আঁতৰি দিয়ক ডাঙৰীয়া আহিছে, আচল ঘটনাটো কি আছিল চাওঁক.. সবিশেষ ভিডিঅ'টি, atorai diok dangoriya ahise

  Рет қаралды 120,940

Mayur Mix Assamese

Mayur Mix Assamese

Күн бұрын

আচল ৰহস্য কি আচিল এই ঘটনাৰ..??
সকলো ক'লে কেমেৰাৰ আগত, চাওঁক শেষলৈ।
ধন্যবাদ 🙏🏻
#atoraidiokdangoriyaahise #assam

Пікірлер: 465
@HareswariDeka-i8r
@HareswariDeka-i8r 4 ай бұрын
ধন্যবাদ ময়ুৰ মানুহ জেনীয়ে মনৰ কথা ব্যক্ত কৰিব পাৰিছে। তেওঁ চাগে তেনেকৈ ভগৱানক পাইছে।
@DebojitDebojitsaikia
@DebojitDebojitsaikia 4 ай бұрын
ভগৱানক লৈ বেপাৰ কৰিব নাপাই আমিওঁ ভগৱানক বিশ্বাস কৰো কিন্তু নাটক বোৰ দেখিলে বহুত দুখ লাগে আমাক ভগৱানেই চলাই আছে নাপাই দেই হে ভগৱান দাই দোষ নধৰিব
@Danirojasfc6
@Danirojasfc6 4 ай бұрын
অসমৰ অসমীয়া ৰাইজ এই অন্ধভক্ত স্বাভাৱ বোৰ এৰক। ইমান যুক্তি দি দি কথা কব নালাগে। 😔 😟 ভগৱানক সকলোৱেই বিশ্বাস কৰে কাৰণেই দেশখন চলি আছে। আপোনালোকৰ নিচিনা মানুহেই নবপ্ৰজন্মক ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। ঘোঁৰা এটা জন্ত , জন্তুক মৰম কৰিব লাগে খাবলৈ দিব লাগে সেইবোৰ কৰকঁ। উল্টা পুল্টা কাম কৰিলে সমালোচনাৰ সন্মুখীন হবই লাগিব। ধন্যবাদ।
@jayantahazarika6024
@jayantahazarika6024 4 ай бұрын
মানুহে টোৰ ধান খেৰ মূৰ্তি পূজা কৰে মোৰ মতে ভগৱান সকলোতেই আছে।
@MumiiBora
@MumiiBora 4 ай бұрын
Right
@DolinMoran-kp6wm
@DolinMoran-kp6wm 4 ай бұрын
Belegok kio homalusona koribo lage.hihote kiba dekhise babe pujise karuba force Kora nai. Kheror murti tu bonai Puja Kora ba vogobanor photo akhon Puja koratu homalusona koriba neki?
@anshug214
@anshug214 4 ай бұрын
Hosa kotha koisa op
@KaushalyaChutia
@KaushalyaChutia 3 ай бұрын
Atia dangria kot gol
@paparitamuli4621
@paparitamuli4621 4 ай бұрын
পথাৰত ঘাঁহ খাই থকা ঘোঁৰা ৰাতি কিয় খেদি আনি এজনৰ ঘৰত সোমোৱাব লগিয়া হৈছিল।
@Gitu502
@Gitu502 4 ай бұрын
Oh hy tu kio xudha ni moyur mixe ..
@DolinMoran-kp6wm
@DolinMoran-kp6wm 4 ай бұрын
Hihote nije khedi nai ana nije aahise.hihote kiba dekhise babe pujise aane kio homalusona koribo Lage.aapuna Luke srikrishna photo khon kio puje hei khontu photo hoi?Tak loi aaan dhormo manuhe homalusona korile bea nalage kintu nij dhormor manuhe kio homalusona kore.
