কৃষকৰ ধনৰ নামত সৰ্ববৃহৎ কেলেংকাৰী। প্ৰতিখন জিলাৰ ভুৱা হিতাধিকাৰীৰ তালিকা NB NEWSৰ হাতত

  Рет қаралды 533,914

NB News

NB News

Күн бұрын

Пікірлер: 640
@JintuSaikia-y3t
@JintuSaikia-y3t 7 күн бұрын
ভাল পদক্ষেপ।‌ লগতে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, সভাপতি, সকলে কিমান টকা কৈ ললে অনুসন্ধান কৰক ।
@dilipsvlogs246
@dilipsvlogs246 6 күн бұрын
দৰিকনা পুঠি মাছহে বিচাৰি আছে কিন্তু ৰৌ বৰালি সাৰি গৈ আছে।
@dilipkr.kalita8299
@dilipkr.kalita8299 5 күн бұрын
New jail banaok nahale iman manuh koit rajhib
@mainudavi9510
@mainudavi9510 8 күн бұрын
ৱাৰড মেমবাৰ বোৰক কৰক।আৰু এইসকল লোকেই চৰকাৰী ঘৰ আৰু অন্যান্য আচনি সমূহ পায় বাকী প্রকৃত দুখীয়া খিলনজীয়া মানুহে নাপায়।
@SriArunjyotiDeka
@SriArunjyotiDeka 8 күн бұрын
এইবোৰে টকা খোৱা দলৰ লিডা খেতি নকৰা মানুহে পাই ধন মায়া দিম ধন্যবাদ
@DipanjoliGogoi-e8m
@DipanjoliGogoi-e8m 8 күн бұрын
Hosa kotha
@AxomjyotiBordoloi
@AxomjyotiBordoloi 8 күн бұрын
Apuni akdom khosa kotha koise bhut bey lge gaon eman dhukiya mnuh ase kunu napai sob ward member lgt thokq mnuh bur pai
@rajuchinteypainter9504
@rajuchinteypainter9504 8 күн бұрын
সচা কথা
@Solarhelpline
@Solarhelpline 7 күн бұрын
সঁচা কথা
@rajdeeptalukder101
@rajdeeptalukder101 8 күн бұрын
গাঁওবুৰা মেইন
@NabinGogoi-z8y
@NabinGogoi-z8y 7 күн бұрын
Yes.right.
@JayPegu321
@JayPegu321 8 күн бұрын
আটাইতকৈ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ পদকেপ গ্ৰহণ কৰিছে, ভাল লাগিল...
@NurnaharBegom-ks3dw
@NurnaharBegom-ks3dw 8 күн бұрын
G
@gopinathtalukdar1384
@gopinathtalukdar1384 Күн бұрын
Misa katha iyar eibor
@DevikaGogoi-f1n
@DevikaGogoi-f1n 8 күн бұрын
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ। শুনি ভাল লাগিল।
@riturajvlogs09
@riturajvlogs09 7 күн бұрын
সুন্দৰ 😮 আমাৰ একো নাই আজি লৈকে একো নাপালোঁ..ফৰ্ম ফিলাপ কৰো কিন্তু সময়ত একো নাপালোঁ..ভাল কৰিছে..মামা জিন্দাবাদ ❤❤
@monwarbarlaskar1793
@monwarbarlaskar1793 7 күн бұрын
না খাউঙা না খানে দিউঙা বলি কৈছিলে ফেকু মোদীয়ে😅
@dipubora3518
@dipubora3518 8 күн бұрын
ইহঁতক ধৰিব লাগে লগতে যি জনে সহায় কৰিছে তাকো ধৰিব লাগে কিন্তু আমাৰ খেতি মাটি থাকিও পোৱা নাই😢
@Surajjamanprodhani
@Surajjamanprodhani 8 күн бұрын
Dada ami hudhile koi j aibilak fillup hoi goise.amar mati 7 bigha kintu ami ek tokao powa nai aji loike
@RamaniBaruah-q6c
@RamaniBaruah-q6c 7 күн бұрын
Right
@altaphussain2377
@altaphussain2377 8 күн бұрын
মূখ্যমন্ত্ৰী ভাল পদক্ষেপ লৈছে ধন্যবাদ
