অতি সুন্দৰ বাৰ্তা। অতি সুন্দৰ পদক্ষেপ। ধূলাবাসীলৈ আন্তৰিকতাৰে প্ৰণাম যাচিছোঁ। সদায় হিন্দু মুছলমান এক হৈ থাকি অসমৰ সৰ্বাংগীন বিকাশৰ বাবে আমি সকলোৱে চেষ্টা কৰা উচিত।
@A.Islam1549Ай бұрын
সুন্দর পদক্ষেপ Thanks for all
@JiarulHoque-j6nАй бұрын
❤❤❤❤good vai
@RidipKonwar-l6uАй бұрын
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো অসমবাসীয়ে এই সিদ্ধান্ত লয়,,,,
@karunamahanta86742 ай бұрын
সুন্দৰ নিদর্শন। দৰং বাসীৰ এই আদর্শ ই অনাগত দিনত অসমলৈ কঢিয়াই আনক শান্তি ৰ পৰিবেশ।ইয়াত হিন্দু মুছলমান নহয় কেৱল অসমীয়া হিচাবে গৌৰৱেৰে জীয়াই থাকিব লাগিব। জয় আই অসম।
@NorthEastIndia79192 ай бұрын
Kyo Axomiya hbo akou.... Panjab t thakile Panjabi hoi jbo nki ehot, Monipur t thakile Monipuri hoi jbo nki Bihar t thakile bihari hoi jbo nki Nagaland t Naga hoi jbo nki then Assam t thakile Axomiya hoi jbo nki!!!! Ktyao nuare
@rebasaikia74522 ай бұрын
সুন্দৰ,আজিহে মনটো ভাল লাগিছে, ৰাজনীতি আৰু দল সংগঠনে অসমখনক শেষ কৰি পলালে,প্ৰথমে সমাজনীতি,তাৰ পিছত ৰাজনীতি,বহুত দেখিলোঁ আৰু,সকলোকে ধন্যবাদ জনালোঁ
@rokibuddin3442 ай бұрын
অতি সুন্দৰ ❤ এই দৃশ্যটো দেখাৰ পিছত বহুতো ভাল লাগিছে।❤❤❤
অতি সুন্দৰ,,, শংকৰ আজানৰ দেশৰ ঐক্য অটুট থাকক। জয় আই অসম
@naayuka7772 ай бұрын
Only sankar. Azan kn moi sini npao
@allcraftdesign2 ай бұрын
tr vagr pea alp mati db
@nurhaque61162 ай бұрын
এই দৃশ্য টো চাই বহুত ভাল লাগিল। এনেকৈ আমি থাকিব বিচাৰোঁ। আমাক ক্ষমতা নালাগে কেবল আমাক পৰিশ্ৰমৰ কাম বিলাক শান্তিপূৰ্ণ ভাবে কৰিবলৈ দিয়ক। আমি সকলোৱে অসম খনক স্বৰ্গ লৈ ৰূপান্তৰিত কৰিম। জয় আই অসম।।
God , Allah , bhagawan eke hoi , mili thaka 2 a val
@ritupanmedhi63972 ай бұрын
@@minakantanath2340 খিলঞ্জীয়া খিনি ইমান গান্ধী বাদি হলে নহব, শিল ৰ উত্তৰ এটা ইটাৰে দিব লাগিব।
@bttjjjg2 ай бұрын
Apuni teneka bhabise belege teneka bhabanai kintu .judi teneka bhabise tetiya hole belege kiyo hongkiya bori ase kiyo Bangladeshi akuwali loi ase .jetiya apunar mati apunar rasniti adhikar sob kari lobo tetiya mili juli tak apuni
Mojhob Dangor Na Dekh Dangor Hudhi Sabisun Miak....kla manob dhormo kotha koiso , Bangladesh t koge ja Akhomt nkobi
@rushanburagohain68032 ай бұрын
হিন্দু,মুছলমান ভাই ভাই হৈয়ে আছে আৰু থাকিব।ৰাজনীতি মেৰপেছৰ বাবেহে বাতাবৰণ বেয়া হৈছে।আমাৰ শিৱসাগৰত বহু যুগৰ পৰাই সুদৃঢ় হৈ আছে।আহোম যুগৰ বাঘ হাজৰিকা আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ চাঙখাই ও মুছলমানেই আছিল।বেয়া কৰিছে মাথো অবৈধ হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীয়েহে।ৰাজনিতীৰ পাক চক্রত আৰু বেয়া হৈ গৈছে।ৰাইজ সজাগ হওঁতে পলম হৈছে।
@CZYROWDY2 ай бұрын
Ki dore bhai Bhai Olp Bahir r news sabo adin Axom r manuh a u bujibo Kun ehot🗿
@mukulbaruah18332 ай бұрын
CZY ROWDY toi hoisa Chur/Dakait/Bolatkari/Hotyakari/ Bhrastasari/420 Criminal. Toi10 Basor age r pora Goru khaisa. Tur Deh t rosire Gold ring t 9 ta khontrukh loi asa.
