বিদ্যুৎ নাথাকিলেও মাচুল কৰ্তন কৰে স্মাৰ্ট মিটাৰে

  Рет қаралды 266,719

NB News

NB News

Күн бұрын

বিদ্যুৎ নাথাকিলেও বেলেন্স কৰ্তন কৰে বিদ্যুৎ বিভাগে। স্মাৰ্ট মিটাৰৰ বিশ্বাসযোগ্যতা কিমান?
#nbnews #nbnewsdigital #electricity #APDCL #ElectricityBill
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 646
@binodneog3320
@binodneog3320 2 ай бұрын
সকলো গ্ৰাহকে আইনৰ সহায় ল'ব লাগে।
@skcreation5550
@skcreation5550 5 ай бұрын
Apdcl টকা লুটিবলৈ smart মিটাৰত জুৰ জুলুমকৈ লগাই দিছে ৷
@bulumonigogoi6512
@bulumonigogoi6512 3 ай бұрын
😂অখভযৈ ঊই😅তধঢ়❤
@matrikakafle9207
@matrikakafle9207 3 ай бұрын
আমাক লেঙটা কৰাকৌশল
@BahadurDas-d8g
@BahadurDas-d8g 3 ай бұрын
স্মার্ট মিটার নালাগে নালাগে দুখিয়াক লুটীব এই চরকারে।
@ShahAhmed-gr3jv
@ShahAhmed-gr3jv 3 ай бұрын
Smart mitar amar Kati dew
@AlauddinAhmed-wv7wm
@AlauddinAhmed-wv7wm 2 ай бұрын
গ্ৰহনযোগ্য নহয ।
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 5 ай бұрын
এইয়া জনসাধাৰণলৈ চৰকাৰৰ পুৰস্কাৰ। উন্নয়নৰ ফোপোলা স্বৰূপ অসমৰ ।
@fatikdas9442
@fatikdas9442 5 ай бұрын
Kintu vote tu BJP dibo
@OsmanGoni-ql2yw
@OsmanGoni-ql2yw 3 ай бұрын
Ayaa bjp sarkar r val din dei apuni buji na pay neki.
@balniketanschool6047
@balniketanschool6047 2 ай бұрын
All BJP govt politics
@PranjalSaikia-yk1lc
@PranjalSaikia-yk1lc 2 ай бұрын
D!on AAN. TAK
@jadav5123
@jadav5123 Ай бұрын
Right cmt sir .
@padmakonwar2045
@padmakonwar2045 5 ай бұрын
গাখীৰ দিয়া গাই গৰুৰ লাঠি খালেও সহ্য কৰিব লাগিব, কিয়নো অৰুণোদয় আৰু লাখ পতিৰ দৰে আচনিও আপুনি আদায় কৰি আহিছে ।
@Rukmo9887
@Rukmo9887 5 ай бұрын
নামত স্মাৰ্ট কামত নাই...গ্ৰাহকক টুপী পিন্ধোৱা নাই নে?
@putulgayan648
@putulgayan648 5 ай бұрын
জনতাক শোষণৰ ইয়াতকৈ আৰু কি শ্ৰেষ্ঠ উদাহৰণ হব পাৰে ?????????????
