Maah Haoldhire Nowale Dhowale

  Рет қаралды 2,385,623

Focus Hifi

Focus Hifi

Күн бұрын

Artist: Beauty Sarma Barua

Пікірлер: 616
@rekhajyotibaruah1861
@rekhajyotibaruah1861 5 жыл бұрын
সৰুৰে পৰা শুনি আহিছো,কিন্ত হেপাঁহ নপলায়। চিৰ যুগমীয়া গীত।
@ananyachetia9030
@ananyachetia9030 2 жыл бұрын
Pogala hoi. Jam ene hur aru kathat
@MoonJyoti-i5o
@MoonJyoti-i5o 18 күн бұрын
P
@bhesojbaruah6265
@bhesojbaruah6265 4 жыл бұрын
ছোৱালী এগৰাকীৰ বিয়াৰ দিনা হোৱা উখল-মাখল আৰু তেওঁৰ মনোজগতৰ সুক্ষ্মাতিসুক্ষ্ম অনুভুতি প্ৰকাশৰ এই গীতটি চিৰযুগমীয়া হৈ থাকিব ।
@abhijitdas5010
@abhijitdas5010 Жыл бұрын
❤👌
@majulirdeka4857
@majulirdeka4857 5 жыл бұрын
কি সুন্দৰ... সছাকৈয়ে অসমীয়া ভাষা চহকী কৰি তোলাৰ লগতে মন প্ৰফুল্লিত কৰা এই সমুহ গান শুনি হিয়াই উপচি কান্দে...
@jobhelpingassam916
@jobhelpingassam916 4 жыл бұрын
ভাষা নাই কিযে মধুৰ সুৰ,,🙏😘
@naharunbegum2954
@naharunbegum2954 4 жыл бұрын
এইটো গীততো Dislike মাৰাকেইটা ষ্টাৰ চাগে। ইমান সুন্দৰ গীত, শুনিলে শুনি থাকিবৰ মন যায়।
@jabakalita3567
@jabakalita3567 2 жыл бұрын
Asa
@rubimohan4779
@rubimohan4779 2 жыл бұрын
সচাকৈ
@rajibbora9280
@rajibbora9280 6 жыл бұрын
কবলৈ ভাষা নাই।এই বোৰ অসমীয়া জাতীয় জীৱনৰ চিৰ যুগমীয়া গীত।
@angshumanmazumdar9656
@angshumanmazumdar9656 5 жыл бұрын
সচাকৈ এনেকুৱা গীত এবাৰ শুনিলে শুনি থাকিবলৈ মন যায়।আমনি নালাগে।
@labaram566
@labaram566 5 жыл бұрын
অসাধাৰণ।, অবিস্মৰণীয় গীত। অসমীয়া জাতিৰ গৌৰৱ। বাইদেউৰ কণ্ঠ আৰু গানৰ মধুৰতা প্ৰকাশৰ বাবে উপযুক্ত ভাষা নাই। অতি সুন্দৰ।
@tarponasarmah3759
@tarponasarmah3759 7 жыл бұрын
বিঊতি শৰ্মা বৰুৱাৰ এইবোৰ সচঁা কৈয়ে সোনালী দিনৰ সোন গীত। অতি মনোৰম
@anandaray7453
@anandaray7453 6 жыл бұрын
nice song
@ranidevi4272
@ranidevi4272 Жыл бұрын
হৃদয় জুৰুৱা গীত।শুনি শুনি হেপাঁহ নপলাই।আমি ভাগ্যবান।এইবোৰ গীত ৰেডিয়তসদায় শুনিছিলোঁ
@namratabordoloi7987
@namratabordoloi7987 5 жыл бұрын
গানটো সুনিলে লৰালিৰ দিনবোৰলৈ মনত পৰে।।বিউটি বাইদেউৰ কণ্ঠ সচাই সুন্দৰ।।।
@chayanikasharma5924
@chayanikasharma5924 4 жыл бұрын
Imn hundar geet 2020t kune kune huni ase like kribo
@debosrigogoi3279
@debosrigogoi3279 3 жыл бұрын
এগৰাকী কইনাৰ জীৱনৰ সেই বিশেষ দিনটোৰ কি অতীৱ সুন্দৰ বৰ্ননা৷শুনিয়েই থাকিম যেন
@labaram566
@labaram566 6 жыл бұрын
অসমীয়া জাতি জীয়াই থাকে মানে এই গীতবোৰৰ চাহিদা কোনো দিনেই হ্ৰাস নাপায়। অমৰ সঙ্গীত। সুন্দৰৰ পুজাৰি,তোমাক শত কৌটি প্ৰণাম।
@pewfew4440
@pewfew4440 4 жыл бұрын
উচ্চ চিন্তাধাৰা
@nobinsonowal1819
@nobinsonowal1819 2 жыл бұрын
. Pahrib norara geet
@bichitrarabha1459
@bichitrarabha1459 Жыл бұрын
Q
@bichitrarabha1459
@bichitrarabha1459 Жыл бұрын
a
@bhanimakalita7323
@bhanimakalita7323 5 жыл бұрын
"Aji je buwari khajisa dapunmoti khewtar kendure kobo" ...nice, heart touching, for every girl....
