মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠানত প্রকৃততে হৈছিল কি?

  Рет қаралды 78,326

Pratidin Time

Pratidin Time

Жыл бұрын

প্রতিদিন টাইমৰ জনপ্রিয় অনুষ্ঠান অভিমত চলি থকাৰ সময়তে হঠাৎ আৰম্ভ হ’ল দুই জনপ্রতিনিধিৰ বাকযুদ্ধ। আনকি এটা সময়ত মূল বিষয়ৰ পৰা আঁতৰি ব্যক্তিগত পর্যায়ত এজনে আনজনলৈ এৰিলে বাক্যবাণ। চাও আহক আমাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠানত প্রকৃততে হৈছিল কি?
#PratidinTime #assamnews #assam

Пікірлер: 267
@user-pc9el1vd3n
@user-pc9el1vd3n Жыл бұрын
পবিত্ৰক সংসদৰ মজিয়াত দিল্লীত এনেকৈ মাত মতা দেখা নেপালো আজিলৈকে৷
@lsd4889
@lsd4889 Жыл бұрын
Right
@SatyamevaJayate-hq4pn
@SatyamevaJayate-hq4pn Ай бұрын
আজি কালি এওঁলোক সুবিধাৱাদি৷ Mr. Pabita is " যাৰে-তাৰে ভৰি চেলেকা মতা"৷ CM ছাৰে ভালকৈ যানে কাৰণে এটা থাইত ৰাখি থৈছে৷ যি দিনা সময় আহিব সে দিনা এটা গোৰ দিব , গেলা খালত পৰিবগৈ৷
@rezwangieijjhy7182
@rezwangieijjhy7182 4 күн бұрын
Who is that stupid prabitra Margerita
@sadeksaikia8168
@sadeksaikia8168 Жыл бұрын
ৰাজ্যসভাত বোবা। বাহিৰত চিঞৰি লাভ নাই। দাগ আছে ছাগৈ।
@nababaishya9194
@nababaishya9194 Жыл бұрын
পবিত্ৰ মাৰ্ঘেৰিতা.ডাঙৰীয়া .আপোনাৰ কথা বোৰ শোভা নাপায়..
@ramench.saikia8470
@ramench.saikia8470 Жыл бұрын
পবিত্ৰ বুলি চিঞৰি লাভ নাই অপবিত্ৰ বুলি সকলোৱে জানে। মাৰ্ঘেৰিটাৰ কয়লা অবৈধ ব্যৱসায় চলি থকাৰ কথা বাতৰি ওলাই থাকে। পবিত্ৰ মাৰ্ঘেৰিটাই কিয় বন্ধ কৰিব পৰা নাই ? নিজৰ নামৰ পিছত উপাধি মাৰ্ঘেৰিটা লগালে নহব। কয়লাৰ অবৈধ ব্যৱসায় বন্ধ কৰিব লাগিব। নহ'লে যিমান চিঞৰ বাখৰ কৰিলেও লাভ নহ'ব। মধ্যভোগী আৰু ডালাল উপাধিৰ অধিকাৰী হৈয়ে থাকিব।
@monojdehingia3394
@monojdehingia3394 Жыл бұрын
প্রথম কথা মহাত্মা গান্ধীৰ বেয়া গুণ থাকিলেও তেওঁৰ ভাল গুণৰ কাৰণে তেওঁৰ বেয়া গুণ ঢাক খাই থাকে ৷ অখিল গগৈ য়ে কিবা বেয়া কৰিলেও তেওঁৰ ভাল কামবোৰ হে - আহিব মই জনাত তেওঁ ৰাইজ আৰু দেশ জাতিৰ কাৰণে বহুত ত্যাগ কৰিছে ৷ আনহাতে পবিত্ৰ গগৈয়ে তেনে একো ত্যাগ স্বীকাৰ কৰা নজিৰ নাই ৷ শেষত আখিল গগৈ অসমৰ এগৰাকী মহান ব্যক্তি বুলি মই অভিহিত কৰি ম ৷
@cycleindia7100
@cycleindia7100 Жыл бұрын
Pabitra marghrita dalal , Save Assam 😭😭😫😫😫🙏🙏
@anilgoswami2238
@anilgoswami2238 Жыл бұрын
