KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
যেন এই সুৰ শেষেও নহওক...সপোনৰ পম খেদি বহুদূৰ বাট আগুৱাইছে সুপ্ৰিয়াই
7:22
Koi nidiya kiyaw flute cover by Rajdeep Lahan. || Papon & Shreya Ghoshal ||
5:29
Which team will win? Team Joy or Team Gumball?! 🤔
00:29
📦 + 🥎 или игра для тех, у кого нет игр #partygames #games #игры #веселыеигры #funnygames #challenge
00:51
ROSÉ & Bruno Mars - APT. (Official Music Video)
02:54
Seja Gentil com os Pequenos Animais 😿
00:20
আপোনাৰ মনটো বিষাদগ্ৰস্ত নেকি ? তেনেহলে এইটো ভিডিঅ'শেষলৈ চাওক flute
Рет қаралды 1,459,454
Facebook
Twitter
Жүктеу
1
Жазылу 202 М.
Subhash nath entertainment
Күн бұрын
Пікірлер: 994
@hemantahazarika9715
Жыл бұрын
সপ্ত সুৰৰ এটি মিঠা অভিযোজন বাঁহী, সৃষ্টিৰ আদি যুগৰে পৰাই এই বাদ্যই মানুহৰ হৃদয়ৰ লগত সামঞ্জস্য বজাই ৰাখি আহিছে, অস্ত বেলিৰ শিৰত বাঁহীৰ সুৰ, শিশুৰ হাঁহিত বাঁহীৰ সুৰ, ফুলৰ সুবাসত বাঁহীৰ সুৰ, সুন্দৰী যুৱতীৰ প্ৰেমৰ আলাপত বাঁহীৰ সুৰ, সচাঁই বাঁহীৰ মাতে মানুহৰ হৃদয়ত জীয়াই তুলে উদ্যমৰ নতুন পণ, জীয়াই থকাৰ নতুন বাসনা, বনৰীয়া বিহগী জনীয়েওঁ বাঁহীৰ মাত ভাল পায়, সচাঁই কি অনন্য বাদ্য,
@JituGogoi123
4 ай бұрын
🙏👌👍👌👍
@PR-rz5cz
3 жыл бұрын
মনোমুগ্ধকৰ অপাৰ বাঁহীৰ সুৰ ৷ বাদক জনক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷
@brojengogoi1748
8 ай бұрын
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ সন্তান এখেত।
@pranabkrgogoi5246
3 жыл бұрын
বাহি মাত শুনিলেই ইমান ভাল লাগে সকলো পাহৰি যাও।ভগৱানৰ কি যে লীলা
@dipaligogoi8932
3 жыл бұрын
এনে শিল্পী আমাক সদায় লাগে 👍 তেওঁ দীৰ্ঘজীবি হওক !
@moshmibarman7661
Ай бұрын
নীৰৱ শিল্পী। নীৰৱ সাধনা। আধ্যাত্মিক দৈৱিক অনুভূতি। প্ৰকৃত শিল্পী।
@RamaTaid-zl3ir
3 ай бұрын
Bohut val lagile
@ratikantamili.5442
3 жыл бұрын
Bahitu ki buli buli bisarim...iman dhuniya...apunar bahir tune tu...
@sangeetsurjyadanceactingac9092
3 жыл бұрын
সুন্দৰ মনতো ভাল লাগিল । আপোনা দীৰ্ঘায়ু কামনা কৰিলো ।
@diptimedhi9376
3 жыл бұрын
সঁচাকৈয়ে বাঁহীৰ সুৰে মন প্ৰাণ পুলকিত কৰি তোলে। বহুত ভাল লাগিল।
@pranjlai4156
Жыл бұрын
বহুত বহুত ভাল লাগিছে আমাৰ মাজত এনে এটি সুন্দৰ গীত শুনালে মনে প্ৰাণে দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ 👍
@bhumitakalita1474
10 ай бұрын
ভাল লাগিছে 🙏🙏🙏
@rubigogoi5237
3 жыл бұрын
ৱাহ, কি সুমধু বাঁহীৰ সুৰ। শুনিলে যেন শুনিয়েই থাকিম লগা এই সুৰ🙏🙏❤️❤️❤️
@bhogeswariborah6509
3 жыл бұрын
Good very good.
@rinasaikia3758
3 жыл бұрын
Good
@niranjannath9195
Ай бұрын
সছাকৈ বহুত ভাল লাগিল।
@birajdas8654
3 жыл бұрын
সছাকৈ কি সুন্দৰ, শৰীৰ শীতল হৈ গৈছে.
