লাগিল। ভগৱানৰ ওচৰত সকলো এৰি দিয়ক বিছাৰ তেওঁ কৰিব।
@numondas8393
@numondas8393 9 ай бұрын
বিশ্বাস , মৰম , ভালপোৱা , সন্মান এইবোৰৰ যেন আজিৰ দিনত একো মুল্য এই নাইকীয়া হৈছে 😟 সকলো মিছা আজিকালি হেৰাই যোৱা খিনি বাৰু ঘূৰি কেতিয়াও নাহে 😢 কিন্তু আপুনি এজন এনেকুৱা ব্যক্তি হৈ উঠক যাতে আপোনাৰ লগত ইমান বেয়া কৰাবোৰে ১০ বাৰ আপোনাৰ কথা ভাবিব লগা হয় ❤
@arunimalahon-ld8rs
@arunimalahon-ld8rs 8 ай бұрын
তোমাৰ ভবিষ্যত সুখৰ হয় যেন আশীৰ্বাদ কৰিছো ❤❤❤❤
@bimaladas1542
@bimaladas1542 8 ай бұрын
😊😊
@parthadas1533
@parthadas1533 9 ай бұрын
ফালটু ছোৱালী চুলি কাতি দিব লাগে 😢😢
@karishmasaikia323
@karishmasaikia323 8 ай бұрын
বুকুত সাহস লৈ আগবাঢ়ি যাওঁক আপুনি। আপোনাৰ কথা খিনি শুনি বেয়া লাগিল। মোৰ মতে আপোনাৰ সন্মান বাঢ়িবহে। আপোনাৰ ভৱিষ্যত জীৱন সুখৰ হয় যেন আশীৰ্বাদ কৰিছোঁ ❤
@babuldeka652
@babuldeka652 7 ай бұрын
কাহিনীটো ভাল লাগিল।আজি যুৱকসকলৰ বাবে অতি প্ৰযোয্য বিষয় ।
@SpaceIsAwesome0358
@SpaceIsAwesome0358 8 ай бұрын
Choku pani ulai gol dai .Very heart touching.🙏
@anamikagoswami-zb2pm
@anamikagoswami-zb2pm 9 ай бұрын
এনেকুৱা ছোৱালী ৰ জীৱনত কেতিয়াও সুখ নহয় ।
@manashigogoi2026
@manashigogoi2026 8 ай бұрын
Very heart touching.God bless you beta.
@junubaishya2211
@junubaishya2211 9 ай бұрын
আপোনাৰ কথা খিনি শুনি বৰ দুখ লাগিল
@jyotsnahazarika4299
@jyotsnahazarika4299 2 ай бұрын
তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিলে ইমান বহল অনতৰ তোমাৰ আশীবাদ কৰিছো তুমি এজনি ভাল সংগী পাবা তাই কোনোদিন সুখী নহয় এনেবোৰ ছোৱালীয়ে নাৰীৰ জীৱনৰ কলংক
@barashadeka3745
@barashadeka3745 9 ай бұрын
Eman val lra ata paiyu tai enkuwa krile tumi ketiyao dukh nkriba dada tair krne
@Bangla_Cartooon
@Bangla_Cartooon 9 ай бұрын
যি জানিব পাৰিলো ছোৱালী জনী দুষ্ট প্ৰকৃতিৰ চতুৰ,মুঠতে তাই সুবিধাবাদী আনক ঠগোৱাই নিজকে স্বাৱলম্বী হোৱা।
@sarujandas6463
@sarujandas6463 8 ай бұрын
Tai adin posts tumii vale ythaka
@TirthaGogoi-ss5xe
@TirthaGogoi-ss5xe 8 ай бұрын
তোমাৰ কথাবোৰ শুনি দুখ লাগিল,ভগবানে তোমাক সহায় কৰিব
@shahRukh-mr1nm
@shahRukh-mr1nm 7 ай бұрын
Beya hol
@albeniaborgohain3999
@albeniaborgohain3999 9 ай бұрын
Apunar jibonole o ajon apunar dore vl manuh ahok take akha kru ru jun apunr jibonole ahib bina sarthat teo bhut happy hobo ... Apuni happy howk dada ❤
@jaijaganath7481
@jaijaganath7481 9 ай бұрын
লৰা মানুহ বোৰ লগত এনেকুৱাই কিয হয। ভাষা নাই । গতিকে low নাই। ছোৱালী বোৰ স্বাৰ্থপৰ।
@abhijeethdr5920
@abhijeethdr5920 9 ай бұрын
Bro, God Bless You❤
@rakeshbora6096
@rakeshbora6096 8 ай бұрын
কাৰুবাক যিমান বেছি ভাল পোৱা যায়, তাতকৈ হাজাৰ গুণ শক্তি ৰাখক প্ৰয়োজন সাপেক্ষে এৰিবলৈ, যি জন মানুহে হাজাৰ দুখ কষ্ট পোৱাৰ পাছত চুপ থাকে, তেওঁ কষ্টৰ প্ৰত্যুত্তৰ দায়িত্ব ভগৱানে নিজে লয়, মনৰ পৰা নিজকে অধিক শক্তিশালী কৰি তোলক আপুনি 😌
@hirakkoch
@hirakkoch 9 ай бұрын
Dada bht bhal tewr kahini tu huni ha bht bea lagil
@user-qg2rr7er7p
@user-qg2rr7er7p 9 ай бұрын
Bohut dukh lagil sokur Pani ulai gol.val manuhor logote tenekuwa hy.