বিধায়ক অখিল গগৈ ৰ দৰে অসমৰ শাসকীয় দলৰ এগৰাকী বিধায়ক এই আলোচনাত অহা নাই কিয় ???????????? ৰাজ্য সভাৰ সাংসদ (নিজ দলৰ দ্বাৰা নিৰ্বাচিত !! ৰাইজৰ দ্বাৰা নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত সাংসদ নহয়) এগৰাকীয়ে কেনেকৈ এটা বিধানসভা সমষ্টিৰ সম্পৰ্কত মত দিব ?? '২৬-৬-২০২৩।
@mridulsaikia2259
@mridulsaikia2259 Жыл бұрын
Akhil Da Right 👍👍
@bikashdeka60
@bikashdeka60 Жыл бұрын
Prabitra ata dalyal hoi
@rojoniprovabaruah5461
@rojoniprovabaruah5461 Жыл бұрын
যি পৱিত্ৰই নিজৰ উপাধিটোকে লিখিবলৈ লাজ পাই সেই জনে আহোমৰ আত্মৰ্মযদা কি বুজি পাব।
@wahidurrahman1647
@wahidurrahman1647 Жыл бұрын
Akhil Gogoi sir 🙏
@bimanphukon9532
@bimanphukon9532 Жыл бұрын
Akhil gogoi jindabad
@indrajitgogoi4742
@indrajitgogoi4742 Жыл бұрын
এইসকল বিধায়ক নেতাই অসমখন ধ্বংস কৰিলে। ইহতৰ এটাই লক্ষ্য কেনেকৈ দেশৰ সাধাৰণ জনতাক নিৰ্বাচনত প্ৰলোভিত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিব পাৰি আৰু ৰাজকোষৰ ধন হস্তগত কৰিব পাৰি। সেয়া বৰ্তমান শাসনত থকা বিজেপি দলেই হওঁক বা কংগ্ৰেছ দলেই হওঁক। সকলো একেই পানীৰ মাছ। ধন্যবাদ।।
@akashdowari3479
@akashdowari3479 Жыл бұрын
আজমলৰ সহায় লৈ ৰাজ্য সভালৈ যোৱা এই নিলাজ টোক আগতে কোনেও চিনিকে পোৱা নাছিল। গায়তীক বিয়া পাতিলে কাৰণেহে মানুহে প্ৰথমে মানুহে চিনি পাইছিল। এতিয়া তাৰ কথা শুনা।
@mridulsharma6739
@mridulsharma6739 Жыл бұрын
মাৰ্ঘেৰিটা বোলাজনৰ সাস্কৃতিক কৰ্ম্মী বুলি পুৰ্ণা কাণ্ডবোৰ ৰাইজে জানে ।গতিকে - - - -। গগৈ দেও বহু ক্ষেত্ৰত সন্দেহৰ উৰ্ধত নহয় ।গতিকে শিয়ালৰ চৰিত্ৰ ত্যাগ কৰাতো নিজৰ বাবেই ভাল । মাৰ্ঘেৰিটাই অসমৰ বাবে একো কৰিব নোৱাৰে ।কাৰণ পৰজিৱী প্ৰাণী হৈ কিমান চাল দিব ?
@mukulbaruah1833
@mukulbaruah1833 Жыл бұрын
Tahot 2% Brahmar mukhat thoka Bushkhonrpora paida hua moha paapi. Tahotr dehot 9ta khingkhatmak, maratmal, voyanak ripu asey. Khakal u khilonjiai adin tahot k west Urassialoi khedi pothaba. Tahotr paap over. Obc, St, Sc r 3sri saku jidna khool khaba kheidina tahotr babey moha pralay.
@bidyutbikash3869
@bidyutbikash3869 Жыл бұрын
​@@mukulbaruah1833oi miya ki hoise tur 😂😂😂😂😂😂
@mridulsharma6739
@mridulsharma6739 Жыл бұрын
@@mukulbaruah1833 আপুনি মহান ব্যক্তি ? 😆😅😅😅
@pranjalujha7645
@pranjalujha7645 Жыл бұрын
Akhil Google jindabad
@apurbasarma7358
@apurbasarma7358 Жыл бұрын
Akhil Gogoi zindabad.