@NorthEastIndia79192 ай бұрын
Adin miya e dourai dourai pitibo Axomiya k...... Example Tripura /Mini Bangladesh
@chintuhussain41882 ай бұрын
@@NorthEastIndia7919maksudu kla kun toi re randir putak Kunao Kaku maribo nuare I am Real Hindustani Ahiasu moi Ro
@amjadulhoque83772 ай бұрын
ধুনীয়া পদক্ষেপ....
@nitulnitul3102 ай бұрын
আমি হিন্দু, মুছলমান সকলো ভাই ভাই, আহক আমি শান্তিৰ অসম গঢ়ো ,জয় আই অসম।
@naayuka7772 ай бұрын
Tur nicinar krne axom besa jb adin
@mechatronicsmanagementlead36202 ай бұрын
Do you eat beef
@theworldmystery78802 ай бұрын
Right
@AbulHussain-dl6og2 ай бұрын
@@mechatronicsmanagementlead3620gorur gwos xalehe hindu muslim ek hobo pare neki...
@aburehan822 ай бұрын
@@mechatronicsmanagementlead3620your unsocial being
Miya val nlge akdom...... Pakistani Muslim hua holeo ako ni kin2 Miya geda nhobo
@Animeshorts007552 ай бұрын
❤❤❤❤❤❤❤❤
@MizanurMijan-bt4hr2 ай бұрын
সুন্দৰ পদক্ষেপ ❤ মই অন্তৰ পৰা স্বাগতম জনাইছোঁ কেইজন জাতীয়তাবাদী নেতা মোনাফা লাভৰ বাবে কাজিয়া লগাই আছে আমি মকলোয়ে মিলা পৃতীৰে থাকিব লাগে
@Gardeningwithmeena2 ай бұрын
অতি সুন্দৰ পদক্ষেপ জয় আই অসম
@rekibuldestination80042 ай бұрын
আমিও বিচাৰোঁ হিন্দু মুছলিম একে লগ হৈ শান্তিৰ অসম গঢ়া এই সংকল্প সদায় অটুট ৰাখে যেন কিয়নো আমি আজি ইমান বছৰ ধৰি একেখন গাওঁত প্ৰায় ৭০০ঘৰ মানু্হ আছে যত নেকি গাঁও খনৰ নাম হুছেইন চুবুৰী হিন্দু মুছলিম ভাই ভাইৰ দৰেই মিলাপ্ৰিতিৰে বসবাস কৰি আহিছোঁ আমাক সদায় এনেদৰে মিলাপ্ৰিতিৰ মাজেৰে চলিবলৈ শক্তি দিয়ক নেদেখাজনে....চিৰ চেনেহী মোৰ ভাষা জননী জয় আই অসম
@lailybegum50672 ай бұрын
অসম আকৌ উন্নতিৰ পথত🙏জয় আই অসম বোল🙏🙏
@EffiNawab2 ай бұрын
অতি সুন্দৰ ।আমাৰ শিৱসাগৰত দ'লমুখত একেলগে শিৱদ'ল আৰু বৃট্ৰিছ যুগৰ মচজিদ একেলগে আজিও আছে ।
@KayomAli-r6i2 ай бұрын
