কিয় হোমেন বৰগোহাঞিৰ কক্ষৰ পৰা কান্দি কান্দি ওলাই আহিছিল অনুৰাধা শৰ্মা পূজাৰী?

  Рет қаралды 95,095

DA News Plus

DA News Plus

Күн бұрын

Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus​
Facebook-
/ da-news-plus-106862991...
Koo app- www.kooapp.com...

Пікірлер: 109
@bonjurybaruah876
@bonjurybaruah876 6 ай бұрын
অনুৰাধা বাইদেউক একেবাৰে কাষৰপৰা পাইছো _ ইমান সুন্দৰ কন্ঠত গীতটি গাই শুনালে ৷ বাইদেউ এতিয়া অসমৰ এগৰাকী সাহিত্যৰ সম্পদ ৷বাইদেউলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ৷❤❤❤❤
@lakhimiacreativemind
@lakhimiacreativemind 3 жыл бұрын
বাইদেউলৈ আন্তৰিক অভিনন্দন ..।বাইদেউৰ লেখাবিলাক তথ্যভিত্তিক..সমাজ বাস্তৱ আধাৰিত..বলিষ্ঠ ..সেয়ে সদায় ভাল পাওঁ🙏🙏🙏লগতে পৰম শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰলৈ অসীম কৃতজ্ঞতা..এনে এগৰাকী প্ৰতিভাবান সাহিত্যিকক আমাৰ সতে পৰিচয় কৰোৱাৰ বাবে। কাৰণ 'কলিকতাৰ চিঠি' ৰ পৰাই বাইদেউৰ লেখাৰ সতে আমাৰ পৰিচয় ঘটিছিল🙏🙏
@omsairam7193
@omsairam7193 3 жыл бұрын
মোৰ প্ৰিয় লেখিকা গৰাকীলৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালোঁ। সাক্ষ্যাৎকাৰটো চাই বহুত ভাল লাগিল।
@shashiburagohain4558
@shashiburagohain4558 3 жыл бұрын
বাইদেউৰ চিন্তাধাৰাবোৰ খুউব ভাল লাগে। আপোনাৰ কেইবাখনো গ্ৰন্থ পঢ়িছোঁ। সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলো 🙏🙏
@pallabitakakotyshah1496
@pallabitakakotyshah1496 3 жыл бұрын
বাইদেউৰ কথাবোৰ শুনিলে শুনি থাকিবৰ মন যায়..ইমান সুন্দৰ কৈ কয়.. সাহুত্য অকাডেমি বটাৰ বাবে আন্তৰিক অভিনন্দন.থাকিল |
@sandhyadevi9094
@sandhyadevi9094 3 жыл бұрын
Li uilúuuuu0i
@AbcdEfgh-wt8iv
@AbcdEfgh-wt8iv 3 жыл бұрын
অভিনন্দন জনাইছো।ইয়াত এখন অৰণ্য আছিল পঢ়ি বৰ ভাল লাগিল।
@aparnagoswami2607
@aparnagoswami2607 3 жыл бұрын
অভিনন্দন জনালো মোৰ প্ৰিয় লেখিকা গৰাকীলৈ। 🌺
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
অনুষ্ঠানটো চাই বৰ ভাল লাগিল তথা উপকৃত হলো। অনুৰাধা শৰ্মা পূজাৰী মোৰ এগৰাকী প্ৰিয় সাহিত্যিক। তেখেতৰ,"হৃদয় এক বিজ্ঞাপন","নাহৰ নিৰিবিলি ছাঁ","চাহেব পুৰাৰ বৰষুণ","মেৰেং","কাঞ্চন","কলিকতাৰ চিঠি","বৰাগী নদীৰ ঘাট"আদি গ্ৰন্থ সমূহ পাঠকৰ অতি প্ৰিয়। অসমীয়া সাহিত্যৰ মই যিমান সংখ্যক উপন্যাস পঢ়িছোঁ তাৰ ভিতৰত, "কাঞ্চন"মোৰ অতি প্ৰিয়।
@gangulymili783
@gangulymili783 2 жыл бұрын
লেখক আৰু কবিৰ মনৰ কথা শুনি মোৰ বহুত ভাল পাওঁ।।
@sanndhyaneog4440
@sanndhyaneog4440 2 жыл бұрын
মোৰ প্ৰিয় লেখিকা গৰাকীলৈ স -শ্ৰদ্ধা প্ৰণাম জনালো । সাক্ষাৎকাৰটো বৰ ভাল লাগিল ।
@dr.p.hazarika500
@dr.p.hazarika500 3 жыл бұрын
people would surely read your books for coming 1000 years. Salute to you. Go ahead Madam.
