No video

Ojaantric || Assamese Podcast ft.

  Рет қаралды 118,187

Oasis Motion Films

Oasis Motion Films

Күн бұрын

Alakesh Dutta's KZbin channel : • High Tatras Rain (Engl...
Our Second channel:
Oasis Talukdar : www.youtube.co....
Udayan Duarah : www.youtube.co....
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
Our contact number : 7002428586
#ojaantric
#assamesepodcast
#AlakeshDutta

Пікірлер: 1 200
@OasisMotionFilms
@OasisMotionFilms Жыл бұрын
Please share this episode among your friends. Its a humble request to ojaantric family. This man needs our love and respect.🙏
@majonikalita2346
@majonikalita2346 Жыл бұрын
Hollywood singer a asomiya gaan gai thka nisina lagise .. it's unbelievable..
@SandipGhy
@SandipGhy Жыл бұрын
Gaan bur teor channel tut napalu. Still subscribe korisu n will definitely share this episode. Thank you for introducing this Gem to us. Reels tu moi nobonau but we will definitely listen and support. Kudos to this Rockstar.
@riturajrajgogoi4635
@riturajrajgogoi4635 Жыл бұрын
Anurag saikia k matibo
@zonakmahanta
@zonakmahanta Жыл бұрын
Big fan of him since his early days when he used to play with Mrinal Rabha... Also request you to invite Mr. Anirudha Barua, one of the greatest guitarists and music directors of Assam...
@FUNNYVIDEOS-gn8ex
@FUNNYVIDEOS-gn8ex Жыл бұрын
Yes plzz everyone support him
@Bhaskarjyotidas99
@Bhaskarjyotidas99 Жыл бұрын
Playlist.. 19:25 ...অকৰা অৰণ্য . 31:10 ... হেৰুৱায় এই পৃথিৱী . 52:12 ...উকা উকা মোৰ চহৰ . 1:05:15 ... মাথোঁ তেজ বিয়পি ৰয় . 🙏😊
@sapundeka3
@sapundeka3 Жыл бұрын
Raj pothedi jetia Roja jai
@deeprock3080
@deeprock3080 Жыл бұрын
kzbin.info/www/bejne/fYaqnZ6tf9F-oaM rajpothdi jetya roja jai tamam
@borneelarpan1339
@borneelarpan1339 Жыл бұрын
ৰাজ পথেদি যেতিয়া ৰজা যায় শুনিব নাপাহৰিব। এই গান টোৰ পৰাই তেওঁৰ গান মোৰ প্ৰিয়।
@Bhaskarjyotidas99
@Bhaskarjyotidas99 Жыл бұрын
হয়👍। ১০-১১ বছৰ মান হʼল গানটো শুনি থকা😊 মোৰ খুব প্ৰিয় তেখেতৰ গীতবোৰ।
@nurulhaquechaudhury1019
@nurulhaquechaudhury1019 Жыл бұрын
Thank you 💕
@dannydplaysguitar
@dannydplaysguitar Жыл бұрын
Thank you Alakesh for presenting Slovakia to your people 🙏
@m.d.3246
@m.d.3246 Жыл бұрын
প্ৰিয় অনুষ্ঠান। কিন্তু আজি এটা কথা নকৈ নোৱাৰিলো। অনুগ্রহ কৰি আপোনালোকে আমন্ত্রিত ব্যক্তি জনক কি কি প্ৰশ্ন সোধা যাব সেইটো আগতীয়াকৈ থিৰাং কৰি ল'ব। আজিৰ খন্ডটিত সচাঁকৈ নিৰাশ হ'লো। ইমান দীঘলীয়া কৰা সত্বেও বিশেষ একোৱেই নুসুধিলেচোন।তেখেতৰ গান কেইটাই হাড়-হিমজু কঁপাই গ'ল।কিন্তু তেখেতৰ শৈশৱ, কৰ্মৰাজি, বৰ্তমান কি কৰি আছে, ভৱিষ্যত পৰিকল্পনা কি, দুখন দেশৰ সংগীত জগতৰ লগত জড়িত হৈ কেনেকুৱা কেনেকুৱা অভিজ্ঞতা আহৰণ কৰিছে, এনেধৰণৰ কথাবোৰ জানিবৰ মন আছিল। পিছে একোৱেই নহ'ল আৰু। অযান্ত্রিকৰ এগৰাকী সচাঁ অনুৰাগী হিচাপে কথাখিনি ক'লো। নিগেটিভ ভাৱে নল'ব। কথাখিনি মনত ৰাখিলে ভাল পাম।
@parineetaskitchen9383
@parineetaskitchen9383 4 ай бұрын
খুব ভাল লাগিল। এজন সঁচা শিল্পী। অদ্বিতীয়। এজন শুদ্ধ কবি । এজন সুৰকাৰ। অসমত এনে এজন গভীৰ শিল্পীৰ প্ৰয়োজন আছে। ব্যতিক্ৰমী ব্যক্তিত্ব। শুভকামনা যাচিলোঁ।
@dhrubajyotideka7565
@dhrubajyotideka7565 Жыл бұрын
The best thing about Alakesh is that he does not do music as a profession. He is a responsible artist and has been doing his bit towards creating good art, unlike most other musicians who are making content in the name of art. Alakesh is not in a race, he will make art in his own pace, taking his time unlike releasing multiple million view worthy shit in a single calendar year so as to be able to be recommended by algorithms. These people are not artists, nor what they do is art. Alakesh is an artist and he has always been very sincere towards what he does. I am not bragging here, I have been following his music since 2014. Only a handful of his songs have seen KZbin. I am happy that he does not have to depend on music to financially sustain him, otherwise the kind of people we been seeing in the scene these days, making reels, doing bts videos, which in turn has done nothing else but brought down the quality of what is being created. One song a year or even in two three years is okay @AlakeshDutta. Belege nuxunileu, youtube algorithme recommend nokorileu, bhaal sristir xuwaad lobo jona maanuhor okaal hua nai.
