এনেকুৱা প্ৰেমিকা ভগৱানে কাকো নিদিয়ক😭 Rishi Breakup Story

  Рет қаралды 1,232,905

JSS Unscrripted

JSS Unscrripted

9 ай бұрын

Created by:
Mustaq ahmed
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios

Пікірлер: 5 000
@Priyanka_dutta66
@Priyanka_dutta66 9 ай бұрын
কোনে কয় লৰা'ই সঁচা ভাল নাপায় বুলি? চাওঁক এই দাদাজনক। সঁচাই হৃদয় চুই গ'ল!!😭♥️
@ranasaikia510
@ranasaikia510 9 ай бұрын
Asariyaarsalmankhankaajadabgankahindiphilim
@dipanjalisharma1929
@dipanjalisharma1929 9 ай бұрын
Apuner storyto shoni bohut Bea lagil
@DeepjyotiChangmai-km5qp
@DeepjyotiChangmai-km5qp 9 ай бұрын
​@@dipanjalisharma1929🎉 hmm uuh🎉h🎉 u uhh u trr 🎉🎉 trr and Mohan da r 🎉🎉
@DeepjyotiChangmai-km5qp
@DeepjyotiChangmai-km5qp 9 ай бұрын
Llokkmmkm Jm
@rakhitamuly9022
@rakhitamuly9022 9 ай бұрын
আপোনাৰ কথা কেইটা শুনি বহুত বেয়া লাগিল
@RanjanVibes711
@RanjanVibes711 9 ай бұрын
1st time ইমান দীঘল ভিডেও সম্পূৰ্ণ চালোঁ -anekuwa লাগিছে যেন মোৰ শুনি a mon tu beya লাগি গল - এই পৃথিৱীত অকল মা দেউতা মৰম হে স্বাৰ্থ বিহীন বাকী সকলো মিছা😢😢😢
@Dhun720
@Dhun720 9 ай бұрын
Hoii 🥲 bki vl pua bur misa
@dhurbajyotigogoi4850
@dhurbajyotigogoi4850 9 ай бұрын
Hxa kotha au
@dssaikia5655
@dssaikia5655 9 ай бұрын
Mio
@simaboruah7463
@simaboruah7463 9 ай бұрын
Jiye hosa hridayar morom lage,he napay,Jak nalage,teuhe pay
@r.d.creator8235
@r.d.creator8235 9 ай бұрын
Ekdom xosa Bhai
@user-rv6on1wg2v
@user-rv6on1wg2v 9 ай бұрын
আপুনি সদায় ভালে থাকক,আপোনাৰ কথা বোৰ শুনি আপোনাক বহুত ভাল যেন লাগিছে.
@lakhidas9227
@lakhidas9227 8 ай бұрын
আপুনি সদায় ভালেথাকক.আপোনাৰ..কথাবোৰশুনিবহুত..বেয়া..লাগিল
@dhirajrabha1491
@dhirajrabha1491 8 ай бұрын
দাদা দুুখ কৰি লাভ নাই, হৃদয়টো শিলৰ দৰে কঠিন কৰি আগবাঢ়িব, এজনী ছোৱালীয়ে মোকো বহুত বেয়াকৈ ঠোগিছে, নিজৰ জীৱনটোকে শেষ কৰিব মন যায় 😢😢😢 হৃদয়টো শিলৰ দৰে কঠিন কৰি কিছুমান সিদ্ধান্ত Challenge লৈছিলো এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱন পৰিয়াল শেষ নকৰো, এদিন সেই ছোৱালীজনীক দেখুৱাই দিম 👍, এতিয়া লৈকে মই তাইতকৈ বহুত আগবাঢ়ি গৈছো দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ Competition game খেলি Silver and Bronze 🥉 medal আনিব সক্ষম হৈছো, আৰু এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত,
@lakheswaribardaloi3417
@lakheswaribardaloi3417 8 ай бұрын
1
@manujaxom7584
@manujaxom7584 8 ай бұрын
All time happy...
@debashis3125
@debashis3125 8 ай бұрын
Good job bro
@user-vw8qq2cu6d
@user-vw8qq2cu6d 7 ай бұрын
Sabas❤
@rombhapatir
@rombhapatir 2 ай бұрын
Same
@monjitadutta9588
@monjitadutta9588 9 ай бұрын
তুমি সেইজনীৰ বাবে মৰিবলৈ কাপুৰুষ নেকি, সত্যৰ মুখামুখি হোৱা আগবাঢ়ি যোৱা
@Chumpee_official
@Chumpee_official 9 ай бұрын
ৰিচি দা , আপোনাৰ অশ্ৰু দেখি সচাকৈ নিলিখি নোৱাৰিলো । আপোনাৰ জীৱনত ঘটি যোৱা ঘটনাখিনি শুনি বেয়া লাগিল , বাৰু যিকি নহওক জীৱনটো তেনেকুৱাই । মানুহ জীৱনত দুখ সুখ থাকেই, আশাকৰোঁ আপুনি আপোনাৰ অতীতৰ কথা পাহৰি আগন্তুক জীৱনটো এটা নতুন ৰূপত সজাই আগুৱাই যাব বুলি।।।
@user-tb4jg6rv8i
@user-tb4jg6rv8i 9 ай бұрын
তোমাৰ কথা বিলাকে মনত বৰ দুখ দিলে। তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক বহুত মঙ্গল কৰিব ।
@sumandeka9812
@sumandeka9812 9 ай бұрын
Rishi bro never give up ❤😊 মা দেউতাৰ কথা ভাৱি নতনত্ব বিছাৰি জীৱনটো আৰম্ভ কৰা
@debajitgogoi8102
@debajitgogoi8102 9 ай бұрын
হেৰৌ বুৰ্বক গুবৰত ভৰি এটা সোমালে মানুহে ধুই পেলাই। তই অকৌ মূৰটো ভৰাব বিছাৰিছ।বৰ লেতেৰা গোন্ধাব। পলা তাৰ পৰা। পৃথিৱীখন বহুত ডাঙৰ। তোৰ শিকিবলৈ বহুত বাকী আছে। এইবোৰ জীৱনৰ অ আ ক খ ,মহাভাৰত পঢ়িবলৈ বহু বাকী।
@chanakyagogoi2500
@chanakyagogoi2500 9 ай бұрын
Bor dhuniya kotha ekhar koly
@sunaligogoi8551
@sunaligogoi8551 9 ай бұрын
তোমাৰ কথা শুনি নিলিখি নোৱাৰিলোঁ,বাদ দিয়া তেনেকুৱা চৰিত্ৰ হিনা ছোৱালী ভগৱানে কেতিয়াও ক্ষমা নকৰে তাইক ।কোনো ছোৱালী বা লৰাই হওঁক এনেকৈ এখন সচা হৃদয় লগত নেখেলিবা । হৃদয় ভঙা জনেহে জানে কিমান বেদনা দায়ক ।ভাল পুৱা অভিসাপ বৰ ভয়ানক