@jatinsonowal5975
@jatinsonowal5975 8 ай бұрын
ছোৱালীজনীয়ে নিজাকে ঠগিছে । জীৱনত তাই শান্তিৰে থাকিব নোৱাৰে । আপুনি এতিয়া পূৰ্বৰ সকলো কথা পাহৰি সময়মতে পুণৰ বিবাহ কৰাওক । জীৱনৰ বাকীখিনি সময় সুখেৰে অতিবাহিত কৰক ।
@lukudutta9962
@lukudutta9962 9 ай бұрын
যি হ'ল ভালেই হ'ল , ইমান চৰিত্ৰ বেয়া ছোৱালী পৰা ৰক্ষা পৰিল , এশ গৰু মাৰিলে বাঘৰো মৰন বুলি কথাষাৰ আছে ,তাইৰো এদিন তেনেকুৱা যে নহ'ব কোনো মানে নাই .......
@trinakalita3353
@trinakalita3353 8 ай бұрын
সত্যৰ সদায় জয় আপোনাৰ ভাল হ'ব ভগৱান ক বিশ্বাস কৰক
@porismitagital4302
@porismitagital4302 9 ай бұрын
ইমানবোৰ হৈ যোৱা পিছত আপুনি প্রমান হিচাপে পাইও আপুনি ইমান সহজে মানি গৈ থাকিলে যদি আপুনি তেতিয়াই যদি আপুনি আতৰি যোৱা হলে ইমানবোৰ কষ্ট আজি নাপালে হয়.....
@dipshikhasaikia9416
@dipshikhasaikia9416 9 ай бұрын
Manuhjone besi xubidha dile. ...emn bur praman pua pste taik xi nije ari dib lgcl..bt teu sb janiu aaku nkri swali jnik bare bare xubidha dile vul krib..
@dipshikhasaikia9416
@dipshikhasaikia9416 9 ай бұрын
Ru bia potar pst nijor lgt rakhib lge...teu banglore t thki phuai thkb ki drkar..g hetu Tai kora vul bur xi jnicl
@DevakantaGogoi-kh2gz
@DevakantaGogoi-kh2gz 8 ай бұрын
অধৰ্মী পাপীনি হয় সেইজনী।;তাইৰ মুখ চাব নাপায়;আৰু তাইৰ কাৰণে দুখ কৰি লাভ নাই। যি হ°''ল ভালেই হ'ল;আপুনি সাৰি গ'ল;বাচি গ'ল।নতুন জীৱন আৰম্ভ কৰক;সুখী জীৱন আৰম্ভ কৰক ;আৱেগিক নহব;পুৰুষৰ দৰে থাকক।সেইজনীৰ কাৰণে কান্দিলে ৰাইজে আপোনাক হাঁহিব।তাইৰ কথা সম্পূৰ্ণ বাদ দিলেহে ভগৱানেও আপোনাক চেল্যুত দিব আৰু জীৱনটো সফল হ'ব।
@malabikagogoi1328
@malabikagogoi1328 8 ай бұрын
সেই জনী কেতিয়াও সুখী হ'ব নোৱাৰে তুমি সুখত থাকা
@nikitakalita1117
@nikitakalita1117 9 ай бұрын
You are such a fabulous person...You will get back your honesty .....
@birdhanpatir5702
@birdhanpatir5702 3 ай бұрын
আপোনাৰ কোনো ভুল নাই। গতিকে নৱ প্ৰজন্মৰ ল'ৰাই বৰ্তমান সজাগতা হ ওক।
@gitashrrebora8674
@gitashrrebora8674 9 ай бұрын
Apuni dukh nokoribo.sabo adin apunar bohut val hobo.bohut val jibon hongi pabo.god bless you
@BhoniChetia-bm6jb
@BhoniChetia-bm6jb 8 ай бұрын
Vogowane apunar jibonoloi hunkale val hongi anok.dhoijyo dhorok aru hadai apuni hukhi thake jen.God bless u.