@ihaveexactly2subscribers26
@ihaveexactly2subscribers26 3 жыл бұрын
For boys also too
@kaushikkrishnatraya3909
@kaushikkrishnatraya3909 3 жыл бұрын
Ki sundor git,mn pran bri Jay ,
@bbrahma7891
@bbrahma7891 4 жыл бұрын
👌👌👌👌👌👌👌👌👌 EVERGREEN ....NO. WORDS.... SPEECHLESS......... THANKS. AGAIN. & AGAIN
@monkeymelon8102
@monkeymelon8102 2 жыл бұрын
À
@bikashjyotibora5993
@bikashjyotibora5993 4 жыл бұрын
ৰাতি ৩ তাৰ পৰা ৫ তাৰ ভিতৰত শুনক এইবোৰ গান । সময়বোৰ খুব সোনকালে পাৰ হৈ গৈছে । ব্যস্ততাৰ মাজতো অলপ ৰৈ জীৱনৰ পাৰ কৰি অহা দিনবোৰ ঘূৰাই পাব ।
@naridshwarsaikia1775
@naridshwarsaikia1775 4 жыл бұрын
কিযে সুমধুৰ গীত ৷ শুনি থাকিলেও হেপাঁহ নপলায় ৷ এইবোৰ গীত চিৰযুগমীয়া হৈ ৰ'ব ৷
@rintidutta7377
@rintidutta7377 3 жыл бұрын
ভাষাৰে বুজাব নোৱাৰি ম কিমান‌ ভাল পাও‌ গানটি শুনি ,সৰু ৰেডিয় ত এই গানটো শুনি য়ে ই পঢ়ো ।
@pankajborah6056
@pankajborah6056 4 жыл бұрын
কি কম একো নাই....মাত্র মন আৰু প্ৰাণ শিহঁৰিত কৰা সুৰ ।। অসমীয়া জাতীয় জীৱনলৈ এক অমূল্য উপহাৰ গীতিকাৰ দিজেন্দ্ৰ মোহন শৰ্মা আৰু বিউতি শৰ্মাৰ ।।।।👃👃👃👃👃.
@parthapgogoi4489
@parthapgogoi4489 6 жыл бұрын
অসমীয়া বোৱাৰী এগৰাকীক বিয়াৰ দিনটো মনত পেলোৱা বাবে এই গানটোৱে যঠেষ্ট 😆 । । মোৰ মাৰ প্ৰিয় গীত ।
@dndeb3576
@dndeb3576 6 жыл бұрын
Old is gold
@oxomiyajiyori_youtubechann6046
@oxomiyajiyori_youtubechann6046 4 жыл бұрын
Please notice my channel 🌏🙏 puroni oxomiya gitbor jiyai rakhiboloi sesta koriso..ei git to o gaboloi try kriso🙏
@rajibbardoloi2710
@rajibbardoloi2710 4 жыл бұрын
😶😶😄😄😄😄😄
@salyaboruah2411
@salyaboruah2411 4 жыл бұрын
thik khatha kasa
@dipdas4760
@dipdas4760 3 жыл бұрын
0
@manindrakrbhuyan1936
@manindrakrbhuyan1936 3 жыл бұрын
বাইদেউৰ লগত আগতে মই প্ৰগ্ৰেম কৰিছিলো, গীতাৰ বজাইছিলো বহুতো সংগীতানুষ্ঠানত লগত আছিল মোৰ গুৰু প্ৰয়াত কিশোৰ গিৰি আৰু বন্ধু দিপন দত্ত! এতিয়াও সেই স্মৃতি মনত পৰি থাকে।
@kankanadevideka5283
@kankanadevideka5283 3 жыл бұрын
চিৰ যুগমীয়া গীত।অন্তৰ চুই যায়। ইমান সুন্দৰ কন্ঠ। মই পুৰণি গীত বোৰ শুনি বহুত ভাল পাওঁ।
@biplobibharali9857
@biplobibharali9857 4 жыл бұрын
Baideu geet tl a akuo abar kanduale. Jatiai sunu tatiai Kandu. Bujabalai bhasha nai Kimman sundar geet. Bohut dhanyabad baideu. Upuner kanthat Geet tia sunat suaga saraise.
