No video

অৰ্ধাঙ্গিনী Official Full Drama | Awahan Theatre/ARDHANGINI/ 2023-24 | Prostuti Porasor |

  Рет қаралды 798,862

Prostuti Porasor

Prostuti Porasor

Күн бұрын

Embracing the beauty of the responsibilities a housewife holds, with ARDHANGINI, the most-loved family drama of Awahan theatre's 2023-24 session starring Prostuti Porasor as the leading actress. The drama reflects the real manifestation of a woman who tries to bind her families with love despite of so many difficulties.
At stage, the drama was able to win everyone's heart with the unique storyline and the implementation of dialogues. Brace yourself with the beautiful emotions.
✨Drama name : Ardhangini
🎥Director & Writer : Abhijit Bhattacharya
Producer : Prostuti Porasor
✨Starring : Prastuti Porasor, Sanjib Sharma, Jeffy Bakshi, Arun Borah
✨🎶Audio Credits ✨🎶
🎵Music Director: Ajoy Phukan
🎤Singers :Nilakhshi Neog, Subashana Dutta, Kandarpa Rajbangshi , Pompi Rajbangshi,
🎧Composition (চুটি চুটি উশাহেৰে) : Pran Pratim Sarma
✨🎵Background Music - Pulak Kumar
🙏Special Thanks to Rupali Kashyap (Nagin Nagin Song)
For more updates, Follow Prastuti Porasor on social media.

Пікірлер: 1 700
@axmanobofficial2894
@axmanobofficial2894 3 ай бұрын
"মাকৰ খঙ উঠিছে। বিস্ফোৰণটো হ'বই" "পাৰিলে তাক আৰু এটা গুলি মাৰিব।আৰু ক'ব, সেইটো গুলি মাকৰ" এনেকুৱা কিছুমান হৃদয়স্পৰ্শী সংলাপেৰে,দৰ্শকৰ মন মগজু জোকাৰি যোৱা চমকপ্ৰদ কাহিনীৰে, আৱাহনৰ মঞ্চত প্ৰকৃতাৰ্থত নাটকীয় বিস্ফোৰণ ঘটিল এই বৰ্ষৰ নাটক অৰ্ধাঙ্গিনীত। 'অৰ্ধাঙ্গিনী' অভিজিত ভট্টাচাৰ্যৰ এই বৰ্ষৰ সবাতোকৈ অনুপম সৃষ্টি আৰু মোৰ দৃষ্টিত প্ৰস্তুতি পৰাশৰৰ জীৱনৰ এতিয়ালৈকে কৰা সৰ্বশ্ৰেষ্ঠ অভিনয়। আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ চৰিত্ৰটো বয়স,মানসিক অৱস্থাভেদে যিদৰে প্ৰস্তুতি পৰাশৰে অলপ অলপ কৈ সলনি কৰি মঞ্চলৈ উলিয়াই আনিছে এয়াও এক প্ৰকাৰৰ মেজিক,যি মেজিকে মোহাচ্ছন্ন কৰি ৰাখিলে মোৰ দৰে অজস্ৰ দৰ্শকক। যিসকলে অভিনয়ক পেছা হিচাপে লব খোজে, নাটক খন চাওক।এইখন নাটকত তেওঁৰ অভিনয় চালে বহু খিনি শিকিব পাৰিব। অভিজিত ভট্টাচাৰ্যৰ নাটকৰ প্ৰতি আপত্তি দৰ্শোৱা সকলেও এইখন চাই উঠি বিনা দ্বিধাই,মনে মনে হলেও স্বীকাৰ কৰিব লাগিব,সঁচাকৈয়ে মানুহজনে দুৰ্দান্ত লিখিছে। ঘৰুৱা ভাষাত, কবলৈ গলে, ফালি দিছে। মৰমৰ সদাগৰ, মাফিয়া কৰ্ণৰ সেই বলিষ্ঠ অভিনেতা সঞ্জীৱ শৰ্মা যেন ভাল চৰিত্ৰৰ অভাৱত মাজতে কৰবাত হেৰাই গৈছিল। কিন্তু অৰ্ধাঙ্গিনীত সেই দুৰ্দান্ত সঞ্জীৱ শৰ্মাক যেন আকৌ বিচাৰি পালো। চৰিত্ৰটোক সজাইপৰাই তোলাত তেওঁ যিমানখিনি কষ্ট কৰিছে,তাৰ পৰাই প্ৰমাণ হয়, তেওঁ কিয় দৰ্শকৰ নয়নৰ মণি। বাকী অভিনয়ৰ দিশটোত জেফী বক্সী, অৰুন বৰা, মৃনালদ্বীপ গোস্বামী, লাটুমনি ভূঞা, প্ৰমোদ চুতীয়া, ঋতুৰাজ মহন্ত, নৱ দত্ত, মঞ্জিল বৰুৱা, বিজুমনি চুতীয়া, অঞ্জলী হাতী বৰুৱা, চয়নিকা বৰা আটায়েই নিজৰ নিজৰ চৰিত্ৰত খুব সুন্দৰ অভিনয় কৰিছে। অৱশ্যে নৱাগতা চয়নিকা বৰাই টিকি থাকিবলৈ হলে আগলৈ আৰু মেহনত কৰিব লাগিব।