বোৱাৰীয়ে পিন্ধিব নোৱাৰিব চুৰিদাৰ৷ ছিপাঝাৰত তালিবানী শাসন!

  Рет қаралды 248,087

NB News

NB News

Күн бұрын

Пікірлер: 706
@bidyutkakati6724
@bidyutkakati6724 Ай бұрын
ঢুৰিদাৰ পিন্ধিলে শৰীৰৰ টো গোটেই ধাকি ৰাখে । আৰু কিছুমান মাইকী মেখেলা চাদৰ পিন্ধিলে শৰীৰৰ প্ৰায় ভাগ অংশ দেখুৱাই পিন্ধে , এনেকুৱা কৈ মেখেলা চাদৰ পিন্ধাতকৈ নিপিন্ধাই ভাল । আৰু কিছু মান মহিলাই ঘৰৰ কামৰ বাদেও বাহিৰৰ বাহিৰৰ কামো কৰিবলগীয়া হয় । সেয়েহে খৰধৰ কৰি কামত যাব লাগিলে চুৰিদাৰ যোৰ পিন্ধি যাবলৈ বহুত সহজ হয় । কিন্তু মেখেলা চাদৰ পিন্ধিবলৈ সময় লাগে ।
@Diptisagar122
@Diptisagar122 20 күн бұрын
Eyh bilak kuntu jugar manuh hoi, suridar pindhile ki beleg mota korible jai nki, ji goraki pindhi mota dhorile taik dhori ani fhasi di diok. Mekhela sadar ba saree emergency pindhi bole problem so churidar tu pindhile besi comfortable hoi ,,
@Diptisagar122
@Diptisagar122 20 күн бұрын
Right❤
@lakhyashreedas2880
@lakhyashreedas2880 17 күн бұрын
Dheiiii
@prasantagoswami1477
@prasantagoswami1477 28 күн бұрын
ৰাইজ বোলা বস্তুটো danger/ বিষাক্ত.। একো কাম নাই গোটেই পৃথিবীত। ৰাইজে খুৱাবই নে পিন্ধাব। এনেয়ে জুলুম কৰিবলৈকে ৰাইজ। মানুহক বাধ্য কৰাবলৈ কাৰো অধিকাৰ নাই। সকলোৱে নিজে নিজৰ কাৰণে কৰিছে খাইছে। কোনো কাৰো দূ:খৰ কাৰণ হ'ব নালাগে।
@gg_art-k8s
@gg_art-k8s Ай бұрын
কোন যুগৰ মানুহ হে এইবোৰ মাইকী মানুহ লং পেন পিন্ধি ফ্লাইট চলাই আছে আৰু তহতে এইবোৰত লাগি থকা
@madhuborah5779
@madhuborah5779 Ай бұрын
🤭🤭🤭🤭🤣🤣🤣
@MomyBorah-jk3rg
@MomyBorah-jk3rg Ай бұрын
Mota keitai dhuti pindhene
@madhuborah5779
@madhuborah5779 Ай бұрын
@@MomyBorah-jk3rgmotabure kio pindhibo.Maiki manuhok he thika di thoise prarompora dhori rakhibole🤣😁😁
@sahar-394
@sahar-394 Ай бұрын
​@@madhuborah5779 আকৌ পুৰুষ মহিলা 🤦‍♂️
@kamalapatar1465
@kamalapatar1465 Ай бұрын
@@gg_art-k8s মেখেলা চাদৰ পিন্ধি কি ফ্লাইট চলাব নোৱাৰে নেকি? মই নিজেও মেখেলা চাদৰ আৰু শাড়ী পিন্ধি স্কুটি চলাই যাও অফিচত। এইবোৰৰ এক বাহানা হে। মানুহে কৰিব নোৱাৰা একো কাম নাই। বেয়া নেপাব দেই। ধন্যবাদ 🙏
@junuhaloi3575
@junuhaloi3575 Ай бұрын
সুৰিদাৰ পিন্ধাটো একো অপৰাধ নহয়। তিৰোতাৰ স্বভাৱৰ ভাল হ'ব লাগে।
@prasantaborah8228
@prasantaborah8228 25 күн бұрын
Suwali buwari huwar pashat sadr mekhelai main
@user75677
@user75677 16 күн бұрын
আজিকালি ছোৱালী বোৰক নকওঁৱেই বোৱাৰী কিছুমানেও চুৰিদাৰ জোৰৰ লগত দুপাট্টাখন নলয় ইফালে খীন সকলটো বাদেই শকত ধেপেছি বোৰে নললে কেনেকুৱা দেখি বাৰু কওকচোন ?
@namitanath7898
@namitanath7898 Ай бұрын
সুৰিদাৰ ভাল হে পিন্ধিলে। মেখেলা চাদৰ পিন্ধিলে পেট ওলাই থাকে।
@ariyanhussain2126
@ariyanhussain2126 Ай бұрын
Right 👍
@sahar-394
@sahar-394 Ай бұрын
মানে হাগিব বহি মূখ খন মেলি নাকটো চেপি ধৰা। 😅
@KalpanaHindiVlogs
@KalpanaHindiVlogs Ай бұрын
হয়
@MaLexTIdE
@MaLexTIdE Ай бұрын
Right
@babulrabha-b2m
@babulrabha-b2m Ай бұрын
টিপ তপ কৈ পিন মাৰিলে ঘেন্তা উলায়
@babulchkalita7511
@babulchkalita7511 Ай бұрын
মেখেলা চাদৰ পিন্ধাকেইজনীক ঘৰত নাইটি কিয় লাগে?