@jugeswarphukan9726
@jugeswarphukan9726 8 күн бұрын
Akubhal.karanai.nijar.karane.karise.bidai.hunkale.dieak.bjpik.nahale.dekh.jati.mati.hekh
@dipaksarma8458
@dipaksarma8458 7 күн бұрын
খেতি কিন্তু কোনেও নকৰে,কিন্তু কৃষকৰ সন্মান নিধিৰ ধন সকলোৱে লৈছে ৷
@TaslimAliBabul
@TaslimAliBabul 8 күн бұрын
ইমান ভাল লাগিল ভাষা নাই বুজাবলে 👍👍👍👍
@iuniun9530
@iuniun9530 8 күн бұрын
ভাল কাম কৰিছে পিছে এই মন্ত্ৰী , এম এ লে, এম্পি বিলাকে যে ৰাইজৰ টকাবোৰ খাইপেলালে আৰু খাই আছে সেইবোৰক নধৰে কিয় ! লোন লৈ চৰকাৰ চলাব আৰু ৰাইজৰ মাথাত ৰাম টাঙুন দিব কেলা
@dilipsvlogs246
@dilipsvlogs246 6 күн бұрын
তেওলোক য়ে জননেতা।
@SanatanBiswas-jy1yw
@SanatanBiswas-jy1yw 8 күн бұрын
Very good step ---------- সাহসী ও বাস্তৱবাদী কৰি দেখুৱাওক ---- আমি wel come janam.
@mainasoskda7713
@mainasoskda7713 6 күн бұрын
ভাল পদক্ষেপ।
@BogaBasumatary-uk3cg
@BogaBasumatary-uk3cg 6 күн бұрын
বহোত বহোত ধন্যবাদ চাৰ
@SangitaboruahSangitaboruah-j9l
@SangitaboruahSangitaboruah-j9l 8 күн бұрын
আচল কৃষকে নাপায় কিন্তু পথাৰলৈ গৈ নোপোৱা লৰাই কৃষৰ আচনিৰ জড়িতে টকা পাই আহিছে। এইবোৰ বিজেপি নেতা পালি নেতা সকলৰ কাৰণে এইবোৰ কেলেংকাৰি হৈছে।
@bantineog6722
@bantineog6722 7 күн бұрын
বহুত ভাল কাম কৰিছে। এনেকুৱা কাম কৰিলেহে মানুহৰ চকু মেল খাব আৰু দুৰ্নীতি বিৰোধী অভিযান অলপ হ'লেও সফল হ'ব। ধন্যবাদ চাৰ,, পৰমপিতাই শক্তি দিয়ক
@hanifali771
@hanifali771 7 күн бұрын
😅😅😅😅😅😅😅😅😅😅😅😅
@BhabeshTaw-k1l
@BhabeshTaw-k1l 4 күн бұрын
Ha ha, bhaley korese, thank you , you are great sir 😂
@bindabangthai7735
@bindabangthai7735 8 күн бұрын
চৰকাৰক লোন ল'বলৈ বাধ্য কৰোৱা বোৰক❤ গ্ৰেপ্তাৰ কৰিব পাৰিলে মানি লম।
@topgamer07tg
@topgamer07tg 8 күн бұрын
Baba kekhor poise deboloi sorkarea loan lowa nai
@JDNews-c7g
@JDNews-c7g 7 күн бұрын
আটাইতকৈ ভাল কাম কৰিবলৈ ওলাইছে চৰকাৰে.... ভাল লাগিল.....
@পাপৰিগগৈ
@পাপৰিগগৈ 8 күн бұрын
মাটি নাই মানে ...! মাটিৰ খাজনা আৰু মাটিৰ জমা বন্দি দিলে হে কৃষকৰ পইছা পায় । কৃষি বিষয়া জনে তন্ন ত্ন্ন কৈ পৰীক্ষা কৰিহে ফৰ্মখন ত চহী কৰে । মণ্ডলে হাত পৰীক্ষা কৰাৰ পাছতহে SDC জনে চহী কৰে । গতিকে মাটি নথকাকে কেনেকৈ অফিচাৰে চহী কৰি পইছা দিলে ? সেই অফিচাৰ কেইজনক ধৰক । চৰকাৰে হিতাধিকাৰি সৃষ্টি কৰিছে, অসমৰ সম্পদ বিক্ৰী কৰিছে, ধাৰৰ বোজা সাধাৰণ জনতাৰ মূৰত মাৰিছে বুলি নেলু ফালি ফালি চিঞৰিব । বস্ত্ত ৰ দাম বাঢ়িছে বুলি ধৰ্ণা দি বাহ বাহ লব । আৰু নিজেই দুখীয়াৰ ভাগৰ কাঢ়ি খাবলৈ ঢাপলি মেলিব । প্ৰকৃত হিতাধিকাৰিক বাদ কৰি নিজেই হিতাধিকাৰী হৈ যাব । এতিয়া পিছে লাজ লাগিবনে নাই !
