মই জীয়াই থকাৰ ইচ্ছা হেৰুৱাই পেলাইছিলো😭

  Рет қаралды 749,116

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Created by: Mustaq Ahmed
( ...)
Anchor: Himashree Saikia
( ...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
www.facebook.c...
INSTA:
/ jumpingspiderstudios

Пікірлер: 1 000
@mamonibarman3170
@mamonibarman3170 Жыл бұрын
নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু, কথাষাৰ শুনিবলে বেয়া , কিন্তু সচা, এগৰাকী ভূক্তভোগীয়ে হে বুজি পাই ।
@bidyawatiboruah982
@bidyawatiboruah982 Жыл бұрын
Right kotha.oprio holeu satyo.
@Pari32435
@Pari32435 Жыл бұрын
Right
@Nijara
@Nijara Жыл бұрын
Rit ❤
@bandanadevi9156
@bandanadevi9156 Жыл бұрын
Hasa
@tulshigogoi7019
@tulshigogoi7019 Жыл бұрын
ভনটী, মই এটা তোমাক ভাল উপায় দিছোঁ। তুমি ভগৱানক একান্ত ভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰা। গতিকে কাজেই এদিন পতিওপাবা আৰু গতিও পাবা। মই শিৱসাগৰ পৰা কৈছোঁ। তোমাৰ সন্তানটি ভালদৰে সাধু সংগত নি পিতা মাতা কি হয় পৰিচয় দিবা আৰু সেই দিন ধৰি তুমি তোমাৰ পুএৰ লগতে আজীবন থাকি বৈকুণ্ঠ লৈ গতি কৰিব পাৰিবা। ধন্যবাদ।
@uttamdoley9134
@uttamdoley9134 Жыл бұрын
Ponki Ba আপোনাৰ দেহা আছে তেতিয়া আপুনি তেওঁক লৈ সুখী থাকা আৰু বিয়া আৰু নকৰাটোৱে কামনা কৰোঁ,,,, সুখী থাকা,,,, দীৰ্ঘায়ু হওঁক❤️🙏🙏🙏,,,,,
@jayashriborah9719
@jayashriborah9719 Жыл бұрын
পঙ্খীৰ কথাবোৰ শুনি মনত দুখ লাগিল। দেহাক ভাল মানুহ কৰাৰ চেষ্টা কৰা পঙ্খী। আন কোনো নহলেও তোমাৰ লগত ভগৱান থাকিব । মাত্ৰ নেদেখাজনৰ ওপৰত বিস্বাস ৰাখা তেঁও তোমাক বাট দেখুৱাই নি থাকিব।
@pubaligogoipubaligogoi1950
@pubaligogoipubaligogoi1950 Жыл бұрын
কথাবোৰ শুনি দুখ লাগিল মোৰ ক্ষেত্ৰত ও একেই ভন্টি 😢 তুমি আগুৱাই যোৱা আশীৰ্বাদ থাকিল😢এটা কথা ঠিক মাইকী মানহে এজনী নাৰীৰ শত্ৰু এইটো একদম সঁচা কথা
@Kaushik632
@Kaushik632 Жыл бұрын
পঙ্খী বাৰ কথাবোৰ শুনি বৰ দুখ লাগিল..!! জীৱন মানেই সংগ্ৰাম।
@manashsaikia3658
@manashsaikia3658 Жыл бұрын
মানুহ সুখী হৈ থকাটো হে বেছি গুৰুত্বপূৰ্ণ বিয়া হোৱা নোহোৱা টো গুৰুত্বপূৰ্ণ নহয়, বাকি বাইদেউ গৰাকিলৈ শুভেচ্ছা জনালোঁ ভগৱানে শক্তি দিয়ক আগুৱাই যাবলৈ।
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim
@narayanmili6948
@narayanmili6948 Жыл бұрын
Mojja
@anuragyt-p7t
@anuragyt-p7t Жыл бұрын
❤❤❤
@Mousom915
@Mousom915 Жыл бұрын
June june Ponkhi k val puwa like kora 😘🥰❤️👌
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim
@arjundasarjundas3974
@arjundasarjundas3974 Жыл бұрын
Lokor namot like laga
@sabitrisvlog721
@sabitrisvlog721 Жыл бұрын
কিছুমান মানুহে সুবিধা পালেই ডিঙিলৈ জপিয়াব বিচাৰে । কিন্তু তোমাৰ সাহসক বহুত বহুত ধন্যবাদ থাকিল 🎉🎉🎉🎉🎉
@Mousom915
@Mousom915 Жыл бұрын
@@arjundasarjundas3974 muk like kr nai nhoi bhaiti mur ki video t like koribo kuwa nai je anekoi kobloi .manuhbure kio janu bator kosu gat ghohib bisare ...
