CM Vs Rakibul Hussain| ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেতঃ হিমন্ত বিশ্ব শৰ্মা । N18V

  Рет қаралды 224,217

News18 Assam/Northeast

News18 Assam/Northeast

Ай бұрын

CM Vs Rakibul Hussain| ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেতঃ হিমন্ত বিশ্ব শৰ্মা । N18V
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#news18assamne #rakibulhussain #himantabiswasarma #loksabhaelctionresults #minorityvoters
#news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 362
@PrakhonoKalita
@PrakhonoKalita Ай бұрын
আগলৈ নিজৰ জীৱন কথা চিন্তা কৰক, হিন্দু মুছলিমৰ ৰাজনিতী কৰা বাদদিয়ক,
@rofikali6092
@rofikali6092 Ай бұрын
কংজেপী নেতাজনে ঠিকেই কইছে বোধহয়
@saurabhchakravarty6955
@saurabhchakravarty6955 Ай бұрын
তুমি চেকুলাৰ হৈ থাকা
@hey1879
@hey1879 Ай бұрын
Right 👍
@dharmendramumatdas9867
@dharmendramumatdas9867 Ай бұрын
Congress hei kore Hindu area t cambening A Kora nai Guwahati Lok sabha t
@mohibulmondal3520
@mohibulmondal3520 Ай бұрын
Etiya eijonok biday dibor hol
@AbdulSattar-ee7gu
@AbdulSattar-ee7gu Ай бұрын
Ako hindu muslim 😢
@itsmehyt5506
@itsmehyt5506 Ай бұрын
কিয় এই বিলাক হিন্দু মুছলিম কথাকৈ অসম খন শেষ কৰিব বিচাৰিছে?
@probhatpatoi6930
@probhatpatoi6930 Ай бұрын
Mukhyamontir mukhot ene kotha hubha napai.Ekhon Rajyat Mukhyamontir ketia hokolure babe mukhyamontir.
@SKCreation-ss5qg
@SKCreation-ss5qg Ай бұрын
মুখ্যমন্ত্ৰীৰ আটাইতকৈ সহযোগী দল AIUDF পৰাভূত হোৱা বাবে শোকত ভাগি পৰিছে । 😂😂
@user-nq5kb7dh4y
@user-nq5kb7dh4y Ай бұрын
🤣🤣🤣
@user-cs6sj7dx5c
@user-cs6sj7dx5c Ай бұрын
বা বা মামা ঈশ্বৰে সৃষ্টি তুমি কোন হে মূখ মেলিয়েই সাম্প্ৰদায়িক বিভাজনৰ কথা।ইমানেই যদি জাতি প্ৰেম আছে কা খন কিয় আনিলে উত্তৰ দিব।
@surenboruah3241
@surenboruah3241 Ай бұрын
মামা, লেতেৰা ৰাজনীতি কৰিলে ৰাইজে আপোনাকো ক্ষমা নকৰে
@dharmendramumatdas9867
@dharmendramumatdas9867 Ай бұрын
Sosa kotha koise
@রাকেশ556
@রাকেশ556 Ай бұрын
Right bro
@sirajulhaquechoudhury8519
@sirajulhaquechoudhury8519 Ай бұрын
আপোনালোকে মুছলমানক সদায় তাচ্ছিল্য কৰি থাকে আৰু ভোটৰ আশা কৰে?
@jewel1208
@jewel1208 Ай бұрын
Boycott Hindu Muslim Politicians
@user-bq3vt8ot6h
@user-bq3vt8ot6h Ай бұрын
হিন্দু মূছলমান কৰি কৰি নিজৰে দিন চপাই আনিছে চাৰ।
@inglishvlogs1015
@inglishvlogs1015 Ай бұрын
আপোনাৰ নাটক শেষ হবৰ সময় আহিব
@ankurchakravarty5207
@ankurchakravarty5207 Ай бұрын
মিঞাৰ ভোট নালাগে বুলি দেখুন আগতেই কৈছিল, তাৰ পাছত আৰু আশা কৰি লাভ নাই.
@regonvlogs1137
@regonvlogs1137 Ай бұрын
Mama Apuni Bor letera manuh dei
@ratulsaikia6136
@ratulsaikia6136 Ай бұрын
আজমল জিকা হলে ভাল হল হেতেন নেকি?
@RipunDoley-so2qs
@RipunDoley-so2qs Ай бұрын
Apunaku Assam r raije beya pai..26 t dekha jabo apunak.