@Thorn666able
@Thorn666able Жыл бұрын
💯 exactly ❤
@the_sanity_5658
@the_sanity_5658 Жыл бұрын
Moja kotha koisa
@ThisTravelCompany
@ThisTravelCompany 7 ай бұрын
Hosting tu bor eta bhaal nalagil khaali. Too casual for someone like Alakesh. Bihu singer or karone theeke aase.
@leonatalukdarpoetics6019
@leonatalukdarpoetics6019 11 ай бұрын
He is such a simple, honest, innocent and down-to-earth being.. An artist in the truest term of the term who is not hungry for glamour.. Asomi aai is blessed to have such a son.. Lots of love and respect.
@banashreemahanta2995
@banashreemahanta2995 Жыл бұрын
দেখি থকা শুনি থকাৰ ভিতৰতো হয়তো কিছু মানুহ থাকে । যাক অলপ জানিবলৈ, বুজিবলৈ, আৰু শুনিবলৈ মন যায় । এখন তালিকা থাকে । সেই তালিকাৰ অন্যতম এজন অলকেশ দত্ত । যাৰ কণ্ঠই মোক জোকাৰি দিছিল যোৱা এবছৰে । শুনি থকা গীতটি শেষ হব নিদিও আকৌ আৰম্ভ কৰো বাৰে বাৰে । এনেকৈ কিমান হব কোনো হিচাপ ৰখা নাই । । চিনাকী নামটো দেখি লগে লগেই অনুষ্ঠানটি চাবলৈ বহি ল'লো । কথাবোৰ,গীতবোৰ শুনি থাকিলো নিৰৱে । প্ৰায় এঘণ্টা সময় গুছি গ'ল আৰু অকণো গমেই নাপালো । সংগীতক মনে প্ৰাণে ভালপোৱা, আপোন গীটাৰখনক অনবৰত লগত ৰাখি ভালপোৱা এই মানুহজনক জানিবলৈ, পঢ়িবলৈ এতিয়াও বহু বাকী । অনুষ্ঠানটি উপভোগ কৰি মই খুবেই সুখী । ধন্যবাদ অযান্ত্ৰিক ।
@akashgogoi2005
@akashgogoi2005 2 ай бұрын
Beleg ganbur Ebar hunile mur ketiyau bhal loga nasile, prai 2-3 bar ke hunile bhal lage... Kintu Dada, Moi *Heruwaye Prithibi* gantu ebar huniye Pogola hoi golu, 3rd time huni Kandi😢 dilu, automatic sokur👀 pora pani ulai gol... Ki janu hoi gol, eneke lagisil je hosake beleg *Planet* pai golu neki!!!💗
@pinakisvlog7065
@pinakisvlog7065 Жыл бұрын
Unbelievable talent.. ভবা নাছিলো অসমীয়া গায়ক এজনৰ এনেকুৱা ধৰণৰ Europian music ৰ feel থকা গান আছে বুলি। Thank u Ojantric ❤️
@aestheticassam899
@aestheticassam899 Жыл бұрын
ভবা নাছিলোঁ আমাৰ অসমত ও যে এনেকুৱা Level r singer asa💚❤️ Love u ojantric ❤️💚
@rangmandas
@rangmandas Жыл бұрын
এঘণ্টা ১০ মিনিট কেনেকৈ পাৰ হৈছে ক’বই নোৱাৰিলো। অভিভূত হৈ পৰিলো। ইমান কলাত্মক কথাবোৰ। উদয়নৰ কথাবতৰাবোৰৰ বাহিৰে আটাইখিনি খুব ভাল লাগিল।
@ritikaray2149
@ritikaray2149 Жыл бұрын
মাটিৰ মানুহ ....ইমান সহজ- সৰল..... ধন্যবাদ এনে এগৰাকী মহান ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়া বাবে ♥️🙏
@deepjyotiroy7513
@deepjyotiroy7513 Жыл бұрын
মানুহজনৰ কল্পনা শক্তি সঁচাকৈ অসীম, তাৰেই সৃষ্টি তেওঁ নিজেই 🔥
@palmusic3437
@palmusic3437 Жыл бұрын
বৰ ভাল লাগিল দেই তোমাৰ গান শুনি, গোৱালপাৰা কলেজত তোমাৰ লগত মই গীতাৰ বজোৱা সেই পুৰনি দিনটোলৈ মনত পৰি গ'ল, আৰু আগুৱাই যোৱা..👍👍
@akashgogoi2005
@akashgogoi2005 2 ай бұрын
Wow❤ Dada💗💗💗
@jitpoemstories3092
@jitpoemstories3092 Жыл бұрын
Imagine i am dying without listening Alakesh Dutta. What a Brilliant Artist he is. Thank you Ojaantric.