@putulgayan648
@putulgayan648 5 ай бұрын
এদিন সকলো জনতাই এনে মিটাৰত কুঠাৰ মাৰি ভাঙিবলৈ বাধ্য হ'ব -- মইটো কুঠাৰ মাৰি ভাঙি পেলাম এনে হলে ।
@djhkbhai3344
@djhkbhai3344 5 ай бұрын
Ami public a vul Bjp sorkarok support kora Aru j kunobai free soler paise free na ghanta dise Sob + koribo mahili bill t
@anowara.begum23
@anowara.begum23 5 ай бұрын
এই মিটাৰ টো উঠাই দিবলগীয়া হৈছে
@mijanurmusiccompany4194
@mijanurmusiccompany4194 5 ай бұрын
অসমত এনেকুৱা হ'ব ই। কাৰণ অসমৰ মানুহৰ কথাৰ মূল্য নাই যদি মূল্য থাকিলে হয় ইয়াৰ সমাধান এদিনতে হ'ল হেঁতেন। ধন্যবাদ
@JashilaBhuyan
@JashilaBhuyan 5 ай бұрын
Smart mlter uthaba lage
@7gc970
@7gc970 5 ай бұрын
টকাৰ ঘটা উপাই এনেকৈই চৰকাৰ বেছিদিন নছলিব ।
@Ashokrabha-o2q
@Ashokrabha-o2q 3 ай бұрын
তীব্ৰ প্ৰতিবাদ হব লাগে। এয়া জনসাধাৰণৰ ওপৰত শোষণ l
@NripenThakuria
@NripenThakuria 3 ай бұрын
গ্ৰাহকক লুটাৰ বাবে স্মাৰ্ট মিটাৰ
@kulodharborah9285
@kulodharborah9285 5 ай бұрын
কিয় সাধাৰণ মিটাৰ ত প ইচ্ছা নাপায় নেকি? তেনেকুৱা ক্ষেত্ৰত আমাক ইচমাত মিটাৰ নালাগে।
@abubokkarsiddique1925
@abubokkarsiddique1925 5 ай бұрын
স্মাৰ্ট মিটাৰ থাকিলে আমি লাইন কাটি দিম। মোৰ দহ দিনতে এহেজাৰ টকা কাটিছে।
@djhkbhai3344
@djhkbhai3344 5 ай бұрын
Etu a hol BJP sorkaror sal kinto amar manuh bilake Bjp sorkarok he support kori ase sob bostu GST 😆😆😆 Ekhon hol din dakati sorkar
@BhumidharNath-im7ml
@BhumidharNath-im7ml 5 ай бұрын
ইয়াৰ পিছত শৰীৰৰ পৰা অংগ কাটি নিব। সেনেকুৱা দিনলৈকে আগবাঢ়ি গৈ আছে। আৰু বেচি দিন নাই।
@kulenchpathak
@kulenchpathak 5 ай бұрын
জনগনক লুটা কৌশল এইখন চৰকাৰৰ দিনত সুলভ ৷
@sajidzamal3206
@sajidzamal3206 3 ай бұрын
এই ফটোৱা মিটাৰবোৰ অতি শুণকালে বন্ধ কৰিব লাগে। এইবোৰ স্মাত আমাক নালাগে। মুল্য বৃদ্ধিত, ৰাইজৰ সমস্যাবোৰ ত স্মাত দেখাব লাগে।
@ratanborah3154
@ratanborah3154 5 ай бұрын
very good video
@travellife662
@travellife662 5 ай бұрын
দুখীয়া মানুহৰ টকা লুটা
@bharattanti9115
@bharattanti9115 5 ай бұрын
Electricity bill t bohut dangor kelengkari soli aase kintu Axomot ! Sorkare Electricity Department or uporot soku diyar xomoy aahi poril.
@putulgayan648
@putulgayan648 5 ай бұрын
বোলে "মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে ??? কাৰণ সকলো মিলি-ভকত ।
@dipaligogoi8154
@dipaligogoi8154 5 ай бұрын
জনসাধাৰণক লুনঠৰ নতুন কৌশল ।
@umanandabarman4916
@umanandabarman4916 5 ай бұрын
সুন্দৰ পৰিবৰ্তন
@jrvlg8373
@jrvlg8373 4 ай бұрын
Smart Meter Bon koribo lage
@LedLight-gm1bf
@LedLight-gm1bf 5 ай бұрын
Katiboi dia . Nohole kouti kouti tokar elctrol bond kenekoi dib?