@MunuBora-wo3fs
@MunuBora-wo3fs Жыл бұрын
চুৰৰ মাত টান হয় সদায়
@user-un8cb8qv3g
@user-un8cb8qv3g Жыл бұрын
চুৰৰ মন সদায় পুলিচ পুলিচ
@khargeswarbaruah8139
@khargeswarbaruah8139 Жыл бұрын
পবিত্ৰ মাৰ্ঘেৰিটা সঁচাই এজন মধ্যভোগী দালাল। ৩ সন্তানৰ পিতৃ পবিত্ৰ মাৰ্ঘেৰিটাই নৈতিক দায়িত্ব পালন কৰি ইতিমধ্যেই ৰাজনৈতিক জীৱনৰ পৰা পদত্যাগ কৰিব লাগিছিল।
@bishnuabhay350
@bishnuabhay350 Жыл бұрын
Hasake ....hoii sage ...iman mat matise...
@SpeedMatters.
@SpeedMatters. Жыл бұрын
pabitra margherita eta kukur hoi. tak rastat lengta kori kubabo lage. akhil gogoi r he bhorir pani khua o jugya nohoi.
@ramench.saikia8470
@ramench.saikia8470 Жыл бұрын
মধ্যভোগী আৰু ডালাল
@rumonvlogs6790
@rumonvlogs6790 Жыл бұрын
Akhil o akei dalal
@ALLiNOne-sy1uj
@ALLiNOne-sy1uj Жыл бұрын
Eu kenekr hanghod hobo Parise 3ta hontan ase jodi...sorkari sakori tu napai dutatk besi hontan thakile
@RahulDoley-jh9qx
@RahulDoley-jh9qx Жыл бұрын
Akhil da very good
@basantabora1272
@basantabora1272 Жыл бұрын
Margherita raijor manuhei nohoi,engine or pisot jua eta dobahe, tar lebel sua😀😀
@manashjyotiray5648
@manashjyotiray5648 Жыл бұрын
Pobitro Opobitro😂😂😂😂
@sonalisenguota176
@sonalisenguota176 Жыл бұрын
Akhil da zindabaad
@basudevnath5847
@basudevnath5847 Жыл бұрын
নিতু, কিয় এই বিলাকক মাতা। টোকাৰী গীতৰ অনুষ্ঠান পাতা।।। অলপ ভাল লাগিব।
@vlogwithme6623
@vlogwithme6623 Жыл бұрын
Moja
@mukulbaruah1833
@mukulbaruah1833 Жыл бұрын
Akhil gogoi hol Axomr Axomiar apun , khatyor pratik.
@usrecipezar
@usrecipezar Жыл бұрын
অখিল গগৈ বাৰু আন্দোলন কৰা কণ্ঠ; কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা এজন সাস্কৃতিবান মানুহ বুলি আমি গৌৰৱ কৰিছিলো; কিন্তু আজি কথা কোৱা শৈলীটো দেখি এনেকুৱা লাগিল আপোনাৰ ভিতৰৰ মানুহ জন সেইজন নহয় যি জনক আমি ভাবি থৈছিলো। ২ নম্বৰত নিশ্চয় ভৰী থৈছে , তেনেকুৱা হলেহে নিজৰ দোখ ঢাকিবলৈ ইমান কব লগা হয়। এনেকুৱাবোৰ চাবলৈ ভাল নলগা হ'ল আৰু মন্ত্ৰী এম,এল,এ হবলৈ ইজনে সিজনৰ কথা নুশুনি ওপৰা ওপৰিকৈ দিঙিৰ শীৰ ফুলোৱাৰ কথা কবই লগিব নেকি? শান্তি-ৰ্শৃংখলা নাই ।
@akashdowari3479
@akashdowari3479 Жыл бұрын
আপুনি ভাল কথা কৈছে সঁচাকৈ এই মানুহ জনক ভাল লাগিছিল। এতিয়া লোকৰ পদলেহণ কৰি সংসদ হল যে সেইকাৰণে কিবা অৰ্থ নাইকীয়া হৈ পৰিল।
@mikudutta1735
@mikudutta1735 Жыл бұрын
Akhil da right aru haijonr kotha bur kiba fotua kotha Jen lagil
@dibyagamingzone9844
@dibyagamingzone9844 Жыл бұрын
বাতৰি কাকতত নিজৰ নিজৰ তথ্য নিশ্চিত কৰক ।তেতিয়াই সত্য ওলাই পৰিব ।
@cutegirl-ss8xo
@cutegirl-ss8xo Жыл бұрын
Probitra Kam nai.Raijya hobhat buba hoi thake
@subhashsut2215
@subhashsut2215 Жыл бұрын
অখিল।গগৈ।। জিনদাবাদ।। মাৰ্ঘেৰিটাৰ মুদ্ৰা বাদ্য!
