মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ জানিলে ক’লা বজাৰত গঁড়ৰ খৰ্গৰ দাম কিমান?

  Рет қаралды 82,951

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ জানিলে ক’লা বজাৰত গঁড়ৰ খৰ্গৰ দাম কিমান? মুখ্যমন্ত্ৰীয়ে জানে কংগ্ৰেছৰ দিনত হত্যা কৰা গঁড়ৰ খৰ্গৰ টকাবোৰ ক’লৈ গৈছে? চাৰি মাহ পূৰ্বে ৰকিবুল হুছেইনে কোৱা কথাবোৰ সঁচা নেকি?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 154
@ranjitgowsami7891
@ranjitgowsami7891 Ай бұрын
50/50 হৈছিল নেকি? মামা o আপুনি CM হোৱাত কৈ দালাল হব লাগিছিল
@tamjidahmed5119
@tamjidahmed5119 Ай бұрын
right
@usm87ii
@usm87ii Ай бұрын
Right
@BishwajitDewri-n6t
@BishwajitDewri-n6t Ай бұрын
মামাই এইবোৰ সকলো জানে নিজে বিক্ৰী কৰি টকা উপাৰ্জন কৰিছিল
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Tohatok o seybor takare suta combol dise de .Mane bhikhyarik o dan disele😂
@AbulHussain-dl6og
@AbulHussain-dl6og Ай бұрын
Hmm...asol bepari kunba...🤑🤑🤑
@debangamoran7459
@debangamoran7459 Ай бұрын
​@@gunajitsarma55791500 nki
@reenugogoi3853
@reenugogoi3853 Ай бұрын
yes,
@ArunataidDoley
@ArunataidDoley Ай бұрын
মূখ্যমন্ত্ৰী চাৰে গঁড়ৰ খৰ্গৰ বেপাৰী আছিল চাগে
@HanifAli-r5b
@HanifAli-r5b Ай бұрын
Hsaeymokkumnticraccrpepariasilnanujuadibeparnasilkenekoijaenatacratcctmollakimannisyhnmaymokkumontijanehehmyrcracrarhkolposateorpketathumoysehekarneteohmanhmmotirmalikhbparisenhelnoanekicbrareneteorpnttinamrhmpitirajcyacenekoidibunijrhmpihelcunudidnkeyaoaxanecbprahkkumnhletn❤ 5:04
@kankonbiswas695
@kankonbiswas695 Ай бұрын
Aasol bepari ulay poril mmmmmm
@pratimasarma1737
@pratimasarma1737 Ай бұрын
চাগে নহয় তেওঁ গঁড়ৰ খৰ্গ বেপাৰী বণিয়া।
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l Ай бұрын
মূখ্য মন্ত্রী জনপ্রিয়তা কমি যোৱাৰ কাৰণে আবুল তাবুল বকিছে।২৬ ত যে মূখ্য মন্ত্রী হৈ নাথাকিব সেই কথা গম পাইছে।
@HanifAli-r5b
@HanifAli-r5b Ай бұрын
Mokkamondihemanantubissamacrhttaartsycatiyarmanniymokkamntiaseajirmokkumntirctadcubuyajayajaajndurnrmokksmuntiamacaencuyamokamunattinalaceamaclacehurbandnuhunoyalrdreajnmokkumuntiahrbaeblaceaneduronnumokkuumntiahmrcarnebuhptebyatrohindumojlimcuriarsslcbubutbalhabkojieskintuamarhrbannhunoyalaeneasrlcbutbalkintuardbartiymoanckonudienbesyanabayaruaejmokkumntiehmannobissaymabartiymoslmacenyapateoajrajammoroddihbcenekieteajnmadacolamano 5:04
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Bjp sarkar hobale ji khine vote lage seykhine vote asse a xo tohate vote nideleo sarkar hb
@debangamoran7459
@debangamoran7459 Ай бұрын
​@@gunajitsarma55791500 tokiyaa mokkel...
