চোৰৰ প্ৰতি এবুকু মৰম থকা এজন আৰক্ষী বিষয়া

  Рет қаралды 462,727

NKTV PLUS

NKTV PLUS

Күн бұрын

▶️ চোৰৰ প্ৰতি এবুকু মৰম থকা এজন আৰক্ষী বিষয়া
▶️ চুৰি হোৱাৰ পাছত চোৰক ফোন কৰি কথা সোঁধা এজন
▶️ চোৰৰ লগত আৰক্ষী বিষয়াজনৰ সম্পৰ্ক কি?

Пікірлер: 298
@rakeshchoudhury3768
@rakeshchoudhury3768 Жыл бұрын
DGP ৰ কথাত বোধহয়... গুৰুত্ব এ নিদিয়া হৈছে...পুলিচ কিছুমানে...
@utpalpatowary5721
@utpalpatowary5721 Жыл бұрын
এনেকুৱা পুলিচ আছে কাৰণেই চোৰবোৰে পেটেভাতে খাই আছে আৰু চোৰ আছে কাৰণেই এনেবোৰ পুলিচে আট্টালিকা বনাব পাৰিছে, দামী দামী গাড়ী চলাব পাৰিছে, ল’ৰা ছোৱালীক দামী দামী স্কুলত পঢ়াইছে, মাইকীক দামী দামী উপহাৰ দিছে ,দামী দামী মদ পান কৰিছে ৷
@nabajyotidutta5116
@nabajyotidutta5116 Жыл бұрын
Moi police hobo lagisil koni Kati dilu heten suror
@DipaliDoley-l9s
@DipaliDoley-l9s 5 ай бұрын
😮😮😮😮😮😮😮😮 😮
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 4 ай бұрын
আৰে আৰক্ষী,চিআইডি,চিবিআই,ইডি সকলো একে ।জোনমণি ৰাভাৰ হত্যাকাণ্ড ঘটনাকে ওলত পালত কৰি দিলে ।
@moonworld920
@moonworld920 4 ай бұрын
Right
@k.deka.4789
@k.deka.4789 Жыл бұрын
সঁচাই দেই | ইমানবোৰ ঘটনা ঘটি যোৱাৰ পিচতো কুকুৰৰ নেজ চিধা নোহোৱাৰ দৰে কিছুমান আৰক্ষীৰ লোক সলনি নহল | এনে আৰক্ষীৰ পৰা সৰ্বসাধাৰণে কি ভাল কাম আশা কৰিব পাৰে | DGP ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী মহোদয়েও ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰক |
@uttambhuyan6635
@uttambhuyan6635 Жыл бұрын
অসমৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি মহোদয়ক সকলো কথা জনাই দিয়ক এই ঘটনাটো বিষয়ে
@hemantaborgohain4493
@hemantaborgohain4493 4 ай бұрын
⭕⭕⭕ হে হব ।
@GrandMasti816
@GrandMasti816 3 ай бұрын
Sobor taat percentage jai bupai kak ki complaint koriba
@RabinJun
@RabinJun Жыл бұрын
তেনেকুৱা পুলিচক থানাৰ ভিতৰতে কাটি থৈ গুচি আহিব লাগে।
@lachithazarika1142
@lachithazarika1142 Жыл бұрын
চোৰ দুই প্ৰকাৰৰ। এবিধে ইউনিফৰ্ম পিন্ধে আৰু কিছুমানে নিপিন্ধে।
@arup823
@arup823 Жыл бұрын
DGP sir গম পাই নে নাপায়।
@punakondeka1785
@punakondeka1785 Жыл бұрын
DGP khumai ase seleki seleki rinikir 😁
@sjhazarika5437
@sjhazarika5437 Жыл бұрын
ৰাম ৰাম ....... গৃহ বিভাগটো আছেনে নাই হে ...... পুলিচ মোৰ আন্দাৰত বুলি কোনে দম্ভালি মাৰিছিল বাৰু
@protimadutta2890
@protimadutta2890 Жыл бұрын
এ মজা ----গৃহ বিভাগটো চোন আছল জনৰ হাততে আছে---হ'ব দিয়ক জুন মণিৰ কেছটোতে সকলো খিনি বুজা গৈছে ।
@b.kalita1381
@b.kalita1381 Жыл бұрын
Home minister sahabe o vag pabo pare
@johnb22.
@johnb22. Жыл бұрын
kuni marisil SBE Jane dkhun
@Krishnasonowalkk9085Ks
@Krishnasonowalkk9085Ks 3 ай бұрын
নতুন সূত্ৰ চুৰ পুলিচৰ৷চুৰ জন থানাৰ মানুহ হবপাৰে দেই৷
@kanakrabha3239
@kanakrabha3239 Жыл бұрын
😂😂 গৰাকী মানে চুৰ আৰু পুলিচ হে হল 😅 এইয়াই পুলিচৰ চৰিত্ৰ।
@gautambhattacharjya483
@gautambhattacharjya483 Жыл бұрын
Salute Honorable Home Minister......Salute Assam Police
@ranjitborpuzari2329
@ranjitborpuzari2329 Жыл бұрын
What CM or DG will do against this IO Arjun Das Public are waiting to see.
@satyabaruah5400
@satyabaruah5400 Жыл бұрын
আমি বহু বছৰ আগৰে পৰাই দেখি আহিছোঁ, শুনি আহিছোঁ পুলিচ আৰু চোৰৰ পাৰ্থক্য কেৱল দুয়োজনৰ পোচাক জোৰত হে ভিতৰ ভাগত চোৰ আৰু পুলিচৰ উদ্দেশ্য একেই, পুলিচে কয় চোৰ ‌কৰা আৰু আমাকো ভাগ দিবা আৰু আমি বচাই দিম , গতিকে পাৰ্থক্য কেৱল দুয়োজনৰ পোচাক জোৰত নহয়নে বাৰু । অসমৰ পুলিচ এনেকুৱাই ।
@nirensaikia7017
@nirensaikia7017 Жыл бұрын
Astonishing, police should review the strategy of crime control.
@girinbora7820
@girinbora7820 Жыл бұрын
এই সকল দেশ দ্ৰোহী চোৰ য়ে কেনেকৈ চাকৰি পালে।
@budheswarsaikia3103
@budheswarsaikia3103 Жыл бұрын
Hello DGP Sir when it will be discharged the Post of Arjun Das?
@cheniramrajkhowa8323
@cheniramrajkhowa8323 Жыл бұрын
চোৰ পুলিচ ভাই ভাই ।
@anupdas9848
@anupdas9848 Жыл бұрын
Very interesting story bro. Ki je hobo
@prafullabasumatary8493
@prafullabasumatary8493 Жыл бұрын
Sir, good news, Udok veta rokhiya patile Tenekuwa hoboi.....
@otpgamer5548
@otpgamer5548 Жыл бұрын
Bare assam ....... Bohut bhal lagil sai
@hemantadas7367
@hemantadas7367 Жыл бұрын
Very nice story sur & police
@meghalisaikia1863
@meghalisaikia1863 Жыл бұрын
বৰ আমোদজনক খবৰ দিলা হে ভাইটি। তোমাৰ বাতৰি পৰিৱেশন শৈলীৰ কিন্তু জবাব নাই। " বাবু ভাত খালা " কাণত বাজিয়েই থাকে।
@diplinashorts
@diplinashorts Жыл бұрын
Hoi dai 😂😂emn dhuniya koi rohon logano jane😁😁val lgil news tu
@jdas4150
@jdas4150 Жыл бұрын
বহোত ভাল লাগিল চোৰ পুলিচৰ সাধুতো . ৰাইজে কি চাইআছে
@ranjitborpuzari2329
@ranjitborpuzari2329 Жыл бұрын
Law should not be abused like this.
@dipakbaruah8987
@dipakbaruah8987 Жыл бұрын
এইতো আকৌ কোনখন মহাভাৰতৰ অৰ্জুনৰ জন্মগ্ৰহণ হ'ল । চাকৰি যাব DGP ছাৰৰ লগত যোগিযোগ কৰক ।
@sabitrisvlog721
@sabitrisvlog721 Жыл бұрын
এনেকুৱা চুৰ আৰু এনেকুৱা পুলিচ sI বিষয়া থাকিলে আমাৰ অসমৰ সবতো প্ৰকাৰৰ উন্নতি সাধন হ'ব।😅😅😅
@girishgogoi3678
@girishgogoi3678 Жыл бұрын
Ane police thaki ki labh? DGP jiman strict holew Police ketiau change nohoi aitu khatang. Aiburok kiba proman palei dismiss from service korok nohole upai nai. Lubhia jati
@JeutiRabha-np1es
@JeutiRabha-np1es 5 ай бұрын
Mojja story.😂😂😂
@NYT-STR
@NYT-STR Жыл бұрын
ৰাইজে ওলাই সকলোকে দাণ্ডা লগাই দিওকহে। চুৰ আৰো পুলিচ কত পলাব। ৰাইজৰ বুৰ্বক সজাই আছে।
@amulyasonowalduliajanboy5501
@amulyasonowalduliajanboy5501 27 күн бұрын
আপুনি আৰু টকা নিদিব টকা থাকিলে চোৰ কো পুলিচে সন্মান কৰে আৰু ভাল মানুহৰ সন্মান নকৰে পুলিচে কাৰণ আমাৰ পৰা টকা নাপাই যে পুলিচে
@pulinjitdas8656
@pulinjitdas8656 Жыл бұрын
Smart assam police
@hiranyakrdohutia516
@hiranyakrdohutia516 Жыл бұрын
অকল পুলিচৰ পিচতে কিয় লাগি থাকে। সাংবাদিকৰো ইমান মজা মজা নিউজ থাকে। 😂😂 জুৱা খেলত লগৰ জুৱাৰী এজনে ইটাৰে মাৰি মূৰ ……|
@rajuhandique574
@rajuhandique574 Жыл бұрын
A moja aeya 2 poriboton aeya double enjen sarkaar mamar police👮 hoi very good assam police💪👮
@mahimahmed2665
@mahimahmed2665 Жыл бұрын
এ মজা। পুলিচ হো তো এইচা।
@DipakRoy-dt1wg
@DipakRoy-dt1wg Жыл бұрын
Anekua i/c k pokarat bah dhukai diba lage.asha,DGP SIR a action laba...
@KanchanPaul-t8g
@KanchanPaul-t8g Жыл бұрын
যি ৰাজ্যৰ ৰজা অংক মাষ্টৰ, সেই ৰাজ্যৰ সৈন্য এনেকুৱাই হব।
@travelingvlogs8349
@travelingvlogs8349 Жыл бұрын
Smart police mamar 😂
@guljankhan6203
@guljankhan6203 Жыл бұрын
Nazir Tumi Jui🔥🔥🔥🔥🔥
@digennath497
@digennath497 Жыл бұрын
পুলিছ পুলিছ পুলিছ কি কম ভাষা নাই ।হাতত যদি আইন খন থাকিল হেতেনে কি যে কৰিলো হৈ । সচাকৈ ঘৃনা লগা হল
@amarendrapaul718
@amarendrapaul718 Жыл бұрын
Police SI k dhori lopa dhopa dile thik hobo, DGP Sir e ki kori ase aibilak o ako Action nai je SI loi.
@sharifuddinahmed2568
@sharifuddinahmed2568 Жыл бұрын
Ic নিজে চোৰ হব লাগে।
@rajulaskar2964
@rajulaskar2964 26 күн бұрын
Smart Asomor smart police. BJP zindabad.
@phukandas2251
@phukandas2251 Жыл бұрын
O mama aibur ki sunisu ayai smart police sage ba ba
@NawajIrfan-yn5fp
@NawajIrfan-yn5fp 5 ай бұрын
Aiiitu ic k immidiate lock up t vorabo lge vigilance department a olp investigation kori jodi ic suror lgt jorito den we want quick action
@barashadutta944
@barashadutta944 Жыл бұрын
Aji kali lora suwalik aibr xadhu kotha khunabo lagibo..very interesting..story
@pranjalgogoi7930
@pranjalgogoi7930 Жыл бұрын
Moja lagil news to😂
@Narzy88
@Narzy88 Жыл бұрын
DGP Sir ক এবাৰ জনায় দি চালে ভাল আছিল, Sir ৰে কি কʼৰে আমি ও জানিলে হয়
@JOHN_T123
@JOHN_T123 Жыл бұрын
Police ki kori ase kihor compromise suror logot
@puspadhardowarah1932
@puspadhardowarah1932 4 ай бұрын
আচলতে পুলিচেই চোৰ।তেনেহলে চোৰৰ সচ কেনেকৈ মৰিব?দেশত যদি চোৰ নাথাকে পুলিচ কেলৈ;যদি কেচ নাথাকে উকিল কেলৈ;যদি বেমাৰী নাথাকে ডাক্তৰৰ কাম কি? কথাবোৰ এনেকুৱাই আৰু!
@dharmendradeka8073
@dharmendradeka8073 Жыл бұрын
Eman nonsense sobake with IC ko direct jail t vorai diyak
@bikashbora2737
@bikashbora2737 Жыл бұрын
Mjaaaaa
@raani443
@raani443 Жыл бұрын
😂😂😂 sur aru police.....khelu aha..... Jiye jikibo take tractor diya hbo
@sampatpaul3095
@sampatpaul3095 Жыл бұрын
mozaa diche de...
@raani443
@raani443 Жыл бұрын
@@sampatpaul3095 🤣🤣
@nabaduarah7507
@nabaduarah7507 Жыл бұрын
চোৰ পুলিচৰ খেলা ।এনে পুলিচৰ কিবা দৰকাৰ আছে জানো ?
@mithudas362
@mithudas362 Жыл бұрын
Hahaha kiba ata vall lagile story tu
@puspadhardeka5665
@puspadhardeka5665 7 ай бұрын
Bah bah soor police ar mitrata. Anekuwa bahut kahini aase.
@Rajdeep-gx6vk
@Rajdeep-gx6vk 6 ай бұрын
Polic mane sur. Toka khuwa police
@dilipsaikia4922
@dilipsaikia4922 Жыл бұрын
Ei police officer tur uporot action hobo lage
@minakshinath750
@minakshinath750 Жыл бұрын
Bhal likhoke xundor golpor plot ata pabo
@binuddeka7799
@binuddeka7799 5 ай бұрын
Blind DGP SIR 😂😂😂😂
@horenhimansu2843
@horenhimansu2843 5 ай бұрын
😂😂😅😅 alu vaji aku pitika aku vaji aku pitiki aku xijai mukhot varuwa karubar huwa di hoi se 😂 upai nai 😊😊
@mofidakhatun6417
@mofidakhatun6417 Жыл бұрын
পুলিচ ইমান বেয়া নেকি
@ApulicaOfficial
@ApulicaOfficial Жыл бұрын
ভাল কেতিয়া আছিল
@boikunthabori1519
@boikunthabori1519 Жыл бұрын
Assam police zindabad
@mrinmoydeka8606
@mrinmoydeka8606 Жыл бұрын
Val lagil news tu😅
@usrecipezar
@usrecipezar Жыл бұрын
বুজিবলৈ আৰু বাকী নাই, সেইটো পুলিছ আমাৰ বাবে নহয়; সি চুৰৰ চামচা। তাক ৰাইজে পিতিব লাগে
@Sirajvloge763
@Sirajvloge763 Жыл бұрын
টকা খোৱা পুলিচ
@nayankakatinayankakati6939
@nayankakatinayankakati6939 4 ай бұрын
এইতো চুৰৰ লগত আগৰ পৰা এ মিটিৰালি, ভয় পাদুৰাৰ কাম নাই তেজপুৰৰ পৰা বহু টকা লুটি নিছে,
@manujkumarbora8901
@manujkumarbora8901 Жыл бұрын
Mama apunar smart police soror lgt miti 😂
@udiptabaruah5836
@udiptabaruah5836 Жыл бұрын
DGP sir ki koi??
@RanuBuragohain-h2z
@RanuBuragohain-h2z Жыл бұрын
এনে আৰক্ষী ৰ কাৰণে সৎ আৰক্ষী বিষয়া সকলে বদনমত পৰে।
@biswajitkalita8776
@biswajitkalita8776 Жыл бұрын
😂😂Sur ei boss boni goise xundor😅
@sajidzamal3206
@sajidzamal3206 Жыл бұрын
Good Assam police
@Wasimwahid606
@Wasimwahid606 Жыл бұрын
Are baba policeor homporko bohut jagat bohutor logot police u police suru u police chii Assam police 😢
@nurulhoque-zq2iz
@nurulhoque-zq2iz Жыл бұрын
Nidib dada ic uport kes korok dada
@jaijaganath7481
@jaijaganath7481 Жыл бұрын
কি যে , পুলিচ এ চুৰ ।CM Himanta biswa sharma aru kor লৈ যায চাগে target থাকে,DGP kot moril কি কৰিব পাৰিব এতিয়া।
@KhirodSonowal-pe4zl
@KhirodSonowal-pe4zl Жыл бұрын
Dada anekua news agoloi dibo dae ..
@chawringfagogoi8687
@chawringfagogoi8687 Жыл бұрын
Aio jomoni deai 😂😂😂
@DeepakkumarDas-pe8xv
@DeepakkumarDas-pe8xv Жыл бұрын
Ane police asom sarkare puhi kio rakhise? Aru ki nkre ehote
@rinkydas8767
@rinkydas8767 Жыл бұрын
Axom police r enekua ru kiman vl gun xuni thakim 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@tankeswardeka9312
@tankeswardeka9312 Жыл бұрын
নিজৰ নাক কাটি সতিনীৰ যাত্ৰা আৰম্ভ কৰা এনে হেজাৰ হেজাৰ পুলিচ আছে।
@Arzu029
@Arzu029 Жыл бұрын
Ohh mane , khakir aaror byobokhai !!!!! God save our people.....
@santanurajkonwar4093
@santanurajkonwar4093 Жыл бұрын
কি যে আজব কাণ্ড !! গৃহ বিভাগটো যে একেবাৰে গেলিলে।
@prasantaprasanta4503
@prasantaprasanta4503 4 ай бұрын
কোন দেশৰ পুলিচ ।
@bimanbora3307
@bimanbora3307 Жыл бұрын
Goru piton dibo lage ai sobok
@hareswarkalita9071
@hareswarkalita9071 Жыл бұрын
মোৰ পালাত পৰিব লাগিছিল Ic কতি দি ভলুকা বাঁহ ভৰাই দিলো হৈ
@fakrulislam8319
@fakrulislam8319 Жыл бұрын
Smart Buji pao ne😂 Choor police kheliso ne nai Khela hoy khela 😝
@khan.sanam89
@khan.sanam89 Жыл бұрын
Aeh ....sur kun hoi police kun hoi buji e napalu...
@deepjyoti2761
@deepjyoti2761 6 ай бұрын
😂😂😂😂😂bal or police aitu....Assam police or respect dubbabo
@pinakdas8789
@pinakdas8789 Жыл бұрын
Mamar pulis
@bijumonidas-tc9oj
@bijumonidas-tc9oj Жыл бұрын
Aji kali police bure badmas buk he help kore val manuhok beya hojai dom diye.
@Sapien_bix
@Sapien_bix Жыл бұрын
গেলি-পচি যোৱা দেশ হয়‌ ইখন, সেইকাৰণে আচৰিত নহ'ব।
@mukutabaruah3928
@mukutabaruah3928 Жыл бұрын
POLICE BISAYA JANAR SAKORI DISMIS KORIBA LAGE
@VASTUGYANASSAMESE
@VASTUGYANASSAMESE Жыл бұрын
চোৰে কি খাই নহলে আৰু ভেঞ্চাৰ থানাৰ পুলিচ সাগে
@popymahato1479
@popymahato1479 Жыл бұрын
Oo thik koise
@jharkanurangVlogs
@jharkanurangVlogs Жыл бұрын
আজব ঘটনা দেই😂😂🤣🤣🤣😂🤣
@ytuser1975
@ytuser1975 Жыл бұрын
অসম আৰক্ষী ☕
@rumachettry3361
@rumachettry3361 Жыл бұрын
Toka khuwai sakori luwa police sii 😂😂😂
@sintukumarnath716
@sintukumarnath716 Жыл бұрын
Moja😂
@umeshdeka7795
@umeshdeka7795 Жыл бұрын
লেংটা কৰি কুব্বত
@mridulsonowal3198
@mridulsonowal3198 4 ай бұрын
আমাৰ মামাক দেখাই দিয়া কোনোবাই নিউজ টো
@RishiHazarika-i8b
@RishiHazarika-i8b Жыл бұрын
I c sir vari good assam p
@pajumix-up3663
@pajumix-up3663 4 ай бұрын
Anekua police r karone baki vl police kaitau khonman napai
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 26 МЛН
Sustainability & ESG Careers: Trends & Opportunities | Ellen Weinreb
21:01
Collective Responsibility
Рет қаралды 15 М.
When Royal Guards Fight Back!
8:08
Fighting Spirit
Рет қаралды 7 МЛН