মেট্ৰিকত 'আলু গুটি' পালে ৰাজ্যৰ ১৬৪ খন বিদ্যালয়, শূন্য ফলাফলৰ শীৰ্ষত যোৰহাট জিলা

  Рет қаралды 370,623

News Live

News Live

2 жыл бұрын

মেট্ৰিকত 'আলু গুটি' পালে ৰাজ্যৰ ১৬৪ খন বিদ্যালয়, শূন্য ফলাফলৰ শীৰ্ষত যোৰহাট জিলা
#Assam #HSLCResults2022 #PassPercentage #AssamNews #NewsLive
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 562
@mridulsonowal3198
@mridulsonowal3198 2 жыл бұрын
শিক্ষকে কল টো গুচাই দিব হে পাৰিব । খোৱা টো ছাত্ৰ ছাত্ৰীৰ কথা!
@mintukrdas5294
@mintukrdas5294 2 жыл бұрын
সাংবাদিক সকলে ৰিজাল্টৰ পিছত বিদ্যালয়লৈ দৌৰি যোৱাতকৈ সাধাৰণ পৰিবেশত বিদ্যালয়লৈ গৈ বিদ্যালয় সমূহে সন্মুখীন হোৱা সমস্যা সমূহৰ বিষয়ে ৰাইজ তথা চৰকাৰক অৱগত কৰাব লাগে । অৱশ্যে তেনে কৰিবলৈ গলে TRP বঢ়াৰ Chance টো নাথাকে বাৰু ।
@rikhavgogoi5972
@rikhavgogoi5972 2 жыл бұрын
Apuni baru Teacher kore neki
@kushalsaud2111
@kushalsaud2111 2 жыл бұрын
Apunar kthat apunak teacher jn lgise... Jiye nhouk... Mio 1jn teacher hoy... Shankardev shishu niketanr teacher... Gtike Niketan buli kole2 xokolue jane kiman problem thke school r... Arthik dikh kiman beya... Tothapio 100% pass hoy... Gtike vabi saok... Problem2 kot.. 😊
@rameshchsarma4406
@rameshchsarma4406 2 жыл бұрын
"সমস্যা" বুলি কোনটো কথা আঙুলিয়াব বিছাৰিছে ! চাওক , য'ত ১৬ গৰাকী শিক্ষক থকাৰ পিচতো আঠ-দহ জন ছাত্ৰ- ছাত্ৰীক সফল কৰাব নোৱাৰে তেন্তে তাত সমস্যা(?) টো ক'ত ?
@prem97073
@prem97073 2 жыл бұрын
@@kushalsaud2111 আপুনি পঢ়ালে চৰকাৰী বিদ্যালয়ত ও 100% pass হব, আৰু কৃতি শিক্ষকৰ সন্মান পাব, (expert teacher)🤣🤣🤣🤣
@priyamtaye7930
@priyamtaye7930 2 жыл бұрын
Hosai vul2 hol teacher r... Moiu ajon private school teacher but Amar student buror results kin2 ajonu fail nai.. but salary khetrot bohut durbol tothapiu Ami student khi nik education khetrot ovab hbo nidiu..
@Mahivillager
@Mahivillager 2 жыл бұрын
যদি স্কুলত ছাত্ৰ ছাত্ৰী নাই স্কুল বন্ধ কৰি ছাৰ /বাইদেউ সকলক বেলেগ জাগাত Trensfer কৰিব লাগে ,যত ছাৰ বাইদেউ ৰ অভাৱ । শিক্ষা মন্ত্ৰী ডাঙৰীয়া ইয়াৰ ব্যৱস্থা লোৱা উচিত ।
@pranatinathborah8458
@pranatinathborah8458 2 жыл бұрын
Right.
@roktimbora9409
@roktimbora9409 2 жыл бұрын
শিক্ষাগুৰু সকলে মূৰটো ফালি ভৰাই দিব নোৱাৰে নহয় ছাত্ৰ ছাত্ৰী সকলক।অভিভাৱক আৰু নিজেও যত্ন কৰিব লাগিব।
@polichetia492
@polichetia492 2 жыл бұрын
right
@pallabiborah5730
@pallabiborah5730 2 жыл бұрын
Ak Dom hosa ktha koisa..
@uttamsonowal8656
@uttamsonowal8656 2 жыл бұрын
Right
@lx.2233
@lx.2233 2 жыл бұрын
Hetu thike koisa. Kintu teachers bur'r u eyat dukh ase. Eneka gadha students class 10 leke ahibo kneke pale. Tol class t misa misi pass korai diye. Private schools't tu class 1'r porae fail korai.