@Gitumoni1993
@Gitumoni1993 9 ай бұрын
Hosakoi dei nokoba aru😢😢😢😢
@AnamikaMainu
@AnamikaMainu 9 ай бұрын
Akdom xsa khta xihot a poisa he saisil mon tu nhoi
@chiranjitmoran7938
@chiranjitmoran7938 9 ай бұрын
নতুনক আদরি লোৱা অতীতক পাহৰি পলোৱা সময়ে বেয়াবোর মচি পেলাব।
@krishangkukashyap4453
@krishangkukashyap4453 9 ай бұрын
😊😊😊😊😊😊😊
@kailashkumarnath2342
@kailashkumarnath2342 9 ай бұрын
তাইৰ ভাল নহব
@khatiaxomiya2400
@khatiaxomiya2400 Ай бұрын
rishi da apunar maa dewtar kotha alop vabibo ❤
@Sunu453
@Sunu453 9 ай бұрын
অতীতক সুঁৱৰি ভৱিষ্যত নষ্ট নকৰিবা দাদা 😊❤👍
@user-ez3sy3xw4p
@user-ez3sy3xw4p 9 ай бұрын
You are great
@Dewri11
@Dewri11 9 ай бұрын
এনেকুৱা জহৰী বনৰী ছোৱালীক ভগৱানে সোনকালে পৃথিৱীৰ পৰা উঠাই লৈ যাওঁক
@assamesevedio6562
@assamesevedio6562 9 ай бұрын
Hoi da bl bahut axa kri aso bee
@FarukAhmed-zz6gw
@FarukAhmed-zz6gw 9 ай бұрын
Nai vhai lge enekwa swali kisuman ...nohole keneke korim 😂😂😂
@jutikachakrabartyofficial3843
@jutikachakrabartyofficial3843 9 ай бұрын
ল’ৰা মানুহৰ চকুত চকুপানী দেখিলে খুব দুখ লাগে ৷ঈশ্বৰে আপোনাৰ সুখৰ দিন ঘুৰাই আনক৷আপোনাৰ কাহিনী শুনি নিজৰ এৰি অহা দিনবোৰৰ কথা মনত পৰিল৷সচা ভালপোৱা মানেই যেন এক অভিশাপ!😢
@user-re5zx7iu3m
@user-re5zx7iu3m 9 ай бұрын
Hosake
@user-pf5xg7fm7u
@user-pf5xg7fm7u 9 ай бұрын
Khosakoi 😢😢😢😢
@manowarhussain7803
@manowarhussain7803 9 ай бұрын
Right
@reeshmadas1001
@reeshmadas1001 5 ай бұрын
Tai dore ajonir babe nakandibo dada 😢
@user-ck3um3rn9x
@user-ck3um3rn9x 3 ай бұрын
Really
@user-ej6nu2ln3x
@user-ej6nu2ln3x 8 ай бұрын
পুৰুষ হৈ ইমান দুৰ্বল হ’লে কেনেকৈ হ’ব ঈশ্বৰে যি কৰে মঙ্গল কৰে ৷সত্যৰ সদায় জয় ৷
@likukalita6771
@likukalita6771 9 ай бұрын
তাই সঁচা মৰম হেৰুৱালে.... তাইৰ জীৱনত কেতিয়াও সুখ নহয় ....সঁচা ভালপোৱা পাবলৈ ভাগ্য লাগিব...আমি যাক বেছিকৈ ভাল পাওঁ তেওঁ সদায় এনেকুৱা কৰে কিন্তু আমি হাজাৰ কষ্ট দিলেও সেই মানুহ জনক ভাল পাওঁ সেইটোৱে আমাৰ জীৱনৰ ভুল...ভালপোৱাই মানুহক শেষ কৰি দিয়ে...
@ddas6665
@ddas6665 8 ай бұрын
Write
@user-oo2re7pq2q
@user-oo2re7pq2q 5 ай бұрын
Hsa kotha
@madhusmitadeka6025
@madhusmitadeka6025 2 ай бұрын
Xasa katha mor lagat o sem hal mor lagat rilestion t thakar Pisat o an ajonir lagat rilestion t asil mor lagat khelile
@trishnakalita3501
@trishnakalita3501 9 ай бұрын
ধেই মৰাৰ নাম নলবা ।জীয়াই থাকি দেখাই দিয়া তাইক । ভৱিষ্যত যাতে সকলোৰে আদৰ্শ হব পাৰা সেইটো দেখাই দিয়া । তোমাৰপৰা যাতেই সকলোৱে সাহস পাই সেইটো দেখাই দিয়া ।তুমি ইমান কমজৰি নহয় যে এজনী ছোৱালীৰ কাৰণে মৰি যাবা ভগৱানে যি কৰে ভালৰ কাৰনে কৰে ।হনুমান বাবা সদায় আছে তোমাৰ লগত ।
@anuboruah4928
@anuboruah4928 9 ай бұрын
ৰিচি তোমাক ভগৱানে সহায় কৰিলে সেই জনী অনা হলে গোটেই জীৱনটো ভুগীব লগিয়া হল হেতেন । তুমি মা দেউতা মুখলৈ চাই শান্তনা লোৱা ভগৱানে সহায় কৰিব । এদিন বশুত সুখী হবা । 😊😊❤❤❤❤😊❤❤❤❤
@ritomnayak6132
@ritomnayak6132 9 ай бұрын
Right 😊
@banajitdas953
@banajitdas953 9 ай бұрын
এনেকৈ কোনো মানুহৰ জীৱনক লৈ হেতালি খেলিব নালাগে। আপুনি ভাগৰি নপৰিব জীৱনত, এটা বেয়া সপোন দেখিছিল বুলি ভাবি পাহৰি পেলাওক সেই অতীতৰ সেই সময়বোৰ। এতিয়া সকলোবোৰ পাহৰি জীৱনত বহুত বেছি আগুৱাই যাওক আপুনি।.......
@DeepaDevi-pf1de
@DeepaDevi-pf1de 8 ай бұрын
বহুত দুখ লাগিল কথাখিনি শুনি। এনেকুৱা চৰিত্ৰহীন ছোৱালীক ত্যাগ কৰিব লাগে। ভগৱানে যি কৰিছে আপোনাৰ ভবিষ্যতৰ কল্যাণৰ কাৰনে কৰিছে।মা দেউতাৰ মুখলৈ চাই নতুন জীৱন সজাওক। আগবাঢ়ি যাওক জীৱন বৰ মূল্যবান।দূখবোৰ পাহৰিবলৈ চেষ্টা কৰক। ভবিষ্যতে সুখী হোৱাৰ কামনা কৰিছো।
@naziabegum4403
@naziabegum4403 9 ай бұрын
ৰিছি তুমি তেনেকোৱা ছোৱালীৰ কাৰণে কোনোদিন দুখ নকৰিবা তুমি তোমাৰ মনটো ডাঠ কৰি সকোলো পাহৰি নতুন জীবন গঢ়িবলৈ চেষ্টা কৰিবা দেই.তুমি চুইচাটৰ কথা নাভাবিবা তোমাৰ মা-দেউতাক দুখ-ক’ষ্ট নিদিবা দেই ৰিছি.