@gyandeepbaishya4006
@gyandeepbaishya4006 Жыл бұрын
​@@dhunurumurlife6151hom
@PinkiGogoi-c1w
@PinkiGogoi-c1w Жыл бұрын
বহুত ধুনীয়া ধুনীয়াকৈ কথাবোৰ কৈছে তোমাৰ কথাবোৰ গমপাই বহুত কান্দিলো আৰু আগবাঢ়ি যোৱা ল'ৰাটো ভাল হ'ব।
@anshumanbharali2303
@anshumanbharali2303 Жыл бұрын
সচাকে এগৰাকী স্বামীবিহিন মহিলাৰ জীবন সংগ্ৰাম কৰা মহিলা গৰাকীহে বুজি পাই কিমান কষ্ট হয় ভগবানে তোমাৰ ম‌ংগল কৰক পংখী বা ❤
@BitapiBorah-ek7si
@BitapiBorah-ek7si Жыл бұрын
নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু কথাষাৰ 100% সঁচা, সৎ সাহসৰে আগুৱাই যাওঁক আপুনি
@dipanjaligogoi8851
@dipanjaligogoi8851 Жыл бұрын
ভগৱানত বিশ্বাস ৰাখি আগুৱাই গৈ থাকা। কোনো নেথাকিলেও ভগৱান সদায় তোমাৰ লগত থাকিব ,সাহস পাই থাকিবা। দেহাক মানুহ কৰা সমস্ত সুখ তাৰ পৰাই পাবা। তোমালোক দুয়োৰে কুশল কামনা কৰিলোঁ।
@parakhasonowal2452
@parakhasonowal2452 Жыл бұрын
চকুপানী ৰখাব নোৱাৰিলো পংখী বা শেষত বহুত বেছি দুখ লাগিল দেহা আৰু আপোনাৰ মৰম সদায়েই ভালে থাকিব কেতিয়াও আপোনাক তেনেকুৱা নকৰে ❤❤❤ Dibrugarh
@gorimagogoi-vi3zh
@gorimagogoi-vi3zh Жыл бұрын
বা তোমাৰ কথাবোৰ শুনি বহুত দুখ লাগিল । তুমি জিৱনত আগবাঢ়ি যোৱা তাৰে কামনা কৰিছো ।
@alpanagogoi8634
@alpanagogoi8634 Жыл бұрын
বা জীৱন মানেই সংগ্ৰাম,,,,,,😊Ponkhi বা তোমাৰ এগৰাকী অনুৰাগী আগবাঢি গৈ থাকা❤
@mitaliboruah7916
@mitaliboruah7916 Жыл бұрын
Aru tumi aguai huwa Arup
@MishamoniDas
@MishamoniDas Жыл бұрын
😊😊😅😅😮😮😮😢😢😢
@MishamoniDas
@MishamoniDas Жыл бұрын
😊😅😮😢🎉😂❤😊😮❤
@MishamoniDas
@MishamoniDas Жыл бұрын
😊😊😊😮😮😮😅😅😅
@user-rimadas
@user-rimadas Жыл бұрын
Ponkhi বা বহুত ভাল পাওঁ আপোনাক সদায় ভালে থকা আপুনি❤আৰু আগবাঢ়ি যোৱা🤗দেহা পঢ়ি শুনি এজন ডাঙৰ ভাল মানুহ হোৱা বহুত বহুত মৰম দুয়োকে❤️love from barpeta(sorbhog)
@yumtastewithritu490
@yumtastewithritu490 Жыл бұрын
কথা বিলাক শুনি বৰ দুখ লাগিল, আগবাঢ়ি যোৱা,দেহাক ভাল মানুহ কৰিবা, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা❤
@dkblog5226
@dkblog5226 Жыл бұрын
সদায় প্রিয় পংখী বা আৰু দেহা ❤😘🥀
@santanubaishya402