@barashaborah6929
@barashaborah6929 2 жыл бұрын
Right kotha
@s.d6539
@s.d6539 2 жыл бұрын
শিক্ষকে মূৰৰ ঢাকনি খন খুলি জ্ঞান সুমুৱাই দিব লাগিব, Pub-g খেলি গোৱৰ হোৱা মূৰ বোৰত। শিক্ষকৰ লগত ৫ ঘন্টা থাকে ল'ৰা- ছোৱালী, বাকী ১৯ ঘন্টা মাক বাপেকৰ লগত।
@PRAHLAD-JAIHINDJAIBHARAT
@PRAHLAD-JAIHINDJAIBHARAT 2 жыл бұрын
👍
@debojitbasumatary4957
@debojitbasumatary4957 2 жыл бұрын
চাবাঁচ বঢ়িয়া, pub-g খেলা বা , লাইন মাৰা কথা। এই দুটা বস্তো হলে। শিক্ষকে 24 ঘণ্টাৰ ভিতৰত , 12 তা শিক্ষক দিলেও যিমানে নপঢ়াক পাঁচ কৰিব নোৱাৰে লৰা-ছোৱালী । Pub-g pub-g এই বস্তোই খাই দিছে বে । কিতেইয়া যে বন হব pub-g নুৱাৰিছো আৰু দেই বে
@prem97073
@prem97073 2 жыл бұрын
Yes
@hemantacreation3413
@hemantacreation3413 2 жыл бұрын
Right ako mnuh a teacher k dukh dbo
@sankhaboruah4283
@sankhaboruah4283 2 жыл бұрын
শিক্ষা বিভাগৰ দায়িত্বত থকা সকলো বিষয়ববীয়াই ইয়াৰ মূল দায়ী।
@manalishadas2421
@manalishadas2421 2 жыл бұрын
আমিওটো চৰকাৰী স্কুলত পঢ়ি পৰীক্ষা পাছ কৰিছিলো BA complete hol চৰকাৰী কলেজত পঢ়ি ☺
@jyotichetia4346
@jyotichetia4346 2 жыл бұрын
Hoi day moiu pas koei kamot arsu,
@diplinashorts
@diplinashorts 2 жыл бұрын
Apunar comments bohut dinor pisot palu ..thikai koise akhn schl r krona pura jorhat borbad d dila ...ami u sorkari schl ,clg t pohiyai exam r jtlt val korisu🙏🙏krishna h auuu😂😂😂😂😂😂
@kritiman3578
@kritiman3578 2 жыл бұрын
Moio pass korisu matric eta sarkari clg t pahri asu
@rupalibhuyan8075
@rupalibhuyan8075 2 жыл бұрын
শিক্ষকে ঠিক কৈছে। সকলো ছাত্ৰ একে নহয়।মূৰ ফালি জ্ঞান সোমুৱাই দিব নোৱাৰে । ছাত্ৰ-ছাত্ৰী আগ্ৰহ থাকিব লাগিব লগতে অভিভাৱকৰ দায়িত্ব ।
@rimpisaikia321
@rimpisaikia321 2 жыл бұрын
পঢ়াৰ প্ৰতি আগ্ৰহ থাকিব লাগিব অকল শিক্ষক শিক্ষয়িত্ৰীক দুখ দিলেই নহব । আমগুৰিখাট সেই স্কুল খনত শুনা মতে এইবাৰ বাগানিয়া লৰা ৩জন হে আছিল । নিজে পঢ়াত বেয়া হলেও কি শিক্ষক সকলক দোষীম নেকি ? নিজে নপঢ়িলে ফেইল কৰিবই । মইও সেইখন স্কুলত পঢ়ি ওলাই আহিছোঁ এতিয়া M A কৰি আছোঁ । আমাৰ লগৰ সকলোৱে তাতে পঢ়ি ডাঙৰ হোৱা এতিয়া job কৰি আছে । Students থাকিলে হে পঢ়াব সকলো এ private school লৈ যায়। গাঁওৰ লৰা ছোৱালী ইয়াতে থাকি যদি ভাল নাম কৰিল হয় । কিমান যে গৌৰব ❤️🔥 মাথোঁ শিক্ষক শিক্ষয়িত্ৰীৰ বেয়া টো হে 🥺 যি কি নহওঁক আমাৰ বাবে কিন্তু ভগৱান ❤️ মা দেউতা সকলো । ❤️
@rubulgogoi3100
@rubulgogoi3100 2 жыл бұрын
Ekebare nohoy buli kob khuya nai,kintu school khon bandh karidile Val hob .misake poisa hupa kharas Kari thakib nuwari.sir baideu hate hal kur Bai khab aru.
@rimpisaikia321
@rimpisaikia321 2 жыл бұрын
@@rubulgogoi3100 akhon school establish koribo kimn kostro heitu Jana sge nijor koka aita din bur feel kora kimn kostro korisil... school bur bondho hole kii val lgibo nki .. Vitoruwa kisumn kotha nojonake please negative comment nidibo 🙏 Hokolu teacher a poisa babe nopohai ..nijor juigo ase nai heitu 1st sai lobo lge
@rubulgogoi3100
@rubulgogoi3100 2 жыл бұрын
Rimpi (baganiya tini janhe asil)Mane ananya hakole (sir-baideu nijeu)tola logalei.etiya baganiya keijanaku tat thole harbonash hab.sir -baideu hatak Diya poisa keitai satra-satri hatok satrabitri dile satra satri upokita nahobne?
@lx.2233
@lx.2233 2 жыл бұрын
Aji govt schools r ji obostha hoise eyar karne both govt and teachers bur responsible hoi. Kiman khon schools dekhisu jot teachers bur 10ta bojat jai aru 11ta bojat gusi ahe. Eneke akhon school solibo pare neki. Tax payers r poisa bur ane waste kori ase hehotr salary namot. Sob teachers r kotha kua nai kintu besi vag notun ke TET pass kora teachers'r atu e dhanda thake je bohi bohi dormoha keneke pau. Eneke hole amar axom'r sorkari schools bur aru dhonxo hoi jabo
@barashaborah6929
@barashaborah6929 2 жыл бұрын
right
@lalitboro5801
@lalitboro5801 2 жыл бұрын
আমি নিজেই ঘৰতেই কষ্ট কৰি পঢ়ি পাছ কৰিছিলো। এইক্ষেত্ৰত অকল শিক্ষককে দুখ দিব নোৱাৰি। পৰিক্ষা দিয়া মানুহজনেও অকন মাথা মাৰিব লাগিব কেনেকৈ পঢ়িলে পাছ কৰিম বূলি। জীৱনত নিজে কষ্ট কৰিবলৈ নিশিকিলে। বেলেগক দুখ দি একো লাভ নাই।
@moonboro5119
@moonboro5119 2 жыл бұрын
Akdom right
@bitulbora2584
@bitulbora2584 2 жыл бұрын
এই বিষয়ত শিক্ষক বা শিক্ষয়ত্ৰী জগৰীয়া হব নোৱাৰে, লগত লগত ঘৰৰ অভিভাৱকৰো সৰ্থন থাকিব লাগিব তেতিয়া হে এজন উপযুক্ত ছাত্র বা ছাত্ৰী হব পাৰিব।
@kharkhuaokhomia5949
@kharkhuaokhomia5949 2 жыл бұрын
আছল সত্যটো ছাত্ৰ-ছাত্ৰী সকলৰো ভাষ্য লোৱা হলে ভাল আছিল ।একপক্ষীয়ভাৱে শিক্ষক-শিক্ষয়িত্রীক দোষ দিও লাভ নাই।শিক্ষকে ছাত্ৰ-ছাত্ৰীক মূৰটো ফালি শিক্ষা ভৰাই দিব নোৱাৰে।
@milanray8776
@milanray8776 2 жыл бұрын
অলপ হ'লেও চৰকাৰী ‌স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ গাফিলতি আছে।যি অপ্ৰিয় হ'লেও সত্য।
@parthacreation8636
@parthacreation8636 2 жыл бұрын
Proud to be a Jorhotian....