@jaishreeram9655
@jaishreeram9655 Жыл бұрын
যি চৰকাৰে নহওক সকলো একেই, নিজৰ লাভ বিচাৰে মাথো। এই ৰাজনীতি ক বোৰে সকলো শেষ কৰিলে। কংগ্ৰেছে মুছলমান খিনিক লৈ বিজে পি য়ে হিন্দু খিনিক লৈ ৰাজনীতি। অকল নিজৰ বাবে সকলো।
@ruhitsaikia2745
@ruhitsaikia2745 Жыл бұрын
Khub bhal natok .Kohinur theater suwa nisina lagise.
@jyoshreegogoi7958
@jyoshreegogoi7958 Жыл бұрын
Akhilda zindabad, ....joi aai axom
@srigunajitsharma8282
@srigunajitsharma8282 Жыл бұрын
Siyal Gogoi murdabad 😂😂
@bipulphukan3756
@bipulphukan3756 Жыл бұрын
হে মহান নেতা সকল। আপোনালোক সকলো ধোৱা তুলসীৰ পাত। চন্দ্রত দাগ থাকিব পাৰে, আপোনালোকৰ গাত দাগ নাই। 🙏
@deepboru4622
@deepboru4622 Жыл бұрын
Dag enekoi dim ihotok guli ru aku nai
@pranjalkumarborah5491
@pranjalkumarborah5491 Жыл бұрын
Aibur talk show pora ami ki pam.....
@porishmitachutia7835
@porishmitachutia7835 Жыл бұрын
​@@pranjalkumarborah5491trp pabo চেনেলে
@sahilahmed4013
@sahilahmed4013 Жыл бұрын
ৰাজনীতিৰ টক চো বাদ দিয়ক অসমৰ সমস্যাৰ ওপৰত , মূল্য বৃদ্ধিৰ ওপৰত, অত্যধিক কৰ ৰ বোজাৰ এইবোৰৰ ওপৰত আলোচনা কৰক ।আজি কালি আপোনালোকে এইবোৰৰ পৰা আঁতৰি থাকে।
@rajotphukon3403
@rajotphukon3403 Жыл бұрын
আপোনালোক দুয়োজনে নিজ নিজ কৰ্মৰাজিলৈ ঘুৰি আহক ।
@user-rx9qc2gl8w
@user-rx9qc2gl8w Жыл бұрын
দুয়ো জনকে আমি ভালকৈ জানো । কোন কেনেকৈ , কাৰ নেজ ধৰি সাংসদ হল অসমৰ ৰাইজে ভালকৈ জানে। ভাল দিন বৰ বেছি দিন নাথাকে , তাৰ পাছত বেয়া দিনো আহে ।
@protimadutta2890
@protimadutta2890 Жыл бұрын
এই প্ৰবিত্ৰ বোলা জন একেবাৰে অপ্ৰবিত্ৰ----নেজ বগাই-বগাই MP হৈছে ।
@archanagogoi7090
@archanagogoi7090 10 ай бұрын
অখিল গগৈয়ে কাৰো নেজত ধৰি বিধায়ক হোৱা নাই
@MH.motivation_Assam-in
@MH.motivation_Assam-in Жыл бұрын
Suwa seleka probito 😂😂
@arupdutta3692
@arupdutta3692 Жыл бұрын
Pabitra bulajnr over acting😁
@kamalboruah8439
@kamalboruah8439 9 ай бұрын
❤🎉😢
@dmjrd4408
@dmjrd4408 10 ай бұрын
Your behaviour is your identity..
