জীৱন আৰু সংগ্ৰাম! পত্নীৰ দৃষ্টিত ড° হীৰেন গোহাঁই আৰু ড° গোহাঁইৰ দৃষ্টিত পত্নী ৰাণী গোহাঁই

  Рет қаралды 83,739

Prag News

Prag News

Күн бұрын

Пікірлер: 129
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 11 ай бұрын
অসমৰ সম্পদ ডঃ হীৰেন গোহাঁই চাৰৰ দীর্ঘায়ু কামনা কৰিলো ভগৱানৰ ওচৰত।
@minatimedhi1739
@minatimedhi1739 Жыл бұрын
এনে এটি সুন্দৰ অনুষ্ঠান উপহাৰ দিয়াৰ বাবে তোমাক বহুত ধন্যবাদ জনালো। গোহাঁই চাৰৰ নিচিনা এজন ব্যক্তি অসমত জন্ম লোৱা টো আমি অসমীয়া হিচাপে ধন্য মানিব লাগে। চাৰ জীয়াই থাকোতেই তেখেতক উচিত সন্মান দিয়াটো কামনা কৰো। লগতে বাইদেউৰ অৰিহণা খিনিয়েও স্বীকৃতি পাব লাগে বুলি ভাবো
@punyakonwar41
@punyakonwar41 11 ай бұрын
সাক্ষাৎকাৰ টো বৰ ভাল লাগিল। গোহাঁইচাৰৰ নীর্ভিক আৰু নিস্বাৰ্থ দেশ প্রেমক শতকোটি প্রনাম। চাৰৰ দূৰদর্শী তাক কম সংখ্যক লোকেহে অনুধাবন কৰিব পাৰে '
@chitrakumarhazarika6622
@chitrakumarhazarika6622 Жыл бұрын
বাইদেউ বৰ সৰল অমায়িক আৰু খোলা মনৰ মানুহ বুলি সাক্ষাৎকাৰটিৰ পৰা গম পালোঁ। ড° হীৰেন গোঁহাই ছাৰ আমাৰ দৃষ্টিত নিজে এটি অতুলনীয় অনুষ্ঠান। ছাৰ আৰু বাইদেউ দুয়োজন ভালে থাকক।
@jyotishbhagabati521
@jyotishbhagabati521 11 ай бұрын
সদায় বিবেকেৰে কথা কোৱা পৰিচ্ছন্ন ব্যক্তিত্বৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া ডঃ গোঁহাই ছাৰ আৰু ৰাণী বাইদেউ আমাৰ অনুপ্ৰেৰণাৰ উৎস। নতুন বছৰৰ শুভ কামনা আৰু প্ৰণাম জনালোঁ। দুয়ো কুশলে থাকক।
@manikchandradas7057
@manikchandradas7057 11 ай бұрын
বাইদেউৰ কথাৰ পৰা মই বহুত উচ্চাহিত হৈছো, তাৰ বাবে বহুত বহুত ধন্যবাদ, তেওঁলোকৰ দীর্ঘায়ু কামনা কৰিলো। 🙏
@monjulahon7712
@monjulahon7712 Жыл бұрын
গোহাঁই ছাৰ আৰু বাইদেউক শশ্ৰদ্ধ প্ৰণাম ।
@dimbeswarchetia5090
@dimbeswarchetia5090 11 ай бұрын
ৰানী বাইদেউ, আপোনাৰ কথাখিনি শুনি বৰ ভাল পালো । গৌৰৱ অনুভৱ কৰিছো । উত্তৰ লখিমপুৰ ৰ সাধাৰণ আহোমৰ গাভৰুৰ যি খৰং খজ আৰু নিৰ্ভীক স্বভাৱৰ প্ৰকাশ পাইছে । আপোনাৰ সৰল ,আশা সুদীয়া ,স্পষ্ট বাদী নিৰ্ভীক আৰু ধৈৰ্য্যহীল স্বাভাবৰ বাবে গৌৰৱ অনুভৱ কৰিছো । আপোনাৰ আৰু গোহাঁইৰ চাৰৰ দীঘায়ু কামনা কৰিলো ।
@birensaikia1934
@birensaikia1934 Жыл бұрын
বহুত সংঘাত পূৰ্ণ জীৱন। ছাৰৰ বুদ্ধিমত্তা যিজনে শুদ্ধ ৰূপত বিশ্লেষণ কৰে তেওঁহে বুজিব পাৰিব মানৱ জাতিৰ প্রতি ছাৰৰ অৱদান কি। ছাৰ আপোনাৰ ভাৱধাৰাৰ দ্বাৰা সদায় অনুপ্ৰাণিত হৈ ৰম। বাইদেউ কথা বিলাকে আমাক আৰু মুগ্ধ কৰিলে। সুখে - শান্তিয়ে জীয়াই থাকক ।🙏🙏
@Himanta441
@Himanta441 Жыл бұрын
বৌদ্ধিক অসমৰ উজ্বল নক্ষত্ৰ ডঃ হীৰেণ গোহাঁই ছাৰ এগৰাকী বিৰল ব্যক্তিত্ব যি অসম আৰু অসমীয়াক বৌদ্ধকতাৰ বাট মুকলি কৰাত যথেষ্ট অৰিহণা যোগাইছে । অসমৰ ৰাজনীতিত হীৰেন গোহাঁই ছাৰৰ লেখাবোৰৰ এক বিশেষ গুৰুত্ব আছে ।
@khargeswarbaruah8139
@khargeswarbaruah8139 Жыл бұрын
সাক্ষাৎকাৰটো চাই খুব ভাল লাগিল।শ্ৰদ্ধাৰ ড°হীৰেণ গোহাঁই চাৰ আৰু শ্ৰদ্ধেয়া ৰাণী গোহাঁই বাইডেউৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলোঁ।