@rekhamonibordoloi8936
@rekhamonibordoloi8936 9 ай бұрын
বহুত বেছি বেয়া লাগিল ভাইটি তোমাৰ কথাবোৰ শুনি । তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো। ভগৱানে মংগল কৰক তোমাক । এনেকুৱা যেন কাৰো জীৱনত নহওক.❤
@TapanDas-bl2qe
@TapanDas-bl2qe 8 ай бұрын
সচা প্রেমৰ পূৰ্ণতা বিয়া নহয় ।বিয়া সচাই আচৰিত যাৰ লগত লিখা থাকে তাৰ লগত হে হয়। মনে বিচৰা জন কম লোকৰ কপালত হে থাকে। সেয়ে আপুনি আপোনাৰ ভৱিষ্যত জীৱন গঢ়িবলৈ কৰ্ম কৰি যাক..... প্রেমৰ নামত আৱেগিক হৈ নিজৰ জীৱনটো ধ্বংস নকৰিব ...🙏🙏 মিচা প্ৰেমৰ প্রলোভনেৰে নিজকে গঢ়াৰ,লগতে নিজৰ ঘৰখনকো গঢ়িবলৈ চেষ্টা কৰিছে। ....এক কথাত কবলৈ গলে তাই এজনী বেশ্যা লৈ পৰিণত হৈছে....৷ 🙏🙏🙏🙏🙏
@lakhibhadoi
@lakhibhadoi 9 ай бұрын
পাপে চুব হেই জনিক । বন্ধু জীৱনটো গঢ়া কিবা এটা কৰা এনেকোৱাকে কৰা পৃথিৱী এ মনত থব তোমাক । মানুহৰ জীৱনত সূখ দুখ থাকেই দুখ থাকিলেহে সূখ কাক কৈ চিনিবা । প্ৰকৃতিকো লাগে দেখুন ৰদ বৰষুণ ।
@ritumonirajkhowa9592
@ritumonirajkhowa9592 9 ай бұрын
আপোনি কেতিয়াও চিন্তা নকৰিব তাইৰ কাৰণে।কাৰণ সচা মানুহৰ কেতিয়াও বিপদ নহয়। আপোনাৰ ভবিষ্যত আছে। আপোনি নিজৰ পথত আগুৱাই যাওক। প্ৰেম চিনি নোপোৱা মানুহক কোনোবা প্ৰেমত পৰে নেকি। কঠিন হ'বলৈ শিকক।
@Elumoni
@Elumoni 9 ай бұрын
তাইৰ বাবে কিয় কান্দিছা,বদমাচি তাই,তুমি চিনি পোৱা দেৰি হ'ল তোমাৰ,ভাল ছোৱালী পাবা ,তোমাৰ সচাঁ মৰম ভাল লাগিল। আজিকালি পাবলৈ নাই এনেকুৱা মৰম।
@rubidas6138
@rubidas6138 9 ай бұрын
তুমিও টো অন্যায় কৰিছা তোমাৰ মা দেউতাৰ ওচৰত।এই সুদীৰ্ঘ সময়ছোৱাত তোমাক লৈ তোমাৰ মা দেউতাই কিমান কষ্ট পাইছিল।আজি তুমি মৰাৰ কথা কৈচা কিন্তু সেইটো কৰিলে তোমাৰ মা দেউতাই পোৱা কষ্ট ক তুমি আজি অনুভৱ কৰা আৰু কি কৰিব লাগিব তাক তুমি নিজে বিবেচনা কৰা।বাকী মা কামাখ্যা সদায় তোমাৰ লগত থাকিব।
@rajaxom3917
@rajaxom3917 8 ай бұрын
অতীতক সুঁৱৰি ভৱীষ্যত নষ্ট নকৰিবা দাদা দাদা তুমি জীয়াই থাকিব লাগিব দাদা তুমি যুঁজিবলৈ লাগিব এজনী ছোৱালীৰ বাবে তুমি তোমাৰ ৰঙীন জীৱনটো কষ্ট নিদিবা দাদা
@mkdyt5989
@mkdyt5989 8 ай бұрын
মোৰ লগত ও এনেকুৱা হৈছিল 75% একে। বহুত কষ্ট পোৱা যায় আপোনাৰ দুখ বুজি পাইছোঁ মইও ভুক্তভোগী প্ৰেমৰ জালত যাতে আন বেলেগ কোনো নপৰে এবাৰ পৰিলে ওলায় অহা টো টান আৰু এই জাল ত জোন পৰিব দুৰ্বল মানুহে জীৱন ধ্বংস kori dib মই ভগৱান ৰ কৃপাত বাছি গলোঁ এতিয়া মই সাপ ক বিশ্বাস কৰিলে ও ছোৱালী ক বিশ্বাস নকোৰো আৰু প্ৰেম ভাল পোৱা ৰ পৰা বিশ্বাস বোলা বস্তু টো নাই আৰু সকলোৱে হাজাৰ বাৰ ভাবিব। যি জনি ছোৱালী য়ে বাৰে বাৰে দুখ দিয়ে ঢৌকা দিছে আকৌ বিশ্বাস লৈ লোৱা টো আমাৰ ভুল কিন্ত্ত আমি প্ৰেমত অন্ধ হৈ যাও যে আৰু এনেকুৱা ধৰণৰ ছোৱালী এ বহুত নিপুণ খেলয়ৈ কেনেকৈ খেলিব লাগে জানে মানে আপুনি ধৰিব e নোৱাৰিব আপোনাৰ এই ঘটনা আমাৰ আগত অৱগত kori বহুত ভাল কৰিলে বহুত তে সাৱধান হব পাৰিব আৰু বহুত লৰা অনেকে সম্পৰ্ক ত থাকিলে ওলাই আহিব পাৰিব আৰু সাৱধান হব পাৰিব আৰু বহুত কব বিচাৰোঁ কিন্তু নকওঁ আৰু দাদা আপুনি আগুৱাই যাওক যি হল বাদ diok আপুনি সঁচা ভাল পোৱা k ভগৱান e বচাই দিলে হনুমান মন্দিৰ ত গৈ বহি থাকে যে ইমান দুখ বোৰ লৈ গতিকে ভগৱানে ও আপোনাৰ বেয়া হব কেতিয়া ও নিদিয়ে আৰু নিদিলে ভগৱান ৰ স্বৰণ ত গৈ ঈশ্বৰ প্ৰতি থকা শ্ৰদ্ধা e আপুনি প্ৰেমৰ জাল ৰ পৰা উদ্ধাৰ কৰিলে ।দুখ লাগিল লাহে লাহে ঠিক হব সকলোবোৰ মনত পৰিব কথা বোৰ এটা সময় t sab ঠিক হৈ যাব ভগৱান r usrt pratharna কৰিছোঁ। ।
@rombhapatir
@rombhapatir 2 ай бұрын
Muk lora ajon korile aneka same condition 😭😭😭
@MotivationBeautystory234
@MotivationBeautystory234 9 ай бұрын
খৃষি তোমাৰ দূখৰ কথাবোৰ শুনি মোৰ সচাই চকুপানী ওলাই গৈছে ।এনেকুৱা এজনী বনৰীয়া ছোৱালীৰ কাৰণে নিজৰ জীৱন ধংস নকৰিবা ।তুমি মৰিম বুলি কৈছা তেনেকুৱা কেতিয়াও নকৰিবা । এজনী অসভ্য,ব্যভিচাৰী ছোৱালীৰ কাৰণে তুমি নমৰিবা ভাই । তাতেই তুমি ঘৰখনৰ একমাত্ৰ লৰা সন্তান । তুমি মৰি গলে সেই অসভ্য ছোৱলীজনীৰ সতি একো নহয় ।খতি হব তোমাৰ মা দেউতাৰ । সেই অসভ্য ছোৱালী জনীৰ কথা যেনেদৰে কল্পনা কৰি তুমি কষ্ট পাই আছা ঠিক তেনেদৰে তুমি নহলে বা তুমি মৰি গলে তোমাৰ মা দেউতাৰ কি আলাই আথানি হব এবাৰ কল্পনা কৰাছোন । আল্লাই যি কৰে ভালেই কৰে ।অলপ কষ্টতে তোমাক তাইৰ পৰা আতৰাই আনিছে ভালেই হৈছে । নহলে বিয়া পাতি অনাৰ পিছত গোটেই জীৱন কষ্টত ভুগিব লাগিলহেতেন ।এতিয়া অলপ দিন কষ্ট পাবা । পিছত লাহে লাহে ঠিক হৈ যাব । শেষত আকৌ কৈছোঁ মৰাৰ কথা নাভাবিবা । সকলোবোৰ পাহৰি সুখী হোৱা শান্তিত থাকা । মা দেউতাৰ কথা ভাবি সকলোবোৰ পাহৰি যোৱা ।
@anjaliborgohain820
@anjaliborgohain820 9 ай бұрын
🙏🙏 লৰাজনৰ ভালপোৱা বিলাক সচঁা আছিল বাবেই দুখ হয্য কৰিবলৈ টাণ হৈছে । তেওলৈ ধন্যবা দ জাছিছো।কাৰন পুৰুষৰ অন্তৰ ও ইমান মৰমিয়াল হোৱাৰ বাবে ।এটা কথাই কওঁ যে ভগৱানে যি কৰে ভালেই কৰে !ৰ্নটকী ৰ হাতৰ পৰা বছাই দিলে ।ভগৱানৰ ওপৰত সকলো এৰি জিৱন টো সন্দৰ কৈ পৰিচালনা কৰিবা বোলি আশা ৰাখিলো ভাইটি ।সুখি হোৱ ভৱিষ্যতলৈ ।ধন্যবাদ ।
@khargeswarkalita4630
@khargeswarkalita4630 9 ай бұрын
তুমি বহুত বেছি বিশ্বাস কৰিছা আৰু এতিয়াও আশাবাদী যেন লাগিছে। তাইৰ চৰিত্ৰ ৰ কথা জনাৰ পিছত ভুলটো তাইক মনত nakaribaa। তুমি জানি লোৱা তুমি অন্ধকাৰ জীৱনৰ পৰা ৰক্ষা পালা
@Faxfex149
@Faxfex149 8 ай бұрын
Thik koisa
@anismitabrown2238