@krishnadutta4592
@krishnadutta4592 Ай бұрын
falto. kotha. kotha
@krishnadutta4592
@krishnadutta4592 Ай бұрын
Tomar. ki. dorkar
@runjunboruah9492
@runjunboruah9492 Ай бұрын
Nighty ghorot pindhibo pari. Masbuli nakhai jiji buli khai
@bishwaraaj3233
@bishwaraaj3233 Ай бұрын
Sex korat val hoi je
@KalpanaHindiVlogs
@KalpanaHindiVlogs Ай бұрын
@@runjunboruah9492 right
@nilamsharma7390
@nilamsharma7390 Ай бұрын
মূৰ্খ সমাজৰ মূৰ্খ কথা 😅
@jamuguribuari2176
@jamuguribuari2176 Ай бұрын
Umm
@Mariyasminimoment
@Mariyasminimoment 11 күн бұрын
Right
@satisdas8746
@satisdas8746 27 күн бұрын
কি যে আচৰিত ঘটনা। তেনেকুৱা কোনো ধৰণৰ নিয়ম মানি চলা উচিত নহয়। কিয়নো মহিলাৰ ক্ষেত্ৰত এনে কৰিছে। কিন্তু পুৰুষৰ ক্ষেত্ৰত সাজ-পোছাক পিন্ধা কি নিয়ম কৰিছে। আইনৰ সহায় লওক সকলো ঠিক হ'ব।
@ayaanarhan395
@ayaanarhan395 Ай бұрын
চাদৰ মেখেলা পিন্ধা মাইকী কিছুমান মানুহো পলাই যাই।
@Qari_ajmol-fg9no
@Qari_ajmol-fg9no Ай бұрын
😂😂😂 hosa kotha kobo napai o 😂
@madhuborah5779
@madhuborah5779 Ай бұрын
@@Qari_ajmol-fg9no 🤣🤣🤣🤭
@lizabora5291
@lizabora5291 Ай бұрын
Hoi dei. Jar sovab bea hei goraki ji e nipindhak polai jaboi
@MOMILPACHUNG
@MOMILPACHUNG 22 күн бұрын
আধা পেত উলিয়াই মেখেলা চাদৰ পিন্ধা প্ৰায় বোৱাৰীবোৰে পলাই যায়।
@KabitaMedopin
@KabitaMedopin Ай бұрын
পিছ পৰা মানুহৰ পিছ পৰা কথা
@Nipamehi
@Nipamehi Ай бұрын
😅
@PompiSharma-dk4nn
@PompiSharma-dk4nn Ай бұрын
🙏🙏🙏🤣
@jonadas3826
@jonadas3826 26 күн бұрын
Hoi teuloke nije o agbarhi njai belegoko agbarhibo nidiye
@chandanahazarika9684
@chandanahazarika9684 26 күн бұрын
Thik koise
@BhanitaDas-m9j
@BhanitaDas-m9j Ай бұрын
এইবোৰে জলিছে সেইবাবে এইবোৰ নাটক কৰিছে।কৰ্মত আগবাঢ়িযোৱা বাবে জলিছে যেন লাগিছে। মহিলাই মহিলাৰ শত্ৰু ।কাৰণ শাৰী মেখেলা ছাদৰ পিন্ধা মহিলাবোৰেওঁ তো আনৰ সুখৰ সংসাৰ বোৰ ভাগি নিযে সুখী হৈ পৰ পুৰুষৰ লগত পলাই গৈ সংসাৰ ভগা দেখিছো ।আপোনালোকে এইতুকথাত লাগক যে যিবোৰ মহিলাই নিজৰ পুৰুষ জন থকাৰ পিছত যদি আনৰ পৰুষৰ লগত অবৈধ প্ৰেমৰ সম্পৰ্ক ৰাখে বা নিজৰ পত্নী আৰু সন্তানৰ সৈতে সংসাৰখন সুখেৰে চলি থকাৰ পিছত আনৰ মাইকীৰ লগত প্ৰেমৰ সৰ্মক ৰাখি দুইখন ঘৰ ধংস কৰিব বিছাৰে সেইবোৰক লগে লগে হাত ভৰি ভাগি ৰাইজে এঘৰীয়া কৰি দুইজনকে ঘৰৰ পৰা উলিয়াই গাওঁত কেতিয়াওঁ ভৰি থব নোৱাৰে এইবোৰ প্ৰতিবাত কৰকচোন চাওঁ কুনে পাৰে ।কাৰণ আমি দেখিছো মেখেলা ছাদৰৰ আৰতো কিছুমান মহিলাই ২,৩টা সন্তান আৰু পুৰুষজনক এৰি পৰপুৰুষলৈ গুছী গৈছে চুৰিদাৰ পিন্ধিওঁ সন্তান সকলক পোহপাল দি ডাঙৰ মানুহ বনাই সংসাৰবোৰ সুন্দৰ ভাৱে চলাই আছে।কথাখিনি হয়তো বেয়া পাব পাৰে কুনুবাই সছা কথাতু হে কৈছো।