আনহাতে মঞ্জিল বৰুৱাৰ নামত ভ্ৰাম্যমাণ থিয়েটাৰে ভৱিষ্যতে আন এজন নামী,দামী অভিনেতা পাবলৈ গৈ আছে,যাৰ উমান ইতিমধ্যে তেওঁ দি থৈছে। গীত, আৱহ সংগীত, পোহৰ, দৃশ্য সজ্জা, শব্দ, নৃত্য আটাইকেইটা দিশতেই আৱাহনে কৃপণালী কৰা নাই। নাটকখনত অযথা হৈ হাল্লা কিছুমান নাই, গতি আছে, সমাজৰ প্ৰতি বাৰ্তা আছে সেইয়া নাটকখনৰ আটাইতকৈ ধনাত্মক দিশ। যদি দুই এটা চিন যোৱাৰ পাছতেই কোনোবা এখন নাটকে গেলেৰীৰ কিছুমান উতনুৱা দৰ্শকৰ চিঞৰ বাখৰ বন্ধ কৰি দিব পাৰিছে, বুজি পাব নাটক খন ভাল হৈছে।অৰ্ধাঙ্গিনীয়ে সেই খিনিতো সফল হৈছে। 'অৰ্ধাঙ্গিনী' গীতটো শ্ৰুতি মধুৰ।এই বৰ্ষৰ যিমান কেইখন নাটক চালো, মই ন দি কব পাৰো, মোৰ বাবে অৰ্ধাঙ্গিনী এই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নাটক। এইখন নাচালে এখন ভাল নাটক মিচ কৰিব। চাওঁক। ভাল পাব। আৰু অভিজিত দালৈ এটা অনুৰোধ ,বছৰত লাগিলে দুখনেই নাটক লিখক। এনেকুৱা নাটক লিখক। অৰ্ধাঙ্গিনীৰ বাবে আপোনাক, আৰু এনেকুৱা মননশীল প্ৰযোজনাৰ বাবে প্ৰস্তুতি পৰাশৰক মোৰ ফালৰ পৰা দুটা ডাঙৰ চেল্যুট। সঁচাকৈয়ে......... ফালি দিছে। Abahon thatere ❤💥
@bandona445
@bandona445 3 ай бұрын
Monor kotha bure koise apuni.. xosakoi val natok .. Awahan r joi houk., Siro jugomiya houk., One of the best drama in this year.. god bless you all of the team of Awahan.. love you Sanjiv da., And Prastuti ba... ❤❤❤. From Nagaon (Assam)
@ChargedChinmoy
@ChargedChinmoy 3 ай бұрын
Paraxunathor preyoxi khn bhl hoisl dada
@BhaswatiBarman-ux5sy
@BhaswatiBarman-ux5sy 3 ай бұрын
Xsake dei bhut val lagile ❤
@shorts2.027
@shorts2.027 3 ай бұрын
Unbelievable Acting 🙏🙏
@Reel_lover673
@Reel_lover673 3 ай бұрын
Prastuti bar acting bur bohut bhal lage Bor apurbo hanglap aru acting 🥰
@ripumedhi7473
@ripumedhi7473 3 ай бұрын
"Nonsense হ'বলৈ ডিগ্ৰী নালাগে কিন্তু ডিগ্ৰী লৈও nonsense বনিব পাৰি"..কি সুন্দৰ সংলাপ। অভিনয় বহুত ভাল ❤। নাটকৰ কাহিনী বহুত সুন্দৰ। সামৰণি টো হে ইমান ভাল নালাগিল।
@parulraymedhi800
@parulraymedhi800 3 ай бұрын
ইমান ধুনীয়া কাহিনী 🙏💓❤🙏💓❤
@ripumedhi7473
@ripumedhi7473 Ай бұрын
@@parulraymedhi800 কাহিনী ধুনীয়া।। সামৰণি ভাল নালাগিল
@PrastutiPorasor
@PrastutiPorasor 3 ай бұрын
Hokoluke antarik dhonyobad.❤
@trishnabaruah2997
@trishnabaruah2997 3 ай бұрын
❤😊
@UjjalSarma-ul7rm
@UjjalSarma-ul7rm 3 ай бұрын
Morigaon Narayan Bazart Salu Val lagil ❤❤❤
@UjjalSarma-ul7rm
@UjjalSarma-ul7rm 3 ай бұрын
Morigaon Narayan Bazart Salu Val lagil ❤❤❤
@sagarikakalita7204
@sagarikakalita7204 3 ай бұрын
Khub dhuniya drama ru khub dhuniya acting aatai bur r..New actress joni a kisu val kribo lagibo.Prastuti baideu r 2bar সংলাপ koute vul paisu alp kheli meli paisu ..Manjil baruah tekhetor acting khub sundor.Baki blg eku kble nai..Just woow
@ptmusicwave4459
@ptmusicwave4459 3 ай бұрын
Excellent baa ❤
@poridas4633
@poridas4633 3 ай бұрын
উফ্ফ.. ভাষা নাই ❤❤ অন্তৰ চুই গৈছে.. zubeen daar দৰে প্ৰস্তুতি বাও আমাৰ অসমৰ এটা সম্পদ 🙏🙏
@dhrubajittalukdar8782
@dhrubajittalukdar8782 3 ай бұрын
উফ....কি অভিনয় বা আপোনাৰ,কি হৃদয় চুই যোৱা সংলাপ, ভাষা নাই বা.... ভাষা নাই। সচাঁকৈ নাটক খন চাই ব বৰ ভাল লাগিল বা। আগলৈ আৰু ভাল -ভাল কাম কৰি ৰাইজক উপহাৰ দিয়ক তাকেই কামনা কৰিলোঁ 🙏🏻 ভালে থাকক বা, বহুত মৰম আপোনালৈ ❤️❤️
@AXOM184
@AXOM184 3 ай бұрын
প্ৰস্তুতি বা বাবে like এটা কৰি দিবা ❤❤❤
