Interview tu val lagil l Ranga dar u lobo dei reply tu dibo .
@brojenkhargharia15 Жыл бұрын
Very good Bata god bless you gurujona Kripa korebo joi guru sonkor bohut val lagel sokune pratisudha vauna nohoi
@RIPUNKACHARI Жыл бұрын
তেওঁক লক্ষ্মী পূজাৰ দিনা লগ পাইছিলো,
@adyantdutta6855 Жыл бұрын
হয়, ক'ত পালে জনাবচোন।
@tubemedia4674 Жыл бұрын
অসমৰ শ্ৰেষ্ঠ ভগবান জন। এখেতৰ আদৰ্শ বহু উপৰত। ভাল ভাল বিচাৰক বোৰেও ইমান খিনি কথা হইটো ঢুকি নাপাই বা এই মঞ্চত কোৱাও দেখা নাই, বাকী বাৰ্তালাপ হোৱা সকলৰ কথা বোৰ আত্মকেন্দ্ৰিক। কিন্তু ৰোহণ দা ব্যতিক্ৰম। কথা পাতি বৰ ভাল লাগে, সহজ সৰল। WhatsApp statust বহুত নজনা কথা দি থাকে। বহুত উপকৃত হৈছোঁ
@NayanmoniSarma-jq3gu Жыл бұрын
সুন্দৰ আপোনাৰ video sai val lage ❤
@nayankalita921111 ай бұрын
Very nice knowledgable video❤🙏
@gauravdutta45497 ай бұрын
Rohon da bht vl kth koisa❤❤❤❤❤❤❤❤❤
@lukumainaborah6109 Жыл бұрын
সদায় বিশেষ ৰুহন । কবলৈ লিখিবলৈ ভাষা নাই । এজন অধ্যয়ন পুষ্ট অভিনেতা । বিশেষ নকওঁ । নৃসিংহ মহাপ্ৰভূয়ে সদায় মংগল কৰক 🙏❤️❤️❤️
@bpgaming3271 Жыл бұрын
সত্য কথা আৰু ৰোহন এজন উপযুক্ত আৰু যোগ্য অভিনেতা 💌
@rekhadasrekhadas5555 Жыл бұрын
Krishna 😌❤
@RanjanaDeka-z9x11 ай бұрын
ati sundar tumar jukti kirisna tumak mangal karak
@nayankalita921111 ай бұрын
Shankardev is not ordinary human, he is an avatar of Krishna. He is Superhuman. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
জানি ভাল লাগিছে যে প্ৰকৃত গুৰুজনাৰ নীতি আদৰ্শ অনুসৰণ কৰা ভাৱৰীয়া আছে। ভাওনাৰ মূল্য নাইকীয়া কৰি পেলালে এচামে। গোটেই পূজা কেন্দ্ৰিক হৈ পৰিল। জয় গুৰু শঙ্কৰ। কৃষ্ণ।
@akanshasaikia8956 Жыл бұрын
সুন্দৰ অনুষ্ঠান।। বহুত ভাল লাগিল।।
@biswajitgogoi7686 Жыл бұрын
দাদাজনৰ কথাবোৰ শুনিলে শুনি থাকিবলৈ মন যায়। ইমান যুক্তিপূণ কথা কৈছে। ভাওনা সংস্কৃতিৰ বিষয়ে বহু নজনা কথা জানিব পাৰিলো।সমাজলৈ এটা ভাল বাৰ্তা যাব এই সাক্ষাৎকাৰটোৰ যোগেদি।#জয়তুভাওনাসংস্কৃতি#
খুব ভাল লাগিল। যথেষ্ট অধ্যয়নপুষ্ট আৰু মননশীল। খুব কম বয়সতে এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হৈছে ৰোহন। আৰু আগবাঢ়ি যোৱা ৰোহন, শুভেচ্ছা যাচিলো
@deadly6940 Жыл бұрын
বহুত ভাল লাগিল । ভৱিষ্যত উজ্জ্বল কামনা কৰিলো ।
@ghanashyamborah1063 Жыл бұрын
This interview is very remarkable,fruitful and authentic. Sriman Rohan Dutta go ahead. I have enjoyed your Shri Krishna Character and seen your prabesh,prasthan and dialogue delivery,stepping,acting action etc. those are actually mindblowing and outstanding.My suggestions to you also try to perform Ankia Naat Bhaona if opportinuty comes.May God bless you. I also pray to God for your bright future. Shriman Rohan Dutta is conversant and knowledgeable in respect of our both the Gurus.Deliberations on the Bhaona topic of Shriman Rohan dutta is very much valuable.(Ghanashyam Bora,Khanapara,Guwahati)
