Kali second vaona khnr duhar gua jn r voice 2 ufff ki km. Emn xoru lora voice 2 j ❤❤❤ agbahi jua
@norenborah9010Күн бұрын
Niece acting
@GudumainaBorah6 күн бұрын
hikhu vaunat Duharot dangor manuh nobohile nhoi nki, kali saisilu duharot boha gayon puwalitu ee ki dhunia gaise hundor voice❤ pisot ako seshtho gayan ba sestho bayon napale bitorko kori laav nai, just kotha2 koisu
@bedaballavbhagawati7606 күн бұрын
দোহাৰ খন আমাৰ এ আছিল। ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে। কিন্তু কথা টো স্পষ্ট কৰি দিওঁ আপোনাক ও, প্ৰথম কথা আমাৰ দোহাৰ খনে আজিলৈকে শ্ৰেষ্ঠ নাপায় কত ও বিতৰ্ক কৰা নাই। বৰঞ্চ শ্ৰেষ্ঠ নাপায় দুগুণ উৎসাহেৰে আখৰা কৰো ভাল কৰিবলৈ। দ্বিতীয় কথাটো হল যে আমি দোহাৰ কৰিবলৈ নাপায় বিচাৰি গৈ নাইপোৱা। শিশু দলটোৰ তাত অংশগ্ৰহণ কৰিবলৈ প্ৰবল ইচ্ছা হৈছিল আৰু শিশু দোহাৰ বিচাৰি নাপায় আমাক দোহাৰ কৰিবলৈ মাতি নিছিল।