@KanganPegu-zd3pv
@KanganPegu-zd3pv Ай бұрын
তপন গগৈ যদি জয়ী হোৱা হ'লে হিন্দু সাপ্ৰদায়িক হ'লে হেতেন নেকি...!!! তাৰ মানে হিমন্ত বিশ্ব শৰ্মাই হিন্দু সকলক সাপ্ৰদায়িক হ'বলৈ বা গঢ়িবলৈ যত্ন কৰিছে। কংগ্ৰেছত থাকোতে বদৰুদ্দিন আজমলো সাপ্ৰদায়িক নাছিল। তেতিয়া নৰেন্দ্ৰ মোডী হে সাপ্ৰদায়িক আছিল কাৰণ গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ বৈ বুলি মতামত ব্যক্ত কৰিছিল। ডাঙৰীয়া চাওঁক তেতিয়াৰ কথাবোৰ আৰু আজিৰ কথাবোৰৰ মাজত কিছু পাৰ্থক্য থকাটো ভাল কিয়নো তেতিয়া আপুনি এজন বিধায়ক বা বিভাগীয় মন্ত্রী হিচাপে মতামত ব্যক্ত কৰিছিল কিন্তু আজি আপুনি এজন ৰাজ্যৰ মুখ্যমন্ত্রীৰ দৰে এটা ৰাজ্য সৰ্ব্বোচ্চ সন্মান থকা এটা পদবীত আছে। আপুনি আজি কেৱল বি.জে.পি. বা অসমৰ হিন্দু সকলৰ মুখ্যমন্ত্রী নহয়। আপুনি অসমৰ মুখ্যমন্ত্রী। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজন অসমীয়াৰেই আপুনি অভিভাবক। লাগে তেওঁ হিন্দু, মুছলিম বা আন আন যি ধৰ্মৰেই নহওঁক। ৰজ্যখনৰ মুখ্যমন্ত্রী হিচাপে কিছু সংযমী হৈ কথা কোৱাৰ প্ৰয়োজন আছে। নহ'লে ভৱিষ্যতে সমাজখন অন্ধকাৰৰ দিশে গতি কৰিব।
@assamromantic8050
@assamromantic8050 Ай бұрын
Right 👍
@safinuraahmed106
@safinuraahmed106 Ай бұрын
Karimganj ৰ কথা কিয় নকয়? আৰু নগাওত কি মুছলমানে অসমীয়াক ভোট দি MP নবনালে নেকি?
@Danirojasfc6
@Danirojasfc6 Ай бұрын
#বদৰুদ্দিন আজমল থাকোতে অশনি সংকেত নাছিল 😂😂😂 #ৰকিবুল হুছেইন থাকিলে অশণি সংকেত 🤣🤣🤣🤣🤣🤣
@PrasannaGogoi-tg9my
@PrasannaGogoi-tg9my Ай бұрын
Akou Hindu Muslim r rajniti arombho korise
@NazirHussain-ne4sx
@NazirHussain-ne4sx Ай бұрын
E hosai bohut beya mnuh dei
@SumanDas-zs9gi
@SumanDas-zs9gi Ай бұрын
2026 gom paba CM baba keikhon seat t jika 👍
@user-uz4ww4uj6g
@user-uz4ww4uj6g Ай бұрын
Pordut বৰদলৈ তো হিন্দু ,ভোট কাক দিলে আমিনুল ইছলামক টো দিয়া নাই ।
@hafizlaskar2942
@hafizlaskar2942 Ай бұрын
করিমগঞ্জে কেনকা হিন্দু জিতলো।sir .মরম করি এই কথাটা কই দিয়ক।
@subham_Neet2024
@subham_Neet2024 Ай бұрын
He said about Nogoan and Dhubri not about Jorhat and Karimganj
@mijanurrahman1187
@mijanurrahman1187 Ай бұрын
Thik ase
@probhatpatoi6930
@probhatpatoi6930 Ай бұрын
Gourav agogoir usorot hari ,etia abul tabul bokise
@GubinNath-bu1vo
@GubinNath-bu1vo Ай бұрын
মূখ্য মন্ত্ৰীৰ এটা চাইদ গল ।।
@crazygamer8284
@crazygamer8284 Ай бұрын
Ajir dintot o hindu muslim kri asa😂😂26 r sinta kor ki hoi🤣🤣
@ManjitBrahma-ie8rp
@ManjitBrahma-ie8rp Ай бұрын
Adin Modi r nicina hobo
@ranjitgowsami7891
@ranjitgowsami7891 Ай бұрын
মাজতে কলে ৰকিবুল নায়ক, আজি কলে উল্টা, ⁰আপোনাৰ মানসিক বেমাৰ আছে মামা,
@santanukhasar1326
@santanukhasar1326 Ай бұрын
মহাশয় ৰাজেন গোহাঁই দেৱে দুটা বৰ্ষ পৰ কৰিলে আমাৰ মধ্য অসমত তেতিয়া কোনে ভোট দিছিল মুছলমান নে আমি অসমীয়াই ?