@dipkamaldeka9696
@dipkamaldeka9696 Ай бұрын
আনৰ পিছফাল ছোৱাৰ আগতে নিজৰ পিছফালটো ছোৱাটোত মন দিয়ক মামাই। দিন বেয়া চলিছে। অলাগতীয়াল কথাত লাগি থকাতকৈ কৰ্মত মন দিলে ভাল। সত্যম শীৱম সুন্দৰম।
@AmarjitBoro-vi8uj
@AmarjitBoro-vi8uj Ай бұрын
Sinta koribo nalage mamai toka khompoti kamai ase😅
@SurojitDoley-f2z
@SurojitDoley-f2z Ай бұрын
এক নম্বৰত আছে হিমন্থ।
@pranjal1393
@pranjal1393 Ай бұрын
লিখি ৰাখক ই অসমবাসীক পাঁচ পইছা এটা দি নেযায়।
@Homelander2yo
@Homelander2yo Ай бұрын
😂😂😂di jabo 😂😂 tar tiri r nam kimn sarkari mati loisi hisab ni .....😂😂
@asomiaasom6008
@asomiaasom6008 Ай бұрын
গড় হত্যাৰ মুল নায়ক হিমন্ত বিশ্ব শৰ্মা বুজিবলৈ বাকী নাই অসমবাসীৰ ।গড় হত্যাকাৰী ,দুৰ্নীতি কেলেংকাৰী চিণ্ডিগেটৰ নায়ক গাদ্দাৰ জাতিদ্ৰোহী হিমন্ত মানুহৰ বিচাৰত ৰেহাই পালৃও ঈশ্বৰৰ বিচাৰত ৰক্ষা নাপাব সপৰিয়ালে ফল ভোগ কৰিব ।ঔঁ🙏
@bijoydeka9134
@bijoydeka9134 Ай бұрын
Puk lagibo.
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Congress soti sabitrir dol.dhuwa tulokhir pat . Bangladeshir vote loi Congress a sarkar koribo nuware .Indian vote kiman asse Congress dolar logat
@debangamoran7459
@debangamoran7459 Ай бұрын
​@@gunajitsarma55791500 bade aku nupuaa lav nai mumaai pokor seleki
@asomiaasom6008
@asomiaasom6008 Ай бұрын
@@gunajitsarma5579 বিজেপি দলৰ প্ৰসাৰ হোৱা কিমান দিন হল ?এতিয়াৰ বিজেপি চৰকাৰৰ হিমন্ত পিযুষ জয়ন্ত আদি মন্ত্ৰী কেইটা দেখোন কংগ্ৰেছৰে মন্ত্ৰী আছিল কংগ্ৰেছত াকোতে বাংলাদেশী আছিল এতিয়া বিজেপি হৈ বাংলাদেশীৰ পৰা ভাৰতীয় হল হয়নে ?
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
খৰ্গৰ লগত এই জনৰ কিবা লেটি পেটি আছে বাবে নজনাটো একো ডাঙৰ কথা নহয়।কংগ্ৰেছৰ দিনত এইজনেই মন্ত্ৰী হৈ এনে'কাণ্ড চলাইছিল!ৰাইজক বুজাব নালাগে যে আচলতে চোৰ কোন?ো
@nekibuzzaman5195
@nekibuzzaman5195 29 күн бұрын
Himanta Sarmah ajon Bikhyat sor nijei dhora dise . Eman dhan sampati ki koribo.Teo moron je hobo bhabi pora nai jen lage.
@SimilarAhmed
@SimilarAhmed Ай бұрын
মামা আপোনাৰ চকুৰ গুৰিত কলা,কলা হৈছে আপোনাৰ বিপদ আহিআছে।
@MadanRay-rg6tm
@MadanRay-rg6tm Ай бұрын
Ai bilak himantore Kam sob
@dharmaphukon3166
@dharmaphukon3166 Ай бұрын
মামা জড়িত আছিল।
@commenti5459
@commenti5459 Ай бұрын
আচলি বোৰ বিকি নকলি কিছুমান জ্বলাই দিয়া নাইটো
@tamjidahmed5119
@tamjidahmed5119 Ай бұрын
Thik dhorise
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
"উয়ল" কৰি দি যাম, -- কিন্তু কত যাব মূখ্য মন্ত্ৰী ডাঙৰীয়া ? ৰিনিকি ভূঞাৰ অসম বা ভাৰতত থকা ৭/৮ হাজাৰ কুটি টকাৰ সম্পত্তিতকৈ বহু গুণ বেছি সম্পত্তি ভাৰতৰ বাহিৰতো আছে নেকি ? তালৈকে গুচি যাম বুলি ভাবিছে ?