@santanubaishya402 Жыл бұрын
তোমাৰ কথা শুনি বহুত ভাল লাগিল তুমি কাৰো কথাত মন নিদিবা জীৱন টো নিজৰ সদায় নিজৰ মতে চলিবা আৰু দেহাক কেতিয়াও অকল শৰীয়া নকৰিবা আকৌ যদি তেনেকুৱা অভদ্ৰ মানুহ কৰবাত লগ পোৱা হাতে ভৰিয়ে নহয় একেবাৰে শেষ কৰি পেলাবলৈ সাহসী হোৱা শেষত দেহালৈ বহুত বহুত মৰম যাচিলোঁ সদায় এনেকৈ হাঁহি থাকিবা ❤❤❤
@nripendrakumarborah2911
@nripendrakumarborah2911 Жыл бұрын
গোটেই কথোপকথন খিনি শুনিলো। তোমাৰ সংগ্ৰামক স্বীকাৰ কৰিছো। তোমাৰ সততাৰ বাবেই তুমি বাচি আছা এই নৰকসদৃশ সংসাৰত। ঈশ্বৰৰ প্ৰিয়পাত্ৰী তুমি। অগ্নি পৰীক্ষাত উত্তীৰ্ণ হৈছা । ঈশ্বৰে সদায় ৰক্ষা কৰিব যিমান প্ৰতিকুল পৰিৱেশতো। আশীৰ্বাদ কৰিছো । ভালে থাকা। লৰাটোক এজন সুনাগৰিক কৰি গঢ়ি তোলা। সত্যমেৱ জয়তে ।
@priyankabora8552
@priyankabora8552 Жыл бұрын
সদায় প্ৰিয়❤ বিশেষকৈ ঘৰ খনৰ মানুহবোৰৰ মাজৰ মৰমবোৰ 😍
@krishnakonwar4172
@krishnakonwar4172 Жыл бұрын
বিশেষ একো নকওঁ, এইটোৱে কওঁ, জীৱনটোত আৰু আগবাঢ়ি যোৱা ভগবানে শক্তি দিয়ক তোমাক🥰❤️
@SanjibRay-k7i
@SanjibRay-k7i 10 ай бұрын
Kun kun ponkhi bak val puwa jodi val puwa like kori diba 😊😊
@RenuSaikia-x5t
@RenuSaikia-x5t Жыл бұрын
পংখী তোমালৈ আৰু দেহালৈ শুভেচ্ছা জনালোঁ। God bless you
@mj-pl7vg
@mj-pl7vg Жыл бұрын
জীৱনৰ আন এটা নামেই হ'ল সংগ্ৰাম, সংগ্ৰাম অবিহনে গোটেই জীৱনটোৱে আধৰুৱা যেন লাগে। জীৱনটো জীয়াই ৰাখিব হ'লেই সংগ্ৰাম কৰিব লাগিব। হাৰ নামানিব বা আৰু এখোজ আগলৈ যাওক আপুনি। ভালে থাকক সদায়। আপোনাৰ সাহসিকতাক চেলুট কৰিছো মই।
@karishmasaikia323
@karishmasaikia323 Жыл бұрын
মোৰ সদায় প্ৰিয় বা জনী❤❤ বিশেষকৈ ঘৰ খনৰ মানুহবোৰৰ মাজৰ মৰমবোৰ😍😍 বাক এটা কাৰণে বহুত ভাল লাগে বা বহুত স্পষ্ট বাদী, সাহসী আচলতে মানুহ সদায় এনেকুৱাই হৱ লাগে। মানুহে এনেই নকয়, নাৰীয়েই নাৰীৰ প্ৰধান শক্ৰ, কথাষাৰ শুনিবলে বেয়া, কিন্তু সচা, সেইয়া এগৰাকী ভুক্তভোগীয়ে হে বুজি পাই। বাক যদিও লগ পোৱা নাই বাৰ জীৱন সংগ্ৰামৰ কথা শুনিলে বহুত বেছি বেয়া লাগে 😢
@bishnudas762
@bishnudas762 Жыл бұрын
Jimi vall na ? moi tumar youTube channel to aji palu. Moi sanu da. Tumak vogobanay valy rakok.
