আজিও পত্নীৰ সৈতে একেলগে থাকিব বিচাৰে নিতুমণি শইকীয়াই।

  Рет қаралды 389,751

TIME8 News

TIME8 News

Жыл бұрын

আজিও পত্নীৰ সৈতে একেলগে থাকিব বিচাৰে নিতুমণি শইকীয়াই। নিজৰ সা-সম্পত্তি, ফ্লেট আৰু ফৰ্চুনাৰ গাড়ীলৈ প্ৰথমটো প্ৰতিক্ৰিয়া সাংবাদিক নিতুমণি শইকীয়াৰ। নিতুমণি শইকীয়া EXCLUSIVE

Пікірлер: 770
@arupamorandangaria6094
@arupamorandangaria6094 Жыл бұрын
আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে ।আপোনালোকৰ জীৱনটো সুখৰ হয় তাৰেই কামনা কৰিছো ।
@pihudutta5823
@pihudutta5823 Жыл бұрын
সাংবাদিক হিচাপে তেওঁৰ সদায় প্ৰিয়😌♥️ । তেওঁ এজন স্পষ্টবাদী, সাহসী, সৎ ব্যক্তি 😌। ভাগৱানে যাতে তেওঁক শক্তি আৰু সাহস দিয়ক যুজিবলৈ😌।সৎপথত যদি আছে আপুনি জয়ী নিশ্চয় হব 😌।
@minamahanta1766
@minamahanta1766 Жыл бұрын
নিতুমনি শইকীয়া মোৰ প্ৰিয় ।
@hemaprovahazarik
@hemaprovahazarik Жыл бұрын
শিলত গোৰ মাৰিলে শিল নাভাঙে, নিজৰ ভৰিহে ভাঙে। গতিকে সৎ ব্যক্তি বুলি আমি প্ৰশংসা কৰা সাংবাদিক নিতু মনি শইকীয়া দেৱৰ জয় হওঁক তাকেই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ।
@phulashreebaruah5033
@phulashreebaruah5033 Жыл бұрын
You are my ideal
@meghalikonwar9734
@meghalikonwar9734 Жыл бұрын
নিতুমনি দা আপুনি বৰ সাহসী ও মহান ব্যক্তি । মাইনা জনিৰ কাৰণে দুয়ো একেলগ হওঁক। শান্তিৰে থাকক তাকে কামনা কৰিছোঁ।
@abdulrohimsarkar3328
@abdulrohimsarkar3328 Жыл бұрын
নিতুমণি শইকীয়াৰ শান্তিৰ কামনা কৰিলো।তেওঁ যাতে শান্তি ত থাকে ।
@sashankadas3360
@sashankadas3360 Жыл бұрын
AXA
@joyabora7613
@joyabora7613 Жыл бұрын
Nitu moni da apunar porialto jen hodai vhogobane akelogei rakhe tarei kamona korilo
@bipulbiswas2752
@bipulbiswas2752 Жыл бұрын
99p>p>
@junmonipatardas3986
@junmonipatardas3986 Жыл бұрын
@@sashankadas3360 Qaa
@junmonipatardas3986
@junmonipatardas3986 Жыл бұрын
@@sashankadas3360 Qaa
@sanjibchetia9828
@sanjibchetia9828 Жыл бұрын
সত্যৰ সদায় জয়। ভগৱানে সহায় কৰিব🙏। কর্মত বিশ্বাস ৰাখক।
@manashipriya8120
@manashipriya8120 Жыл бұрын
কথা বোৰ ইমান ধুনীয়াকৈ স্পষ্টকৈ কৈছে। আপোনালোকৰ সম্পৰ্ক টো যেন আগৰ দৰে হৈ পৰে তাকেই কামনা কৰো।
@yuvrajphukon6250
@yuvrajphukon6250 Жыл бұрын
সকলো কথাৰ প্ৰত্যুত্তৰ আপুনি উপযুক্ত প্ৰমাণ সহকাৰে আৰু যুক্তিৰে দিলে। আমিও বিচাৰোঁ আপোনাক আমি যেনে দৰে বিশ্বাস কৰোঁ আৰু ভাল পাওঁ , আপুনি আমাক যেন হতাশ নকৰে। ভগৱানে আপোনাৰ পৰিয়ালক পুনৰ একেলগ কৰক।