@user-mq8si9om4c
@user-mq8si9om4c 2 жыл бұрын
সকলো শিক্ষকে দৰমহাৰ কাৰণে নিশিকায় । মই শিক্ষা লাভ কৰা চাৰ বাইদেউসকল উৎকৃষ্ট দৃষ্টান্ত।
@birendhani4443
@birendhani4443 2 жыл бұрын
অালুগুতী
@amphiofficial9701
@amphiofficial9701 2 жыл бұрын
Khosa kotha
@user-mq8si9om4c
@user-mq8si9om4c 2 жыл бұрын
@@birendhani4443 এনে শব্দ শুনিলেই খং উঠে।
@sangitadeka2156
@sangitadeka2156 2 жыл бұрын
আজি কালি প্ৰায় শিক্ষকে কেৱল দৰ্মহা কাৰণে যায়।
@user-mq8si9om4c
@user-mq8si9om4c 2 жыл бұрын
@@sangitadeka2156 হয়। একাংশৰ মানসিকতা এনেকুৱাই।
@Bhaskar9009
@Bhaskar9009 2 жыл бұрын
কি দৰে পাছ কৰিব পাৰি এই কথা আলোচনা কৰিৱ লাগে ।
@hindibollywoodsongs719
@hindibollywoodsongs719 2 жыл бұрын
চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ চিন্তা নাই কাৰণ দৰমহা পাবই
@Cricketlover-ge1zq
@Cricketlover-ge1zq 2 жыл бұрын
Right
@momiboruah355
@momiboruah355 2 жыл бұрын
আপুনি যদি চৰকাৰী schoolr শিক্ষক হলহেতেন এইষাৰ কথা কেতিয়াও নকলেহয়
@hemkantaborah7434
@hemkantaborah7434 2 жыл бұрын
যিকেইজনে সেই শিক্ষক কেইজনৰ সমালোচনা কৰিছে, সেইকেইজনে ফেলকৰাকেইজনক এমাহ শিকাইচাওক।
@hakunamatata1496
@hakunamatata1496 2 жыл бұрын
betor agot vidya follow krolehe ei faltu student bur thik hbo.english medium r convent school burot toh sister teacher bure kubai.english nkoleu punsihment dye. aru ei governemnt school t jadi mariboi nuware pohibo kenek. serious injury huwake maribo kuwa nai.dui ekub marile eku khoti nhoi
@tridipgam6577
@tridipgam6577 2 жыл бұрын
100%crct
@momiboruah355
@momiboruah355 2 жыл бұрын
Correct
@jyotishnath3360
@jyotishnath3360 2 жыл бұрын
Studentor ভাল result হলে ঘৰৰ মানুহ আৰু নিজৰ কষ্টৰ ফল .....কিন্তু result বেয়া হলে শিক্ষক দায়ী ....
@kabyasrisarmah3954
@kabyasrisarmah3954 2 жыл бұрын
শিক্ষকক অকল জগৰীয়া কৰিলে নহ'ব..ছাত্ৰ - ছাত্ৰী তথা অভিভাৱক সকল সম্পূৰ্ণ ভাৱে জগৰীয়া।কাৰণ স্কুলত ৯ ৰ পৰা ২ বজালৈ হে থাকে বাকীখিনি সময় ঘৰত থাকে।কিছুমান অভিভাৱক আছে স্কুলত দিছোঁ যেতিয়া আমি আৰু চাব নালাগে।।কিন্তু শিক্ষক সকলে ছাত্ৰ ছাত্ৰীৰ মূৰ টো ফালি ভৰাই দিব নোৱাৰে নিজৰো চেষ্টা লাগিব।।শিক্ষা ব্যৱস্থাটো এটা ত্ৰিভুজৰ দৰে যত ছাত্ৰ - শিক্ষক আৰু অভিভাৱক থাকে।গতিকে অকল শিক্ষকক দোষ দি লাভ নাই।
@jayantasarma2438
@jayantasarma2438 2 жыл бұрын
স্কুল খন বন্ধ কৰি দিব লাগে,এনেয়ে দৰমহা খাই চৰকাৰৰ পইচা বৰ্বাদ কৰি আছে,শিক্ষা মন্ত্ৰী এ গুৰুত্ব দিব বিষয় টো
@nabohazarika4680
@nabohazarika4680 2 жыл бұрын
আমাৰ শিক্ষা মন্ত্ৰীয়ে কি বব্যস্থা ল'ব। ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলক যে বেছি নজৰ দিয়ে। ভেঞ্চাৰ স্কুলৰ ৰিজাল্ট চাওক।
@utpolbora4598
@utpolbora4598 2 жыл бұрын
শিক্ষকক দোষ দিয়া সকলে মেট্ৰিক পাছ কৰিও একো লাভ নাই।আপোনালোকে ৰিজাল্টৰ দিনা কোনে প্ৰথম স্থান পাইছে কোনে ফেইল কৰিছে সেয়া খবৰ লয় তাৰ আগত এটা বৰ্ষ ছাত্ৰ ছাত্ৰী সকলে প্ৰস্তুতি কৰিছে সেয়া বাতৰিৰ শিৰোনামত দি পাইছেনে।।ৰিজাল্ট বেয়া চৰকাৰৰ দৃষ্টিলৈ আনক যাতে ভবিষ্যতে এনে নহয় কিন্তু এনেদৰে শিক্ষকক অপমান ছিঃ।।মেট্ৰিকৰ ফলাফল নহয় এনেধৰনৰ মানসিকতাইহে আমাক বিপথে পৰিচালনা কৰিছে।
@dhrubadeepsaikia6701
@dhrubadeepsaikia6701 2 жыл бұрын
আজিকালি মানুহৰ মানসিকতা বোৰে এনেকুৱা হৈ গৈছে ।
@namitadas6734
@namitadas6734 2 жыл бұрын
আছে আছে ।এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যে অশেষ চেষ্টা কৰিও নোৱাৰি।
@rumisaikiabordoloi323
@rumisaikiabordoloi323 2 жыл бұрын
এইচব শিক্ষকক নিলম্বন কৰক।টেটত পাচ কৰা শিক্ষক নিযুক্তি দিয়ক।
@barnalisaikia866
@barnalisaikia866 2 жыл бұрын
সাংবাদিক মহাশয় সকল আপোনালোকে পঢ়াই এইবাৰ বিদ্যালয় খনৰ মান ৰাখি দিবচোন
@sacindradeka8192
@sacindradeka8192 2 жыл бұрын
কলে কথা লাগে লেঠা ।চৰকাৰে প্ৰাইভেদ স্কুল বন্ধ কৰক,দেখিব চৰকাৰী স্কুল উজ্বলি উঠিব ৭০/৮০ দশকৰ দৰে।