আমাৰ ঘৰৰ ওচৰতে বহুত মুচলমান মানুহৰ গাওঁ আছে ককা আইতাৰ দিনৰ পৰাই দেখি আহিছো কেতিয়াও হিন্দু মুছলমানৰ কাজিয়া লগা দেখা নাই সৰুৰে পৰা দেখি আহিছো হিন্দু মুছলমানৰ মাজত বহুত এটা মিলা প্ৰিতি আছে হিন্দু কোন মুছলমান কোন ধৰিব নোৱাৰিব সৰুতে খেলি খেলি ভাগৰ লাগিলে পানীৰ পিয়াহ লাগিলে মুচলমানৰ ঘৰত গৈ পানী খাই আহিছিলো কল খাইছিলো খেজুৰ খাইছিলো লগৰ বান্ধবী কেইজনীও মুছলমান আছিল এদিন সিহঁতক লগ নাপালে পিছ দিনা সিহঁতৰ ঘৰত গৈ ওলাইছিলো আমাৰ মাজত কিমান যে মৰম আছিল কোনোবাই কিবা খোৱা দেখিলে শুধিছিলো কি খাইছা যদি কোৱা নাই মাটিত বগৰাই লৈ মুখৰ পৰা কাঢ়ি আনি খাইছিলো। আমাৰ লগৰ ছোৱালী বোৰ গোটেই কেইজনী মুচলমান আছিল সিহতে একো বস্তু শান্তিত খাব পৰা নাছিল আমি গোটেই কেইজনী হিন্দু ছোৱালীয়ে লগ হয় কাঢ়ি আনি খাইছিলো মাটিত বগৰাই লৈছিলো আমাৰ মাজত হিন্দু মুছলমানৰ কথা মনত আহা নাছিল আমি তেতিয়া বহুত সৰু আছিলো আমি বুজি পোৱা নাছিলো হিন্দু মানে কি মুচলমান মানে কি।
@@JahangirHussain-rp2os আমাৰ ঘৰৰ ওচৰত বহুত মুছলমানৰ ঘৰ আছে আমি সৰুৰে পৰা দেখি আহিছো বহুত মিলা প্ৰিতি আগতেও আছিল এতিয়াও আছে ককা আইতাৰ দিনৰ পৰাই দেখি আহিছো বাৰিষা ভুই ৰোৱা সময়ত মুচলমান মানুহ সকলে সহায় কৰি দিয়ে আহি আমাৰ মানুহ খিনিয়ে গৈ তেওঁলোকক সহায় কৰি দিয়ে পথাৰত আমাৰ হিন্দু মানুহ সকলে কাম কৰি থাকিলে তেওঁলোকে চাহ আনি দিয়ে বহুত এটা মিলা প্ৰিতি কোনো দিন কাজিয়া লগা দেখা নাপালো । আমাৰ হিন্দু মানুহ মাৰা গলে মুচলমান মানুহ খিনিয়ে খবৰ লব আহে তেওঁলোকৰ মানুহ মৰিলে আমি কবৰ লব যাওঁ। মোৰ দেউতা মাৰা যাওতে গোটেই খিনি মুচলমান মানুহ আহিছিল খবৰ লবলৈ। আমাৰ ঘৰৰ ওচৰত এখন সাপ্তাহিক বজাৰ হয় তাতে হিন্দু মুছলমান সকলোৱে মিলি বজাৰ কৰে। সৰুৰে পৰা মুচলমান ল'ৰা ছোৱালীৰ লগত খেলা ধুলা কৰি ডাঙৰ হৈছো। দুৰ্গা পূজাৰ সময়ত মুচলমান মানুহ খিনি আহে পুজা চাবলৈ । আমাৰ দুৰ্গা পূজা আহিলে মোৰ মুচলমান বন্ধু বান্ধৱী সকলোৱে পুজা বুলি কাপোৰ কিনে। মুচলমানৰ ঈদ আহিলে আমি কাপোৰ কিনো। বহুত এটা মিলা প্ৰিতি আগতেও আছিল এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব।ককা আইতা আজু ককাৰ দিনৰ পৰাই বহুত মিলা প্ৰিতি আছে।
@bhuyantechnical13542 ай бұрын
আমাৰ ইয়াতো মিলাপ্ৰীতিত আছোঁ হিন্দু মুছলমান।
@ZakirHussain-lk1zi2 ай бұрын
Hoi ekdom hisa kotha koise moi ek muslim lora moi army kaam koro mur logot hindu loro ase 14 bosor dori ake loge sakori asu ejone anjonok nijor bhai t koi besi morom koru jetiya suti aho train t axom pale kiman j xanti pau hetu bhaxare kobo nuwaro I love assam joy Aai Axom
আপোনালোকৰ উদ্দেশ্য সফল হোৱাৰ কামনা কৰিলো। সকলোকে এটা কথা ভাবিবব বাবে আহ্বান জনালোঁ যে অবৈধ অনুপ্ৰবেশকাৰী ক ঠাই নিদিয়ে যেন।
@sofikulislam75332 ай бұрын
ধন্যবাদ, সকলোৱে সাহসৰে ওলাই আহিব লাগে, মানুহে জন্মৰ সমায়ত কোনো ধৰ্ম লৈ জন্ম গ্ৰহণ নকৰে ।মৃত্যুৰ পিছত এটা ৰাস্তাত সকলোৱে যাব লাগিব ।পৃথিৱী ক্ষন্তেকীয়া।সিংহা কৰি লাভ নাই ।ৰাজনীতিৰ মেৰপেচত পৰি যি তি কব নালাগে ।ধন্যবাদ
@protimadutta28902 ай бұрын
ৰাইজ এক হৈ থাকক ৰাজনীতিৰ মেৰপাচত নোখোমাব----জয় আই অসম ।
@mukulbaruah18332 ай бұрын
Safikul islam. Apuni thik koise. Manuhei sab niom bonaise. Prakitate Duniat kunu uparwala Allah/God/Iswar nai. Iswar/Allah/Hod aajiloike ata makhi janma dia nai aru mara u nai. Dharma adim manuhr rajnity. Dharmai manuh k vag vag kore. Manabota manuhr mul bisar hua usit.
@ShaharAliAhmed-xz8rb2 ай бұрын
অতি জনপ্ৰিয় আহ্বান এয়া এক উপযুক্ত উপহাৰ দিছে দৰঙ বাশীয়ে ইয়াৰ পৰা গোটেই অসম বাসী এক নতুন ধাৰাৰ অসম ৰচনা কৰিম বুলি মই অনুৰোধ জনালোঁ
@upendas76402 ай бұрын
হিন্দু মুছলিমৰ নাই য'ত ভেদ সাম্প্ৰদায়িকতাৰ ঠাই নাই তাত , হিন্দু মুছলিমৰ একতাই অসমৰ জয় । জয় আই অসম 🎉
@bimansaikia43052 ай бұрын
আমি হিন্দু, মুছলিম,খিষ্টতান,যিমান জাতি আছে সকলো ভাই ভাই খালী বাংলা দেশী হিন্দু হওক বা মুছলিম হওক ভাৰতৰ পৰা খেদিব লাগে ।লগে লগে কোনো ভাৰতীয় যাতে দুটাতকে অধিক সন্তান জন্ম দিব নোৱৰা এখন আইন কৰিব লাগে।
@muzahidulislam19942 ай бұрын
Right
@dipakbaruah89872 ай бұрын
ওপৰৱালাই শুনিলে, প্ৰভূ সকলোকে পথ দেখুৱায় যেন। 🙏🙏🙏🙏
@anowarhussain24732 ай бұрын
🙏🙏🙏
@dolleducationassam37322 ай бұрын
ঈশ্বৰে সকলোকে সঠিক জ্ঞান দান কৰে যেন।
@beautifullifejourney28liza2 ай бұрын
🙏🙏🙏🙏
@mukulbaruah18332 ай бұрын
Dipak Baruah Brahmand t kunu Oisarik sakti sureeme power Iswar/Allah/God nai. Dharma adim manuhr rajnity. Dharmsi manuhr majot bived sristy kare. Manuhe bonua kunu ata nirdista Dharma t ajon Oisarik saktik biswakh kariboloi badhya. Dharmat likhi thua kitap bilak t bhool thakile u tak asthar nam t sakumudi maniba lage. kunu pratibad kariba nuare. kintu ajon nastik a uparwalak biswakh nakore aru Dharma t thaka bhool bilak pratibad kore.
@dipakbaruah89872 ай бұрын
@@mukulbaruah1833 bjp it cell ৰ member হিচাপে কথাখিনি বেলেগকৈ কলা দেখুন ।
@tanugogoi13052 ай бұрын
অতি সুন্দৰ পদক্ষেপ , এই বাৰ্তা সৰ্বতে বিয়পি পৰক আৰু শান্তি-সম্প্ৰীতিৰে অসমখনক সকলো দিশতে আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিব লাগে
@dimpigogoi69732 ай бұрын
অতি সুন্দৰ প্ৰদক্ষেপ ধুলাবাসি ৰাইজ সদায় আদৰ্শ হৈ ৰওঁক
গৰু খুৱা ধৰ্ম আৰু হিন্দু ধৰ্ম এটা মুদ্ৰাৰ এপিঠি হিপিঠি
@NurulIslam-rd4yb2 ай бұрын
Hei morkha@@dutta6224
@ansarulalom49342 ай бұрын
অতি সুন্দৰ পদক্ষেপ...!!! সমগ্ৰ অসমবাসীয়ে এই পদক্ষেপ গ্ৰহণ কৰা উচিত
@RejekAli-ux7gj2 ай бұрын
এতিয়া হে অসম উন্নয়নৰ দিশত যাব । ❤❤
@JakirHussain-z6z2 ай бұрын
আজি চৰকাৰে এনেধৰনৰ পদক্ষেপ লব লাগিছিল চৰকাৰৃ শান্তিৰ পৰিবৰ্তে অশান্তিৰ পথহে সৃষ্টি কৰি আছে
@MidulBoruah-l5y2 ай бұрын
হিন্দু মুছলমান ভাই ভাই অতি সুন্দৰ বাৰ্তা অসমবাসীলৈ ।
@pranjalkaman90832 ай бұрын
অতি সুন্দৰ সিদ্ধান্ত, ধন্যবাদ জনাইছোঁ।
@sofikulislam75332 ай бұрын
সচা কথা ,এতিয়াও হিন্দু মুছলিম গাওত সুন্দৰকৈ মিলিজুলি আছে, একেলগে বিজনিজ কৰি আছে, ইজনে সিজনৰ ঘৰত খোৱা লোৱা কৰিছে,কিন্তু কিছুমান লোকে মেডিয়াৰ যোগেদি এনে কথা কয় ,সেই কথা কোৱাৰ বাবে সি ঠিকা লৈছে।
@MusharafHussain-du4eb2 ай бұрын
Umm mur logor sob hindu বড়ো christain garo amar eid hole sobei ahe amr gorot ba moiu ketiyaba jw puja ba bihu hole ❤❤❤
@naayuka7772 ай бұрын
Bangladesh t kntu kunu mila priti ni. Pakistan t hindu xekh e hl .
@naayuka7772 ай бұрын
@@MusharafHussain-du4eb ami bl bli kou goriyak😂
@jahanggiralomofficial74092 ай бұрын
Bodhiya igse
@NEKSCNEKSC2 ай бұрын
Hindu Muslim eku nai sob hagura hoi... hagura besi bahi goise mane population.... hei 3rd world War hobo lage olop nohoi bohut moribo lagibo .... kintu Nuclear hole sob ses....😢
@surendrasurendra61632 ай бұрын
অতি সুন্দৰ পদক্ষেপ, জয় আই অসম।
@monuwarabegam57082 ай бұрын
দৰঙ বাখিৰ শুভেচ্ছা থাকিল ধন্যবাদ জয় আই অসম
@NilChand-m1d2 ай бұрын
Jai shree ram
@nayankumarpawe26712 ай бұрын
অতি সুন্দৰ বাৰ্তা এই বাৰ্তা গোটেই অসম বাসী ৰাইজ গ্ৰহণ কৰে যেন।
@digennath4972 ай бұрын
ভাল কথা ধন্যবাদ ৰাইজ আপোনালোকৰ দৰে সকলোৰে এনে কাম কৰক
@salahuddin_ayyubi-w5r2 ай бұрын
আমিও নিবিচাৰোঁ যে কোনো বাহিৰা দেশৰ মানুহে আমাৰ দেশত সোমাই আমাৰ মাজৰ ভাতৃত্তৱদ বেয়া কৰক, সকলোৱে যাতে মিলা-প্ৰীতিৰে থাকিব পাৰোঁ তাৰে কামনা কৰিলোঁ,,,জয় আই অসম🇮🇳
@Miftahul.4992 ай бұрын
Very good decision anekuakai all districot hole Assam শান্তিপূৰ্ণ হব জয় আই অসম ❤❤❤❤❤❤❤
@nurislam78372 ай бұрын
It's really a good sign for the development of Assam. We request other linguistics minorities also to love Assamese language so long they have decided to stay in greater Assam and let us come forward for the greater Assam. We are to reject such political parties who are engaged and indulge in nasty communal politics among different caste and creeds. Joy Aye Assam.
@hemantasarma76312 ай бұрын
হিন্দু মুছলমান কেতিয়াও দৰঙৰ সমস্যা নহয় বাংলাদেশী সমস্যাৰ সমাধান হব লাগে। কোনোই স্থান দিব নালাগিব। জয় আই অসম ✊
@joibickrishi8165Ай бұрын
Bangladeshik Koneo Somorthon No Kore
@CRAZYNOOByt-oi3or2 ай бұрын
ধন্যবাদ এয়া হৈছে আচল মানুহৰ ধৰ্ম।
@fulchanali41352 ай бұрын
এই শিক্ষা গোটেই অসমবাসীয়ে গ্ৰহণ কৰক,জয় আই অসম
@AbdusSalam-e6p2 ай бұрын
অসমীয়া ভাষা, সাহিত্য সংস্কৃতিৰ প্ৰতি সন্মান জনাই আমি অসমৰ প্ৰতিটো জনগোষ্ঠীৰে মাজত মিলা প্ৰীতিৰ বাৰ্তা বিশ্বদৰবাৰত ধৰ্ম নহয় কৰ্মৰ মাজেৰে উপস্থাপন কৰিম। জয় আই অসম।
@mahimuddinlaskar49392 ай бұрын
জয় অসম বাসীর জয় জয় মানব জাতির জয় আজির এই সঙ্কল্প যাত্রা মানব জাতির জন্য অত্যন্ত গুরুত্বপূর্ণ উপকারী সিদ্বান্ত। আমরা অসমের মানুষ হিসেবে সকলেই মিলে মিশে শান্তিতে বসবাস করতেই হবে। ছেলে মেয়ে প্রত্যেকের আছেন ছাত্র ছাত্রী প্রত্যেকের ঘরে আছেন ওদের ভবিষ্যতের দিকেই চেয়ে স্থায়ীভাবে শান্তিতে বসবাস করতেই হবে। ধর্ম প্রত্যেকের নীজস্ব ইচ্ছামতো সংবিধান অনুযায়ী পালন করতে হবে। সকলেই সকলের সঙ্গে মিলেমিশে সম্প্রীতির বার্তা বহনে সহায়তা করবে।
@shivamsarmah61742 ай бұрын
ভাৰতৰ ভিতৰত অসমে কিজানি এখন ৰাজ্য।যত যুগ যুগ ধৰি হিন্দু মুছলমানে একেলগে বসবাস কৰি আহিছোঁ।কিন্তু সাম্প্ৰতি কিছু কিছু কাৰনত দুয়োটা ধৰ্মৰ মানুহে অলপ সজাগ হবৰ হল।কাৰন ৰাজনীতি আৰু ধমীয় উনমাদনাই কোনোবা খিনি ত বেয়া কৈ আঘাট কৰিব আৰম্ভ কৰিছে।সেয়ে হে ধুলাবাসী ৰাইজ সচাকৈ এনে এটা দিশত আগবাঢ়ি অহা বাবে ধন্যবাদ জনালোঁ।
@Drparaag32252 ай бұрын
জগত গুৰু শঙ্কৰদেৱে কৈছিল ঃ এক জাতি মানৱ জাতি । এক ধৰ্ম মানৱ ধৰ্ম ।
@AndulMannafMazumder-wx7mi2 ай бұрын
@@Drparaag3225 Right brother ❤️❤️❤️
@abdulmozidmiah11412 ай бұрын
ভাল কথ ❤ অতি সুন্দৰ প্ৰদৰ্শন ধন্যবাদ।
@debakantasaikia19372 ай бұрын
সুন্দৰ সুন্দৰ সুন্দৰ । আমি কোন কিমান দিন জীয়াই থাকিম নহয় জানো ? ?
@MuksedulAlam2 ай бұрын
Wow, really sounds great. Assam zindabad, India zindabad 🇮🇳🇮🇳🇮🇳
@DPffx2 ай бұрын
ৰাম ৰহিম একে ভাই❤❤,,, সুন্দৰ নিদৰ্শন
@dutta62242 ай бұрын
গৰু খুৱা ধৰ্ম আৰু হিন্দু ধৰ্ম এটা মুদ্ৰাৰ এপিঠি হিপিঠি
হিন্দু মুছলমান কেতিয়াও সমস্যা নহয় অসমত। অসমত সমস্যা আছে যদি সেইটো অবৈধ বাংলাদেশীৰ । তাত হিন্দু মুছলমান,বৌদ্ধ, খৰীষ্টান, জৈন ৰ কথা নাই। অবৈধ বাংলাদেশী মুক্ত হব লাগে। অসম অসমীয়াৰ।
@nurulhassan57892 ай бұрын
Kiman ? 40 bosor par hol ! Ki hol ? Parile ...