@JitulChutia-xp9bk
@JitulChutia-xp9bk 3 ай бұрын
বাইবেল, ভাগৱত, কীৰ্তন, নামঘোষা পঢ়ক সত্য জানক আৰু এইবোৰ অন্ধ বিশ্বাসৰ পৰা সমাজ খনক সুস্থিৰ কৰক🙏
@lakhimaniborah2878
@lakhimaniborah2878 4 ай бұрын
অতি সুন্দৰ ভিডিঅ ❤❤
@manabkumarkalita732
@manabkumarkalita732 4 ай бұрын
ৰাতি ঘোঁৰা কেইটা কিয় খেদি আনিছে । ভন্দামিৰো এটা সীমা থাকে ।
@PadmaGogogoi
@PadmaGogogoi 4 ай бұрын
যদি ঘোঁৰা নহৈ বাঘ দুটা আহা হলে হানিখুচি ৰঙা কৰিল হয়। ডাঙৰিয়া নহৈ যমদূত হল হয়। আঁতৰি দিয়কআঁতৰি দিয়ক যমৰ দূত আহিচে ।
@dhansirivlogs1427
@dhansirivlogs1427 3 ай бұрын
বঢ়িয়া,, অন্ধবিশ্বাসৰো এটা সীমা থকা ভাল।
@mitalinath6601
@mitalinath6601 4 ай бұрын
ইমান সহজ নহয় যে কলিৰ যুগৰ মহা পাপী মানুহক ভগৱানে এনেকৈ দেখা দিব , আৰু দিবও পাৰে যি শুদ্ধ ভকত কিন্তু চবকে দেখা নিদিয়ে
@LilkalyanjyotiBarman-pc4mc
@LilkalyanjyotiBarman-pc4mc 3 ай бұрын
Mayur Daa Good information..keep it Up 👍
@surajitvlogs22
@surajitvlogs22 4 ай бұрын
অ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আতৰি দিয়ক 😅
@SUNU_PALLABI_LOVE
@SUNU_PALLABI_LOVE 3 ай бұрын
Video too চাই বহুত বহুত ভাল‌ লাগিল দেই ❤❤❤❤❤😊😊😊😊
@bhaskarborah7873
@bhaskarborah7873 4 ай бұрын
আঁতৰি দিয়ক।😂😂😂 মোৰ বগা ঘোঁৰা ৰং লগাই ৰঙা কৰি দিলে😂😂😂😂
@BabuDas-j1n
@BabuDas-j1n 4 ай бұрын
গৰু গছত উঠা কথা কৈছে
@BalbungDas
@BalbungDas 3 ай бұрын
vall kotha koi se apune❤❤❤❤❤
@pankajkonwar9940
@pankajkonwar9940 4 ай бұрын
এই বছৰৰ শ্ৰেষ্ঠ কৌতুক ---- "ডাঙৰীয়া আহিছে আঁতৰি দিয়ক...."
@pranitamalakar6783
@pranitamalakar6783 3 ай бұрын
Bhal lagil sai❤❤❤
@hemandutta4091
@hemandutta4091 4 ай бұрын
কি গম পোৱা নাই, ৰাতি লোকৰ পথাৰৰ পৰা ঘোৰা খেদি আনি, এজন লোকৰ ঘৰৰ পিছফালে ৰাখি, পিছদিনা, কিহৰ নাটক, কৰিছিলে, দাঙৰীয়া আহিছে আতৰি দিয়ক,,, ধৰাপৰিলে ভালে হল, নাইবা, সেই থাইত, আই, থান এখন হল হেতেন, আৰু সেই থানৰ হৰতা, কৰ্তা, সেই ৭ গৰাকী হল হেতেন,
@ghanashyamborah1063
@ghanashyamborah1063 4 ай бұрын
These persons are very superstitious.