@dhanjitdeka9145
6 ай бұрын
বাঁহীৰ সুৰ বহুত শুনিছো কিন্তু এনেকুৱা অমৰ সৃষ্টিৰ কঠিন সুৰত সুন্দৰ বাঁহী সংযোজন খুব কমেই শুনিবলৈ পোৱা যায়।সচাকৈ বুকুখন জুৰ পৰি গল।এখেতক সেৱা জনাইছো।ধন্যবাদ।
@kabitabora7478
3 жыл бұрын
বহুত ভাল লাগিল । বাঁহীৰ সুৰে মন প্ৰাণ ভৰাই তুলিলে।আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো
@korobidas5121
3 жыл бұрын
সুন্দৰ বাঁহীৰ সুৰ সঁচাকৈয়ে বহুত ভাল লাগিল
@deepborah1860
3 жыл бұрын
বহূত সুন্দৰ ভাল হৈছে
@anjaliduttadas881
3 жыл бұрын
খুব সুন্দৰ,,,শ্ৰদ্ধা জনালোঁ,,সু স্বাস্থ্য কামনা কৰিলোঁ,, সকলোৱে শুনিব লৈ প্ৰেৰণ কৰিবলৈ অনুমতি দিব
@birurabha6210
3 жыл бұрын
, সঁচাকৈ মন মূহি যোৱা এটি সুন্দৰ আৰু শুৱলা সুৰ । বহুত বহুত ভাল লাগিল । আগলৈ আৰু শুনিব পাম বুলি আশা থাকিল ।
@samindrada
3 жыл бұрын
Email cnbnn Yjqfq cc vgc .
@AnjuDeka-b2p
4 ай бұрын
ইমান সুন্দৰ বাঁহীৰ সুৰ হৃদয় জুৰোৱা 🙏🙏👌👌♥️♥️ আপুনি ভালে থাকক 🙏🙏
@deepjyotibhuyan1363
3 жыл бұрын
সুন্দৰ হৈছে
@pakghorthefoodhub7059
10 ай бұрын
Ati sundar ❤️❤️💯👍
@dibyajyotigogoi375
3 жыл бұрын
বহুত ভাল লাগিল
@chitrakumarhazarika9224
3 жыл бұрын
নিশ্চয়কৈ মন ভাল লগোৱা বাহীঁৰ সুৰ।
@probinhazarika7899
10 ай бұрын
কৃষ্ণ। সেৱা এভাগ জনাইছোঁ দেই। অতি সুন্দৰ দাদা। ঈশ্বৰে আপোনাক সহায় কৰক।
@SumonKishoreBora2307
3 жыл бұрын
বহুত সুন্দৰ লাগিল । 😍 মন ভৰি গল। তেখেতৰ সুস্বাস্থ্য, উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
@mahendradas5954
Жыл бұрын
Bahut bhal
@assamese349
3 жыл бұрын
বহুত বহুত ভাল লাগিল......গাৰ নোম শিঁয়ৰি উঠা বাঁহিৰ মাত টো সঁচাই সুৱলা...
@padmaramdeka1856
3 жыл бұрын
সুভাষ নাথ লৈ ধন্যবাদ,ইমান সুন্দৰ এটা programe upload কৰিছে,লগতে বাহিবাদক দাদা জনলৈ ও ধন্যবাদ জনালো ইমান সুন্দৰ বাঁহী বাদন কৰি আমাক মনোৰঞ্জন দিয়া বাবে
@amritdutta4928
3 жыл бұрын
এনেহেন মহান আপুৰুগীয়া শিল্পীক সামাজিক মাধ্যমত স্থান দিয়াটো সুন্দৰ, আদৰণীয় । শ্ৰীযুত ৰাভা দেৱক নমস্কাৰ।
@childrenpark5346
3 жыл бұрын
Excellent
@anjaliborah753
3 жыл бұрын
বহুত ধুনীয়া হৈছে 👌👌🙏🙏
@parashdeka4054
3 жыл бұрын
Bahut dhuniya lagil oti sundor manomaha sur 🙏 Krishna 🙏