@ashmitasharma3971
@ashmitasharma3971 5 жыл бұрын
Ohhhhh.....goosebumps........ Loved the voice.....bor dhunia....
@dipgogoi8978
@dipgogoi8978 4 жыл бұрын
ইমান সুন্দৰ সুমধুৰ গীত। শুনি হেঁপাহ নপলাই
@Tarun-Kakati
@Tarun-Kakati 2 жыл бұрын
This song is a very favourite song of mine as well as mother. Who listened in 2022.
@digantaturiofficial7119
@digantaturiofficial7119 4 жыл бұрын
সঁচাকৈ বহুত ভাল লাগে গীতটি সৰু পৰাই শুনি আহিছোঁ আৰু আজিও শুনো
@amritdutta5965
@amritdutta5965 5 жыл бұрын
" অমিয়া মাধুৰী সুৰ,,, " সুন্দৰ কথা আৰু সুৰ
@RIKIRKO
@RIKIRKO 4 жыл бұрын
এক কালজয়ী গীত। হাজাৰবাৰ শুনিলেও হেঁপাহ নপলাই 💖💖💖
@salyaboruah2411
@salyaboruah2411 4 жыл бұрын
ya
@1960sanjit
@1960sanjit 6 жыл бұрын
অন্তৰ চুই যোৱা সুন্দৰ অৰ্থবহ গীত ।
@satyaveersingh2974
@satyaveersingh2974 6 жыл бұрын
sanjit talukdar
@bipangshikashyap7672
@bipangshikashyap7672 5 жыл бұрын
মন শাত পৰি গল ।
@jusar4228
@jusar4228 4 жыл бұрын
Antar sui jowa gan
@bonjitborthakur6517
@bonjitborthakur6517 4 жыл бұрын
Mon urunga Kora mohaniya geet!
@devilishlydelicious7001
@devilishlydelicious7001 4 жыл бұрын
Evergreen song...👌👌💕 always fav..
@anandaramborah6442
@anandaramborah6442 3 жыл бұрын
My favourite song, Assmese culture will remain unchanged for this type of singer and writer. Beauty Baruah mesmerizes everybody with beautiful singing skills and voice. New comers should follow and honour her.
@kushalkalita8507
@kushalkalita8507 4 жыл бұрын
2020 t ai gaan tu june june huni ase thumps up ata diok 👇
@apurbadas6314
@apurbadas6314 2 жыл бұрын
Baidew apuni aru abarb baidew . Assamese culture tu dhari rakhaar babe bahut bahut dhanyawad
@arnabgogoi4098
@arnabgogoi4098 5 жыл бұрын
অন্য এক জনপ্ৰিয় অসমীয়া গান, ধন্যবাদ বিউটি বা
@BasantaChutia-gd4ul
@BasantaChutia-gd4ul 5 жыл бұрын
এই গীতটি সৰুৰে পৰা শুনি আহিছো যদিও শুনি অকনো আমনি নালাগে৷বৰ সুন্দৰ গীত৷
@kulodekaboruah7283
@kulodekaboruah7283 5 жыл бұрын
Basanta Chutia hasaka di
@nirmaladevi6461
@nirmaladevi6461 5 жыл бұрын
অতীতৰ গীত শুনিলে হিয়া ভাঙি যায়।সেই দিন বোৰ মনত পৰে ।
@bituponmoran3687
@bituponmoran3687 4 жыл бұрын
সচাকৈ বহুতেই ভাল লাগে আপোনাকৰ গীত বোৰ বাইদেও
@Neverbeen17
@Neverbeen17 Жыл бұрын
Our childhood was been blessed. We've had this type of song at our times
@rinkumonidevi4679
@rinkumonidevi4679 Жыл бұрын
😢😢y
@pranatidas2462
@pranatidas2462 3 жыл бұрын
Aji gantu suniba man jowat ...... Val lagise bahut dinor pisot suni
@geetapathak5633
@geetapathak5633 Жыл бұрын
কি যে সুন্দৰ গীত। শুনি থাকিবৰ মন যায়❤❤❤ ।
@ritusharma3435
@ritusharma3435 4 жыл бұрын
আজিলৈকে যিমান বাৰ শুনিছোঁ সিমান বাৰেই আবেগিক হৈ পৰো.....অসমীয়া গীত ৰ এটি চিৰ যুগমীয়া গীত🙏🙏
@ImranShah-qq2ld
@ImranShah-qq2ld 6 жыл бұрын
Horute ma deutar logot kolpatarut huna monot ase..miss my all those days
