'এজনো বাংলাদেশী ভাৰতত সোমাব নোৱাৰে। ছীল কৰা হৈছে সীমান্ত'

  Рет қаралды 28,797

NB News

NB News

Күн бұрын

Пікірлер: 51
@binodsaikia1882
@binodsaikia1882 2 ай бұрын
কঠা মতে কাম হ'লে ধন্যবাদ অসমৰ মূখ্যমন্ত্ৰী লৈ।
@DimbanathPatir
@DimbanathPatir 2 ай бұрын
Very good
@pabitrasaikia3188
@pabitrasaikia3188 2 ай бұрын
জয় আই অসম 🙏 sir
@Bobbyvlog2.0
@Bobbyvlog2.0 2 ай бұрын
Nice❤❤❤
@entertainmentandexercies415
@entertainmentandexercies415 2 ай бұрын
প্রধান মন্ত্রী জনী ভাৰতীয় নিকি?নে ডাঙৰ মানুহ হ'লে পাৰে।মই বাংলাদশৰ ব্যক্তি সকলক ইমানেই কম শেইষ হাছিনা য'ত আছে সেই অঞ্চলটো তচনচ কৰি দিয়ক।
@RatanRay-v3h
@RatanRay-v3h 2 ай бұрын
Good
@DipjyotiGogoi-uw9zz
@DipjyotiGogoi-uw9zz 2 ай бұрын
Bhal kotha bhabisi 🥹🦚🦚🦚💯💯💯 sir 🇮🇳 nice line 🩷💪🏼👌🏼
@mantudas3746
@mantudas3746 2 ай бұрын
সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় কথা মতে কাম হলে ( বাংলাদেশিৰ প্ৰবেশ নিষিদ্ধ হয় ) আজিবন শ্ৰদ্ধা প্ৰাত্ৰ হব
@haircareofficial12
@haircareofficial12 2 ай бұрын
বাংলাদেশী ভাৰতৰ নাম্বাৰ ওয়ান অতিথি। ৫ তাৰিখে বাংলাদেশী ভাৰতত সোমাইছে এতিয়া কৈ আছে এজনো বাংলাদেশী ভাৰতত সোমাবলৈ নিদিব😅😅😅
@nathview5499
@nathview5499 2 ай бұрын
BSF ক ভৰষা কৰি লাভ নাই অসম পুলিচক বাংলাদেশ সীমাত পহৰা দিবলৈ পঠাব লাগে
@rajkumardihingia2331
@rajkumardihingia2331 2 ай бұрын
পুলিচক দিলে হল আৰু ৬মাহতে পুলিছ নিজৰ নাড়ীটো এতিয়াই নেদেখে,তেতিয়া নিজৰ ভৰিকেটাও নেদেখা হব
@BasuPegu-gf4yp
@BasuPegu-gf4yp 2 ай бұрын
ছাৰ, অসম আৰু বাংলাদেশৰ সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰক নহলে অসমৰ ভবিষ্যত অন্ধকাৰ হব,
@bhabendoley6151
@bhabendoley6151 2 ай бұрын
দৰকাৰ নাই।মৰম কৰোঁতে অসম দকল কৰিব বাংলাদেশী।
@Akash-wf9zt
@Akash-wf9zt 2 ай бұрын
অসম আৰক্ষীক পহৰা দিব লাগিব অসম সীমাত 😢😢😢
@Assamboy-ou6yh
@Assamboy-ou6yh 2 ай бұрын
কোনো বাংলাদেশী অসম বা ভাৰতৰ যিকোনো ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিব লাগিলে বাংলাদেশত থকা হিন্দু এ হওঁক বা অন্য কিবা এ হওঁক । বাংলাদেশত থকা হিন্দু সকল বাংলাদেশত থকা অধিকাৰ আছে আৰু সেই বাংলাদেশী লোক সকলে বাংলাদেশৰ চৰকাৰৰ লগত আলোচন কৰক ভাৰত চৰকাৰৰ লগত আলোচনা কৰি লাভ নাই ।
@J_boruah.
@J_boruah. 2 ай бұрын
Right
@haircareofficial12
@haircareofficial12 2 ай бұрын
৫ তাৰিখে বাংলাদেশী ভাৰতত সোমাইছে।
@nitaphukansonowal1398
@nitaphukansonowal1398 2 ай бұрын
Right
@teenpatti1853
@teenpatti1853 2 ай бұрын
Good job. Hindu hok muslim hok kuno Bangladeshi okhomot ba Bharatot ahibo nalage
@dr.gobindamoral7359
@dr.gobindamoral7359 2 ай бұрын
বিদেশী খেদিবলৈ ১৯৭৯ চনৰ পৰা আন্দোলন কৰি আমি বহুত হেৰুৱালো !বাংলাদেশী খেদিব গৈ বাংলাদেশী মীয়াৰে অসম ভৰাই পেলালো ! সেই কথা হৃদয়ঙ্গম কৰিবলৈ বা বুজিবলৈ সামৰ্থ নোহোৱা অসমীয়াই কি কৰিব পাৰে ?যোৱা ৫০ বছৰে সীমান্তই নিৰ্মাণ কৰি দেশ সুৰক্ষিত কৰিব নোৱাৰিলে আমাৰ ৰাজনৈতিক নেতা সকলে । আন্তৰাষ্ট্ৰীয় বিষয় এটা এই সকলে বুজি পায় নে নাপায় সন্দেহ আছে ? বাতৰিৰ নামত যিহকে - তিহকে বকি পৰিবেশ বিনষ্ট নকৰিবলৈ আহ্বান ৰাখিলো । ধন্যবাদ ।
