KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Porisoy Bihin JP Das
4:45
PAR HOI GOL || পাৰ হৈ গ'ল ধুমুহা এজাক || PULAK BENARJEE || Lyrical Video Song ||
5:20
☝️☝️☝️МАЛЫШ-СИЛАЧ 14 лет притворился НОВИЧКОМ | Школьник сделал то, чего не смог качок
00:50
🤔Можно ли спастись от Ядерки в Холодильнике ? #shorts
00:41
The evil clown plays a prank on the angel
00:39
coco在求救? #小丑 #天使 #shorts
00:29
Moi aji xongibihin_মই আজি সংগীবিহীন_one of golden song by Pulak Banerjee
Рет қаралды 98,928
Facebook
Twitter
Жүктеу
1
Жазылу 5 М.
Assamese Lyrical
Күн бұрын
Пікірлер: 56
@uttamkumarroy2583
2 жыл бұрын
অসমৰ সংগীত জগতৰ এটি অতি জনপ্ৰিয় নাম দৰদী শিল্পী পুলক বেনাৰ্জী।সংগীতেই যাৰ পৰিচয় তেখেতেই পুলক দা।আশীৰ দশকতে তেখেতৰ বহুতো গীতে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে। তেখেতৰ,"সোঁৱৰণী যদি নাই,নাই একো নাই নাই....","ফুলৰে মেলাতে পখীয়ে গীত গাই,মৌমাখি গুণ গুণ,সুৰ তোলে বিনায়ক....","আকাশ যেতিয়া সন্ধ্যা তৰাই জিল মিলাই, মোৰ যে মনত প্ৰাণৰ পখীয়ে গুণ গুণাই.....", "পূৱাৰ সূৰুযে আঁকিলে মূখৰ ছবি, দূৰৈৰ আকাশ ঢাকি, জোনে ধুই নিয়া দূৱৰি ডৰাত, অলেখ মূখৰ ছবি.....""পাৰ হৈ গ'ল, ধুমুহা এজাক, ভাঙি থৈ মোৰ পঁজা, যেন উৰি গ'ল এৰাতি আন্ধাৰ, পোহৰ কাঢ়িব খোজা, গ'ল ভাঙি থৈ মোৰ পঁজা....","আদি গীতবোৰ চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়।এইবোৰ গীতক সময়ে কাহানিও আঁচোৰ পেলাব নোৱাৰে।এইবোৰ গীত চিৰ সজীৱ, চিৰসেউজ।এই গৰাকী মহান দৰদী শিল্পীলৈ মোৰ শত সহস্ৰ প্ৰণাম যাচিলোঁ।
@prabitachutia448
Жыл бұрын
পুলক ককাইদেউ আপুনি এনেকৈয়ে গাই থাকক , বহুত ভাল পাওঁ আপোনাক আৰু আপোনাৰ গানক , সুস্পষ্ট কথা আৰু গানৰ মাজত অসমীয়া ৰাইজে নিজকে হেৰুৱাই পেলায় , আপোনাৰ দীৰ্ঘাও কামনা আন্তৰিকতাৰে কৰিছোঁ নেদেখা জনাৰ ওচৰত
@vijaykumardev1345
11 ай бұрын
প্ৰতিটো গান অতুলনীয় দাদা ৷এইবোৰ গানে এটা সময়ত চাৰিওঁফালে বিয়পি পৰিছিলে ৷আবেগ ঢালি গাইছিলে পুলক দাই ।
@dvlog3286
2 жыл бұрын
পুলক দা যতে থাকা শান্তিত থাকা ভগৱানে তোমাক মঙ্গল কৰক।
@nabajyotirajbongshi9166
2 жыл бұрын
অৰ্থ পূৰ্ণ কথা সুৰ আৰু সংগীত, শৈশৱৰ পৰাই শুনিছোঁ। বহুত ভাল লাগে।
@garimabaishya7503
2 жыл бұрын
Bohut dhunia 👌 sir you are my always fevret 🥰🥰
@hemasarmah9926
9 ай бұрын
হে মহান!আপোনাকৈ মোৰ শত-সহস্ৰ প্ৰণাম🙏🙏🙏
@SuchitraDas-y2h
8 ай бұрын
অন্তৰ চুই যোৱা গীত 🙏
@basantabaruah8479
2 жыл бұрын
অনবদ্য সঙ্গীত। সুৰকাৰ ৰুবী সিংহ বাইদেউকো শ্ৰদ্ধা জনালো।
@rubihazarika992
2 жыл бұрын
ইমানেই সুন্দৰ গীত ।
@bahubalicreations5387
Жыл бұрын
অন্তৰ চুই যোৱা এটি মন পৰশা গীত। শৈশব কালৰে পৰা শুনিছোঁ। আজিও শুনো। একেই আমেজ।
@lukukonch6221
2 жыл бұрын
এই গীতটোৰ সুৰ,চন্দ্ৰ,কথা,লয় আদি সকলো বোৰ যেন মোৰ লগৰী আজি,,,
@sonprasadkalita5081
7 ай бұрын
My dear akan aag barhi joa
@balenboro8709
Жыл бұрын
Legendary Singer n Beautiful Song.