Rohan tomar rash aru bhaona keiba baru saisu...val lage...tomar vitoror manuh jonokbaji Sai hukhi holu...agbahi jowa amar morom tomar logot ase❤❤❤❤
@LOPULOPU547 Жыл бұрын
সচাঁই অতি গুৰুত্বপূৰ্ণ কথা । কিন্তুু মই ভাৱোঁ পৰমেশ্বৰ(নাৰায়ণ/কৃষ্ণ) য়ে কাক আমি পূঁজিব লাগে, তাক লৈ গুৰুত্ব দিছিল জানো? পৰমেশ্বৰ নাৰায়ণে বিচৰা মূল বস্তুটো হ'ল - অহিংসা, সত্য, ধৰ্ম, দয়া, ক্ষমা, মানৱতাহে চাগে। মই ঈশ্বৰতকৈ বেছি এইকেইটা কথাত হে গুৰুত্ব দিওঁ। মই ভাৱোঁ আমি, মই, তেওঁ, সি, তেঁখেত নহ'লেও মহাপুৰুষ জনা সদায় জগতত অমৰ হৈ জিলিকি থাকিবই। গুৰুজনাই সদায় মানৱতা জীয়াই থকাৰ ওপৰত চিন্তা কৰিছে। দক্ষ যজ্ঞ কৰিলেও ১% ও কৃষ্ণই বেয়া নাপাই। মাথো দক্ষৰ দৰে মানুহবোৰ অহংকাৰী হোৱা উচিত নহয়😅। শংকৰদেৱৰ নীতি আদৰ্শৰে আমি পৰিচালিত হ'ব লাগিবই সদায়। প্ৰতিমা ভাগিত সেৱা কৰিলে গুৰুজনাই বেয়া জানো পাব? কিন্তু বলি- বিধান দিয়া টোৰ বেয়া কৰ্ম। অৱশ্যে CLUB ৰ বহু সদস্য কিন্তুু পূজা চোৱাত অতি expart😅
@adyantdutta6855 Жыл бұрын
কথা খিনি কি কৈছে ভালকৈ বুজিলওক।কাক পূজা নুপূজা সেইটো ব্যক্তিগত কথা কিন্তু শঙ্কৰ দেৱৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি যি সমূহ কথা কোৱা হৈছে,সেইসমূহ যুক্তি তথা তথ্য সন্মত।কৃষ্ণই বেয়া পাই নাপাই কথা নাহে,ইয়াত আহি এটা নীতিৰ বিষয়।একশৰণ হৰিনাম ধৰ্ম সম্পূৰ্ণ কৃষ্ণ কেন্দ্ৰীক,ইয়াত অন্যদেৱ দেৱীক কেন্দ্ৰ কৰি কোনো ধৰণৰ বিষয় বস্তু গা কৰি উঠা অনুচিত।য'ত যিটোৰ স্থান,ইয়াক বিশৃংখল কৰা অনুচিত।
23:29 শংকৰদেৱ গুৰুজনা কৃষ্ণ কেন্দ্রীক হয়।। শৈৱ কেন্দ্রীক নহয় দক্ষ যজ্ঞ নাট খন শংকৰী সংস্কৃতি মতে কৰাটো ভুল হয় তেন্তে হৰি-হৰৰ যুদ্ধ নাট ভাগ পৰিবেশন কৰাটোও ভুল হ'ব নিকি??এই নাট ভাগোটো সম্পূর্ণ ৰূপে কৃষ্ণ কেন্দ্রীক নহয় কৃষ্ণৰ সমানে প্ৰাধান্য শিৱকো দিয়া হৈছে।। অভিজ্ঞ জনে জনাবচোন.. ইচ্ছা আছিল জানিবলৈ।।
@monujsaikia7843 Жыл бұрын
Dhitaipukhuri vauna dolor ankur saikiak sinaki lage
@monujbora9153 Жыл бұрын
Dipen da k anibo sun dada
@PMBMix Жыл бұрын
নিশ্চয়
@ghanashyamborah1063 Жыл бұрын
Paija/pawter/poitola can be wore.Near about ,200 hundreds Bhaona both Ankia and Matri Bhasa I had been performed with pawter in different characters except sages like Utanka,Bishyamitra,Valmiki,Durbakha etc. Without paija it was wrong decision of the Organising Committee -this is my personal opinion.
@paranphukon4554 Жыл бұрын
Gandharir Krishna darkhanr nator best Krishna Ruhan
@quitannimals1028 Жыл бұрын
Dada apunar kotha bur akdom shatya kintu Shankar devor ak shoron Dharma asomot 40% manuhe manise bakibure nhoi 100% hua hole asomot Durga Puja Kali Puja ai pujabur nhle heten