@tubemedia4674
@tubemedia4674 3 ай бұрын
এইখন নাটক যি এবাৰ চাই সেইজনে কেতিয়াও নিজৰ মাক দেউতাকক কষ্ট দিব নোৱাৰে। এটা সুন্দৰ বাৰ্তা প্ৰদান কৰিলে।❤
@nabajyotidas5101
@nabajyotidas5101 3 ай бұрын
Hosa kotha. 🎉
@user-qg6te4xn5x
@user-qg6te4xn5x 3 ай бұрын
😢😢
@barashadevi1972
@barashadevi1972 3 ай бұрын
প্ৰস্তুতি বা আপোনাক কি বুলি কম ভাষা বিচাৰি পোৱা নাই। মাত্ৰ এটাই কথা কম আপুনি সদায় সুস্থ হৈ থাকক।আমি আপোনাৰ পৰা আৰু এনে অতুলনীয় অভিনয়ৰ আশা কৰিছো যিয়ে ভ্ৰাম্যমাণ নাট্য জগতখন চহকী কৰিব। অভিজিত ভট্টাচাৰ্য দেৱলৈ ধন্যবাদ ইমান সুন্দৰ নাটক এখন উপহাৰ দিয়া বাবে🙏 এই নাটক খনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ জনালোঁ ❤
@sanjiwdas3278
@sanjiwdas3278 3 ай бұрын
1:17 1:21
@mintukalita213
@mintukalita213 3 ай бұрын
বাইদেউ নাটকখন চোৱাৰ সুবিধা কৰি দিয়া বাবে আপোনাক ধন্যবাদ ।
@mousumisharma9966
@mousumisharma9966 3 ай бұрын
সঁচাই বোৰ দুখ লাগিল অন্তৰ চুই যোৱা জীৱন কাহিনী। আৰু প্ৰস্তুতি বাইদেউ অভিনয় কিন্তু মানিব লাগিব । বহুত ধুনীয়া আৰু বাস্তৱিক অভিনয় ।
@SamadAli-mc3ob
@SamadAli-mc3ob 3 ай бұрын
Kar kar prostutI baak vl laga ata like dibo❤
@himashreexarmadeka9003
@himashreexarmadeka9003 3 ай бұрын
চকুৰ পানী কিমান যে বৈ গল উফ কি অভিনয় মা তোমাৰ😢😢😢
@kanishkadas4935
@kanishkadas4935 3 ай бұрын
বিশেষ কিছু অসুবিধাৰ বাবে নাটখন মঞ্চত চোৱাৰ সৌভাগ্য নহল। বহুত আগ্রহেৰে বাট চাই আছিলো। ইমান সুন্দৰ উপস্থাপন, ইমান সুন্দৰ ডাইলগ... এখন সচাই সৰ্বাংগসুন্দৰ নাট।।। ❤❤
@GaneshRay-np6bj
@GaneshRay-np6bj Ай бұрын
কবলৈ একো ভাষা নাই । অসীম ভালপোৱা দেখিছোঁ, অসীম বিশ্বাস দেখিছোঁ এই কাহিনীটোত। মোৰ জীৱনৰ কিতাবৰ পৃষ্ঠাত হয়টো এই কাহিনীটো সদায় জিলিকি ৰব । হৃদয় স্পৰ্শ কৰিব পৰা এটি কাহানি ,সঁচাকৈ আকৰ্ষণীয় হৈ পৰিল মোৰ দৃষ্টিত। ❤
@Nenichancreantion3
@Nenichancreantion3 3 ай бұрын
এই নাটক খনে প্ৰত্যেক দৰ্শকৰ মন চুই গল । সকলোৰে চকুত কেৱল চকুপানী আছিল। কিয়নো এই নাটক খনে আজিৰ দিনত হৈ থকা জীয়া কাহিনী 🥰
@monsumidas3332
@monsumidas3332 3 ай бұрын
Mur six year old girl sai muk dingit dhori eman kandile moiu kandilu
@Nenichancreantion3
@Nenichancreantion3 3 ай бұрын
@@monsumidas3332 ❤️
@pujaranidevi121
@pujaranidevi121 3 ай бұрын
থিয়েটাৰ খন চাব যোৱাৰ সোভাগ্য নহলেও আজি এনেদৰে চাব পাই খুব ভাল লাগিল ❤
@pranatidevi3049
@pranatidevi3049 3 ай бұрын
ভ্ৰাম্যমাণ জগতৰ এক উজ্বল নক্ষত্ৰ আপুনি বা❤❤✨ সঁচাকৈয়ে এক ব্যতিক্ৰমী অভিনয় আপোনাৰ 😊😊 এনেকৈয়ে ভ্ৰাম্যমাণৰ আকাশত আপুনি জিলিকি থাকক বা❣️❣️❣️
@papujitbarman5951
@papujitbarman5951 3 ай бұрын
ধন্যবাদ বা, ইমান ধুনীয়া নাটক খন আমাক উপহাৰ দিয়া বাবে, সময় আৰু সুবিধা নিমিলা বাবে এইখন নাটক মঞ্চত চাব পৰা নগল। কিন্ত যেতিয়াই আপুনি জনালে যে নাটক খন ইউটিউব দিব বুলি , ৰৈ আছিলোঁ, আজি চোৱাৰ সৌভাগ্য হল। এইখন চাই কিন্তু মা - দেউতাৰ প্ৰতি আৰু অকণমান মৰম আৰু সন্মান বাঢ়ি গল ও। ভালে থাকক আটাইবোৰ মা - দেউতা, ভালে থাকক আপুনি আৰু আপোনাৰ পৰিয়ালবৰ্গই, ভালে থাকক আৱাহন ৰ সকলোঁ কৰ্মী। With lots of love 💕
@mousumisworld811
@mousumisworld811 3 ай бұрын
চকুপানী ৰসাব পৰা নাই❤❤❤মানুহজনলৈ নতুনকৈ মৰম বাঢ়িছে💙💙💙 অৰ্ধাঙ্গীনি যে❤❤
