ইমান সুন্দৰ ভাষণ ,শুনিলে শুনি থাকিবৰ মন যায় ।এই কথা খিনি হৃদয়ংগম কৰিব পাৰিলেহে এজন প্ৰকৃত মানুহ হ'ব পাৰিব ।
@nitishkalita74232 жыл бұрын
Moi abar xuni thakile gom a napau Keita video ses hoi jae matha tu akdom thanda hoi jae mor ekhet or vaxon xunile .Bhogoban nitu dak xodai kuxole rakhiba 🙏🙏🙏
One of the most inspirational person in Assam👌🏼👏😇🥰💕
@gayatreekalita64593 жыл бұрын
Nitumoni sir apuni iman hundor bakteta dias jjj jibont katiau pahoribo nuara ...apunar ai baktetar joriote hakalua parona pabo.......you are great sir 👌👌👌👌...Mur I.P.S huar issha asa aru sir moi apunar baktetar joriota nija kanakoi lakhyat uponita hm tak thirang karibo parisu
@drs75223 жыл бұрын
এনেধৰণৰ ভাষণ মোৰ সন্তানৰ বাবে বাস্তৱিকতে বিচাৰিছিলো, কিন্তু সময়োপযোগি ভাবে নাপালোঁ, এতিয়াও মুল্যবান বক্তৃতা ৰ বাবে শইকীয়া দেশলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ,এনে ধৰণৰ কথা কিছুমান ছাত্ৰ ক কবৰ বাবে তৃতীয় ব্যক্তি ৰ পৰামৰ্শ প্ৰদানে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।🙏👍
mur sharddhar dada nitumoni saikia debole okhekh dhanyabad gyapon korilu.tekhetor beyaktabya tu huni jothestho val lagil . vogobane tekhetor mongol korok take kamona korilu.
@oft13963 жыл бұрын
উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্রত ভাষাৰ অন্তৰায় : উচ্চ শিক্ষা বহুতেই লব বিচাৰে আৰু বহুতেই নিবিচাৰে | কিন্তো বিচৰা জনৰ আগত যেতিয়া ভাষাই প্ৰধান বাধা ৰূপে থিয় দিয়ে ইয়াতকৈ আৰু দুভাৰ্গজনক কথা একো হব নোৱাৰে | আমাৰ বহুতো শিক্ষাৰ্থীয়েই কোৱা শুনো যদি মই দ্বাদশ শ্ৰেণীৰ পিছৰছোৱাও মাতৃভাষা অসমীয়াতে পঢ়িবলৈ পালো হয় তেন্তে মই আৰু পঢ়িলো হেঁতন | হয় নোহোৱা নহয় বহুতেই ইংৰাজী নোৱাৰে কিন্তো অসমীয়াত পোৱা বিষয় কেওতাটে ভাল নম্বৰ লাভ কৰে | বেলেগলৈ নাজাও কিয়নো মইয়ো ইয়াৰে এজন | problem যাৰ থাকে সিহে বুজে | যদি আমি চীন, জাপান আদি দেশলৈকে মন কৰো তেন্তে দেখা পাম যে তাৰ শিক্ষা সম্পুৰ্ণ মাতৃভষাত দিয়া হয় কিন্তো আমাৰ ইয়াত ইংৰাজী নহলে নহবই | হয় ইংৰাজী ভাষাৰ বহুতো positivity আছে যাক আমি নুই কৰিব নোৱাৰো | কিন্তো ইয়াৰ বাবে যে নিথৰোৱা হৈছো আমিবোৰ আমাৰ কি হব | ওপৰ class ৰ কিছুমান কিতাপ আছে যাক অসমীয়ালৈ অনুবাদ কৰিব নোৱাৰি বুলি বহু লোকে কয় | এইদৰে কবলৈ বাৰু তেওঁলোকৰ লাজ নালাগেনে ? নোৱাৰি বুলি | আজিৰ যুগত মানুহে নোৱাৰা কাম একো নাই | অতি লাজৰ বিষয় যে আমি অসম,অসমীয়া লোকৰ বাবে বুলি কথা কোৱা আজিলৈকে কোনো এখন চৰকাৰেও এই বিষয়টো গুৰুত্ব সহকাৰে নললে | যাৰবাবে আমি আজি নিথৰোৱা কিন্তো আমাৰ দৰে যাতে আমাৰ পিছৰ ছামৰ ক্ষেত্রত এনে নহয় তাৰ বাবে আমি সজাগ হবই লাগিব | গতিকে আশা কৰো সকলোৱে বিষয়টো গুৰুত্ব সহকাৰে লব | এইদিশত আমাৰ সকলোৰে কৰণীয় আছে | তেতিয়া চাব অসমৰ বহুতো শিক্ষাৰ্থীয়েই পঢ়িবলৈ ওলাই আহিব নিজৰ ঠাইত নিজৰ আপোন ভাষাৰে | সঁচা অৰ্থত অসমত এক নৱ দিগন্তৰ সূচনা হব | যদি এই কথাখিনিৰ পৰা আপোনি অসন্তোষ্ট তেন্তে আপুনি অসম , আমাৰ বাবে শত্রু | শিক্ষা সকলোৰে বাবে সমান , ইয়াক সকলোৱে লব পাৰে কিন্তো আজি ই আমাৰ বাবে এক কৌতুক | কিয় মানে এই ভষাৰ বাবেই | লব বিচৰা সকলে ইংৰাজী আৰু লব বিচাৰা সকলে যেতিয়া অসমীয়াত শিক্ষা পাব আৰু পিছলৈ নিজকে সফল ৰূপে প্ৰতিষ্ঠা কৰিব যুগ যুগ আমাৰ আহিব লগা চাম আমাৰ ঋণী হৈ থাকিব | গতিকে এইদিশত সহযোগ কৰক এখন নতুন অসম গঢ়িবলে | আমাৰ দাবী : উচ্চশিক্ষা ইংৰাজীৰ লগতে অসমীয়াতো হওক |
@nitulroy84973 жыл бұрын
Bohut val lagile dada apunar pora bohut kotha jabibo parisu. Ru apunak khosakoi bohut val paw. Apunar news bur o bohut val lage sai.apuni khosakoi dada sob kotha bujai diye