LIVE : Ashok Sharma News : বিজেপি এৰি কংগ্ৰেছলৈ যাব ওলোৱা অশোক শৰ্মাৰ বিষ্ফোৰণ N18L

  Рет қаралды 78,190

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE : Ashok Sharma News : বিজেপি এৰি কংগ্ৰেছলৈ যাব ওলোৱা অশোক শৰ্মাৰ বিষ্ফোৰণ N18L
#live #ashoksharma #news18assamoriginals
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 94
@jibonjyotidutta622
@jibonjyotidutta622 3 ай бұрын
অশোক শৰ্ম্মাই শুদ্ধ কথা কৈছে | অশোক শৰ্ম্মা জিন্দাবাদ🙏❤🙏 2026 চনত নলবাৰীৰ কংগ্রেছৰ বিধায়ক হব 🙏❤🙏
@Rahul-e2x7z
@Rahul-e2x7z 3 ай бұрын
অশোক শৰ্মা দাঙৰিয়াক শুভেচ্ছা জনালোঁ অশোক শৰ্মা দাঙৰিয়া আপুনি 26 চনত নলবাৰী দখল কৰিব লাগিব
@UtpalGogoi-h1z
@UtpalGogoi-h1z 3 ай бұрын
শৰ্মা ডাঙৰীয়াই যি কৈছে একেবাৰে সঁচা কথা. কংগ্ৰেছ ধ্বংস কৰি এটি য়া bi je pi পুৰণি নেতা কৰ্মী ক ধ্বংস কৰি বলৈ গেলা হোপা আহি চে.
@nurulamin9544
@nurulamin9544 3 ай бұрын
00⁰0000⁰
@tapanchandrakalita6420
@tapanchandrakalita6420 3 ай бұрын
সিংহ ই কেতিয়াও যুঁজ কৰিবলৈ ভয় নকৰে
@kalitakamal1859
@kalitakamal1859 3 ай бұрын
ক্ষমতা ত্যাগ কৰি যাব লাগিলে কিন্তু সাহসী, আত্মসন্মানবোধ থকা আৰু নিৰ্লোভী হ'ব লাগিব
@jibonjyotidutta622
@jibonjyotidutta622 3 ай бұрын
হিমন্তই লৰা ৰজা শাসন চলাইছে | স্বেচ্ছাচাৰী শাসন অসমৰ ৰাইজে মিবিচাৰে | অশোক শৰ্ম্মা জিন্দাবাদ🙏❤🙏
@RojitaDas
@RojitaDas 3 ай бұрын
Welcome 2.. Congress 🖐️ Ashok Sarma
@dhimanbaishya6810
@dhimanbaishya6810 3 ай бұрын
Good Decision
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 3 ай бұрын
Right decision
@MayawatiChungkrang-d7b
@MayawatiChungkrang-d7b 3 ай бұрын
Right kotha 💯. Misa nahay Oxmor CM Jon Bohut Misa kotha koi
@dhaniramhatiboruah5982
@dhaniramhatiboruah5982 3 ай бұрын
Good Disition.
@sanibdoley525
@sanibdoley525 3 ай бұрын
কাৰোবাৰ কষ্ট ,ত্যাগ স্বীকাৰ কৰি বনোৱা ঘৰ দখল কৰাতো মানৱতাৰ কেনে পৰিপক্কতা??