@user-cy8lv7es5m
@user-cy8lv7es5m Ай бұрын
গড়ৰ খৰগৰ দাম জানিবলৈ হলে বেপাৰৰ অভিজ্ঞতা থাকিব লাগিব!
@TarunChDeka-cb4go
@TarunChDeka-cb4go Ай бұрын
সেই সময়ত এজনে বন মন্ত্ৰী এজন শিক্ষা ও স্বাস্থ্য মন্ত্ৰী ও দুয়ো বন্ধু একেলগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোটেল ব্যবসায়, আমাৰ ওচৰৰ হাতী তাত ভাড়াত দিছিলে,টকাক লৈ মনোমালিন্য হ'ল যেন,কাক কম ককা, কথাবোৰ ৰাইজে জানে সঁচা
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu Ай бұрын
2026 t amar CM গৌৰৱ গগৈ।
@KulenGogoi
@KulenGogoi Ай бұрын
মোৰ কণিগুটীটো
@Rana-hg8hg
@Rana-hg8hg Ай бұрын
কাজিৰঙাৰ গড়ৰ খৰ্গ সমূহ পুৰি ছাই কৰিছিল নে বাহৰ মূঢা কেইটা মান জ্বলাই কোটি টকাকৈ বিক্রি কৰিছিল নেকি, লগতে গড়ৰ খৰ্গ সমূহৰ ছাইৰ দ্বাৰা এটা প্ৰতিমূৰ্তি তৈয়াৰ কৰিব কৈছিল, সেই প্ৰতিমূৰ্তি কত বৰ্তমান
@mrigankaborthakur615
@mrigankaborthakur615 Ай бұрын
Akdom hosa kotha
@tamjidahmed5119
@tamjidahmed5119 Ай бұрын
Misoliyak kiba sudhile khosatw kobo neki? Worldor vitorot No.1 misoliya Himanta biswa
@ajkalita5912
@ajkalita5912 Ай бұрын
চৰাই মৰে ৰৈ, মানুহ মৰে কৈ
@sharifuddinahmed2568
@sharifuddinahmed2568 Ай бұрын
এওৰ নামত এই বিষয়ে কেছ কৰি থব লাগে।
@dreamboy3740
@dreamboy3740 Ай бұрын
মামা তুমি কামটো মিলা মিলি কৈ কৰিলা ।মানে ৫০/৫০
@gh12138.
@gh12138. Ай бұрын
Corrupt mama😢😢😢😢
@dipagogoi2172
@dipagogoi2172 Ай бұрын
এক নম্বৰ চোৰ মূখ্যমন্ত্ৰী নিজে হয়
@entertainmentandexercies415
@entertainmentandexercies415 Ай бұрын
প্রদিদিন টাইমছৰ এক সাৎখ্যাত কাৰত তেওঁৱেই কৈছিল দেখোন প্রয়াত গগৈ তেওঁৰ পৃতি বুলি।লগতে তেওঁ বনমন্ত্রীৰ ভাল ঘনিষ্ট বন্ধু।সকলো কেলেংকাৰী কথা যেতিয়া অসমৰ লগতে ভাৰত বা সমগ্ৰ বিশ্বতে বু-বু বা-বা চলিল তেতিয়াই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিল।ছাত্র অৱস্থাতেই ৯২ লাখতকৈ অধিক টকা থকা অতি চতুৰ ল'ৰা হে।
@nbgamer5883
@nbgamer5883 Ай бұрын
অকল গড়ৰৰ টকাই স্বায়ত্ব পৰিষদৰ টকা লোটে
@pratapmedhi8161
@pratapmedhi8161 25 күн бұрын
কংগ্ৰেছৰ দিনত কেচি চি লোন ৰেহাই দিছিল বস্তৰ দাম কম আছিল
@Garrison923
@Garrison923 Ай бұрын
26 t cm change koribh lgh
@mintukhan4601
@mintukhan4601 Ай бұрын
Good news
@Jun_Photography
@Jun_Photography Ай бұрын
mama sob jana mama jui
@JagatGohain
@JagatGohain Ай бұрын
Tomi kot asila tetiya
@JINNATALI-u9k
@JINNATALI-u9k Ай бұрын
এবাৰ শ্বেইখ হাছিনাৰ অৱস্থালৈ লৈ যাব যেন লাগিছে,,দেশ,,
@gouranga9471
@gouranga9471 Ай бұрын