@AbuTaleb-yi7re
@AbuTaleb-yi7re 2 ай бұрын
গোটেই অসমত হৈ আছে আমাৰ বঙাইগাঁও জিলাত হৈছে
@dipankarphukan1945
@dipankarphukan1945 5 ай бұрын
মোৰ খৰচ হৈছে 230 unit আৰু বিল আহিছে 500 unit ।।।
@safiqulkhanikar5438
@safiqulkhanikar5438 2 ай бұрын
পষ্টপাইড চিষ্টেম ঠিক আছিলে,এতিয়া প্ৰেপাইড চিষ্টেম ইনষ্টল কৰা কাৰণে জনতা পানীত হাঁহ নসৰা অৱস্থা।অতি শীঘ্ৰেই চৰকাৰে উচিত ব্যৱস্থা লওক।
@bibulmorang3679
@bibulmorang3679 5 ай бұрын
Moi prati mahe 250/300 recharge korisilu, ai April mahot 600.00 recharge koribo logiya hl . at Dergaon
@sajitislam7580
@sajitislam7580 4 ай бұрын
মোৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱা মাত্ৰ দুমাহ হৈছে। দুমাহ পাছত মেচেজ আহিছে 1100 টকা।
@Nirumoni4336
@Nirumoni4336 5 ай бұрын
কেবল মাত্ৰ বিদ্যুত বিজুলীয়ে নহয় মোবাইল ৰিচাৰ্ছ আৰু ৰন্ধন গেছ ডীজেল পেট্ৰোল নহ'লে জণগন চলিব নোৱাৰে হেই কাৰনে অসমৰ জণোগনৰ ওপৰত দুৰ্বল তাৰ সোজুখলৈ এইখন ঠক বাচ চৰকাৰে বিভীন্নৌ ওপায়েৰে অসমৰ সাধাৰন জণগনৰ চকুত ধোলিদি এইখন চৰকাৰে জণোগনৰ পৰা ধন লুটি আহিছে
@gangachetry6847
@gangachetry6847 5 ай бұрын
Same condition amaru.....matha gorom hoise aru..
@aminurrahman7215
@aminurrahman7215 5 ай бұрын
Sarker re action lobo Lage
@manoranjankalita7069
@manoranjankalita7069 2 ай бұрын
পুৰণি কলা মিটাৰ লগাব লাগে, স্মাৰ্ট মিটাৰ খুলি পেলাই দিব লাগে ।
@dipudas1526
@dipudas1526 5 ай бұрын
Takai Poriborton hoise
@arunkalita1258
@arunkalita1258 4 ай бұрын
Smart meter উঠাই দিবলৈ ৰাইজে দাবী কৰিব লাগে উঠাই নললে বিল পৰিশোধ নকৰাৰ সিদ্ধান্ত ল'ব লাগে
@DonKelar123
@DonKelar123 3 ай бұрын
Thanks
@jibonboruah1257
@jibonboruah1257 4 ай бұрын
লুট ৰাজ।চৰকাৰে দোকান খুলিলে
@kushalchangmai1324
@kushalchangmai1324 2 ай бұрын
APDCL হৈছে অসম চৰকাৰৰ সোণৰ কণী পৰা হাঁহ।
@fatikdas9442
@fatikdas9442 5 ай бұрын
Post paid metre thakute manuhe current sur korisil, kintu atiya nuare
@iamindian5687
@iamindian5687 3 ай бұрын
আগতে pospaid meterত মাহেকত আমাৰ বৰ বেছি 200 টকা বিল আহিছিল,এতিয়া prepaid meterত 300 টকাত দশদিনো নোযোৱা হ'ল
@tukubairagi
@tukubairagi 2 ай бұрын
ৰাইজ বুজিলেনে....... জুৰ জবৰদস্তি স্মাট মিটাৰ লগাবলৈ ৰাইজক বাধ্য কৰোৱাৰ কাৰণটো...
@sujeetbaro2087
@sujeetbaro2087 5 ай бұрын
This is true... Even no light metre light blink for 5 minute
@bolinborahbolin426
@bolinborahbolin426 4 ай бұрын
হয় আমাৰ নাৰায়নপুৰত দুলীয়াপথাৰত আমাৰ ঘৰত আগৰ মাহত 388 টকা আহিছিল এই মাহত বিল আহিছে 3880 টকা আহিছে।।।
@jmgassam1622
@jmgassam1622 5 ай бұрын
স্মাৰ্ট মিটাৰ আমাক নেলাগে আগতে ভাল আছিল।আগৰ মিটাৰটোৰ কি দোষ আছিল।এনেকৈ দুখীয়া ৰাইজক মাৰিব নেকি?