@dipanwitatrendi6859
@dipanwitatrendi6859 2 жыл бұрын
কমেণ্ট বহুতে বহুত কৰিছে কিন্তু মোৰ বোধেৰে ১৬ জন শিক্ষকে যদি এগৰাকী ছাত্ৰ অথবা ছাত্ৰীক ঊত্তীণ কৰিব নোৱাৰে অথবা ছাত্ৰ বা ছাত্ৰী গৰাকী ইমানেই দুৰ্বল নাম ভৰ্তি ৰ আগতেই ভাবিব লাগিছিল। আচলতে কিছু কিছু শিক্ষকে অকল টকাৰ বাবেই চাকৰি কৰি আছে। মই ব্যক্তিগত খণ্ডৰ চাকৰি কৰা অভিজ্ঞতাৰ পৰা কৈছো।
@daisyrabharabha2078
@daisyrabharabha2078 2 жыл бұрын
কেবল শিক্ষক শিক্ষয়িত্ৰী দোষ দি লাভ নাই বহুত কাৰণ থাকিব পাৰে যি পায তাকে বকি থাকিব নালাগে
@myl3291
@myl3291 2 жыл бұрын
Hoi, Student Or kiba responsibility nai niki, OT humuwai chip brain ot dibo pari ni ki? ¿??? But Brenolia kot gol
@bhaktimdeka9217
@bhaktimdeka9217 2 жыл бұрын
Sobore dukh thakibo pare,,, kintu class 10 paiu jdi pass ke koribo nuare,, sobotke besi dukh student r,, aru guardian r
@AL-tn2ns
@AL-tn2ns 2 жыл бұрын
আজিকালি মেট্রিক fail কৰা মানে আৰু তাৰ নিচিনা দমৰা গৰু আৰু নাই 🤣🤣
@meghalisaikia696
@meghalisaikia696 2 жыл бұрын
🤣🤣
@layanjyotideka6663
@layanjyotideka6663 2 жыл бұрын
Dhei😂🤣
@male1895
@male1895 2 жыл бұрын
Legend 🤣
@aryanabaruah
@aryanabaruah 2 жыл бұрын
Ultra legend 🤣🤣🤣
@sumimedhi6410
@sumimedhi6410 2 жыл бұрын
Val disa dei
@ranjitbaro8979
@ranjitbaro8979 2 жыл бұрын
Only teacher ok Dukh dile nohobo student bilakor aji kali khikhar proti dhauti ny
@ramadas7526
@ramadas7526 2 жыл бұрын
News Live Chanel টোৰে অলপ বেছি কৰি দেখুৱাই ,ছাত্ৰ ছাত্ৰী, অভিভাৱক সেই সকলো সমানে দায়ী
@nabasmitaamchi2546
@nabasmitaamchi2546 2 жыл бұрын
প্ৰথম নিজৰ লৰা ছোৱালীক শাসন কৰিব শিকাক.. তাৰ পাছত teacher k dukhib ..nijar lra suwalik প্ৰথম সৰু পৰা xikala পিছত ভাল হব আমাৰ school আগত ভাল নাছিল আমি কি বেয়া rsl হৈছে nki চেষ্টা main nijar aru অভিভাৱক
@sjhazarika5437
@sjhazarika5437 2 жыл бұрын
Teacher,Student konu kom nohoi....krishno....
@Johnkerketta2298
@Johnkerketta2298 2 жыл бұрын
Hosa k dai OMG😳
@myl3291
@myl3291 2 жыл бұрын
Krishna nohoi ....Jaadu Jaadu dei
@runumonideori9512
@runumonideori9512 2 жыл бұрын
ছাত্র ছাত্ৰীৰ ভুল নথকা নহয়। তেওঁলোকো conscious হোৱা উচিত। নিজে মন নবহালে আনে জোৰ কৰিও বহাব নোৱাৰে। অৱশ্যে আৰ্থিক অৱস্থা দুৰ্বল পৰিয়ালৰ লোকে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ হাতত smartphone তো তুলি দিব পৰা নাই যাৰ ফলত তেওঁলোক online class ত উপস্থিত থাকিব পৰা নাই আৰু যদি phone পাইছেও বহুতে সৎ কামত প্ৰয়োগ কৰা নাই। চৰকাৰে smartphone দিয়াৰ কথা কৈছিল যদিও এতিয়ালৈকে হাতত পোৱাহি নাই। তাৰোপৰি দুটা শিক্ষা বৰ্ষ COVID-19 ৰ বাবে lockdown ৰ মাজেৰে পাৰ কৰিব লগা হ'ল। ময়ো এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলো আৰু সুখ্যাতিৰে উত্তীর্ণও হলো। এগৰাকী ছাত্ৰী হিচাপে মই সদায়েই শিক্ষকক শ্ৰদ্ধা কৰোঁ আৰু তেওঁলোকৰ আদৰ্শক সন্মান জনাওঁ। tution ৰ অবিহনে বিদ্যালয়তে বহু বন্ধু বান্ধবীৰ সৈতে একে পাঠ গ্ৰহণ কৰিছিলো। কিন্তু তাৰে কেইজনমানে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ অসমৰ্থ হ'ল। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা সমূহ বিবেচনা কৰি এইসমূহ সমাধানৰ ব্যবস্থা গ্রহণ কৰিব লাগে। ইয়াত মই কাকো দোষাৰোপ কৰাৰ চেষ্টা কৰা নাই। মোৰ মনৰ মাজত দুলি থকা ধাৰণাটোকহে মাথোঁ টুকি দিলো।
@assamvoice01
@assamvoice01 2 жыл бұрын
মই হব লাগিছিল শিক্ষক পেলি দিলো হয় .....কেনেকৈ পাছ নকৰিব দেখাই দিলো হয় ।
@sahilhoque1645
@sahilhoque1645 2 жыл бұрын
চেকনিৰ আগত বিদ্যা 🙏
@manalishadas2421
@manalishadas2421 2 жыл бұрын
কি কৰিলা হয় তুমি তেতিয়া
@manalishadas2421
@manalishadas2421 2 жыл бұрын
@@sahilhoque1645 আজিকালিৰ ছাত্ৰ ছাত্ৰীয়ে কাকোৱেই ভয় নকৰে😁
@anuragsonowal6177
@anuragsonowal6177 2 жыл бұрын
Miya jat...toi koti Mari thak.