@alokdutta5907
@alokdutta5907 Жыл бұрын
পবিত্ৰ মাৰ্ঘেৰিটা সঁচাকৈয়ে এজন ৰাজনৈতিক মধ্যভোগী দালাল,তেওঁ কেনেকৈ আনৰ নেগুৰত ধৰি সাংসদ হল সেই কথাটো অসমৰ ৰাইজে ভালদৰে জানে । তেওঁ নামতহে সাস্কৃতিক কৰ্মী কিন্তু কামত নাগপুৰীয়া ধেমাধৰাৰ লগতে এটা অসম আৰু অসমীয়া বিৰোধী দালাল হয় । নিজৰ উপাধিটো লিখিবলৈ লাজ পোৱা মানুহে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আহে সেইয়া অতিকৈ লাজৰ কথা ।
@ALLiNOne-sy1uj
@ALLiNOne-sy1uj Жыл бұрын
3ta lora suwali jonma dile sorkari sakori napai jodi mla,montri,hankhod u hobo nuware
@shineraju5594
@shineraju5594 Жыл бұрын
পবিত্ৰ magerita কাম নাই
@halimabegum9484
@halimabegum9484 Жыл бұрын
Pabitro bolato kali rajnitit ahi bhot dagor neta buli vabe .
@lokorannonsonowal7178
@lokorannonsonowal7178 Жыл бұрын
Gogoi zindabad
@Rubulgogoi209
@Rubulgogoi209 Жыл бұрын
ধৰ অস্ত নকৰি পলম । দেখা যাব ২৪ৰ নিৰ্বাচনত বলৰ বিক্ৰম ।
@rahulaxom2603
@rahulaxom2603 Жыл бұрын
Thoi de o... Pobitra ne ki sol sai kothia pora dalla jon....eneke ebar parliament t siori dekhauk sun, tetia he manim.. 😁😁
@mridulnath1556
@mridulnath1556 Жыл бұрын
পবিত্ৰ মাঘেৰিতাৰ অবদান কি
@NirajanKalita
@NirajanKalita Жыл бұрын
🎉🎉🎉😢🎉.giro
@harikantagogoi2607
@harikantagogoi2607 Жыл бұрын
Constitution , Politics , Economics rr uparat gyaan rr debate kara jaoksoon ..... Kun kiman gyaani buji puwa jaba
@gautamkonwar6405
@gautamkonwar6405 Жыл бұрын
Aibar sehore lav nohobo nake manuhe bujele aru..
@bilahkonwar5865
@bilahkonwar5865 Жыл бұрын
এইবিলাক পগলামী আন একোনহয়
@jadutaw9053
@jadutaw9053 Жыл бұрын
Akhil Gogoi right
@lakhikrchintey5693
@lakhikrchintey5693 5 күн бұрын
মাৰ্ঘেৰিটাৰ কিমান বছৰ হয়ছেনু ৰাজনীতি জিৱন তিয়াক কৰিম বুলি কৈছে যে লাজ নাই
@ramench.saikia8470
@ramench.saikia8470 Жыл бұрын
যদি ব্লেক মেলাৰ চৰকাৰে ব্যৱস্থা ল'ব পৰা নাই কিয় ? নে মুক্তি নাই কাৰণেই ভুকিচে ?
@minotisonowal604
@minotisonowal604 Жыл бұрын
প্ৰবিত্ত মাৰ্ঘেৰিতাই নিজকে বেচি দেখাইচে
@Utpal8832
@Utpal8832 Жыл бұрын
দুয়োজন আহোম । কিন্তু লাজ লগা কথাটো হ'ল পূৰ্বৰে পৰা অসমৰ বিভিন্ন ক্ষেত্ৰত দপদপাই থকা এই জাতিটোৰ বাবে কোনো এটা সমষ্টি সংৰক্ষিত নহ'ল। পাৰিলে ৰাজনৈতিক ভাৱে সচেতন ব্যক্তি কেইজনক এই সম্পৰ্কে চিন্তা-চৰ্চা কৰিবলৈ অনুৰোধ জনালোঁ।
@kulnilu
@kulnilu Жыл бұрын
Aap Lage Axomot
@nityanandamahanta1849
@nityanandamahanta1849 Жыл бұрын
😂লাজ লাগে এইয়ে আমাৰ জন প্ৰতিনিধি 😂😂😂😂😂
@masterartist3916
@masterartist3916 Жыл бұрын
Aibor media aru politician bore nijor family' thik kotok..pisot raijor kam kotibo😅😊
@popingogoi2605
@popingogoi2605 Жыл бұрын
পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ চাই আমি ভোত দিয়া নাই। আমি সৰ্বানন্দ সোনোৱালক চাই ভোত দিচু। মন গলে আপোনালোকক ৰাইজে ৰজাও বনাব পাৰে প্ৰজাও বনাব পাৰে।
@nirugogoi4576
@nirugogoi4576 6 ай бұрын
মাৰ্ঘেৰিটা ই কাজিয়া লাগিম বুলি যায়
@funnyindia7054
@funnyindia7054 Жыл бұрын
বিশীষ্ট মধ্যভোগী 🤣🤣🤣🤣
@anilsundarbhallagisedas
@anilsundarbhallagisedas Жыл бұрын
নিতুমণি শইকিয়া ডাঙৰিয়া আপুনি অনুস্থানটো কন্ত্ৰল কৰক।
@papumonikakati9421
@papumonikakati9421 Жыл бұрын
nitu da is good
@kabitasaikia380
@kabitasaikia380 Жыл бұрын
কবলৈ তো সুবিধা দিয়ক পবিত্র মহোদয় ডাঙৰীয়া
@RohiniKonwar-r2l
@RohiniKonwar-r2l 5 күн бұрын
Dutai nilaz .karan ahomar secrecy leack karise.