@priskyboy6
@priskyboy6 2 ай бұрын
জয় আই অসম🚩👍
@YashnaVlog.
@YashnaVlog. 2 ай бұрын
নেতা বোৰৰ কাম আৰু কথা আকাশ পাতাল পাৰ্থক্য
@Priyanseeghn02
@Priyanseeghn02 2 ай бұрын
Bangladesh PM thai desa jatia Bangladeshi axomot humai ase agor porai
@kakudas3887
@kakudas3887 2 ай бұрын
অসমখনো বাংলাদেশীৰ পৰা খালি কৰিব লাগে ৷
@sonibawri9725
@sonibawri9725 2 ай бұрын
Vaal kotha
@ayeshamazumder11
@ayeshamazumder11 2 ай бұрын
Good discussion
@bagadhartaid2389
@bagadhartaid2389 2 ай бұрын
Fire kribo lage
@pujalimbu8492
@pujalimbu8492 2 ай бұрын
Mama very good
@kalpanatanti6471
@kalpanatanti6471 2 ай бұрын
I am request hemanta sir please don't enter bangladeshi in Assam it's very dengerous.
@dipulsarma7527
@dipulsarma7527 2 ай бұрын
Tezpur ৰ পৰা অহা বেচি দিন হোৱা নাই চাগে
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 ай бұрын
দিল্লী ৱালাৰ ধমকি পালে সকলো ওলট পালে হৈ যাব ।
@haircareofficial12
@haircareofficial12 2 ай бұрын
কি কয় বে বাংলাদেশী ভাৰতত সোমাব নেদেই বোলে😮😮😮 বাংলাদেশৰ প্ৰধান মন্ত্ৰী কি ভাৰতীয় নেকি??ই দেখোন ভাৰতৰ নম্বৰ ওয়ান অতিথি কি যে হব। মামাই ঠিকেই কৈছে 🐕🐕🐕........😅😅😅
@Tiluramnath
@Tiluramnath 2 ай бұрын
Good 👍👍👍 very good mama
@kirudrajkhuwa5464
@kirudrajkhuwa5464 2 ай бұрын
Assamcommdópatieak
@HirakDas-r7e
@HirakDas-r7e 2 ай бұрын
Bohu deri hol.😂😂 alredy axomor matiye bangladexir boja xohib nowara hoise
@pahiiii
@pahiiii 2 ай бұрын
Ai bur car probhap muthota assamt humab dibo nalaga
@mousumikonwar5203
@mousumikonwar5203 2 ай бұрын
Good news
@Bapukonrabha471
@Bapukonrabha471 2 ай бұрын
Val ktha
@Priyanseeghn02
@Priyanseeghn02 2 ай бұрын
😂😂😂😂 axomot bangaladesi ase ....ami axomiya kaita adin Bangladesh nesena hbo
@ArchanaBordoloi-m5b
@ArchanaBordoloi-m5b 2 ай бұрын
Hay ne kha sa ne baru ne ratuaey par kariba😅😅😅
@HabibUllah-yp9rd
@HabibUllah-yp9rd 2 ай бұрын
Kothai kaame Ek howk.....
@MonjitSaikia-k9p
@MonjitSaikia-k9p 2 ай бұрын
Koy ajat kore ajat jodi hosa hoi hodai hubhakangkhi hoi robo aasamor raij
@PolashBorgohain
@PolashBorgohain 2 ай бұрын
News anchor k koisu kotha boholai nethaki bo , Hemanta sir ki koi se haitu follow korok
@BAKSAVologer
@BAKSAVologer 2 ай бұрын
Joy মামা
@gogoibikash-d4p
@gogoibikash-d4p 2 ай бұрын
কোনো ঠিকনা নাই,আগতেও কৈছিল, জাতি,মাটি,ভেটি পিছত অসমৰ ৰাইজে কি পালে
@opvideo7029
@opvideo7029 2 ай бұрын
এইবোৰ নাটক । ৰাজনীতিৰ লাভলাভ ।
@himanshumahanta1551
@himanshumahanta1551 2 ай бұрын
Very good
@ManjuHazarika-g4r
@ManjuHazarika-g4r 2 ай бұрын
Very good
Я сделала самое маленькое в мире мороженое!
00:43
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 15 МЛН
Sigma baby, you've conquered soap! 😲😮‍💨 LeoNata family #shorts
00:37
Марк Курцер: «Родить сегодня можно в любом возрасте»
1:10:51
Я сделала самое маленькое в мире мороженое!
00:43