@manabendradasmusical2631
@manabendradasmusical2631 4 жыл бұрын
মন জুৰ পৰি যাই এইবোৰ গীত শুনিলে,
@apurbadas6314
@apurbadas6314 2 жыл бұрын
Very very nice baidew . Amar cultural tu dhari rakhar karana akhekh dhanyabad aru bhabishyata bright karak, apuni mor namashya
@anuragsatra4905
@anuragsatra4905 4 жыл бұрын
Ganti June June sise eta like kori dibo👍👍👍❤️❤️❤️
@junudeori3104
@junudeori3104 3 жыл бұрын
100% hridoi sui gol gaan tua ber ber hunileu huni hepah nopolai ❤️❤️
@iqbalsaikia3003
@iqbalsaikia3003 3 жыл бұрын
Golden Assamese marriage song in the golden voice for all times to come.
@ucchakamalchetia4807
@ucchakamalchetia4807 6 жыл бұрын
সুমধুৰ গীত । শুনিলে শুনি থাকিব মন যায় ।
@pompidevi6125
@pompidevi6125 Жыл бұрын
অতি সুন্দৰ সুৰ কণ্ঠ কবলৈ ভাষা নাই
@satyanarayannath48
@satyanarayannath48 5 жыл бұрын
Heart touching with smell of pure greeneries of nature in the words and melody's.
@anubharadwarj6794
@anubharadwarj6794 6 жыл бұрын
One of my favorite songs written and tuned by the most versatile lyricist Dwijendra Mohan Sharma . Thanks for the upload .
@dulalbaruah4519
@dulalbaruah4519 2 жыл бұрын
Amr hai rak tarei Kam as
@smritirekhabora8279
@smritirekhabora8279 4 жыл бұрын
Lock down ৰ কেইদিন পুৰণি গান শুনি আছোঁ সচাকৈ খুব ভাল লাগে হেঁপাহ নোপোলাই যিমানেই নোসোণো কিয়
@SaikatRoyAmazing
@SaikatRoyAmazing 7 жыл бұрын
Superb ...awesome depiction of a girl's thought in her wedding day.......
@irabegum7118
@irabegum7118 7 жыл бұрын
Ever green heart touching
@bornalee990
@bornalee990 3 жыл бұрын
90's kids are here😂childhood song memories 😍
@mayasarma3465
@mayasarma3465 2 жыл бұрын
Plppp
@reempathak50
@reempathak50 3 жыл бұрын
Evergreen গীত মোৰ বাইদেউ গুৰুৰ এই গীতটি আজিও চকুৰ পানী বাগৰি আহে ।কি সুন্দৰ কণ্ঠ যাদু আছে🙏
@nepalbhatta6932
@nepalbhatta6932 3 жыл бұрын
A wonderful Assamiya melody listen again and again but can,t forget to. With love from Northeast
@rupkantapathori2852
@rupkantapathori2852 2 жыл бұрын
কি সুন্দৰ এৰা এইবোৰ হে গীত তুলনা নাই।
@malobikadutta8634
@malobikadutta8634 4 жыл бұрын
Beauty baideu mur oti priyo.. Teur geetbilak xuni thakilr u hepah a nopolai
@DSHaque7
@DSHaque7 2 жыл бұрын
My alltime favourite song since my childhood days ☺️👌💖💖
@naridshwarsaikia1775
@naridshwarsaikia1775 5 жыл бұрын
হৃদয় চুই যোৱা গীত ৷ শুনি হেপাঁহ নপলায় ৷
@laksheswarkalita3473
@laksheswarkalita3473 5 жыл бұрын
বাইদেউ, গান টি শুনি মনটো জুৰ পৰি যায় । কেইবা বাৰো শুনিলো ।
@nikkurajjsharma4164
@nikkurajjsharma4164 Жыл бұрын
বহুত ভাগ্যৰ বলতহে এনেকুৱা সংগীতৰ জন্ম হয়। ৰেডিঅৰ পৰাই শুনি আহিছোঁ। ইউটিউবত যিদিনা বিচিৰি পালোঁ চকুপানী বৈ আহিছিল।
@anibro4162
@anibro4162 Жыл бұрын
So meaningful I can't express it ! Evergreen song that I have been hear !
