কিয় হোমেন বৰগোহাঞি আৰু নিৰুপমা বৰগোহাঞিৰ মাজত বিচ্ছেদ হৈছিল?

  Рет қаралды 320,528

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 225
@ashoksarmah8570
@ashoksarmah8570 2 жыл бұрын
এনেকুৱা সৎ ব্যক্তি সকল নোহোৱা হৈ গ'লে উঠি অহা প্ৰজন্মৰ বহুতো ক্ষতি হ'ব। আজিকালি সৎ ব্যক্তিৰ বহুতো অভাৱ।
@TaruPhukan
@TaruPhukan 2 жыл бұрын
নিৰুপমা বাইদেউ মোৰ খুবেই প্ৰিয় সাহিত্যিক …কথাবোৰ ইমান ভাল লাগিল …কুশলে থাকক
@deepdeka2853
@deepdeka2853 2 жыл бұрын
Taru phukn baideu ki khbr ...aponr vedieo sai aso
@diptidutta1058
@diptidutta1058 2 жыл бұрын
নিৰুপমা বৰগোহাঞি বাইদেউ মোৰ প্ৰিয় সাহিত্যিক। বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
@chandanathakuria8973
@chandanathakuria8973 2 жыл бұрын
ইয়াৰপৰাই আপোনাৰ চৰণত প্ৰণিপাত কৰিলো🙏🙏বহুত বেছি ভাল লাগিল।
@parbinbegum6679
@parbinbegum6679 2 жыл бұрын
Oh my God...How honest she is....!❤️
@ilovetravel2968
@ilovetravel2968 2 жыл бұрын
আইতাৰ চিন্তা ধাৰা বহুত উপৰৰ। 🙏🙏আপুনি বহুত ভাল মানুহ।
@chitrabora3194
@chitrabora3194 Жыл бұрын
😊
@jinuchawrok9178
@jinuchawrok9178 2 жыл бұрын
সুন্দৰ বাৰ্তা দিলে বাইদেউ , সশ্ৰদ্ধ সেৱা নিবেদিলোঁ ।
@junupathak1887
@junupathak1887 2 жыл бұрын
❤বাইদেউ কথা শুনি বৰ ভাল লাগে❤
@bantineog6722
@bantineog6722 2 жыл бұрын
এগৰাকী মহান নাৰী।কৰযোৰে নমস্কাৰ জনালোঁ। পৰমপিতাই কুশলে ৰাখক।
@babulkrbaruah5567
@babulkrbaruah5567 2 жыл бұрын
Adorable literary figure of Assam .... An asset of Assamese literature...... May God bless her with good health......
@taraligogoi387
@taraligogoi387 2 жыл бұрын
বাইদেউৰ শব্দৰ উচ্চাৰণ শুনি মুগ্ধ হলো
@sumitraphukan6916
@sumitraphukan6916 2 жыл бұрын
বাইদেউ আপোনাৰ কথা শুনি বহুত ভাল লাগিলে আপোনাৰ দীঘায়ূ কামনা কৰিলো
@shreyasaikia6267
@shreyasaikia6267 2 жыл бұрын
🙏🙏 বাইদেউলৈ সশ্ৰদ্ধ প্ৰণাম । তেওঁৰ দীঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলো।
@kusumchetia2788
@kusumchetia2788 2 жыл бұрын
0
@kashilalagarwala1726
@kashilalagarwala1726 Жыл бұрын
Homen Bargohain was one of the world most talented individuals.
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 жыл бұрын
Bahut din pasot ata dami interview hunilo, bahut val lagil,baidew goraki dirgho jibi howk.