@vijaykumardev1345
11 ай бұрын
এইবোৰ গানে আশী দশকত প্ৰতিজন মানুহৰ মুখে মুখে আছিলে । এইবোৰ গান নহয় এখন বাস্তৱ ছবি ৷অন্তৰৰ আত্মাৰে গাইছে আবেগ ঢালি পুলক দাই ৷সেইবাবে হয়তো আজিও সেই গানবোৰ অমৰ । পুলক দাৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@sarojinidutta5058
4 ай бұрын
এইবোৰ গান শুনি থাকিলেও হেঁপাহ নপলায়,আবেগ ঢালি গোৱা চিৰসেউজ এইবোৰ গীতে মানুহৰ হৃদয় মনত শীতলতা আনে,আচলতে এই পৃথিবীত সকলো এদিন অকলে আহিছে অকলে যাব তথাপি স্মৃতি বোৰে সোঁৱৰাই দিয়ে মনৰ দুখ-বেদনাবোৰ,বহুত ভাল লাগে এই গীতটি,শেষত পুলক বেনাৰ্জী আৰু সুৰকাৰ ৰুবী সিংহলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ,কুশলে থাকক।🎉
@vijaykumardev1345
4 ай бұрын
@@sarojinidutta5058 হয় দিয়ক ঠিকেই কৈছে ৷
@RupamKumar-wi4fj
7 ай бұрын
❤Super.. Pulak Da🎉 Sal
@priyangshi5612
3 жыл бұрын
Old is gold . Seduced the heart 💜
@arindamchakrabarty8466
2 жыл бұрын
One of my favorite songs So beautifully sung by Sri Pulak Bandhopadhyay 👏👏🙏
@kishor8791
2 жыл бұрын
মন প্ৰাণ জুৰাই দিলে গীতটিয়ে
@kusumdutta9463
2 жыл бұрын
This song of Pulak Banerji is the soul of music culture which never be forget for ever
@ShahinazBegum-h2c
8 ай бұрын
So beautiful song.amor geet.
@basantakumarsaikia9933
21 күн бұрын
বহুত বিছাৰি বিছাৰি গাণতো শুনিছোঁ। দূৰণিৰ ৰং চিনেমা খনত গানটো কিয় জানো নেপালো।
@pankajsarma3637
7 ай бұрын
One of my favourite
@MakhonGogoi-mi2lv
Жыл бұрын
ছাৰ আপুনালৈ মৰম থাকিল জীযাই থকা দিনলৈকে
@jayntakr.laskar8134
2 жыл бұрын
Mur oti Priya geet 🙏🙏🙏🙏
@priyankagogoi4719
7 ай бұрын
Atmar prio geet thank you .
@dilipmukherjee6478
2 жыл бұрын
অপূর্ব সুন্দর।
@RanjitDas-v1v
3 ай бұрын
এই গীতৰ দৰেই মই আজি
@Kaustav_rava
Жыл бұрын
নমস্কাৰ গ্ৰহন কৰিব মহাশয়ৰ এই গীতটোৱে মই মৰ্মে মৰ্মে উপলদ্ধি কৰিছো মই আজি সংগীবিহিন।
@ajayray265
2 жыл бұрын
Oh ki Kom iman val lagil bhakha ni♥️♥️♥️
@khirodadas-rt9fe
Жыл бұрын
Xuni thakibor mon jay
@rekhaborah9066
2 жыл бұрын
বহুত ভাল লাগে
@joym323
Жыл бұрын
Sir apnake amar pronam janalam😢
@drdambarudharhazarika710
2 жыл бұрын
মোৰ শিল্পী গৰাকীক অত্যন্ত ভাল লাগে। দেখিলেই বৰ নিৰ্জু অথচ সম্পূৰ্ণ Discipline লাগে। প্ৰণাম
@masiabegum5999
Жыл бұрын
প্ৰত্যেক দিনাই মই এই গীতটো এবাৰ হ'লেও শুনো। মোৰ প্ৰিয় গীত ।
@AnowaraBegum-n5k
Жыл бұрын
মোৰ জীৱনত মিলি গৈছে
@Dasjinti
Жыл бұрын
মই আজি সংগীবিহীন❤😢
@Chenmaty
4 ай бұрын
My. F song.