@lilimasahariya2332
@lilimasahariya2332 Жыл бұрын
পঙ্খী ময়ো তোমাৰ দৰেই দুৰ্ভগীয়া ।তুমি কোৱা কথা প্ৰতিটো সচা ।তোমাৰ দৰে মোৰ অৱস্থা । দুখ বোৰ মুছিব আৰু কিছুমান লেতেৰা মনৰ মানুহৰ পৰা হাত সাৰিবলৈ দ্বিতীয় বিবাহ কৰাইছিলো।কিন্তুু এবাৰ সুখ হেৰায় যোৱাৰ পিছত দ্বিতীয় একে নহয়।দুখ দুগুন হে বাঢ়ি যায়। মোৰ লৰা সন্তান এটি আছে।এতিয়া মৰি মৰি জীয়াই আছো লৰাটোৰ বাবে।
@banasrikalita3348
@banasrikalita3348 Жыл бұрын
Tmr kahini Tu gm pai bhut lgil.... Tmr dre same condition mur lgto hyse mur deutar lgt😢😢😢😢miss kru deutak bhut🥺
@horizonx6180
@horizonx6180 Жыл бұрын
বেয়া লাগি গল জীৱনটো আগুৱাই যোৱা ভগবানে সহায় কৰিব লৰাটোমুখ লৈ চাই জীয়াই থাকা❤❤❤❤
@minakshidas2692
@minakshidas2692 Жыл бұрын
Kotha khini huni soku Pani ulaigol hosake.....bohut dhajyo ase tumr aru Ata kotha vl lagil tumar vitorot akhupa man dukh loi kotha bur koi thkute kimn dhojyo dhori asa kandibow pora nai tumi ufffffff.......manibo lagibo bohut strong tumii...love uuuuuuu❤❤
@sabitadeka6145
@sabitadeka6145 Жыл бұрын
বা সদাই সুখী হৈ থাকা আজিকালিৰ কিছুমান মানুহ এইখন পৃথীবিত মানুহৰ ৰূপটোহে লৈ জীয়াই আছে নিজৰ আপোনবোৰেই ডাঙৰ শত্ৰু বা
@kajusaikia3589
@kajusaikia3589 Жыл бұрын
কি বুলি কম এই বা জনীৰ কথা বহুত বেছি সাহস হয় মোৰ কাৰণে । Love you ponkhi ba ❤️
@siddikali7448
@siddikali7448 Жыл бұрын
Ponkhi ba koboli vakha ni . love you from bijoynogr
@karishmakumar6537
@karishmakumar6537 Жыл бұрын
Bhut vl lagil xuni apunar aro lora tor vl hok tare vogobanor osrt xewya jonalu 🙏🙏ba aru apuni bhut xahokhi
@pallabisaikia7050
@pallabisaikia7050 Жыл бұрын
জীৱন যুঁজত জয়ী আজি তেওঁ👍 ভগবানে ভাল কৰিব বা আপোনাক সময় সদায় একে নাজায় হয়টো আপোনাৰ জীৱনলৈ ও আপুনি বিচৰা ধৰণেৰে সুখ আহিব। ভালে থাকক সদায় ❤
@MunuGogoi-ey1ol
@MunuGogoi-ey1ol Жыл бұрын
হয় দিয়ক বা এনেকুৱা নিলাজ মানুহ থাকে। আপুনি হাৰ নামানিব তোমাক আমি বহুত ভাল পাওঁ।
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাসৰ দৰে কিছুমান কথা চলি আছে। কাৰোবাক দুৰ্বল পালে সহায় কৰা দূৰৰে কথা বৰঞ্চ অভব্য অকথ্য‌‌‌ কিছুমান কথা কৈ মানসিক অশান্তি দিয়ে। এতিয়া পংখী বাৰ জীৱনত এনেকুৱা বোৰেই চলি আছে। কিন্তু পংখী বাই সাহসেৰে এই বিপজ্জনক মূহুৰ্তবোৰ চম্ভালি আগুৱাই গৈছে। পৰিস্থিতিৰ লগত মোকাবিলা কৰি আৰু বহুত আগবাঢ়ি যাওক তাৰেই কামনা কৰিলো।
@pritiraninath
@pritiraninath Жыл бұрын
বা তোমাৰ কাহিনী শুনি মোৰ চকুপানী ওলাই গৈছে।।tumar ktha khini huni bht inspire hoiso.. আগুৱাই যোৱা তুমি।। Lots of love ❤... love from rangia
@PriyankaHazarika-m3w
@PriyankaHazarika-m3w Жыл бұрын
Ata jiya kahini .. emn dhunia . Emn hohoj horol ba joni r lgt keyo baru anekowa hol vabile khub dukh loga.. ba tumi jibonot aaguai jua. Kormo kori jua vogobaner tumak aakhirbad koribo .
@tunikacharikachari
@tunikacharikachari Жыл бұрын
মূৰ্খ মানুহ যে সেই বাবে তেনেকুৱা নিয়ম বোৰ উলিয়াই😢
@anowara.begum23
@anowara.begum23 Жыл бұрын
সচাকৈ এগৰাকী স্বামী নথকা মহিলাৰ জীৱন সঙগ্ৰাম বুজাই হে বুজিব 🎉🎉
@nishamonibarman5243
@nishamonibarman5243 Жыл бұрын
This is the best video I have ever seen in your channel.....baki ki fotua reel bonoa buror interview loi thaka akdom vl nlge faltu lge Aetuhe asol jibon songram r video hyse hosai......anekua manuhor interview loba sai vl lge amio bhutt inspire hou kiba hiku j life t keneke brave hoi aguabo lge...... Bhutt strong and brave hoy She is an real inspiration for many.......may God bless on her, her son and her family❤
@Abhishekbora669
@Abhishekbora669 11 ай бұрын
Very good comment😊
@pampidas706
@pampidas706 Жыл бұрын
Xosh xorol baa Joni 😊❤ imn vll lage 😊 Tumi xodai happy thka baa 😊❤god bless you
@ShriHimaniGayan-ed1xu
@ShriHimaniGayan-ed1xu Жыл бұрын
Proud of you ponkhi ba and dehabeta❤God bless you both🙏@PonkhiProduction❤
@kunjaraj2863
@kunjaraj2863 Жыл бұрын
Xosake birat ovdro manhu ase Kisuman....aapuni aagowai jaowk... bhogoban e aapunak ro deha k vle rakhok❤❤...