@boluramborah3627
@boluramborah3627 3 ай бұрын
আধুনিকতা নামত অত্যাধনিক আজি যুৱ সমাজ । যাৰ কাৰণে পৃথিৱী দেখিলে তেওঁলোকেই পাহৰি যায় নিজৰ বিয়স্ততাৰ টকা পইচা অজুহাতত । প্ৰস্তুতি বা আপোনাৰ অভিনয় সঁচাই জুই🔥🔥🔥 । বহুত ভাল লাগিল । সুন্দৰ সংলাপ সুন্দৰ কাহিনী হকলোৰে সুন্দৰ অভিনয় ।
@kankanakalita2113
@kankanakalita2113 3 ай бұрын
নাটকৰ কাহিনী, অভিনয় সকলোবোৰ বৰ ধুনীয়া হৈছে। অভিনয় কৰা যেন নালাগেই, যেন সঁচা কাহিনী এটাহে চাই আছো। বহুত কন্দুৱাই দিলে।😭😭😭
@NijaraGogoi-jt8ks
@NijaraGogoi-jt8ks 2 ай бұрын
Bohut bar salu siori siori kandisu bohut hundor ❤❤❤😢😢😢😢
@HirakDekaHero
@HirakDekaHero 3 ай бұрын
প্ৰতিগৰাকীৰে অভিনয় অতুলনীয়৷ বিশেষকৈ যুৱ-সমাজে নাটকখন চোৱাৰ প্ৰয়োজনীয়তা আছে৷
@user-tridip
@user-tridip 2 ай бұрын
Rati 3 ta loike sai thakilu gomoke napalu mojjja lgil de ❤😊😍🥺🦋
@sanjibkashyap5646
@sanjibkashyap5646 3 ай бұрын
তেওঁ অনন্য । তেওঁ সদায় পৃথক, তেওঁ সদায় একক, তেওঁ সদায় শ্ৰেষ্ঠ । তেওঁ মহাৰাণী Prastuti ba ❤️
@chayascreations9444
@chayascreations9444 3 ай бұрын
MohaSamragi❤
@sikhatalukdar9036
@sikhatalukdar9036 3 ай бұрын
আবাহন সদায় বিশেষ, প্ৰস্তুতি পৰাশৰ সদায় বিশেষ❤❤ Words cannot explain your acting... Its always awesome❤❤ thank you for giving such type of special gifts for Assam 🤍
@pabitrabornilofficial123
@pabitrabornilofficial123 3 ай бұрын
আৱাহন থিয়েটাৰ সদায় ব্যতিক্ৰম 🔥❤
@moybishal2990
@moybishal2990 3 ай бұрын
মই এজন ২১ বছৰীয়া লৰা , মা দেউতাক বহুত ভাল পাওঁ , story টো বহুত ভাল লাগিল । লগতে দুখ লাগিল আজি কলিৰ লৰা ছোৱালীয়ে নিজ স্বাৰ্থৰ বাবে মাক দেউতাক সকলকো এৰিব পাৰে 😢
@TRAssameseEducation
@TRAssameseEducation 3 ай бұрын
হৃদয় চুই গল।নৱ প্ৰজন্মৰ প্ৰতি গৰাকী লৰা ছোৱালীয়ে এই নাটক খন চোৱা উচিত আৰু অনুভৱ কৰা উচিত।
@renumaiburagohain443
@renumaiburagohain443 2 ай бұрын
চকুলো বোৱাই বোৱাই শেষলৈকে চালো।বহুত বহুত ধন্যবাদ।
@Bi_RaaG
@Bi_RaaG 3 ай бұрын
বুকুখন খান্দি থৈ গ'ল অ'😢 সকলোৰে অভিনয় বহুত ভাল হৈছে...
@user-ih2jc3wv3z
@user-ih2jc3wv3z 3 ай бұрын
Bahut vl lagil
@xunpahi
@xunpahi 3 ай бұрын
Khub akhare roi asu❤
@baruahjayantaofficialboy4175
@baruahjayantaofficialboy4175 3 ай бұрын
❤❤❤
@susmitanath6645
@susmitanath6645 3 ай бұрын
❤❤
@rumichetia8532
@rumichetia8532 3 ай бұрын
Bohut val lagil natok khon sai
@user-wy9vk2mr9n
@user-wy9vk2mr9n 3 ай бұрын
সংলাপবোৰ বুকু কপি যোৱা 🥰🥰🥰সময়োপযোগী নাটক ❤❤
@DipankarSarmah-dg4nj
@DipankarSarmah-dg4nj 18 күн бұрын
Best performance from Prostuti Baa. Best story . All time favourite 🎉 Live saisilu . Bohut bhal lagisil
@ManitNath-gw7ei
@ManitNath-gw7ei 3 ай бұрын
দুটাকৈ দৰ্শনী দুবাৰ চালোঁ, তেতিয়াৰ পৰাই ভাবি আছিলোঁ মোৰ বয়সস্থ মা গৰাকীক কেতিয়া চোৱাম... আজি সম্ভৱ হল.... ধন্যবাদ
@duludevi6051
@duludevi6051 3 ай бұрын
নাটকৰ লিখক আৰু অভিনয় শিল্পীসকলক বহুত ধন্যবাদ। অন্তৰ চুই গৈছে।
@bullmoninath3249
@bullmoninath3249 3 ай бұрын
Vl lagil sai bahot besi
@purabibharali4544
@purabibharali4544 3 ай бұрын
Ufffff....... Akow anekuwa jiya kahini powar akhare........... Prastuti baa tumi অনন্য.