@jeshminamullick1732 ай бұрын
Need to secure the border first till now no government can solve 😢
@alimshortfun23432 ай бұрын
Hoy thikei koise apuni 👍
@solemansikdar79472 ай бұрын
Right 👍
@maniknath86612 ай бұрын
Right .bangladeshi ye to main kaalprit
@babuldas43412 ай бұрын
বহুত ভাল কথা, সুবিধা পালে সুযোগ লয় কিছুমানে মানুহে,
@UpenNath-i9b2 ай бұрын
আমি সৰুতেই নিলা শিয়ালৰ সাধুকথা পঢ়ি থোৱা আছে।
@MofizurHussain2 ай бұрын
Toi tu ata Tezpiha haap hoi.
@Priyangshu_nath___62 ай бұрын
@@MofizurHussain blr bhai bhai hom ami hindu hindu a ketiyau Miya lgt Bhai Bhai hbo nuwaru jaii aii axom ✊
@ARMAANRAHMAN-gy7iv2 ай бұрын
Bohut bhal lagil
@ABHILASHRay-u1b2 ай бұрын
ভাল কথা, কিন্তুু মুছলমানে কেৱল কথা দিয়ক হিন্দু ছোৱালীক বেয়া কাম নকৰা আৰু পলুৱাই নিয়া বন্ধ কৰক
@Rajumix442 ай бұрын
হিন্দু সকলে কৰা বেয়া কাম বোৰৰ কথা কোনে কব
@AklimaParbin-lt1gj2 ай бұрын
Muslim lorai ketiyau hindu suyalik jur kori loi najai suyalik bilake nije nije ahe muslim lorar logot become ami dekhu muslim lorar hodai suyalik r val bebhar kore hei dekhi kisuman val hindu suyaliye nije nije muslim lorak propose kore . But amar muslim suyalik bilake muslim lorako first ot propose noyare becouse amar laj ase . ❤❤❤ Amar mote jar laj nai hi ji mon heyai kore . Akei bole islam❤❤❤
Very Heartwarming news. Thanks to each and every of resident of Dhula.❤❤❤❤
@ARMAANRAHMAN-gy7iv2 ай бұрын
Bohut bhal kotha
@deepjyotigogoi25692 ай бұрын
কেতিয়াও হব নোৱাৰে ভাই ভাই ।। পুজা কৰা আৰু খোৱা কেনেকৈ ভাই হব
@MofizurHussain2 ай бұрын
Tur murot maal ase nai.toi namaz poho niki.moi mondirot puja koru niki.gotike tur dhormo tur ,mur dhormo mur.taake bujile bujibi.nohole Ata aaborjona hoi jiyai thak.
@aktaralialiaktar85062 ай бұрын
Right 👍
@msdream22942 ай бұрын
O dada apuni blg kotha mote kio sole he brain bula bostu tu ase ne ni apuni nije buji vabi guni solibo ata xokti ase xei2 hol brain so nije vbi he nijor mote solok brain wash hoi kotha nokobo
@Priyangshu_nath___62 ай бұрын
Right
@rubellaskar97592 ай бұрын
Please share to all Hindus and muslims
@ashaasma-wk8tn2 ай бұрын
পাকিস্তান বাংলাদেশত মিলা প্ৰীতি দেখুৱালৈ আহ্বান জনাওক। কিয়নো সংখ্যা গুৰু হলেই ভাই ভাই শেষ । যেনে বাংলাদেশ আৰু পাকিস্তান।
@moinulhoque17712 ай бұрын
অতি সুন্দৰ পদক্ষেপ হিন্দু মুছলিম ভাই ভাই ❤❤❤
@kukilgogoi74222 ай бұрын
Very Very Good.
@AbudulaAli2 ай бұрын
ধুলা বাসীক কেনেকৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম মোৰ ভাষা নাই । কিন্ত্ত তাৰ ভিতৰত যথেষ্ট অপশক্তিৰ প্ৰভাৱ থাকিবই। আশা যে অসমবাসী ৰাইজে তালৈ যথেষ্ট সতৰ্ক থাকিবই লাগিব।