@Yourkittu_2
@Yourkittu_2 2 жыл бұрын
ৰেজাল্ট বেয়া হোৱাৰ ই কথা student বিলাকে যি পৰিস্থিতিৰ মাজত পৰীক্ষা দিছে সেই জানে student বিলাকে আগতেই কৈছিল সময় লাগে কিন্তু সেই সময়ত কোনেও সেই সকলোৰ কথা শুনা নাই। আৰু এতিয়া student ৰ সৈতে ধেমালি কৰি আছে। 🥺🥺😠
@Alonitaa
@Alonitaa 2 жыл бұрын
Wow congratulations 👏🎉
@merajulahmed9320
@merajulahmed9320 2 жыл бұрын
শিহ্মক আৰু ছাত্ৰ ধুনীয়া মিলিছে
@surajdeka3256
@surajdeka3256 2 жыл бұрын
Government should take few new steps for this schools similar to( PIA) Project implementing Agencies. Which is under DDU-GKY govt skill development project. Target should be set for each employee and Seperate SOP should be implement over this🙏
@samiranlahon2462
@samiranlahon2462 2 жыл бұрын
Also students would focus for their exams ....
@bibek_gogoi
@bibek_gogoi 2 жыл бұрын
​@@samiranlahon2462 yes
@digantabora7198
@digantabora7198 2 жыл бұрын
Kona bura atiya dakha nai na khuna ni.... School bondho kori da
@bhbxyz
@bhbxyz 2 жыл бұрын
Good 👍👍
@kushaldas5245
@kushaldas5245 2 жыл бұрын
আপুনালোকে কৈছে এজন ছাত্ৰ ৰ বিপৰীতে দুজন শিক্ষক 5 to ten ধৰি হিচাপ কৰক 5 to 10 কোনে পঢ়াৱ আপুনি
@jhuramsanga.2.028
@jhuramsanga.2.028 2 жыл бұрын
Poor attendance leads to poor results.
@RanjanDas-sr8nq
@RanjanDas-sr8nq 2 жыл бұрын
Good news
@Mahivillager
@Mahivillager 2 жыл бұрын
এজন ছাত্ৰক 16 জন শিকককে কি শিকাইছে । পাছ কৰিব নোৱাৰিলে । ছাত্ৰ জনে চাগে বেছি বুজি পোৱাত পাগল হৈ গৈছিল। সেই কাৰণে ফাইল কৰিছে ।
@basisthaacharya6590
@basisthaacharya6590 2 жыл бұрын
শিক্ষকৰ চাকৰি বিচাৰি হুলস্থুল কৰি অৱশেষত চাকৰিটো পালে, পিছে ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ বাবে তৎপৰ হোৱা দেখা নগ'ল। এটা জেনেৰেচনৰ বাবে এয়া বৃহৎ ক্ষতি। কথাটো বহুত চিন্তনীয়। শিক্ষক, ছাত্ৰ ছাত্ৰী সকল আৰু অভিভাৱক সকলে দেশৰ নাগৰিক হিচাপে কথাবোৰ গুৰুত্ব সহকাৰে লৈ দেশ গঢ়াৰ বাবে প্ৰতিশ্ৰুতি দিয়ক।
@momiboruah355
@momiboruah355 2 жыл бұрын
হয় দেই .student school লৈ নাহে .অভিভাৱকৰ গুৰুতব নাই .শিক্ষকে সিহতৰ মুৰটো ফালি ভৰাই দিব লাগিছিল
@ranjanbarua5644
@ranjanbarua5644 2 жыл бұрын
Akl Teacher k dai di kam nai student bore prhe ne nprhe ghrr prialro alp gorotr lage🙏🏻
@hemalatachetia3765
@hemalatachetia3765 2 жыл бұрын
অ ,,সাং বাদিক ,,ভাই ,,বন্ধু সকল ,,আপোনালোকে পৰীক্ষা ৰিজাল্ট দিয়াৰ পাছত বিদ্যালয়লৈ যোৱাত কৈ মাজে সময়ে প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ লৈ গৈ বিদ্যালয়ৰ অভাৱ ,,অভিযোগ ,,জানিবলৈ চেষ্টা কৰিলে ভাল লাগিল হয়।। চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষকে বুলি কলে ভাল নালাগে ,,,কিয়নো সকলো শিক্ষকে দৰমহা পোৱাটো চিন্তা কৰি নাথাকে ,,,ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যতে সু -নাগৰিক হিচাবে গঢ় দিয়া কথাটোহে চিন্তা কৰে ।।
@probinkumarkakati6151
@probinkumarkakati6151 2 жыл бұрын
লাখলাখ টকা দৰমহা দিয়ক শিখক সকলে দৰমহাটো পালেই হল ।ছাএ সমাজত যি হয় হওক ।তেওলোকৰ কি আহেযায়।
@ashokhatibaruah7535
@ashokhatibaruah7535 2 жыл бұрын
ছাত্ৰছাত্ৰী সকলৰ আথ’সামাজিক পৰিবেশ ৰ বিষয়ে অনুসন্ধান কৰিবলৈ চেষ্টা কৰক TV Chanel বোৰে ৷ সমস্যা ক’ত কেৰুণ ক’ত ৷ শিক্ষক সকলক দোষী সাব্যস্ত কৰি থাকিলে নহ’ব ৷ চৰকাৰী বিদ্যালয় সমূহলৈ সাধাৰণতে অতি দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ সন্তান সকলহে পঢ়িবলৈ আহে ৷ আথিক ভাবে স্বচ্চল আৰু আপোনালোকৰ দৰে সচেতন ব্যক্তি সকলে উক্ত বিদ্যালয়ত পঢ়িবলৈ পঠাওক নিশ্চয় তেওলোকৰ ফলাফল শূন্য নহ’ব ৷
@janardanbora3440
@janardanbora3440 2 жыл бұрын