@jonadas3826
@jonadas3826 26 күн бұрын
Hoi teuloke nije o self independent nhy house wife hoi thake aru ane swabolomi hole o agbarhibo nidiye
@TaraliKalita-x4g
@TaraliKalita-x4g 4 күн бұрын
হাই , মানুহৰ মানসিকতা ‌। এই বিলাক মানুহে কোনটো যুগত জীয়াই আছে । 🤦‍♀
@pompydevi769
@pompydevi769 Ай бұрын
ঘৰত মেক্সী পিন্ধিবলৈ পাৰিলে চুইদাৰ কিয় পন্ধিবলৈ নোৱাৰে ঘৰত চাদৰ মেখেলা পিন্ধি থাকক মেক্সী কিয় পিন্ধে । চুইদাৰ পিন্ধিলে মাইকী পলাই যায় নেকি।এখন সমাজত থাকিলে কাম সকাম পাতিলে নামঘৰ পাঠ পহালে চুইদাৰ পিন্ধিলে ৰাইজে ধৰিব লাগে ।তেওঁ কৰ্ম কৰিবলৈ ওলাই গলে চুইদাৰ পিন্ধিলে এঘৰীয়া কৰেনে বাৰু ।
@serophinasurin9648
@serophinasurin9648 Ай бұрын
Right
@anjumaassameserecepie
@anjumaassameserecepie 20 күн бұрын
Thik koisa 😊
@DevapriyaNabavlog
@DevapriyaNabavlog Ай бұрын
চুৰিদাৰ পিন্ধিলে চৰিত্ৰহীনা মেখেলাখন পিন্ধি বুকুৰ মাজত ভাইব্ৰেচন লগাই মোবাইল লুকুৱাই থৈ ৰাতিৰ আন্ধাৰত পৰৰ পুৰুষক ঘৰ সুমুৱাইলৈ থকাজণী গাঁৱৰ বুঢ়া বুঢ়ী কেইজনীৰ কাৰণে বহুত ভাল. মেখেলা পিন্ধি থকা কেইজনীযে শহুৰেক দেওৰেক হতৰ ৰাতিৰ আন্ধাৰত ঘৈনীয়েক, মেখেলাখন লাহেকৈ ডাঙি দিলেই হল কাম ইজি তাৰে প্ৰমাণ। এইবোৰ মানুহে নিজৰ ল'ৰা ছোৱালীক কি শিক্ষা দিব। ল'ৰাক বেলেগৰ মেখেলাতলত সোমাব মদ খাই আহি মাৰ ধৰ কৰিব ছোৱালীক খেতি বঢ়োৱা মেচিন, আজিৰ যুগত ছোৱালীৱে আকাশত উৰি নোফোৰিলে আকাশ এন্ধাৰ হয় সেইখন সমাজত এনেকুৱা মানুহ আছেনে । কাম বন বেলেগ নাই আৰুএইবোৰৰ। ।
@mintudas3675
@mintudas3675 Ай бұрын
Kotha tu thikei koisa kintu imaan bekoi likhisa bhal loga nai pohi
@bhabensaikia5028
@bhabensaikia5028 Ай бұрын
যি পোছাকেই পৰিধান নকৰক কিয় শালীনতা বজাই ৰাখি পিন্ধিলেই হ'ল - চুৰিদাৰেই হওক নাইবা মেখেলা-চাদৰেই হওক কোনো কথা নাই ৷ আগৰ দিন এতিয়া নাই ৷
@NorenKardong
@NorenKardong Ай бұрын
তালিবানী শাসনৰ দৰে হোৱা নাইনে বাৰু?কোনে কি পিন্ধিব তাক ৰাইজে সিধান্ত দিয়াটো আজিৰ দিনত সমীচিন হোৱা নাই।মাত্ৰ মাৰ্জিত দ্ৰেচ হব লাগে।
@nijorabaglary9625
@nijorabaglary9625 Ай бұрын
Pasot goi American r dore jangiya aru braaa pindha hbo jen paisu ,,thike korise Raije.😅😅😅😅😅😅😅😅😅😅
@kulennath1210
@kulennath1210 Ай бұрын
এঘৰীয়া কৰা মহিলা সকল মিয়া খালিফাৰ শিষ্য😂
@bogiboro783
@bogiboro783 Ай бұрын
Baideo apunio manilok beya nepabo 🙏🙏🙏
@JayPegu321
@JayPegu321 18 күн бұрын
মূৰ্খ সমাজৰ মূৰ্খ নীতি,এই অসমত আৰু সকলো হ'ব...