@dipanjaligogoi8851
@dipanjaligogoi8851 Жыл бұрын
অনন্য মাদকতাৰে পূৰ্ণ তেখেতৰ গীতবোৰ। সপোন সপোন যেন লগা ভাৱনাত ডুবগৈ আছিলোঁ। তেখেতৰ গীতবোৰে অধিক জনপ্ৰিয়তা অৰ্জন কৰক তাৰেই কামনা কৰিলোঁ। ধন্যবাদ অযান্ত্ৰিক...🌹🌹
@udixaikia2382
@udixaikia2382 Жыл бұрын
I didn't think an Assamese singer had such a Europian music feel. ❤️🥲
@Cricket_Sena10
@Cricket_Sena10 Жыл бұрын
Udy looked irritated in this fantastic episode...this is one of the best episodes from ojaantric....why Mr Udy looked irritated and ignorant in this episode??
@bhaskarsarmah2284
@bhaskarsarmah2284 2 ай бұрын
Chapri type hoi eidaal....ustadi daal
@jenbora436
@jenbora436 2 ай бұрын
Actor no acting njai tar... Music ki baal bujibo
@rupjyotigogoi8916
@rupjyotigogoi8916 Күн бұрын
I think he was high during the podcast....
@pranpratim6487
@pranpratim6487 2 сағат бұрын
Ustadi
@priyankadutta7247
@priyankadutta7247 Жыл бұрын
মনৰ অৱসাদ দূৰ কৰি আত্মাক সতেজ কৰিব পৰা শব্দৰ মালা৷ব্যতিক্ৰমী গায়কৰ সুৰ আৰু শব্দৰ ব্যতিক্ৰমী খেলা❤️ ভাল লাগিল৷
@geetanajalihazarika4225
@geetanajalihazarika4225 Жыл бұрын
এইযে 'লাইক'টো কৰিছোঁ, কেৱল অলকেশ দত্তৰ কাৰণে। কোনে ক'লে আপোনালোকক তেওঁক মানুহে নুশুনে বুলি? আপোনালোকক ধন্যবাদ জনাইছোঁ তেওঁক নিমন্ত্রণ কৰি অনাৰ বাবে। কিন্তু " লাইভত ইমান আশা কৰা নাছিলোঁ" বুলি কৈ, তেওঁৰ গানবোৰৰ ৰীলচ বনাবলৈ কৈ শিল্পী সত্ত্বাটোক মাৰি পেলাইছে। তেওঁৰ গীতবোৰ নিজেই এখন এখন সাহিত্য। তেনেস্থলত চাবস্ক্ৰাইবাৰচ, ফ'ল'ৱাৰচৰ সস্তীয়া লালসাবোৰ কিয় দিছে আপোনালোকে? মই ভাৱোঁ শিল্পী বা ব্যক্তি বিশেষে আপোনালোকে ভাষাবোৰ অলপ উন্নত কৰক🙏
@zerobudgetfilms4508
@zerobudgetfilms4508 Жыл бұрын
একমত অলকেশ দাৰ গীতবোৰ নিজেই এখন সাহিত্য।। কাষৰ পৰায়ে পাইছো অলকেশ দাক।।
@rupjyotisaikiagogoi2600
@rupjyotisaikiagogoi2600 Жыл бұрын
মূল্য বুজা মানুহ আছে,তেওঁক আপোনালোকে চাগে' দেৰিকে পালে!যি কি নহওক আপোনালোকৰ জড়িয়তে আন বহুতে জানিব!অভিনন্দন শিল্পী !
@girin9388
@girin9388 Жыл бұрын
Alakesh Dutta + Dritriman Deori + Arup Jyoti Baruah = Next Gen. Assamese Music, Need a collab ..
@ArnabJyotiArya
@ArnabJyotiArya Жыл бұрын
+ Raaj Jyoti Konwar
@bhaskarsarmah2284
@bhaskarsarmah2284 4 ай бұрын
His personality is non comparable
@ashimflute1916
@ashimflute1916 3 ай бұрын
Prandeep das
@alwaysadreamad5655
@alwaysadreamad5655 Жыл бұрын
সচাকৈ ভাল লাগিল। ইমান বেলেগ ধৰণৰ সুৰ শৈলীৰ প্ৰতিভা। সচাকৈয়ে আল্পোত হলোঁ । তেওঁৰ অনুভৱ বুৰ বৰ সুকিয়া। সচাকৈয়ে সুন্দৰ প্ৰতিভা।
@rakshitbora9552
@rakshitbora9552 Жыл бұрын
Became his fan when i first heard the song " Rajpothedi Jetia Roja Jai" in late 2011.. Love the person, the voice, and his pure love towards music ❤️
@Anityam1
@Anityam1 Жыл бұрын
Hi5 bro to Rajpothedi Jetiya Roja that songs actually introduce this gem to the rest of the community. I remember he and his band sang it infront of the the great Baharul Islam Sir probably in Rabindra Bhawan
@rakshitbora9552
@rakshitbora9552 Жыл бұрын
🤚🏻🤚🏻🤚🏻 True brother.