@rakeshmandal7964
@rakeshmandal7964 7 күн бұрын
😂😂😂
@dilipsvlogs246
@dilipsvlogs246 6 күн бұрын
সচা কথা দাঙি ধৰিছে।
@allinone-gd1nw
@allinone-gd1nw 7 күн бұрын
বিজেপি চৰকাৰে প্ৰথমে আঁচনি দিব তাৰ পিছত গম পাব যে টকা শেষ হ'বলৈ হৈছে। এইবোৰ হেতেলি নেখেলি আৰু কি খেলিব এইখন মুৰ্খ চৰকাৰে। চৰকাৰেই চালি জাৰি দিব আকৌ চৰকাৰেই ল'ব। কোনেও প‌ইচা দি লোৱা নাই চবেই প্ৰয়োজনীয় দকোমেন্ট জমা দিছে নোডল অফিচাৰে চাইন কৰি এপ্ৰোভ কৰিছে। ইয়াত সাধাৰণ জনতাৰ ভুল নাই বিষয়াৰ ভুল আছে। যেতিয়া ধান পোকে খায় সেইসময়ত ধন নিদিয়ে,যেতিয়া চাহ লাল পোক লাগে সেইসময়ত ধন নিদিয়ে কিবা ইলেক্চ্যন আহিব কিবা ট্ৰেণ্ড চলিব তেতিয়া দিব। যেতি তেতিয়া টকা দিলে কৃষকৰ একো সমস্যাৰ সমাধান নহয়। আমাৰ যিমান পাইছোঁ বিদ্যুতৰ বিল দিওঁতেই গ'ল।
@thirthapatir
@thirthapatir 3 күн бұрын
Good Decision sir
@GautamRajkhanikar
@GautamRajkhanikar 8 күн бұрын
ইমান বিলাক মানুহক গ্ৰেপ্তাৰ কৰি কত ৰাখিব ।
@Attitude_Killer_
@Attitude_Killer_ 8 күн бұрын
Camp bonai thobo
@DhirajRoy-c4s
@DhirajRoy-c4s 8 күн бұрын
8,42,439 ta police 🚨 a nai aamar mamar hatot😂
@tilaksarma7146
@tilaksarma7146 8 күн бұрын
মামীৰ লগত
@thesuntv199
@thesuntv199 7 күн бұрын
😂😅 hahaha Crazy Boss ​@@tilaksarma7146
@taufiqali4080
@taufiqali4080 7 күн бұрын
😂😂😂​@@tilaksarma7146
@Choudhury1474
@Choudhury1474 8 күн бұрын
এই কাম বোৰ যি বিষয়াই আৰু কাযকতাই কৰি দিছিল তেখেতে সকলোকো গ্ৰেপ্তাৰ কৰিব লাগে
@santanubora6471
@santanubora6471 6 күн бұрын
ভাল পদক্ষেপ লৈছে।
@breatheff11
@breatheff11 8 күн бұрын
সেই দৰে অৰুণোদয় আচনিৰ টকা নাপাবলগীয়া বহুতোলোক পাই আছে সেইসকলককো এই দৰে ব্যবস্থা কৰিব লাগে।
@SanjoyPalit-r3r
@SanjoyPalit-r3r 7 күн бұрын
Thanks Boriya lagice 👍👍👍
@punagogoi7127
@punagogoi7127 5 күн бұрын
অতি সুন্দৰ পদক্ষেপ❤
@bot.R55
@bot.R55 8 күн бұрын
আৰে ভুৱা হিতাধিকাৰী প্ৰথমতে কোনে আগবঢ়ায় গাও পঞ্চায়তৰ সদস্য বিলাকে নহয়জানো ? গতিকে সেইবিলাকক কি কৰিব ? তেওলোক বেছিভাগ চৰকাৰৰে নহয়জানো ?