@PrabhatBania-z9k
@PrabhatBania-z9k Жыл бұрын
সাক্ষাৎকাৰটো বৰ ভাল লাগিল।বহু কথা জানিলো ছাৰৰ বিষয়ে।
@jinumoniduarah7243
@jinumoniduarah7243 Жыл бұрын
যিজনৰ সাহস ,কর্ম হেজাৰ হেজাৰ জনৰ প্রেৰণা সেই শ্রদ্ধেয় চাৰ,বাইদেউৰ এনে সুন্দৰ সাক্ষাতকাৰটিৰ বাবে জনাইছো অশেষ আন্তৰিক ধন্যবাদ🙏🙏🙏
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr Жыл бұрын
❤❤❤ সোণ পুৰিলে শেষ নহয় বেছি উজ্জ্বলহে হয় ❤❤❤।। MAAp.PBOEW.❤❤❤
@kaverigogoi7726
@kaverigogoi7726 11 ай бұрын
One of the best interviews..I have watched...a genuine, true n informative indeed..it's not a mere interview but a glimpse into a modern period if Assam History..it's beyond words how Gohain Sir stood up alone for his motherland, for Axom..against the stupid n crazy wave....really it takes more than a lifetime to know n understand a precious book n scholarly n wise patriot....only intellectuals would not help....but WISDOM pays like PATIENCE...We have been supporting Gohain Sir since decades..though I was a kid..listening to n hearing of his ideals n principles, my regards for Sir is only escalating as I find no other Axomiya who could be such a brave , wise n scholarly...I salute him n pray for his sound health.Gohain Sir is the winner today.....majority of the people lack in foresightedness due to temporary selfish gain..Gohain Sir has shown the true colour of Ahom blood in his deeds. We must also remain grateful to Rani Baideo for standing all the odds throughout during her journey with Gohain Sir. doubt, if the majority of the people still realise their blunder!! Thanks to the channel n for this genuine show. 0:22
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by Жыл бұрын
বাইদেউক খুব সহজ সরল যেন লাগিল। খুব ভাল লাগিল বাইদেউক।
@padmadhartalukdar8047
@padmadhartalukdar8047 11 ай бұрын
হীৰেন গোহাঁই ছাৰ আৰু বাইদেউক সশ্ৰধ প্ৰণাম।
@aswinibasumatary293
@aswinibasumatary293 Жыл бұрын
বাইদেউৰ জীৱনৰ ঘাত-প্ৰতিঘাত সছাকৈয়ে শূনি ময়ো বৰ উৎসাহিত হলো। বাইদেউৰ আৰু চাৰৰ সঙগ'ৰামী জীৱন সফল হৌক।
@hridoyjdas4098
@hridoyjdas4098 11 ай бұрын
Journalist গৰাকী হাঁহিটো ভাল লাগিছে❤️
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj Жыл бұрын
গোঁহাই ছাৰক কোনোবাই বেয়াকৈ কলে মই আঘাত পাওঁ ৷ ছাৰৰ দীর্ঘায়ু কামনা কৰিলো। জাতিৰ দাপোন ৷
@bts-vfanclub1631
@bts-vfanclub1631 Жыл бұрын
😅😮😮
@atikulislam6579
@atikulislam6579 Жыл бұрын
ভাল লাগিল সাক্ষাৎকাৰটি। ড. হীৰেণ গোহাঁই চাৰৰ পৰিয়ালে বহু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হৈছিল গম পালো। বাইদেউ এগৰাকী সহজ-সৰল স্পষ্টবাদী মহিলা । ধন্যবাদ।
@budheswarsaikia3103
@budheswarsaikia3103 Жыл бұрын
Exceptional interview,val lagil, great personality of Gohain Sir.