@lakshajitbora221
@lakshajitbora221 2 жыл бұрын
বৰ্মা... আপোনাৰ যৌৱন কালত আপুনি বহুত ধুনীয়া আছিল, আৰু আপুনি শিক্ষা ক্ষেত্ৰ জগতত উচ্চ শিক্ষাৰ জ্ঞান অৰ্জন কৰিছিল । মই বুজিব পাৰিছোঁ স্বৰ্গীয় হোমেন বৰগোহাঞিৰ ডাঙৰীয়া আপোনাৰ চিন্তা ধাৰণা গ্ৰহণযোগ্য নাছিল আৰু স্বৰ্গীয় হোমেন বৰগোহাঞিৰ ডাঙৰীয়াৰ চিন্তা ধাৰণা আপোনাৰ কাৰণে গ্ৰহন যোগ্যতা নাছিল,তাতেই বিবাহ বিচ্ছেদ ঘটিছিল চাগে, বৰ্মা আপুনি নাৰী কিন্তু 99% আপোনাৰ জেদ আছিল আপুনি সফল বুলি ভাবিব পাৰিছো । 🙏🙏🙏
@parthapratimdas8426
@parthapratimdas8426 2 жыл бұрын
বৰা ডাঙৰীয়া, আপোনাৰ মতামতৰ বাবে ধন্যবাদ জনাইছোঁ ! এইগৰাকী অসাধাৰণ মহিয়সী নাৰীলৈ সন্মানেৰে যি প্রকাশ কৰিছে, ভাল লাগিল ! জেষ্ঠামাতৃৰ আসনত বহুৱাৰ বাবেওঁ সুখ অনুভৱ কৰিছোঁ ! কিন্তু বর্মা নহয়, বৰমা হে হ'ব লাগে ! বর্মা এক সম্প্রদায়ৰ উপাধিহে, সম্বোধন নহয় ! বেয়া নাপাব !🙏
@noushinjahan3954
@noushinjahan3954 2 жыл бұрын
Bohut bhal lagil baidew r kotha khini xuni🙏🙏🙏
@rajashridas1955
@rajashridas1955 2 жыл бұрын
নিৰুপমা বাইদেউৰ কথা খিনি শুনি বহুত ভাল লাগিলে তেওঁ লেৈ সশ্ৰদ্ধ প্ৰণাম 🙏
@kabitanath5619
@kabitanath5619 2 жыл бұрын
আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏🙏🙏🙏
@pritisriboradutta7463
@pritisriboradutta7463 2 жыл бұрын
বাইদেউ আপুনি কুশলে থাকক জীৱনৰ শেষ ক্ষণলৈকে।🙏🙏
@mintudas3472
@mintudas3472 2 жыл бұрын
Easy going,honest&very simple lady.👏🙏👍tq.
@kamalagogoi2428
@kamalagogoi2428 2 жыл бұрын
বহুত বহুত ধন্যবাদ, বহুত ভাল লাগিল কথাখিনি
@AkashDas-j7v
@AkashDas-j7v Ай бұрын
কথা বোৰ শুদ্ধ অসমীয়া🎉🎉🎉❤❤❤
@Muslim-k3c
@Muslim-k3c 2 жыл бұрын
আবেগিক হলো বাইদেউ আপোনাৰ কথা শুনি
@PRODIPCHETIA-r2h
@PRODIPCHETIA-r2h Жыл бұрын
অতি প্ৰয়োজন এনেধৰনৰ সাক্ষাতকাৰ, বাইদেওলৈ সশ্ৰদ্ধ প্ৰণাম ।
@priyankamahantasazied..2574
@priyankamahantasazied..2574 2 жыл бұрын
নমস্য ব্যক্তিগৰাকীক প্ৰণাম জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ।।
@pky424
@pky424 2 жыл бұрын
বাইদেউলৈ সশ্ৰদ্ধ প্ৰণিপাত, নেদেখাজনৰ ওচৰত তেখেতৰ সুস্বাস্থ্য কামনা কৰিছো।
@hiranyasaharia8930
@hiranyasaharia8930 2 жыл бұрын
Woman of knowledge 🙏.