@susmitatalukdar5111
@susmitatalukdar5111 29 күн бұрын
মোৰ মা,বা হতেও চুৰিদাৰ নিপিন্ধে,কিন্তু ঘৰত মেক্সিও নিপিন্ধে,কেবল মেখেলা চাদৰে পিন্ধে,আপোনালোক চুৰিদাৰ নিপিন্ধা বাইদেউ কেইজনী ঘৰত মেক্সি পিন্ধিলে আপোনালোকৰ ৰাইজে নেদেখেনে বাৰু,তেতিয়া কিয় এঘৰীয়া নকৰে আপোনালোকক,,নে তলে তলে........suspens.......😂😂😂
@Pahi-g1v
@Pahi-g1v Ай бұрын
গাঁৱলীয়া ভূত😂 পৃথিৱীখনলৈ ওলাই আহক অকমান।।
@Sewalicartoon
@Sewalicartoon 19 күн бұрын
মোৰ পাল্লাত এই বোৰ মানুহ পৰিলে ওলোটাই মই ইহঁতক সমাজৰ পাঠ পঢ়াই দিম । বেছি সমাজৰ নিয়ম দেখাইছে । যিদিনা কাঠে বাহে মিলিব গম পাব তেতিয়া।
@akashkachari6439
@akashkachari6439 25 күн бұрын
নিজেই নিজৰ সুবিধা অনুসৰি যিকোনো ধৰণৰ পোছাক পৰিধান কৰিব লাগে
@MonjitNath-hg5fp
@MonjitNath-hg5fp Ай бұрын
নিজৰ পৰম্পৰা আৰু সংস্কৃতিৰ স্বার্থত কৰা কাম বোৰে তালিবানী শাসন বোলে নেকি?
@pareshmandal5923
@pareshmandal5923 Ай бұрын
Ki je hol . idiot society
@madhuborah5779
@madhuborah5779 Ай бұрын
@@MonjitNath-hg5fp Sir🙏 aapuni Dhuti pindhe ne?🤣 Porampora aru shankriti,t "Dhuti" u ase nohoi janu ne pahori gol.🤣😁
@Kun280
@Kun280 Ай бұрын
Apunaluke dhuti pindhai korok regular
@himadrideka2565
@himadrideka2565 18 күн бұрын
Porompora follow kori ghorot nighty pindhao mana koribo Lage ..ru apunaloke o dhuti pindha strt kori diok
@KhushiBiswas-t6x
@KhushiBiswas-t6x Ай бұрын
কোনে কি পিন্ধে তাতে আপোনালোক কোন হয় কোৱাৰ b j pr এজেণ্ট হিচাবে কাম কৰে নেকি কোনে ইমান অধিকাৰ দিলে! কোনে কি খায় কি পিন্ধে!
@ariyanhussain2126
@ariyanhussain2126 Ай бұрын
Bodmash hoi sage gaa tu daki thoka val napai bodmash manuhe
@putuldas855
@putuldas855 Ай бұрын
অসমত অসমীয়াই জাতীয়সাজপাৰ পিন্ধক ।
@leonatalukdarpoetics6019
@leonatalukdarpoetics6019 20 күн бұрын
হয় নেকি ? তেন্তে পুৰুষ সকলক ধুতি পিন্ধিব দিয়ক।
@Withsorgo5135
@Withsorgo5135 14 күн бұрын
তুমি গামোচা খন পিন্ধি ওলাই চা নে নাই😂নে লং পেন্ত পিন্ধি ঘুৰিচা
@rojonichitia2596
@rojonichitia2596 Ай бұрын
এক কথাত কবলৈ গলে। আপোনাৰ উন্নতি দেখি সেই বিলাকে সিংসা কৰিছে।মনত ৰাখিব ভগৱানে সিংসা নকৰিলে হ'ল।মনিষে সিংসা কৰি একো কৰিব নোৱাৰে। 7:38
@ArpanSaikia-ld1rv
@ArpanSaikia-ld1rv Ай бұрын
Right
@AnilRabha-x6r
@AnilRabha-x6r Ай бұрын
নিজৰ সাঁজ সজ্যাক কিয় বেয়া পায়। ইমান সুন্দৰ মেখেলা যোৰ।
@Kalpajyotibarman-w1x
@Kalpajyotibarman-w1x Ай бұрын
অসমীয়া সমাজত মেখেলা চাদৰ পিন্ধীলে ভাল লাগে
@sunaleemili5981
@sunaleemili5981 15 күн бұрын
Nice 👍👍👍 nice nice
@rupjyotisarma7434
@rupjyotisarma7434 Ай бұрын
অলপ নিজৰ কথা ক‌ওঁ। আমিও আধুনিক। আমাৰ ঘৰৰ তিনিজনী বোৱাৰী আছে। গোটেই কেইজনীয়েই শিক্ষিত/উচ্চশিক্ষিত। বাহিৰত নিজৰ কামত চাদৰ মেখেলা /শাৰি পিন্ধিয়েই ওলাই যায়। ঘৰতো চাদৰ মেখেলা পিন্ধিয়েই থাকে। আজিলৈকে মা/দেউতাই কোনেও চাদৰ মেখেলা পিন্ধিবলৈ নিয়ম বান্ধি দিয়া নাই।। কিন্তু নিজেই চুৰিদাৰ নিপিন্ধে।।
@paporigogoi7864
@paporigogoi7864 26 күн бұрын
Baah
@pritismitaborah9816
@pritismitaborah9816 24 күн бұрын
Vitaruwa k ki niyom bandhi di thoise xeitu apunaluke janibo
@leonatalukdarpoetics6019
@leonatalukdarpoetics6019 20 күн бұрын
একো লেখত ল'বলগীয়া কাম কৰা নাই দিয়ক ..