@nagench.baishya4486
@nagench.baishya4486 2 жыл бұрын
সচাকৈ বাৰে বাৰে শুনিলেও আমনি নলগা এটা মন পৰশা গীত ৷ এই গান টো কোনো গানৰ লগত তুলনা কৰিব নোৱাৰা এটা ব্যতিক্ৰমী গান হয়৷
@jonakibatere3821
@jonakibatere3821 4 жыл бұрын
ইমান সুন্দৰ গীত,,,,,সুন্দৰ কণ্ঠ ,,, সচাই এইয়া অসমীয়া মানুহৰ জীৱনৰ গীত,,
@krishnanath2329
@krishnanath2329 3 жыл бұрын
Evergreen song . I never forgotten such type song like song of Anima Choudhury , Dipali Barthakur, Santa Uzir, Monjyotshna Mahanta ...... ... ect.
@durlovgogoi4953
@durlovgogoi4953 6 жыл бұрын
One of the best modern Assamese song....
@pratuldas6125
@pratuldas6125 3 жыл бұрын
অপূৰ্ব গীত। কি যে আচাৰ্য সুৰ।
@bharatidevi9914
@bharatidevi9914 2 жыл бұрын
কি সুন্দৰ কণ্ঠ।বহুত ভাল লাগে ।
@PANKAJSHARMA-px3tl
@PANKAJSHARMA-px3tl 5 ай бұрын
*Simpol way performance * that is JORHAT BEATI BA
@rubimohan4779
@rubimohan4779 2 жыл бұрын
বৰ সুন্দৰ । মন হাট পৰি গল
@user-gb5vf2th2i
@user-gb5vf2th2i 3 жыл бұрын
Excellent Sur, pahariba nowara geet.
@deepshikharajbongshioffici508
@deepshikharajbongshioffici508 3 жыл бұрын
চিৰসেউজীয়া গীত। বহুত ভাল লাগে বাইদেউৰ গীতবোৰ শুনি
@nj-kalita.ASM2319
@nj-kalita.ASM2319 8 сағат бұрын
Ei gaan tu sunile moi akhon beleg dekholoi gusi jao. Ek Bujabo nuwara anubhuti pao😊😊
@gaganchandrahazarika4605
@gaganchandrahazarika4605 Жыл бұрын
অতি সুন্দৰ গীত। মোৰ প্ৰিয়।
@ritusharma3435
@ritusharma3435 3 жыл бұрын
আজি পুণৰবাৰ চকুলো সৰিল...সহজ সৰল অসমীয়া বিয়া এখনৰ ছবি দুচকুত ভাঁহি উঠিল... মনটো আইৰ ঘৰলৈ উৰা মাৰিল..
@minadutta7355
@minadutta7355 5 жыл бұрын
এনেকুৱা গীত বোৰ শুনিলে শুনি থাকিবৰ মন যায় নৱপ্ৰজন্মৰ গায়ক গায়িকা সকলে এনেকুৱা গান গাবলৈ লব লাগে
@khagenmedhi5670
@khagenmedhi5670 5 жыл бұрын
View
@kumkumduttamajuli1680
@kumkumduttamajuli1680 3 жыл бұрын
Old is gold always remember it👍
@ranjitsaharia8535
@ranjitsaharia8535 4 жыл бұрын
Asomia jati jiyai thake mane ai geet smazat sali thakibo, pratijon asomiai anebor geetok loi gorba karibo. Bohut bohut thanks.......