@Rinku-B1
@Rinku-B1 Жыл бұрын
মৰম দিলোঁ ponhki বা , আগুৱাই যোৱা🎉❤
@sukleswardas3869
@sukleswardas3869 Жыл бұрын
Tomar jibon tu khukherei bhori porak ভগবানৰ ওচৰত আশীৰ্বাদ থাকিল
@purnimaray884
@purnimaray884 Жыл бұрын
Stay strong baa ❤❤❤❤❤ xosake gaon bilakot anekuwa e hoi thake 😢😢😢bor dhukh lage
@kaushikdas9997
@kaushikdas9997 6 ай бұрын
বা তোমাৰ ভিডিঅ বহুত ভাল লাগে
@banditathakuriya8535
@banditathakuriya8535 Жыл бұрын
বা আপুনি মোৰ বৰ প্ৰিয় । দেহা পঢ়ি শুনি আগুৱাই যাওক। ।
@anamikamalakar1303
@anamikamalakar1303 Жыл бұрын
Ba apuni bhut besi a strong hoi..xdai vgwane ankoi a strong hoi a rakhe jen.💕
@gitanjalilifestylevlog1287
@gitanjalilifestylevlog1287 Жыл бұрын
এইবোৰ নিয়ম গাওঁত বেছি চলে এইবোৰ নিয়মৰ কাৰণে মই গাওঁ সময়ত বেয়া পোৱা হৈ জাও
@mymunchenggogoi5506
@mymunchenggogoi5506 Жыл бұрын
Nohoi kewol gaon't nohoi hokolute ase niyom ajikali
@jitubonia6556
@jitubonia6556 Жыл бұрын
Townat কি nahiya naki
@himadrisonowal4017
@himadrisonowal4017 Жыл бұрын
সকলো ঠাইত নাই।মই উজনি অসমৰ হয় আমাৰ ইয়াত এইবোৰ নাই।ইমান ধৰা বন্ধা নিয়ম।অন্ধবিশ্বাসী নিয়ম।
@gitanjalilifestylevlog1287
@gitanjalilifestylevlog1287 Жыл бұрын
@@jitubonia6556 town otu xei gaon pora jikhiniye ahe xeiburei anekua sinta loi ahe
@gitanjalilifestylevlog1287
@gitanjalilifestylevlog1287 Жыл бұрын
@@himadrisonowal4017 moi guwahatir suwali aru biya sotear akhon gaont hoisu aru dekhisu ki utvut kisumn niyom ase moi pagol hoi jaw niom bur xuni
@pinkideka3394
@pinkideka3394 Жыл бұрын
Baa apunar kothabor xuni bohut beya lagil.....sor Aru gur dsa je bohut vl Kam korise👍..deha Aru apuni xdy vale thakok🥰
@momikakoti8305
@momikakoti8305 Жыл бұрын
তোমাৰ কথাবোৰ বৰ দুখ লাগিল ।।ভাগি নপৰিবা ।।
@DhanjitTalukder-p9y
@DhanjitTalukder-p9y 5 ай бұрын
Ponkhi ba tumar video praiye sau bahut val lgy aru deha birat qt dangor hole bahut val lora hbo
@1.99lakh9
@1.99lakh9 Жыл бұрын
তেখেত এজনী আটাইতকৈ ডাঙৰ যোদ্ধা।। সদায় জয়🙏 হওক
@DilipSaikia-qx6by
@DilipSaikia-qx6by Жыл бұрын
পঙ্খী কথা সুনি বৰ দুখ লাগিলে জীৱনৰ ঘাট পতি ঘাটিৰ মাজত জিয়াই থাকিব লাগিব আমি তোমাক আশীৰ্বাদ কৰিছো ভগৱানে ভালে কোশলে ৰাখক।
@anupriya-Koch
@anupriya-Koch Жыл бұрын
Anekuya thakei Ponkhi ba val kam korile karu sokut nalage jodi kiba ata hoi jai tetiya ahi jai usorr suburiya mat matibo....tumi bahut Hahokhere asa.. Aguyai juya tumi aru deha ❤❤❤ ❤❤❤
@karishmakakati4438
@karishmakakati4438 Жыл бұрын
Jimi ba xai xomoi Tu kotha mnt pore. Papu mama bhut val asile. Bhut mrm kore amak. Tumi jibontu aguai juaa.