@ytmaxgaming1542
@ytmaxgaming1542 8 күн бұрын
এই বিলাকক জেইলত থবলৈ হলে গোটেই অসম খনকে জেইল বনাব লাগিব ।
@mridulgogoi2968
@mridulgogoi2968 6 күн бұрын
বহুতো দুখীয়া মানুহে নিজৰ আধা বিঘা, এক বিঘা মাটিৰ কাগজ দি সকলো সঠিক প্ৰমান পত্ৰ দি আৱেদন কৰিছিল, আৰু সেইমতে টকা পাই আছে, দুখীয়া মানুহে আছনিৰ পইচা বুলি, লবই । চৰকাৰে দিয়ুতে সকলো ছালি জাৰি দিব লাগিছিল, বা দুটা তিনিটা কিস্তি হওঁতেই সকলোৰে ঘৰত Survey কৰি ভূৱা সকলক Notice দিব লাগিছিল, তেতিয়া দুখীয়া ভূৱা বোৰে কমচেকম ঘূৰাই দিব পাৰিলে হেঁতেন । এতিয়া পচিবুল নহয়। এতিয়া দূখিয়া মানুহে কৰ পৰা ঘূৰাব? জি দেখিছো এতিয়া অৰুনোদই আঁচনি বুলি দি আছে, পাছত আকৌ ভূৱা, মুৱা কিবা বাহানা বনাই জেইল নিদিলে হল।
@BabuRaj-m2w
@BabuRaj-m2w 8 күн бұрын
সুন্দৰ পদক্ষেপ,
@dipankartalukdartalukdar-jj8rl
@dipankartalukdartalukdar-jj8rl 8 күн бұрын
সুন্দৰ পদক্ষেপ mama ভাল লাগিল আপোনাৰ কৰ্ম কৰ্তা বিলাক যাতে বাত পৰি নাযায় thank you 🙏🤟🤟🤟💐 🙏🙏🙏
@relaxing_mixing
@relaxing_mixing 7 күн бұрын
Mojjjaa 🎉🎉 Mama
@balaramkharka4626
@balaramkharka4626 8 күн бұрын
Bahut bhal lagil 😮😮
@PrabhatNath-z2b
@PrabhatNath-z2b 5 күн бұрын
অতি সুন্দৰ পদক্ষেপ।
@mukutborah4081
@mukutborah4081 6 күн бұрын
সুন্দৰ। ভাল লাগিল।
@EmmanuelTaid
@EmmanuelTaid 7 күн бұрын
Very good mama
@PinkiDaulagupu
@PinkiDaulagupu 7 күн бұрын
Good step...👏🏻
@mtrueword129
@mtrueword129 5 күн бұрын
Mojjaaa
@chandraneog6508
@chandraneog6508 7 күн бұрын
কিহৰ ভিত্তিত এই সকলক চিনাক্ত কৰিছে বাতৰি পৰিৱেশন কৰোঁতে উল্লেখ কৰা হ'লে ভাল হয়। মইয়ো এই সকলক ভিতৰত পৰিছে যেন পাওঁ। মইয়ো দেউতাৰ নামত থকা মাটিৰ তথ্যৰ বাবে পাই আছো ।
@dhirajkonwar169
@dhirajkonwar169 6 күн бұрын
Jodi apunar namot kheti mati ase tnte aku problem ni
@babulpatir-d8c
@babulpatir-d8c 8 күн бұрын
good news ❤❤❤❤
@n.lcreation3865
@n.lcreation3865 7 күн бұрын
Good step by Assam Gov Thank you Mama
@MonirulIslam-kw7gu
@MonirulIslam-kw7gu 6 күн бұрын
Perfect step
@shahidulalam9912
@shahidulalam9912 8 күн бұрын
বহুত ভাল হ'ব
@DhanadaDeka-rp8oo
@DhanadaDeka-rp8oo 6 күн бұрын
ধন্যবাদ
@kamannarah5067
@kamannarah5067 2 күн бұрын
CM sir বহুত ভাল কাম কৰিছে। আমি খেতিয়ক খেতিয়কৰ পাইছা নাপাওঁ । মাজুলী
@swrangboro4018
@swrangboro4018 6 күн бұрын
Good job Mama
@jahirulislam4311
@jahirulislam4311 8 күн бұрын
অবৈধভাবে কৃষকৰ ধন লাভ কৰা সকলক জেলত ৰাখিবৰ বাবে ঠাই আছেনে।