@ratnagogoi1825
@ratnagogoi1825 5 ай бұрын
আজি আকৌ শুনিলোঁ.ইমান ভাল লাগে
@priyankusarma8350
@priyankusarma8350 5 жыл бұрын
সোনালী দিনৰ গীতবোৰ অতি সুন্দৰ ৷
@SankarDeka58
@SankarDeka58 6 ай бұрын
খুৱ সুন্দৰ গীতটি ❤❤❤❤
@maramisaikia372
@maramisaikia372 5 жыл бұрын
such a great song comes once. no can match with assamese evergreen songs
@sadhanadas8789
@sadhanadas8789 2 жыл бұрын
One of the. Best song sig by Beuti Sarma
@pranjalkumardas2990
@pranjalkumardas2990 6 жыл бұрын
News চেনেল বিলাকে আকৌ পুৰনি গীত বোৰ সম্ৰাৰ কৰৰা বাবে গুৰুত্ব দিব লাগে
@bipulsarkar342
@bipulsarkar342 5 жыл бұрын
Pranjal Kumar Das
@apurbanath467
@apurbanath467 4 жыл бұрын
সুন্দৰ
@apurbadas6314
@apurbadas6314 2 жыл бұрын
Baidew gantur ati khundar hoise dapanmati khabdda tu karane baidew .apunar bor val mridu khur .
@junubaishya8790
@junubaishya8790 5 жыл бұрын
বিউটি শৰ্মা বাইদেউৰ কন্ঠত যাদু আছে ইমান ধুনীয়া মাতটো
@anandaramborah-dz9ej
@anandaramborah-dz9ej Жыл бұрын
গীত। শুনিলে। সচা ভাল। লাগে। দুখ। লাগে
@sumikalita1284
@sumikalita1284 4 жыл бұрын
Purona geet br sasake vl lge.. God bless u
@nirmaliphukan6938
@nirmaliphukan6938 4 жыл бұрын
অন্যতম প্ৰিয় গীত…মধুৰ কণ্ঠ
@hiteshchandradas8654
@hiteshchandradas8654 2 жыл бұрын
এ মজা বাইদেউ thaks মই কেৰেলাৰ পৰা
@erdkbaruah3319
@erdkbaruah3319 5 жыл бұрын
It's great....evergreen n everlasting 👍👍👌👌✌
@ranusaikia6377
@ranusaikia6377 5 жыл бұрын
Beauty horma borua buli kolei monoloi ahe mah halodhire .kaljoyi geet .baideu ru bohut ane hundor geet umak di thakok .aapuner husaystha ru dirdhsyu kamona korilu
@sandhyaranisonowal7348
@sandhyaranisonowal7348 3 жыл бұрын
Sabas song & kotha 👌👌👌👌
@debajanidehingia1837
@debajanidehingia1837 5 жыл бұрын
সঁচাকৈয়ে সোণালী দিনৰ সোণালী গীত ☺☺
@bhadrakantadas6101
@bhadrakantadas6101 3 жыл бұрын
I like this song the best in your golden voice, God bless you.
@ImranShah-qq2ld
@ImranShah-qq2ld 6 жыл бұрын
My fathers favourite song..me also
@haripriyatalukdar4540
@haripriyatalukdar4540 3 жыл бұрын
এই গানটো শুনিলে বিয়াৰ ৰভাতলিত বহা কইনাজনীৰ গোটেই প্ৰতিচ্ছবিটো মনলৈ আহি যায়।
Beauty Sharma Barua, Song - Besidin Logote Naathaku
5:52
Anu Bharadwarj
Рет қаралды 949 М.
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 212 МЛН
Alat yang Membersihkan Kaki dalam Hitungan Detik 🦶🫧
00:24
Poly Holy Yow Indonesia
Рет қаралды 11 МЛН
Mitali Choudhury's Assamese Song : "KETIYABA MUR"
5:22
SunnyTHINGs "rijhum choudhury"
Рет қаралды 3,2 МЛН
Dubori bonot  bohi( Bijay Bhuyan) , ' দুৱৰী বনত বহি'(বিজয় ভূঞা)
5:36
গানৰ মানুহ প্ৰাণৰ মানুহ
Рет қаралды 172 М.
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 212 МЛН