@sarojinidutta5058
@sarojinidutta5058 11 ай бұрын
শুনি বহুত ভাল লাগিল,কিমান ঘাট-প্ৰতিঘাট পাৰ কৰি হীৰেন গোহাঁই চাৰে নিজৰ বিশ্বাসত অটল থাকি আজিও কৰণীয়কাম বোৰ কৰি আছে আমাৰ ৰাজ্য অসমৰ বাবে,যিবোৰ কাম তেওঁৰ মতৰ বিৰুদ্ধে সেইবোৰৰ তেওঁ সদায় বিৰোধিতা কৰি আহিছে।লগতে সহধৰ্মিনী ৰাণী বাইদেউ প্ৰতিটো কামতে তেখেতৰ লগত সহযোগীতা কৰি আহিছে এগৰাকী সুযোগ্যা পত্নী হিচাবে। নৱবৰ্ষৰ প্ৰাক‌্ক্ষণত দুয়োজনলৈ জনালোঁ বছৰটোৰ শুভ কামনা।
@Digantahazarika-v5h
@Digantahazarika-v5h Жыл бұрын
তেতিয়া মই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ..অসমীয়া বিভাগৰ ছাত্ৰ৷সেই সময়ত লটাশিল ফিল্ড খনৰ পৰা নীলা ৰংঙৰ দীঘল চিটি বাছবোৰ চলে৷মই এদিন সেই বাছত আহি থাকোতে গোহাই চাৰ পানবজাৰত উঠিল৷ মই সৌজন্যতাত চাৰক বহিৱ কৈ চিটটোৰ পৰা উঠি দিলো৷ চাৰে মোৰ পিঠিত হাত থৈ কলে..তুমি বহা ..যদি আামাৰ বাবে সংৰক্ষিত আসনত তুমি বহি অহা হলে মই বহিলো হেতেন..