@muninoza4944
@muninoza4944 4 ай бұрын
একেবাৰে শুদ্ধ কথা উত্তৰ দিলে দেই আপোনালৈ ধন্যবাদ।
@bika19292
@bika19292 4 ай бұрын
আইতা গৰাকী গাত আই লম্বিচে ঠিকেই আছে, বিশ্বাস কৰিছোঁ , আৰু ঘোঁৰা দুটা ক ডাঙৰীয়া বুলি পূজা -পাত কৰিছে মানিছোঁ কিন্তু ঘোঁৰা কেইটাৰ মালিক ওলোৱা পাছত অৰ্থাৎ আই গা পৰা ওলাই গ'ল যে _____?🤔😁বাকি যিয়ে নহক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক 🙏🤣😂🤣😂🤣
@manashsaikia9926
@manashsaikia9926 4 ай бұрын
Love from Gohpur ❤️❤️
@digantachetia4630
@digantachetia4630 3 ай бұрын
এইবছৰৰ শ্ৰেষ্ঠ অভিনয়
@AjantaBaruah-kj4mp
@AjantaBaruah-kj4mp 4 ай бұрын
ভাল লাগিল তোমাৰ কথা শুনি। তোমাক ভগৱানে কোশলে ?রাখক
@LabakeshSutradhar
@LabakeshSutradhar 4 ай бұрын
(ৰাখক)
@rijuborah6053
@rijuborah6053 4 ай бұрын
এই জনী মহা ধুৰন্দৰ মহিলা ।
@karsangpegu7900
@karsangpegu7900 4 ай бұрын
মোৰ ভুল নহয় যদি এইজনী কালি মা জনী নহয় জানো। যে জিভা উলিয়াই হাতেদি সাপৰ পচ লোৱা জনী 😅😅
@sanjibkonch7255
@sanjibkonch7255 4 ай бұрын
মনৰ কথা কৈছে আপুনি
@abhiaxom8823
@abhiaxom8823 4 ай бұрын
ভাল লাগিছে তোমাৰ ভিডিঅ'টো পাই বুজি পোৱা বাবে তোমাৰ মঙল হক
@assamhknart8924
@assamhknart8924 4 ай бұрын
Mjja❤dada
@kanakadevi780
@kanakadevi780 4 ай бұрын
Mayur da gun gunot apunar acting bohut bohut val lagise
@khaninsingha7937
@khaninsingha7937 4 ай бұрын
আতৰি দিয়ক ডাঙৰীয়া আহিছে
@LakhyaDharKalita-rr2kz
@LakhyaDharKalita-rr2kz 3 ай бұрын
সুদৃঢ় বিশ্বাসে মিলয় হৰি🙏🏻🙏🏻
@ritikakalita7708
@ritikakalita7708 4 ай бұрын
Nice video dada ❤❤
@ramenbaishya7029
@ramenbaishya7029 4 ай бұрын
এইবোৰ কামত বেয়া comment নকৰি উৎসাহ দিব লাগিছিল নেকি
@t.c.gaming2255
@t.c.gaming2255 4 ай бұрын
ভাইটি তোমালোক আহি ভাল কৰিলা সকলো খিনি বোজাই দিলা তথাপি ও কিছুমান মানুহ আছে এতিয়াও বুজি নাপাই। তুমি অহাৰ বাবে ভাল লাগিল।
@dwikota75
@dwikota75 4 ай бұрын
Comment কৰিবলৈ আহিছোঁ। আঁতৰি দিয়ক। ভগৱান কিয় নামানিম। কিন্তু আপোনালোকৰ দৰে ভণ্ড সকলক মুঠেও নামানো। আপোনালোকৰ দৰে ভণ্ডই সমালোচনা শুনিবই লাগিব। একো হোৱা নাই। ভণ্ডামি আপোনালোক। সুস্থ মগজু নাছিল হেনো আপোনালোকৰ। আচলতে চিকিৎসাৰ প্ৰয়োজন আছিল। অসুস্থ মজুৰে কৰা কামক সুস্থ মগজুৰ মানুহে গ্ৰহণ নকৰে।
@robinchandrakalita6271
@robinchandrakalita6271 4 ай бұрын
এই বিষয়টো কোনোমতে ৰাইজে পাহৰিবলৈ লৈছে।পুণৰ নতুনকৈ চৰ্চা কৰি মানুহক অন্ধবিশ্বাসত ডুবাবলৈ চেষ্টা নকৰিবচোন।
@glowshine241
@glowshine241 4 ай бұрын
আমাৰ অসমৰ নাৰীক ভগৱানে ইমানেই পছন্দ কৰে যে সকলো ভগৱান আমাৰ মহিলাৰ গাত হে আহি লম্ভে 😂😂
@ManabjyotiDoley-u2u
@ManabjyotiDoley-u2u 3 ай бұрын
Missa kotha😮😮😮
@budheswarchutia-u2y
@budheswarchutia-u2y 4 ай бұрын
এতিয়াও এনে অশিক্ষিত আৰু অন্ধ বিশ্বাসী থকাটো দুৰ্ভাগ্যজনক। আইজুৰোৱা কাহিনী টো সছানে??