@samibegum40
@samibegum40 2 жыл бұрын
খুউব আনন্দিত হলো বাইদেউৰ সাক্ষাৎকাৰ শুনিব পায় ধন্যৱাদ
@jayamoniborah3928
@jayamoniborah3928 2 жыл бұрын
Apunak pronam jonalu..Bhogobane apunar mongol korok🙏🙏🙏
@NortheastExplorerRH
@NortheastExplorerRH 8 ай бұрын
আক্ষেপ থাকিব‌ই কিন্তু আক্ষেপ কৰিব‌ও নালাগে! কাৰণ আক্ষেপ কৰিলে দুখ বাঢ়িব।সেয়ে পৰাপক্ষত হাঁহি মুখেই সকলো গিলি আগুৱাই যাব লাগে নতুনত্বৰ সন্ধানত 🙏🙏
@nanghunpha
@nanghunpha 2 жыл бұрын
আই আপোনাৰ কথাবোৰ শুনি8 বৰ ভাল লাগিল ।। আপুনি ভালে থাওকক
@minakshibarooah2156
@minakshibarooah2156 2 жыл бұрын
Khub Val lagil dei
@Anisur218
@Anisur218 Жыл бұрын
আপোনাৰ তুলনা নহয় বাইদেউ। আপোনালৈ শ্ৰদ্ধা জনালোঁ 🙏🙏
@anamikagoswami3246
@anamikagoswami3246 2 күн бұрын
বৰ ভাল লাগিল
@ilovemybharatdesh5697
@ilovemybharatdesh5697 2 жыл бұрын
Most admirable personality in my life.
@nayanjyotikalita8376
@nayanjyotikalita8376 2 жыл бұрын
Dada mane ki ...english to likhat aji kintoo vool hoise
@mitaleechowdhury890
@mitaleechowdhury890 5 ай бұрын
We love you Baideu! We learn many things. May you live long ❤❤❤❤
@mayachungkrang2668
@mayachungkrang2668 2 жыл бұрын
মাই বহুত ভাল কথা কৈছে।
@kuhi8584
@kuhi8584 2 жыл бұрын
ভালে থাকক বৰমা নেদেখা জনে কুশলে ৰাখক 🌼🌼
@bantineog6722
@bantineog6722 2 жыл бұрын
বহুত ভাল লাগিছে
@Sangeeta965
@Sangeeta965 Ай бұрын
Khub val lagil
@nilakshithakuria4247
@nilakshithakuria4247 8 ай бұрын
বাইদেউ, আপোনাক লগ পোৱাৰ ইচ্ছা থাকি গ'ল মনত। কথাখিনি শুনি খুবেই ভাল লাগিল। ❤🙏
@jyotimonisaikia1195
@jyotimonisaikia1195 2 жыл бұрын
আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ। আপুনি আমাৰ আদৰ্শ হৈ ৰওক
@dineshdeka5882
@dineshdeka5882 2 жыл бұрын
বাইদেউ দীঘলীয়া আয়ুস কামনা কৰিলো
@mouchumidutta5973
@mouchumidutta5973 2 жыл бұрын
Baidew... very simple and inspiring .....
@rinadutta3233
@rinadutta3233 2 жыл бұрын
বাইদেউৰ কথাবিলাক বহুত ভাল লাগিল ,তেখেতৰ চৰণত প্রণিপাত জনাইছোঁ ,
@WhatsthehellXyz
@WhatsthehellXyz 5 ай бұрын
বহুত নজনা কথা জনিলোঁ। এই সুন্দৰ কথা বাৰ্তা শুনি বৰ ভাল লাগিল ।
@sonusinghghatowar6678
@sonusinghghatowar6678 2 жыл бұрын
Bohut val lagile apunar kothabur huni apunak Baidew buli koboloi dukh lagise apunak mur matree bulia vabisu maa apunar dirghayu mongol kamona korilu duror porai🙏
@nilakantadoley6342
@nilakantadoley6342 2 жыл бұрын
আপোনালৈ ধন্য আই।
@ashasaikia3600
@ashasaikia3600 2 жыл бұрын
Bohut bhal lagil......Baidow r kotha xuni Bhogobane apunak bhale rakhok....❤
@rupahazarika7613
@rupahazarika7613 Жыл бұрын
Bor vl lagil suni baideu apunr kotha
@Nabajyotichutia-dz2qq
@Nabajyotichutia-dz2qq Жыл бұрын
ভাল লাগিল। ❤
@pranitanath4637
@pranitanath4637 2 жыл бұрын
সুন্দৰ
@manindrabarman7493
@manindrabarman7493 2 жыл бұрын
মা তোমালৈ ভগবানৰ ওচৰত দীৰ্ঘাউ কামনা কৰিলো ।
@dulalikhoundthakurdulalikh545
@dulalikhoundthakurdulalikh545 2 жыл бұрын
তেওঁৰ আদৰ্শ লৈ যেন আগবাঢ়ি যাব পাৰোঁ🙏🙏🙏🙏🙏
@padmagogochetia3171
@padmagogochetia3171 5 ай бұрын
Great
@runubaruah60
@runubaruah60 9 ай бұрын
বৰ ভাল লাগিল আপোনাৰ কথাখিনি,শুনি থাকিবৰ মন যায় 🙏
@rinaarandhara5164
@rinaarandhara5164 2 жыл бұрын
অতি সুন্দৰ সাক্ষাতকাৰ বহুত ভাল পালো শ্ৰদ্ধাৰ বাইেদউৰ বক্তব্য শুনি 🙏🙏🙏 বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো 💓🙏
@rajamoni2994
@rajamoni2994 2 жыл бұрын
Bhut val lagile...