@loparai1957
@loparai1957 Ай бұрын
Iyat kisuman purux e ei odbhut ghotona tur support ot comment dise. Xei xokol MOHAN PURUX ok mur etai prosno.... Teuluk kormostholi loi DHUTI aru PUNJABI pindhi jaine baru aru logote ei ancholtur purux xokoleu Dhuti aru PUNJABI pindhi thakene baru????????? Mohila xokolor uporotei kewal tradition rakkhya korar responsibility ase neki... ???
@RatulSaikia-r1y
@RatulSaikia-r1y Ай бұрын
বিয়াৰ জোৰোণত অসমীয়া সমাজে চুৰিদাৰ দিয়াৰ সিদ্ধান্ত লোৱাই ভাল হ'ৱ ।
@susmitatalukdar5111
@susmitatalukdar5111 29 күн бұрын
নিজৰ মানুহজনে পৰামৰ্শ দিয়াৰ পিছত কোনহে আপুনি ঘৰত মেক্সি পিন্ধে কিন্তু চুৰিদাৰ নিপিন্ধে..তেখেতে আপোনালোকৰ নিচিনা পেট উলিৱাই আৰু এটা উলিৱাই ফুৰা নাই অ..মেখেলা চাদৰ পিন্ধা কেইজনীৰ চৰিত্ৰ কিমান ভাল অ
@monuwarabegam5708
@monuwarabegam5708 Ай бұрын
ইহতে জঙ্ঘলি নে কি হে হৰি তুমি হে জানা 😅😅😅
@jantihira9356
@jantihira9356 23 күн бұрын
মাইকী বোৰ আৰম্ভণি আৰু মাইকী বোৰে শেষ কৰিব পাৰে। গতিকে যোনে যি পিন্ধে পিন্ধক মানুহৰ চৰিত্ৰ ভাল হ'ব লাগে.. সন্ধিয়া ৰাইজৰ নামঘৰত চাকি জ্বলায় ডবা কোবাই..মদৰ ঘাটিত বহি থকা অভাৱ নাই আৰু মদ খাই কীৰ্তন ভাগৱত পঢ়া মানুহৰ ও এই সমাজত অভাৱ নাই।
@abhijitkotoky7200
@abhijitkotoky7200 14 күн бұрын
Mojja
@bijukhatowal9575
@bijukhatowal9575 Ай бұрын
মেখেলা চাদৰ,চুৰিদাৰ পিন্ধি লে ভাল লাগে । কিন্তু কিছুমান বোৱাৰী চুৰিদাৰ পিন্ধি লে উৰনা বা চুৰনি নলয় আৰু লেগিনছ পিন্ধি লে জানু কেইটা দেখিবলৈ বেয়া লাগে । গতিকে মাৰ্জিত পোচাক পৰিধান কৰিলে গহীন গম্ভীৰ যেন লাগে ।
@MoshmiBarman-g9z
@MoshmiBarman-g9z Ай бұрын
নৈতিকতা শালীনতা জাতিৰ পৰম্পৰা। সামাজিক দায়িত্ব বোধ তেজত থাকে । এয়া নিকা কৰা‌ সাধ্য ৰ ভিতৰত অসম্ভৱ।
@yamunaYtube
@yamunaYtube Ай бұрын
পিন্ধিছে ভাল কথা তাত সমাজৰ কি ক্ষতি ......নিজৰ হে লাজৰ কথা অসমখনত থাকি অসমীয়া নাৰী হৈ নিজৰ জাতিটো বজাই ৰাখিব নোৱাৰা .......নিজৰ জাতিক অবহেলা কৰাটো.... ইমানো ডাঙৰ কাম কৰানাই নহয় দেশৰ কাৰণে চুৰিদাৰ পিন্ধিলে হে দেশৰ উন্নতি হব ... চুৰিদাৰ পিন্ধে, অন্য ৰাষ্ট্ৰৰ পোছাক পিন্ধি হে বাহিৰত ওলাই ঔ....😵‍💫😵‍💫
@rinjuvlogs3049
@rinjuvlogs3049 Ай бұрын
মজা
@LakhiramDas-o8h
@LakhiramDas-o8h Ай бұрын
Bhal koresa.