@manjushridutta9296
@manjushridutta9296 8 ай бұрын
বনৰী জনী তোমাৰ জীৱনৰ পৰা গ'ল ভালেই হ'ল।
@kajuridas4681
@kajuridas4681 8 ай бұрын
আপোনাৰ দৰে জীৱন সংগী এজন সাধনাৰ বলতহে পোৱা যায়৷ ইমান আৱেগিক আৰু ভাল নহ’ব তেতিয়া বহুতে সুবিধা লৈ আপোনাক দুখ দিব৷ বেয়া কৰ্মৰ ফল সদায় বেয়া৷
@preranakiduniya6870
@preranakiduniya6870 9 ай бұрын
লৰা হওঁক বা ছোৱালী হওঁক ভাল সত আৰু শুদ্ধ সকলো মানু্হ সজাগ হওঁক অন্ধ বিশ্বাস নকৰিব কাকো😊
@rimjhimneog713
@rimjhimneog713 8 ай бұрын
ইমান সুন্দৰ মনৰ এইজন মানুহক এৰি সুখী হবনে তাই ? তাই আচলতে জীৱনত কি হেৰুৱালে গমেই পোৱা নাই ।
@tanuzhira9560
@tanuzhira9560 8 ай бұрын
Aapunar kothabor khuni mur bohut dhukh lagise
@technoverse2443
@technoverse2443 9 ай бұрын
Dhoinyobad etiya o j apunar dare lara ase...ji hoi valor karone hoi apunar bhobishot bohut vall hobo ❤❤❤❤
@jonmonilifestyle9989
@jonmonilifestyle9989 9 ай бұрын
Xub সুন্দৰ story dada apuni dux নকৰিব god bless you suwali jonir ketiya o val nahoi
@gunajitbarman2066
@gunajitbarman2066 9 ай бұрын
G hoise bht val huwa buli vabi luwa....tai kunu dne khantit thakibo nuware..tumi Aguwai juwa bro
@bantiphukangogoi-vw7zq
@bantiphukangogoi-vw7zq 9 ай бұрын
Yuu are a very good personality man.God bless you.
@rupalikalita6024
@rupalikalita6024 9 ай бұрын
কথাখিনি ঠিকেই কৈছে দাদা জনে তাই পাপৰ ফল নিশ্চয় পাব এইবোৰক ভাল এসেকা দিব লাগে দাদাজন ভাল আছিল সেইকাৰনে দুখ পাব লগা হল
@rohinikumardeori-nl5ql
@rohinikumardeori-nl5ql 9 ай бұрын
jibonor pisol baat khuj deba lahekoi bondhu . Bhogowane je kore bhale kore . now' U safe . again' New life start Kora . notun jibon paba.Tmak thoga nai bondhu nejoke thogisa . Tumi hukhi hua .
@djd9278
@djd9278 8 ай бұрын
সুন্দৰ অনুষ্ঠান
@govindarajbongshi2807
@govindarajbongshi2807 9 ай бұрын
তাই দোষ কৰিছে যদি তাই সুখ কোনো দিনে নাপাই
@mamonikakoti8272
@mamonikakoti8272 9 ай бұрын
Moiu Tezpur or dei Haleswar mondir usarte mur ghor..god bless you.