@myadvice.7051
@myadvice.7051 2 жыл бұрын
Very Resourceful
@prasantabprdoloi2575
@prasantabprdoloi2575 2 жыл бұрын
হোমেন বৰগোহাঞি মোৰ এজন বহুত আদৰ্শৱাদী, প্রিয় লেখক. Among all writers of Assam he was only whom I like so much. He is immortal in our life. God give him place in Heaven. 🙏🙏🙏🙏🙏🙏🙏
@NibhaTamuli
@NibhaTamuli 4 ай бұрын
God bless you maam
@rosidakitchenassam8575
@rosidakitchenassam8575 2 жыл бұрын
বাইদেউলৈ বহুতো প্ৰনাম।
@Sanjida156
@Sanjida156 2 жыл бұрын
She is very honest lady 🙏🙏🙏🙏🙏
@mrboruah3813
@mrboruah3813 8 ай бұрын
সশ্ৰদ্ধ প্ৰণাম বাইদেউ, আপুনি কুশলে থাকক।
@prabalikasarma9324
@prabalikasarma9324 8 ай бұрын
বাইদেউ বৰ ভাল লাগিল আপোনাৰ কথা শুনি।
@anandaramgowala6634
@anandaramgowala6634 5 ай бұрын
An ideal and learned lady with a principle in her life.
@Shahid_Khan268
@Shahid_Khan268 2 жыл бұрын
Kotha bur huni bohut bhal lagil, so god bless you.
@AlikBorah-l4w
@AlikBorah-l4w 5 ай бұрын
Good maa vl Katha kaise.good
@kritiman3578
@kritiman3578 2 жыл бұрын
Baideo apuni dirghajibi houk sir mor bor prio asil sirr kitap phri bht bhal pao.
@rupalirabhavlog4063
@rupalirabhavlog4063 2 жыл бұрын
আপুনি ভালে থাকক বাইদেউ
@nitulmoran3354
@nitulmoran3354 5 ай бұрын
Pure soul
@Tanisha.bordoloi_1234
@Tanisha.bordoloi_1234 8 ай бұрын
Bohut dhunia interview dile
@lakhipriyasaikia4561
@lakhipriyasaikia4561 2 жыл бұрын
GOOD
@mrinaligogoi3811
@mrinaligogoi3811 Жыл бұрын
ভগৱানে আপোনাক সদায় কুশলে ৰাখক বাইদেউ
@Anamikaborah448
@Anamikaborah448 2 жыл бұрын
Bohut Val lagela🙏🙏🙏
@jitenrahang1276
@jitenrahang1276 2 жыл бұрын
ভাল লাগিল !