@hazarika3679
@hazarika3679 3 ай бұрын
Most welcome to congress 🙏🙏🙏
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru 3 ай бұрын
Ashok sarma good decesion
@digantajyotibordoloi5528
@digantajyotibordoloi5528 3 ай бұрын
সচাঁ কথা কৈছে অশোক শৰ্মাই
@mathstutorialchannel9184
@mathstutorialchannel9184 3 ай бұрын
কোনো দলৰে স্বেচ্ছাচাৰী শাসন স্হানী হৈ নাথাকে
@nirmalpegu2841
@nirmalpegu2841 3 ай бұрын
Right version sir well come to congress
@prabinsarma7499
@prabinsarma7499 3 ай бұрын
আমি সৰ্বসাধাৰণ দৰিদ্ৰ লোকে এইখন চৰকাৰৰ শাসনত দুৰ্বিসহ জীৱন কটাইছো ।
@alamali5932
@alamali5932 3 ай бұрын
Good disition
@anamlaskar5010
@anamlaskar5010 3 ай бұрын
@HasenAli-py2dl
@HasenAli-py2dl 3 ай бұрын
Good decision
@osmangani4818
@osmangani4818 3 ай бұрын
Congratulations
@narentalukdar9711
@narentalukdar9711 3 ай бұрын
Good
@gagandeka4188
@gagandeka4188 3 ай бұрын
Very good
@RajuKumar-vh6mp
@RajuKumar-vh6mp 3 ай бұрын
Sealot sharma sir good
@jatinbaishha3540
@jatinbaishha3540 2 ай бұрын
অশোক শৰ্মাৰ সত্য কথাই কৈছে ।বৰ্তমান লৰা ৰজাৰ শাসন চলি আছে । মই সমৰ্থন কৰোঁ বৰ্তমান তেওঁ ৰাজ্যৰ জনসাধাৰণ কথা নুশুনে । এক নায়কত্ব শাসন চলাই আছে ।
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
মই 1500টকীয়া সকলে আজি কালি উত্তৰ বিলাক বৰ কাৰ্যক্ষম দেখা গৈছে 1500টকা সঠিক সময়ত সোমাই আছে সম্ভৱ।
@JagatSaikia-jo3nu
@JagatSaikia-jo3nu 2 ай бұрын
Good ❤❤
@KhaibarHussain
@KhaibarHussain 3 ай бұрын
Good decision ashok.sarma
@OmarAli-ee7jo
@OmarAli-ee7jo Ай бұрын
Gooddisison
@dinanathrabha8261
@dinanathrabha8261 3 ай бұрын
বি জে পিক উফৰাবই লাগিব।
@muhimphukon8486
@muhimphukon8486 3 ай бұрын
Wel,coom,to,con,
@SAIFULISLAM-ts8bq
@SAIFULISLAM-ts8bq 2 ай бұрын
Right 💯
@shamim3d96
@shamim3d96 2 ай бұрын
Right.
@TazerAli-x4v
@TazerAli-x4v 3 ай бұрын
Good ,Better, Best
@prarinitasaikia4380
@prarinitasaikia4380 2 ай бұрын
একেবাৰে সচা কথা কৈ দাদা আমিও সেই কাৰণে বিজেপি ক ভুট দিছিলোঁ।
@digantachangmai1076
@digantachangmai1076 3 ай бұрын
Well Come To Ashok Sarmah For Congress party
@julhaz3336
@julhaz3336 3 ай бұрын
Welcome to Congress Party. This strong person can be benefited to Congress Party.
@KumarDhirendraNarayanDev
@KumarDhirendraNarayanDev 2 ай бұрын
Ashok Sarma Saying Real Truth
@suzaulhoque7397
@suzaulhoque7397 2 ай бұрын
Ashok Sarmah ajibon Nalbari samasti dhori rakhiba paribo Aiya Nalbari raijor pratisruti
@jogennath9685
@jogennath9685 2 ай бұрын
Good Decision !Congress Jindabad!
@SusitaBegum
@SusitaBegum 3 ай бұрын
@alamali773
@alamali773 2 ай бұрын
Ok
@binodsaikia1882
@binodsaikia1882 2 ай бұрын
সুবিধা বাদিয়ে কেতিয়াও , শান্তি ত থাকিব নোৱাৰে আৰু এওঁ লোকে জীৱনত আনকো শান্তিত থাকিব নিদিয়ে।
@BuluBoruah-ui8oe
@BuluBoruah-ui8oe 3 ай бұрын
Well come to congress.
@NayanmiliMili-j4j
@NayanmiliMili-j4j 2 ай бұрын
Congras jidbad
@TaraniHazarika
@TaraniHazarika 2 ай бұрын
মাটিত ৰঙ দিলে সোন নহয়
@TaraniHazarika
@TaraniHazarika 3 ай бұрын
অশোক শৰ্মা আনৰ ঘৰত জুই জিলাৰে নিজৰ ঘৰত জুইলাগে
@babulbora8228
@babulbora8228 3 ай бұрын
এই বিলাক নেতাৰ কোনো ideology নাই।বিজেপি আৰু কংগ্ৰেছ দুয়োটাই বেলেগ ৰাজনৈতিক মতাদৰ্শ ৰ দল।বিজেপি তে থাকি বিজেপি ৰ বেয়া বিলাক কম বেছি পৰিমাণে শুদ্ধ কৰিব নোৱাৰাৰ কাৰণ কি,কিন্তু আচলতে ৰাইজে তৰুণ গগৈ চৰকাৰৰ অপ শাসন উফৰাবৰ বাবেহে বিজেপি ক শাসন লৈ আনিছিল।নেতা বিলাক MLA,MP থকালৈকে দল ভাল।বাংলাদেশী মূলৰ মুছলমান ভোটৰ আশাত কংগ্ৰেছ ৰ নিচিনা দললৈ অশোক শৰ্মা ৰ দৰে নেতাই ভৰিত কুঠাৰ মাৰিবলৈ ওলাইছে।
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
এতিয়া বিজেপি চলাই থকা সকল কংগ্ৰেছৰ আদৰ্শ লৈ মন্ত্ৰী বিধায়ক হৈ আছিল হেই কথা নকল যে।
@UtpalakshyaDas
@UtpalakshyaDas 3 ай бұрын
M.L.A hoi thakib parile bhal. Electricity congress r din t koi bartaman bahut bahut bhal.