@kalpadevgogoi9357
@kalpadevgogoi9357 10 ай бұрын
মই interview টো দেৰিকৈ চাইছোঁ কিন্তু মই আলকেশ দাৰ গান শুনিছোঁ বহুত আগৰপৰাই। উজনি অসমৰ বুলি ভাবিছিলো তেওঁক, কিন্তু গোৱালপাৰাৰ বুলি ভবা নাছিলোঁ। মই এতিয়া গোৱাল পাৰাতে থাকোঁ। গোৱালপাৰা, দুধনৈ, দামৰা শুনিছোঁ। উলিয়াই আনিব লাগে তেওঁক 🙏
@barbeeboruah2572
@barbeeboruah2572 Жыл бұрын
মই নিৰৱে প্ৰেমত পৰা মানুহটো ....this whole session is such a gift❤️ thankyou
@mandeepmusical
@mandeepmusical 5 ай бұрын
মাজে মাজে podcast টো এ repeat ত শুনো, As a Musician আপুনি মোৰ কাৰণে inspiration😊, ইমান বেছি ভাল music🎶, 90s ৰ rock and metal ৰ পিছত আপোনাৰ music taste টো মোৰ বহুত বেছি ভাল লাগে আৰু মই follow ও কৰো... Alakesh da সঁচাকৈ Assam ৰ এটা উজ্জ্বল নক্ষত্র ✨ আপোনাৰ পৰা বহুত আৰু গীত আশা কৰো❤🌹
@SleepyMeerkat-zd4zi
@SleepyMeerkat-zd4zi 4 ай бұрын
মই ইমান দিনে যিবোৰ গান বিছাৰিছিলো আজিহে পাইছো, ধন্যবাদ অলকেশ দা ।
@nonirupachetia9611
@nonirupachetia9611 Жыл бұрын
এটা কৰুণ, কাতৰ কণ্ঠ.....বুকুখন জোকাৰি গ'ল....গীত নহয় যেন সুৰীয়া কবিতা....দূৰণিৰপৰা কঁপি কঁপি ভাঁহি অহা সুৰৰ লহৰটো এনেকৈয়ে হৃদয়ে হৃদয়ে ঘূৰি ফুৰক....
@theincasticboy3137
@theincasticboy3137 Жыл бұрын
To all asking where was he from so many days- The answer is he has been there, it is we who have failed in exploring music.
@Thorn666able
@Thorn666able Жыл бұрын
Exactly. He was out there open all the time. But our crowds taste in music has failed to find him until now.
@Aranyak1423
@Aranyak1423 Жыл бұрын
Bob dylan of Assam. Want to talk to him personally. OMG. What a lyrics and imagination. I dont know how many of us listen to Bob dylan. But I am a big fan of yours now. Gooses. Never knew about him. Felt guilty abt myself. But thanks to Ojaantric for bringing the legend into the show. Keep doing the good work. Lots of love to both of you. Unique show with creativity.
@moitrayeephukan3848
@moitrayeephukan3848 Жыл бұрын
Yess not bob dylan he is arrow smith of assam...i hear his song back in 2015
@thedancingdude9897
@thedancingdude9897 Ай бұрын
U meant Aerosmith
@anuraag_creations
@anuraag_creations Жыл бұрын
"হেৰুৱাই এই পৃথিৱী" শুনাৰ পিছৰ পৰাই অলকেশ দাৰ ফেন। He is a gem💞🍁
@Thorn666able
@Thorn666able Жыл бұрын
My first episode only cause of alakesh. What a gem..!! Back in 2011 or 2013 I saw them live at shraddhanjali and now. Man no words. And thanks ojaantric. In this world of fakes you brought real ❤
@mirajulrashid9540
@mirajulrashid9540 Жыл бұрын
নিশা ১.৫৭ বাজিছে আৰু এফালৰ পৰা শুনি গৈছো অলকেশ দত্ত দেৱৰ কণ্ঠৰ গীত। উফ কি শব্দ … কি বাক্য । শব্দবোৰে কিদৰে শুৱনি কৰে বাক্যবোৰ আৰু বাক্যবোৰে কিদৰে শুৱনি কৰি তোলে গীতবোৰ। অসমত ৭ বছৰমান আগতে তেখেতে নিউজ টাইম অসমত এটা অনুষ্ঠান কৰিছিল। অসমত তথাকথিত শিল্পীৰ ভিৰৰ মাজৰ পৰা ওলাই গৈ নিজৰ পৰিচয় গঢ়িব পৰা এগৰাকী সঁচা শিল্পী। আপুনি লিখি যাওক,গাই যাওক…
@BijitVlogs473
@BijitVlogs473 Жыл бұрын
অহ: প্ৰথম শুনিছোঁ এনেকুৱা গীত...শব্দবোৰে খুন্দিয়াই গৈছে বুকুত...💜
@birazkalita4127
@birazkalita4127 Жыл бұрын
"ৰাজপথেদি যেতিয়া ৰজা যায়" গানটো 2016 ত শুনিছিলো,তেতিয়াৰ পৰাই মানুহজনৰ অনুৰাগী।
@lakshyak.6833
@lakshyak.6833 Жыл бұрын
Back when I was in degree college (College of veterinary science, khanapara) during 2010 I had witnessed him live in our college auditorium. I remember the song was "rajpothedi jetiya Roja jai". Thank you ojantrik for bringing him to your show. He is unique
@arunjyoti2507
@arunjyoti2507 Жыл бұрын
Feels like I am listening to 70s rock in Assamese with Alakesh. Never made any reels or anything. But will do to promote this guy. He is a Gem.