@nirusaikia7631
@nirusaikia7631 Жыл бұрын
আপোনাক বহুত সম্মান আৰু ভাল পাওঁ। আপোনাৰ সঙসাৰ খন পৰিপূৰ্ণ আৰু সুখৰ হওক । বুজা বুজিলৈ আহক নিতুমনি ছাৰ।
@barman9935
@barman9935 Жыл бұрын
মানুহে ভবাতকৈ আপুনি বহুত বেলেগ....আপোনাৰ কথাখিনি অন্থৰ চুই গ'ল 🙏🙏🙏
@chitraranjandas6066
@chitraranjandas6066 Жыл бұрын
মানুহজনক মানসিক ভাবে ভাগৰি পৰিছে। ভগৱানে তেওঁক শক্তি দিয়ক। নাপায় কিন্তু তেওঁক ইমান হাৰাশাস্তি কৰিব। ধিক্কাৰ দিছো তেওঁক । তেওঁৰ আবেগিক হৈ গৈছে 🥺🥺
@yesminahmeda9367
@yesminahmeda9367 Жыл бұрын
আপোনাৰ কথাখিনিয়ে অন্তৰ চুই গল নিতুমনি শইকীয়া এজনেই আৰু দ্বিতীয়জন নোলাব
@manalishadas2421
@manalishadas2421 Жыл бұрын
নিতুমণি ছাৰ মোৰ প্ৰিয় ❤ ছাৰৰ স্পষ্টবাদিতা কথাবোৰ বহুত ভাল লাগে❤
@bedikahazarika881
@bedikahazarika881 Жыл бұрын
নিতুমনি তোমাৰ জয় হবই
@dhrubajyotidas4060
@dhrubajyotidas4060 Жыл бұрын
@@bedikahazarika881 @aaa@a
@manalishadas2421
@manalishadas2421 Жыл бұрын
@Nita Kalita Thank you ❤😍
@mofidaahmed5389
@mofidaahmed5389 Жыл бұрын
নিতুমণিৰ শান্তি ঘূৰি আহক তাকে ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ 🙏🏼
@abhijitasom4049
@abhijitasom4049 Жыл бұрын
আপোনাৰ ব্যক্তিত্ব ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে দাদা, আপোনাৰ প্ৰতি থকা সন্মান, স্ৰধা সদায় এ একক ভালে থাকক সদায়
@khagenchutia7761
@khagenchutia7761 Жыл бұрын
অনাগত দিনত আপোনাৰ জীৱন সুখ শান্তি তথা হাঁহি আননদ ৰে ভৰি পৰক তাৰেই কামনা কৰিলোঁ
@Rihanart75268
@Rihanart75268 Жыл бұрын
সত পথত থাকিলে এনেকুৱা বিপদ আহে আপোনাক ভগবানে সহায় কৰিব মই তাকে কামনা কৰিছো
@sweetydeka5482
@sweetydeka5482 Жыл бұрын
একো নজনাকৈ মানুহে কৰা সমালোচনা দেখিলে বেয়া লাগে। আপুনি ভাল মানুহ বুলি ভাবোঁ। ছোৱালী জনীৰ সতে আপোনালোকৰ সুখৰ সংসাৰখন সুখৰ হৈ থাকক।
@sonasrivlogs46
@sonasrivlogs46 Жыл бұрын
দুখ লাগিছে 😢🥺😭বহুত দুখত কৈছে কথা বোৰ 😢😭 নিতুমনি sir ajon Val bekti 🥺
@jehirulhuda3147
@jehirulhuda3147 Жыл бұрын
নিতুমণি, মই আপোনাতকৈ বয়সত জেষ্ঠ। ঘৰ শিৱসাগৰত। আপোনাৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আৰু বিশ্বাস আছে। আপুনি জয়ী হ'ব। আপোনাৰ ব্যক্তিত্বক বিসৰ্জন নিদিব। আমি আশা কৰো আপোনালোকৰ মাজৰ বিবাদ সোনকালে নিষ্পত্তি হ'ব আৰু পুনৰ একেলগে এখন সুন্দৰ সংসাৰ কৰিব। ছোৱালীজনী বহুত সৰু।তাই একো বুজি উঠা নাই।কোনোবাই বুজাৱক চোন। মই এজন শিক্ষক। গতিকে বাইদেউকো বুজাবুজি কৰিবৰ বাবে অনুৰোধ জনাইছো।