@JunaramSonowal-b6d
@JunaramSonowal-b6d Ай бұрын
Very good
@ProbinBorah-w8c
@ProbinBorah-w8c 26 күн бұрын
Right ❤❤❤
@BituGaming-r7q
@BituGaming-r7q 2 күн бұрын
অ আই সকল এইটো কলি যুগ । কাপোৰ পিন্ধাক লৈ তৰ্ক কৰি লাভ নাই। কাৰণ তোমালোকৰ ধৰ্মৰেই নাই। তোমালোক কি ধৰ্মৰ মানুহ তাৰেই হিচাব নাই কাপোৰত কি হিচাব ধৰিছা।
@KalpanaHindiVlogs
@KalpanaHindiVlogs Ай бұрын
চাদৰ মেখেলা পিন্ধা বোৱাৰীয়ে পলাই যোৱা বহুত দেখিছোঁ,কাম নাইকিয়া মানু্হ এইবোৰ
@pranabdas7121
@pranabdas7121 Ай бұрын
ভাল কাম কৰিছে,,,দুদিন পিছত পেন্টি আৰু ব্ৰা পিন্ধি ফুৰিব,, সুন্দৰ পদক্ষেপ , ,,,,অসমীয়াৰ জাতীয় সাজ আছে,,,.......
@assamtastyfood6364
@assamtastyfood6364 Ай бұрын
আপোনাৰ ঘৰৰ মানুহে নিপিনধিলে হয়
@dasgc3133
@dasgc3133 25 күн бұрын
Right খবৰ
@NayanDeka-n3y
@NayanDeka-n3y Ай бұрын
God job medam nice
@Rumisaikia-o1p
@Rumisaikia-o1p Ай бұрын
যিখন সমাজত বাস কৰিছে সেইখন সমাজৰ মতে চলাটো উচিত।চাদৰ মেখেলা পৰিধান কৰাটো অসমীয়াৰ পৰিচয়।
@ManojBorah-oc8xh
@ManojBorah-oc8xh Ай бұрын
Xeitu hoi kintu. Suijar pindha tu ako aporadh nhoi. Xeijur o ajur. Kapur a hoi. Aru jot jenele jabo lage gari solaote ba garit. Uthute. Mekhela sador pindhi kisumane comfort napai ba nuware tetiya tu suijar a pindhibo na.
@mainubegun6847
@mainubegun6847 Ай бұрын
Toi ki boki asa
@luhitchutia9911
@luhitchutia9911 Ай бұрын
Good ❤❤
@bebimoon786
@bebimoon786 21 күн бұрын
ওচৰৰ বেলেগ গাৱত বজাৰ কৰিব গলেই হ'ল। আজিকালি যতে ততে দোকাণ। আমি দেখোন গাৱৰ ওচৰ পাজৰ মানুহক চিনিয়ে নাপাওঁ। আনকি আমাৰ এইফালে ঈদতো কোনেও কাৰো ঘৰত নামাতে।আমি কিবা জীয়াই থকা নাই নেকি? আমাৰ এইফালে দেখোন সকলো মানুহ চছিয়েল মিডিয়া আৰু নিজক লৈয়ে ব্যস্ত।
@abdulbasid1709
@abdulbasid1709 Ай бұрын
খোৱা খাদ্যক লৈ যদি বাধা দিব পাৰে চৰকাৰে, তেনেহলে পিন্ধন উৰণৰ ক্ষেত্ৰত গাঁওৰ মানুহে কিয় দিব নোৱাৰে? এনে তালিবানি শাসন মাজে মাজে ব্যৱহাৰ হব লাগে।
@sushantadeka898
@sushantadeka898 Ай бұрын
গু খুৱা মাইকী কেইটা ঘৰত নাইটি কিয় লাগে ? স্বভাব ভাল হব লাগে, গু খুবাই গু খাবই ।
@RashmiSaikia-l8w
@RashmiSaikia-l8w Ай бұрын
Ki faltu manuh o aibur ... Sador mekhela t koi basi aabur he suridar jur .. mekhela sador pindhile pet ulai pithi ulai suridar jurot aku nulai ....
@ariyanhussain2126
@ariyanhussain2126 Ай бұрын
Pet pit bur je sabo nuware hai karone aito korise bodmash kita 😢
@pankajsaharia662
@pankajsaharia662 Ай бұрын
Offcourse right disistion its
@mukutbaruah2354
@mukutbaruah2354 9 күн бұрын
Saritra vl hb lage , Suri jara pindha to Ako Aparad nhoi. Take koi ,Jatir vitorat latera Aro hingshuk Axomiya hindu. Jai shree Ram ji. Kuwar bhakuli Gaon.
@GITUMANINATH-x5r
@GITUMANINATH-x5r 24 күн бұрын
এইবিলাক আমৰ সমাজৰ মানুহ। আজিৰ দিনটো ইমান মূৰ্খ মানুহ থাকে নে.... তিৰোতা জনিয়ে ঘৰখন ধৰি কষ্ট কৰি খাই আছে। বেলেগে কোনেও তাইক খুৱাই থকা নাই । আজিৰ দিনটো এইবিলাকত লাগি থাকে নে।
@DaliSarmah-my1gb
@DaliSarmah-my1gb 12 күн бұрын
😂😂
@uddiptaborah2353
@uddiptaborah2353 Ай бұрын
সমাজৰ নিয়ম মানি চলিবলৈ শিকিব লাগে । পুৰণি কলিয়া সমাজ খনৰ নিয়ম নমনাটো অপৰাধ
@DebajitSaikiaSaikia-q9s
@DebajitSaikiaSaikia-q9s Ай бұрын
Hoi ne.. toi bamar hole doctor usorot najabe gaonliya tickment korebe ...