@anurangoesvlogging9914
@anurangoesvlogging9914 Жыл бұрын
Aerosmith r nisina feel paise ne baru
@NONAME-gf8ry
@NONAME-gf8ry Жыл бұрын
গোটেই episode টো চালো আৰু like কৰিলোঁ কেৱল অলকেশ দাৰ কাৰণে, তেওঁৰ গান বহুত আগৰ পৰাই শুনি আহিছোঁ। কিন্তু প্ৰত্যেকটো episode ত আপোনালোকৰ পৰা অসন্তুষ্টি পোৱাৰ দৰে এইবাৰো ব্যতিক্ৰম নহল। আপোনালোক দুজনে নিজৰ অপৰিপক্কতাক প্ৰায়ে উদঙাই দিয়ে। বহু ক্ষেত্ৰত তেওঁৰ দৰে শিল্পী এগৰাকীৰ শিল্পীসত্বাক অসন্মান কৰা যেন পালো। কথোকথনৰ ধৰণ শুধৰণি কৰিব আৰু ভবিষ্যতে এনেকুৱা শিল্পী বোৰক মতাৰ আগত Homework কৰি লব। আপোনালোকে নিজেই গান নুশুনাকে মাতি আনি আজিৰ দৰে reels বনোৱাৰ কথা কৈ নাথাকিব বুলি আশা থাকিল।
@chiranjivsonowal2050
@chiranjivsonowal2050 Жыл бұрын
He is one of the most underated singer and composer of Assam...he deserves more from the Assamese people...
@hiranmoychelleng3751
@hiranmoychelleng3751 Жыл бұрын
i have no words left😭 Literally this man is from another world😭
@rebornfire51
@rebornfire51 7 ай бұрын
😂
@ivfofficial
@ivfofficial Жыл бұрын
Manuh jonok Janibo bohut mon asil Thanks OASIS DA.. His humming is still fresh ENE lagise gutei rati aji comment e likhi thakim
@Philosopher420
@Philosopher420 Жыл бұрын
this is the first and only episode i have watch of ojaantric . Only here for alakesh dutta.. his song "rajpothedi jetiya roja jai" always been close to my heart. God bless him.
@uttamdowerah1111
@uttamdowerah1111 Жыл бұрын
Fan since I heard "Rajpothedi Jetiya Roja Jai" back in 2016-17. thank you for this wonderful episode
@subhasishborkotoky8196
@subhasishborkotoky8196 Жыл бұрын
Same here
@Bipul007
@Bipul007 Жыл бұрын
"অকৰা অৰণ্য" বৰ ভাল লাগিল। The Uniqueness of the voice and the earthy flavour of every word is so soothing. Yet again a rocking episode. #Oojaantric
@dj_meta
@dj_meta Жыл бұрын
I think I came across his songs for the first time a few months before this interview was shot. His music is not for all moods, emotions and time, but it is unique for sure from an Assamese cultural perspective. People have to experience a few other genres, musically and emotionally first to understand and feel his creations. I love his songs and can see how his songs relate to and are inspired from music from other genres. He is an observant person and as such he brings that cross-cultural experience to be a true musician. And we are fortunate enough today to have been exposed to his natural talent. Talents like him need their own space and time to realize their actual potential and not be pushed by social pressure to push out unfinished content.
@bikramhazarika6636
@bikramhazarika6636 Жыл бұрын
The best thing about Ojantric is that they know the artist and the art from different genres.. Thank you Ojantric for presenting Alakesh Dutta.. he is truly a legendary artist 🥺
@JoblessHimangshu
@JoblessHimangshu Жыл бұрын
I think this episode is the best of Ojaantric. Such a class singer you are.
@jahnabinath5242
@jahnabinath5242 Жыл бұрын
Really next level episode.. kt lukai thake anekua telent bur .. ru haikarne ojaantric belegt k beleg j anekua protiva bur uliyai Ane ... Love from golaghat .. love you ojaantric ❤️
@vivaan9191
@vivaan9191 Жыл бұрын
Aeitu ki xunilu...ki hol maane..... kenekuwa lyrics.....music.....OMG... MANUH TU KOT ASIL.....GOOSEBUMPS ....PLZ SHARE.....
@dibyajyotigogoi6060
@dibyajyotigogoi6060 Жыл бұрын
Alakesh Dutta is an amazing artist. Assamt iman Hard rock gua manuh sage aru nai. Iman unique gaan,unique vocal, vabibo nwara tekhetor maat tu, vagyobaan anuvob korisu je tekhetor Gaan hunibole paisu. Thanks Ojantric. Thanks Alakesh Dutta da🎉. And also Oaisis da , muru bday 14th Dec.