@ranjanborah6503
@ranjanborah6503 9 ай бұрын
Moyu kintu haleswaror kintu xowali joni Chini powa nai
@dipamanidas444
@dipamanidas444 9 ай бұрын
Dada Apuni bohut val manhu apunar val hobo dada 🥰🥰🥰
@DipaliGogoi-ss7ng
@DipaliGogoi-ss7ng 8 ай бұрын
Dipaligogoi🌺❤️♥️🌺🌺🌺💅💅👃👃🥀🥀🌺🌷♥️❤️
@jayantineog3469
@jayantineog3469 9 ай бұрын
Basi sidha sadha hole aji kali nohobo ,punor vl ajoni sai hongkharkon agguai loi jua. God bless you
@Maiiina956
@Maiiina956 7 ай бұрын
তোমাৰ জীৱনত সুখ আহক তাতে কামনা কৰিছোঁ ভগবানৰ ওচৰত ❤🙏
@jadumoniborah8575
@jadumoniborah8575 8 ай бұрын
কি কম আৰু কবলৈ ভাষা নাই, আপুনি দুটা বস্তু ভালকৈ দিলে কিন্তু তিনি নম্বৰটো ভালকৈ দিবলৈ নাপালে,মানে আপুনি সময় নাপালে, সেই কাৰণে তাই আপোনাৰ পৰা আতৰি গল, তথাপি আপুনি সাহসেৰে আগুৱাই যাওঁক।। লাগিলে বৰলা হৈ খাম ,তথাপিও এনেকুৱা ছোৱালী জাতে কাৰো জীৱনলৈ নাহে ।।
@user-ul4vn7bt9b
@user-ul4vn7bt9b 8 ай бұрын
ভাল মানুহৰ লগত এনে কোৱায়ে হয় ।
@Sunnydhunvlog
@Sunnydhunvlog 9 ай бұрын
সঁচাই এই পৃথিৱীত কিমান যে এনেকুৱা সঁচা কাহিনী আছে থিক নাই, কিমানে এনেকুৱা প্ৰবঞ্চনাৰ সন্মুখীন হৈ আছে থিক নাই,গতিকে সাৱধান দেই ৰাইজ👍
@purabirabha5696
@purabirabha5696 9 ай бұрын
Apunar kotha huni bohut dukh lagil kintu ajoni suwali hol buli hokoloye tenekuwa nhoy . Apunar adin joy hobo apuni agbari jawk jibontu bohut mulyoban . ❤❤❤❤❤
@Cherry-gogoi555
@Cherry-gogoi555 7 ай бұрын
বহুত বিশ্বাস আৰু ভাল পাইছিলা । তাই তোমাৰ সৰলতাৰ সুযোগ ল'লে। তেনে কৰাটো তাইৰ সম্পূৰ্ণ ভুল। তুমি সত্যত আছা । তোমাৰ চকুৰ পানীত সত্য লুকাই আছে। সুখী হোৱা। ভগৱানে উচিত বিচাৰ কৰিব।
@chandrmaneog1717
@chandrmaneog1717 8 ай бұрын
তাই সেই জনৰ লগতো থাকিব নোৱাৰে তুমি ধৈয্য ৰে আগুৱাই যোৱা
@urj7380
@urj7380 9 ай бұрын
Baa mor o ata ase love story kobo bisaru bohut besi dhuk loga story ....
@kothalbaripodumonichetiaga7758
@kothalbaripodumonichetiaga7758 8 ай бұрын
😂 কথা শুনি বৰ দুখ লাগিল ঈশ্বৰে তোমাক কৃপা কৰক ❤
@tulugogoi388
@tulugogoi388 6 ай бұрын
Fotua nkribi .hahib ahiso ha.nijor jibnt hole bujibi😠
@user-eq9fu2qj3n
@user-eq9fu2qj3n 9 ай бұрын
সকলো ছোৱালী একে নহয় সুবিধা বাদী মানুহে সুবিধা লব
@Rashmi.dutta-rai
@Rashmi.dutta-rai 9 ай бұрын
Bhogoban ase dada apuni jodi hoitot ase agoloi bhal suwali pabo tai apunar juigyo nohoi
@animagogoi3631
@animagogoi3631 8 ай бұрын
ভবিষ্যত জীবন তোমাৰ সুখৰ হওক সেয়াই কামনা কৰিলো এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি কথা এষাৰ আছে নহয় প্ৰস্তাব এদিন নিশ্চয়
@chandanKumar-hy6hd
@chandanKumar-hy6hd 7 күн бұрын
যি হল ভালেই হল।পিছলৈ আৰু বা কি হলহেতেন ।নিজক control কৰি পুনৰ সংসাৰ এখন কৰি লোৱা ।ভাল ছোৱালী বহুত আছে।অলপ চাই-চিতি-বুজি শুনি আগবাঢ়ি গলে নিশ্চয় ভাল হব।আশীৰ্বাদ থাকিল ।ডেকা লৰা।দুখ নকৰিবা ।জীৱনত accident হয়েই ।❤
@akelectricals4611
@akelectricals4611 2 ай бұрын
Ending r kotha thini hub val lagil..... Dada hats off apunar sinta dhara khini
@achyutdeka8103
@achyutdeka8103 9 ай бұрын
বহুত বেয়া লাগিলে। তুমি আগবাঢ়ি যোৱা
@rupamsarma5650
@rupamsarma5650 9 ай бұрын
GODBLACEyouBABA,,
@kusumray6443
@kusumray6443 9 ай бұрын
Babu bohut duk lagil tumar kotha suni tumi duk nokoriba tumar agoli bohut val hob tu mar God bless you beta ❤❤❤
@charudas947
@charudas947 2 ай бұрын
Sahasere agbarhi jowa atitak Pahari jowa tmar jiban kijani Agaloi Val habo God bless you C.d.from ghy
@bhabanikakati9110
@bhabanikakati9110 2 ай бұрын
কথা টো শুনী বহুত দুখ লাগিছে আপূনী আগুৱা জোৱা ভাল হব
@user-oy6qe4qp5m
@user-oy6qe4qp5m 9 ай бұрын
Bhati tumar story to suni mor dukh lagisay diya. Mor name to hol:Liju mani ojah "Talukdar ".Moe house wife hoi diya . 1:00:06
@skylord4874
@skylord4874 9 ай бұрын
Dada,apuni bohut hunkale ainya agoraki suwalik biya korak. Taike dekhai. Jak biya korabo apunar logot hua ghotonatu hubohu kothakhini kobo.biyar pisot nokobo .agotei hokolu jonai dibo tetiya apunar aku dukh nathake. .......Jorhat.Deepjyoti Hazarika.