ৰাইজ য়াত কাউৰী ৰ দৰে বাকী লাভ নাই কাৰণে election আহিলে আপোনালোকে ভোট দি আৰু জিকাবো ৰাইজ সচেতন হক,
@iloveassam257
@iloveassam257 Ай бұрын
Rocky কি মাল হয় নগাঁওৰ local manuhe ভালকৈ জানে
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
নিজৰ গাত নিজেই কচু হানি লোৱা নিচিনা হল। জনসাধাৰণক আৰু কিমান মিছা কথা কয় ৰাজ্য শাসন কৰিব মুখ্যমন্ত্ৰী মহাশয়।
@pranabdas7121
@pranabdas7121 29 күн бұрын
কংগ্ৰেছৰ চৰকাৰ দিনত সকলোৱে বেয়া কাম কৰিছিল ,
@diptidas9583
@diptidas9583 Ай бұрын
আপুনি কি সেই সময়ত আলু‌ চাফা কৰি আছিল।
@jitulchetia2946
@jitulchetia2946 Ай бұрын
এওঁ ও কম নহয়? সাপে হে সাপৰ ঠেং দেখে ।
@kalpanadeka6201
@kalpanadeka6201 Ай бұрын
নাপাই দেই গড় হত্যা | এদিন জ্বলাই দিয়া দেখিছো নিউজ ত |
@pinkisarmah8400
@pinkisarmah8400 Ай бұрын
Tiruta eojoni sompoti raijor ?????
@ruhitdihingia8210
@ruhitdihingia8210 Ай бұрын
জ্বলাই দিয়াৰ পিছত আক ই কেনেধৰণৰ প্ৰশ্ন অৱতাৰণাৰ অৱকাশ??? চান কাঢ়িছিল জোখৰ খিনি??? প্ৰসঙ্গৰ ট্টেক ৰ ভিতৰৰ logicৰ মতে।
@bishnuramrabha4714
@bishnuramrabha4714 Ай бұрын
Chiam Himanto Politics ari Buisness Koribo Laage.
@northeastvlogsaxom9250
@northeastvlogsaxom9250 Ай бұрын
Mama ko sob malum hai One Man Army mama🎉
@tamjidahmed5119
@tamjidahmed5119 Ай бұрын
উপায় হেৰুৱালে নিজে জুইত পৰে। তাৰ পিছত?
@manojtalukdar6647
@manojtalukdar6647 Ай бұрын
নলেগলে লগা বন্ধু 👺👹 গতিকে বহু কামৰ সংগী আছিল সকলোৰে জ্ঞাত @ ২০-২২ বছৰ কংগ্ৰেছত আছিল আৰু ১৩ বছৰ মান অতিকৈ মহা প্ৰভাৱশালী মন্ত্ৰী আছিল গতিকে কংগ্ৰেছৰ দিনত হোৱা সকলো অপকৰ্ম সিংহ ভাগ কালৈ যাব নিশ্চয় ->> 👺⁉️⁉️⁉️⁉️💯💯💯💯
@JayantaChoudhury-x6l
@JayantaChoudhury-x6l Ай бұрын
Baze Katha billa k sunibar Essaya. Naii Mullya. Bridhi rodh karak
@ranjitmoran9696
@ranjitmoran9696 Ай бұрын
গড়ৰ খৰ্গ বোৰ জ্বলাই দিয়া কথাটো বহুত আচৰিত লাগিছিল। আচলি নকলি কথাটো বহুতৰ মনত আহিছিল।
@arabindadewri8768
@arabindadewri8768 Ай бұрын
মামাই বেছিচে চাগে
@mainulhaque1998
@mainulhaque1998 Ай бұрын
Rhino farming korok CM sir.profite pabo.
@bhabendoley6151
@bhabendoley6151 Ай бұрын
যদিহে ইমানে মূল্যবান, মুখ্য মন্ত্ৰীযে কিয় জলালে,গড়ৰ খড়গ।নাই নকলি খড়গ জ্বলাই দেখালে নেকি ৰাইজক। আচলি খড়গ চুৰ কৰি বিক্ৰী হল যেন সন্দেহ।ৰাইজক মূৰ্খ সজালে। ছি: ছি: গিনো না।
@ramnathborah7356
@ramnathborah7356 Ай бұрын
টকা লৈ বাপু উধাউ হল কি পাবা
@pranabgogoi6283
@pranabgogoi6283 Ай бұрын
Apuni koisil akou !