@niradachetia4914
2 жыл бұрын
Great Song ❤💕
@sunambordoloi9207
Жыл бұрын
❤❤❤
@dipanjalideka5577
2 жыл бұрын
Aponer pratitogit mor priy.sashake dhumuha nisthur hay.
@manjulabaruah1362
8 ай бұрын
Bar bhal lage
@amardas4173
3 жыл бұрын
Very very great song
@mukundanath6486
3 жыл бұрын
really
@jamest7143
2 жыл бұрын
Lovely song
@JubatDewri
11 ай бұрын
Hridayat jagal ak ansbil
@JubatDewri
11 ай бұрын
Hridayat jagal ak anabil pulak namei jar parichay
@monjukonwar4852
2 жыл бұрын
My favorite
@linadas8920
2 жыл бұрын
Best
@ARNAB_GAMER1211
11 ай бұрын
মোৰ প্ৰিয় গীতটি শুনিবলৈ পোৱা বাবে আপোনাক ধন্যবাদ জনালোঁ ।
@mrinalraj8320
Жыл бұрын
O xoworoni nidibi amoni
@JubatDewri
11 ай бұрын
Mur hidspandan
@kamalchdeka36
2 жыл бұрын
😥
@bishwahazarika6259
Жыл бұрын
❤❤
4:45
Porisoy Bihin JP Das
MADHURJYA DAS
Рет қаралды 824 М.
5:20
PAR HOI GOL || পাৰ হৈ গ'ল ধুমুহা এজাক || PULAK BENARJEE || Lyrical Video Song ||
RUPOHI mixture
Рет қаралды 154 М.
00:50
☝️☝️☝️МАЛЫШ-СИЛАЧ 14 лет притворился НОВИЧКОМ | Школьник сделал то, чего не смог качок
Nikita Zdradovskiy
Рет қаралды 7 МЛН
00:41
🤔Можно ли спастись от Ядерки в Холодильнике ? #shorts
King jr
Рет қаралды 7 МЛН
00:39
The evil clown plays a prank on the angel
超人夫妇
Рет қаралды 53 МЛН
00:29
coco在求救? #小丑 #天使 #shorts
好人小丑
Рет қаралды 120 МЛН
53:20
দুর্লভ ভিডিও আগষ্ট বিপ্লবের সম্মুখ নেতা কর্নেল রশিদ এর ইন্টারভিউ | Zillur Rahman
BD Politics News
Рет қаралды 1 МЛН
5:33
Tumi Onek Kothai
Pulak Banerjee - Topic
Рет қаралды 15 М.
5:41
Anubhav mur preetir smriti (অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি) - Anima Choudhury's song
GoswamiS
Рет қаралды 761 М.
29:12
Zubeen Garg Golden Collection | Zubeen Garg Old Song |Best of Zubeen Garg| Zubeen Garg Assamese Song
Assam Singers
Рет қаралды 1,8 МЛН
4:50
Amulmul Xewali Gundh by Loknath Goswami
I K
Рет қаралды 889 М.
27:58
Best of Bhupen Hazarika II ভূপেন হাজারিকা II সেরা বাংলা গান II একখানা মেঘ ভেসে এল আকাশে
DISHA NEWS
Рет қаралды 3,8 МЛН
4:52
Kar Babe Ei Geet Guwa |Singer: Pulak Benarjee | Assamese Song| @evergreenassamesesongsdipankar
Evergreen Assamese Songs /Dipankar
Рет қаралды 18 М.
5:04
Thikona Bihin Jibon Nator//ঠিকনা বিহীন//Mahendra Hazarika Song//Aryan Hazarika
ViewerTube
Рет қаралды 1,1 МЛН
28:36
অনিমা চৌধুৰী অসমীয়া জনপ্ৰিয় গীতৰ শৰাই, Assamese Super Hits song Anima Choudhury
ajay talukdar YouTube
Рет қаралды 187 М.
5:27
Xuworoni Jodi
Pulak Banerjee - Topic
Рет қаралды 11 М.
00:50
☝️☝️☝️МАЛЫШ-СИЛАЧ 14 лет притворился НОВИЧКОМ | Школьник сделал то, чего не смог качок
Nikita Zdradovskiy
Рет қаралды 7 МЛН