@ParulTalukdar-u1i
@ParulTalukdar-u1i 7 күн бұрын
Thanks... very good news
@ManalishaKalita-fy5lr
@ManalishaKalita-fy5lr 7 күн бұрын
Good discussion
@DebiramPadun-k7r
@DebiramPadun-k7r 7 күн бұрын
Mojja❤❤❤❤❤
@PrabhatDas-ry7yv
@PrabhatDas-ry7yv 8 күн бұрын
গেপতা কৰি দেখুৱায়ক তেতিয়া ভাল বুলি কম।❤❤❤❤❤
@devigita752
@devigita752 8 күн бұрын
Mama 👍👍👍Ami kheti koriu poisa napau Dalal bure nkrileu pai vale hoise Good DISICION
@Love-mj9bs
@Love-mj9bs 6 күн бұрын
Good news 🎉
@yeriaeni1133
@yeriaeni1133 8 күн бұрын
কেনেকৈ দুৰ্নীতি মুক্ত চৰকাৰৰ দিনত ইমান হ'বলৈ পালে। সকলোতে একে অৱস্থা ।
@bijoyhoro7341
@bijoyhoro7341 6 күн бұрын
Good job mama
@amarjyotidas2467
@amarjyotidas2467 8 күн бұрын
আমাৰ গাৱঁত আধাতকৈ বেছি মানুহে পি এম কিষানৰ ধন পায় ৷যাৰ খেতিৰ নামত জলকীয়াৰ পুলি এটাও নাই ৷মই নিজেই ৩ টা কৃষ্টিৰ ধন পাইছিলো। 😅
@deepjyotiollmixedvideo5628
@deepjyotiollmixedvideo5628 7 күн бұрын
Good mama👍👍👍
@shiekhamin9
@shiekhamin9 7 күн бұрын
বহুত ভাল খবৰ❤
@Surjanrabha
@Surjanrabha 7 күн бұрын
👍 good job
@sayanvideo3860
@sayanvideo3860 7 күн бұрын
Good Job
@jeevan3998
@jeevan3998 6 күн бұрын
Very god news.
@GopalParja-pd6js
@GopalParja-pd6js 6 күн бұрын
CM mama jindabad
@JunGogoi-k3z
@JunGogoi-k3z 7 күн бұрын
Good decision.
@BhairaviSaikia-z8h
@BhairaviSaikia-z8h 7 күн бұрын
Bhal hoi sei sir khowang ghat dibrugarhot ase❤
@ABINASHAk47
@ABINASHAk47 8 күн бұрын
Great 😊
@PubaliKosari
@PubaliKosari 8 күн бұрын
Good step mama❤
@mainudavi9510
@mainudavi9510 8 күн бұрын
ভগৱান আছে পৃথিৱীত।এসাজ খাই😅 এসাজ নাখাই ভঙা বেৰৰ জুপুৰি এটাত বাস কৰি আছো গোটৰ পৰা টকা ল ও আৰু সপতাহে2 ধাৰ মাৰো এনেকৈয়ে আমাৰ জীৱন গ'ল।
@dhirajkonwar169
@dhirajkonwar169 6 күн бұрын
Jodi income ni tnte kio xumabo lage gut ot? Bandhan gut hajira kori khua manuhor karone nhoi
@roborsonbey
@roborsonbey 6 күн бұрын
Very good news
@osmatali5684
@osmatali5684 6 күн бұрын
Thanks
@ExptCopy2m
@ExptCopy2m 8 күн бұрын
💯 right MORIGAON Boribandha
@puspadhardowarah1932
@puspadhardowarah1932 8 күн бұрын
কাৰো হাতত হেণ্ডকাফ নালাগে।এইবোৰ জনতাক তেল দিয়া কথা।এই সকলোবোৰ বিজেপিৰে মানুহ!ৰাইজৰ পৰা tax তুলি এইবোৰ লোকক চহকী কৰিছে।দুখীয়া বোৰ দুখীয়াই হৈ গৈ আছে আৰু আমাৰ দৰে লোকবোৰ ক্ৰমে দৰিদ্ৰ হৈ গৈ আছো। সুবিধা পোৱাবোৰে বিজেপিক ভোট দিয়াটো স্বাভাবিক! আমিবোৰে কিয় দিম?