@bimalboruah9507
@bimalboruah9507 Ай бұрын
Hemanta Biswa Sarmah dekhun aagote Congress ore leader aasil .
@SavagemodeON973
@SavagemodeON973 Ай бұрын
২০২৬ত ইয়াক অসম বাসীয়ে হৰুৱাই নিদিলে ,ই অসমৰ মানুহক পাগল কৰি দিব ।
@anupamhazarika22
@anupamhazarika22 Ай бұрын
সেইবোৰ সকলোৱে জনে, চোৰাং চিকাৰী বোৰে পুলিচৰ পিটনত কৈয়ে থাকে, হে হে
@ndas9029
@ndas9029 Ай бұрын
Maha Amrit Kalat Mulya bridhir alosana karak
@imtiyazhussain3360
@imtiyazhussain3360 Ай бұрын
Mama tumi jana😂
@ashoksharkar1346
@ashoksharkar1346 Ай бұрын
Mama eta puwa jabo neki
@prasannadas1321
@prasannadas1321 Ай бұрын
Rakesh pal kar manuh
@MitaleeBorgohaingogoi
@MitaleeBorgohaingogoi Ай бұрын
Cm jonor actually hoisa ki kio Abul tabul bokisa
@AnilDutta-l5s
@AnilDutta-l5s Ай бұрын
CM,s meaning les comments
@HirakDas-q7t
@HirakDas-q7t Ай бұрын
mama r tupnoi naha hoise
@anjaligogoi1327
@anjaligogoi1327 Ай бұрын
@NivaManiDas-v4f
@NivaManiDas-v4f Ай бұрын
Sure he sure theng daxe
@pradipchetua3898
@pradipchetua3898 Ай бұрын
কাজিৰঙা খগ জুলাই দিয়া কাহিনীটোত উল্লেখ হ'ব পাৰে।
@Jakirhussain-ig9ke
@Jakirhussain-ig9ke Ай бұрын
Frot himanta
@mdikramali9381
@mdikramali9381 Ай бұрын
আপুনিও আছে
@user-rs6jm9mz3j
@user-rs6jm9mz3j Ай бұрын
Tar mane rokibulor bag ase aji kio kole rokibul mia
@nripenborgohain201
@nripenborgohain201 Ай бұрын
কংগ্ৰেছৰ দিনত হিমন্ত শমা’দেৱে নিজেই শিক্ষামন্ত্ৰী বাদেও আল আন দপ্তৰৰ বিভাগতো দায়িত্বত আছিল - গতিকেই ৰাইজৰ আগত স্বীকাৰ কৰাত বিচাৰো হ’ব লাগে ৷
@rahmaniyapharma
@rahmaniyapharma Ай бұрын
তুমি জানো ভাগ খোৱা নাছিল।তেতিয়া কৰিছিল তেতিয়া কোৱা নাছিল
@jeetclasses7519
@jeetclasses7519 Ай бұрын
Intelligence tekhetor logot ..kio najnbo. Utilise korba janle rhino nomre.
@yeaminurrahman3764
@yeaminurrahman3764 Ай бұрын
Himanta hataw Assam bachao
@emanali4528
@emanali4528 Ай бұрын
Hapehe hapor deng dekha pai
@rajassam1822
@rajassam1822 Ай бұрын
Congress-r dinot Himanta Bishwa Sarma dangoriya o ajan cabinet minister nasil janu ?
@nujrulali8395
@nujrulali8395 Ай бұрын
Aitia BJP Sarkar Gar Hoita Haisene Karon Gar Hoita BJP kore Congresse Nokore
@JunAliKumarAshique
@JunAliKumarAshique Ай бұрын
Goror khorgo bikri korota sorkarot apunio asil mama
@assa516
@assa516 Ай бұрын
আমি কিহৰ জাতীয় চেতনাৰ অসমীয়া হে,হিমন্তই যেতিয়া অসমীয়া জাতীয় প্ৰতীক গড়ৰ খৰ্গ সমুহ ৰাহহুৱাকৈ জ্বলাই দিছিল তেতিয়া কিয় কোনেও বাধা নিদিলে??কিয় কাৰো প্ৰশ্ন কৰিবৰ সাহ নহ’ল যে,জ্বলাই দিয়া খৰ্গ সমুহ আছল নে নকল??নে প্ৰকৃত গড়ৰ খৰ্গ সমুহ চাইড কৰি অসমীয়াক বুৰ্বক সজায় কেবল হিৰো হোৱাৰ বাৱে এনে কাণ্ড কৰিছিল??অসমীয়াৰ সম্পত্তি সমুহৰ ওপৰত অধিকাৰ কেৱল তেওৰ হে নেকি??যি মন তাকে কৰিব
@JOHN_T123
@JOHN_T123 Ай бұрын
Bepari hobo lagibo tetiyahe gom pai khorgor dam
@tamipachung2196
@tamipachung2196 Ай бұрын
Apuni tetia
@HimangshuBorah-l5y
@HimangshuBorah-l5y Ай бұрын
Asolote bjp r bikalplo nai ahile moi vote dim Kintu worst congress k vote nidiu...
@mainulhaque1998
@mainulhaque1998 Ай бұрын
Besh manuahe Jane .
@balenlahkar86
@balenlahkar86 Ай бұрын
Apuni to sorkarot asel kio koba nasil
@gunajitsarma5579
@gunajitsarma5579 Ай бұрын
Ji a nohak atia rhino hotya huwa nai ,atia mp hoise ako apotti nai but rhino hotya hb nalage
@MoinulHoque-um5gd
@MoinulHoque-um5gd Ай бұрын
mama আপোনাৰ vabhisat চিন্তা কৰক কৰোঁ দোষ দি লাভ নাই
@BjpHatao
@BjpHatao Ай бұрын
ইয়াক কেলা মূখ্যমন্ত্ৰী পতা কেইটাও মূৰ্খ
@user-lg1ft9oq8l
@user-lg1ft9oq8l Ай бұрын
চিৰিয়াখানা জীৱ জন্তু ত ত পোৱা নাই
@rajibsut5952
@rajibsut5952 Ай бұрын
Miya
@nujrulali8395
@nujrulali8395 Ай бұрын
HBS Nijei Aigila Kam Korisil Kheikarone Jane Khargor Dam
@BirenBharali-v6v
@BirenBharali-v6v Ай бұрын
Cm e vom bokese
@rajibchamua8490
@rajibchamua8490 Ай бұрын
এই দুই টাই গড় বেছিচিল তৰুন গগৈ দিনত এতিয়া হে আমি গম পালো।
@akhilhaloi5310
@akhilhaloi5310 Ай бұрын
Saibor apini kb nlaga si smayat apunio congresst a asil si2 sokolowa jana
@manojpegu4065
@manojpegu4065 Ай бұрын
এজন মুখ্যমন্ত্ৰীয়ে নাজানে কোনে জানিব , তেখেতে তথ্য ভিত্তিত কথা কৈও।
@AtowarRahman-m8h
@AtowarRahman-m8h Ай бұрын
Tomar logon 50-50 asal
@narayangogoi291
@narayangogoi291 Ай бұрын
Nijei kongesot.thkute gor bepari.acil.j.
@rudrakolita1873
@rudrakolita1873 29 күн бұрын
Kaknu buliba koka ?? Hokulure dari suli poka...longka loi jiyei jaai he ei Ravon hoi
@bijoydeka9134
@bijoydeka9134 Ай бұрын
Hei karone sarkari hichabot thoka Kaziranga r duplicate khorgo bor jolai disil
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs Ай бұрын
Kham nai hemanto
@MainaMMMB
@MainaMMMB Ай бұрын
Cm tor achil hey taymat
@MWorld134
@MWorld134 Ай бұрын
Nije bikri kori nije nijor tokar pahar gorise aru hudhe koloi gol 😂 ki Nilaj Himanta
@PikuPikuhazarika
@PikuPikuhazarika Ай бұрын
Kunu kom nohoi o axomiya atya sarthopor roja din nai jaty hekh
@chandanbasusri2246
@chandanbasusri2246 Ай бұрын
cm sokikhon 26 jabo😂
@salmanAli-oe7iw
@salmanAli-oe7iw Ай бұрын
Emn dami bostu bor kio jolai disil
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 123 МЛН
Brawl Stars Edit😈📕
00:15
Kan Andrey
Рет қаралды 43 МЛН
отомстил?
00:56
История одного вокалиста
Рет қаралды 4,8 МЛН
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 123 МЛН