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e Жыл бұрын
আজি এটা ভাল অনুষ্ঠান চালো
@mandirabordoloi5708
@mandirabordoloi5708 Жыл бұрын
বহুত সংঘাট জীৱনত পাৰ কৰিছে ভাল লাগিল চালৰ কথা শুনি নতুন বছৰটোৰ বাবে পৰিয়ালৈ শুভ কামনা কৰিলো কুশলে ভগৱানে ৰাখক জয়
@priyojonorbandhun
@priyojonorbandhun Жыл бұрын
ছাৰক -বাইদেউক দেখা পাই বৰ ভাল পালো।দুয়োৰে মনৰ কথাখিনি শুনি তেওঁলোক দুয়োকে একেলগে দেখা পাই আনন্দ লভিলো।তোমালৈও নৱবৰ্ষৰ শুভেচ্ছা যাঁচিলো।🙏
@hndekari8011
@hndekari8011 Жыл бұрын
সাক্ষাত্কাৰটি ভাল লাগিল। হীৰেণ গোহাঁই বিষয়ে বহুখিনি নজনা কথা জানিব পাৰিলোঁ ।।
@scout8417
@scout8417 11 ай бұрын
শিৰোনামাটো দেখি মনটো ভাল লাগি গল ,ধন্যবাদ NK পৰিয়াল , শ্ৰদ্ধাৰ চাৰ বাইদেওলৈ নৱবৰ্ষ ওলগ জনাই দীঘও,কামনা কৰিলো
@vandyavlogs
@vandyavlogs Жыл бұрын
গোহাঁই চাৰ অসমৰ সম্পদ । তেখেতৰ দীৰ্ঘাও কামনা কৰিছোঁ ।
@kumudgayan1664
@kumudgayan1664 11 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। সংগ্ৰামী সত্তাৰ গোহাঁই চাৰৰ ভিডিওতো দেখা পোৱাৰ পাছত তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলো আৰু তেখেতৰ পত্নী হিচাপে সেই গৰাকী সাহসী সহচৰীলৈও শ্ৰদ্ধা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@kirangoswami4941
@kirangoswami4941 3 ай бұрын
হীৰেণ গোহাঁই Sir সমগ্ৰ অসমৰ লগতে ভাৰতৰ সম্পদ । সমাজৰ বিভিন্ন জ্বলন্ত বিষয়ৰ ওপৰত তেখেতৰ পাণ্ডিত্য তথা তথ্য সমৃদ্ধ লিখনি সমূহ লগতে অসমৰ উন্নতিৰ বাট । তেখেতৰ সমাজৰ স্বাৰ্থত আগবঢ়োৱা জ্ঞান গৰ্ভ যুক্ত , আপোচহীন ,বলিষ্ঠ লিখনি আৰু সৰব কণ্ঠ সময়ত জাতিয়ে যিমান সোনকালে বুজি উঠিব সিমানেই আমাৰ মংগল হব বুলি আমি আশাবাদী। গোহাঁই চাৰ, দীৰ্ঘ্যজীবি হৈ দেশৰ কাৰণে বহুমূলীয়া বৰঙণি যোগাই থাকক।
@junpatra1924
@junpatra1924 Жыл бұрын
বাপাই মামাৰ দীর্ঘায়ু কামনা কৰিলো। 🙏🏻🙏🏻🙏🏻মামা মোৰ মাৰ আপাকৰ লৰা।ৰানী মামীলৈ মোৰ সেৱা যাচিলো।মই ইৰা বাইদেউৰ ছোৱালী।
@gajendranathsaloi5362
@gajendranathsaloi5362 Жыл бұрын
গোহাঁই ছাৰ অসমৰ বিবেক।ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।ছাৰ আমাৰ. আদৰ্শ।
@monjurikagogoi1406
@monjurikagogoi1406 4 ай бұрын
VDO টোৰ বাবে ভন্টি তোমাক ধন্যবাদ জনালোঁ।। চাৰ আৰু বাইদেউ ৰ সু স্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ। চিৰ নমস্য চাৰ! বাইদেউ আপোনাকো নমস্কাৰ জনালোঁ।🎉🎉
@jupitoragogoi9550
@jupitoragogoi9550 Жыл бұрын
বাইদেউ গৰাকী ৰ কথাখিনি শুনি খুব বেছি ভাল লাগিল ❤
@JIRI138
@JIRI138 Жыл бұрын
সুন্দৰ অনুস্থান...
@binaboruah4426
@binaboruah4426 Жыл бұрын
অনুপম জীৱনৰ অধিকাৰী আপুনি,সদায় ভালে থাকক বা !