@debajit6017
@debajit6017 2 жыл бұрын
খুউৱ সুন্দৰ অনুস্থান, উপকৃত হ'লো
@anjumanideka782
@anjumanideka782 2 жыл бұрын
সাক্ষাৎকাৰ টো চাই বহুত ভাল লাগিল।মই বাইদেউৰ কিতাপ বৰ ভাল পাওঁ।কেইবাখনো পঢ়িছোঁ।বাইদেউৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ
@orjifabegum7845
@orjifabegum7845 3 жыл бұрын
শ্ৰদ্ধাৰ বাইদেউলৈ আন্তৰিক অভিনন্দন জনালোঁ। প্ৰকৃতি ময়ো বহুত ভাল পাঁও।
@orjifabegum7845
@orjifabegum7845 3 жыл бұрын
ধন্যবাদ।
@rupambhagabati
@rupambhagabati 3 жыл бұрын
অনুৰাধা শৰ্মা পূজাৰী বাইদেউ মোৰ প্ৰিয় লেখিকা । তেখেতৰ চিন্তাৰ যি গভীৰতা সেয়া বহুতৰ মাজত দেখা নাযায় । তেখেতৰ "হৃদয় এক বিজ্ঞাপন" গ্ৰন্থখনি মই প্ৰথম পঢ়িছিলো । তাৰ পিছৰে পৰা তেখেতৰ লিখনিৰ প্ৰতি আকৃষ্ট হ'লো । তেখেত সদায় কুশলে থাকক তাকেই কামনা কৰিলো ।
@mitaleechowdhury890
@mitaleechowdhury890 6 ай бұрын
খুব আপ্লুত হৈছো। মোৰ আত্মিক শ্ৰদ্ধা নিবেদন কৰিছো।
@hirabhuyan2573
@hirabhuyan2573 Жыл бұрын
বহুত বহুত শুভেচ্ছা জনালো বাইদেউ।
@rajatrabha8666
@rajatrabha8666 2 жыл бұрын
বহুত ভাল লাগিছে। ধন্যবাদ
@ChandraprobhaKakoti
@ChandraprobhaKakoti 9 ай бұрын
বহুত অভিনন্দন আপোনাৰ ‌বাবে।
@rupohimixture
@rupohimixture 3 жыл бұрын
এনেকুৱা অনুষ্ঠানবোৰ চাই থাকিলে মোৰ ডাটাবোৰ এনেই যোৱা যেন নালাগে ৷ বাইদেউলৈ অভিনন্দন ৷
@debajani100rightchamua8
@debajani100rightchamua8 3 жыл бұрын
My fevaret righter.News plus k bhut dhanyabad.