@SourabhShinzo2397
@SourabhShinzo2397 2 жыл бұрын
আইতাৰ কথা বিলাক বহুত সুন্দৰ। জানিবলগীয়া কথা বহুত আছে।💚❤️💚❤️💚❤️
@AnkurJoyti123
@AnkurJoyti123 2 жыл бұрын
আইতা নহয় অ' বাইদেউ
@SourabhShinzo2397
@SourabhShinzo2397 2 жыл бұрын
আমি অসমীয়া মানুহে ককা আইতা সম্বন্ধীয় বা ককা আইতা বয়সীয়া ব্যক্তি সকলক দাদা বাইদেউ নকওঁ ককা আইতা বুলিহে সম্বোধন কৰো।
@simantanaginisimantanagini6780
@simantanaginisimantanagini6780 2 жыл бұрын
আপোনাৰ কথা শুনিলে শুনি থাকিবলৈ মন যায়।
@niveditanath9069
@niveditanath9069 2 жыл бұрын
Such a Strong Lady❤
@juliraniroy5491
@juliraniroy5491 2 жыл бұрын
খুব ভাল লাগিলে আপোনাৰ কথা খিনি শুনি
@karishmasgalaxy
@karishmasgalaxy 2 жыл бұрын
Bahut bhal lagil.tekheor kothai aapluta karile
@preranadevi8481
@preranadevi8481 8 ай бұрын
You are my inspiration
@padmakumariboradas9576
@padmakumariboradas9576 4 ай бұрын
প্ৰিয় সাহিত্যিক গৰাকী ঈশ্বৰে আপোনাক কুশলে ৰাখক 🙏
@mkproduction4414
@mkproduction4414 2 жыл бұрын
Nice interview 👍👍👍
@dilipsaikia7010
@dilipsaikia7010 Жыл бұрын
Xundor
@gayatrihazarika7604
@gayatrihazarika7604 2 жыл бұрын
Bor hundor kotba koise....lots of respect to her
@dhanadadeka2840
@dhanadadeka2840 2 жыл бұрын
Bht bhal lagil teor kotha khini
@chayanikakaushik8932
@chayanikakaushik8932 2 жыл бұрын
Very informative ❤️
@crazygamer4661
@crazygamer4661 2 жыл бұрын
আইতাই বহু ত সাৰুৱা কথা কিছুমান কলে কথাখিনিৰ পৰা বহু ত নজনা কথা🚑🚒 জানিব পাৰিলো 🚌🚌🚌🚌আইতালৈ মোৰ তৰফৰ পৰা হিয়া ভৰা ওলগ জনালো 🚎🚌🚎কৃঞ্চ কৃঞ্চ আইতা আপোনাৰ সু দীর্ঘ জীবন যাপন কামনা কৰিলো 🚌🚎🚌
@kanajnath3576
@kanajnath3576 2 жыл бұрын
You are great mam.
@yhd99
@yhd99 2 жыл бұрын
Dhunia
@rockentertainment123
@rockentertainment123 Жыл бұрын
Homen Bargohain sir k bahut osarar pora paisilo... Teo pindhi thaka power glass dukhon moi banaisilo... Bahut bhal nanar manuh asile teo....
@ranjumoniborah5363
@ranjumoniborah5363 2 жыл бұрын
Apunak pranam jnisu.
@kabirmusicrocks2580
@kabirmusicrocks2580 2 жыл бұрын
কথা বিলাক ভাল লাগিল আপোনাৰ ।
@dharitrikalita5674
@dharitrikalita5674 5 ай бұрын
মহীয়সী বাইদেউ আপোনাক,🙏🙏
@malobikamahanta7453
@malobikamahanta7453 2 жыл бұрын
🙏🙏 Sadai kushole thakok ..Baidew .Bor bhal lage aponar kotha Bor xuni ..
@santanurajkonwar4093
@santanurajkonwar4093 2 жыл бұрын
Wah. 👍
@rajlakhihaloi7251
@rajlakhihaloi7251 2 жыл бұрын
ভাল লাগিল
@pramilamuchahary4732
@pramilamuchahary4732 2 жыл бұрын
Great Mohila
@nirupamastime7043
@nirupamastime7043 2 жыл бұрын
Bht vl lagil pranam
Who is More Stupid? #tiktok #sigmagirl #funny
0:27
CRAZY GREAPA
Рет қаралды 10 МЛН
Война Семей - ВСЕ СЕРИИ, 1 сезон (серии 1-20)
7:40:31
Семейные Сериалы
Рет қаралды 1,6 МЛН
Caleb Pressley Shows TSA How It’s Done
0:28
Barstool Sports
Рет қаралды 60 МЛН
Dr Amal Ch  Kataki in Kotha Barta with Homen Borgohai on NewsLive TV
23:50
Dr B Borooah Cancer Institute, Guwahati
Рет қаралды 7 М.
Who is More Stupid? #tiktok #sigmagirl #funny
0:27
CRAZY GREAPA
Рет қаралды 10 МЛН