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim tumk
@B_SAssamBoy
@B_SAssamBoy Жыл бұрын
বা জনী মোৰ বহুত মৰম লাগে, ভালে থাকা আপুনি সদায় "বা"
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim
@B_SAssamBoy
@B_SAssamBoy Жыл бұрын
@@dhunurumurlife6151 নিশ্চয়
@sewalisaikia6375
@sewalisaikia6375 Жыл бұрын
Val lagil kothabur khuni..asolote muru jibontu enekoie par korisu .so hidoy sui goise
@chinmoyeebaruahsumu2333
@chinmoyeebaruahsumu2333 Жыл бұрын
সঁচাকৈ মানুহৰ মানসিকতা বোৰ ইমান ঠেক। মানুহে নিজে নিজে বনাই লোৱা নিয়ম হে। এনেকুৱা ফটোৱা চিন্তা ধাৰাৰ মানুহৰ হে অঘটন হব লাগে।
@bornaliboruah1331
@bornaliboruah1331 Жыл бұрын
Ponkhi bohut strong hoi karone eneke aguai jabo parise. Hokolu sualire eikhini gutch thakibo lage buli moi vabu.Nijor partner jon herai juar pisor life tu easy nhoi jiyai thakibole. Tothapi nijor lora sualir kotha vabi aguai jabo lage. Salute to her and her family.
@nafijarahman4678
@nafijarahman4678 Жыл бұрын
Best example of women empowerment ❤️
@pinkibiman3040
@pinkibiman3040 Жыл бұрын
bohut dukh lagile ponkhi baa kotha kita xuni..baa tumi xodai aguyai jua.blegor kotha nukhuniba tumi xodai vale thaka aru deha vale thakok tumalukoloi bohut besi morom thakil😘❤️🥰all the best👍
@hemantabooragi3253
@hemantabooragi3253 Жыл бұрын
সঁচাকৈ বহুত দুখ লাগিল কথাবোৰ শুনি, আচলতে আমাৰ সমাজত নিগেটিভ মানুহেই বহুত আছে কিন্তু সেইবোৰ মানুহৰ কথা শুনি একো লাভ নাই সদাই নিজৰ মতে বুকুত সাহস ৰাখি আগুৱাই যাব লাগে
@sadikulyt.vislam9087
@sadikulyt.vislam9087 Жыл бұрын
আপোনাৰ সাহসীকতাক manibo lagibo... mojja ❤
@dipabaruah1301
@dipabaruah1301 Жыл бұрын
তোমাৰ কথাবোৰ শুনি বৰ দুখ লাগিলে তুমি আৰু আশুৱাই য়োৱা
@SibaniDutta-oz5lj
@SibaniDutta-oz5lj Жыл бұрын
Tumi nijor life tu nijor mote solai niya Luke ji koi kobo diya nijor lora tu nijor ma dewta kotha vabi Pini dukh nkoriba bujisa tumer lgt hokolu ase ..❤️
@mamitasaikia6194
@mamitasaikia6194 Жыл бұрын
তেওঁৰ সাহসক প্ৰণাম জনাইছোঁ।
@krishnaduwara1778
@krishnaduwara1778 Жыл бұрын
Ponkhi tumak bohut val lage tumar kotha bilak huni dukh lagise 😢😢😢 . Deha k loi aguwai juwa balag a ji kotha koi afale huni afale uliai diba . Life t ji likha ase hoboi tar majot a aguwai jabo lagibo . Montu strong rakhiba ma ru deha r karone . Hodai support koru tumak ❤❤
@swapnaskitchenlifevlog7798
@swapnaskitchenlifevlog7798 Жыл бұрын
সঁচাই বিধৱা হোৱা তিৰোতাক কিঅ ইমান কষ্ট দিয়ে মানুহ বোৰে এইবোৰ কেতিয়া বন্ধ হব বিধবা হলে কটো যাব নালাগে, খাব নেপাই, সুব কাম কৰিব নেপাই ইত্যাদি এইবোৰ বন্ধ হব লাগে দে বহুত দুখ পোৱা যায় এইবোৰ হলে এনেকুৱা মোৰ মাৰ লগতো বহুত হৈছে আৰু ঘৰৰ মানুহে বেছি বাছে কিন্তু
@pompydevi769
@pompydevi769 Жыл бұрын
লোকৰ কথা মন নিদিবা । সদায় নিজক ভাল পাবলৈ শিকা । সকলো মানুহক ভাল চিন্তা কৰিব পৰাকৈ ভগৱানে পথিওয়া নাই । এনেকুৱা মানুহ আছে যি লোকৰ কথা আলোচনা kori মজা লৈ