@anismitabrown2238 8 ай бұрын
তুমি কিয় কান্দিচা , তুমি এজন বুকুত সাহক থকা দেকা লৰা তুমি কিয় মানুহৰ হাৰিত নথকা এজনিৰ কৰনে মৰিবা। তুমি strong হোৱা আৰু আগলে আগবাঢ়ি যোৱা ।
@ndevi1491
@ndevi1491 9 ай бұрын
তুমি সাহসী হোৱা ঋষি,তাইৰ পৰা ইমানতে তোমাক ভগৱানে আঁতৰাই আনিছে। দুখ নকৰি ভগৱানক ধন্যবাদ দিয়া।
@manomatideka7004
@manomatideka7004 9 ай бұрын
তোমাৰ কাহিনী টো শুনি আৰু তোমাৰ হিয়া ভঙা কান্দন দেখি সচাকৈ বহুট দুখ পাইছো । তুমি শুনা ভাইটি তুমি আৰু নাকানদি বা তুমি তাইৰ লগত চেলেঞ্জ কৰা আন এজনী জীৱন লগৰী লৈ সুন্দৰ ঘৰ এখন পাট আৰু মা‌‌‍‌‌ ,দেউতাক সুক্ষি কৰা। আমাৰ আখীৰবাদ থাকিল তোমাৰ জীৱনলৈ এজনী খুবেই ভাল ছোৱালী আহিব। তুমি আজিৰ পৰাই তাইক গান কৰিবলৈ লোৱা । তাই যেতিয়া তাইৰ‌‌ দেহৰ জৌৱন শেষ হ'ব তেতিয়া তুমাৰ সুন্দৰ সংসাৰ দেখি নিজকে ঘিন কৰিব।
@amorjyotidas9030
@amorjyotidas9030 9 ай бұрын
😢
@bijanjyotikalita8966
@bijanjyotikalita8966 8 ай бұрын
কিমান নীচ হলে এনে কৰিব পাৰে 🥺 দাদা আপুনি চিন্তা নকৰিব চাই থাকক আপুনি move on কৰিব পাৰিব কিন্তু তাই চাওক জীৱনত কেতিয়াও নোৱাৰে শান্তি কেতিয়াও নেপাই ।। একনম্বৰ বেশ্যা আছিলে তাই ।। আৰু সম্পূৰ্ণ পৰিয়ালতো
@asongjamir5091
@asongjamir5091 8 ай бұрын
This was so Intense. I could feel it. Don't worry Bro, you didn't lose anything. Its her , who lost a Gem in this Selfish World. The Love you have for her is beyond Comparison. But she didn't deserve it. I know it hurts like hell but you got this, You can do it. This is Not the End of the World. Dont lose hope in Life. You have a Beautiful Heart ..🫡Just Let go n live Life to the Fullest without forgetting the Lesson she taught You. Life is all about Karma .There is a Supreme Power Above us. Lots of Love from Nagaland.
@dipanjaligogoi8851
@dipanjaligogoi8851 9 ай бұрын
প্ৰতাৰণাৰ ফল এদিন তাই পাব‌ই। তুমি কান্দিব নেলাগে তেনেকুৱা এগৰাকী অসভ্য ছোৱালীৰ বাবে। এটা কথাত সুখী হৈছোঁ তোমাৰ জীৱনটো বাচি গ'ল।তাইৰ লগত নৰক যান্ত্ৰণা ভুগিলা হেতেন। ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়া মন বান্ধি নিজৰ কামত আগুৱাই যোৱা ।
@geetanjalideka1659
@geetanjalideka1659 9 ай бұрын
Hoi ktha tu .. dada basi gl 🥺👍
@binusaikia2749
@binusaikia2749 9 ай бұрын
Tumi maiki neki ajani Diwali karane kandisa
@physicswallah766
@physicswallah766 9 ай бұрын
​@@binusaikia2749 Diwali mane
@SubhajitMoran
@SubhajitMoran 9 ай бұрын
'"সত্য সদায় জয় "'
@dollykalita9151
@dollykalita9151 9 ай бұрын
তাইৰ নিচিনা চৰিত্ৰ হিনৰ দৰে আপোনাৰ জীৱনটো শেষ নকৰিব দাদা | মা দেউতাক ভালকে চাওঁক আৰু জীৱনত ভালকে আগ বাঢি যাওঁক | এদিন আপোনাৰ জীৱনত ভাল হ'ৱ আৰু তাই পাপৰ শাস্তি পাব |
@dipjyotimazumdar9743
@dipjyotimazumdar9743 9 ай бұрын
Ai duniat pap puinno ako ni ,baya bilakore vl hoi dekho sesot
@user-il3oh1kc6c
@user-il3oh1kc6c 9 ай бұрын
ৰিচি দাদা তোমাৰ ভাল দিন অহিব
@utpalggoi2.082
@utpalggoi2.082 8 ай бұрын
চকু পানী ওলায় গল ওঁ মোৰ 🥺, শুনি দুখ লাগিল দাদা🥲 , এনেকুৱা কৰিব নেপায় কিন্তু ছোৱালী জনি , পাপ লাগিব তাইৰ , কেতিয়াও ভগৱান মাফ নকৰিব😣
@Abhiii878
@Abhiii878 8 ай бұрын
আকৌ কৈ ভাল লৰা পালে হল..... বিশ্বাস অকল মা দেউতাক কৰিবা ❤
@user-do8ek6wn1m
@user-do8ek6wn1m 9 ай бұрын
জীৱনত Rj পাহি বা প্ৰেম কাহিনী বহুত শুনিছো আজিলৈকে এনে কুৱা কাহিনী শুনা নাছিলো 😢😢দুখৰ কথা কি কম ভাই তোমাৰ কথাখেনি শুনি মোৰে চকুৰ পানী ওলাছে বহুত বেয়া লাগিল
@dipakar7885
@dipakar7885 9 ай бұрын
অতি দুঃখ জনক ঘটনা । আশা কৰো ভৱিষ্যতে দুই নম্বৰ জন ৰিচি বলিপথা নহওঁক তাৰেই কামনা কৰিলোঁ । কাৰণ এজন লৰা তেনেই সৰু কথাত চকুপানী নোলাই । কিমান দুখত কান্দি কান্দি কৈছে কথাখিনি শুনিয়েই অনুভৱ কৰিব পাৰিছো । শেষত এটাই কওঁ দোষী জীৱন অন্ধকাৰ হওঁক তাৰে কামনা কৰিলোঁ 🙏🙏🙏
@gitalichutia997
@gitalichutia997 8 ай бұрын
আপোনাৰ কথাবোৰ শুনি বহুত দুখ লাগিল । আপুনি এজনী ছোৱালীৰ কাৰণে জীৱনটো শেষ কৰি নিদিব।তাইতকৈ আৰু বহুত ভাল ছোৱালী পাব।
@Music_barbie
@Music_barbie 5 ай бұрын
এনেকুৱা এজন সঁচা প্ৰেমিক পোৱাটো সকলো ছোৱালীৰে সপোন ❤
@ourlivecircle8014
@ourlivecircle8014 9 ай бұрын
ইন্টাৰনেটৰ যুগত হৃদয় নহয় নেটপেকৰ প্ৰয়োজন হয় মনত ৰাখিৱা !! নেট পেক থকালৈকে চলি থাকিৱ শিষ হলেই আকৌ ৰিচাৰ্জ ,এয়াই প্ৰেমৰ সংজ্ঞা এতিয়া.🙏
@upenchutia5100
@upenchutia5100 9 ай бұрын
ৰিচি,তুমি দুখ কৰিছা ।দুখ নকৰিবা ।ধৈয্য ধৰা ।বুকুত সাহস বান্ধা। প্ৰথমে নিজকে বনাই লোৱা। পাছত বহুত হৃদয়বান ছোৱালীৰ লগত তোমাৰ বিবাহ হব ।নবৈ দশকত কলেজত পঢ়ি থাকোতে মোৰো অৱস্থা তোমাৰ দৰেই হৈছিল।ধনৱান হাতীৰ মালিক এজন পাই তিনি বছৰিয়া মোৰ ভালপোৱাক প্ৰতাৰনা কৰি আতঁৰি গৈছিল ।গম পাইছিলো শেষত গৈ সেই টোৱেও খাই বৈ আতঁৰি গল ।সেই সময়ত মইও পগলাৰ দৰে হৈ গৈছিলো । পাছত দেখিলো ,নিজক বনাই লোৱাটোহে আচল কথা। শেষত এখন এম ই স্কুলত চাকৰিত সোমাই এগৰাকী শিক্ষয়িত্ৰীৰ লগত বিয়া বাৰু কৰি ,টাউনত ঘৰ দুৱাৰ সাজি, নাতিনীৰ লগত খেলা ধুলা কৰি ,শান্তিৰে দিনবোৰ পাৰ কৰি আছো ।গতিকে কওঁ,ধৈয্যৰ ফল সদায়ে মিঠা ।
@sanjibpegu5834
@sanjibpegu5834 8 ай бұрын