@Dineshkaman
@Dineshkaman 4 ай бұрын
আই লম্বিছে বুলি কিয় মানুহক কামুৰি হাৰা শাস্তি কৰিলে? আয়ে কমুৰিব কৈছিলেনেকি?
@sochirampadun4307
@sochirampadun4307 4 ай бұрын
একদম জেগাত দিছা । পিছে আজি কালি আপোনাক বহুত কমকে চোচিয়েল মেদিয়াত দেখা পাইছো।
@pegurock421
@pegurock421 4 ай бұрын
যাৰ ঘৰত বিপদ আহে এই সকল লোকে গম পাই ডাঙৰীয়া কি ।যি সকলৰ এতিয়াও বিপদ দেখা পোৱা নাই এদিন আহিব।
@ShyamoliDas-zp6mc
@ShyamoliDas-zp6mc 4 ай бұрын
Hosa koise
@samajcreation7768
@samajcreation7768 4 ай бұрын
100%
@pragyan-ff20
@pragyan-ff20 4 ай бұрын
Ai kosa ami hokolua mani bo lega❤
@PranjalDeka-m8r
@PranjalDeka-m8r 4 ай бұрын
Mayur Da apunak mor bhut Val lage ❤ so handsome❤
@KumoliDas-eu1bw
@KumoliDas-eu1bw 4 ай бұрын
অতি সুন্দৰ ময়ূৰ দা❤
@krishnagogoi1657
@krishnagogoi1657 4 ай бұрын
অন্ধ বিশ্বাস | নিশা ঘোঁৰা দুটা কিয় খেদি আনিছিল?
@ManbjyotiDoley
@ManbjyotiDoley 3 ай бұрын
চুৰ আই
@miduldutta8798
@miduldutta8798 4 ай бұрын
ইহঁতৰ নিচিনা মানুহ জীয়াই থাকি লাভ নাই, আৰু জীয়াই থাকিলে সমাজৰ কল্যাণ নহয় ধ্বংস হে হ'ব , ইহঁতৰ গাত আই লম্ভিব কাৰোবাৰ গাত মহাদেৱ লম্ভিব কাৰোবাৰ গাত কৃষ্ণৰ লম্ভিব বাপেৰ মূৰটো নি ইহতি, মৰি যা বে কেলা মৰি যা তহত বোৰ , প্ৰেমৰ বাবে ভাল ভাল মানুহ মৰি গৈছে , তহত বোৰ ধ্বংস বাবে মৰি যোৱা ভাল, জীয়াই থাকি একো সমাজ কল্যাণ নহয় , চিধা কথা আঁতৰি দিয়ক ৰাইজ আতৰি দিয়ক ডাঙৰীয়া আহিছে 😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀
@digantachetia4630
@digantachetia4630 3 ай бұрын
ডাঙৰীয়া আহিছে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আঁতৰি দিয়ক 👌👌👌🔥🔥🔥😋😋😋
@HamidaBegum-j1o
@HamidaBegum-j1o 4 ай бұрын
Tumar acting bor Val laga. gungun ot bor dhuniya acting korisa dada
@GANERAMPEGU
@GANERAMPEGU 4 ай бұрын
এতিয়া এই তাহানিৰ দিন নাই ৷আমি নেদেখা ভগৱানক বিশ্বাস কৰো কিন্ত দেখি পোৱা ডাঙৰীয়িক বিশ্বাস নকৰো ৷
@selenghatboy8617
@selenghatboy8617 4 ай бұрын
Yes❤
@kalpanadikudailyvlogs7032
@kalpanadikudailyvlogs7032 4 ай бұрын
R8ght
@NipuBhuyan-u6m
@NipuBhuyan-u6m 3 ай бұрын
ভাগৱত পঢ়ি হৃদয়ঙ্গম কৰক। যুগতো কলিযুগ।এইবোৰ নাতক বাদ দিয়ক।
@BibakGogoi
@BibakGogoi 4 ай бұрын
কৃষ্ণ প্রভু 🙏🏻
@dhkpatir1483
@dhkpatir1483 4 ай бұрын
প্ৰথমে ইয়াক সুধক মিচিং মানুহ ঘৰক কিয় এনে ‌ব্যৱহাৰ কৰিছিল | আৰু ৰাতি টৰ্চ লৈ ঘোঁৰা খেদা দৃশ্যটো কি আছিল |
@mridulsaikia2259
@mridulsaikia2259 4 ай бұрын
ভাটি তোমাৰ কাম নাই নেকি 👎👎👎👎👎
@dchetia6429
@dchetia6429 4 ай бұрын
এটো টকা ঘটা সহজ পদ্ধতি আছিল। কিন্তু অভিনয়টো বেচি হোৱাৰ বাবে হে ফ্লপ মাৰিলি, আকৌ এৰি নিদিব।
@pallabsaikia1941
@pallabsaikia1941 4 ай бұрын
Mur first comment ডাঙৰীয়া আহিছে আঁতৰি দিয়ক😁
@DilipKhaklari-s1n
@DilipKhaklari-s1n 4 ай бұрын
Thanks God bless you
@MdIslamAli-g9h
@MdIslamAli-g9h 3 ай бұрын
ধেৎ!!!!!!!