@NeetipriyaGogoi-pj3cc
@NeetipriyaGogoi-pj3cc 3 ай бұрын
ভাষা হীন হৈ পৰিছো। হৃয়স্পৰ্শী কাহিনী 😢 বহুত বেছি ধন্যবাদ বা আপোনাক ,লগতে সহ অভিনেতা আৰু সমূহ কৰ্মকতাক 🙏🙏
@Nuu_____Gam
@Nuu_____Gam Ай бұрын
Prastuti bak vll puwa hokole like kora❤moi apunak kintu bhut vll Pau ba❤love from majuli❤
@jyotish1250
@jyotish1250 3 ай бұрын
বাইদেউ শুনকালে দিয়ক ,,, বহুত দিন অপেক্ষা কৰি আছোঁ 4/5 বাৰলৈ চাম ,,
@user-tridip
@user-tridip 2 ай бұрын
Uffffffffffffff acting prastuti baa 😊❤🔥😍❤😊
@smritirekha1235
@smritirekha1235 3 ай бұрын
সঁচাই বা কবলৈ ভাষা নাই ইমান সুন্দৰ অভিনয় সকলোৰে... মন প্ৰাণ চুই গৈছে আপোনাৰ অভিনয়ে বা.. আপোনালোক সদায় আগুৱাই যাওঁক...❤
@minakshichetia3347
@minakshichetia3347 3 ай бұрын
সঁচাকৈয়ে মন মগজুত পোনপতীয়াকৈ প্ৰবেশ কৰিব পৰা এখন বাস্তৱ নাটক অভিনয় দুৰ্দান্ত।
@user-ih3mq6ds3e
@user-ih3mq6ds3e 3 ай бұрын
সঁচা কথা বোৰ video যোগেৰে ইমান সুন্দৰকৈ কৈ গৈ চে বহুত সুন্দৰ প্ৰস্তুতি বা অভিনয় ভাল লাগিল নাটক খন চাই love u বা
@pranjalgogoi6238
@pranjalgogoi6238 Ай бұрын
উফ.....ভাষা নাই বা,কি সুন্দৰ অভিনয হৃদয় চুই যোৱা সংলাপ চকুৰ পানীৰে...😭😭😭
@rupamkalita2274
@rupamkalita2274 3 ай бұрын
এটা সছা জীয়া কাহিনী বৰ্তমান সমাজৰ। ধুনীয়া লাগিল নাটক খন উপভোগ কৰি। ভগৱানে যাতে কেতিয়াও এনেকুৱা কু বুদ্ধিৰ পাকচক্ৰত নেপেলাই কোনো সন্তানক।
@bsvlogs5131
@bsvlogs5131 3 ай бұрын
বহুত ভাল লাগিল চাই ।সকলোৰে অভিনয়ে অন্তৰ চুই গৈছে ❤❤
@manashsaikia895
@manashsaikia895 3 ай бұрын
শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্য দেৱ আৰু প্ৰস্তুতি পৰাশৰ বা লৈ এজন নাট্যকৰ্মী হিচাপে আন্তৰিক ধন্যবাদ জনালোঁ ইমান হৃদয়স্পৰ্শী নাটক এখন উপহাৰ দিয়াৰ বাবে ❤️🥹
@USER-PAPUKALITA
@USER-PAPUKALITA 3 ай бұрын
❤❤❤❤😊 25:23
@mitaligogoi9227
@mitaligogoi9227 2 ай бұрын
Eman xundor hoise Soku Pani badha di rakhibo pora nai
@bantibora750
@bantibora750 3 ай бұрын
কি বুলি লিখিম!!সঁচাকৈয়ে.. শব্দৰ অভাৱ হৈছে।।কাহিনী, অভিনয় সকলো বহুত বেছি ধুনীয়া❤
@khagenbhuyan6727
@khagenbhuyan6727 3 ай бұрын
Nice🙏 Thanks
@khagenbhuyan6727
@khagenbhuyan6727 3 ай бұрын
Very very Nice
@karabikalita7470
@karabikalita7470 2 ай бұрын
Prastuti baba bohut dhunia natok amak upohar diya babe dhanyabad baa 🥰apunak vhogobae vale raxok baa🙏
@kanaklatadas960
@kanaklatadas960 3 ай бұрын
জীৱনো এটি বিনামূলীয়া স্কুল ঘৰ,, হাঁহি হাঁহি যুঁজি যা,, যুঁজি যুঁজি হাঁহি যা ,, মুঠতে তাতো চলে হাঁহিৰে ক্লাছ ,, কোন ফেল কোন পাছ,, হাঁহি হাঁহি আত্মহাৰা নহবা তুমি।।।।❤❤❤ উফ কি সংলাপ প্ৰতিটো সংলাপ মোৰ অন্তৰ চুই গৈছে ।। সৰু হলেও নাটক প্ৰেমি ছোৱালী মই।। বহুত বহুত ভাল লাগিল
@amarjyoti2347
@amarjyoti2347 Ай бұрын
হৃদয় জোঁকাৰি যোৱা সঁচা কাহিনী।😢
@surajmuktiar5516
@surajmuktiar5516 3 ай бұрын
সঁচাকৈ আপোনাৰ অভিনয় সৰ্বশ্ৰেষ্ঠ সৰুৰে পৰাই দেখি আহিছো। প্ৰতিটো চাৰিত্ৰতেই আপুনি যিদৰে প্ৰাণ ঢালি অভিনয় কৰে নাটক চাই আছোঁ নে সমুখত ৰৈ সঁচা কাহিনী দেখি আছোঁ ধৰিবই নোৱাৰি। সদায় ভালে থাকক
@sanjibdeka311
@sanjibdeka311 3 ай бұрын
This is one of the best drama...❤ I have seen this drama at Baihata Chariali baa❤
@aangsbhaiofficial5612
@aangsbhaiofficial5612 3 ай бұрын
বৰ্তমান সময়ৰ বাবে এনেকুৱা কাহিনী অতি প্ৰয়োজনীয় । সমাজ সংস্কাৰৰ বাবে এনেকুৱা কাহিনী প্ৰতি বছৰে বিচাৰো
@sarangasaikia9507
@sarangasaikia9507 3 ай бұрын
অৰ্ধাঞ্জিনী হৃদয়ত ৰৈ গল এটা এটা সংলাপে গাৰ নুম কঁপাই তুলিছে ❤ ভাষা নাই কবলৈ এনকা দুৰ্দান্ত অভিনেতা হইটো আৰু কটো নোলাব 🥹 সদাই ভালে থাকক প্ৰস্তুতি বা ❤❤
@archananath3143
@archananath3143 3 ай бұрын
বহুত আশা কৰি আছিলো চাব আজি চাব পালো বা আপোনাক ভগবানে সদাই ভালে ৰাসক ❣️❣️❣️❣️
@AnantaBordoloi-lp2qt
@AnantaBordoloi-lp2qt 2 ай бұрын
কি কম ভাষা নই......গৰু কৃপাহি কেবলম. সকলো কলাকশলীলৈ হিয়া ভৰা আশীবাদ...... কোনোৱে যাতে এনেকুৱা.......নহওক..... হৰি ৰাম..😊
@AnantaBordoloi-lp2qt
@AnantaBordoloi-lp2qt 2 ай бұрын
Your Rieyc pl.😂❤....