আমাৰ শিক্ষা মন্ত্ৰী জনক ধন্যবাদ দিব লাগিব পিছে😂😂😂
@puspadharmoran4994
@puspadharmoran4994 2 жыл бұрын
এবাৰ শিক্ষক কেইজনৰ কথাও ভবাটো দৰকাৰ।যিহেতু আজি কালি শিক্ষকে অলপ শাস্তিও দিব নোৱাৰে।এই ক্ষেত্ৰত অভিভাৱক সকলেও কথাবোৰ অলপ বেছিকৈ গুৰুত্ব দিব লাগিব।যিহেতু ল'ৰা ছোৱালী এটা যথেষ্ঠ ডাঙৰ পৰীক্ষা দিব ওলাইছে।গতিকে বছৰটো অলপ ল'ৰা ছোৱালীক নজৰ ৰখাটো অৰ্ত্যন্ত জৰুৰী।শিক্ষক বুলিয়ে আৰু অনবৰতে ছাত্ৰৰ পিছে পিছেটো লাগি থাকিব নোৱাৰি।তাৰ উপৰিও বহু স্কুলত এনেই শিক্ষকৰ হিচাপতহে থাকে।বিষয় শিক্ষক যেনে অংক বিজ্ঞান আৰু ইংৰাজীৰ বিষয় শিক্ষকৰ অভাৱবৰ হেতুকে বহু স্কুলত ল'ৰা ছোৱালীয়ে অসুবিধাত পৰে।বাহিৰত তেওঁলোৰ টিউচন লৈ অসুবিধা হোৱা বিষয় সমূহ পূৰ কৰিবলৈও অসামৰ্থ।গতিকে এনে বহু কাৰণৰ ফলতো স্কুল বিলাকত এনেকুৱা ফলাফল দেখা যায়।ৰিজাল বেয়া হোৱা মাত্ৰকে চিধাই শিক্ষকে এনেই দৰমহা কেইটা খাই আছে বুলি বেছিকৈ দূখ দি চিঞৰি থকা দেখা যায়।স্কুলৰ ৰিজাল লবলৈ যেনেকৈ নিউজ বিলাকে বোকা পানী ফালি শূূণ্য পাইছে বুলি স্কুল খনলৈ তাত বাতি কৰি যায়।ঠিক তেনেকৈ স্কুল পঢ়াই থকা সময়টো স্কুল খনত প্ৰতিটো বিষয়ৰ ওপৰত শিক্ষা প্ৰদান কৰিব পৰ্য্যাপ্ত শিক্ষক আছে নে নাই; তাৰ ওপৰটো নিউজ কৰিলে লাহে লাহে সেই ফালৰ পৰাও স্কুল বিলাক ভাল হোৱাৰ আশা থাকে।
@deepkalita6533
@deepkalita6533 2 жыл бұрын
Amar axomiya news channel bore.techer bilakok question krisa moi beya.pwa nai. Kintu apunaloke MLA bilakok.ba amar c.m sir k aibilak question kiyo nokoi..axom khon amar sokolo karone hoi.
@arup823
@arup823 2 жыл бұрын
Schoolt thake 5/6 ghonta baki 24ghonto kot thake? PUB G PLoOSh....
@pankajmahanta9397
@pankajmahanta9397 2 жыл бұрын
মই মন্ত্ৰী হোৱা হয় লগে লগে চাকৰি খালো দয় ৷
@caborah5874
@caborah5874 2 жыл бұрын
সেই বিলাক শিক্ষকৰ দৰমা টো । আধা কৰি দিব লাগে ।
@aimbot_ff__
@aimbot_ff__ 2 жыл бұрын
সকলোৰে মূলতে দোষী হৈছে চৰকাৰ , চৰকাৰে যেনেকৈ চলাইছে সকলো বিভাগ তেনেকৈয়ে চলিছে ।
@ranganav1
@ranganav1 2 жыл бұрын
Dear Dr. Pegu, alarming situation. PLEASE FOLLOW THE KERALA MODEL. IT WILL BE THE RESPONSIBILITY OF EACH GOVERNMENT SCHOOL PRINCIPAL AND TEACHERS TO ENSURE MINIMUM ATTENDANCE IN EACH CLASS. IF REQUIRED, THEY WILL HAVE TO GO FROM DOOR TO DOOR TO COLLECT STUDENTS OTHERWISE THEY WILL LOSE SALARY. THIS WILL ENSURE ACCOUNTABILITY AND TEACHERS WILL NOT THINK ABOUT ABSENTEEISM OR PRIVATE PRACTICE.
@lachithazarika1142
@lachithazarika1142 2 жыл бұрын
সকলো দোষ শিক্ষকক দি লাভ নাই। অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ গুৰুত্ব‌ও প্ৰয়োজন।
@mr.kritikgaming1155
@mr.kritikgaming1155 2 жыл бұрын
Your right
@moitreedas6496
@moitreedas6496 2 жыл бұрын
অনলাইনে খালে ল'ৰা ছোৱালীবোৰক।শিক্ষক সকলক জগৰীয়া কৰিও লাভ নাই।ল'ৰা ছোৱালীৰো আগ্ৰহ বোলা বস্তুটো থাকিব লাগিব।
@ratuldas6959
@ratuldas6959 2 жыл бұрын
Cm ছাৰ তলা লগাই দিয়ক
@nirjumoniduttabharali8339
@nirjumoniduttabharali8339 2 жыл бұрын
We should ask questions to inspector of schools. In our days, inspector comes to our school at a regular basis. Inspector o bhaaldire in real sense inspection Kora darker aase. Office bureo inspection nokireneki
@jahangirmondal3354
@jahangirmondal3354 2 жыл бұрын
We need quality education , not quantity.
@sibudas702
@sibudas702 2 жыл бұрын
Very good
@eijiban4982
@eijiban4982 2 жыл бұрын
শিক্ষকে ছাত্ৰক শিকাত সহায়হে কৰে ৷ শিকিব লাগিব ছাত্ৰজনে নিজেই ৷ পৃথিৱীত কোনেও কাকো শিকাব নোৱাৰে ৷ সকলোৱে নিজে শিকে ৷ আজিৰ দিনত কোনবোৰ ল’ৰাছোৱালীয়ে ফেইল কৰে বাৰু !