@DimpiAhmed-fu1qq
@DimpiAhmed-fu1qq 8 ай бұрын
Xuni bhot Baya lagila apuni bhot vl apunar vl hok
@techthereal5484
@techthereal5484 8 ай бұрын
Okoraa tu kibaa. . Kotha khini biyaar aagot nokoi pelaai video tu sabo koleu hobo dekhun tetiaa ekebarot kaam khotom , chaaaliyaaaa hoi naai moi kuwa kothaatu heytu kuwa ru jodi moi kuwa kotha tu bhaal laagil dn etaa like thukibaaa haaaa over smart 🤓
@subarnahazarika6322
@subarnahazarika6322 8 ай бұрын
​@@DimpiAhmed-fu1qq😅😅😊 in o ki😮😮
@NirmalaSaikia-cg7md
@NirmalaSaikia-cg7md 8 ай бұрын
Hosa koi ☺️
@kuchbhivlooger3729
@kuchbhivlooger3729 9 ай бұрын
Suwali joni e beya apunak murkho ejone beya bulibo . Enekuwa Purukh je ase dekhi e bhal lagil. Aji kali okol nijor Bhaity ba Dadar bahire Kaku trust e koribo nuwari. Apunar nisina manuh exist nokore. Be positive Brother and live your life, forget about the past. Enjoy your life.
@sikhaboruah59
@sikhaboruah59 9 ай бұрын
Dada apuni val jibon hongi pabo aapunk vogowone dibo sabo sun. Nijot koi u besi val puwa jion hongi pabo. Krishno.
@user-yo6rl2vl2e
@user-yo6rl2vl2e 8 ай бұрын
Dhuniya lagise ❤
@user-oy6qe4qp5m
@user-oy6qe4qp5m 9 ай бұрын
Bhati tumar story to suni mor dukh lagisay diya.
@aadipoudel9939
@aadipoudel9939 4 күн бұрын
Bohut mon dukh lagela 😢😢 Be strong brother 👍
@krishnaanimation6840
@krishnaanimation6840 9 ай бұрын
Apuni bor val...
@pokeultragamer3796
@pokeultragamer3796 6 ай бұрын
Ji hol bhale hol , je hob bhal hob. God bless you
@techthereal5484
@techthereal5484 8 ай бұрын
Tumr enekuwa story hunile korbaat biyonir melot bohi thoka jen laage , ultimate Diya kintu tume dey mam 😅 Tume lukor kahani huni khub bhaal puwa moi bujibo paarisu bt tumr u toh life ot kibaa aase heytu u edin Amar agot daangi dhoribaa xun bhut bhaal laagbo aamar . . Ame akhare baat saam haa 🎉🤙
@ankita....b1682
@ankita....b1682 26 күн бұрын
বহুত দুখ লাগিল তুমি চিনি পোৱাত ভুল কৰিলা
@anishascookingstudio7135
@anishascookingstudio7135 9 ай бұрын
Bortoman jenwkuwa hoi sobe hojag hobo lage... Dada apunar baiggo bohut bhal karone tai gusi gol aro bhal suwali pabo .. dorjjo dhorok life bohut besi hundor hobo
아이스크림으로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 61 МЛН
100❤️
00:19
MY💝No War🤝
Рет қаралды 23 МЛН
Gungun Kotha Moromor | 25 July 2024  | Episode - 201
23:09
Assam Entertainment
Рет қаралды 5 М.
MISS CIRCLE STUDENTS BULLY ME!
0:12
Andreas Eskander
Рет қаралды 10 МЛН
КАЧЕЛИ ИЗ АРБУЗА #юмор #cat #топ
0:33
Лайки Like
Рет қаралды 4,2 МЛН
ВОДА В СОЛО
0:20
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 23 МЛН