সচাকৈ বাস্তৱিক কাহিনী এটা শুনি পালোঁ। এইখন অসমত ছোৱালীয়ে ল'ৰাক ৰেপ কৰি আছে কিন্তু কোনোৱে মাণি লব পৰা নাছিল। এতিয়া কি চলি আছে সকলোৱে গম পাইছে চাগৈ। ভাইটি যি কৰিছে ভগৱানে তোমাক ভালেই কৰিছে। নতুন জীৱন এটা আৰম্ভ কৰা চাবা জীৱন টো কিমান ৰঙীন হ'ব। সচা মনৰ মানুহ হোৱাৰ কাৰণে ভগৱানে তোমাক বচালে। ধৰ্য্য ধৰাৰ বাহিৰে একো উপায় নাই। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ তোমাৰ। বহুত বেছি দুখ লাগিল।
@user-ep4re1ds1v
@user-ep4re1ds1v 9 ай бұрын
Rishi তুমি বৰ ভাল ল'ৰা, এতিয়াও তোমাৰ সুন্দৰ জীৱনটো আছে। হয়তো তোমাৰ ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৰিছিল বুলি ভাবা। আজিৰ পৰা সেই বেয়া প্ৰভাৱ বোৰৰ পৰা আতৰি আহিলা। তুমি কেলৈই তাইৰ কাৰণে অমূল্য জীৱন ধ্বংস কৰিবা। ভাবি ছোৱা , তোমাৰ মৰমৰ মা দেউতা ,ভাই ভণী আৰু বহুতো উজ্জ্বল জীৱনৰ সপোন আছে। গতিকে তাইৰ কথা পাহৰি বেলেগ এজনী কথা চিন্তা কৰা। তুমি জীৱনত এতিয়াৰ পৰা কেৱল সুফলেই পাই থাকিবা। পিতৃ মাতৃ ও পৰিয়াল বৰ্গ লৈ সুখ ও সুখ্যাতি আনিব পাৰিবা। ধন্যবাদ। তোমাৰ সফলতা কামনাৰে।
@mousumiborahchaliha1990
@mousumiborahchaliha1990 9 ай бұрын
ৰিছি তুমি যদি সঁচাই ভাল পাইছিলা এদিন ভগৱানে তোমাক সঁচা ভালপোৱায়ে দিব কিন্তু তাই নহয় । তুমি বেয়া ছোৱালী কাৰণে জীৱন টো ধ্বংস নকৰিবা । মা দেউতা মুখলৈ চোৱা এবাৰ তেওলোকে তোমাৰ জীৱন দিছে তেওঁলোকৰ বাবে জীৱন টো নতুন কৈ সজাই লোৱা ।
@horekishnolahokor3026
@horekishnolahokor3026 9 ай бұрын
ৰিচি আপোনাৰ জীৱন টো নতুন কৈ আৰম্ভ কৰক। পৃথিৱীত যদি ভগৱান আছে তাই নিশ্চয় ইয়াৰ পৰিণাম পাব। আপুনি মা দেউতা ক সুখী কৰি ৰাখোক
@tpmultimedia
@tpmultimedia 9 ай бұрын
😢😢😢
@PoddarToyota-wq7jy
@PoddarToyota-wq7jy 9 ай бұрын
Humm.. Thik koise
@moonmahanta6913
@moonmahanta6913 9 ай бұрын
Rish xunilu tumar love❤ story br dukh lagil but he ain't toke sinta kri nathaki agoloi ag barhi juya bhogibane tumak mongol krib vl suali pabe tumi bhut mrmial good bless you take cair always Rish
@zone6197
@zone6197 7 ай бұрын
যি হৈছে ভালৰ কাৰণেই হৈছে, আৰু যি হোৱা নাই সি অতি ভালৰ কাৰণেই হোৱা নাই। আগুৱাই যোৱা, শুভেচ্ছা জনালোঁ।
@moinaborah1495
@moinaborah1495 9 ай бұрын
মানুহে কয় ল'ৰাই সঁচা ভাল নাপায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত লৰাই সদায় কান্দিব লগীয়া হয়😢 ছোৱালীৰ বোৰে কিয় মিচাঁ প্ৰতাৰনা কৰিৱ লাগে 😌 ❤from Dhemaji 💖
@rohitchetry4372
@rohitchetry4372 9 ай бұрын
ছোৱালী ও কান্দিব লগা হৈ দাদা , পাগলৰ দৰে হৈ পাইছোঁ , ভৰিত ও ধৰিচিলো 😔😭
@moinaborah1495
@moinaborah1495 9 ай бұрын
@@rohitchetry4372 mrm vl puwa hbo lge ata relationshipot
@SubhajitMoran
@SubhajitMoran 9 ай бұрын
তুমি জীয়াই থাকি দেখাই দিয়া যে সত্য সদায় জয়
@user-nl7vv5vx6c
@user-nl7vv5vx6c 8 ай бұрын
😢😢😢 বহূত দুখ পালো। কালনাগিনীজনী প্স্তাই প্স্তাই মৰিব।
@dharitridas1201
@dharitridas1201 9 ай бұрын
এজন পুৰুসে তেতিয়া হে এজনী ছোৱালীৰ বাবে কান্দে যেতিয়া এজনী ছোৱালীক মাকৰ ঠাইত থৈ নিজৰ কৈ বেছি ভাল পোৱা আৰু সন্মান দিয়ে,,,,,,,,,,,,,,,,,,আপোনাৰ জীৱনত ঘটা ঘটনাটিৰ লগত হয়টো কোনোবা খিনিত মোৰ লগত ও মিল আছে ,,,,,,,
@manibankalitanath3648
@manibankalitanath3648 9 ай бұрын
জীৱনত কিছু ঘটনা এনেদৰে ঘটি যায় । যিটো খুবেই বেদনা দায়ক। সত্যত তুমি আছা ভগবান তোমাৰ সহায় হব । হয়তো মানসিক যন্ত্ৰণা কিছু পাবা। এটাই সত্য ভগবানে যি কৰে ভালৰ কাৰণেই কৰে। যিটো বেয়া বস্তু সেইটো তোমাৰ পৰা আতৰাই নিয়া হৈছে এয়াও হয়তো নেদেখা জনৰ দ্বাৰাই হৈছে । সেয়ে এই ঘটনাটো জীৱনৰ এটা বেয়া অধ্যায় বুলি পাহৰি যোৱা। তোমাৰ জীৱনলৈ শতগুণে ভাল এজনী জীৱন সংগী আহিব। তুমি প্ৰথমে অন্তৰৰ পৰা ছোৱালীজনীৰ প্ৰতি থকা ভালপোৱা ত্যাগ কৰা । তোমাৰ লগত মা দেউতা আছে ।
@user-uf8eb1im5e
@user-uf8eb1im5e 8 ай бұрын
লৰা হৈ সাহস নেহেৰুৱাব দাদা। নিজৰ কথা ভাবক। কথা খিনি শুনি চিনেমা ৰ কাহিনী যেন লগিলে। বহুত দুখ লগিলে।
@jyotikamoran1175
@jyotikamoran1175 8 ай бұрын
ইমান কথা জানি তুমি কিয নিজক শেষ কৰা কথা কৈছা তুমাৰ জীৱনৰ পৰা আতৰি গৈছে ভালে হৈছে দুখ নকৰিবা তাইক বিয়াৰ কৰিলে ইয়াত কৈ বহু কষ্ট পাবা
@rameswarmalakar4898
@rameswarmalakar4898 9 ай бұрын
যিখিনি শুনিলো বৰ দুখ লাগিল ম ই এগৰাকী মা হ ও সকলোবোৰ বাদ দি তোমাৰ মা দেউতা আছে তেওঁলোকৰ আশীৰ্বাদ আজীৱন থাকিব নতুন কৈ জীৱন তো সজোৱা ইমানতে তুমি বাচি গলা তোমাৰ আগলৈ বহু ভাল হোৱাৰ কামনাৰে,::::::;;;;;;;;;;মা হিচাপে
@ridesafetywithsurajit1537
@ridesafetywithsurajit1537 9 ай бұрын
Thanks for a big reality jss ba..... এটি কলংকিত অধ্যায়......... ৰিচি তোমাৰ ভাল হোৱাৰ কামনা কৰিলো.... সত্য কেতিয়াও ধাকিব নোৱাৰি তাৰ প্ৰমাণ দিলা।
@JerifaBegom123-du8gd
@JerifaBegom123-du8gd 9 ай бұрын
Teneka suali pahori jua bhut vl suali paba vlke nijor Kam kra apunar val pua khosa asil jetia tar fol tai pabo
@anamikakalita8822
@anamikakalita8822 9 ай бұрын
Sabe Rishi Rishi koi asa Kun hoi
@gojensonowal2182
@gojensonowal2182 9 ай бұрын
Apuni brohut vl manur apuni brohut vl suwali paba
@islamuddinahmed6717
@islamuddinahmed6717 9 ай бұрын
God bless u rieci .don t worry .