@karengvixon5905
@karengvixon5905 2 жыл бұрын
মাষ্টৰ গালৰ ভাগ্যয়ে বুলিলো আৰু দেই, স্কুল যাব এঘাৰ বজাত,গৈ পাই ম'বাইলত ফেচবুক, ইউটিউব,গেম, Netflix, Amazon. . . ম'বাইল চাই আমনি লাগিলে আৰামত টোপনি মাৰিব!তহঁত(সম্বোধনত সন্মান প্ৰকাশ শব্দবোৰ মগজুৰ পৰা বাহিৰ হব‌ই নোখোজে দেখোন) কিনো সাধি আহিছিল অ' আই-বোপাইহঁত?! 'পৰিবহণ বিভাগটোৰ আই-বোপাই সকলৰ ভালনে?! দুৰ্নীতি-দুৰাচাৰ, কৰ্তব্যত গাফিলতি চৰকাৰী কোনটো বিভাগত নাই?! এনেবোৰ কাৰণতে চৰকাৰে বিভাগসমূহ এটা এটাকৈ ব্যক্তিগত হাতত তুলি দিবলৈ বাধ্য হৈছে।
@anjuwarakhatun8543
@anjuwarakhatun8543 2 жыл бұрын
Gd news
@ram.gogoinice5864
@ram.gogoinice5864 2 жыл бұрын
Teacher very good
@rock7152
@rock7152 2 жыл бұрын
Okol teachers k dukh di lav nai moiu govt school porha gurdian bur strict hbo lagbo aru student r u common sense thakibo lagbo moi nijei sesta krislu karon aji kali teachers a besi mar dhor u krbo nwre
@axomiyabhai9070
@axomiyabhai9070 2 жыл бұрын
ছাত্র ছাত্রীর ও মাথাত অকমান মাল থাকিব লাগে 😂😂
@pulinmedhi542
@pulinmedhi542 2 жыл бұрын
পৰিক্ষাত পাচ ফেল থাকিব লাগিব। লঘু শাস্তিৰ ব্যৱস্থা থাকিবই লাগিব ।
@Dimpal.Baishya
@Dimpal.Baishya 2 жыл бұрын
আমাৰ higher secondary ৰ ৰিজাল্ট কেতিয়া দিব,, সেইতো জনাব
@ahmedhussainbarbhuiya1393
@ahmedhussainbarbhuiya1393 2 жыл бұрын
সারা বছর স্কুল‌ বন্ধ‌ ছিল‌ হঠাৎ দু‌ তিন‌ মাস‌ ক্লাছ‌ করে‌ ছাত্র‌ ছাত্রি‌ কি‌ ভাবে ফলা‌ ফল‌ ভাল‌ হবে‌ করুনা কি ছাত্র‌ মাতিয়া‌ আনিছে‌ এত‌ পরিক্ষা‌ লয়ার‌ ইচ্ছা ছিল‌ তাহলে‌ কেন‌ স্কুল‌ বন্ধ‌ করে‌ দেওয়া‌ হয়েছিল সবাইকে‌ পাস‌ করিয়ে‌ দেয়া‌ ভালো ছিলো‌। অনেক মেদাবি ছাত্র‌ আছে তারা‌ কি করে‌ ওনলাইনে ক্লাস‌ করবে‌ ওরা তো সরকারি‌ স্কুলে‌ ছিলো
@pamelask8006
@pamelask8006 2 жыл бұрын
শিক্ষক আৰু শিক্ষয়িত্ৰী য়ে শিক্ষা দিবহে পাৰিব হাতুৰী বটালি লৈ খুলি খুলি মাঠাত ভৰাই দিব নোৱাৰে অ বাপা
@dreamlight7645
@dreamlight7645 2 жыл бұрын
দিল্লীত চৰকাৰী বিদ্যালয় উন্নত মানদণ্ডৰ হোৱা বাবে আজি তাৰিখত প্ৰথম স্থানত আছে, অসমৰ প্ৰাইভেট স্কুলো দিল্লীৰ চৰকাৰী বিদ্যালয় বোৰৰ লগত ফেৰ মাৰিব নোৱাৰে, তেতিয়া হ'লে অসমৰ শিক্ষাৰ ক্ষেত্ৰত বুজিবলৈ বাকী আছে কি? Systematic education modelৰ অভাৱ। শিক্ষা বিভাগত চৰকাৰে যি টকা খৰচ কৰিছে এতিয়াও অসমৰ ৰাইজৰে টকা , কি কৰিলে ভাল হ'ব আমি ক'লে শোভা নাপায়, কৰিবলৈ সৎ সাহস আৰু মহান উদ্দেশ্য লাগিব সকলোৰে।
@gyanmaliniphukan316
@gyanmaliniphukan316 2 жыл бұрын
নগন্য সংখ্যক ছাত্ৰ-ছাত্ৰী এই স্কুল বিলাকত থকাৰ বাবে হয়তো ছাত্ৰ-ছাত্ৰী বিলাকে পঢ়াৰ পতি মন নিদিয়া হৈছে । তেওঁলোকৰ মনৰ কথাবোৰো জানিবলৈ প্ৰয়াস কৰিব লাগে , কিয় তেওঁলোকে স্কুললৈ আহিব ইচ্ছা নকৰে ।
@rajkumarpegu912
@rajkumarpegu912 2 жыл бұрын
শিক্ষক আঠজন বা দহজন নাথাক কিয় যদি ছাত্ৰ ছাত্ৰীয়ে অথবা অভিভাৱক সকলে শিক্ষাৰ প্ৰতি গুৰুত্ব নিদিলে যিমানেই শিক্ষক গুৰুত্ব দিলেও বিদ্যালয়খনত একো সুফল নাপায় কাৰণ শিক্ষক সকলে বুজাইহে দিব পাৰে বা দেখুৱাই দিব পাৰে কিন্তু মগজুত বঢ়াই দিব নোৱাৰে কেৱল শিক্ষক সকলকে দোষী কৰি লাভ নাই নিজৰ লৰা ছোৱালীকো অলপ অভিভাৱক হিচাপে গুৰুত্ব দিব লাগে ।
@sportstoday2717
@sportstoday2717 2 жыл бұрын
ইয়াৰ মূলতঃ চৰকাৰ..সৰ্বশিক্ষা আনি বিদেশৰ আৰ্হিত ফেইল কৰাব নোৱাৰা কৰি লৰা ছোৱালী মূৰটো চূবালে...ইয়াৰ পৰাই পতন আৰম্ভ.. Private বিদ্যালয় সৰ্বশিক্ষাৰ আধিনত নাই.. সেই কাৰণে ৰিজাল্ট ভাল ।
@satyajitkalita9240
@satyajitkalita9240 2 жыл бұрын
নতুন আইন প্ৰণয়ণ কৰি এই স্কুলবোৰৰ শিক্ষকসকলৰ আধা দৰমহা কৰ্তন কৰিব লাগে| নিজৰ ল'ৰা- ছোৱালীবোৰ প্ৰাইভেট স্কুলত দি বেলেগৰ ল'ৰা -ছোৱালীৰ মূৰ খাইছে এই সকল তথাকথিত শিক্ষকে |