@bishnuabhay350
@bishnuabhay350 Жыл бұрын
Iman beya behaviour kio.....apuni.....kioo...aitu homorthon korise....apuni sage....bhal manuh nohoii amar karone....bhag kori amar khilonjiyar astito naikiya koribo bisarise ......thik koise to akhile.....
@cyber9345
@cyber9345 Жыл бұрын
Pabitra margarita r politics t kiman din hoisa moi njnu but ata kotha kou apunaluka axomia manuhor vote loi axom khn sas nkribo kotha haituwai
@ferozali5414
@ferozali5414 Жыл бұрын
এই বিলাক টকছও পাতিব নালাগে বহু ‌মানুহৰ‌ খং উঠে বেলেগ অনুস্থান পাটক মোৰ সকলো নিউজ চেনেলৰ প্ৰতি মোৰ অনুৰোধ কাৰবাৰ লাভা লাভ হয় আৰু বেনাৰত আহে।
@dibyababu1696
@dibyababu1696 Жыл бұрын
Please upload the complete show. I'm very excited to see the show.
@ranjitdas6507
@ranjitdas6507 Жыл бұрын
Atiya kon dikhe okhomor vobishyot...kuno ata dolor kuno ajon neta montrie janotar cinta nakare...kenekoi nijor gadikhon bosay rakhibo pari tar he cinta kore....atiya proti Jon okhom bakhi loi mor atay onurodh....aami sojag hobor hol....nijor sarthor kotha navabi kenekoi aami swadhin hoi jiyai thakibo paru tar kotha he vabibo lagibo....
@kartikchungkrang93
@kartikchungkrang93 10 ай бұрын
W
@pabankalita4473
@pabankalita4473 10 ай бұрын
এতিয়া প্রবিএ বোলাজনে প্রতিদিন টাইমৰ কমেন বোৰ চালে গম পাৱ যে ৰাইজ আজি কাৰ পক্ষত
@lasa953
@lasa953 Жыл бұрын
Attention pratidin times comments sauk apobitra magheritak ghinare uposai dise
@raydorius6786
@raydorius6786 Жыл бұрын
Meaningless debate.... You all are funny people.
@dubbingvideodk2540
@dubbingvideodk2540 10 ай бұрын
akhil dai duxiyar kotha vabe moi akhil dak bohot vall pau ane ji koi kouk
@masterartist3916
@masterartist3916 Жыл бұрын
Assames media Assames politician all r same Raijok bhiluwa kotha😮😅
@sayednozibullah1094
@sayednozibullah1094 Жыл бұрын
Kon kiman panir mas asamar manuhe jane,
@minakshisaikia2672
@minakshisaikia2672 Жыл бұрын
Talk sawt nohoi parliament dekhuabo Lage ane vasan
@guwahati95
@guwahati95 Жыл бұрын
Mira baideo eku nokole .beya lagil😮😮
@kunjakalita4712
@kunjakalita4712 Жыл бұрын
Shem shem apuni both
@tastethebest3026
@tastethebest3026 Жыл бұрын
maksudr hoi okhlgogoi elation ahi asa tar aku bi o
@mintudas8402
@mintudas8402 Жыл бұрын
Prabita Nohoi Aprabita Margherita
@santanucaroh1234
@santanucaroh1234 Жыл бұрын
অসমখন বেছিলে আৰু 😂😅😢
@pratuldas6125
@pratuldas6125 Жыл бұрын
No need utter. We know who is right. We know who works for public & who is selfish. Only once, stand in an Election as an Independent Candidate in a constituency assembly or create a new Political Party (no support by any existing political party) by which stand in a constituency as a candidate, then it proves who is actually greater than other. It proves who says true or who tells a lie.