@pinkidas8517
@pinkidas8517 3 ай бұрын
সচাকৈ প্ৰস্তুতি পৰাশৰ বাইদেউৰ অভিনয় কিন্তু মানিব লাগিব কন্দুৱাইহে এৰে দৰ্শকক 😢 বাস্তৱধৰ্মী এখন নাটক বহুত ভাল লাগিল 👌👌👌
@jintudas276
@jintudas276 2 ай бұрын
Natok khon Sai kandilo khub val lagise
@lalitadas5521
@lalitadas5521 3 ай бұрын
Apunr abhinoy sai bhut val pau baa . Ane koi apunr natok suwa khubidha diya babe bhut dhonbad baa❤❤ bhut val lagil baa
@Hrishi2231
@Hrishi2231 3 ай бұрын
কি কম,,শব্দ বিহীন মোৰ মন্তব্য 😢,,, নহয় ই নাটক,,,বৰ্তমান সমাজত প্ৰখৰ ভাৱে উপলব্ধ এটি দৃশ্য 😢,,,, সমাজৰ প্ৰত্যেক টো সন্তানৰ বাবে ই এক স্মাৰক😢 ,,,,,,,🙏🙏 ধন্যবাদ 🙏🙏
@bonditabhuyan4984
@bonditabhuyan4984 3 ай бұрын
Jorhat bahonale ahute sailu.bhut val lagil sai
@simitalukdar711
@simitalukdar711 3 ай бұрын
Baki dukhn o xunkal a dibo plz
@binitabhuyanboruah9466
@binitabhuyanboruah9466 3 ай бұрын
বহুত বহুত বহুত সুন্দৰ নাটক। আপোনাৰ বলিষ্ঠ অভিনয়ে আমাক মন্ত্ৰমুগ্ধ কৰি ৰাখিলে গোটেই নাটকৰ সময়ছোৱাত। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আগলৈকো এনেদৰেই সুন্দৰ সুন্দৰ অভিনয় সমাজলৈ আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ।
@JutikaDeka-bg3vb
@JutikaDeka-bg3vb 3 ай бұрын
Mor tez mor morom theatre khon dib son ❤❤❤❤❤
@monikumardorji2859
@monikumardorji2859 3 ай бұрын
পোন প্ৰথমে Prastuti বাক অশেষ ধন্যবাদ লগতে সকলোকে। সঁচাকৈয়ে নাটক খন বহুত ভাল লাগিছে। লগতে সকলো কলা কৌশলীকো অশেষ ধন্যবাদ আপোনালোকৰ অভিনয় সঁচাকৈ প্ৰশসনীয়। লগতে আমাক ইমান সুন্দৰ এখন নাটক KZbin channel ৰ দ্বাৰা চোৱাৰ সুযোগ প্ৰদান কৰাৰ বাবেও ধন্যবাদ জনাইছোঁ। নাটক খনৰ বিষয়ে ক'বলৈ ভাষা নাই। বহুত ভাল হৈছে। আহা কৰিছো বাকী নাটক কেইখনো চোৱাৰ সুযোগ পাম❤❤🙏🙏
@gyandeepnath3600
@gyandeepnath3600 3 ай бұрын
এইবৰ্ষৰ শ্ৰেষ্ঠ নাটক বুলিয়েই মই কʼম । মঞ্চত দুবাৰ চাইছোঁ নাটকখন । সকলোৰে অভিনয় ইমান সুন্দৰ । নাটকখনৰ কাহিনী , সংলাপ , আৱহ সংগীত ইমান ধুনীয়া যে কি কʼম । তাৰোপৰি প্ৰস্তুতি বাৰ কথা নকৈ নোৱাৰোঁ । আৰম্ভণিৰ পৰা নাটকখনৰ শেষলৈ তেওঁ চৰিত্ৰটো যেনেকৈ অলপ অলপকৈ বয়স বঢ়াই আগুৱাই লৈ গৈছে সেয়া সঁচাকৈ প্ৰশংসনীয় আৰু লগতে সঞ্জীৱ দাৰ অভিনয় কি ধুনীয়া । ভ্ৰাম্যমাণৰ মঞ্চত বহুত নাটক চাইছোঁ । তাৰ ভিতৰত কিছুমান নাটকে বুকুত বেলেগ ধৰেণেৰে সাঁচ বহুৱাই থৈছে । যেনে “অভিনেত্ৰী” , “সম্ৰাজ্ঞী” , “ৰাধা এবাৰ হাঁহি দে” ইত্যাদি । তাৰ ভিতৰত “অৰ্ধাঙ্গিনী”য়েও সদায়ৰ বাবে আছুতীয়াকৈ বুকুৰ কোনোবাখিনিত ঠাই লৈ লʼলে । সেইবাবেই আৱাহন সদায় একক , আৱাহন সদায় অনন্য , আৱাহন সদায় পৃথক , আৱাহন সদায় বিশেষ , আৱাহন সদায় শ্ৰেষ্ঠ আৰু আৱাহন সদায় প্ৰিয় ❤ জয় আৱাহন ❤ জয় নটৰাজ 🙏 জয় প্ৰস্তুতি পৰাশৰ ❤
@JiyaKashyap-f2y
@JiyaKashyap-f2y Ай бұрын
Apunak sai bhagor nalage pras ba ❤️ mok ghrt apunar dore buli a koi . Moi bht proud fell koro 💗😘
@nayanjyotimudoi2251
@nayanjyotimudoi2251 3 ай бұрын
হৃদয় চুই গৈছে। মঞ্চত চোৱাৰ পাছত আকৌ এইয়া
@sewalibora373