@minatibhuyan392
@minatibhuyan392 6 ай бұрын
গানটো বৰ ভাল লাগিল আপুনি গোৱা আৰম্ভ কৰক বা
@meerabegum1333
@meerabegum1333 3 жыл бұрын
বাইডেউৰ সাক্ষাৎকাৰ চাই বৰ‌ভাল পালো।আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏।
@suramanath5523
@suramanath5523 3 жыл бұрын
বাইদেউৰ চিন্তাধাৰা বিলাক বহুত ভাল লাগে এই যে গান ভুল আৰু বেসুৰা কৈ গালে বেয়া পাই ।সেয়েহে বাইদেউৰ কথা খিনি যেন অনুকৰণ কৰে ।বটা প্ৰাপ্ত বাইদেউ লৈ নমস্কাৰ 👌👌👌👌
@krishnasarkar2230
@krishnasarkar2230 3 жыл бұрын
খুব ভাল লাগে আপোনাৰ চিন্তা ধাৰা বাইদেউ
@mauchumihazarika962
@mauchumihazarika962 8 ай бұрын
বাইদেউ লিখনি মোৰ ভাল লাগে।।হৃদয় এক বিজ্ঞাপন খনে মোৰ জীৱনত বহু সাঁচ বহুৱালে।। মন গলে পঢ়োঁ।।নিজক বিচাৰি পাওঁ কিতাপ খনত। বাইদেউক শতকোটি প্ৰণাম।❤
@purobigoswami1055
@purobigoswami1055 3 жыл бұрын
বহুত ভাল লাগিল I অভিনন্দন জনালো 🙏🙏
@dhanmoninath3332
@dhanmoninath3332 2 жыл бұрын
Nahoror niribiri cha aji heh hol pohi aru apunak sabo khub mn gol youtube search korilu aru hunibo mn goise apuni produta ne anjonor logot biya hl,aru apunar joriyone dibru bishabidyloy bihoye janilu val lagil bohut dhonybad
@prafulladas7224
@prafulladas7224 Жыл бұрын
বাইদেউ মেৰেং খন মোৰ জীৱনৰ আটাইতকৈ প্ৰিয়। মই মেৰেং ৰেডিঅ ত প্ৰচাৰিত হৈ থকা কেইটি মান খণ্ডৰ পিছত ৰব নোৱাৰি কিনি লৈ প্ৰচাৰিত খণ্ডক পাৰ কৰি শেষ কৰিছিলোঁ । এতিয়া মন গলেই পঢ়োঁ। ❤❤❤ প্ৰণাম আপোনালৈ।
@dipubailung5822
@dipubailung5822 Жыл бұрын
মোৰ আটাইতকৈ পঢ়ি ভাল লগা কিতাপেই হল ❤মেৰেং❤
@prafulladas7224
@prafulladas7224 Жыл бұрын
@@dipubailung5822 সঁচাকৈ
@mosfiabegom7095
@mosfiabegom7095 2 жыл бұрын
বাইদেউ ৰ কথাবোৰে মোক বহুত উৎসাহিত কৰে । হতাশ হ'লেই মই তেখেতৰ ইউ টিউবৰ ভিডিঅবোৰ চাও।
@prasannarabha3392
@prasannarabha3392 3 жыл бұрын
বাইদেউৰ কিতাপ পঢ়ি খুব ভাল পাওঁ৷ তেখেতৰ চিন্তাধাৰাই মোক মুগ্ধ কৰে ৷তেখেতৰ 'নাহৰৰ নিৰিবিলি ছাঁ,চাহেবপুৰাৰ বৰষুণ,কাঞ্চন,মেৰেং,ইয়াত এখন অৰণ্য আছিল,ব'ৰাগী নদীৰ ঘাট(মোৰ আটাইতকৈ প্ৰিয় উপন্যাস) পঢ়ি খুবেই আপ্লুত হৈছিলোঁ ৷ মোৰ আটাইতকৈ প্ৰিয় সাহিত্যিক গৰাকীৰ পৰা অনাগত দিনত আকৌ ভাল ভাল কিতাপ পঢ়িব পাম বুলি আশাৰে...
@jogeshkachari880
@jogeshkachari880 3 жыл бұрын
অসমবাণী ত কলিকতাৰ চিঠি নিয়মিতভাৱে পঢ়িছিলোঁ। হৃদয় এক বিজ্ঞাপন পঢ়িছিলোঁ। মেৰেং পঢ়িছিলোঁ। প্ৰণয়দা, আপোনালোকে কিয় আজিলৈকে নিৰ্মলা মিশ্ৰ আৰু সুমন কল্যান পুৰৰ সাক্ষাৎ নললে?