@jitusaikia331
@jitusaikia331 4 ай бұрын
অ তাৰ মানে চিনেমা খন হৈ উঠিব নিদিলে এতিয়া চাগে ঘৰৰ লৰা ছোৱালী বোৰে লাজত বজাই ছে সেই হে মেদিয়াৰ আগত এয়া নাতক
@KankanSharma-tb7tf
@KankanSharma-tb7tf 2 ай бұрын
God is power ,
@Jaibajrangbali-se7yk
@Jaibajrangbali-se7yk 4 ай бұрын
অন্ধ বিশ্বাস এইবোৰ মানু্হ 👍
@BikiRay8928
@BikiRay8928 4 ай бұрын
Love From Sorbhog Dada ❤
@Dhasu-Gamer-----------6115
@Dhasu-Gamer-----------6115 4 ай бұрын
আই এ সকলো কৰি দিব পাৰে এইটো মই বিশ্বাস কৰো কাৰণ আমাৰ ওচৰত এ এগৰাকী আই উঠিছিল আনে কিবা এটা দুখ লগালে আই গৰাকী চকু অন্ধ হৈ গল আজি ও অন্ধ এ হৈ আছে ।। আই যিকোনো ৰূপত আহিব পাৰে।।। যি সকলে আই ক লৈ বেয়া কৈ কৈ আছে আজি বিজ্ঞান ৰ যুগত এইবোৰ নামানো বুলি এদিন তাৰ ফল ভুগিব।। কাৰণ যিমান বিজ্ঞান ৰ যোগ আহিলেও ভগৱান ইছৰ নাম লবই লাগিব।।। যদি নলয় তেনে হলে বিপদত পৰা সময় ত কিয় ভগৱান ক বিছাৰে
@kakalibharadwaz6340
@kakalibharadwaz6340 4 ай бұрын
xuna ....bhagaban amio bissakh koru bhagaban k bujibo bisaru ..xodai teor namot dhyan koru ...Shiva r aradhana koru ...kintu fotuami bisaakh nokoru ...eibur adhabiswas a hoi ...kuno manuhor gaat bhagaban nahe eibur misa...bhagaban...ata bohut besi high lvl r energy....ru amar papi manuhor usrt bhagaban eneke nahe ...
@Dhasu-Gamer-----------6115
@Dhasu-Gamer-----------6115 4 ай бұрын
তুমি বিশ্বাস কৰিব বিচৰা নাই নকৰিবা তাত তোমাক কব লগীয়া কিবা আছে বুলি মই নাভাবো।।।। কিন্তু মই বিশ্বাস কৰিছো কথা সিমান এ
@kakalibharadwaz6340
@kakalibharadwaz6340 4 ай бұрын
@@Dhasu-Gamer-----------6115 ah xuna tumi ji koisa bipodor time t vogoban k bisaru seikarone koisu ....nuhua bostu tu nai a seibur bissakh kio krim ...tumaloke kora karon tumalok adhabiswas kora seikrne....
