Рет қаралды 52,894
দুবছৰ বিৰতিৰ মূৰত ‘প্রতিদিন টাইম’ত জয়ন্ত মল্লবৰুৱা
মন্ত্রী হোৱাৰ পিছত জয়ন্ত মল্লবৰুৱাৰ লগত প্রথমটো ‘অভিমত’
হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত স্থান নাপাই কিয় কান্দিছিল বৰুৱাই?
পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱাৰ মাজত ক’ৰবাত প্রতিযোগিতা হৈছে নেকি?
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে জয়ন্ত মল্লবৰুৱা।
#PratidinTime #JayantaMallaBaruah #Abhimat