@rumipathak1522
@rumipathak1522 3 жыл бұрын
বৰ সুন্দৰ, মন ভৰি যোৱা সাক্ষাতকাৰ
@namitasaikia7682
@namitasaikia7682 Жыл бұрын
প্ৰিয় লেখিকা গৰাকী❤❤❤❤
@ritamonibaruah9339
@ritamonibaruah9339 Жыл бұрын
Val lagil baidew 🙏
@BhabnasVlog
@BhabnasVlog 3 жыл бұрын
বাইদেউ মই আপোনাক বৰ ভালপাওঁ❤️ আপুনি সদায় ভালে থাকক😊🙏
@pollymahanta7508
@pollymahanta7508 2 жыл бұрын
খুব ভাল লাগিল
@joyshankarpator162
@joyshankarpator162 3 жыл бұрын
প্ৰিয় সাহিত্যিক গৰাকী লৈ আন্তৰিক অভিনন্দন জনালোঁ।
@letterwritingministry1183
@letterwritingministry1183 3 жыл бұрын
আজিৰ দৰবাৰত, ইমান দীঘলীয়া কথা বতৰা খিনি শুনাৰ পিছতো দেখুন অনুৰাধা শৰ্মা পূজাৰীৰ পৰা নুশুনিলো, হোমেন বৰগোহাঞিৰ ছাৰৰ সম্পাদনা কোঠাৰ পৰা কিয় তেখেতে কান্দি কান্দি এবাৰ ওলাই আহিব লগা হৈছিল । এই একেতা প্ৰশ্নকে প্ৰণয় বৰদলৈকো সুধিছোঁ - কিয় তেখেতে এই প্ৰশ্নটো বাইদেউক নুসুধিলে বা প্ৰশ্নটো যদিও সুধিছিলে কিয় আমাক দেখুৱাব নোৱাৰিলে, যিটো প্ৰশ্নৰ উত্তৰ দিব বুলিহে " দৰবাৰত" আজিৰ শিৰোনামা দিয়া হৈছিল। সচাঁ কথা কবলৈ গ'লে অনুৰাধা শৰ্মা পূজাৰীৰ পৰা এই প্ৰশ্নৰ উত্তৰ শুনিম বুলিহে আজি মই "দৰবাৰ" ৰ সন্মুখত ২৫ মিনিটতকৈও বেছি সময় খৰছ কৰিছিলোঁ। অসমৰ সংবাদ মাধ্যম সমূহে পৰিচালন আৰু পৰিবেশন কৰা এনে বাতৰিৰ অভিজ্ঞতাই আমাক কেতিয়াবা বাৰুকৈয়ে হতাশ কৰে। ই যি কি নহওঁক, দৰবাৰৰ আন কথা বতৰা খিনি দেখি আৰু শুনি বৰ ভাল লাগিল। প্ৰণয় বৰদলৈ আৰু অনুৰাধা শৰ্মা পূজাৰী বাইদেউক ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ। 🙏
@momigogoi7836
@momigogoi7836 2 жыл бұрын
Bohut vl lgil...
@sherryburagohain1472
@sherryburagohain1472 2 жыл бұрын
গানৰ কথা কওঁতে ইমান সুন্দৰকৈ হাঁহিছে৷
@Jaiaiiaxom123
@Jaiaiiaxom123 7 күн бұрын
Amar keibatao bah disu....sorair bah.....Bohut sorai sirikoti ase amar gaon t
@bhitalideka4075
@bhitalideka4075 3 жыл бұрын
Thank you baidew . Sai bhal lagil.
@nipadeka1739
@nipadeka1739 3 жыл бұрын
Prany bordoloi sir aponak mor bhut val lage.love you.❤💐anuradha sarma pujari baidew.you 🙏💐vale thakok
@anjanagogoi6105
@anjanagogoi6105 3 жыл бұрын
শ্ৰদ্ধাৰ বাইদেউ লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।লগতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ।
@kunjalatamedhi762
@kunjalatamedhi762 3 жыл бұрын
শ্ৰদ্ধাৰ বাইদেউ লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
@santanuborah8021
@santanuborah8021 3 жыл бұрын
বহুত বহুত শুভেচ্ছা জনালোঁ বাইদেউ
@jitamonimech9670
@jitamonimech9670 3 жыл бұрын
Mur prio lekhika ..nahoror niribili sa👌👌👌
@debashishpangging7424
@debashishpangging7424 Жыл бұрын
Memorable interview....
@promodborah3497
@promodborah3497 8 ай бұрын
কান্দি কান্দি ওলাই আহিছিল বুলি heading কিয় দিলে .... প্ৰশ্নটো এবাৰো নুসুধিলে.... ভাবিছিলো high intellectual কিবা আছেইনেকি......