@indranigogoi4233
@indranigogoi4233 Жыл бұрын
Ponkhik mur khub vl lage. Tai bht strong. Aru ideal hoi bhtr krne. Spostobadi.. Hodaie priyo mur. Deha aru ponkhi 💕❤
@Axomlofiboy11
@Axomlofiboy11 Жыл бұрын
Ponkhi baa Mur All Time Favourite ❤❤
@sanjibnath8928
@sanjibnath8928 Жыл бұрын
sady sao tomar vedio....bahut val lage tomar gharar manuh khinik o bahut vl lage....bht besi ako nakao pankhi dehak lai tumi xukhere thaka aru bahut dur tumi aguai joa.....dehaloi bht maram❤😘
@BBMusicAxom
@BBMusicAxom Жыл бұрын
কথাখিনি কৈ ভাল কৰিছা আজিৰ দিনত কেনেকুৱা ধৰণৰ মানুহ থাকে। কিছুমান মানুহৰ নিশ্চয় গাত লাগিব কাৰণ তোমাৰ নিচিনা বহুতৰ লগত এনেকুৱা হৈ আছে
@SleepyJumpingPuppy-jl8rw
@SleepyJumpingPuppy-jl8rw 9 ай бұрын
নাৰীয়ে নাৰীৰ শত্ৰু। কথাষাৰ একদম সচা।পংখী বা তুমি হাৰ নামানি বা . aguwai juwa pankhi baa❤ ketiyau anor kothat guruta nidiba jihetu jibontu tumar nijor gotike nijior mote soli juwa❤tumar lgt deha ase nhi dehak loi tumi hukhi hoi thaka ponkhi baa bhogobane ketiyau val manuhor lgt beya nkre 😢tumi dukh nkriba baa bukut hahokh bandhi aguwai juwa pankhi baa 😢
@sibanihazarika2688
@sibanihazarika2688 Жыл бұрын
বিধৱা এজনি সমাজত আজিকালি এনেকৈয়ে কৰে সেইবিলাক মানুহে নেভাবে কিয় নিজৰ ছোৱালী জদি এনেকোহয়
@bhanishrikalita8004
@bhanishrikalita8004 11 ай бұрын
God bless both of you ❤❤❤❤
@BoroshaKolita
@BoroshaKolita Жыл бұрын
এনেকুৱা চিন্তা ধাৰাৰ লোক কোনো ঠায়ে ঠায়ে হয় আমাৰ গাৱতো বহুত বিধবা মানুহ আছে কিন্তু তেওঁ লোকৰ কাৰনে এনে কোনো নিয়ম নাই আৰু এনেকুৱা মানুহৰ নিজক সলনি কৰিব লাগে ।
@anamikamohan1618
@anamikamohan1618 Жыл бұрын
Amaar siwasagar t bikhehkoi Ahom homajot tene niom nai
@priyankaborah5761
@priyankaborah5761 Жыл бұрын
Ponkhi ba 2mk bht vl lge aguai jua 2mi❣️
@kiranbora6415
@kiranbora6415 Жыл бұрын
অন্ধ বিশ্বাস বাদ দি আগুৱাই যোৱা।বাছি খাবা জাগি শুবা । সদায় সুখি হোৱাৰ কামনাৰে,এজন শুভাকাঙ্খি।
@janardanbora2803
@janardanbora2803 Жыл бұрын
সঁচাই বহুত দুখ লাগিল দেই মনত
@Cartoon-g1l
@Cartoon-g1l Жыл бұрын
Ponkhi bak bohut val lge ❤️😭
@LilimaBegum-p2f
@LilimaBegum-p2f 11 ай бұрын
Hoy neki
@golapikumar5764
@golapikumar5764 6 ай бұрын
বহুত ভাল লাগিছে কথাবোৰ আৰু সাহস দেখি❤❤❤❤
@kalpanarai77M
@kalpanarai77M Жыл бұрын
val lagil sai ❤ love from, nepal❤
@BabulGogoi-zp7uk
@BabulGogoi-zp7uk 10 ай бұрын
Nijor jibontu nijor mote upovhug kriba... Karon homaje 10 khar kobo... Kar huniba... Bad diya... Amar homajot now hokolu mnuhe sarthopor... Hokoluwe nijor sartho2 sai... Tumi ru deha hodai aguwai juwa... Bhogobanor usort parthona korixu... Ru bohag bihu huvesha thakil... ❤
@nabanitavlogs5277
@nabanitavlogs5277 Жыл бұрын
তোমাৰ কথাখিনি শুনিলে চকুপানী ওলাই যায় 😢😢।
@gyandeepbaishya4006
@gyandeepbaishya4006 Жыл бұрын
Hoi 😢😢😢
@dikhumahanta7369
@dikhumahanta7369 Жыл бұрын