@RahanUddin-mi5jf
@RahanUddin-mi5jf 8 күн бұрын
YES💯 👍🤝👌🌹
@tafajulali3084
@tafajulali3084 6 күн бұрын
Good mama news
@mujafarahmed3859
@mujafarahmed3859 7 күн бұрын
Nice deseson
@BabaDutta-zl4yd
@BabaDutta-zl4yd 8 күн бұрын
Good. 👍
@Abhijit-x5s
@Abhijit-x5s 4 күн бұрын
অতি সুন্দৰ পদক্ষেপ কি কৰিছে
@dharmendraray1652
@dharmendraray1652 8 күн бұрын
Good news for assam 👌👌👌👌
@BBODO960
@BBODO960 6 күн бұрын
Right
@AshimPaul-j4i
@AshimPaul-j4i 8 күн бұрын
Good job ...mama....
@ThirmalRajbongshi
@ThirmalRajbongshi 8 күн бұрын
ভুৱা হিতাধিকাৰি কোনে বনাইছে চৰকাৰৰ মানুহে।যদি মোৰ ভুল হোৱা নাই। গাওঁ সদস্য, সভাপতি নিৰ্বাচিত হোৱাত গাৰ বলত এই বিলাক কাম হৈছে। আচল সেতিয়কে কৃষি লোণ পোৱা নাই। চৰকাৰে প্ৰথমে গাওঁ সদস্য, সভাপতি বিলাকক ধৰক।সাতিখোৱা কেইজনক ধৰিলে কি হ'ব ।
@Internationalfunnyvideos1
@Internationalfunnyvideos1 8 күн бұрын
Good mama❤❤❤
@RashidulIslam-i1n4p
@RashidulIslam-i1n4p 7 күн бұрын
Good steps
@tamulpur5102
@tamulpur5102 7 күн бұрын
Good step Assam sarkar
@tutumoniBiswas-be8hv
@tutumoniBiswas-be8hv 7 күн бұрын
Goog job
@surajpaul4923
@surajpaul4923 8 күн бұрын
Right action
@ranjumohan-mt2xj
@ranjumohan-mt2xj 7 күн бұрын
বৰ ভাল কথা
@fahmidaashiyan
@fahmidaashiyan 8 күн бұрын
আমাৰ মাটি থাকিও আমি পোৱা নাই 😢
@rintugogoigoodboy6561
@rintugogoigoodboy6561 7 күн бұрын
Mojaa
@FarhiajannatFarhia
@FarhiajannatFarhia 8 күн бұрын
Good mama
@JayantaRabha-s2c
@JayantaRabha-s2c 8 күн бұрын
Great
@pahichetia8401
@pahichetia8401 8 күн бұрын
Good decision
@AniramBorah-x6v
@AniramBorah-x6v 7 күн бұрын
ভাল লাগিছে শুনি
@lalitchutialalitchutia
@lalitchutialalitchutia 8 күн бұрын
Good good good nice
@ahmtassam9013
@ahmtassam9013 7 күн бұрын
বহুত ভাল desigion লৈছে
@PrityBoro-nl4hc
@PrityBoro-nl4hc 7 күн бұрын
Mojaaà
@SubhashKardong
@SubhashKardong 7 күн бұрын
Good.dada
@tukheswargogoi9561
@tukheswargogoi9561 7 күн бұрын
ভাল কথা।
@AnjuDutta-bl9yn
@AnjuDutta-bl9yn 8 күн бұрын
Good newas
@SuntiBaruah-bu3ut
@SuntiBaruah-bu3ut 8 күн бұрын
Oh. Very. Good. Step
«Жат бауыр» телехикаясы І 26-бөлім
52:18
Qazaqstan TV / Қазақстан Ұлттық Арнасы
Рет қаралды 434 М.
요즘유행 찍는법
0:34
오마이비키 OMV
Рет қаралды 12 МЛН