@ipsitasarmah6488
@ipsitasarmah6488 3 жыл бұрын
আন্তৰিক অভিনন্দন জনাইছোঁ বাইদেউ।
@pollymahanta7508
@pollymahanta7508 3 жыл бұрын
খুব ভাল লাগিল আন্তৰিক শুভেছা জনালো
@daduhazarika9002
@daduhazarika9002 3 жыл бұрын
আন্তুৰিক অভিনন্দন বাইদেউ।
@aabirgogoi1694
@aabirgogoi1694 3 жыл бұрын
বাইদেউ আপোনাৰ লিখনি পঢ়ি বহুত বহুত ভাল পাওঁ
@yogajinikalita4754
@yogajinikalita4754 2 жыл бұрын
মোৰ প্ৰিয় লেখিকা🙏
@assamguwahati5265
@assamguwahati5265 2 жыл бұрын
all time favorite ❤
@kabitachoudhury4954
@kabitachoudhury4954 3 жыл бұрын
বাইদেউৰ আত্মজীৱনী! কেতিয়া যে ওলাব। অধীৰ আগ্ৰহেৰে ৰৈ থাকিম।
@rajlakhihaloi7251
@rajlakhihaloi7251 3 жыл бұрын
অভিনন্দন বাইদেউ
@nijaraburhagohain8861
@nijaraburhagohain8861 9 ай бұрын
Hundor kantha
@DIPTIHAZARIKA_
@DIPTIHAZARIKA_ 3 жыл бұрын
Baideuloi bhut bhut xuvesha thakil 🙏
@hiteshrabhaassamvlogs3496
@hiteshrabhaassamvlogs3496 3 жыл бұрын
Good & Great Work Da News plus
@pahisarmah8075
@pahisarmah8075 3 жыл бұрын
Baideu aponalai bahut bahut xuveswa thakil
@gayatrymaladevikhound8801
@gayatrymaladevikhound8801 3 жыл бұрын
চাই থাকি আৰু শুনি থাকি বৰ ভাল পালোঁ ।
@explortotraveling5949
@explortotraveling5949 3 жыл бұрын
Class 10 বাইদেউৰ এটা গদ্য পঢ়িছিলোঁ খুব ভাল লাগিছে 🥰
@mridusmitasaikia3758
@mridusmitasaikia3758 3 жыл бұрын
প্ৰিয় লেখিকা গৰাকীৰ আৰু এটা নতুন প্ৰতিভা দেখি অভিভূত হৈ পৰিলোঁ। অসমীয়া হিচাপে গৌৰৱ বোধ কৰিছো। কৃতজ্ঞ।।।
@arudas6755
@arudas6755 2 жыл бұрын
বাইদেউ ক কেতিয়া বা লগপোৱাহেতেন
@khairulkhan4423
@khairulkhan4423 3 жыл бұрын
Thanks...
@dharitridevi8608
@dharitridevi8608 3 жыл бұрын
Congratulations mam👏👏👏
@diptibheruah4121
@diptibheruah4121 3 жыл бұрын
Atchaa mam God bless🙏 you
@travelzindagiblogs8328
@travelzindagiblogs8328 Жыл бұрын
1year pisat saisu kintu Bhal lagil
@asomiyabowarikabita3292
@asomiyabowarikabita3292 3 жыл бұрын
বাইদেউক শুভেচ্ছা জনালো
@prafulladas7224
@prafulladas7224 Жыл бұрын
মোৰ ঘৰত চ চকুৰে দেখিলে চাগে বিশ্বাস হব চৰাই বাঁহ কত কত সাজি আছে ।
@boloramtanti741
@boloramtanti741 2 жыл бұрын
Namaskar Baideo . Would you kindly inform the name of the book written on the basis of the sacrifice of a tea community woman Swahid during Non cooperation Movement ? Punor srodhare
@manishabarman4318
@manishabarman4318 2 жыл бұрын
Life time fbrt writter ❤️
@PunyaBorgohain-cg2my
@PunyaBorgohain-cg2my Жыл бұрын
@Jaiaiiaxom123
@Jaiaiiaxom123 3 жыл бұрын
Amar eyat data pabole bohut digdar......amar eyat uliai dibone eman puroni data?????