@user-dp8yx7fn3m
@user-dp8yx7fn3m 9 ай бұрын
Taiku mata tair story tu dekhuwa. Yat gome puwa goise khi taik pabo nuwara babe bodnam korise.
@UkhamonidewriUkhamonidewri
@UkhamonidewriUkhamonidewri 8 ай бұрын
সচাই কথা খিনি খুনি বহুত দুখ লাগিল এনেকোৱা ছোৱালী নে ছি ইমান ভাল দাদা যন আৰু কথা খিনি খুনিয়ে গম পোৱা গৈছে যে কিমান সচা অন্তৰে ভাল পাইছিল আৰু ইমান বোৰ কথা গম পোৱাৰ পিছত ও তাইক দাদা যনে ইমান সহজ ভাবে লৈ ভাল পাইছিল তাৰ পিছতো এনেকোৱা কৰিলে এনেকোৱা যাতে আৰু কাৰো লগতে নহয় 😢😢 আৰু হয় সচা অন্তৰে ভাল পোৱা মন হে যানে কিমান কচতকৰ 😢😢😢😢 মই মাথো দাদা যনক এতা কথাই কম দাদা আপোনি কেতিয়াও হাৰি নাজাব 😊 আপোনাৰ জীৱন তো বহুত বাকি আছে 😊হয় যানো যে সচা ভাল পোৱা এনেকৈ এৰা বহুত কচতকৰ 😢
@nizaraborah8246
@nizaraborah8246 8 ай бұрын
নিজৰ জীৱনটোক আগতে ভাল পাবা তেতিয়াহে জীৱন সাৰ্থক হ’ব
@renubaishya6653
@renubaishya6653 9 ай бұрын
ল'ৰা জনক কৈছোঁ তুমি কান্দি নাথাকিবা আগলৈ তোমাৰ ভাল হ'ব ভগৱানে তোমাক পৰীক্ষা কৰিছে আশীৰ্বাদ কামনা কৰিছোঁ জয় গুৰু শংকৰ।
@karnakamaldutta
@karnakamaldutta 9 ай бұрын
আজি যি পৰিস্থিতি লৈ কান্দিছা বা দুখ কৰিছা এটা সময়ত গৈ এইবোৰ মনত পৰিলে হাহিঁ উঠিব তোমাৰ এদিন চাই থাকা ভাই। ইমান দুৰ্বল নহবা ভাই আজিৰ দিনত গিলি পেলাব এচাম মানুহে। আৰু এটা কথা এইবোৰ কথা ৰাইজৰ মাজত কৈ নিজৰ দুৰ্বলতা খিনি হে দেখাইছা নিজৰ। karma ত বিশ্বাস ৰাখা ভাই। ভগৱানৰ ছাগে ভাল plan এটা আছে তোমাৰ কাৰণে।
@Barasarane
@Barasarane 9 ай бұрын
Akdm right koise apuni
@deepaffyt_98
@deepaffyt_98 9 ай бұрын
সচাকৈ কথা বোৰ শুনি বহুত দুখ লাগিল ছোৱালী সকলত কৈ এনেকুৱা নকৰিবা ল'ৰা ক।
@violeenadas9921
@violeenadas9921 9 ай бұрын
Move on. Life is beautiful. Focus on your work. Focus on your family. Focus on your life. Ik this is heartbreaking but for that girl don't cry. Don't cry for anyone. Cry for your parents. You deserve better, do remember that. You should be proud that you didn't get that fuc*ing gurl. You are safe now. Be proud of yourself. Be happy. Live your life.
@rituparnapathak1932
@rituparnapathak1932 9 ай бұрын
নিজৰ মা দেউতা ৰ কাৰণে জীয়াই থাকক। এনেকুৱা চৰিত্ৰ হীন ছোৱালীৰ কাৰণে নিজৰ জীৱন টো শেষ নকৰিব। ভাল হওঁক আপোনাৰ। ভাল আৰু সঁচা জীৱন সংগী বিচাৰি পাওক।
@arunkumargupta4869
@arunkumargupta4869 9 ай бұрын
no need to repeat suuch type of character give up yu dear fromjht
@pankajmakrari7981
@pankajmakrari7981 9 ай бұрын
😢😢😢😢
@mrinalkumar8736
@mrinalkumar8736 9 ай бұрын
ঋষি তোমাৰ কাহিনী শুনি বৰ দুখ লাগিলে । এতিয়া তুমি এনেদৰে ভাঙি পৰিলে নহব তুমি ভাল লৰা হৈ দেখুৱাই দিয়া তাই কাৰ লগত কিমান সুখী হয় তুমি চাই থাকা হীলী নাযাবা । এনেদৰে এটা সময়ত প্ৰৱঞ্চনাৰ বলি ময়ো হৈছিলো । মই কিন্তু হাৰি যোৱা নাই ।মোক যথেষ্ট সহায় কৰিলে। একমাত্ৰ ভগৱানে কিন্তু লাগিব কেৱল বিশ্বাস আৰু ধয্য কথা বোৰ পাহৰিব নোৱাৰি ঘৰত কোন কোন আছে ।আমি একে পথৰ পথিক কিবাকৈ জীয়াই আছো।
@ts3464
@ts3464 7 ай бұрын
I hope you are well, Rishi. Your life is worth more than everything else. Please be strong. Things like these are not uncommon. It breaks my heart. Please be strong.🙏
@SubhajitMoran
@SubhajitMoran 9 ай бұрын
এদিন নিশ্চয় আপোনীএগৰাকী সতী সাধনী জীৱন সংগী বিছাৰি পাব ।এয়া মোৰ আশীৰ্বাদ ।
@anjanadas5377
@anjanadas5377 9 ай бұрын
সেই ৰেনদীজনিক লৈ কিহৰ দুশ কৰিব লাগে
@bbsgaming5156
@bbsgaming5156 9 ай бұрын
ইশ্বৰৰ বাহিৰে কতো শান্তি নাপাবা ৷তোমাৰ দৰে মোৰো একেই হৈছিল কৃষ্ণৰ চৰনত যোৱা সকলো ঠিক হৈ যাব ৷মইও তোমাৰ দৰে চকুপানী ৰাখিব নোৱাৰিছিলো আৰু এতিয়া মোক কোনো দুখেই পৰাস্ত কৰিব নোৱাৰে ❤ৰাধে ৰাধে❤
@sangitasaikia2927
@sangitasaikia2927 9 ай бұрын
Radhe radhe
@bbsgaming5156
@bbsgaming5156 9 ай бұрын
@@sangitasaikia2927 ৰাধে ৰাধে
@nashekiduniya1007
@nashekiduniya1007 8 ай бұрын
Bbsgaming 5156 shree krishna putekor nam ki asil ko son😂😂😂😂
@bbsgaming5156
@bbsgaming5156 8 ай бұрын
@@nashekiduniya1007চাম
@bbsgaming5156
@bbsgaming5156 8 ай бұрын
@@nashekiduniya1007 ইশ্বৰ কৃষ্ণৰ পুত্ৰৰ নামে তোমাক কি সহায় কৰিব ?