@TIGER_44416
@TIGER_44416 Ай бұрын
Mama Tumi olop okora dei.Keyo Kobo lage aibur kotha.Beya pabo ooooo.
@pypypnpn4077
@pypypnpn4077 Ай бұрын
Val kotha koise .Akhil hol Mugol supporter
@user-ll9zc1fk3y
@user-ll9zc1fk3y Ай бұрын
আমি নৱপ্ৰজন্ম হয় আমি জাতি চা‌ই ভোট নিদিওঁ আমি প্ৰাথি চাই ভোট দিও, আপুনি যে এটা শিয়াল সেই কথা আমি জানো সকলোৱে
@sanjibbora1789
@sanjibbora1789 Ай бұрын
ফলাফল ওলাইছে হে হিন্দু মুছলিম ৰাজনীতি আৰম্ভ হৈ গল ন? এনেকৈয়ে জাবগৈ আৰু অসমৰ এইগালৰ
@RafikulIslam-gy2by
@RafikulIslam-gy2by Ай бұрын
Iman beya letera monor manuh apuni. uttar pradeshor bikhoye ki kobo
@bikashprabhu2444
@bikashprabhu2444 Ай бұрын
বাংলাদেশী এটাই ভাৰতত জয়ী হৈ আহিলে অশনি সংকেত নহয় ভালৰ সংকেত হ'ব নেকি ।
@btsarmyblink9617
@btsarmyblink9617 Ай бұрын
Moi kou mama apunar politics koribo nalage. Manuhok dhormor namot bhag korat lagi jauok
@pradipchetry6160
@pradipchetry6160 Ай бұрын
AIUDF jika hole
@user-xs2eb6mg2h
@user-xs2eb6mg2h Ай бұрын
Think the development of whole people of Assam and avoid bad thinking of Muslim request to C. M.
@BARNALISARMA-oj3rk
@BARNALISARMA-oj3rk Ай бұрын
আপোনাৰহে বিপদ চমু ছাপিছে যেন। আমি চলিব নোৱাৰা হৈছো আপোনাৰ মুখত সাম্প্ৰদায়ি কথা।
@Surajjamanprodhani
@Surajjamanprodhani Ай бұрын
Hindu Muslim politics
@MAZIBURRahman-cz9vz
@MAZIBURRahman-cz9vz Ай бұрын
সাম্প্ৰদায়িকতা নিপাত যাওঁক
@SaidurRahman-fc3to
@SaidurRahman-fc3to Ай бұрын
ভয় খুৱাই লাভ নাই
@EKRAM_FARHAAN
@EKRAM_FARHAAN Ай бұрын
মুখ্য মন্ত্ৰী হয় হিন্দু মুছলিম কৰি কৰি এ শেষ কৰি দিলে। সকলোকে সমান চকুৰে নাচাই কাৰনে আজি এনে অৱস্থা হৈছে। আগন্তুক সময়ত আৰু বেছি পৰিবৰ্তন হব, যদিহে আপুনি আৰু কিছু, অজ্ঞানি মানুহে ভুল কথা, বা কাম কৰে।
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
Hindu musalmanor rajniti 26 nosole
@halimlaskar6177
@halimlaskar6177 Ай бұрын
Nex cm Congares
@kalyankalita8032
@kalyankalita8032 Ай бұрын
Garet mama
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
ৰকিবুল জিকাটো এক শুভ"লক্ষণ।যিমানেই বিৰোধীৰ বদনাম"গাম সিমানেই হেৰুৱাব।সেইবাবে মই@কাহিনিও বিজেপিক সমৰ্থন"নকৰো।যি সকলে হিন্দু মুছলিম কৰি থাকিব তাৰ বিৰুদ্ধে সদায় থিয় দিম। সেই কাৰণেই বিজেপি চাপৰ্ট নকৰো।
@KoilyashHandique
@KoilyashHandique Ай бұрын
Tumi 2026 karona voi khaica naki ? Hidu Muslim kori politics nokorai valnaki ?