@bankimchandragogoi4333
@bankimchandragogoi4333 11 ай бұрын
ড°হীৰেণ গোঁহাই চাৰ আমাৰ সমাজৰ ৰত্ন৷
@prasujyaprannath276
@prasujyaprannath276 Жыл бұрын
অনুস্থানটো বহুত বেছি ভাল লাগিল , ড° গোহাঁই ছাৰ অসমৰ সম্পদ ।❤
@prasurjya4864
@prasurjya4864 11 ай бұрын
Lllllllllllllllllllllllllllll
@hemkantaborah7434
@hemkantaborah7434 11 ай бұрын
হীৰেন গোহাই চাৰে অসমীয়া জাতি আৰু অসমীয়া ভাষাক মনে প্ৰাণে ভাল পায়।
@aliluddinahmed4192
@aliluddinahmed4192 11 ай бұрын
শিৰোনামাটো দেখি বৰ ভাল লাগিল ।শ্ৰদ্ধাৰ চাৰ বাইদেউলৈ নৱবৰ্ষৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল । লগতে দিৰ্ঘাও কামনা কৰিলোঁ ❤❤
@pankajkumarrajkhowa
@pankajkumarrajkhowa Жыл бұрын
Hiren gohain sir is a versatile persoñ of the world
@monideepasarma.b5146
@monideepasarma.b5146 11 ай бұрын
বৰ মৰম লাগিল বাইদেউলৈ।ছাৰ বাইদেউ ভালে থাকক।
@hemchandrachamuah1027
@hemchandrachamuah1027 Жыл бұрын
Sir Baideo duyoke akeloge dekhiboloi pai bohut val lagil, duyoke engraaji noboborkhor hubha kamana janalu
@xurordeolkalabithika1129
@xurordeolkalabithika1129 Жыл бұрын
সুন্দৰ, ধন্যবাদ।
@technicalthings5530
@technicalthings5530 11 ай бұрын
সুন্দৰ অনুস্থান , বাইদেউৰ সৰল সহজ কথাখিনি জানি ভাল লাগিল 🙏
@kalpanabhuyan2372
@kalpanabhuyan2372 Жыл бұрын
An exceptional interview 🙏
@kabitamedhi9940
@kabitamedhi9940 10 ай бұрын
সুন্দৰ সাক্ষাৎকাৰ। বাইদেউ খুব সহজ সৰল আৰু স্পষ্টবাদী।
@anuragsaikia5189
@anuragsaikia5189 Жыл бұрын
Bht bhal lagil baideu kotha botora.khodai bhale kushole thakok duyo
@surendramohandas942
@surendramohandas942 Жыл бұрын
সাক্ষাৎ কাৰটো বৰ ভাল লাগিল।
@SishirKumarNath
@SishirKumarNath Жыл бұрын
Thank you very much for the Exceptional lnterview.
@pranitabarman9214
@pranitabarman9214 11 ай бұрын
বাইদেউৰ কথাখিনি বৰ ভাল লাগিল।ছাৰ আৰু বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
@meenagogoiborgohain4170
@meenagogoiborgohain4170 11 ай бұрын
Dr. Hiren Gohain aru Sjta. Rani baidew loi shraddha jasilu. Ane ati Interview diyar babe dhanyabad.
@ANUPAMBORUAH-cj3qv
@ANUPAMBORUAH-cj3qv 11 ай бұрын
Great sir🙏🙏❤❤
@ashok5591
@ashok5591 11 ай бұрын
ছাৰৰ সু-স্বাস্থ্য কামনা কৰিলো!
@malamanibaruah3524
@malamanibaruah3524 Жыл бұрын
Excellent hosting
@mridulkumarrabha892
@mridulkumarrabha892 Жыл бұрын
Great
@pankajkumarrajkhowa
@pankajkumarrajkhowa Жыл бұрын
Hiren gohain sir is a legendary character of the society
@parijatpriyadarshini576
@parijatpriyadarshini576 11 ай бұрын
Huge respects to Dr. Hiren Gohain Sir & Rani Gohain baidew , genuine with lofty thoughts . Liked the interviewer too!
@niranjanmahanta4620
@niranjanmahanta4620 11 ай бұрын
ভাল লাগিল বাইদেউ
@nirugogoi3594
@nirugogoi3594 11 ай бұрын
ভগবানে গোহাই চাৰক ভলে ৰাখক তাৰেই কামনা কৰিলো
@raktimlahkar8290
@raktimlahkar8290 11 ай бұрын
সুন্দৰ সাক্ষাৎকাৰ
@sunandaborah8177
@sunandaborah8177 11 ай бұрын
ছাৰ আৰু বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।
@lipidutta388
@lipidutta388 Жыл бұрын
She is a very honest n humble Lady..