@Rc_official_567
@Rc_official_567 5 ай бұрын
মোৰ ঘৰতো হৈ আছে
@manoranjankalita7069
@manoranjankalita7069 2 ай бұрын
মামাই আঁচনি বিলাক কৰ পৰা দিব তে , এনেকৈয়ে চৰকাৰে টকা লুতি ৰাইজক আঁচনি দি আছে ।
@AmritDas-e9s
@AmritDas-e9s 4 ай бұрын
আগৰ মিটাৰবোৰ যদি ক্ৰুটিপূণ্' আছিল তন্তে ৰাইজৰ মাজত কেনেকৈ আহিবলৈ পালে?যদি শুদ্ব হয স্মাৰ্ট মিটাৰৰ প্ৰয়োজন কত । আজি যিটো ভাল আহাকালি সেইটো বেয়া ।স্মাৰ্ট মিটাৰৰ পিচত যে আৰু কি নাহিব, কম সময়ৰ ভিতৰত দেখিবলৈ পাব
@AmitDas-g9u
@AmitDas-g9u 5 ай бұрын
সরকারি আরো কত নতুন নতুন আবিষ্কার উলাবোগাহক পরিসনি ভাবে
@chitrakumarhazarika6622
@chitrakumarhazarika6622 5 ай бұрын
আচৰিত কথা।
@worldfunnyinformativechann1051
@worldfunnyinformativechann1051 4 ай бұрын
A case should be registered against Apdcl regarding smart meter & a fine should be apply on them like RBI did for Bank
@dr.lakshmikalita8857
@dr.lakshmikalita8857 4 ай бұрын
পুৰণি পদ্ধতিৰ মিটাৰেই ভাল। চৰকাৰে বিদ্যুৎ মাছুলৰ নিৰিখ কমাওক। পোন প্ৰথমে যি মিটাৰ প্ৰয়োগ হৈছিল সেই মিটাৰ যথেষ্ট ভাল আছিল। আজি কালি কোনো অঞ্চলত বিদ্যুৎৰ মাছুল সংগ্ৰহ কৰিবলৈ একোজন ব্যক্তি নিয়োগ কৰিছে। কিন্তু সেই ব্যক্তিজন চৰকাৰী চাকৰিয়াল অৰ্থাৎ বিদ্যুৎ বিভাগৰ নহয়। তাৰ ফলতো বিদ্যুৎৰ মাছুল বেছিকৈ আহে নেকি! মায়ং মৌজাৰ ঝাৰগাওৰ বিদ্যুৎ অফিচত মই জনাইছিলো ফোন যোগে কিয় আমাৰ বিদ্যুৎ মাছুল বেছিকৈ আহে এই বুলি। লাইট ফেন বেচি নজ্বলালেও বহুত বিল আহে।
@uniquenayan8488
@uniquenayan8488 5 ай бұрын
Sesh korse re
@gobindabordoloi9653
@gobindabordoloi9653 3 ай бұрын
মই দহ দিন ঘৰত নথকাৰ পাছতো দৈনিক ১৫ টকাকৈ স্মাৰ্ট মিটাৰ পৰা টকা কাটিছে। মোৰ ঘৰ তিনিচুকীয়াত।
@robinhudgaming9345
@robinhudgaming9345 5 ай бұрын
দুদিন চিঞৰিম আপুনি মই পাছত Adjust হব লগিয়া হয় ।
@debajanisarma1673
@debajanisarma1673 5 ай бұрын
Okol Axom t smart meter logaise...onyo kunu State t logua nai..Bjp sorkar tez suhise jonotar
@dilipgoswami7547
@dilipgoswami7547 Ай бұрын
সত্য কথাই কৈছে
@SBEntertainment1436
@SBEntertainment1436 3 ай бұрын
এইটো স্মাৰ্ট মিটাৰ নহয় ডকাইতি কৰা আৰু মূৰ্খামি কাম কৰা মিটাৰ হেই কাৰণে বিদ্যুৎ নাথাকিলে ও পইচা চুৰি কৰি থাকে এফালে আঁচনি দি আছে আন ফালে পইচা উঠাই আছে টেকনিক কৰি কৰি বস্তুৰ দাম বঢ়াই
@rajkumarpegu912
@rajkumarpegu912 Ай бұрын
চৰকাৰ আৰু APDCL কৰ্মচাৰীৰ লগত বুজা বুজি আছে ছাগে আৰু এই টকাৰেই মাছৰ তেলেৰে মাছ বাজিছে আৰু এই বোৰ টকাৰেই অৰুণোদয় আচনিৰ ধন,বন্দন গোটৰ ঋণ,লাখপটি আৰু বিভিন্ন আঁচনিৰ টকা দিছে ।
@junalimunda4192
@junalimunda4192 5 ай бұрын
মোবাইল লৰ দাতা আৰু tv recharge same hoi nai nki
@chandansarkar4224
@chandansarkar4224 4 ай бұрын
Aito hosa kotha amar hojai district, flood hoise line nai 4 din dhori kintu balance kati ase mitter
@dineshmili862
@dineshmili862 5 ай бұрын
এনেকুৱা চৰকাৰ আমাৰ দৰকাৰ আছিল,আজি পাইছো।😁😡😫😭🤣😭
@nipendranarayanmedhi876
@nipendranarayanmedhi876 4 ай бұрын
এইখন চৰকাৰে আমাক লুতিপুতি খাই আছে। এইটো মিটাৰ আতৰ কৰিব লাগে।
@robinnath2794
@robinnath2794 5 ай бұрын
Akhetor toh right.use nakorile balance kenekoi cute hl.
@LukramMohesh
@LukramMohesh 5 ай бұрын
Aiyai hol digital India
@RanaKhan-r8m
@RanaKhan-r8m 2 ай бұрын
Hoise
@K.G-z-I6b
@K.G-z-I6b 5 ай бұрын
সকলো অসমৰ ৰাইজে কা, প্ৰতিবাদৰ নিচিনাকৈ প্ৰতিবাদ কৰিবলৈ উলাই আহিব লাগে স্মাৰ্ট মিটাৰ বিৰুদ্ধে ।
@Robiur7896
@Robiur7896 5 ай бұрын
Smart mitar nalage......
@filmijoshcomedy9948
@filmijoshcomedy9948 5 ай бұрын
Gute manushok ata e request j ay video khon gute Facebook ot viral kori diyok
@borosobi8438
@borosobi8438 5 ай бұрын
Faltu system, government choor
@UjjalBhatta-x8f
@UjjalBhatta-x8f Ай бұрын
মুখ্য মন্ত্ৰীয়ে কয় কাটি বৈ নোৱাৰে।তেওঁ এনেকুৱা বুজাব খোজে অসমৰ গোটেই মানুহ বোৰে যেন মিছা কথা হে কৈছে।তেওঁ কোৱা বোৰ সঁচা।ইয়াৰ পৰা এইটোৱেই বুজিব পাৰি ইয়াৰ মাজত কিবা লাভৰ অংক লুকাই আছে।
@MoinUddin-ym7yo
@MoinUddin-ym7yo Ай бұрын
Hoiya
@kabyaray3634
@kabyaray3634 3 ай бұрын
এয়াই হল ৰাইজক লুটা পদ্ধতি
@HabiburRahman-zm7qb
@HabiburRahman-zm7qb Ай бұрын
Smart meter ত off / on চুইছ লগাই দিব লাগিব। APDCL এ মিটাৰ হেক কৰি সদায়েই এনেকৈ পইচা শেষ কৰি দিয়ে। smart meter হেক কৰিব পৰাৰ video social media চলি আছে।
@bijaykalita4742
@bijaykalita4742 5 ай бұрын
এ পি ডি এচ এলৰ গ্ৰাহকৰ ওপৰত লুন্ঠনৰ গভীৰ ষৰযন্ত্ৰ ৰচনা কৰিছে ।
@mirroroo7
@mirroroo7 5 ай бұрын
Smart meter 😂
@bigenjamu451
@bigenjamu451 2 ай бұрын
সচা কথা আইনর ব্যবস্থা লব লাগে,
@shamsherali6600
@shamsherali6600 Ай бұрын
All right.
@ncdasvlogs748
@ncdasvlogs748 5 ай бұрын
Aru di jaa Modi zindabaad........prepaid Mtrr poisa tu account t di dibo aibar
@GopachBania
@GopachBania 3 ай бұрын
এয়া হ'ল চৰকাৰে আমাৰ নিজৰ ঘৰৰ ,ভাড়া ছৰকাৰে লোৱা এতা টেকতিছ
@Ashiqsharma7450
@Ashiqsharma7450 4 ай бұрын
From dist kokrajhar. Amar eyateu enekuai hoi ase
@amritbaroi9693
@amritbaroi9693 3 ай бұрын
Postpaid connection ত মাহত Bill মোৰ আহিছিল সৰ্বোচ্চ 500টকা। Prepaid metre ত Bill হয় সৰ্বোনিম্ন 1300 টকা কেনেকৈ ,,,🤔🤔🤔
@Janta.creator
@Janta.creator 4 ай бұрын
Smart মিটার বন্ধ করক আমার স্মার্ট মিটারে আগর তুলনায় ৯০% বিল বছি আহে
@pupulrabha6107
@pupulrabha6107 5 ай бұрын
This is Right
@yunusali288
@yunusali288 Ай бұрын
হয় মোৰ ইষ্টমাট মিটাৰ কাৰেন্ট নথকাত তথাপিও বিল কাটি আছে আৰু বহুতো অসুবিধা হৈ আছে। মোৰ ঘৰ ধুবুৰী জিলাৰ কিচমত হাচদহ ২য় খণ্ড গাঁৱত গাঁও পঞ্চায়ত কালাৰহাট।
@hrmollah4639
@hrmollah4639 2 ай бұрын
Right
@aminurrahman7215
@aminurrahman7215 5 ай бұрын
Amar biswas sarkar aitu jaldi action lobo
@Glimpsesofnortheast
@Glimpsesofnortheast 5 ай бұрын
Same case happening in jorhat assam
@rajeshdeori6453
@rajeshdeori6453 2 ай бұрын
ৰাইজৰ পৰা টকা চুৰি কৰাৰ চেষ্টা কৰিছিল এয়া। মোৰ ঘৰ পৰাও লিমিটৰ ওপৰত কাঠ কৰিছে।
@zyotishna
@zyotishna 5 ай бұрын
আচলতে APDCL চুৰ নেকি ?
@binoykalita7597
@binoykalita7597 Ай бұрын
গোৰিয়াল নথকা নাৱৰ দৰে হৈছে এই ৰাজ্য। জনসাধাৰণৰ সমস্যা কাৰ আগত প্ৰকাশ কৰিব?
@RajibMedak-nc5rg
@RajibMedak-nc5rg 2 ай бұрын
Good news.
@NandeswarChutia-tk1rm
@NandeswarChutia-tk1rm 2 ай бұрын
জনপ্ৰতিনিধিয়ে স্পষ্টিকৰন দিব লাগে।
@mukeshali1253
@mukeshali1253 2 ай бұрын
শিৱসাগৰ জিলাৰ গেলেকী অঞ্চলত হৈছে আগৰ মিটাৰ বিলাকত 2500 আহিছিল যদি এতিয়া 4500 আহিছে।।
@chinandaroy5550
@chinandaroy5550 5 ай бұрын
এইবাৰ BJP হাৰিব
@fanofzg
@fanofzg 5 ай бұрын
নামত স্মাৰ্ট মিটাৰ। কামত একো নাই। মাথো জনতাৰ পৰা টকা সৰকা বুদ্ধি।
@nayanjyotiMazumder123
@nayanjyotiMazumder123 5 ай бұрын
Amingaon ot hoise
@AnuragKheruwar
@AnuragKheruwar 2 ай бұрын
Hoi hoi bahut garbari soli ase APDCL r amar गांव thoo agot boll ahisil 700/800rs kintu Smart mitter loguwa pisot mahot bahut besi besi bill ahise buli.
@NazimuddinLaskar-l5q
@NazimuddinLaskar-l5q Ай бұрын
এটা একদম সত্য এরকম হয়
@GunaBorgohain-c5g
@GunaBorgohain-c5g Ай бұрын
Hosa kotha😊
@manabendrakherkatary7936
@manabendrakherkatary7936 4 ай бұрын
Real issue. Govt collecting indirect tax from the public.
@shewalikonwar9914
@shewalikonwar9914 4 ай бұрын
Amaru bohut bill ahise agote 120 mahot ahe atya 300 tokareu ,1 mah juwa nai karon ki moi gulaght
Кәсіпқой бокс | Жәнібек Әлімханұлы - Андрей Михайлович
48:57
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 64 МЛН
Un coup venu de l’espace 😂😂😂
00:19
Nicocapone
Рет қаралды 3,9 МЛН