@monjyotinath6891
@monjyotinath6891 Жыл бұрын
Akhil uddin ahmed khan Hussain we love you
@jayantarajkhowa4863
@jayantarajkhowa4863 Жыл бұрын
Assam khon atia karubar bapekor
@dhruba92
@dhruba92 Жыл бұрын
Ulongo nijok bosai koribo ne really koribo
@harikantagogoi2607
@harikantagogoi2607 Жыл бұрын
Sobei gom pai kune shamsha kari kari din kotaise....... Aajiloike Jot nijar desh rr hoke maat matiba laage ,,, Taat to amar axomor Sansod, aru netakeitai bench rr talat moor gooji thake....aaji soon talk show tt bor bor maat hoona palu.... Akhil Gogoi ye talk show tt ei nahoi Nijar odhikaar aru axomor karane akalei jooj di aahise....aru heia hakalu ye dekhise..... Tel maalish kariei aajikali sarkar rr Dangar neta haba pare kintu....ei to eta kola buliei kaba lagiba
@uttambhuyan6635
@uttambhuyan6635 Жыл бұрын
কংগ্ৰেছৰ চৰকাৰৰ সময়ত যেতিয়া অসমত তৰুণ গগৈ দেৱ মুখ্য মন্ত্ৰী আছিল ( তেতিয়া কংগ্ৰেছ কোন দুজন মন্ত্ৰী য়ে ( বিজেপি দলৰ তিনি জন (বিধায়কক (ৰাজ্য সভাৰ সংসদ ভোট দিবলৈ ( গাড়ীত উঠাই নিছিল (দালালি কৰি মনত পেলাওক) কোন দুজন কংগ্ৰেছ মন্ত্ৰী আছিল ( সেই কেই জনেই ( গুপ্ত দালাল (
@swmkhwrboro7853
@swmkhwrboro7853 Жыл бұрын
Pabitra km ny
@dipankarhandique1209
@dipankarhandique1209 Жыл бұрын
Natok banua manuhe rajniti ki janiba
@vlogwithme6623
@vlogwithme6623 Жыл бұрын
Pabitra dare ajone ane abhodra katha kua dekhi teur saritra sini palu
@papumonikakati9421
@papumonikakati9421 Жыл бұрын
Akhil goigoi is good
@boruahakash8237
@boruahakash8237 7 күн бұрын
Pabitra Margherita eta Koila Mafia, Sob Koila Syndicat solai ase
@rupambordoloi2782
@rupambordoloi2782 Жыл бұрын
Gayatri mahanta husband buli hein janu
@Xyzxyzxyzxy795
@Xyzxyzxyzxy795 Жыл бұрын
Bag ok dekhilea kukurea vukhei
@ratulbora7701
@ratulbora7701 Жыл бұрын
He power ki talk show
@daspiglets1866
@daspiglets1866 Жыл бұрын
কথা বিলাক বাহিৰৰ পৰা শুনিব ভাল।ওচৰৰ পৰা ফফ ফৌ🤣🤣সকলো এটা ঘাটতে পানী খায়।বুৰবক হৈ আছে মাত্ৰ সাধাৰন ৰাইজ।যিদিনা সকলো গম পাব মানুহে।সইদিনা মূখা পিন্ধা মানুহৰ ভাত মৰিব🤣🤣🤣কিন্তু অসমৰ মানুহ বুজিব time লাগিব
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 170 #shorts
00:27
THEY WANTED TO TAKE ALL HIS GOODIES 🍫🥤🍟😂
00:17
OKUNJATA
Рет қаралды 16 МЛН
atanu bhuyan"s  video
7:19
atanubhuyan"s news video
Рет қаралды 56 М.
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 170 #shorts
00:27