@sewalibora373 2 ай бұрын
হৃদয় চুই গ'ল বা। আপুনি ইমান ধুনীয়া অভিনয় কেনেকৈ কৰিব পাৰে..🙏 খুউব ভাল লাগিল বা, মাজে মাজে হাঁহিলো যদিও বেছিকৈ কান্দিলোহে। দুখৰ বিষয় মঞ্চত নাটকখন উপভোগ কৰিব নোৱাৰিলোঁ। আজি চাবলৈ পাই বৰ ভাল লাগিল।ভালে থাকক বা আৰু আমাক এইদৰে ভাল ভাল নাটক উপহাৰ দি যাওঁক । বহুত মৰম তোমালৈ❤🙏
@Bhargabassam
@Bhargabassam 3 ай бұрын
মঞ্চত চোৱাৰ পিছত আজি আকৌ এবাৰ চালোঁ বহুত ভাল লাগিল ❤❤❤
@phaguninath984
@phaguninath984 3 ай бұрын
ভাষা নাই কবলৈ চকু পানী মচি মচি চাই গৈ আছোঁ ❤❤❤
@Ayandeep_Musical.
@Ayandeep_Musical. 3 ай бұрын
মোৰ হৈ দুপাহ মান ফুল ছটিয়াই দিব। কিমান যে আবেগিক হৈ পৰিছে এগৰাকী মাক। কেৱল মাক এগৰাকী য়ে হে বুজি পাব। প্ৰত্যেক গৰাকী মাকলৈ বহুত প্ৰণাম। আপুনি খুব সুন্দৰ অভিনয়ৰ জৰিয়তে জীৱন্ত কৰি তুলিলে বা। আচলতে মাক দেউতাক ভগবানৰ দ্বিতীয় ৰূপ। ❤❤❤
@ArchanaDas250
@ArchanaDas250 3 ай бұрын
Bohut val lgise sai baki dukhon o dbo baa plz
@misspampicreations
@misspampicreations 3 ай бұрын
সমাজত চলি থকা সচা কাহিনীৰ নাটক এখন আমাক উপভোগ কৰিৱ দিয়া কাৰণে আপোনালোকৰ আটায়কেইজনক বহুত বহুত ধন্যবাদ।।❤❤
@bandanavlog4529
@bandanavlog4529 3 ай бұрын
Heart touching drama baa . Lve u baa
@DimpiMoni-moina
@DimpiMoni-moina 29 күн бұрын
Bhut vl lagil sai 😢😢
@sudarshanboruah3535
@sudarshanboruah3535 3 ай бұрын
কোতি টকাৰ বাজেতৰ ছবিবোৰেওঁ ঢোকি নাপাব!! সচাকৈ বহুত ভাল লাগিল, আপ্লুত হ'লো।
@jupitara8969
@jupitara8969 2 ай бұрын
মা নামৰ এই দুৰ্ভগীয়া মানুহগৰাকীৰ প্ৰত্যেকটো বাক্যই যেন বুকু বিন্ধি গল. কিয় যে ইমানবোৰ দুখ 😢
@bindassbitupon_official
@bindassbitupon_official 3 ай бұрын
বাকী কেইখন নাটক ও লাগে সোনকালে❤like koro🤞
@user-xk5jb5lp4v
@user-xk5jb5lp4v 29 күн бұрын
Bhut Val lagil sai ...sanjib na aro prastuti bar ovinoi sai Val lagil
@bivamonikhanikor2042
@bivamonikhanikor2042 3 ай бұрын
সচাই হৃদয় চুই যোৱা কাহিনী,,,মঞ্চত চোৱা হেঁপাহ আছিল,,কিন্তু নাপালোঁ,,শিৱসাগৰ আহোঁতে মোৰ তেজ মোৰ মৰম চালোঁ কিন্তু এইখন চাব বহুত বেছি হেঁপাহ আছিল,,100 বাৰ চালেও হেঁপাহ নপলাই চিম্পা বা,,তুমি সচাই নাটকৰ ৰাণী হয়,,আৰু আগবাঢ়ি যোৱা,,ভাল ভাল কাম কৰি,,,
@bidyutdekavlogs7695
@bidyutdekavlogs7695 3 ай бұрын
গাৰ নোম শিঞৰি উঠা এক কাহিনী সুন্দৰ প্ৰস্তুতি বা । ভাল লাগিল আবেগিক হৈ পৰিলোঁ। আপুনি সঁচাকৈ এগৰাকী সুদক্ষ, সুযোগ্য আৰু সফল অভিনেত্ৰী আগুৱাই যাওক আৰু ঈশ্বৰে মঙ্গল কৰক🙏
@jaykantatalukdar
@jaykantatalukdar 3 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@AkashpriyamAkashpriyam
@AkashpriyamAkashpriyam Ай бұрын
লিখিবলৈ শব্দৰ নাটনি প্ৰস্তুতি বা প্ৰতি বছৰ আপোনাৰ অভিনয়বোৰে কন্দুৱাই থয় যায়। ইমান সুন্দৰ অভিনয় ইমান সুন্দৰ সংলাপ এখন হৃয়স্পৰ্শী নাট। অভিজিত ভট্টাচাৰ্য দাক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া ধুনীয়া নাটক আমাক উপহাৰ দিয়া বাবে।।❤❤
@dipikadekadeka6726
@dipikadekadeka6726 3 ай бұрын
Mur tez mur morom natok khn upload krib son
@simantadeka1601
@simantadeka1601 3 ай бұрын
Ok
@BubulPathak-j6p
@BubulPathak-j6p 29 күн бұрын
Bahut val lagil sai hridoy sui jua ata 2 kahini
@altabvlogs
@altabvlogs 3 ай бұрын
কি কম শব্দৰ অভাৱ❤ বহুত ভাল লাগিছে নাটক খন চাই। বেলশৰত চাইছিলো আকৌ এবাৰ আপোনাৰ ইউটিউব চেনেলত চাব পাৰিলো বহুত বহুত ধন্যবাদ প্ৰস্তুতি বা আৰু সঞ্জীৱ দাদা❤ সদায় ভালে থাকক আপোনালোক ❤❤
@susmitadutta8108
@susmitadutta8108 3 ай бұрын
Bor Val lagil. Khub hundar avinoy prostuti baa.
@kashmiriborah4529
@kashmiriborah4529 2 ай бұрын
Kub xhundor ovinoy korise..bohut bhal lagil Sai.
@bharotihazarika
@bharotihazarika 3 ай бұрын
আপোনাৰ অভিনয় চাই ক'বলৈ ভাষা নাই। অতি উত্তম অতি উত্তম। ধন্যবাদ। এবাৰ লগ পাবলৈ মন গৈছে।
@AnkusmanChoudhuryStudios
@AnkusmanChoudhuryStudios 3 ай бұрын
সুন্দৰ উপস্থাপন, প্ৰস্ততি" বা" ৰ অভিনয়ত সৰুৰ পৰাই বলিয়া মই
@pranjalkalita1680
@pranjalkalita1680 3 ай бұрын
অশেষ ধন্যবাদ। ৰচনা পৰিচালনা আৰু অভিনয় অতি নিখুটভাৱে কৰিছে সকলো শিল্পী আৰু কলা কৌশলৰ। আপোনাৰ এই জয় ধাৰা অব্যাহত থাক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
@ManabitaKocho
@ManabitaKocho Ай бұрын
Sundar kahini .khasai bahut dhunia lagil
@ulfa.a.c4641
@ulfa.a.c4641 Ай бұрын
চাই চাই শেষ নোহোৱাই হৈছে যেন লাগিছে! শেষত আৰু আছিল নেকি....... কাহিনীতো! চাই থাকিব মন গৈছিল! বহুত বহুত ধুনীয়া অভিনয় কৰিছে বাইদেউ চাই বহুত দুখ লাগি গৈছিল 😢
@shiranlonglive9959
@shiranlonglive9959 2 ай бұрын
Film khn sai bohut bhal lagil .ajir notun projonmoi sale bohut hikibo parile hoi ❤❤
@tenganidiba9970
@tenganidiba9970 3 ай бұрын
What a story baa❤
@Rupali_ruhi
@Rupali_ruhi 2 ай бұрын
প্ৰতিটো বস্তুৱেই ইমানেই সুন্দৰ ভাষাই বিচাৰি পোৱা নাই বুজাবলৈ। মই ডিগবৈৰ বাসিন্দা। বৰ বেছিকৈ থিয়েটাৰবোৰ নাহে এইফালে। আপোনাক বহুত ধন্যবাদ প্ৰস্তুতি বা, ইমান হৃদয়স্পৰ্শী কাহিনী এটা চোৱাৰ সুযোগ কণ দিয়াৰ বাবে। 🙏🏻
@nirmalsingha665
@nirmalsingha665 3 ай бұрын
Theatre plays are way wonderful than regular cinemas. Prastuti baa, superb performance. Bohut bhaal lagil. We all are mortals and so are our parents. We should love, respect and take care of them like the way they did to us as long as they are in this world.
MRUGAYA
1:34:04
uttarpurush
Рет қаралды 36
Now it’s my turn ! 😂🥹 @danilisboom  #tiktok #elsarca
00:20
Elsa Arca
Рет қаралды 11 МЛН
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 4,7 МЛН
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 25 МЛН
| MOKORAJAL | ABAHAN THEATRE | PRASTUTI PORASOR|
1:40:32
Prostuti Porasor
Рет қаралды 2 МЛН
AGNI KANYA | FULL DRAMA | AWAHAN THEATRE 2022-23 |  PRASTUTI PORASOR
1:53:57
Prostuti Porasor
Рет қаралды 1,1 МЛН
Now it’s my turn ! 😂🥹 @danilisboom  #tiktok #elsarca
00:20
Elsa Arca
Рет қаралды 11 МЛН