@Physics_905
@Physics_905 Жыл бұрын
Agote emn sir r bikhoye jona nasilu..kintu atita cls 11th t teu r bikhoye jani...bhut val lgise..nd hikisu teur likhonir pora bhut..nd agoleu teur likhoni homuh pohibole jotno korim❤ Sir r দীৰ্ঘায়ু কামনা কৰিলোঁ।।।❤
@durlovgogoi1301
@durlovgogoi1301 Жыл бұрын
May his long Live.
@TCF573
@TCF573 Жыл бұрын
Sir apuni . Bohutdin . Jiyai thakok ...... Bhogobane apunak .. Kukhole rakhok........ 🙏🙏
@TCF573
@TCF573 Жыл бұрын
Dr Gohain sir.... Is a genius....
@TCF573
@TCF573 Жыл бұрын
Srodhar Mrs Rani gohain baidew apuni .. Bhale thakok...... Bhogobane mangal korok...
@binodtamuli6121
@binodtamuli6121 11 ай бұрын
নমস্কাৰ জনাইছোঁ দুয়োজনলৈ ।
@TCF573
@TCF573 Жыл бұрын
Baidew ... U are so liberal . ... Thank u .... So gentle lady ......
@hemantamalakar4127
@hemantamalakar4127 Жыл бұрын
Great man
@ankitabarman9770
@ankitabarman9770 11 ай бұрын
I did read kolahar weekly during the Assam Andolon and it was very Courageous action of him Today Times happening what he said.we saluted him for his Courage and strength and till now.
@mainul5010
@mainul5010 Жыл бұрын
My ideal
@gitimallikaborthakur5173
@gitimallikaborthakur5173 11 ай бұрын
নতুন বছৰত অসমীয়া ৰাইজলৈ এন কে টিভিৰ শ্ৰেষ্ঠ উপহাৰ।
@ipawn
@ipawn 11 ай бұрын
Prag News bhai
@BijumoniPhukan-k3p
@BijumoniPhukan-k3p Жыл бұрын
Bohut bohut val lagile
@mamonidevi617
@mamonidevi617 11 ай бұрын
Bhal lagil sir & Baidewor kotha janibo parilu dhyanobad
@prasannalaldowarah1515
@prasannalaldowarah1515 11 ай бұрын
Long live Dr. Gohain & Baidew🎉
@arungogoi2837
@arungogoi2837 11 ай бұрын
Baidew aponar katha bor bar bhal lagil
@jatindrasaharia6488
@jatindrasaharia6488 Жыл бұрын
🙏
@bijoybhusansaikia7571
@bijoybhusansaikia7571 11 ай бұрын
Salute to Dr Gohai Sir, Long Live.
@kabitadasthakuria7949
@kabitadasthakuria7949 11 ай бұрын
Bohut bhal lagil sir aru bidewr kotha xuni
@pankajkakati8969
@pankajkakati8969 11 ай бұрын
একমত ছাৰ।আমি আপোনাৰ লগত।
@reenaroykhataniar6317
@reenaroykhataniar6317 Жыл бұрын
সাক্ষাৎকাৰটো শুনি নষ্টালজিক হৈ পৰিলো! পিতাৰ লগত থকা অন্তৰঙ্গতাৰ সূত্ৰে তেখেতৰ পৰিয়ালটো আমাৰ আত্মীয়তা গঢ়ি উঠিছিল। বিদেশী বিতাৰন আন্দোলনৰ সময়ত অসমীয়া মানুহক ধংশমুখী আবেগৰ পৰা বাস্তবতা লৈ উভতাই আনিবলৈ তেওঁ কলাখাৰ পত্ৰিকা বি লোৱা আদিকে কৰা দু:সাহসিক কামবোৰ কৰিবলৈ গৈ শাৰিৰীক আৰু মানসিক ভাবে হোৱা অপদস্ত বোৰ আজিও পাহৰিব পৰা নাই। খুৰীদেউক সদায় তেনে কামত পিছলৈ নাতানি সমৰ্থন দিয়া,অসীম ধৈৰ্য্য সহকাৰে পৰিয়াল সম্ভালাও মন কৰিছিলো, অসমীয়া সমাজৰ বাবে নিস্বাৰ্থ ভাবে চিন্তা কৰা মহান ব্যাক্তি জন মোৰ চিৰনমস্য !