@pkrsongs3382
@pkrsongs3382 9 ай бұрын
আপুনি সেইজনী ছোৱালীক পাহৰি যাওক মৰি যোৱা বুলি ভাৱক । আপোনাৰ কামত ফোকাছ কৰক আপোনাৰ ভৱিষ্যত ভাল হওক তাকে কামনা কৰিলোঁ।
@user-ug3we2fl1l
@user-ug3we2fl1l 6 ай бұрын
তাই দৰে,ছোৱালী মৰিযাব দিয়া | দাদা আপুনি ভালে থাক আৰু আপোৰ কথা খিনিৰ পৰা আমিও ববুত কথা সিকিব পাৰিলো সদাই ভালে থাকিবো |
@queenrani7261
@queenrani7261 9 ай бұрын
Heart touching story 🥺🥺bohut dukh lagil dadar story tu xuni..apuni har namanibo bhogobanr uport vishakh rakhok ji hoi vlr krnei hoi to jar life ot apunar aku value a ni tair krne kandi aku lv ni...aapuni bohu gune vl suwali pabo...ghoror ekmatro hontan to jonmo diya maa deutar ktha vaba...tmi nhle hehote kenekoi thakibo tmr lgte maa deutaiu dukhot ase krn nijr hontanok dukhot thokatu kunu maak deutake nibisare... bhogobane tumar mongol korok 🙌 love from Guwahati noonmati ❤❤❤
@ddcreations1049
@ddcreations1049 9 ай бұрын
তেনেকুৱা চৰিত্ৰহীনা ছোৱালীৰ পৰা আতৰি আহি নিজৰ জীৱন ৰক্ষা কৰক ৷ জীৱনটো ভালদৰে আগুৱাই লৈ যাওক , সুখী হওক
@nurboxalinur7218
@nurboxalinur7218 8 ай бұрын
দাদা, আপুনি সচা প্রেমিক। আ্পোনাক ছেলুট। আপুনি‌ আগবাঢ়ি যাওক....
@bishaldas3964
@bishaldas3964 8 ай бұрын
দাদা যি হয় হেনো ভালৰ বাবেই হয়,মুঠতে আপুনি এইবোৰ লেতেৰা ঐতিত পাহৰি বৰ্তমানক আঁকোৱালি লৈ আগবাঢ়ি যাওক,,,, আপোনাৰ ভাল হব।
@jintukumarnath1923
@jintukumarnath1923 9 ай бұрын
ভাই এইটো তোমাৰ জীৱন ..তুমি সাহসী হোৱা..তোমাৰ কাৰণে তাই নাছিল,সেই কাৰণে তোমাৰ নহল..তুমি বাছি গলা..জীৱনটো নতুনকৈ উদযাপন কৰা.ভাল হওঁক তোমাৰ..এজনী ভাল জীৱন সঙ্গী পোৱা তাৰে কামনাৰে
@pranitadas8206
@pranitadas8206 9 ай бұрын
Rishi tumar kothabur xuni saku pani olai goise 😭kintu tumk atai kotha kou tumi tair karone ketiao vul poth nloba tumi bhut khahoki hoi tair agot tumi vl manuh hua vogoban ase tumar lgot tair xasti tai nijei pabo.axar kotha ase nhoi ji hoi valor karone hoi pahori jua sb ma deutar axirbad loi xodai aguai jua.
@HimaSaikia-sh3uo
@HimaSaikia-sh3uo 9 ай бұрын
বহুত দুখ লাগিল সঁচাকৈ তোমাৰ কথা খিনি শুনি ,তোমাৰ কথাতেই বুজি পোৱা গৈছে তুমি বহুত সৰল ,,,নিজক চম্ভালি লৈ জীৱনটো থিৰ কৰি আগুৱাই যোৱা ,, হয় ইমান সহজ নহয় তথাপি পাহৰি যোৱা এনেকুৱা ছোৱালী ক তোমাক দুখ হে দিলে হয় বিয়া হলেও
@asomiyabuwaripuja4537
@asomiyabuwaripuja4537 9 ай бұрын
youtube.com/@asomiyabuwaripuja4537?feature=shared
@kumarparaawc9491
@kumarparaawc9491 9 ай бұрын
এৰি যোৱা টোভালেই তোমাৰ বাবে ।ভবিষ্যতে আগবাঢ়ি যোৱা।
@dadulsaikia6561
@dadulsaikia6561 8 ай бұрын
Risi tumi bahut val ontoror lora vagi noporiba ma deuta ase tumar
@paritoshdas1593
@paritoshdas1593 9 ай бұрын
দাদা আপোনাৰ ভাগ্য ভাল তাইক পোৱানাই এতিয়া এমাহ দুমাহমান কান্দিব তাইক পালে গোটেই জিবন কান্দিব লাগিল হয় তেনেকুৱা মানুহৰ অভাব দুৰ হলেও সভাব দুৰ নহয়
@munuyt7057
@munuyt7057 9 ай бұрын
Hosa kotha kintu
@sahenforzana7265
@sahenforzana7265 9 ай бұрын
মাক চাই জীয়েক, মাকৰ স্বভাৱ বেয়া কাৰণে, জীয়েকৰ বেয়া , দাদা তুমি নিজৰ ঘৰৰ কথা ভাৱি একো বেয়া কাম নকৰিবা......