@khirajchutia5295
@khirajchutia5295 Ай бұрын
পাবি ৰৰ
@user-cu9cp1lm1n
@user-cu9cp1lm1n Ай бұрын
মামা চিন্তা নকৰিব নতুন নতুন আঁচনি তৈয়াৰ কৰিলে ৰাইজে ভোট দিব আঁচনি দিলে বুলি মহিসকলে ভোট নিদিয়ে এইবোৰ বন্ধ কৰি অসমখনৰ বাবে নতুন নতুন কোম্পানী কাৰখানা প্ৰতিষ্ঠা কৰিলে ৰাইজে ভাল পাব।।
@SaidurRahman-fc3to
@SaidurRahman-fc3to Ай бұрын
আৰম্ভ হ'লেই, ২০২৬ত দেখা যাব।
@BhumidharNath-im7ml
@BhumidharNath-im7ml Ай бұрын
মিয়া বিলাকে যদি ১০ লাখ ভোটত জিকাব পাৰে তেনেহলে অসমীয়া বিলাকে কিয় নোৱাৰে?
@mehbubtarafder6251
@mehbubtarafder6251 Ай бұрын
২০২৬ ত এখেতক পৰাভূত কৰাই হৈছে অসমীয়াৰ লক্ষ্য
@jengoboys3432
@jengoboys3432 Ай бұрын
Right
@samadg5388
@samadg5388 Ай бұрын
0
@bijusaikia5372
@bijusaikia5372 Ай бұрын
আওৱাজটো বহি গৈছে চাৰ !
@bhargabacharja1778
@bhargabacharja1778 Ай бұрын
11/14 MP. পোৱাৰ পাছতো ভয় খাইছে নে খুৱাইছে? 😮
@pratuldas6125
@pratuldas6125 Ай бұрын
Sir u urself told that kripanath Mallah won by majority of Muslims votes in Karimganj Lok sabha seat. Aren't those Muslims threatening to the Assamese people?
@amalsaikia6525
@amalsaikia6525 Ай бұрын
5:42 This is the best explain of our Assamese nation thank s Honour ble CM
@user-mh4ew8oo8c
@user-mh4ew8oo8c Ай бұрын
Jorhatot muslim votes dise nki gaurav Gogoik?bad de tr fal2 lecture
@imdadulhaque3647
@imdadulhaque3647 Ай бұрын
Karimganj sini pai ne nai apuni mamaa
@prabalsarania1100
@prabalsarania1100 Ай бұрын
Cm sir 26'ot aapuni 95 koyse kintu 59 he hobo jen lagise'!
@jitubarman6162
@jitubarman6162 Ай бұрын
ধুবুৰীত AGP দলৰ জাভেদ ইছলাম বামুণ আছিল নেকি ?
@njyotinjyoti7541
@njyotinjyoti7541 Ай бұрын
লাজ চৰম নাই নিজকে ভগবান বুলি ভাবিচা মামা।
@user-nq5kb7dh4y
@user-nq5kb7dh4y Ай бұрын
Korimganj Kone jikale mama iman letera rajnithi
@birbalray4418
@birbalray4418 Ай бұрын
😂😂bohut bhal hoise aibar election. aru hindu ,Muslim ,shik, Christian kori thakiba 😂😂😂congrass Zinda bath vote for Congress
@imdadulhoque8859
@imdadulhoque8859 Ай бұрын
Congress hindur dol nohoi
@user-uv6mc2jq7v
@user-uv6mc2jq7v Ай бұрын
আপোনাৰ এইটো ভাল চিন্তুা কৰি খৱৰ দিচে অসম বাক্ষীক। ধন্যবাদ।
@monujpalak560
@monujpalak560 Ай бұрын
মামা তিহাৰ জেলৰ এটা কোঠা সাজু হৈ আছে অপেক্ষা কৰক।
@chinmoyvlogs1061
@chinmoyvlogs1061 Ай бұрын
তালি টোপোলা বান্ধিবৰ হল আপোনাৰ
@santanuengti6319
@santanuengti6319 Ай бұрын
Mama see you again next 15 years
@MemeRaniganj
@MemeRaniganj Ай бұрын
নিজে আঁতৰি গৈ অসমীয়া জনতাৰ জীৱন জীৱিকাৰ নিশ্চয়তা প্ৰদান কৰক
@worldmotivationalstatus3401
@worldmotivationalstatus3401 Ай бұрын
Faltu ,, cm
@user-ll9zc1fk3y
@user-ll9zc1fk3y Ай бұрын
এইটো বহুত লেতেৰা মনৰ মানুহ
@user-vc9hu7sh9i
@user-vc9hu7sh9i Ай бұрын
Aitu kintu right kotha koise..
@bhupenhandique-rv9mb
@bhupenhandique-rv9mb Ай бұрын
mntl cm.koboloi kotha nai.si.
@rohitkhanskl8510
@rohitkhanskl8510 Ай бұрын
Miya vote nalaga apunak aku media t ahi hindu Muslim kio kori aso
@haricharanboro1524
@haricharanboro1524 Ай бұрын
Gujarat t j 9 lakh t Joy hoise khaitu ki kbo sir
@mohanboruah3956
@mohanboruah3956 Ай бұрын
চিন্তনীয় বিষয়
@ferdousahmed8408
@ferdousahmed8408 Ай бұрын
Karimganj tu kibhabe jikil
@DeenDuniya78652
@DeenDuniya78652 Ай бұрын
Ki matha re 😅😅 ai dhormo loi rajniti krar karone aji ai obostha 😢
@showaibakhtar9578
@showaibakhtar9578 Ай бұрын
Aitu r ktha Hunibo mon nai aru
@imranhussain1554
@imranhussain1554 Ай бұрын
তোমাৰ ৰাজনীতি বুজি পোৱাজনেহে বুজি পায়৷
@papusaikia9615
@papusaikia9615 Ай бұрын
2026 t all sit congress ahib..
@dipjoydas5710
@dipjoydas5710 Ай бұрын
Hy laj lagisey niki atiaa,aagot bor dop doponi marisl,ATI hampodaiekota koso,bandor dolbogora,tur karoni anikuwa hoisey,toi a congres nai kiaa koribo besariseli,aakha nokoribi ru 26 parim buli,
@ramemdas4194
@ramemdas4194 Ай бұрын
Ki hol saund soru hol jay mukhat
@ImranHussain-kv2sk
@ImranHussain-kv2sk Ай бұрын
Say about ojudya
@ImranHussain-kv2sk
@ImranHussain-kv2sk Ай бұрын
Say about korimgonj
@user-gl8ic1zw7u
@user-gl8ic1zw7u Ай бұрын
Right ktha
@rajenrajbongshi4127
@rajenrajbongshi4127 Ай бұрын
H B sarma sir you great
@user-fo2gl9hi6m
@user-fo2gl9hi6m Ай бұрын
Gela Raj Niti Bad Dibo Lage Naki
@jahangirmondal3354
@jahangirmondal3354 Ай бұрын
Rokibul evicted the root of aiudf, The role of aiudf is known to all
@dwipenkumarsaikia.2645
@dwipenkumarsaikia.2645 Ай бұрын
thanks for good bye aazmal party.
@santanuengti6319
@santanuengti6319 Ай бұрын
Mama see you again
@mornigogoi5205
@mornigogoi5205 Ай бұрын
Aami Gourob Gogoik he vote diso kintu congresok nohoi 2026 ot kinto aami bjp partyk he vote dim
@dhanjitnath4013
@dhanjitnath4013 Ай бұрын
মামা আজমল জিকিলে ভাল পায়.🙏🌹
@champubhai4637
@champubhai4637 Ай бұрын
সত্যি
@asrabahmed_
@asrabahmed_ Ай бұрын
Apunar Mentality tu bohut beya
@Saha_Shayari
@Saha_Shayari Ай бұрын
Nrc addhar biometric issue to sir please 2026 r aagot solve korok
@physioisanur572
@physioisanur572 Ай бұрын
Eman beya manosikotar manuh apuni... Kiman tololoi namibo r u apnuni.. Dhubrit Napale buli ji ti mointybyo nokoribo.. Apnr mote ho ki dhuburir manuh murkho neki
@btsarmyblink9617
@btsarmyblink9617 Ай бұрын
Dhoni manuhor babei enekua bujabo but ami dukhiar karone eitu bujai se j ami dhormo chai nohoy justice chai vote dio.andhobhokto nohoy. Amr kosto sabo lage help koribo lage eito ek matro reason. Apunar nisina bhedbhaw koribo jati dhormo loi bhag koribo homoy nai. Ji a bhal kam koribo takei vote dim
@perth8245
@perth8245 Ай бұрын
First cm gopinath bordoloi a axom khon delhi r hatot tuli nidia hole aji axomot bangladeshi bengali hindu/muslim, bihari problem nathakile hoi😏😏
@ParbinBoraParo
@ParbinBoraParo Ай бұрын
Apuni. Aokol. Dhrmok. Loi. Beji. Holoni. Hok. Mama. Dhrom. Loi. Beji. Thaki. Lave. Nai. Unonti. Besarok
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 25 МЛН
One moment can change your life ✨🔄
00:32
A4
Рет қаралды 34 МЛН
УГАДАЙ ГДЕ ПРАВИЛЬНЫЙ ЦВЕТ?😱
00:14
МЯТНАЯ ФАНТА
Рет қаралды 3,8 МЛН
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 25 МЛН