@bhupendeka290
@bhupendeka290 2 жыл бұрын
দৰমহাৰ টকা খিনি সূতে মূলে বাজেয়াপ্ত কৰাৰ ব্যৱস্থা লওক।
@xl9717
@xl9717 2 жыл бұрын
সকলো শিক্ষক শিক্ষয়িত্ৰীক্ বৰ্খাস্ত কৰিব লাগে।
@momiboruah355
@momiboruah355 2 жыл бұрын
তাৰ পিছত তাত আপুনি সুমাই লব Result ফাটাফাটি বনাই দিব পাৰিব
@rinkudeka7646
@rinkudeka7646 2 жыл бұрын
Raijor toka bor ni salary diyat koi voluntary retirement diya Val. Government school bilak private kori db lage
@RanjanDas-sr8nq
@RanjanDas-sr8nq 2 жыл бұрын
Right kintu amar lora sawali kot porib
@anuragsonowal6177
@anuragsonowal6177 2 жыл бұрын
@@RanjanDas-sr8nq Rinku Deka bapekor scholt logai diba he paivet schol asy hihotor
@beberibang1645
@beberibang1645 2 жыл бұрын
শিক্ষকে মূৰত ভৰাই দিব নোৱাৰে.... পঢ়াবহে পাৰে.... বুজাবহে পাৰে.... শিক্ষকে নিজৰ মূৰটো লগাই দিলেহে হ'ব এতিয়া...
@puspadhardowarah1932
@puspadhardowarah1932 2 жыл бұрын
খবৰটো শুনি বহুত বেয়া লাগিল।শিক্ষকক দোষিম নে ছাত্ৰ ছাত্ৰীক দোষিম।শুনিলেইণবেয়া লাগে।
@birasondoley489
@birasondoley489 2 жыл бұрын
One student 16 Teacher's shame.
@bonditabora2319
@bonditabora2319 2 жыл бұрын
Mojja
@deepabaishya223
@deepabaishya223 2 жыл бұрын
চয়কাৰী বিদ্যালয় ৰ পয়ালগা অৱস্থা
@jitendrasaikia9508
@jitendrasaikia9508 2 жыл бұрын
এই বিলাক স্কুল বন্ধ কৰি শিক্ষক সকলক বেলেগ ঠাইলৈ বদলি কৰিব লাগে ।
@wahidurrahman9203
@wahidurrahman9203 2 жыл бұрын
বৰ্তমানৰ govt স্কুলৰ শিক্ষক সকলৰ কি হৰ কাৰণেই এনেকুৱা result হয়!
@momiboruah355
@momiboruah355 2 жыл бұрын
কিহৰ চকু কপালত উঠিব .ভাল ভাল লৰাছোৱালীবোৰ privatet ত পহুৱাব আৰু একেবাৰে তলৰ লৰাছোৱালীকেইটা চৰকাৰী school ত দিব .
@indianspiceasmr9439
@indianspiceasmr9439 2 жыл бұрын
সকলো চুকা লৰা ছোৱালী ব্যক্তি গত স্কুল ত দিয়া পৰিনতি ।। চৰকাৰী স্কুলো আছে সকলোয়ে মনত ৰখা উচিত
@w4y6v99
@w4y6v99 2 жыл бұрын
Nice 👍🤣😂😄😄
@bborabhubanvlogs7588
@bborabhubanvlogs7588 2 жыл бұрын
Hoi
@roserbro1917
@roserbro1917 2 жыл бұрын
Ami tu government school phisilu atiya Graduate pass krilu but nijr sestar hb lagib ami ata mobile use nkra koi Graduate pass krilu lra suwali nijr sestar thakib lagib
@korobidas5121
@korobidas5121 2 жыл бұрын
ইয়াত বেছি দোষ ছাত্ৰ -ছাত্ৰী আৰু অভিভাৱক সকল
@imraz2357
@imraz2357 2 жыл бұрын
Very good ☺️☺️😁
@pranabsaikia912
@pranabsaikia912 2 жыл бұрын
Assam govt recruitment board only recruit teacher's vaccancy . So the result of it no. Of labour more than the no. Of production.
@assameseboy5172
@assameseboy5172 2 жыл бұрын
What a education goes to Assam. Please action this school
@hrishiroy4759
@hrishiroy4759 2 жыл бұрын
school class nhle guardian gurutto dibo lgbo... ru class howar pist students bilke nije nporhile ki kri pass hbo ?????
@pritam7746
@pritam7746 2 жыл бұрын
Teacher and sanbadik . Great tumalok great. Etiya news Di lav ni Kukur pouali ht.
39kgのガリガリが踊る絵文字ダンス/39kg boney emoji dance#dance #ダンス #にんげんっていいな
00:16
💀Skeleton Ninja🥷【にんげんっていいなチャンネル】
Рет қаралды 8 МЛН
Despicable Me Fart Blaster
00:51
_vector_
Рет қаралды 25 МЛН
КАК ДУМАЕТЕ КТО ВЫЙГРАЕТ😂
00:29
МЯТНАЯ ФАНТА
Рет қаралды 9 МЛН
Iron Chin ✅ Isaih made this look too easy
00:13
Power Slap
Рет қаралды 33 МЛН
Rashlila || EP- 22 || 25-07-2024 ||
21:37
Rengoni TV
Рет қаралды 50 М.
39kgのガリガリが踊る絵文字ダンス/39kg boney emoji dance#dance #ダンス #にんげんっていいな
00:16
💀Skeleton Ninja🥷【にんげんっていいなチャンネル】
Рет қаралды 8 МЛН