@purobeegogoi1343
@purobeegogoi1343 Жыл бұрын
সৰ্ব প্ৰথমে Oasis ক উপজা দিনৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। মনৰ জোখাৰে সুখী হোৱা আৰু ন উদ্যমেৰে আগুৱাই যোৱা তাকে প্ৰাৰ্থনা কৰিলো। দ্বিতীয়তে আজিৰ খন্ডটো ব্যতিক্ৰমী। আজিৰ অতিথি জন আমাৰ তেনেই অচিনাকি যদিও তেখেতৰ গান শুনি আপ্লুত হলো। ভাল লাগিল। ধন্যবাদ অযান্ত্ৰিক পৰিয়াল লৈ
@rake_sh.baishya
@rake_sh.baishya Жыл бұрын
thumbnaile to sai episode tu eman mojja hbo buli voba nasilu. thank you ojaantric for giving us such a telented singer. loved it 🍂❤️
@Palash_Das1998
@Palash_Das1998 Жыл бұрын
মানুহজন খুবেই প্ৰিয়, লগতে তেওঁৰ গান, তেওঁৰ কণ্ঠ🤍 ছয় বছৰ মান আগৰ পৰা তেওঁৰ গানৰ লগত মোৰ চিনাকি, ফেচবুকৰ জৰিয়তে তেওঁক মই শুভেচ্ছা জনাইছিলোঁ🤍। অযান্ত্ৰিকত দেখা পাই আজি মই খুবেই আনন্দিত হ’লো।
@emonborah5258
@emonborah5258 Жыл бұрын
This man is so untouched and pure. I m blessed today literally. A big thanks OJAANTRIC ❤️. His art needs to be preserved man.
@informerboy498
@informerboy498 3 ай бұрын
Deadly underated person in Music culture. Support him, as an Assamese I am very proud of him.
@nielAxom
@nielAxom Жыл бұрын
This man is so underrated. I'm following him for a long time and now am so happy that oasis da finally spotted him ❤️
@throughthenarrowroadwithha7323
@throughthenarrowroadwithha7323 Жыл бұрын
Thank you for inviting him! Finally! Such a great singer and such a strong diction and expression he has! Love his music!
@sidhantdeka5853
@sidhantdeka5853 Жыл бұрын
Alikesh Daa eta bohut purona gaan ase Raj Potheri jetiya Roja Jai.. I first heard him at a local fest in ghy probably around 2011-2012. It was a great episode.. cheers 🍻
@moonsuske
@moonsuske Жыл бұрын
At last a very genuine artist of our own got some of what he deserved. Really glad to see the Alakesh Dutta phenomenon on this show. Thanks Ojaantric for calling him.❤
@dibakartalukdar3828
@dibakartalukdar3828 Жыл бұрын
Well this is my first episode of ojaantric... At 4.30am
@lkt9934
@lkt9934 Жыл бұрын
TRUE gem of assam..thank you ojantric...
@semimasiddiqua3031
@semimasiddiqua3031 Жыл бұрын
Thank you Ojaantric for introducing such a talented singer and music composer
@ivc879
@ivc879 Жыл бұрын
I have been following this man since 2013. I am feeling happy that finally he is getting some attention which he deserve. But to be very honest I never wanted him to be a known face cause I find all his songs are very personal. I have a seperate playlist of him ❤️
@mexborbora1693
@mexborbora1693 Жыл бұрын
Thnq so much for bringing this man to this platform...Alakesh da is one of those artists jaak karu lgt share kribo nibisaru moi...enekei bhal lage tekhetok..he is so pure❤...just eta request he has many unreleased songs...Alakesh da plzz release korok seibur..and loads of love to the Ojaantric family...Next plzz While We Wonder k invite koribo🤌
@dhrubatarasir1916
@dhrubatarasir1916 Жыл бұрын
Big fan of Alakesh da since 2016. Thank you Oasis for this❣️❣️ Please ask him to make "Rajpothe d jtia roja jai" 🥺🥺
@hirakjyotibaishya8876
@hirakjyotibaishya8876 Жыл бұрын
Fantastic man. A true genius in Assamese music. Thank you ojantric for inviting him.
@dhan__13
@dhan__13 Жыл бұрын
আপোনালোক দুয়ো জনলৈ বহুত ধন্যবাদ🙏 অলকেশ দাদাক অযান্ত্ৰিকৰ জৰিয়তে আমাক চিনাকি কৰাই দিলে লগতে ইমান সুন্দৰ গীতবোৰ, আৰু অসমীয়া বহুতো গীত শুনিছোঁ, কিন্তু এনেকুৱা গীত কেতিয়াও শুনিবলৈ পোৱা নাছিলোঁ। ধন্যবাদ অলকেশ দাদা🙏 ওৱাচিচ পলমকৈ হলেও আপোনালৈ ওপজাদিনৰ শুভেচ্ছা যাচিলো।
@NandiniRaybaruah
@NandiniRaybaruah Жыл бұрын
What a gem he is. And so humble and down to earth. I am in love with his music.