@ritamonilalim5660
@ritamonilalim5660 Жыл бұрын
আপোনি এজন সচাঁ ব্যক্তি হয়ও এনেকৈ প্ৰমান দিব লগা হোৱাৰ বহুত দুখ লাগিছে ।🙏🙏 🙏
@rajashreehandique4480
@rajashreehandique4480 Жыл бұрын
আপোনাৰ পৰা কথাখিনি জানিব পাই ভাল লাগিল বাট চাই আছিলোঁ। আচলতে আপোনাৰ ছোৱালী জনিৰ বিষয়টো আপোনাৰ পত্নীয়ে লৈ আহিলে । যি কি নহওঁক সুখী হওঁক তাৰেই কামনা কৰিলো।
@rupjyotiboruah3418
@rupjyotiboruah3418 Ай бұрын
5:34
@rupjyotiboruah3418
@rupjyotiboruah3418 Ай бұрын
শান্তিত থাকিব পৰাকৈ চেষ্টা কৰক ৷ভগবানে সহায় কৰিব ৷
@gitalineog6489
@gitalineog6489 Жыл бұрын
সত্যত থাকিলে ঈশ্বৰে আপোনাক সহায় কৰিব চাৰ আমিও প্ৰাৰ্থনা জনাইছো 🙏🙏
@kdeori4945
@kdeori4945 Жыл бұрын
মানুহৰ কোনোবাখিনিত ভুল বুজাবুজি হোৱাতো স্বাভাৱিক কথা,ভুলবোৰ সংশোধন হৈ দুয়ো একেলগ হোৱাটো ভগৱানৰ ওচৰত কামনা কৰিলো।
@kunjalataroy1493
@kunjalataroy1493 Жыл бұрын
ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ পৰিয়ালটো যেন পুনৰ একলগ হব পাৰে
@Sunildutta1234
@Sunildutta1234 Жыл бұрын
আপুনি মহান নিতুমনিদা,মই সদায় আপোনাক সন্মান আৰু শ্ৰদ্ধা কৰো,আপুনি সুখী হওঁক, ভগৱান আপোনাৰ সহায় হওঁক 🙏🏻🙏🏻🙏🏻
@babulahmed2070
@babulahmed2070 Жыл бұрын
Good
@usharaniduarah7535
@usharaniduarah7535 Жыл бұрын
হতাশ নহব যুজঁ দি যাওক
@manjusaharia857
@manjusaharia857 Жыл бұрын
আপোনাক বহুত ভাল পাও। সত্য ত সদায় বিঘিনী। ফল দেৰি কৈ পায়। আপুনি ভাগি নপৰিব। আমি আপোনাৰ লগত আচো।নুবুজাবোৰে সোনকালে বুজিব। ভগবানে আপোনাৰ সততাক অতি সোনকালে পোহৰলৈ আনিব। ভগবানৰ ওপৰত বিশ্বাস ৰাখক।
@ddhemali2.040
@ddhemali2.040 Жыл бұрын
মোৰ জীৱনৰ প্ৰিয় সাংবাদিক গৰাকীয়েই হ'ল নিতুমণি শইকীয়া। তেখেতৰ সংসাৰখন যাতে পুনৰ একেলগ হয় তাৰে কামনা কৰিলোঁ 🙏
@roshmihazorika9114
@roshmihazorika9114 Жыл бұрын
Sir apunar hoi kora anekua opbyoboharor karone aamiu bohut dukhito
@pranitamahanta3942
@pranitamahanta3942 Жыл бұрын
মোৰ সকলোৰে ওপৰত অনুৰোধ ।মিছা কথা সজাই এই পৰিয়াল টো ধংশৰ মুখলৈ ঠেলি নিদিব ।😭
@deepaborpatragohain9670
@deepaborpatragohain9670 Жыл бұрын
নিতুমনি দাদা আপুনি এজন মহান ব্যক্তি । আপোনাৰ দৰে এনে ব্যক্তি নোলাব ।
@sahedaborbora3801
@sahedaborbora3801 Жыл бұрын
বহু ত দুখ লাগিল আপোনাক বহু ত ভাল লাগে সকলো ঠিক হৈ যাব চিন্তা নকৰিব ❤️❤️
@jahnabiborahneog7073
@jahnabiborahneog7073 Жыл бұрын
I always respect you sir.apuni val manuh so apunar val hobo..jibur manuhe apunak beyake vabise teuluk nijei beya.apuni bohut hahokhi apuni juji jauk sabo joy apunare
@aabhoron8809
@aabhoron8809 Жыл бұрын
বিভাজন মোৰ অগ্ৰহনীয় মিলন মোৰ কাম্য , ভগৱানে সকলোকে সুমতি দিয়ক
@munmibhuuan547
@munmibhuuan547 Жыл бұрын
সত্য সদাই জয়। মানুহ বোৰৰ মানবতা কত হেৰাই গৈছে।আজিৰ দিনটোত কাৰোবাৰ উন্নতি হ'লে জলি পুৰি মৰে কিয়।
@RlachitNorthEastVlogs
@RlachitNorthEastVlogs Жыл бұрын
আপুনি সঁচা কথা কৈছে।। নিতু দা আপোনাৰ সংসাৰত যাতে শান্তি সম্প্ৰীতি মৰমৰ এনাজৰী ঘূৰি আহে তাকে ভগবানৰ ওচৰত কামনা কৰিলো।।🙏🙏🙏🙏
@mrinmoysaikiaentertainment4844
@mrinmoysaikiaentertainment4844 Жыл бұрын
আপোনাৰ স্পস্তবাদিতক সন্মান কৰিছোঁ।।। আপুনি ৰণৰ ক্ষেত্ৰ এৰি পলাই যোৱা যোদ্ধা নহয়।। নিশ্চয় আপুনি সফল হ'ব।।।
@daisyahmed4732
@daisyahmed4732 Жыл бұрын
সত্যৰ সদাই জয়, চিন্তা নকৰিব, ভগৱান আপোনাৰ লগত আছে।
@mamitasaikia6194
@mamitasaikia6194 Жыл бұрын
আপোনাৰ জীৱনলৈ শান্তি ঘূৰি আহক। তাৰেই কামনা কৰিলো।
@debashishborah7472
@debashishborah7472 Жыл бұрын
নিতু দা সদায় প্ৰিয় ❤️
@mamonisaikia39
@mamonisaikia39 Жыл бұрын
মোৰ প্ৰিয় সাংবাদিক নিতুমনি শইকীয়া
@user-oh4kc4uj3r
@user-oh4kc4uj3r Ай бұрын
নিতুমনি দা আপোনাক জনে মিছা কথাবোৰ জাপী দিছে ভগৱানে এদিন নহয় এদিন আপোনাৰ বিচাৰ কৰিব।
@kalpanadas6707
@kalpanadas6707 Жыл бұрын
Love you Nitumoni sir 🙏
@himalayashappiness227
@himalayashappiness227 Жыл бұрын
Spostobadi Nitumoni Saikiai joljol potpot koi dekhuai dile....big salute to him.... heikaronai tekhet beleg🙏
@munmihazarikasaikia8180
@munmihazarikasaikia8180 Жыл бұрын
ভগৱানে সহায় কৰিব। নিতুমনি দা মনত সাহস ৰাখক।সকলো ভাল হ'ব।
@chandanakalita5114
@chandanakalita5114 Жыл бұрын
ভাল মানুহৰ এজন নিতুমনি শইকীয়া
@bhaskargogoi7049
@bhaskargogoi7049 Жыл бұрын
I invite and request all the common people of assam to try to understand the feelings,language and utter of his heart and give support to him in his distress. He is a real man, real assamese and the hero of Assam and India also.So please give mental support to him. Keep it up, Nitumoni! Defend yourself and defend the truth. Thanks.
@poriraniburagohain1073
@poriraniburagohain1073 Жыл бұрын
সাংবাদিক হিচাপে আপুনি সদায় প্ৰিয়🌝 আৰু সদায় প্ৰিয় হৈ থাকিব 😌♥️
@monjumonibordoloi2608
@monjumonibordoloi2608 Жыл бұрын
শ্ৰীযুত নিতুমণি শইকীয়াদেৱৰ অন্তৰ চুই যোৱা কথোপকথন শুনি সচাই মৰ্মাহত হৈছো ৷ অসমীয়াৰ এজন নিষ্ঠাৱান পথ প্ৰদৰ্শক ইমান খিনি কথাৰ জৱাবদীহি হব লগীয়া হোৱাত বৰ দুখ অনুভৱ কৰিছো ৷ তেখেতৰ সংসাৰখন পুণৰ সুন্দৰ ৰূপত দেখাৰ আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷
@nomitagogoidutta5080
@nomitagogoidutta5080 Жыл бұрын
আপুনি এজন সত অাৰু নিষ্ঠাবান সাংবাদিক ।নিতুমনি দা আমাৰ বাবে আদৰ্শ । তেখেতক আগুৱাই যাবলৈ দিওক ।কাৰোবাৰ ব্যক্তিগত জীৱন ক লৈ ইমান চৰ্চা কৰাতকৈ তেখেতক পেৰণা দিয়ক সদাই নিষ্ঠাৰে কাম কৰি যাবলৈ । আপুনি সদায় সুখী হৈ থাকক Nitumoni দা
@darsanasaharia3577
@darsanasaharia3577 Жыл бұрын
সঁচাকৈ বৰ দুখ পাইছো শুনি sir
@rumidas2878
@rumidas2878 Жыл бұрын
আপোনাৰ কথাবোৰ শুনি প্ৰতিদিন তাইমত নিয়ুজ সদায় চাও ভাল লাগে ,ভগবানে আপোনাক সহায় কৰক 🙏🙏
@Nabochotubai
@Nabochotubai Жыл бұрын
Bhabane শান্তি গোৰাই আনক নিটোমনি da 🙏
@raktimjyotibora2154
@raktimjyotibora2154 Жыл бұрын
Respected and humble person 🥺❤️
@ushagoswami9719
@ushagoswami9719 Жыл бұрын
আপোনালৈ শুভেচ্ছা থাকিল। মনে ভবাৰ দৰে হয় যেন।
@juribaruah221
@juribaruah221 Жыл бұрын
নিতুমনি শইকীয়াৰ স্পষ্টতাক মই সন্মান জনালো , ভুল বুজাবুজি বোৰ দূৰ হৈ পুনৰ আগৰদৰে আটাই কেইজন এটা পৰিয়াল হৈ সুখে শান্তিৰে বাস কৰে তাৰে কামনা কৰিলোঁ
@mrinakshi4819
@mrinakshi4819 Жыл бұрын
সঁচাই চাৰ আপুনি বহুত বেলেগ হৈতো সেই বাবেই আপুনি অসমৰ বাবে প্ৰীয় সাংবাদিক ♥️🙏🙏
@rashmimiri2589
@rashmimiri2589 Жыл бұрын
Sir সদাই সত্য আৰু সততাৰ মানুহ আমি সকলোৱে বিশ্বাস কৰো ইয়াৰ কথা আৰু সি সদাই সত্যৰ পথততে আগবাঢ়ে আৰু যি কয় সচাই কয়.
@meghaliboruah9743
@meghaliboruah9743 Жыл бұрын
ভগৱানে আপোনাক শক্তি দিয়ক,সুখী হওক অনাগত দিনবোৰ
@munubora8514
@munubora8514 Жыл бұрын
সদায় প্ৰিয় আপুনি 🥀 আপুনি শান্তিত থাকক .....
@dalimidevi4492
@dalimidevi4492 Жыл бұрын
আপুনি ভাঙি নপৰিব, আপুনি সাহসী মানুহ, আপোনাৰ সততা আৰু সাহসীকতাক শ্ৰদ্ধা কৰো, আপুনি সততাৰে আগবাঢ়ি যাওক, আপুনি ণ্যায় পাব ।
@apurbarajbongshi3792
@apurbarajbongshi3792 Жыл бұрын
God bless u....sir aaponar jibonot sukh santi ghuri aahok ....aaponar patni ru swali aako aaponar jibonot ghrui aahok
@ashimabarman6405
@ashimabarman6405 Жыл бұрын
প্ৰিয় সাংবাদিক আপুনি। বহুত দুখ লাগিছে আপোনাক এনেকৈ ভাগি পৰা দেখি। এটা কথাই কম জীৱনত যিমানে ডাঙৰ ধুমুহা নাহক কিয় ধৈৰ্য নেহেৰুৱাব। ধুমুহা ই ডাঙৰ গছ ক হে উভালি পেলাব পাৰে দুবৰি বনক নোৱাৰে । দুবৰি ৰ নিচিনা স্থিৰ হৈ থাকক।
@sroy6180
@sroy6180 Жыл бұрын
তেওঁৰ এই সততাই তেওঁৰ সাহস। সমালোচনা সকলোতে থাকে । অৱশেষত তেওঁৰ সকলো তথ্য সকলোৰে আগত স্পষ্ট হ'ল। ভাল লাগিল কিয়নো তেওঁ মোৰ দৰে অইন বহুতো লোকৰ আদৰ্শ আজিওঁ । তেওঁৰ জয় হওঁক। ধন্যবাদ 🙏
@friend3983
@friend3983 Жыл бұрын
নিতুমণি এজন সৎ লোক বুলি ভাবো । তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছে । এনে হেন সৰল মনৰ লোক দৰদী জনক পত্নীয়ে ভুল বুজিছে যেন অনুভৱ হৈছে ।
@snigdhanath5432
@snigdhanath5432 Жыл бұрын
বিশিষ্ট সাংবাদিক নিতুমনি শইকিয়াৰ দৰে এজন মানুহক এনেদৰে ভবাতো বৰ দুখৰ কথা..., ভগৱান আপোনাৰ সহায়ক হওক
@momsmagia8503
@momsmagia8503 Жыл бұрын
God bless you both to lead a happy family life with your dear daughter.
@Dimpi.dowarah_
@Dimpi.dowarah_ Жыл бұрын
আপুনি আমাৰ সদায় প্ৰিয় ছাৰ।
@bhargabbora9140
@bhargabbora9140 Жыл бұрын
মানুহজনৰ কথা শুনিয়ে গম পাই যে মানুহজন সত্যবাদী বুলি ❤
@minabarman4800
@minabarman4800 Жыл бұрын
নিতুমনি দা আপুনি ভাগি নপৰিব,আমি সকলোৱে আপোনাৰ লগত আছো।
@Pallabi756
@Pallabi756 Жыл бұрын
ভাল লাগিল আপোনাৰ কথাটো গম পাই।
@HussainAli-kk4dc
@HussainAli-kk4dc Жыл бұрын
অসংখ্য ধন্যবাদ নিতোমোনিদা অসমৰ প্ৰিৰিয় জন মানুহ ।
@pranitasaikia3893
@pranitasaikia3893 Жыл бұрын
সত্য ৰ সদাই জয় নিতুমনিৰ পৰিয়াল ক ভগবানে সহাই কৰক এয়াই প্রাথনা
@mohibulmohibul8222
@mohibulmohibul8222 Жыл бұрын
নিতুমনী শইকীয়া দাদার ভঙ্গা অন্তরর শান্তি কামনা করিলো। লগতে যি সকল মানুহে নজনা নুশোনা কথা কয়, মই তেওলোকক অনুরোধ জনাও তেনে কামত অংশ নলবলৈ। কারন তেনে কামর পুরস্কার শ্রষ্ঠাই নিদিব। যার বিরুদ্ধে কোয়া হয়, তার পরা লব লাগিব। এয়া সত্য কথা।
@dmvlogs2026
@dmvlogs2026 Жыл бұрын
We all love you nitumoni sir.... God bless you and your family
@amitdas5302
@amitdas5302 Жыл бұрын
Apunar kotha bur bohut val lage,,, apunak bohut val jen lage,,, apunar jibontu val hoy jen vogbanr osort parthona jonaisu
@monuofficelassam3562
@monuofficelassam3562 Жыл бұрын
ভাল লাগিল আপোনাৰ ঘৰুৱা তথ্য বোৰ চচিয়েল মিডিয়াৰ জৰিয়তে শুনিবলৈ পাই । আপোনাৰ স্বচ্ছ তম মনৰ বতৰা লগতে সকলো তথ্যৰাজীয়ে প্ৰমাণিতেৰে যুক্তি দেখুওৱা তথ্য বোৰ দেখি । আপোনাৰ সাংবাদিক জীৱনৰ পথত আগুৱাই যোৱাৰ কামনা কৰিলোঁ 🙏।
@arotidevi32
@arotidevi32 Жыл бұрын
নিতুমণি ভাল কৰ্মৰ ফল সদায় মিঠা৷ জীৱন সংগ্ৰামত ভগৱান তোমাৰ সহায় হওক!
@khagensaikia9184
@khagensaikia9184 Жыл бұрын
Good bless you both to lead a happy family life with your dear daughter
@jyotshnaborah8273
@jyotshnaborah8273 Жыл бұрын
God bless you and your family
@user-oh4kc4uj3r
@user-oh4kc4uj3r Ай бұрын
নিতুমনি দা মানুহৰ জীৱনত এনেকুৱা ভুল বুজাবুজি হয় এইটো একো ডাঙৰ কথা নহয় ধন্যবাদ।
@dalimi251
@dalimi251 Жыл бұрын
শইকীয়া দা ...হয় আপোনাৰ ওপৰত ৰাইজৰ বিশ্বাস আছে এতিয়া ও , আপুনি যে এজন সৎ ,সাহসী ব্যাক্তি ....আপুনি অন্ততঃ কন্যা জনীৰ বাবে ...আকৌ সংসাৰ খন জোৰ লাগাওঁক ।।।মোৰ ফালৰ পৰা সেইতোকে কামনা কৰিলোঁ।।।।
@niharikagogoiofficial8236
@niharikagogoiofficial8236 Жыл бұрын
Apunar kotha bur huni bohut val lage.. apuni ajon bohut val manuh apunak kuneu beya pabo nwre beya din bur atori hunkle val din ahibo apnr... apuni hodai প্ৰিয় মানুহ আৰু hodai a thkbo...
@pope9108
@pope9108 Жыл бұрын
আপোনাৰ জীৱনলৈ সুখবোৰ উভতি আহক 🙏
@nainahazowari6645
@nainahazowari6645 Жыл бұрын
God bless you dear sir.
@banashrigogoi6770
@banashrigogoi6770 Жыл бұрын
Apunar val hob sir সত্যত থাকক সদায় । ভগৱানৰ আৰ্শীবাদ সদায় থাকিব সত্য জনৰ লগত
@jabedisfaque5171
@jabedisfaque5171 Жыл бұрын
সছাঁকৈ দাদা মইও প্ৰথমে বহুত আচৰিত হৈছিলো।
@ratulmainaofficial1774
@ratulmainaofficial1774 Жыл бұрын
আপোনাৰ স্পষ্টবাদৰ বাবে বহুত ভাল লাগে । আপুনি মোৰ খুব প্ৰিয় । আপুনি আগুৱাই যাওক সদায়
@pankajsaikia6495
@pankajsaikia6495 Жыл бұрын
নিতুমণি দা আপোনালোকৰ জীৱনলৈ সুখ ঘুৰি আহক।
@ashimaborabhattacharjee332
@ashimaborabhattacharjee332 Жыл бұрын
Nitu da,be strong 💪, your strength forward flows shows everything, no need to explain anything, because a hardworking, honest human can understand everything, How your heart feels in entire these statements, we can feel it, 🙏, Hope your better half can feel so,..Bou & Nitu da, kindly take your time,and think twice, too be separated may not be a solution, you both are matured enough to understand 😊, PLEASE, give few times to your thoughts, and to each other, and change your self,if it's possible, don't try to judge each other, cos of your princess 😊
@anupomabandra9449
@anupomabandra9449 Жыл бұрын
Thank you so much Brother Nitumoni for your beautiful and truthful message for us , keep it up ! May God bless you all the time.
@ahiakh692
@ahiakh692 Жыл бұрын
ছাৰ আপোনি এজন সত সহজ সৰল সাংবাদিক
@bssrider9233
@bssrider9233 Жыл бұрын
Sir Always happy hok God bless u Sir...
@manikakashyap517
@manikakashyap517 Жыл бұрын
God bless you sir and your family 🙏
@hrishikeshsandilya4459
@hrishikeshsandilya4459 Жыл бұрын
তোমাৰ যুগ্মজীৱন অক্ষত হৈ থাকক হৰ গৌৰী বাস কৰক। তুমি আমাৰ বৰ মৰমৰ সাহসী আৰু সৎ সাংবাদিক
@trishnakataki1831
@trishnakataki1831 Жыл бұрын
নিতুমনি দা বহুত ভাল কথা কয় আৰু আপুনাৰ শান্তি লাভ কৰক 🙏✊
@EKRAM_FARHAAN
@EKRAM_FARHAAN Жыл бұрын
Great man......teur bikhoy a kisu Jani koisu 👍
@niharikaborah7470
@niharikaborah7470 Жыл бұрын
আপোনি ঠিকে কৈছে নিতুমনি দা !কোনোবাখিনিত সংসাৰত ভুল বুজাবুজি হব পাৰে ! আমি এতিয়া ভগবানৰ ওচৰত এইটোৱে বিছাৰো পুণৰ দুয়ো লগ হৈ পিছৰ দিনবিলাক ভালে থাকক ....🙏🙏🙏🙏
@rupjyotiboruah3418
@rupjyotiboruah3418 Ай бұрын
কপালৰ লিখন নেযায় খণ্ডন ৷ভাগ্যৰ দুখ ৷
@mustakhussain2086
@mustakhussain2086 Жыл бұрын
God bless you sir and your family. We proud of you sir
@nargishahmed782
@nargishahmed782 Жыл бұрын
আপোনাৰ আবেগিক মাতেৰে কথা কোৱা খিনিক এ বুজি পায় আপুনি সত্য বাদি মানুহ ............ ধন সম্পত্তি কৈয় আচলতে অলপ নিজৰ ছোৱালীক আৰু আপোনাৰ পত্নীক অলপ সময় দিব লাগিছিল বা পিছলৈ দিব .......... আপোনাক মই কোৱাৰ একো এ যৌগৰ নহয় কিন্তু তথাপিও কলো দাদা আগলৈ সকলো সমাধান হওঁক তাকে দুৱা কৰিছোঁ আপোনাৰ কথাবোৰ সুনি বহুত vl লাগে আপুনি আৰু অনুপম দা মোৰ ভাল লগা সাংবাদিক
@sonybigtv6160
@sonybigtv6160 Жыл бұрын
Try to make a good relationship. God bless you and your family🌹
@chandanahazarika4649
@chandanahazarika4649 Жыл бұрын
বহুত দুখ লাগিল
Survival skills: A great idea with duct tape #survival #lifehacks #camping
00:27
DEFINITELY NOT HAPPENING ON MY WATCH! 😒
00:12
Laro Benz
Рет қаралды 13 МЛН
Survival skills: A great idea with duct tape #survival #lifehacks #camping
00:27