@loparai1957
@loparai1957 Ай бұрын
Mohaxoy, apuni kormostholi loi jaute Dhuti aru Punjabi ei pindhi jai, nohoi janu
@ag5541
@ag5541 Ай бұрын
সুন্দৰ সিদ্ধান্ত কৰিছে ছিপজাৰ আইমাতৃ সকলে । আমি শুভেচ্ছা জনাইছো । স্কুতি মহিলাই চাদৰ মেখেলা পিন্ধি চলাব পৰাকৈ কোম্পানীয়ে বনাইছে ।
@jintubordoloi4731
@jintubordoloi4731 Ай бұрын
Sad or mekhela pindha kijinik dekhisu nhoi gute pet2 aru 1ta gakhir uliyai ghuri furaa.. Namt sad or mekhela pindhi jodi horir 2 dhakiboi nuware to sador mekhela pindhar ki lav
@lizabora5291
@lizabora5291 Ай бұрын
Bht mohilai apuni kuwar dore pindhe
@deijeedas7547
@deijeedas7547 Ай бұрын
Right
@yamunaYtube
@yamunaYtube Ай бұрын
ড' ভূপেন দাই ঠিকে কৈ গৈছিল..😢
@NorthEastIndia7919
@NorthEastIndia7919 Ай бұрын
আমাৰ গাৱত একো নিয়ম নাই কিন্তু আজিলৈকে চুৰিদাৰ পিন্ধা মহিলা দেখা পোৱা নাই বাৰু । পোছাক আৰু চৰিত্ৰ দুটা বেলেগ বস্তু ভাল কাপোৰ পিন্ধিলেইযে চৰিত্ৰ ভাল হব এইটো নহয় আৰু যি সমাজৰ নিয়ম যি নামানে তাক এঘৰিয়াই কৰিব লাগে
@MomyBorah-jk3rg
@MomyBorah-jk3rg Ай бұрын
Tumi dhuti kio erila sart pent tu assamor nohoi niom ki maiki manuhor babehe ?
@deepaksarma3709
@deepaksarma3709 Ай бұрын
চাদৰ মেখেলা অসমীয়াৰ পৰিচয়.
@kulennath1210
@kulennath1210 Ай бұрын
মেখেলা চাদৰ অসমীয়াৰ পৰিচয় হ'ল বুলিয়েই কি চুৰিদাৰ পিন্ধিব নোৱাৰে নেকি? চুৰিদাৰ পিন্ধিলে কোন ৰাইজে এঘৰীয়া কৰে, এইবোৰ নিম্নখাপৰ চিন্তা ধাৰা ✊ এঘৰীয়া কৰা মহিলাসকলক গিৰিয়েকৰ জঙীয়াৰে কোবাব লাগে ✊
@Dameswarsaikia-sk1vf
@Dameswarsaikia-sk1vf Ай бұрын
চাদৰ মেখেলাই অসমীয়া পৰিচয়
@mriduldas3818
@mriduldas3818 Ай бұрын
সুৰিদাৰ পিন্ধে jeans pant পিন্ধে নিজৰ কথা।
@ranjanneog245
@ranjanneog245 Ай бұрын
😂😂😂 balor Niom tohot rendy hotor😅
@RajuKumar-vh6mp
@RajuKumar-vh6mp Ай бұрын
Bahut val hoise.sealot ai gaonr raijak .
@purabimix1976
@purabimix1976 23 күн бұрын
Salwar is the best....and comfortable
@dipandas9469
@dipandas9469 16 күн бұрын
মূখ সমাজক কি কম মেখেলা চাদৰ বিলাকে জদি পেত উলিয়াই দেহা উলিয়াই লৈই তাতকৈ ছুজাৰ পিন্ধা ভাল।
@Jyotipegu1985
@Jyotipegu1985 11 күн бұрын
kam nai aru Hingtro
@Hahi-Xurag
@Hahi-Xurag Ай бұрын
কেই বছৰমান পিছত হাফপেন্ত পিন্ধিব। হাফপেন্ত পিন্ধিলে বেছি কমফৰ্ট হ'ব। তেতিয়া অসমীয়াৰ সাজ পাৰ বুলিলে কি দেখুওৱাব।😮😮😮
@ChandeswarHasda-xl7kz
@ChandeswarHasda-xl7kz Ай бұрын
Good
@MoheshMili-uu5ik
@MoheshMili-uu5ik Ай бұрын
Kisumn manuhe ki kore jna sador khone vl dore buku khn dhaki nloi buku khonor majot loi sador aru pet2 adha uleai thoi tatk 1jur hompurna deh dhaki thua kapur pindhat kihor apoti baru pagl nk aibur
@tukheswarpayeng3703
@tukheswarpayeng3703 29 күн бұрын
😂😂😂😂😂 nokoisung ru dei😂😂😂😂😂😂😂😂😂
@Pinkimunuvlogs
@Pinkimunuvlogs Ай бұрын
আচলতে গাও সমূহত চুৰিদাৰ আৰু নাইটি পিন্ধিলে ভাল নেদেখায়😂😮ঠাই বিশেষে কাপোৰ পিন্ধিব লাগে❤
@AntonyToppo-l5z
@AntonyToppo-l5z Ай бұрын
Very nice speech news
@anjumaassameserecepie
@anjumaassameserecepie 20 күн бұрын
😢😢😢😮😮😮😮😮😮😮😮😮 aasorit 😮😮😮
@dulenenterterment348
@dulenenterterment348 Ай бұрын
ভাল কৰিছে
@SaifulHoque-om1lo
@SaifulHoque-om1lo Ай бұрын
ভাল কাম কৰিছে
@MineeboruahGogoi
@MineeboruahGogoi Ай бұрын
Val hoi se
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
ৰাইজৰ মাজত একতা লাগে ভাল কৰিছে ওৰনীতো গলেই
@MomyBorah-jk3rg
@MomyBorah-jk3rg Ай бұрын
Hokolu pagol hol maiki manuhe akash ot urise kapurot lagi ase
@MonjitNeog-r9s
@MonjitNeog-r9s Ай бұрын
ভাল কথা
@deepjyotihatimuria5311
@deepjyotihatimuria5311 Ай бұрын
Good dicision
@Jaggu2983
@Jaggu2983 Ай бұрын
Suridar pindha mohilai gutei gatu dhaki thoi baidew ....aru Ami bahut dekhsu sador Mekhela pindhi ki ki kando Kori thake ...