@RajibRabha-us3lu
Жыл бұрын
ইমান ধুনীয়া সুন্দৰ শুৱলা বাহীৰ সুৰ দেহ মন শীতল কৰি তুলিলে । ধন্যবাদ দাদা
@arpanamedhi1516
3 жыл бұрын
সুন্দৰ "কৃষ্ণ" 🙏 বাহীৰ মাত শুনিলে মনটো খুউব ভাল লাগে অ।
@lucyalexandria7810
3 жыл бұрын
🙏🙏
@prasantaborah5229
3 жыл бұрын
বহুত সুন্দৰ ।বহুত ভাল লাগিল ভিডিঅ টো আপলোড কৰা বাবে। বহুত বহুত ধন্যবাদ।
@positivitywithmousumi9977
3 жыл бұрын
অপূৰ্ব সুন্দৰ ,শিল্পী গৰাকী লৈ আন্তৰিক শ্ৰদ্ধা জনালোঁ
@dalimiray9440
3 жыл бұрын
Bahut val lagil agoloi aru xunibo pam buli akha thakil
@nanditagogoi7728
3 жыл бұрын
Bohut bohut bohut dhuniya lagisa 👍👍👍👍👍
@pkpatar9930
11 ай бұрын
ইমান সুন্দৰ ভগৱানে আপোনাক দিঘজীবি কৰি ৰাখক।
@rijuhazarika6046
3 жыл бұрын
সুন্দৰ,মনটো সচাই সতেজ হৈ পৰে বাঁহীৰ মাত শুনিলে।
@bubulgogoi1682
Жыл бұрын
মোৰ মন ভৰি গল সঁছাই৷ কবলৈ ভাষা নাই, অপূর্ব
@jaminidevi9521
3 жыл бұрын
অতীৱ সুন্দৰ।হিয়া-মন শাত পৰি গ'ল।
@Mrmicro-sq4nx
3 ай бұрын
মাননীয় ৰাভা ডাঙৰীয়া আপোনালৈ শুভেচ্ছা জানালো।
@uttambhuyan6635
3 жыл бұрын
মন আৰু মগজ বিবেক আত্মা সকলোতেই অমৃত ময় কৰি তোলে আৰু ৰাখে ( কি যে শ্ৰীকৃষ্ণৰ বাহীৰ সুৰ অমৃত ময় )
@pintusaha3378
3 жыл бұрын
So sweet বৰ মিঠা excellent
@MadhabBoro-y5q
Жыл бұрын
অতি সুন্দৰ বহুত বহুত ধন্যবাদ
@dhanjitbaishya7130
3 жыл бұрын
সঁচাকৈ ধুনীয়া সুৰ । কিমান বাৰ যে সুনিলো ।👍👍👍👍👍👍👍👍👍
@debojitcharingia908
3 жыл бұрын
শুনি বহোত ভাল লাগিছে শুনি থাকিবলৈ মন গৈছে.......
@geetapatar7088
3 жыл бұрын
আপোনা দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলো ৷ এই সুৰ সদায় বাজি থাকক ৷
@krishnajay245
3 жыл бұрын
Awesome superb outstanding fantastic beautiful great job
@pritamroy12345
3 жыл бұрын
সচাকৈ কি সুন্দৰ মোহনীয় বাঁহীৰ সুৰ।
@pranabjyotigogoi5497
3 жыл бұрын
বহুত সুন্দৰ। ভাষাহীন মই ❤️❤️
@bharatrabha1362
3 жыл бұрын
ধুনীয়া মন পৰশা সুৰত আপ্লুত হৈছো
@BicKeY_ud7ec
Жыл бұрын
❤️❤️ মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম ❤️❤️ গোপালে কি গতি কৈলে গোবিন্দে ❤️❤️
@utpalpatowary7810
3 жыл бұрын
Bahut sundar antar sui gol apunar bahir xure. God bless you.
@dharjensaikia9367
3 жыл бұрын
মনটো খুব ভাল লাগিল বাঁহীৰ সুৰ শুনি।
@nikhilflute210
3 жыл бұрын
অতি সুন্দৰ ককা 🙏🙏🙏
@dta8078
3 жыл бұрын
বঢ়িয়া।অতি সুন্দৰ।
@nripendrakumarbhagawati9935
3 ай бұрын
সাধাৰণ কায়িক ৰূপত অসাধাৰণ সাধনাৰ মূৰ্তমান সুৰ। নমস্কাৰ।
@galleryofgreenyassam7297
3 жыл бұрын
খুউব সুন্দৰ উপস্থাপন ও উপহাৰ। শুভেচ্ছা থাকিল। 👍
@SurajitSarma-oo8rs
5 ай бұрын
বহুত বেছি ধুনীয়া লাগিছে। এখেতৰ এই বিদ্যা সদায় জীৱিত হৈ থাকক তাৰে কামনা কৰিলো।
@sankardas3222
3 жыл бұрын
বাঁহীৰ সুৰ শুনিলে মোৰ অন্তৰ খন জীপাল হৈ উঠে । সুন্দৰ বাঁহীৰ সুৰ 💞💞❤️❤️
@monuramtaid7943
3 жыл бұрын
সুন্দৰ বহুত দুখ-ভাগৰৰ পৰা ক্ষন্তেক হলে মনবো জিৰণি পালো।
@yetumpayeng5571
3 жыл бұрын
পুৱাই পুৱাই মনটো ভাল লাগি গ'ল।
@debarajdiary8186
3 жыл бұрын
বহুত বহুত ধুনীয়া বজাইছে।বহুত ভাল লাগিছে।
@a.svideos9842
3 жыл бұрын
খুব সুন্দৰ হৈছে অ আপুনি আৰু আগোৱাই যাওঁক ৷
@Mrumesh2.0
11 күн бұрын
উফ কি যে সুমধুৰ বাঁহীৰ সূৰ ভালে থাকক সদায় আপুনি ❤
@santisaikia1638
3 жыл бұрын
ভাল লাগিছে ককা , তুমি যাতে সদায় এনেদৰে থাকা 😃😃
@sunilkonwar3376
Жыл бұрын
এটা বাঁহীত আপোনাৰ প্ৰাণৰ সুৰ ওৰটো জীৱন শুনি থাকিম চিৰকৃতজ্ঞ হৈ ৰলো ৷
@babuldeori536
3 жыл бұрын
Bohut val lagil ❤❤❤
@kcboro7462
4 ай бұрын
Very sweet very beautiful voice Jai jai shri krishana 🙏👌
@dipalidas6036
3 жыл бұрын
খুব সুন্দৰ
@AnantaGohain-k1l
8 ай бұрын
সংস্কৃতিৰ সবাতোতকৈ উত্তম এক অনবদ্য উপাদান......নিৰ্ভেজাল.....!!!! আপোনাৰ এই সাধনা মহান ৰূপে খ্যাতিমান হওক...🎉
@technicalhirakjyoti4032
3 жыл бұрын
সচাকৈ বহুত ধুনীয়া লাগিছে❤️🙏
@iloveassam257
2 жыл бұрын
Bohut dhunia bojaise,aru namghor TU Kun thait hoi mane bohut cinema t dekhisu ai namghor
@pabitrakumarrabha304
3 жыл бұрын
Xundor bojaise kobo lagibo
@sushilchandradas4352
3 жыл бұрын
বৰ ভাল লাগিল, ভগৱানে মঙ্গল কৰক
@Dognedirbiope-Tulashi
3 жыл бұрын
কৰুণ সুৰৰ বাঁহীৰ সুৰে সচাকৈ মনৰ বিষাদগ্ৰস্ত দূৰ কৰে। ধন্যবাদ দেই দাদা।
@uttamrabha1475
3 жыл бұрын
Nemin nemin nemjo mama Aru ekheriyan aagowaie renga Lagiya nemrasong thangking you sow much very very good
@bishnuprasadbarman3125
3 жыл бұрын
Majjaaaaa Dada
@nijataye3568
3 жыл бұрын
সুন্দৰ
@Raj_deep5426
Жыл бұрын
কবলৈ ভাষা নাই।😌 অপূৰ্ব।❤️
@rupaborthakur9832
3 жыл бұрын
Bohut dhunia hoise
@jogeshkachari880
Жыл бұрын
Jobwt mwjang ada. সুন্দৰ
@tennysonsaikia2738
3 жыл бұрын
Amazing. Amazing flutist . Love Flute,an amazing musical instrument. খুব সুন্দৰ হৈছে
@jitunath4964
3 жыл бұрын
Iman dhunia bahir mat,bhut val lagil,
@pradipdas5197
3 жыл бұрын
কি সুন্দৰ সুৰ, সচাকৈ মনমহা সুন্দৰ প্ৰদৰ্শন কৰিছে, বহুত বহুত ভাল লাগিল, সচাকৈ হিয়াৰে আপ্লুত হৈ পৰিছো।
@rajkumarbasumatary3041
3 жыл бұрын
Bhut.Bhalshur.monmuhigoise
@jayontaborah4849
3 жыл бұрын
Bahut bhal lagil ; ;
@BikashNath-xr6ci
3 жыл бұрын
Bahi khunile Mon to bht vl lage .. bht dhunia bojaise.. 🙏🙏
@LalitKutum-zu5ff
Ай бұрын
May god bless you ❤
@barnalichakraborty6785
3 жыл бұрын
মনটো জু ৰ পৰি গল। ইমান ধুনীয়াকৈ বজাইছে, God bless him🙏❤️
@sarmarupali5895
3 жыл бұрын
Really....bohut bohut xundor..
@jitenlahkar4485
3 жыл бұрын
Sundor oti sundor,apuni uthioha projonmok aguwai loi Jai Jen,,,,
@krishnadas5586
3 жыл бұрын
বৰ সুমধুকৈ বজাইছে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো
@pinkisaikia8816
3 жыл бұрын
Bor humodhur mon2 val lagi gol ❤️❤️
@bibidas2222
3 жыл бұрын
বৰ সুন্দৰ হৈছে দেই আপুনি আগুৱাই জওক।
@anandadas6174
3 жыл бұрын
🙏🙏🙏 বৰ সুন্দৰকৈ বাহী বজাইছে আপুনি । আপোনাৰ পৰা আৰু বৰগীতৰ বাহীঁবাদন আশাকৰিলো। ভগৱানে আপোনাক এটা প্ৰতিভা দিছে। আপুনি ধাৰাবাহিক ভাৱে বজাই যাওক।
@papuborah2008
3 жыл бұрын
Xosai ki je sundor...
@maneswarrabha1208
3 жыл бұрын
আপোনাৰ বাহীৰ সুৰে পৰিবেশ জীপাল কৰি ৰাখক তাৰেই কামনা কৰিলো ।
@junmonichiringduwarah1504
3 жыл бұрын
মনৰ বিষাদ আতৰোৱা এই সূৰ ,সুন্দৰ
7:22
যেন এই সুৰ শেষেও নহওক...সপোনৰ পম খেদি বহুদূৰ বাট আগুৱাইছে সুপ্ৰিয়াই
NKTV PLUS
Рет қаралды 407 М.
5:29
Koi nidiya kiyaw flute cover by Rajdeep Lahan. || Papon & Shreya Ghoshal ||
Rajdeep Lahon
Рет қаралды 464 М.
00:29
Which team will win? Team Joy or Team Gumball?! 🤔
BigSchool
Рет қаралды 11 МЛН
00:51
📦 + 🥎 или игра для тех, у кого нет игр #partygames #games #игры #веселыеигры #funnygames #challenge
Двое играют | Наташа и Вова
Рет қаралды 6 МЛН
02:54
ROSÉ & Bruno Mars - APT. (Official Music Video)
ROSÉ
Рет қаралды 271 МЛН
00:20
Seja Gentil com os Pequenos Animais 😿
Los Wagners
Рет қаралды 90 МЛН
28:32
লোক গীত সুভাষ নাথৰ পাঁচ টি একেলগে Lokageet by subhash Nath
Subhash nath entertainment
Рет қаралды 837 М.
13:52
|| বাঁহী বাদন আৰু নিৰ্মাণেৰে স্বাৱলম্বী যোৰহাট তিতাবৰৰ চন্দন শইকীয়াৰ মুখেৰে বাঁহী সম্পৰ্কীয় কথা ||
JP Assamese Culture
Рет қаралды 49 М.
27:46
চীনৰ সৰগৰ দৰ্জাৰ পিছফালে কি আছে ?😮 Exploring Heavens Gate Tianmen Mountain china. by Bhukhan Pathak
Assamese Mixture
Рет қаралды 69 М.
20:11
बाबा धीरेंद्र शास्त्री ने खोली इस लड़की की पोल | बागेश्वर धाम | SUPER BHARAT 18
कर्तव्य TV
Рет қаралды 2,3 МЛН
22:25
Vokti song puwar hori nam_Zubeen garg vokti geet_assamese vokti geet_bhokti get_bhokti Geet
DhoN Borah Musical
Рет қаралды 1,7 МЛН
4:30
অসমীৰে চোতালতে || Supriya Gogoi || বাঁহীৰ সুৰ || Live Performance || Debajit Barman Youtube Channel
Debajit Barman
Рет қаралды 102 М.
5:01
🔥৫ মিনিটে বাঁশি বাজানো শিখুন? || সহজে বাঁশি শিক্ষা? || flutist amol
Flutist Amol
Рет қаралды 1,4 МЛН
8:07
Dihanam// দিহানাম// সৰগত জিলিকে By ভাগ্যশ্ৰী দেৱী । cntc 7399692438
BHAGYASHREE DEVI Official
Рет қаралды 16 МЛН
12:57
A Flute performance by Dipak Sarma
TattvaCreations
Рет қаралды 307 М.
46:50
ভাইৰেল বিয়ানাম গীতে আনিলে ধুমুহা, কোন এইজন যুৱক ? আচৰিত হৈছে সমগ্ৰ বিশ্ব Assamese viral song
ZM Food & Vlogs
Рет қаралды 63 М.
00:29
Which team will win? Team Joy or Team Gumball?! 🤔
BigSchool
Рет қаралды 11 МЛН