@NirmolRay1996
@NirmolRay1996 3 ай бұрын
😂😂😂এয়া কেৱল নিজৰ স্বাৰ্থ।।একো নহয়।।।।কংগ্ৰেছ আহিলেও 5 বছৰতে আমুৱাব।।।সেইটো স্বাভাৱিক কথা।।।জনগণে কেতিয়াও এটা দলকে দীৰ্ঘ সময়ৰ কাৰণে শাসনত নাৰাখে।।।
@pranabbaruah7687
@pranabbaruah7687 3 ай бұрын
ৰাজনৈতিক বৃত্তিজীৱী এওঁলোক,যত ভাল পেকেজ তাতেই যাব,নিজৰ পেকেজ বৃদ্ধিৰ চেষ্টা কৰা ডাঙৰ খবৰ নহয়।🤣🤣
@bitupandas1535
@bitupandas1535 3 ай бұрын
এটা দলৰ নীতি আদৰ্শত থাকি MLA হল। আৰু এতিয়া টিকট নোপোৱাত দলৰ নীতি আদৰ্শ ভাল নলগা হল। MLA হৈ থকা হলে এনে নকৰিলে হয়।
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
হিমন্ত লগতে এতিয়া শাসন কৰি থকা সকল দেখোন ডাঙৰ ডাঙৰ মন্ত্ৰীৰ হৈ আছিল কংগ্ৰেছৰ নীতি অৰ্দশত বিশ্বাসী আছিল। সেইটো কথা কিয় নকলে।
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Bitupan das toi Himanta Bamunr paikhana latrine safa kari thak.
@MdeepDeep
@MdeepDeep 3 ай бұрын
Tumi BJP
@MdeepDeep
@MdeepDeep 3 ай бұрын
Ek tigers
@rinkumili2957
@rinkumili2957 3 ай бұрын
ভুকি থকা কুকুৰে কামুৰিব নোৱাৰে বুলি এটা প্ৰবাদ আছিল।ঠিক অশোক শৰ্মাৰ কথাবোৰ তেনেকুৱা ই হৈছে। সকলোকে মুঠতে পাৱাৰ লাগে।
@dipakgogoi5084
@dipakgogoi5084 3 ай бұрын
মই 1500টকীয়া দুজন মানৰ লিখা কথা উত্তৰ দিছো তেঁওলোকে লিখাৰ তলত। কিন্তু তেওঁলোকে উডৰ দিব পৰা ক্ষমতা নাই। 1500টকাৰ কাৰণে লিখিছে। মোৰ লিখাটো ডিলিট কৰি দিব। গতিকে পুনৰাই লিখিছো শৰ্মা ডাঙৰীয়া বিষয়ে লিখি কৈছে যে এটা দলৰ নীতি আদৰ্শ লৈ অন্য এটা দললৈ গৈ লাভ নাই। কিন্তু মই তেওঁলোকক সুধিব বিচাৰো হিমন্ত বিশ্বৰ লগতে দাদা বিগেদৰ পৰা আদি কৰি অন্যান্য যি সকলক কংগ্ৰেছ পৰা আহি যি সকলে বিজেপিয়ে চৰকাৰ গঠন কৰিব পৰা অৱস্থালৈ লৈ অহা সকলক খেদি কেনেকৈ বিজেপি কৰি থকা সকলৰ কথা কিয় কোৱা নাই। বাবুল বৰাই মই তেওঁৰ বিপক্ষে লিখা কথা ডিলিট কৰিলেই।
@kumudbaruah2001
@kumudbaruah2001 3 ай бұрын
কাৰোবাক ১৫০০ টকাৰ লগত তুলনা কৰাৰ আগত নিজকে লুঙ্গি, কম্বল, মদলৈ মনত পেলাব লাগে। শুনা যায় কিছুমান কংগ্রেসী ছামচাৰ এগিলাচ মদেই যথেষ্ট। দেখা গেছে তুমিও দহ টকীয়া গিলাছ ধাৰীয়ে হবা। 😂😂😂😂😂😂🎉🎉🎉🎉🎉
@lnl6069
@lnl6069 2 ай бұрын
Danob jetiya Manob hoi, laz pab kuneno kua...? Ami laz pab logiya hoise, kosto pab logiya hoise, loghone thakib logiya hoise...Karon okhom khonk Danob burk Gotai di teuloke nijor kori thakise...jene Sarkari School Madrsa bur bondho kori, Baktigoto School Madrasa bur kath phular dore phulai thakise..jar babe Okhomiya kuno unnoti nai, Okhomiyak Dr. Engineer hob lage buli koi, porhar naam koi... toka poisa bur khoros koruai thaki, Okhomi aai lone loi, ghar mati bikri kori khai thakib loga obosta korise.. ? Modr dukan bur khuli dise. Ei bur khab di, khuai thaki teuloke desh salai Okhomiyak mari thakise..?