@Dhasu-Gamer-----------6115
@Dhasu-Gamer-----------6115 4 ай бұрын
এটা কথা শুনা ভন্টি।। তুমি যদি এজোপা গছৰ তলত ও বিশ্বাস কৰি সদাই যদি পূজা আৰাধনা কৰা গছ জোপাই ও তোমাক কিবা এটা ফল দিব।।।
@kakalibharadwaz6340
@kakalibharadwaz6340 4 ай бұрын
@@Dhasu-Gamer-----------6115 bissakh bula bstu tu hoise energy ami enery uprt solu ...bhaity hoba tumi mur
@mihvlog7450
@mihvlog7450 4 ай бұрын
COMMENT পঢ়িবলৈ আহিছা আতৰি দিয়ক😂
@Sidanandakalita-ko6hj
@Sidanandakalita-ko6hj 4 ай бұрын
পৃথিৱীত ভগৱান আছে কিন্তু তঁহতৰ নিচিনা ভন্দামি নাই । ভগৱান পৃথিৱীত আছে বোলি মানিলেই তঁহতৰ ভন্দামি মানিব লাগিব নেকি ? বদমাচি কাম কৰি সস্তিয়া উদাহৰণ দিব আহিছে ।পইচা ঘটিম বোলি ভাবিছিল কিন্তো নোবাৰিলে ।আৰু এই ঘৈনীৰ মেখেলা পিন্ধা মতাতো ২নম্বৰ বদমাচ।ওচৰত পোৱা হলে কাণৰ তলত ২চৰ মান দিলো হয়।
@jonakorpohor
@jonakorpohor 3 ай бұрын
Good
@muninoza4944
@muninoza4944 4 ай бұрын
হয় হয় , ঘোঁৰা কেইটাই ভগৱান অসমৰ মানুহৰ কাৰণে , বান্ধি থব লাগিছিল। টকা ঘটাটো পিচতহে হব এতিয়াই নহয় ।
@gamepaglafanpagla4215
@gamepaglafanpagla4215 4 ай бұрын
Missa kotha
@bipuldoley1906
@bipuldoley1906 4 ай бұрын
পইচা লোবত নাঠক কৰিচিল । ৰাতিত কেদি হনাটো নিউছত দেকিছো আমি !
@papunath2309
@papunath2309 4 ай бұрын
ৰাতি ঘোঁৰা দুটা যে খেদি খেদি আনিছিল সেইটো হলে ভাল লাগিছিল।
@Bulbulmusic-cx2yu
@Bulbulmusic-cx2yu 4 ай бұрын
Moyur da prank call lage ❤❤❤
@SopunMili
@SopunMili 4 ай бұрын
চব এইবোৰ মিছা কথা কাম বন নাই চালা . আমাৰ গাঁৱত হোৱা হলে মাৰি মাৰি চেচ কৰি দিলো হয় চালা
@MonujMili-w1g
@MonujMili-w1g 3 ай бұрын
Aimatrir rup..mane vagwwanor mahima
@muninoza4944
@muninoza4944 4 ай бұрын
সঁচা কথাৰে কমেনট দিয়া কাৰণে লাজ লাগিছে নেকি?
@puspadhardowarah1932
@puspadhardowarah1932 4 ай бұрын
যি হল হল কাপোৰে কানিয়ে গল।আই উঠাটো সচা হবও পাৰে;কিছু কিছু ক্ষেত্ৰত অলপ বেছি দেখোৱাও হল মানে"অতি ৰঞ্জিত কিছুমান হল!নকৰিব লগীয়া কিছুমান কৰিলে। বেছিকৈ দেব দেবী পূজা কৰিলে এনেকাণ্ড হবই।
@hadhu20
@hadhu20 4 ай бұрын
Bhogobanok Hokolua Manok🙏🙏
@mitalinath6601
@mitalinath6601 4 ай бұрын
ভগৱানক খেদি আনে নেকি নে ভগৱানক খেদি খেদি বিদাই দিয়ে 😮
@bhaskarmohan4040
@bhaskarmohan4040 3 ай бұрын
jai aimatti jai ho ma
@kinkuboruah75
@kinkuboruah75 4 ай бұрын
Manuh Goraki gat ai thokatu hosa.taur gat jatiya ai asil manuh goriyakir Mukher inspection blg asil.vl manuha nuwara ako tnkuwa koribo
@santanaMoran-ew9gf
@santanaMoran-ew9gf 4 ай бұрын
Apuni sage teur kiba hoi relationt😂
@akashboraassam2169
@akashboraassam2169 4 ай бұрын
Hiii ময়ুৰ দা❤❤❤
@SkullGamesYT904
@SkullGamesYT904 4 ай бұрын
হয় একেবাৰেই সত্য কথাই কৈছে
@RAnjitapatgiri
@RAnjitapatgiri 4 ай бұрын