@viralonly2
@viralonly2 Ай бұрын
মানুহ আজি কত গৈছে 🤔🤔🤔
@jyotishdas5834
@jyotishdas5834 Ай бұрын
সত্য যুগৰ গাঁও
@bobitadekashaikia6160
@bobitadekashaikia6160 26 күн бұрын
বহুত ভাল লাগিছে এইটো নিয়ম কৰি দিয়াৰ কাৰণে
@BinitaGowala-ni7wh
@BinitaGowala-ni7wh 23 күн бұрын
Murkha niyam
@Gd-ye7ft
@Gd-ye7ft Ай бұрын
Meksi pindhatu ki beleg kotha pehi, ki niyam eibilak
@powerofalisa4325
@powerofalisa4325 Ай бұрын
চৰিত্ৰ সলনি হৈছিলেই ৰাইজে ঠিকেই কৰিছে ।
@SurenBoro-mv7tq
@SurenBoro-mv7tq Ай бұрын
Mekhela sador pindhi buku pithi dekhuwale bhal pai. Bhut gaonliya hoi. Suijar pindhilei polai jai hahi utha kotha . Murkho gaon.
@ariyanhussain2126
@ariyanhussain2126 Ай бұрын
😂😂😂hosa koi dei
@sikhapankajvlog3670
@sikhapankajvlog3670 Ай бұрын
Hoi dei boliya hoi😅
@PHEONIX_29
@PHEONIX_29 Ай бұрын
bhut bhal kam karise
@BinuSarmah-e1b
@BinuSarmah-e1b 20 күн бұрын
Hai hai ki katha 😂😂
@nijorabaglary9625
@nijorabaglary9625 Ай бұрын
Suridar pindhile eku nhoi dehhhh😂😂😂😂😂😂
@PurnamalPatar
@PurnamalPatar Ай бұрын
প্ৰশংসনীয় পদক্ষেপ।ৰাইজক ❤️🙏❤️
@prasantagoswami1477
@prasantagoswami1477 28 күн бұрын
1946
@ebulali8473
@ebulali8473 Ай бұрын
চুৰিদাৰ পিন্ধিলে ভাল একো দেখা নাপায় মেখেলা চাদৰ পিন্ধিলে নাই পেট ধুনীয়া কৈ দেখা পাই খেই কাৰণে মেখেলা চাদৰ পিন্ধিব লাগে বাইডো হাতৰ মতে
@JoychandraDas-s6f
@JoychandraDas-s6f Ай бұрын
অতি দুৰ্লভ কামত উচিত বিচাৰ কৰাতো ভাল লাগিল। কাৰণ হৰিণাৰ গাৰ মঙহেই শত্ৰু।
@RijumaniDeka-te5xl
@RijumaniDeka-te5xl Ай бұрын
Amio suidar pindhu ...kintu amr gaot ankowa nahai
@villagelife9307
@villagelife9307 21 күн бұрын
কি যে হ্ ব
@deijeedas7547
@deijeedas7547 Ай бұрын
Meski😂
@JuliDoley-d9m
@JuliDoley-d9m Ай бұрын
Nijor traditional dress sador mekhela hoi. Sador mekhelai pindib lage. Nohole ai sador mekhela bur pisor loi herai jab
“Don’t stop the chances.”
00:44
ISSEI / いっせい
Рет қаралды 62 МЛН
The evil clown plays a prank on the angel
00:39
超人夫妇
Рет қаралды 53 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
Bidurbhai (with English Subtitles) | SUV | Complete Assamese Web Series
1:40:16
Rootstock Entertainments
Рет қаралды 4,6 МЛН