@surathbarman9588
@surathbarman9588 3 ай бұрын
্লাভ নাই অশোকর
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 2 ай бұрын
Modi Sarkar Assam very very
@BabulKakati-gv5fm
@BabulKakati-gv5fm 3 ай бұрын
Wrong decision
@BabulKakati-gv5fm
@BabulKakati-gv5fm 3 ай бұрын
Ashok opinion wrong opinion next govt bjp again
@tamanna2813
@tamanna2813 3 ай бұрын
Tumak ticket lage
@mukutnath1419
@mukutnath1419 3 ай бұрын
Bad worker quarrels with tools
@SouravDas-hk9ir
@SouravDas-hk9ir 3 ай бұрын
No a s
@basantakumarpoddar2942
@basantakumarpoddar2942 3 ай бұрын
অশোক শমা’ কি এজন ডাঙৰ নেতা সাংবাদিকেহে তেওঁক ডাঙৰ কৰিছে তেওঁ কত যায় গৈ থাকক তাৰ বাবে বিজিপিৰ একো নহয়
@taruntalukdar2776
@taruntalukdar2776 3 ай бұрын
B j p মানে কংগ্ৰেছ ।
@lakhikrchintey5693
@lakhikrchintey5693 3 ай бұрын
বিজেপিত মাত্ৰ হিমন্তৰ কোম্পানীহে দাঙৰ বস্তূ
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Basanta kumar podder Bangali bilake bhabi aso Bjp a adin Axomr rajjik(State vasaa) Bangali kariba.
@basantakumarpoddar2942
@basantakumarpoddar2942 3 ай бұрын
@@mukulbaruah1833 উপাধিৰে জাতি নিণ’য় কৰিব নাপায়
@umeshboro3588
@umeshboro3588 3 ай бұрын
Godo. Neu
@DharmeshwarPayeng-dr6is
@DharmeshwarPayeng-dr6is 3 ай бұрын
কাম নাই অশোক শৰ্মা
@aswinikumardas3188
@aswinikumardas3188 3 ай бұрын
অশোক শৰ্মাৰ একো লাভ নাই ।
@octanesson
@octanesson 3 ай бұрын
All ☪️ league congrats him😂
@sarbeswarboro2412
@sarbeswarboro2412 3 ай бұрын
Balor guti duta
@NayanmiliMili-j4j
@NayanmiliMili-j4j 2 ай бұрын
Good Decision
@shahabuddinahmed6696
@shahabuddinahmed6696 2 ай бұрын
Ok
@HasenAli-py2dl
@HasenAli-py2dl 3 ай бұрын
Good decision
@digantajyotibordoloi5528
@digantajyotibordoloi5528 3 ай бұрын
সচাঁ কথা কৈছে অশোক শৰ্মাই
@rubitamuli3279
@rubitamuli3279 3 ай бұрын
Good decision
@NayanmiliMili-j4j
@NayanmiliMili-j4j 2 ай бұрын
Good Decision
@ZakirHussain-fq2sq
@ZakirHussain-fq2sq 3 ай бұрын
Good decision
@mankacharvlog168
@mankacharvlog168 3 ай бұрын
Good decision
@bikashhazarika3885
@bikashhazarika3885 3 ай бұрын
Good decision
这是自救的好办法 #路飞#海贼王
00:43
路飞与唐舞桐
Рет қаралды 114 МЛН
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 30 МЛН
Wait… Maxim, did you just eat 8 BURGERS?!🍔😳| Free Fire Official
00:13
Garena Free Fire Global
Рет қаралды 9 МЛН
A RAPTHLAK LUTUK TAP ZAWIH ZAWIH CHUNG'IN MIZO KAN NI LO A TI SIAH SIAH MAI.LE.
27:14
Vanlalpianga official channel
Рет қаралды 11 М.