@Ajit_nita_official
@Ajit_nita_official 8 ай бұрын
ভাল‌পোৱা অন্ধ হয়, উদাহৰণ স্বৰূপে বুজি পালো আপোনাৰ প্ৰেম কাহিনী শুনি
@harishkumardeka7218
@harishkumardeka7218 9 ай бұрын
তুমি শ্ৰীহনুমান বাবাৰ মন্দিৰত গৈ আছিলা। বাবাই তোমাৰ লগত অন্যায় হোৱাতো কেতিয়াওঁ বিচৰা নাছিল বাবে এনেকুৱা ছোৱালীৰ পৰা আতৰাই আনিছে। গতিকে তুমি সাহসী হোৱা। তাই যদি তোমাক ঠগাই আছে, তেতিয়াহলে তুমি কিয় আঁতৰি অহা নাই। মা-দেউতাক লৈ সুখী হব চেষ্টা কৰা ভাইটি। ছোৱালী জনীয়ে তোমাক একো কৰিব নোৱাৰে। জয় শ্ৰীৰাম, জয় শ্ৰীহনুমান বাবা ।🕉️🕉️
@samendeka4735
@samendeka4735 9 ай бұрын
Right
@Luckysaha648
@Luckysaha648 9 ай бұрын
Jai Shree Ram ♥️🤞
@Luckysaha648
@Luckysaha648 9 ай бұрын
Jai Shree Ram ♥️🤞
@Luckysaha648
@Luckysaha648 9 ай бұрын
Jai Shree Ram ♥️🤞
@bolinch.hazarika5151
@bolinch.hazarika5151 9 ай бұрын
Prabhu shree ram, laxman, sita mata ki jai. Mahabir ki jai ho Jai shree ram
@dipalisaikia428
@dipalisaikia428 9 ай бұрын
ৰিচি তোমাক ভগৱানে সহায় কৰিছে । তুমিও দেখাই দিয়া এজন ভাল লৰা হৈ । আৰু সেই বুঢ়া তো সদাই তাইক সহায় কৰিব ?? তাই তোমাক হেৰুৱাৰ বেদনাত চতফতাই মৰিব তুমি ছাই থাকা । তুমি তাইক মনৰ পৰা মচি পেলোৱা । ভগৱানে তোমাক সহাই কৰিব । আৰু দুখ নকৰিবা ।
@jungogoi7735
@jungogoi7735 8 ай бұрын
সচাঁকৈ বৰ দুখ লাগিল কথাবোৰ শুনি😢😢
@success_mindmanstar
@success_mindmanstar 8 ай бұрын
আপোনাক ভগৱানে ভালে ৰাখক তাৰে প্ৰাৰ্থনা কৰিছোঁ।।।।
@user-lb2xg8sj3u
@user-lb2xg8sj3u 7 ай бұрын
দাদা কথাবিলাক শুনি বহুত দুখ লাগিল এতিয়া আগৰ কথা বিলাক পাহৰি জীৱনটো আগুৱাই যোৱা 😊😊😊
@hemanta527
@hemanta527 8 ай бұрын
সুখ বহুত আছে আপোনাৰ ❤ শুভকামনা থাকিল
@pujadas9948
@pujadas9948 9 ай бұрын
এনেকোৱা লৰা মই পোৱা হয়,সদায় ভগৱানৰ দৰে পুজিলো হয়।।।😢😢
@gyandeepbaishya4006
@gyandeepbaishya4006 9 ай бұрын
Moi asu to jan
@chandrapravamazumdar9839
@chandrapravamazumdar9839 9 ай бұрын
Really
@prashennath3339
@prashennath3339 9 ай бұрын
Anekuwa kotha khuni he bl lage
@level551
@level551 9 ай бұрын
Comen bur val algil
@karishmakayshap9080
@karishmakayshap9080 8 ай бұрын
Thik a koisa moi bhori khon o dhui dilo hoi
@nainabhuyan3391
@nainabhuyan3391 9 ай бұрын
ল'ৰা বোৰে সহজে নাকাণ্ডে কিন্তু যেতিয়া কান্দে গম পাব তেওঁ নিচিনা দুখত আৰু কোনো নাই,, বৰ দুখ লাগিল বাদ দিয়ক তাই আপোনাৰ যোগ্য নহয় গতিকে ভগৱানে আপোনাৰ জীৱনত আহিব নিদিলে আপুনি পবিত্ৰ বহুত ভাল হব আগলৈ আপোনাৰ জীৱন
@hemensarma9175
@hemensarma9175 9 ай бұрын
Khuni bhut dhuk lagil Dada. Dhojyo dhorok apuni. Taitke bhut Val suwali pabo apuni. Taik bad diyok. Apunak shongkho kori pelabo tai. Monor pora uliai diyok
@Minakshi7474
@Minakshi7474 9 ай бұрын
দাদা আপোনাক ভগৱানে ভাল কুশলে ৰাখক মোৰ ফালৰ পৰা ভগৱান ও পাৰ্থনা, আপোনাৰ love story to শুনি বহুত বেয়া লাগিছে বিশে ষ কৈ আপোনালৈ 😭 ভগৱানে যি কৰে ভালে কৰে ও দাদা আপুনি তেনেকুৱা চৰিত্ৰ হিনা ছোৱালী লগত কেনেকৈ থাকিল হৈ আপুনি তাইৰ কথা বোৰ গম powai আপোনাৰ বাবে বহুত ভাল হৈছে dada 🙂 aponar জীৱনত বহুতো সন্মান হানি হব লগা হল হেঁতেন ,
@Minakshi7474
@Minakshi7474 9 ай бұрын
তাই আপোনাৰ দৰে ভাল লৰা আৰু জীৱনত কেতিয়াও নাপাই 😢 ভগৱান আছে ও দাদা তাই এদিন বহুত কাদিব লাগিব কাৰণ আপোনাক বহুত কন্দুৱাইছে
@baputibaro2582
@baputibaro2582 9 ай бұрын
You need not cry for her, you are lucky because you have saved your self,may God bless you.
@abhiduttaabhidutta167
@abhiduttaabhidutta167 9 ай бұрын
মানুহে কয় ল'ৰাই সঁচা ভাল নাপায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত লৰাই সদায় কান্দিব লগীয়া হয়😢
@ilovemytravel9681
@ilovemytravel9681 9 ай бұрын
Right
@manowarhussain7803
@manowarhussain7803 9 ай бұрын
Xosakoi o ...
@armanhussain8598
@armanhussain8598 9 ай бұрын
Right
@sumayaDM
@sumayaDM 9 ай бұрын
বহুত ছোৱালীয়ে এতিয়াও কান্দি আছে, কেৱল ৰাজহুৱাকৈ প্ৰকাশ নকৰে
@abhiduttaabhidutta167
@abhiduttaabhidutta167 9 ай бұрын
@@sumayaDM চাওক লৰাই কান্দিব লাগে বুলি কোৱাৰ কাৰণ আছে কাৰণ ছোৱালী এজনীয়ে পতককৈ move on koribo pare but লৰা এজনৰ move on কৰিবলৈ গোটেই জীৱন লাগে নহলেও তেওঁ বেয়া বস্তুত মূখ দিয়ে আৰু sob suwali akai nhoi dei হয় ছোৱালী জীৱনটো দুখ থাকে but সেইদুখ চিৰস্থায়ী নহয়
@NyansiinjalInjal-en9df
@NyansiinjalInjal-en9df 8 ай бұрын
Nothing is impossible Life changing only follow motivational brother..
@annanhaque545
@annanhaque545 8 ай бұрын
কাহিনীটো খুনি বহুত দুখ লাগিল। ঈশ্বৰে উচিত বিচাৰ কৰিব। নাকান্দিব দাদা।
@prodipkumarbora3354
@prodipkumarbora3354 9 ай бұрын
মন্তব্য বোৰত সকলোৱে তোমাক সান্তনা দিয়া দেখা পাইছোঁ। মই কিন্তু নিদিওঁ। তুমি কথা বোৰ ভাবা, আৰু ভাবা। ভাৱি ভাৱি ভাগৰি যোৱা। কাকো এই কথাবোৰ আৰু নকবা। নিজান ঠাইত অকলে বহি খুব কান্দা। কান্দি কান্দি ভাগৰি যোৱা। এনেদৰেই নিজেই নিজক তোমাৰ ঢিলা কৰি পেলোৱা অংগ বোৰ নিজেই টানি লোৱা। এই প্ৰক্ৰিয়া চলাই থাকোতে কিন্তু নিজৰ কৰ্মক পাহৰি নাযাবা। কোনো দিনেই তাইৰ চেহেৰাটো নচাবা। এনে এটা দিন ঘূৰায় আনা যাতে ভাবিব পাৰা, তোমাৰ অতীতত তেনে একো হোৱাই নাছিল। যিমানেই আনক কবা সিমানেই প্ৰাৰম্ভিক অৱস্থালৈ অহাত পলম হব। তোমাৰ এই ঘটনা ৰ সুবিধা লৈ আনে তোমাক আৰু দুৰ্বল কৰিব।
@rashmirekhadevi80
@rashmirekhadevi80 9 ай бұрын
Thik kotha koise apuni.. Bht val lagil xuni 👍
@2.0940
@2.0940 5 ай бұрын
Anakua comments first plu 🤲moi sestra korim same condition 💐🙇
@rinkudas9450
@rinkudas9450 9 ай бұрын
সেই ছোৱালীজনীৰ কাৰনে তুমি নিজৰ জীৱন ধংস নকৰিবা । তুমি আগুৱাই যোৱা দাদা সময়ে তোমাক কৈই দিব তুমি কাৰ হবা আৰু কোন তোমাৰ হব।❤ From jorhat
@Amrita_547
@Amrita_547 8 ай бұрын
বৰ দুখ লাগিল কথাবৰ শুনি 😢
تجربة أغرب توصيلة شحن ضد القطع تماما
00:56
صدام العزي
Рет қаралды 59 МЛН
Red❤️+Green💚=
00:38
ISSEI / いっせい
Рет қаралды 78 МЛН
WRONG NUMBER ৰ পৰা আৰম্ভ হৈ RIGHT NUMBER লৈ || Assamese Love Story In Kotha Studio
53:09
ToRung short film: 🙏baby protects puppy🐶
0:37
ToRung
Рет қаралды 85 МЛН
Выйграли Много Денег с Сыном
0:55
Карман
Рет қаралды 8 МЛН
Что делать если закрыли на балконе
0:31
Выйграли Много Денег с Сыном
0:55
Карман
Рет қаралды 8 МЛН