Sure ketiyau hocha kotha nkoi ai kathakar sobe vhal koi jane.. Kunu ai nhoi
@pjb1990m
@pjb1990m 4 ай бұрын
🙏 ভাল লাগিল ভিডিঅ'টো
@NRJ19888
@NRJ19888 4 ай бұрын
কেলা কামত লগা....জীৱনত উন্নতি হব.....এনেকুৱা পকতিয়াঁ কাম বোৰ কৰিব নালাগে
@bhrigukalita6479
@bhrigukalita6479 4 ай бұрын
👍
@assamesefunni7522
@assamesefunni7522 4 ай бұрын
আঁতৰি দিয়ক আঁতৰি দিয়ক সাংবাদিক আহিছে
@PonaliNath
@PonaliNath 4 ай бұрын
Atori diyok atori diyok xurideu ahise axomiya raijok kiba bujaboloi😂😂😅
@Dhspranjal
@Dhspranjal 4 ай бұрын
Tur maa baper or lgt hole gom pabi ....toi sai thak tur lgt ki ki hbo
@KakoliGayan-xg4gj
@KakoliGayan-xg4gj 4 ай бұрын
😂😂😂😂😂😅😅😅😅🤣🤣🤣❤❤❤❤
@BijitNata
@BijitNata 4 ай бұрын
যদি ভগৱান আছে বুলি বাবে তেন্তে এইটো বিচ্চা কৰিৱ লাগিব কাৰন সকলো বোৰ আমি বিচ্চা কৰিয়েই জিয়াই আছো 😢😢😢
@manashpratimkalita1425
@manashpratimkalita1425 4 ай бұрын
❤❤
@promilachiring2535
@promilachiring2535 4 ай бұрын
ভগৱানক উপাসনা কৰিব কিন্তু এনেদৰে নহয়
@kuleswarmoran4753
@kuleswarmoran4753 4 ай бұрын
কিমান ধন ঘতিব পাৰিলে
@asbgamer8823
@asbgamer8823 3 ай бұрын
Aai parnam
@BipulKachari-ov8hp
@BipulKachari-ov8hp 4 ай бұрын
গাত অলপ গৰম পানী ঢালি চাব লাগিছিল তেতিয়া গম পোৱা গল হয়।
@ronikaronghangpi5098
@ronikaronghangpi5098 4 ай бұрын
Manuhor kamei xei2 karubak valke kob nuware kin2 beyake kuwa2 akebare xohoz ,karun val bhabible xumoy lage kin2 beyake kobole xumoy nalage .
@molinadas9009
@molinadas9009 4 ай бұрын
Ghura keitak dhori Aanile kiyo.. Hati ba goru Dutak puja kora holeu to hoi..lukor ghura duta dhori aani ki mane
@pradipkalita3161
@pradipkalita3161 4 ай бұрын
কথাটো হ'ল ডাঙৰীয়া কোন?
@t.c.gaming2255
@t.c.gaming2255 4 ай бұрын
কিমান টকা কোনে দিলে কব পাৰিবনে। ফালতু চব
@deepjyotiassamvlog9098
@deepjyotiassamvlog9098 4 ай бұрын
বাইদেউ জনীক মানিচো কাৰণ বাইদেউ জনী ভগৱানক বহুত মানে কাৰণে এইবোৰ কৰিচে কিন্তু কেইজনী মান বাইদেউ আছে বাপ্ৰে জিভাউলিয়াই মানে আৰু এজনী টো সাপৰ ভেক্সোন ধৰিছে
@RajkumarPegu-er3ev
@RajkumarPegu-er3ev 3 ай бұрын
বাকী চব ঠিকেই আছিল কিন্তু আমাৰ মিছিং সম্প্ৰদায়ৰ ঘৰখন কিয় ভাঙি ছিঙি লুটিছিল ?
@PrasantaBhuyan-gj6lo
@PrasantaBhuyan-gj6lo 3 ай бұрын
Kiba ata holei bohut besi kori dia amar manuh bure.karu jibonor kotha nevabi bohut kiba kibi koi dia
@mintuhazarika5911
@mintuhazarika5911 4 ай бұрын
😊😊😊😊😊😊
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 41 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 59 МЛН
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 10 МЛН
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 41 МЛН