Рет қаралды 11,651
‘মই বিশ্বকাপৰ খেল চোৱা নাই’
‘বিশ্বকাপৰ মেচ চালে এনেকুৱা লাগে যেন মই ক'ৰবাত ভুল কৰিছোঁ’
জিম্বাবুৱেৰ বিৰুদ্ধে T-20 শৃংখলাৰ বাবে ৰিয়ান পৰাগৰ নাম চৰ্চাত
ইপিনে আজি ক্ৰিকেটাৰ ৰিয়ান পৰাগক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি ৰয়েল গ্ল’বেল ইউনিভাৰচিটীৰ
বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হয় Signing Ceremony