@rupdeeppaul
@rupdeeppaul Жыл бұрын
It automatically made me happy, when I saw Alakesh da on the thumbnail. Thank you so much team Ojaantric for inviting him. He is one of the most unique artists i've seen in Assam....♥️♥️ God bless him
@RinRinTinTin
@RinRinTinTin Жыл бұрын
Amazing amazing... I am now a big fan of this legend.... Amazing personality.... Please make more songs please please please
@zaloniit7205
@zaloniit7205 Жыл бұрын
Bringing this artist out of his den and presenting to us is perhaps one of the biggest achievement of Ojantric. Keep up the good work. This episod made my day
@phukandangoria4359
@phukandangoria4359 Жыл бұрын
One of the assam's most phenomenal vocalist he is....🙏🙏🙏🙏
@debasishdutta425
@debasishdutta425 Жыл бұрын
Thank you ojaantric for bringing him on the show... ♥️♥️ bor beleg feel eta diye gaan bure... Please continue to make more songs
@chandramadeka7183
@chandramadeka7183 Жыл бұрын
True gem..such a great talent👌👌
@preronakhanikar8803
@preronakhanikar8803 Жыл бұрын
years back when i listened to ‘rajpothedi jetiya roja jai’ for the 1st time, i was just awestruck.. episode tur শেষলৈকে wait korilu ‘rajpothedi jetiya roja jai’ tu xunibole.. hepah tu thaki gol.. teur protitu ganote gatu jikar khai jai.. emn unique axomot hoitu dwitiyo jon nai.. herua manuh bisari ana babe bohut dhanyabad🙏🏻
@debasishtamuli4819
@debasishtamuli4819 Жыл бұрын
thank you xosake bohut val lagil....Solvakia r kaxote Austriat rati 1AM t gan keita xuni mur tuponi vangi gol...real creative artist hoi...Solvakiat teur show hole jen ami updatetu pau...sure jam live xunibole...thank you Ojantrik sinaki korai dia karone.
@riturajsaikia7891
@riturajsaikia7891 Жыл бұрын
Just loved this episode. Soo happy to see true artists like Alakesh Sir in a podcast/interview...next please bring WhileWeWonder ✨❤️
@KBVLOGS979
@KBVLOGS979 Жыл бұрын
বাপ ৰে বাপ কি অদ্ভুত skill । Thank u so much Ojaantric
@himanshukaushik2202
@himanshukaushik2202 Жыл бұрын
One of your finest episode..
@luhitpbora1271
@luhitpbora1271 Жыл бұрын
Been listening to Alakesh Dutta's Songs since last five years.His music is saturated with selective collection of words that reflects an image and it stands as another milestone in the current meta of assamese music. Our generation is seeking for a change.In my view he is the first ever assamese psychedelic musician who resembles the iconic David Gilmour of Pink Floyd. The song HERUWAI EI PRITHIVI by Alakesh Dutta holds a psychedelic decoration like the song BRAIN DAMAGE by Pink Floyd.So far it is fair enough to have him amongst us and the unique way of his Composition. Feeling blessed and hoping to have some more from you Alakesh Daa and thankful to OJAANTRIC family for presenting him.JAI AAI AXOM.
@manzilkhaund1600
@manzilkhaund1600 Жыл бұрын
It just appears this man doesn't even know how good he is and such is the humbleness! Crazy vocals. He deserves recognition but not sure if he wants it himself.
@mancunianfc752
@mancunianfc752 Жыл бұрын
What a gem! Was humble throughout the podcast. It is our responsibility to bring such talent into limelight and present them to the mass.
@pranjalbayan792
@pranjalbayan792 Жыл бұрын
অযান্ত্ৰিকক অশেষ ধন্যবাদ কিছুমান এনেকুৱা মানুহক চিনাকি কৰি দিয়া বাবে যিসকলক চাগে চিনি পাবলৈ আৰু কিছু সময় লাগিল হেতেন। তালুকদাৰ দাকো বহুত ধন্যবাদ এনেকুৱা মানুহবোৰক চিনি আমাক চিনাকি কৰি দিয়া বাবে। #ojantric #loveojantric
@zoydevmusical6290
@zoydevmusical6290 Жыл бұрын
Next level episode....ultra legend Alakesh daa
@parishmitahazarika984
@parishmitahazarika984 Жыл бұрын
Thank you ojaantric for bringing him.
@bhaskarjyotigogoi2625
@bhaskarjyotigogoi2625 Жыл бұрын
To be honest, for me ,it's the best episode so far ....
@nayanjyotideka5290
@nayanjyotideka5290 Жыл бұрын
I feel sorry for myself to have not known this gifted telent from Oxom. Such a humble and genuine guy. Listening to the acoustic covers on repeat since seen this episode. Alakesh daa, looking forward to seeing more from you. You are mesmerizing. Thank you @team ojantric for bringing him to this show, and m sure like me many more new admirers for this awesome artist.
@jamjjhrangkhol4572
@jamjjhrangkhol4572 Жыл бұрын
My favorite artist following him for years now..
@sasankadas1987
@sasankadas1987 Жыл бұрын
What a raw talent, but unfortunately won't get the due love and admiration from the people of Assam, because Assamese ears are so much used to 'Teliya Axomiya Gaan'. As compared to other videos, this video has so much fewer views. We really need to evolve as listeners and be open to raw, unfiltered artists like these. This guy sings from his gut! Thank you Ojaantric. :)
@anurangoesvlogging9914
@anurangoesvlogging9914 Жыл бұрын
Will there ever be rock in Assam fr?