বহুত দুখ লাগিল কাহিনী শুনি।
@PinkiSaikia-n5x
@PinkiSaikia-n5x Жыл бұрын
মোৰ মাক আপোনাৰ দৰে ব্যৱ্হাৰ কৰে মানুহক, আগুৱাই যাওক বা
@ponkhi...9355
@ponkhi...9355 Жыл бұрын
homajkhon gorhe manuhbilake aru heikhon homajokei dhongkho kore hei homaj pota manuhkhiniye....ajoni sualik protect kribo lage kintu a sam manuhe hei bhuktobhugi sualijonikei vug kribo bisare.....ponkhi ba tumak sai bht hahokh pau ru bht dukh lage tumar kothabur huni... Tinsukiar pora bht bht morom tumalukokoloi...❤❤❤
@barnalidutta8210
@barnalidutta8210 Жыл бұрын
মানুহজনৰ ঠাইত তেওঁ যদি মৰিল হয়, মানুহজনক আজিলৈ এই মানুহখিনিয়েই আকৌ বিয়া পাতিবলৈ জোৰ দিলে হয় ।
@barnalidutta8210
@barnalidutta8210 Жыл бұрын
কিয় মাৰিব,লৰাটোৰ বাবেই জীয়াই থাকিব লাগিব, মাকে মাক, বাপেক 2 জনৰ মৰম দিব পাৰে, কিন্তু মাকৰ মৰম খুব কম সংখ্যক বাপেকেহে দিব পাৰে ।
@NitulBaruah-dl4xf
@NitulBaruah-dl4xf Жыл бұрын
আঘত অবিহনেই জীৱনত আগবাঢ়িব নোৱাৰি বা.....আগবাঢ়ি যোৱা তুমি...❤❤❤❤
@mitaligogoibora6339
@mitaligogoibora6339 Жыл бұрын
Hosake apunar jebon2 bohut dukh.enekoe hahe thakebo upunar lora2 jebon hukhot hok.😢😢apune jebonot agbare jok.manuhor kame aru manuhor kothat lage lav nai .matro apune aguai jaok.
@H.c-i8j
@H.c-i8j 8 ай бұрын
Bohut val lagil video tu sai aneke aguwai goi thakok God bless u Nari durbol nohoy aru hobou nidiba Xodai xoktixali hoi thakok aro sahosi hoi jiyai thakok
@nabanitaboruah3201
@nabanitaboruah3201 Жыл бұрын
Aguwai juwa hodai...❤
@poroshmonikalitadutta-12345
@poroshmonikalitadutta-12345 Жыл бұрын
Happy hoi taka hodi tumi aru daha tu aru tumar jibon hogram huni 😢pani ulai jai
@montichutia2008
@montichutia2008 Жыл бұрын
সঁচাই বহুত দুখ লগা কাহিনী আচলতে মানুহৰ মাইণ্ড কণচেপ্ট টো সলনি কৰিবৰ হল আৰু এতিয়া তাহানিৰ যোগ নাই আৰু
@apsaravlogs4623
@apsaravlogs4623 Жыл бұрын
Pinkhi ba tumar story xunai moi kandi dilu ..Tumi aru aguwai juaa Amar akhirbaad ase.. ❤❤ xosai bohut xakhokhere aag barhisa dei..
@mamonihandique5242
@mamonihandique5242 Жыл бұрын
তোমাৰ মতে তুমি জীৱনটো আগবঢ়াই নিয়া ।অকণমানি দেহাক অকলশৰীয়া নকৰিবা ।
@monjitsaikia4368
@monjitsaikia4368 6 ай бұрын
O vonte vogobanok sinta kora ..aru madesation class ata Lua .happy hoba .bromma kumarey dai .
@monjitsaikia4368
@monjitsaikia4368 6 ай бұрын
Val koi thakeba pobetro hoba .din rate kabol vogobanok vaba .bhut bese .happy tateya Saba sun .
আইমাই কিন্তু সচাঁ কথা কৈছে।
1:01:48
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 42 МЛН
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН
Mur husband kenke dhukaisil//moi husbndr ghror pra kio gusi  ahilu//
16:06
Ponkhi Production
Рет қаралды 1,3 МЛН
ICON ho nen Kimkima  Birthday 🎁 lawmna AW
18:24
H&D Enterprise Mizo Arms & Ammunition Dealers
Рет қаралды 6 М.
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН