Рет қаралды 15,749
NKTV PLUS
▶️দুই যমজ ভাতৃয়ে পালে অসম আৰক্ষীৰ চাকৰি। শিৱসাগৰ নগৰৰ বেজবৰুৱা চুকৰ চমীৰণ আৰু সমীৰণ মহন উত্তীৰ্ণ কমাণ্ডোৰ চাকৰিত। দৰিদ্ৰ পৰিয়ালটোৰ ঘৰত আবেগিক পৰিৱেশ।