@dr.p.hazarika500
@dr.p.hazarika500 3 жыл бұрын
congratulations to Anuradha Sarma Pujari of Assam
@nayanmishra9083
@nayanmishra9083 3 жыл бұрын
Anuradha mam pranam 🙏🙏 Apunar likhoni padhile padhiye thakibo man jay🥰🥰
@dr.p.hazarika500
@dr.p.hazarika500 9 ай бұрын
Jorhator Anuradha sarma pujari k bor aapun aapun laage. Tekhetoloi olex xubho kamona jonalu.tekhetor kitap mur bor priyo.
@euclids..funnyandcutebaby6442
@euclids..funnyandcutebaby6442 3 жыл бұрын
অভিনন্দন জনালো🙏🙏🙏
@Jaiaiiaxom123
@Jaiaiiaxom123 7 күн бұрын
Nam lobo lage tetyahe gom pabo notun projonmoi.......kijaniba ami Heijonoke puji asu Val manuh buli😂😂......kobole hahokh nai kio
@manjirarajkhowa3565
@manjirarajkhowa3565 3 жыл бұрын
অনুৰাধা বাইদ আপোনাৰ কথাখিনিৰ পৰা সাহস পাইছো‌।
@rupjyotigogoi7510
@rupjyotigogoi7510 3 жыл бұрын
Congratulations Madam 🎉
@devajitkalita2196
@devajitkalita2196 2 жыл бұрын
Thumbnail t dia proshno khudhai nai.. Xokoloe ai video tu borjon koribo
@bhabanikakati8899
@bhabanikakati8899 Жыл бұрын
👍🙏
@adityaparasar3414
@adityaparasar3414 3 жыл бұрын
অনুৰাধা বাইদেউ অসম ৰ সম্পদ ।
@sagarika776
@sagarika776 3 жыл бұрын
কিতাপখন দোকানত নাপালো
@jahnabibhuyan5744
@jahnabibhuyan5744 3 жыл бұрын
Baidaw moiu women University students asilu.....val lgisl mareng khn pohi
@rishirajborah8385
@rishirajborah8385 2 жыл бұрын
Hi snki hbo mn
@binduchetia2511
@binduchetia2511 3 жыл бұрын
মোৰ প্ৰিয় সাহিত্যিক
@mainabarman4477
@mainabarman4477 3 жыл бұрын
অনুৰাধা বাৰ কথাবোৰ শুনিলে শুনি থাকিব মন যায়
@bapasmood1381
@bapasmood1381 3 жыл бұрын
Mur sradhar priyo lekhika Anuradha sarma pujari.
@jayaphukan2930
@jayaphukan2930 2 жыл бұрын
Eur ahankar xulobh mukhmondol khon jiliki uthise..
@DipankarGM910
@DipankarGM910 3 жыл бұрын
Hosai baido aapunar dare sinta dhara thakilehe ejan safal manuhar suhkh anubhavb karib pari
@minakshisaikia4982
@minakshisaikia4982 3 жыл бұрын
🙏🙏🙏🙏
@davidsarma6744
@davidsarma6744 2 жыл бұрын
i ki
@chiranjitpujari7886
@chiranjitpujari7886 3 жыл бұрын
Baido apuni amar Assomor GOUROB... ata Nomoskar jonaisu,apuni aru kri jok.
@ajantabaruah2975
@ajantabaruah2975 6 ай бұрын
মাতটোৰ বৰ মিঠা
@binagohain9329
@binagohain9329 3 жыл бұрын
Baideo r kitap pohi moi br vl paw
@Jon_d_s
@Jon_d_s 2 жыл бұрын
Bikhal byaaktitto....jibon jiyaise jen awlukor dore byaktite ....Ami kebol jibito.....
@slaymmer6664
@slaymmer6664 Жыл бұрын
Never trusting a bamun!!!!
@songbirds5326
@songbirds5326 3 жыл бұрын
Bahu keikhon kitab porhisu tekhetor, hridoi ak bigyapon, kanchon....
@fizahussain7345
@fizahussain7345 3 жыл бұрын
Q11¹
Prof. Dr. Subhash Khanna at "Katha Barta" talk show hosted by Sri Homen Borgohain
23:56
Swagat Superspeciality Hospital
Рет қаралды 20 М.
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
Mom Hack for Cooking Solo with a Little One! 🍳👶
00:15
5-Minute Crafts HOUSE
Рет қаралды 23 МЛН