@Utpal8832
@Utpal8832 Жыл бұрын
উকা উকা মোৰ চহৰ দুচকুতে নিয়ৰ তুমি দিয়া বৰষুণ আৰু মৰমৰে কবৰ ।। ন নৈ বাঢ়ে বুকু স্মৃতিৰ উৱলা আখৰ মুকলি নহয় আকাশ মাথো ডাৱৰ ডাৱৰ ।। প্ৰথম চাৱনিতে কিনো ৰাগি লাগিল ভালপোৱা আছিলে সেয়া ভুল নাছিল এতিয়া প্ৰতিপল প্ৰতিদিন বিলীন তোমাতেই.....!! আকাশতো যদি কাহিনিবা জুই লাগে জোন বেলি তৰা হেৰাই কৰবাতে মোৰ সীমাহীন মৰমৰ সেউজীয়া তোমাতেই ....! পৰেনে তোমাৰ মনত মই দিয়া গানৰ কলি দুচকুৰ অবুজ ভাষা আৰু সোণাৰুৰ আবেলি।। ধুমুহাৰো মাজত জোনাকৰ সাগৰত সময়ৰো শেষলে ৰ'ম মাথো তোমালে বুলি।।
@himangshudas6679
@himangshudas6679 4 ай бұрын
MOI KOT ASO .SO MANY THANKS ALKESH DA
@nilimkumar793
@nilimkumar793 Жыл бұрын
You are most talented . দুৰ্দান্ত গান ৷ সাম্প্ৰতিক সময়ত অসমীয়া গানৰ অবস্থা বৰ বেয়া ৷ আপোনাৰ উপস্থিতি বৰ জৰুৰী ৷ নতুন পৰীক্ষা নিৰীক্ষাৰে অসমীয়া সংগীতক আগুৱাই লৈ যাওক ৷ অসমীয়া সংগীতক বচাওক ৷
@ankurvlogassam2571
@ankurvlogassam2571 Жыл бұрын
বহু দিনৰ মূৰত ভাল গান কেইটা মান শুনিলোঁ ভাল লাগিল।
@anujbarman9149
@anujbarman9149 Жыл бұрын
I have been diehard fan of Alakesh Da since I listened to his "Rajpothedi Raja Jai" back in 2011. Thank you Ojaantric for bringing him to your podcast. Lots of goosebumps during the show. Wishing all the best Alakesh Da for his upcoming endeavors 👍
@anujbarman9149
@anujbarman9149 Жыл бұрын
kzbin.info/www/bejne/fYaqnZ6tf9F-oaM
@arindamdas1592
@arindamdas1592 Жыл бұрын
FAV FROM LONG LONG TIME .THE MOST UNDERATTED ARTIST OF OUR TIME
@biswajithaloi7047
@biswajithaloi7047 Жыл бұрын
1st time listened to him...once again thanks ojantric for introducing such talented artist to us
@bhagyashreesaikia8971
@bhagyashreesaikia8971 Жыл бұрын
অদ্ভুত শৈলী.... love you alakesh daa❤️
@borasaborah9387
@borasaborah9387 Жыл бұрын
Happy birthday Oasis da🎂...ai episode apunr krone best gift hoi👍❤️
@someedas9548
@someedas9548 Жыл бұрын
Thank you for the episode. Alakesh da is my OASIS in MY DESERT, 💜💖
@manasrabha8227
@manasrabha8227 Жыл бұрын
Best episode till now...
@bananidaskhakhlari5377
@bananidaskhakhlari5377 Жыл бұрын
Red Indian folk and ojapaali r impression eta aase ...... ultimate!!
@dikshasarmah6031
@dikshasarmah6031 Жыл бұрын
এওঁক মাতিব মই দুয়োজনকে মেচেজ দি থৈছিলোঁ,গান শ্বেয়াৰ কৰিও দিছিলোঁ ...❤️
@balphagaming4006
@balphagaming4006 Жыл бұрын
Hi ke khbor reply ata diba
Ojaantric || Assamese Podcast ft. Joi Barua || Udayan Duarah || Ep.21
33:17
Oasis Motion Films
Рет қаралды 98 М.
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
Look at two different videos 😁 @karina-kola
00:11
Andrey Grechka
Рет қаралды 14 МЛН
UNO!
00:18
БРУНО
Рет қаралды 4,9 МЛН
Manas Robin: Dikhow Noi, Junbai, Zubeen Garg, UNTOLD Stories - Assamese PODCAST - 77
59:10
High Tatras Rain (English Subtitles) - Alakesh Dutta
6:18
Alakesh Dutta
Рет қаралды 70 М.
Ojaantric || Assamese Podcast ft. Chakrapani Parashar || Ep.96
1:01:56
Oasis Motion Films
Рет қаралды 141 М.
ইংৰাজী Accent | Heavy Budget
5:56
Heavy Budget
Рет қаралды 485 М.
Ojaantric || Assamese Podcast ft. @KussumKailash  || Ep.61
1:03:08
Oasis Motion Films
Рет қаралды 295 М.
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН