Nohoi hukh hanti aru jibonot//Ranjan chutia// WHPC gospel song

  Рет қаралды 15,606

Ranjan Chutia manik

Ranjan Chutia manik

Күн бұрын

WHPC gospel song
Singer Ranjan chutia
Dubbing: Manik Chutia
Music composer :-Swapno ivoti moran
Edit:- Abhijeet phukan

Пікірлер: 243
@neepasahu735
@neepasahu735 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হে প্ৰভু তোমাৰ পৱিত্ৰ শ্ৰীচৰনত আন্তৰিক সেৱা জনাইছো। ধন্যবাদ প্ৰভু বহুত ভাল লাগিছে গীতটো। সকলোয়ে তোমাক জানক প্ৰভু🙏🙏❤️❤️❤️❤️❤️❤️
@NibhaChangmai-jz7xo
@NibhaChangmai-jz7xo 2 ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক🙏✝️ গুৰু পিতা আৰু গুৰুমাৰ চৰণত কোটি কোটি বাৰ প্ৰণাম জনাইছোঁ
@ritagogoi9384
@ritagogoi9384 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 আমাৰ মহান গুৰুজনাক প্ৰনাম আৰু শ্ৰদ্ধা জনাইছোঁ 🙏🙏🙏❤️❤️❤️
@lakhigogoi5243
@lakhigogoi5243 2 ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🛐 গীতটী বহুত বহুত ভাল লাগিলে এই আত্মাৰ গীতটী যোগেদি গোটেই পৃথিৱীত মহিমা হওঁক ধন্যবাদ গুৰুজনাক সদায় ঈশ্বৰে শক্তি দিয়ক আৰু এনেদৰে আত্মাৰে নতুন নতুন গীত গাবলৈ শক্তি দিয়ে🛐🛐🛐🛐🛐🛐🛐
@gayatriburagohain899
@gayatriburagohain899 2 ай бұрын
Praise the lord 🙏🙏 Issor ye hokoluke akhirbad korok 🙏🙏 pitai soront pronam janaisu 🙏🙏 ameen
@trishnaranigogoi236
@trishnaranigogoi236 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️ সুন্দৰ হৈছে পিতাই 🙏 এই গীতৰ যোগেদি সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক 🙏✝️🙏
@sukanyahazarika8940
@sukanyahazarika8940 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰভু তোমাৰ পথত শান্তি আছে, গুৰু দেউতা তোমাৰ ওচৰত চিৰদিন চিৰকৃতজ্ঞ, ধন্যবাদ গুৰু দেউতা,তোমাৰ যোগেদি সত্য ঈশ্বৰক পালোঁ। তোমাৰ পথত চলিবলৈ, জ্ঞান বুদ্ধি শক্তি দিবা, পবিত্ৰ বাক্যৰ দ্বাৰা আশীষ কৰিবা গুৰু দেউতা।ঈশ্বৰৰ ওচৰত তোমাৰ বাবে সদায় কুশল প্ৰাৰ্থনা। আৰু নতুন নতুন প্ৰাৰ্থনা গীত সৃষ্টি কৰিবলৈ ঈশ্বৰে তোমাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। আমেন।❤❤
@hemontauran5346
@hemontauran5346 2 ай бұрын
আগজাননী দিয়া মহান পিতাইক কুতি কুতি বাৰ ধন্যবাদ ও সেৱা জনাই 🙏🙏🙏
@dhairjyalatadas8101
@dhairjyalatadas8101 2 ай бұрын
Praise the Lord Gurupitak kutibar dhainabad janaisu .xundar prabhur geet satyar uparat pratistit geet. AMEN 🙏🙏🙏🙏🙏🙏
@rintidutta8746
@rintidutta8746 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ☦️ গুৰুজনাৰ চৰণত শতকোটি বাৰ সেৱা জনালো 🛐🛐 নতুন গীতটো খুব সুন্দৰ হৈছে ❤❤
@Suhanisaikia5441
@Suhanisaikia5441 2 ай бұрын
হে মোৰ ভগবান!দয়া কৰি মোক তুমি উদ্ধাৰ কৰিবা ❤amen 😭
@runuchetiagogoiofficial7626
@runuchetiagogoiofficial7626 2 ай бұрын
Ishwaror prokhogkha houk 🙏 Gurujona jugedi hokoluke akhibad kora🙏 probhu 🙏🙏🙏
@Junmonigogoi-be9fs
@Junmonigogoi-be9fs 2 ай бұрын
Praise the lord guru pitai 🙏✝️🙏 hallelujah hallelujah hallelujah 🙏🙏🙏
@bigsus7817
@bigsus7817 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হক ।গুৰু পিতা আৰু গুৰু মাৰ চৰণত সেৱা জনালোঁ 🙏🙏🙏
@MinakshiVlogs1219
@MinakshiVlogs1219 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 মহান গুৰু পিতাৰ পৱিত্ৰ চৰণত ভক্তিভাৱেৰে আৰু শ্ৰদ্ধাৰে সেৱা জনাইছোঁ 🛐🛐 হে পিতা আমি জানি অজানি যি পাপ অপৰাধ কৰিছো আমাক দয়া কৰি ক্ষমা কৰি দিয়া আৰু আমাক এই দুঃখ কষ্ট পৰা উদ্ধাৰ কৰা আৰু আমাৰ পাপ আত্মাৰ পৰা ৰক্ষা কৰিবা 🛐🙏 প্ৰভু গীতৰ দ্বাৰা সকলোকে আশীৰ্বাদ কৰিবা,,🙏🛐 আমেন 🙏🙏
@RajuNath-nu3lk
@RajuNath-nu3lk 2 ай бұрын
Praise the lord jesus provu joi hoke 🙏🏻🙏🏻🙏🏻👏👏👏💖💖💖🙌🙌🙌🙏🏻
@ranjitahazarika3743
@ranjitahazarika3743 2 ай бұрын
Eshwarr prakhongkha hoak pravu oh pravu pita jimn dukh akhonti holeu tumi amak hokoluke dhojya aru nomrare tumar baikyarere atikrom kori jaboloi hokti di thakiba pravu karon tumar hokti aru gyanere ami aku koribo nuwaru pravu doya kora kripa kora amar pap homuh khyama kora pravu khyama kora pravu dhonyabad 🙏🙏🙏🙏
@renganigogoi8756
@renganigogoi8756 2 ай бұрын
Praise the Lord. Thank you my Lord Hallelujah amen amen amen
@user-me4uf4tr1g
@user-me4uf4tr1g 2 ай бұрын
ঈশ্বৰৰ লৈ‌ শতকোটি প্ৰণাম ❤❤❤আমেন
@suru6540
@suru6540 2 ай бұрын
ঈশ্বৰৰ প্ৰঙ্খসা হওঁক হে প্ৰভু এটা গীতৰ দ্বাৰা ই আমাক সকলোকে আশীৰ্বাদ কৰিবা আমেন 🙏🏿
@juriphukan5855
@juriphukan5855 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেউতা সেৱা জনাইছো
@user-lk6ud8px6v
@user-lk6ud8px6v 2 ай бұрын
Praise the Lord Gurupita Guruma Hallelujah Amen 🙏🛐✝️
@pallavichetiapallavichetia6248
@pallavichetiapallavichetia6248 2 ай бұрын
Praise the lord 🙏🙏🙏🙏🙏 pitai hoklu akhibard koriba
@simiborboruah7476
@simiborboruah7476 2 ай бұрын
Praise the Lord
@moyur3026
@moyur3026 2 ай бұрын
Praise the Lord Pitai amen 🌹🙏🙏
@popysaikia833
@popysaikia833 2 ай бұрын
Hokolu pinor pa e okhantit asu hukh hanti olop u nu hua hoise amar ghr khonot bemar ajar hokolure ..hokoluke arkhibad koriba provu ❤❤❤❤❤
@pujachangmai4143
@pujachangmai4143 2 ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক। গুৰু পিতা আৰু গুৰু মালৈ মোৰ কোটি কোটি বাৰ প্ৰণাম জনাইছোঁ। ঈশ্বৰে আশীৰ্বাদ কৰিব আমাৰ দুখ কষ্ট অভাৱ অনাটন সকলো বোৰ নোহোৱা কৰি দিব পিতা।মোৰ চাকৰি এটা হবলৈ সকলোৱে আশীৰ্বাদ কৰিব ।ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰিব। আমেন 🙏🙏🙏🙏
@likudevi1748
@likudevi1748 2 ай бұрын
Praise the lord 🙏🏻 dhanyawad gurudev 🙏🏻
@dipshikhasnowa1413
@dipshikhasnowa1413 2 ай бұрын
PRAISE the lord guru pitai halleluah amen
@hirensaikia3810
@hirensaikia3810 2 ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক গুৰুজনালৈ হতকোটি প্ৰণাম জনাইছোঁ 🙏🙏🙏
@nijaragogoi2552
@nijaragogoi2552 2 ай бұрын
Praise the lord pitai 🙏✝️🛐🙏
@binuhazarika2535
@binuhazarika2535 2 ай бұрын
Praise the lord❤❤bor hundor hoise pitai❤❤❤❤
@bultidas3231
@bultidas3231 2 ай бұрын
Pitha parmeshwar Amen ❤🙏
@user-ir1tl2ux4m
@user-ir1tl2ux4m 2 ай бұрын
Praise the loard pravu Hallyuya Hallyuya Hallyuya ❤❤❤
@rubulbaruah9669
@rubulbaruah9669 2 ай бұрын
Praise the lord Hundar pitai❤❤❤✝️✝️✝️
@mousumiboruah9661
@mousumiboruah9661 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏। প্ৰভূ আমাৰ সকলোকে আশীৰ্বাদ কৰিবা 🙏🙏🙏 সদায় তোমাৰ চৰণত ঠাই দিবা আমেন🙏।
@dipanjalihandiquechutia4923
@dipanjalihandiquechutia4923 2 ай бұрын
Praise the Lord 🙏🙏🙏🙏. Gurupita aru gurumak kuti kuti pronam .
@rinagogoi4853
@rinagogoi4853 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক ঈশ্বৰৰ মহিমা হওক আমাৰ মহান গুৰুপিতাৰ চৰনত শতকোতি প্ৰনাম জনাইছো আত্মাৰ গীতটি বৰ সুন্দৰ হৈছে 🙏🙏🙏🙏
@anishagogoi159
@anishagogoi159 2 ай бұрын
Praise the lord provu❤❤ gurunjar mongol houk pita ❤❤hokolue akhirbad paee ❤mur hokolu homoisa r jen hamadhan pau pita hodai moi anedore bisakh kori thakibole muk hokti diya tumar soronot jen mur hokolu pap khondon hoi akhirad koriba pita ❤❤ hodai mohan gurujanr pora provur bakya Gan bur jen pai thaku hokolue hanti pauk pita❤❤❤
@AnjaliShyam-cn8wh
@AnjaliShyam-cn8wh 2 ай бұрын
Praise the lord 🙏🙏 halaluha amen ❤❤
@ItßRima
@ItßRima 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🛐✝️ হে পিতা কৃপা কৰা মনৰ কামনা পুৰণ কৰা 🙏🏼✝️ পৰীক্ষালৈ নিনিবা পিতা সকলো পাপ অপৰাধ ক্ষমা কৰা 😔🙏🏼 আমেন
@tulshirdas2985
@tulshirdas2985 2 ай бұрын
Praise the Lord🙏🙏 🛐🛐✝✝✝ Hallelujah🙌 amen🛐🛐🛐🛐
@bububorah1727
@bububorah1727 2 ай бұрын
Praise the Lord🙏🙏🙏❤❤
@nirojdeori7130
@nirojdeori7130 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক,❤❤ মহান গুৰু পিতা আৰু গুৰু মা ৰ চৰণত সেৱা জনাইছোঁ , মহান গুৰু পিতা ৰ এই গীতটোৰ যোগেদি ঈশ্বৰে বিশ্বাসী সকলো দাস দাসীকে আশীৰ্বাদ কৰক,আমেন❤❤✝️🙏🛐🛐🛐
@indukhanikar5457
@indukhanikar5457 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 পিতাইক সেৱা জনালো। আমেন। 🙏🙏🙏
@Bharativlogs102
@Bharativlogs102 2 ай бұрын
Praise the lord ✝️🙏🛐 Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya Hallylluya 🙏✝️🛐
@Nirmali-pf5un
@Nirmali-pf5un 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক । ঈশ্বৰৰ গৌৰব হওক ।গুৰু পিতা আৰু গুৰুমাকপ্ৰভূ যিচুৱে দীৰ্ঘায়ু কৰক ।আমাৰ ঘৰখনৰ ওপৰত লৰা ছোৱালীৰ ওপৰত আৰু সকলো মন্দলীৰ প্ৰতিজন ঈশ্বৰ দাস দাসীৰ ওপৰত পিতায়ে সদায় যেন আশীবাদ দিয়ে । আমেন হালেলুয়া
@AdiwasiVlogs12
@AdiwasiVlogs12 2 ай бұрын
Praise the lord 🙏🏻 halilujah and nice song amen.. ❤
@monjulagogoi6480
@monjulagogoi6480 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।মহান গুৰুপিতাই🙏🙏🙏প্ৰভুযিচুজয় প্ৰভুযিচুজয়🙏🙏🙏
@babulofficial7957
@babulofficial7957 Ай бұрын
Praise the lord Ranjan sir pray kori diva mor family karone Mur nam bubul dawo
@user-kd8bx6bi4i
@user-kd8bx6bi4i 2 ай бұрын
ঈশ্বৰৰ প্ৰসংশা হওঁক । আমেন
@chandanasaikia8769
@chandanasaikia8769 2 ай бұрын
Praise the lord Guru dauta
@bhanibalasaikia5176
@bhanibalasaikia5176 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ ।আমেন হালীলুইআ ।
@aparajitaborbora1668
@aparajitaborbora1668 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
@phulorpahi41
@phulorpahi41 2 ай бұрын
Pray request for Ritisha deka meri exam me first hona chahiye praise God halleluyah amen 🙏🙏🙏
@MILANBORA-jl1bv
@MILANBORA-jl1bv Ай бұрын
I love you Guru pita. Praise the Lord.
@radhikasahu-nk6hj
@radhikasahu-nk6hj 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏 আমাৰ মহান গুৰপিতাৰ পবিত্ৰ চৰণত সেৱা জনাইছো 🛐🛐
@malobikagogoi6518
@malobikagogoi6518 2 ай бұрын
Praise the lord and hallelua Amen
@dipaliborah1592
@dipaliborah1592 2 ай бұрын
Praise the Lord.Amen 🙏❤️🙌
@manideka2250
@manideka2250 2 ай бұрын
Pitai mor Pitai, Bajali Bhawanipur ++++++++++++++++++++++++++++++
@NilakshiSarma-cz6xb
@NilakshiSarma-cz6xb 2 ай бұрын
Praise the lord pitai ✝️ hallelujah hallelujah hallelujah ✝️ Amen ✝️🛐🙏
@bijumoni4213
@bijumoni4213 2 ай бұрын
Esswar Prokhangkha Hounk Amen ❤❤❤
@DigantaGogoi-qt5rq
@DigantaGogoi-qt5rq 2 ай бұрын
Praise the lord Prabhu 🙏🙏🙏
@diptiadhikari6027
@diptiadhikari6027 2 ай бұрын
Praise the Lord Hallelujah❤
@pranab79038
@pranab79038 2 ай бұрын
Praise the lord Jesus Amen 🙏🙏🙏
@bobitagogoigogoi7937
@bobitagogoigogoi7937 2 ай бұрын
Praise the lord 🛐✝️ Amen 🙏
@annerajjak4621
@annerajjak4621 2 ай бұрын
Praise the lord 🙏 Amen ✝️🛐
@sabitagogoi665
@sabitagogoi665 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক সে পিতৃ ঈশ্বৰ গুৰুজনাৰ যুগেদি আমাক সকলোকে ৰক্ষা কৰিবা 🛐✝️🛐😭😭😭😭😭😭
@BittuDas-ln2uj
@BittuDas-ln2uj 2 ай бұрын
Guru Peta aru maak khawa janalu ✝️✝️✝️🙏🙏🙏🙏🙏🙏🙏🙏🙏
@HelenRay-py6lr
@HelenRay-py6lr 2 ай бұрын
Praise the lord gurupita 🙏🙏🙏
@gargeedoley
@gargeedoley 2 ай бұрын
Praise the lord Amen 🙏🙏🙏🛐🛐🛐🙏🙏🙏✝️✝️✝️🙏🙏🙏
@user-qu3xw5xh1h
@user-qu3xw5xh1h 2 ай бұрын
Praise the lord hallelujah
@jurismitasonowal9729
@jurismitasonowal9729 2 ай бұрын
Praise The Lord Amen ✝️🙏🏻❤️
@jurinath4945
@jurinath4945 2 ай бұрын
Praise the lord 🙏🙏🙏🙏
@BijoyBoro-xt6ge
@BijoyBoro-xt6ge 2 ай бұрын
Praise the lord jesus pitai loi koti koti bar pranam jonaisu,✝️🛐🛐🛐💓💓💓mohan goru pitaloi,✝️🛐🛐🛐🌹Amen
@rajdutta5094
@rajdutta5094 2 ай бұрын
PRAISE THE LORD 🙏🙏🙏 HALLELUJAH 🙏🙏🙏
@mirapayeng6678
@mirapayeng6678 2 ай бұрын
Praise the Lord✝️❤ 🙏🏻🙏🏻🙏🏻
@gitashreeborah7951
@gitashreeborah7951 2 ай бұрын
Praise the Lord..amen
@xutradharpuwali-hx2ge
@xutradharpuwali-hx2ge 2 ай бұрын
Praise the Lord jisuu
@RuskinGogoi-sz1dx
@RuskinGogoi-sz1dx 2 ай бұрын
Praise the Lord 🙏🏻🌹💖🎵🎸🎸🎸✝️🎸🎸🎸🎵💖🌹🙏🏻
@gitanjoligogoi6279
@gitanjoligogoi6279 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏গুৰুপিতা শ্ৰী চৰনত সেৱা ও শ্ৰদ্ধা জনাইছ৯ । ঈশ্বৰৰ আত্মাৰ গীতে সকলোকে আৰ্শীবাদ কৰক 🙏🙏🙏🙏
@user-zp5cm7rd7l
@user-zp5cm7rd7l 2 ай бұрын
Praise the Lord amen
@jonaligogoi572
@jonaligogoi572 2 ай бұрын
Praise.the.lord.guru.pita.guru.ma,amen
@juntidas7283
@juntidas7283 2 ай бұрын
Praise the Lord 🙏🏻🙏🏻🙏🏻😢😢😢
@user-gl3nm7yy1j
@user-gl3nm7yy1j 2 ай бұрын
ঈশ্বৰ প্ৰসংশা হওঁক প্ৰভু ❤
@duttapartha5245
@duttapartha5245 2 ай бұрын
Praise the Lord❤❤️✝️💐🙏❤️✝️💐🙏✝️✝️💐🙏
@Rajumonigogoi890
@Rajumonigogoi890 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু পিতা গুৰু মা লৈ প্ৰণাম 🙏 ❤️ 🙏
@user-to8hm1ki4h
@user-to8hm1ki4h 2 ай бұрын
Praise the Lord. 🙏🙏🙏🙏🙏
@nayanjyoti5503
@nayanjyoti5503 2 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏আমাৰ মহান গুৰুপিতাৰ এই গীতৰ যোগেদি সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক 🛐🛐আমেন 🛐🛐🛐
@mohangogoi7446
@mohangogoi7446 2 ай бұрын
Praise the lord❤❤petai❤❤
@minakhichutia3543
@minakhichutia3543 2 ай бұрын
Praise the lord 🙌 🙌
@manabkhanikar3639
@manabkhanikar3639 2 ай бұрын
Praise The Lord👍👍👍
@MridupabanSaikia-cq5lf
@MridupabanSaikia-cq5lf 2 ай бұрын
Praise the Lord✝️✝️🛐🛐
@kabitamoran6158
@kabitamoran6158 2 ай бұрын
ঈশ্বৰৰ প্ৰসংশাৰ হওক ✝️✝️✝️❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক 🛐🛐🛐আমেন 🙏🙏🙏🙏🙏
@shyamoliboruah249
@shyamoliboruah249 2 ай бұрын
Praise the lord ✝️🙏🛐
@junmoni000
@junmoni000 2 ай бұрын
Praise the lord nice pitai ❤❤❤❤
@sunaliduarah6306
@sunaliduarah6306 2 ай бұрын
Praise the lord .❤❤
@mainagogoi206
@mainagogoi206 2 ай бұрын
Praise the lord ❤❤❤
@user-yj3nz2ux9r
@user-yj3nz2ux9r Ай бұрын
Praise the lord pitai
@gouravburagohain597
@gouravburagohain597 2 ай бұрын
ঈশ্বৰ প্ৰশংসা হওঁক
Puwa te tumar //Ranjan chutia// gospel song// WHPC
7:12
Ranjan Chutia manik
Рет қаралды 29 М.
Angry Sigma Dog 🤣🤣 Aayush #momson #memes #funny #comedy
00:16
ASquare Crew
Рет қаралды 49 МЛН
Секрет фокусника! #shorts
00:15
Роман Magic
Рет қаралды 81 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 57 МЛН
Touching Act of Kindness Brings Hope to the Homeless #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 18 МЛН
MONOR KOTHA BUR // Ranjan Chutia // New  Gospels song // WHPC
7:04
Ranjan Chutia manik
Рет қаралды 259 М.
Sorgo Mur henghakhon /Ranjan Chutia /WHPC /Moran
7:29
Ranjan Chutia manik
Рет қаралды 249 М.
Sistir Patonite // @user-sf8uk6js5n // Whpc // gospel song //
5:17
Ranjan Chutia manik
Рет қаралды 62 М.
Mur Bipodor Kalot // @Ranjan Chutia // WHPC // Gospel song //
6:01
Ranjan Chutia manik
Рет қаралды 185 М.
Parthona- Kihere Pujim Provu || Prayer ||
8:21
Swapnajyoti Music
Рет қаралды 2,9 МЛН
#অসমীয়া #খ্ৰীষ্টিয় #গান
13:38
#Mising #Yalo #Channel
Рет қаралды 66 М.
Bipodor bondhu //Ranjan chutia// gospel song WHPC
7:19
Ranjan Chutia manik
Рет қаралды 30 М.
Angry Sigma Dog 🤣🤣 Aayush #momson #memes #funny #comedy
00:16
ASquare Crew
Рет қаралды 49 МЛН