@kongkonsaikia995
@kongkonsaikia995 Жыл бұрын
@arunborgohain1500
@arunborgohain1500 11 ай бұрын
Great Interview & Innovative Idea for keeping nice Interview with great personality & keeping as memories !
@tksarmah2632
@tksarmah2632 Жыл бұрын
ড: হিৰেন গোহাঁই মহাশয় অসমীয়া জাতীয় জীৱনত এক বিতৰ্কিত ব্যক্তি। আজি শেহতীয়াকৈ তেখেতৰ দৃষ্টি ভংগীৰ নিশ্চয় কিছু সলনি হৈছে। শ্ৰীযুত গোহাঁই ডাঙৰীয়াই কিজানি আজি নিজৰ কৰ্মৰাজি বিশ্লেষণ কৰিলে তেওঁৰ অতীজৰ ভুল বোৰ অনুভৱ কৰিব ।
@annajyotigogoi1250
@annajyotigogoi1250 11 ай бұрын
Very Nice
@SyedYasinHussain
@SyedYasinHussain 10 ай бұрын
Hiran sir is king of Assam.
@Konmoni04
@Konmoni04 11 ай бұрын
ডঃ হীৰেন গোহাঁই চাৰ আপুনি অকলেই যথেষ্ট। আপোনালৈ সেৱা জনালোঁ 🙏
@samudradeka9250
@samudradeka9250 Жыл бұрын
Introduction tu oti Sadharon hoise
@dipankargogoi97
@dipankargogoi97 7 ай бұрын
❤🙏
@janardonborgohain3801
@janardonborgohain3801 11 ай бұрын
Bor bhal lagil
@kalpanapegu6554
@kalpanapegu6554 Жыл бұрын
সেই জন নমস্য পুৰুষৰ ভাসয শুনি ভাল লাগিল।
@lalitakalita3701
@lalitakalita3701 11 ай бұрын
ভাষ্যকাৰ / সাক্ষাতকাৰ গ্ৰহণ কৰোঁতা গৰাকীৰ মুখত গণতন্ত্ৰ কে আদি কৰি বহু কেইটা শব্দ ভুলকৈ উচ্ছাৰিত হৈছে 😢
@ipawn
@ipawn 11 ай бұрын
Eko nohoi diok. Teur falor pora moi a khyomo khujisu
@lalitakalita3701
@lalitakalita3701 11 ай бұрын
@@ipawnৰোমান লিপিত অসমীয়া বাক্য লিখি পাল মৰাজনৰ পৰানো আৰু কি আশা কৰিম 😂
@ipawn
@ipawn 11 ай бұрын
@@lalitakalita3701 hbo. Diyok . Aponar dore Axomiyat 13 ta degree nai je
@anjankumardeka3457
@anjankumardeka3457 11 ай бұрын
Sir manuh maransil....mariu mamara sakale katha kaba ❤
@krishanjyotibasumatarybasu3182
@krishanjyotibasumatarybasu3182 11 ай бұрын
তোমাৰ প্ৰশ্নৰ উপস্থাপন অতি সুন্দৰ হৈছে❤
@manasdoloi1990
@manasdoloi1990 2 ай бұрын
Sir r lora swali kot pohi ase?iatei ase ne?
@jyotiprovachangmai6385
@jyotiprovachangmai6385 Жыл бұрын
🎉n
@ranumonibaruah3182
@ranumonibaruah3182 11 ай бұрын
ছাৰৰ বিষযে বহুত নজনাৰ কথাই জানিলো
Jaidarman TOP / Жоғары лига-2023 / Жекпе-жек 1-ТУР / 1-топ
1:30:54
Как Ходили родители в ШКОЛУ!
0:49
Family Box
Рет қаралды 2,3 МЛН
DD News Mizoram - Chanchinthar | 1 January 2025 | 6:30 PM
15:10
DD News Mizoram
Рет қаралды 3,4 М.
Jaidarman TOP / Жоғары лига-2023 / Жекпе-жек 1-ТУР / 1-топ
1:30:54